Type Here to Get Search Results !

সমাৰ্থক শব্দ বা প্ৰতি শব্দ | Assamese samarthak shabda

সমাৰ্থক শব্দ বা প্ৰতি শব্দ | Assamese samarthak shabda

প্ৰশ্ন :সমাৰ্থক শব্দ কাক বোলে ?

একেই অৰ্থ বুজোৱা শব্দবোৰকে সমাৰ্থক শব্দ বা প্ৰতিশব্দ বোলে


সমাৰ্থক শব্দ বা প্ৰতিশব্দ ,Synonyms in Assamese
অসমীয়া সমাৰ্থক শব্দ

সমাৰ্থক শব্দ বা প্ৰতি শব্দ (Synonyms In Assamese)



  • অৰ্থ : টকা,সম্পদ, বিত্ত।
  • অলংকাৰ : গহণা, আভৰণ।
  • অসুৰ : দৈত্য, দানৱ।
  • অসুখ : বেজাৰ।
  • অন্ধকাৰ : তিমিৰ, আন্ধাৰ, নিশি।
  • অমৰাপুৰী : স্বৰ্গ, দেৱলোক।
  • অমৃত : সুধা, অমিয়, পীযুষ।
  • অন্ত : অৱশেষ,  শেষ,  ইতি,  মৃত্যু
  • অৰ্জুন : পাৰ্থ, সব্যসাচী, ফাল্গুনী।
  • অতি : অত্যন্ত, অধিক, পৰম।
  • অগ্নি : জুই, অনল, বহ্নি।
  • অনুৰাগ : আসক্তি, প্ৰেম।


 আ   


  • আপোন : নিজ, আত্ম।
  • আবেদন : দৰ্খাস্ত, নিৱেদন।
  • আৰাও : মাত, চিঞৰ।
  • আৰ্হি : চানেকি, আদৰ্শ।
  • আৱিৰ্ভূত : প্ৰকাশিত, অৱতীৰ্ণ।
  • আনন্দ : উল্লাস, ৰং, আমোদ, ধেমালি।
  • আহত : আঘাত।
  • আৱেগ : ব্যাকুলতা, ব্যগ্ৰতা।
  • আকাশ : অম্বৰ, গগণ, ব্যোম, শূণ্য।
  • আতংক : ভয়, ভীতি।
  • আত্মীয় : কুটুম, সম্বন্ধীয় মানুহ।
  • আদৰ্শ : আৰ্হি, চানেকি।
  • আদিম : প্ৰথম, প্ৰাচিন।


 ই     


  • ইতৰ : হীন, অধম।
  • ইতিহাস : বুৰঞ্জী।
  • ইচ্ছা : বাঞ্ছা, স্পৃহা, অনুৰোধ।
  • ইন্দ্ৰ : পুৰন্দৰ, বজ্ৰপাণি, স্বৰ্গাধিপতি।


 ঈ     


  • ঈসান : মহাদেৱ, শিৱ।
  • ঈক্ষণ : দৃষ্টি, দৰ্শণ।
  • ঈশ্বৰ : পৰমাত্মা,ভগৱান,নাথ।
  • ঈষত্ : অলপ, কিঞ্চিত।


উ     


  • উত্কন্ঠা : ব্যাকুলতা, উদ্বিগ্নতা।
  • উত্ফুল্ল : আনন্দিত, বিকশিত।
  • উত্ৰাৱল : অস্থিৰ,  চঞ্চল।
  • উজু : সৰল, সহজ, ঢিলা।
  • উত্কট : তীব্ৰ, অতিশয়।
  • উত্তম : উৎকৃষ্ট, শ্ৰেষ্ঠ।
  • উদয় : উত্থান, উত্পত্তি।
  • উকা : শুদা, উদং।
  • উগ্ৰ : তীব্ৰ, চোকা।
  • উচিত : সমীচীন, যথাৰ্থ।


 


  • ঊৰ্মি : ঢৌ , তৰংগ।
  • ঊষা : ধলপুৱা।


 ঋ   


  • ঋষি : শাস্ত্ৰবিদ, তপস্বী, মুনি।
  • ঋণ : কৰ্জ, দেনা, ধাৰ।


 এ


  • একান্ত : একাগ্ৰ, একমুখী।


 


