Type Here to Get Search Results !

Important Assamese Gk 2022 with PDF Download

Important Assamese Gk 2022 with PDF Download

Everyone wants a bright and secure future and the Government sector is the best option for many young graduates. Here you find the Multiple Choice (MCQ) question of the General Knowledge(GK) of Assam in the Assamese language. Read the General Knowledge of Assam questions for better preparation for competitive exams and all Assam state Exams(Like APSC Exam, Assam Police Exam, PNRD Exam, APDCL Exam, DHS Exam, DEE Exams, Junior Assistant, Forest Exam, NHM Exams, TET Exam etc). On this page, Assam General Knowledge includes art & culture Assam, Assam history. we provide you with quality Assamese questions where you can prepare for various Assam Govt competitive exams.

Important Assamese Gk with PDF Download
Assamese Gk


IMPORTANT ASSAMESE GK FOR ASSAM COMPETITIVE EXAM


1.প্ৰশ্ন :- সাহিত্য অকাডেমি পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া পুথি-

উত্তৰ : বনফুল


2. প্ৰশ্ন :-  সীমান্ত সুৰক্ষা বাহিনী BSF কেতিয়া গঠন হৈছিল?

উত্তৰ :1965 চনত


3.প্ৰশ্ন :-কাৰ্বি জনগোষ্ঠী ৰ কোনটো প্ৰধান উৎসৱ মৃতকৰ আত্মাৰ শান্তি কামনা কৰি পতা হয়?

উত্তৰ : চমাংকান


4.প্ৰশ্ন :-মামনি ৰয়ছম গোস্বামীয়ে জ্ঞানপীঠ বঁটা লাভ কৰিছিল-

উত্তৰ :2000 চনত


5.প্ৰশ্ন :-ৰঘুদেৱ কাৰ পুতেক আছিল?

উত্তৰ :চিলাৰায়


6.প্ৰশ্ন :- কোনটো ধুমকেতু 76 বছৰৰ মূৰে মূৰে দেখা যায়?

উত্তৰ : হেলীৰ ধুমকেতু


7.প্ৰশ্ন :-হেম সৰস্বতীয়ে কোনজন কমতা ৰাজ্যৰ ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল?

উত্তৰ : দুৰ্লভ নাৰায়ণ


8. প্ৰশ্ন :- "দৰঙী ৰাজ বংশাৱলী" কোনে লিখিছিল?

উত্তৰ : সূৰ্যখৰী দৈবজ্ঞ


9. প্ৰশ্ন :-তলৰ‌ কোনজন ভাষা আন্দোলনৰ স্বহীদ ?

উত্তৰ : ৰঞ্জীত বৰপূজাৰী


10.প্ৰশ্ন :- হস্তী মহোৎসৱ (Elephant Festival) কোনখন ৰাষ্ট্ৰীয় উদ্যানৰ লগত জড়িত-

উত্তৰ : কাজিৰঙা


11.প্ৰশ্ন :- কোনখন ঠাইক "Scotland of Assam" বুলি কোৱা হয়-

উত্তৰ : হাফলং


12.প্ৰশ্ন :- "কৃষক মুক্তি সংগ্ৰাম সমিতি" গঠন কৰা হয়-

উত্তৰ : 2005 চনত


13.প্ৰশ্ন :-প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীণ চিনেমা খনৰ নাম কি

উত্তৰ : ভাইটী


14.প্ৰশ্ন :-অশোকৰ জীয়েক কোন হয়?

উত্তৰ : সংঘামিত্ৰা


15.প্ৰশ্ন :-সীমান্ত গান্ধী কোন?

উত্তৰ : খান অব্দুল গফৰ খান


16.প্ৰশ্ন :-ভাৰতৰ নেপোলিয়ন বুলি কাক কোৱা হয়?

উত্তৰ : সমুদ্ৰ গুপ্ত


17.প্ৰশ্ন :- ইংৰাজে কছাৰী ৰাজ্য নিজৰ অধীন কৰে-

উত্তৰ : 1832 চনত


18.প্ৰশ্ন :- 'মিৰজা নুৰোদ্দিন মহম্মদ খান চেলিম' কাৰ প্ৰকৃত নাম আছিল?

উত্তৰ : জাহাংগীৰ


19.প্ৰশ্ন :-কোনজন আহোম স্বৰ্গদেউৰ দিনত বিহুক সাংস্কৃতিক মৰ্যদা দিয়া হয়-

উত্তৰ : ৰুদ্ৰ সিংহ


20.প্ৰশ্ন :- অসমৰ ৰাজধানী শ্বিলঙৰ পৰা গুৱাহাটী (দিচপুৰ)লৈ স্থানান্তৰ কৰা হয়-

উত্তৰ : 1973


21.প্ৰশ্ন :- "আভাস কুমাৰ গাংগুলী" তলৰ কোনজন ব্যক্তিৰ প্ৰকৃত নাম?

উত্তৰ : কিশোৰ কুমাৰ


22.প্ৰশ্ন :- -ভাৰতৰ সৰ্বপ্ৰথম মহিলা মূখ্যমন্ত্ৰী -

উত্তৰ : সুচেতা কৃপালনী


23.প্ৰশ্ন :- IRDP ৰ সম্পূৰ্ণ ৰূপ হ'ল-

উত্তৰ : Integrated Rural Development programme


24.প্ৰশ্ন :-বিশ্ব ঐতিহ্য দিৱস (World Heritage Day) কোন তাৰিখে পালন কৰা হয়?

উত্তৰ : 18 এপ্ৰিল


25.প্ৰশ্ন :- এক অশ্বক্ষমতাৰ (horsepower) মান হ'ল–

উত্তৰ : 746 W


26.প্ৰশ্ন :- ভাৰতৰ পৰিকল্পনা আয়োগৰ অধ্যক্ষ কোন?

উত্তৰ : প্ৰধানমন্ত্ৰী


27.প্ৰশ্ন :- কোনজন আহোম স্বৰ্গদেউৰ দিনৰ পৰা হিন্দু শকাব্দ ব্যৱহাৰ কৰিবলৈ লোৱা হৈছিল?

উত্তৰ : চুহুংমুং


28.প্ৰশ্ন :-অসম বুৰঞ্জীত "জলম বটা" বুলি কাক কোৱা হৈছিল?

উত্তৰ : কীৰ্ত্তিচন্দ্ৰ বৰবৰুৱা


29.প্ৰশ্ন :- বদন বৰফুকনক কাৰ দ্বাৰা হত্যা কৰোৱা হৈছিল?

উত্তৰ : ৰূপসিং চুবেদাৰ


30.প্ৰশ্ন :-নৰনাৰায়ণৰ ৰাজত্ব কালৰ কোনজন পৰিব্ৰাজক আহিছিল-

উত্তৰ : ৰাল্ফ ফিটচ্


31.প্ৰশ্ন :-ভাৰতীয় সংবিধানৰ মৌলিক কৰ্তব্যসমূহ কোনটো সংশোধনীৰ দ্বাৰা অন্তৰ্ভুক্ত কৰা হয়-

উত্তৰ : 42 নং


32.প