  • ঐক্য : একতা।
  • ঐচ্ছিক : ইচ্ছাধীন।
  • ঐশ্বৰ্য্য : সম্পত্তি, বিভৱ।


 ও


  • ওপৰঞ্চি : অতিৰিক্ত, উপৰুৱা।
  • ওজা : শিক্ষক, পণ্ডিত।
  • ওলগ : সেৱা, নমস্কাৰ।


 

  • ঔষধ : দৰৱ।


 


   


  • কৰুণ : কাতৰ, ব্যাকুল।
  • কলম : কাপ, লেখনি।
  • কলংক : দাগ।
  • ক’লা : কৃঞ্চবৰ্ণ।
  • কাণ : কৰ্ণ, শ্ৰৱণেন্দ্ৰিয়।
  • কাপোৰ : বস্ত্ৰ,অচ্ছাদন।
  • কামুক : কামী, কামাতুৰ, কামাৰ্ত
  • কাৰেং : ৰাজপ্ৰাসাদ।
  • কাষ : ওচৰ, সমীপ, দাঁতি।
  • কথা : উক্তি।
  • কণ্ঠ : গল, ডিঙি, টেঁটু, গ্ৰীৱা।
  • কন্যা : জীয়াৰী, ছোৱালী।
  • কপাল : কপোল, ললাট।
  • কবিৰাজ : বৈদ্য।
  • কম : তাকৰ।
  • কৰ : ৰাজহ,  খাজনা।
  • কিতাপ : গ্ৰন্থ, পুথি।
  • কিৰণ : ৰশ্মি, পোহৰ।
  • কটুম্ব : আত্মীয়, স্বজন, জ্ঞাতি।
  • কুল : বংশ, গোত্ৰ, জাতি।
  • কুশল : কল্যান।
  • কুসুম : পুষ্প, ফুল।
  • কৃপণ : কৰাইচ,  চিকটা।
  • কৃষক : খেতিয়ক, কৃষাণ।
  • কেৰাহি : বেকাঁ দৃষ্টি,
  • কেৰাহী : লোহৰা।
  • কেৰু : থুৰীয়া, কাণফুলি।
  • কোৰ্হাল : কোলাহল,  হুলস্থূল।
  • কোঠা : কোঠালি,  খোটালি,  কক্ষ।
  • ক্লান্তি : অৱসাদ, ভাগৰ।
  • ক্ৰমশ : পৰ্যাক্ৰমে,  ক্ৰমান্বয়ে।
  • ক্ৰমিক : ধাৰাবাহিক।


 



  • খৰচ : ভগন, ব্যয়।
  • খনিকৰ : ভাস্কৰ,  কাৰিকৰ,  মূৰ্তিশিল্পী।
  • খনিজ : খনিজাত, অকৰিক।
  • খাট : বিছনা,  বিছনা, পালেংগি।
  • খৱৰ : বতৰা, বাতৰি, সংবাদ।
  • খং : ৰাগ,  ক্ৰোধ।
  • খঙাল : কোপী,  ক্ৰোধী।
  • খৰ : খৰাং,  অবৃষ্টি।


 

গ 


  • গধূলি : সন্ধিয়া, সন্ধ্যা।
  • গংগা : ভাগিৰথী, জাহ্নবী, মন্দাকিনী।
  • গাখীৰ : ক্ষীৰ।
  • গা : শৰীৰ, দেহ।
  • গাফিলতি : অৱহেলা, আওকাণ, অনাদৰ।
  • গীত : গান।
  • গোচৰ : আপত্তি,  অভিযোগ।
  • গৰ্ভৱতী : সগৰ্ভা, সসত্ত্বা, অন্তৰ্ৱতী।
  • গগনস্পৰ্শী  : গগনচুম্বী, আকাশচুম্বী  আকাশলংঘা।
  • গছ : বৃক্ষ, বিটপ।
  • গতানুগতিক : নতুনত্বহীন, অব্যতিক্ৰম।
  • গপচ : ধীৰ, গম্ভীৰ, গহীন।
  • গমন : যাত্ৰা, চলন।
  • গৰখীয়া : বৎসপাল, গোপালক।
  • গৰম : তপ্ত, উষ্ণ।
  • গৰাকী : মালিক, অধিকাৰী।
  • গল : কণ্ঠ, টেঁটু, ডিঙি।


 


   


  • ঘোঁৰা : অশ্ব।
  • ঘোষণা :  জাননী, ইস্তাহাৰ।
  • ঘোঁটনী : মন্থনী, মথনী।
  • ঘনিষ্ঠ : আপোন, আন্তৰিক, অন্তৰংগ।
  • ঘৰ : আবাস, আলয়, গৃহ, ভৱন, নিবাস।
  • ঘাট : উপকূল।
  • ঘাঁহ : তৃণ, বন।
  • ঘিউ : ঘৃত, অমৃত।



 চ     


  • চমু : সংক্ষেপ, চুটি।
  • চৰা : বৰ্ধিত।
  • চৰণকমল : পাদপদ্ম, পদপংকজ।
  • চৰাই : পক্ষী, বিহগ।
  • চলন্ত : গমনশীল, গতিশীল।
  • চহৰ : নগৰী, টাউন।
  • চহী : স্বাক্ষৰ ।
  • চাকৰ : দাস, ভৃত্য।
  • চকু : অক্ষি, লোচন, নয়ন, নেত্ৰ।
  • চক্ৰান্ত : ষড়যন্ত্ৰ।
  • চছমা : বিতচকু।
  • চন্দ্ৰ : জোন।
  • চফা : নিৰ্মল, পৰিষ্কাৰ।
  • চাকি : বন্তি, দীপক,।
  • চাৰু : মিহি, নিমজ।
  • চিকুণ : মিহি।
  • চিন : প্ৰতীক, চিহ্ন।
  • চিনাকী : পৰিচিত।
  • চিনেমা : চলচিত্ৰ, বোলছবি।
  • চিন্তো : ভাবোঁ।
  • চিপাহী : যোদ্ধা, জোৱান, ৰণুৱা।
  • চিৰকালীন : চিৰন্তন, চিৰস্থায়ী ।
  • চিৰবৈৰী : চিৰশত্ৰু।
  • চিয়াঁহী : মহী, মসী, কালি।
  • চুলি : কেশ।
  • চেঁচা : ঠাণ্ডা, জুৰ, শীতল ।
  • চেলেপু : চেলবেলীয়া, চেলচেলীয়া।
  • চোকা : তীক্ষ্ণ।
  • চোতাল : প্ৰাংগন, অংগন।
  • চোৰ :  তস্কৰ।
  • চৌকা : আখল।


 

     


  • ছবি : চিত্ৰ।
  • ছাই : ভষ্ম।
  • ছাউনী : শিবিৰ।
  • ছাল : চৰ্ম, চামৰা।
  • ছাঁ : ছায়া।
  • ছমহীয়া : ষান্মাষিক।
  • ছটফটনি : ধৰফৰণি।
  • ছাত্ৰ : বিদ্যাৰ্থী, শিষ্য।
  • ছিদ্ৰ: বিন্ধা, ফুটা।


 

জ   


  • জন্তু : পশু।
  • জড় : নীৰ্জিৱ, জীৱহীন, প্ৰাণহীন।
  • জাগতিক : লৌকিক।
  • জিৰণী : অৱসৰ, বিশ্ৰাম।
  • জিভা : ৰসনা।
  • জগৰ : দায়, দোষ।
  • জনশ্ৰুতি : কিংবদন্তি।
  • জন্ম : উৎপত্তি, জনম, অৱিৰ্ভাৱ।
  • জীৱিত : প্ৰাণযুক্ত, জীৱন্ত।
  • জুই : অগ্নি, বহ্নি।
  • জোন : জোনবাই, চন্দ্ৰ।
  • জ্ঞানী : পণ্ডিত।


 



  • ঝাৰু : বাঢ়নী।
  • ঝংকাৰ : ধ্বনি, শব্দ।
  • ঝঙ্কৃত : ধ্বনিত।
  • ঝৰনা : জুৰি।
  • ঝঞ্জা : ধুমুহা।
  • ঝুলন : দোলন।


 


  • টুকুৰা : ডোখৰ, অংশ।
  • টেঙৰ : ধূৰ্ত, চতুৰ।
  • টকা : বিত্ত।
  • টেবুল : মেজ।
  • টোপনি : নিদ্ৰা।


 ঠ


  • ঠাল : ডাল।
  • ঠাট্টা : ইতিকিং।
  • ঠিকনা : নিশ্চয়তা।
  • ঠিলা : সোপা।
  • ঠেকা : ঢোকা।
  • ঠাই : স্থান, জেগা।
  • ঠাৱৰ : নিশ্চয়, থিৰাং।
  • ঠগ : টেটোন, প্ৰতাৰক।
  • ঠঙনা : আঘাত।
  • ঠেৰুছিগা : নিঠৰুৱা।
  • ঠেহ : অভিমান।


      


  • ডাৱৰ : মেঘ।
  • ডাং : টাঙুন।
  • ডিঙা : নাও।
  • ডিঙি : গল।
  • ডেও : জাঁপ।
  • ডেকা : যুৱক।
  • ডলীয়া : নফলা।
  • ডাঙৰ : বৃহৎ।
  • ডাঠ : ঘন।
  • ডেউকা : ডৌকা, পাখি।
  • ডেওনা : প্ৰতিবন্ধক।
  • ডোল : জৰী, ৰছী।
  • ডোং : খাৱৈ।


 ঢ     


  • ঢৰীয়া : ডাঙৰ।
  • ঢল : জাক, জুম।
  • ঢং : ৰীতি, প্ৰকাৰ।
  • ঢৌ : তৰঙ্গ, লহৰ, উৰ্মি।


 ত   


  • তৰা : নক্ষত্ৰ।
  • তলুৱা : কৰতল।
  • তামোল : গুৱা।
  • তিতা : ভিজা।
  • তিনিমহীয়া : ত্ৰৈমাসিক।
  • তীক্ষ্ণ : চোকা, জোঙা।
  • তদাৰক : চোৱাচিতা।
  • তদন্ত : অন্বেষণ, অনুসন্ধান।
  • তপ্ত : গৰম, উত্তাপ।
  • তপস্বী : যোগী, ঋষি।
  • তৰংগ : ঢৌ, লহৰ।
  • তুমুল : তয়াময়া।
  • তৃষ্ণা : তৃষা , পিয়াহ।
  • তেজ : ৰক্ত, শোণিত।
  • ত্যাগ : বৰ্জন, বিসৰ্জন।


 

  • থিৰ : স্থিৰ, শান্ত।
  • থলুৱা : খিলঞ্জীয়া,  স্থানীয়।
  • থলী : ঠাই, স্ঠান।
  • থাম : স্তম্ভ, খুঁটা।


   

  • দেউতা : পিতা, বোপাই, পিতৃ ।
  • দেউলীয়া : সৰ্বহাৰা।
  • দেৱালী : দীপাৱলী, দীপান্বিতা।
  • দৈহিক : শাৰীৰিক, দেহগত।
  • দোকান  : বিপণী।
  • দেৱতা : দেৱ, ত্ৰিদশ।
  • দেশপ্ৰেমী : দেশহিতৈষী, দেশসেৱক।
  • দেশদ্ৰোহী : দেশবৈৰী।
  • দুৰাকাংক্ষা : দুৰাশা।
  • দল : সংগঠন, জাক।
  • দক্ষ : পটু, পাৰ্গত, কামিলা।
  • দক্ষিণা : বৰঙণি, দান, অৰিহণা।
  • দৰিয়া : সাগৰ, নদী।
  • দাঁত : দন্ত, দশন।
  • দিন : দিবা, দিৱস।
  • দিহা : পৰামৰ্শ, উপদেশ।
  • দুখ : বেজাৰ।
  • দুখীয়া : দৰিদ্ৰ, দীন।
  • দূৰ : নিলগ, আতৰ।
  • দুৰ্বৃত্ত : দুৰ্জন।
  • দুৰ্দশা : দুৰৱস্থা, দুৰ্গতি।
  • দুৰ্ভিক্ষ : অকাল।
  • দূৰ্লভ : আপুৰুগীয়া, দষ্পাপ্য।
  • দ্ৰুত : ক্ষিপ্ৰ।


 


  • ধন: অৰ্থ, টকা, পইচা।
  • ধনিয়া : মেমেধু।
  • ধীৰ : লেহেম।
  • ধুনীয়া : সুন্দৰ, শুৱনী।
  • ধোঁৱাখুলীয়া : অমিতব্যয়ী।
  • ধনী : চহকী, আঢ্যৱন্ত।
  • ধৰা : পৃথিৱী।
  • ধৰুৱা : ঋণী, ঋণগ্ৰস্ত।
  • ধৱল : বগা, শুক্ল।
  • ধ্বংস : বিনাশ, নাশ।


 ন   

  • নিজৰা : জুৰি, ঝৰণা।
  • নিজান : নিস্তব্ধ, নিৰিবিলি ।
  • নিমখ : লোণ, লৱণ।
  • নিৰাপদ : সুৰক্ষিত।
  • নিৰাশা : হতাশা।
  • নিৰাশ্ৰয় :  আশ্ৰয়হীন।
  • নিৰুদ্দেশ : সন্ধানহীন, নিখোজ।
  • নিৰ্ণয় : নিৰ্ধাৰণ।
  • নিৰ্দেশ : তলব, আদেশ।
  • নিশা : ৰাতি।
  • নিয়ৰ : হিম।
  • নিস্তাৰ : মুক্তি, ৰেহাই।।
  • নিঃশব্দ : নীৰৱ, নিস্তব্ধ।
  • নৈ : স্ৰোতৱতী, তৰঙ্গিনী।
  • নকল : প্ৰতিলিপী।
  • নতুন : নবীন, নৱ, অভিনৱ।
  • নাও : নৌকা, ডিঙা।
  • নাক : নাসিকা, ঘ্ৰাণেন্দ্ৰিয়।
  • নাবালক : শিশু, কিশোৰ।
  • নাৰী : মহিলা, স্ত্ৰী, তিৰোতা।
  • নিগাজী : স্থায়ী।


 প   

  • পত্নী : ঘৈণী, তিৰোতা, সহধৰ্মিণী ,গৃহিনী।
  • পতি : নাথ, স্বামী।
  • পথ : বাট, ৰাস্তা।
  • পদ : ভৰি, চৰণ।
  • প্ৰতিষ্ঠা : স্থাপন।
  • প্ৰয়াস : চেষ্টা, যন্ত।
  • প্ৰাচীন : পুৰণি, পুৰাতন।
  • প্ৰাপ্তবয়স্ক : পূৰ্ণবয়স্ক।
  • প্ৰিয় : মৰমৰ।
  • প্লাৱিত : জলমগ্ন।
  • পানী : জল, সলিল।
  • পিতৃ : পিতা, দেউতা, বোপাই, জনক।
  • পিৰীতি : প্ৰেম।
  • পিয়াহ : পিপাসা।
  • পীড়া : ব্যাধি, যন্ত্ৰণা।
  • পদুম  : কমল।
  • পণ্ডিত : জ্ঞানী, বিদ্বান।
  • পৰ্বত : গিৰি।
  • পলক : পচাৰ, নিমেষ ।
  • পহু : মৃগ।
  • পাত : পল্লৱ, পত্ৰ।
  • পুত্ৰ : সন্তান, আত্মজ।
  • পুথি : গ্ৰন্থ, কিতাপ।
  • পুৰণি : প্ৰাচীন, পুৰাতন, আগৰ।
  • পূৰ্বতে : আগতে।
  • পৃথিৱী : বসুন্ধৰা, ধৰিত্ৰী।
  • প্ৰচলন : প্ৰৱৰ্তন।


  • ফাঁই : খং, উত্তেজনা।
  • ফুল : কুসুম, পুষ্প।
  • ফটিকা : মদ, সুৰা।
  • ফণী : সাপ।
  • ফৰকাল : মুকলি।
  • ফলপ্ৰসু : ফলদায়ক।


 ব     


  • বৃত্তি : জীৱিকা।
  • বেছি : সৰহ, অধিক।
  • বেলিফুল : সুৰুযমুখী, সূৰ্যমুখী।
  • বেপাৰ : বেহা, ব্যৱসায়, বাণিজ্য।
  • বেপাৰী : বণিক, দোকাণী, সদাগৰ।
  • বৈকুন্ঠ : বিষ্ণুধাম, বিষ্ণুলোক।
  • বৈশিষ্ট্য : বিশেষত্ব, বিশিষ্টতা।
  • বুকু : হৃদয়, আমঠু।
  • ব্ৰাহ্মণ : দ্বিজ, বামুণ, বিপ্ৰ।
  • ব্যথা : দুখ, বেদনা।
  • বস্ত্ৰ : কাপোৰ, আৱৰণ, সাজ।
  • বছৰেকীয়া : বাৰ্ষিক।
  • বন : হাবি, অৰণ্য।
  • বৰফ : নীহাৰ, তুষাৰ, হিম।
  • বজাৰ : হাট, বিপণী।
  • বতাহ : বায়ু, পৱন।
  • বন্ধু : বান্ধৱ, মিত্ৰ।
  • বধ : হত্যা, হনন।
  • বৰঙনি : অৰিহনা।
  • বৰফ :  তুষাৰ।
  • বল : শক্তি, জোৰ।
  • বাঘ : বনৰজা, ব্যাঘ্ৰ।
  • বাট : পথ, ৰাস্তা।
  • বাঁহী : মুৰুলী, বংশী।
  • বিখ্যাত : জনাজাত।
  • বিটপী : বিৰিখ, গছ।
  • বিন্ধা : ফুটা, ৰন্ধ্ৰ, জনঙা।
  • বিবাদ : কলহ, দন্দ, আপদ।
  • বিধৱা : স্বামীহীনা, পতিহীনা ।
  • বিস্ময়কৰ : চমত্কাৰ, আশ্চৰ্যজনক।
  • বিস্তৃত : প্ৰসাৰিত , বিস্তাৰিত।
  • বীৰত্ব : পৰাক্ৰম,  বিক্ৰম।


   


  • ভৰি : পদ, চৰণ।
  • ভদ্ৰ : সভ্য, নম্ৰ।
  • ভনী : ভন্টী।
  • ভয় : ত্ৰাস।
  • ভয়াতুৰ : ভয়াৰ্ত।
  • ভয়ানক : ভয়াৱহ, ভয়ংকৰ।
  • ভাগ্যৱান : ভাগ্যশালী।
  • ভাত : অন্ন, আহাৰ।
  • ভিক্ষাৰী : মগনিয়াৰ।
  • ভৃত : দাস, লগুৱা।
  • ভেঁজাল : অশুদ্ধ।
  • ভোক : ক্ষুধা।


 ম   

  • মগজ : মস্তিষ্ক, মগজু।
  • মন্দিৰ : দেৱালয়।
  • মৰম : প্ৰীতি, চেনেহ, ভালপোৱা ।
  • মহাকাশ : মহাশূণ্য, অন্তৰীক্ষ।
  • মহিমা : প্ৰতাপ।
  • মণ্ডিত : অলংকৃত, বিভূষিত।
  • মনোৰম : মনোমুগ্ধকৰ, মনোমোহন ।
  • মধ্যাহ্ন : দুপৰ, দুপৰীয়া।
  • মাতৃঃ  মা , আই  , জননী , জন্মদাত্ৰী , বৌতি।
  • মাছ : মৎস্য, মীন।
  • মানুহ : মনুষ্য, লোক, মানৱ।
  • মাটি : ভূমি, মৃত্তিকা।
  • মিত্ৰ : বন্ধু, বান্ধৱ।
  • মিহি : মসৃণ, নিমজ।
  • মুখ : বদন, আনন।
  • মুগ্ধ : মোহিত।
  • মূৰ্তি : বিগ্ৰহ, প্ৰতিমা।
  • মৃগ : হৰিণ, কুৰংগ, শাৰংগ।
  • মৃত্যু : মৰণ, প্ৰলয়, অন্ত, অস্ত, তিৰোভাব, দেহত্যাগ,
  • মেঘ : ডাৱৰ, বাদল।
  • মৌ : মধু, মৌৰস, মৌজোল।


 য     


  • যত্ন : চেষ্টা।
  • যতন : সঁজুলি।
  • যন্ত্ৰণা : কষ্ট, যাতনা।
  • যম : ধৰ্মৰাজ।
  • যমজ : যঁজা।
  • যাত্ৰী : ভ্ৰমণকাৰী।
  • যান : বাহন, গাড়ী।
  • যাদু : ইন্দ্ৰজাল।
  • যুগান্ত : প্ৰলয়।
  • যুঁজ : ৰণ, যুদ্ধ।
  • যোগাযোগ : সম্পৰ্ক, সম্বন্ধ।
  • যোগী : তপস্বী।
  • যোগ্য : উপযুক্ত।
  • যোদ্ধা : যুঁজাৰো, ৰণুৱা।


 ৰ     

  • ৰঙিয়াল : আনন্দময়।
  • ৰজক : ধোবা।
  • ৰজত : ৰূপ।
  • ৰজনী : ৰাতি, নিশা।
  • ৰক্ত : তেজ, শোণিত, শক্তি।
  • ৰজা : নৃপতি, ভূপতি।
  • ৰজ্জু : জৰী।
  • ৰন্ধ্ৰ : বিন্ধা, ছিদ্ৰ।
  • ৰসনা : জিভা।
  • ৰহণ : বৰণ।
  • ৰশ্মি : পোহৰ, কিৰণ।
  • ৰ'দ : কিৰণ।
  • ৰবি : সূৰ্য্য।
  • ৰং : আনন্দ, আমোদ।
  • ৰাগি: মাদকতা, নিচা।
  • ৰাজকীয় : ৰজাঘৰীয়া।
  • ৰাণীঃ  মাদৈ, পটেশ্বৰী
  • ৰাতি : নিশা, ৰজনী।
  • ৰিক্ত : শূন্য, উদং।
  • ৰিজনি : তুলনা।
  • ৰোগ : ব্যাধি, বেমাৰ।


    

  • লাঠী : লাখুটি, টোকোন।
  • ল'ৰা : পুত্ৰ , বালক।
  • ললাট : কপাল, ভাগ্য।
  • ললিত : মনোৰম, সুন্দৰ।
  • লৱণ : নিমখ, লোণ।
  • লৱণু : মাখন।
  • লহৰ : ঢৌ, তৰঙ্গ।
  • লক্ষ্য : উদ্দেশ্য।
  • লোপ : ধ্বংস, নাশ।
  • লোভ : লালসা।
  • লৈহিত্য : লুইত, ব্ৰক্ষ্মপুত্ৰ।


 শ   

  • শক্তি : বল, সামৰ্থ্য
  • শত্ৰু : বৈৰী, শতৰু, অৰি।
  • শতাব্দ : শতিকা।
  • শপত : প্ৰতিজ্ঞা।
  • শব্দ : ধ্বনি।
  • শৱ : মৃতদেহ, মৰাশ।
  • শিল : পাষাণ, প্ৰস্তৰ, পাথৰ।
  • শিক্ষক : গুৰু, শিক্ষাদাতা।
  • শিৱ : মহাদেৱ, কৈলাসপতি, নীলকণ্ঠ।
  • শীত : চেঁচা, ঠাণ্ডা।
  • শেষ : অন্ত, অৱসান।
  • শুকুলা : শুক্ল, বগা।
  • শৃংখল : শিকলি।
  • শেষ : অন্ত, অৱসান।
  • শৈল : পৰ্বত, পাহাৰ।
  • শোকাকুল : শোকাতুৰ, শোকাৰ্ত।
  • শোণিত : ৰক্ত, তেজ।
  • শৌৰ্য : বীৰত্ব, শক্তি।


 ষ

  • ষড়ানন: কাৰ্ত্তিক।
  • ষণ্ড : ষাড়, ঋষভ।
  • ষন্মাস : ছমাহ।
  • ষান্মাসিক : ছমহীয়া।


 স   


  • সখা : মিত্ৰ, সুহৃদ, বান্ধৱ।
  • সচেতন : সজাগ, চেতনাযুক্ত।
  • সচেষ্ট : যত্নপৰ।
  • সঞ্চাৰ : গমন, চলন।
  • সমীৰ : বতাহ, বায়ু, পৱন।
  • সৰস্বতী : বাগদেৱী, বাগীস্বৰী, দ্বিসন।
  • সাপ : সৰ্প, ফণী, অহি।
  • সঞ্চাৰ : তলা।
  • সংকট : বিপদ, সমস্যা।
  • সংগ্ৰাম : যুদ্ধ, সমৰ।
  • সাউদ : বেপাৰী, সদাগৰ।
  • সাগৰ : সমুদ্ৰ।
  • সামৰণি : অন্ত।
  • সুচল : সুবিধা। উজু, সহজ।
  • সূৰ্য : ৰবি, বেলি।


   

  • হৰিষ :  আনন্দ।
  • হাট : বজাৰ।
  • হাত : হস্ত, পাণি।
  • হাতী : হস্তী,গজ।
  • হাবি : অৰণ্য, অটবী।
  • হিয়া : হৃদয়।
  • হিংসা : অসূয়া, ঈৰ্ষা।
  • হৃদয়: বুকু, অন্তৰ।
  • হেমাহি : গাফিলতি, হেলা।
  • হোজা : সৰল,
  • হ্ৰদ : সৰোবৰ, সৰসী।
  • হ্ৰাস : ক্ষয়, অলপ।


 ক্ষ

  • ক্ষণ : ক্ষন্তেক।
  • ক্ষতি : হানি, অনিষ্ট।
  • ক্ষমতা : সামৰ্থ্য, প্ৰতিপত্তি।
  • ক্ষতি : হানি, অনিষ্ট।
  • ক্ষিপ্ৰ : দ্ৰুত, তীব্ৰ।
  • ক্ষুধা : ভোক, বুভুক্ষা।
  • ক্ষুব্ধ : বিতুষ্ট, অসন্তুষ্ট।
  • ক্ষেত্ৰ : স্থান।


HSLC পৰীক্ষাৰ সমাৰ্থক শব্দ 


HSLC - ২০১৩ 

  • নিৰানন্দ:আনন্দহীন
  • কৃতজ্ঞ:ধন্য
  • ব্যাথা:বিষ, দুখ, বেদনা
  • কৰুণ:বিষাদপূৰ্ণ, বিমৰ্ষ
  • হৃদয়:অন্তৰ


HSLC - ২০১৪

  • আকাশ:অভ্ৰ, গগন
  • অগ্নি:জুই, বহ্নি
  • পীড়া:অসুখ, ব্যাধি
  • গছ:বৃক্ষ
  • ধৰা:পৃথিৱী, বসুন্ধৰা
  • পক্ষী:চৰাই


HSLC - ২০১৫

  • ঘৰ:গৃহ, আলয়
  • আকাশ:গগন, অভ্ৰ
  • পদুম:কমল, পংকজ
  • জুই:অগ্নি, বহ্নি
  • চকু:নয়ন, নেত্ৰ
  • নদী:নদ, নৈ


HSLC - ২০১৬

  • আচমান:আকাশ
  • বিটপী:বৃক্ষ
  • হাত:হস্ত
  • বতাহ:অনিল, পৱন
  • জুই:বহ্নি, অগ্নি
  • নিপুণ:দক্ষ, পাৰ্গত


HSLC - ২০১৭

  • আকাশ:গগন, অভ্ৰ
  • ধৱল:বগা
  • বাৰিধী:সাগৰ, সমুদ্ৰ
  • সমীৰ:বতাহ
  • পক্ষী:চৰাই
  • কামিনী:সুন্দৰী, ৰূপহী


HSLC - ২০১৮ 

  • পদুম:পংকজ, কমল
  • ঘাঁহ:বন, তৃণ


HSLC - ২০১৯

  • তৰঙ্গ:ঢৌ
  • কুসুম:ফুল, পুষ্প


HSLC - ২০২০

  • মুখ:বদন
  • স্বামী:গিৰিয়েক, পৈ 



FAQ:

ঘৰৰ সমাৰ্থক শব্দ - আবাস, আলয়, গৃহ, ভৱন, নিবাস।

সমাৰ্থক শব্দ টোপনি- নিদ্ৰা।

সমাৰ্থক শব্দ গছ- বৃক্ষ, বিটপ।

সমাৰ্থক শব্দ সাগৰ- সমুদ্ৰ।



Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Ads1

Below Post Ad

Below Post Ad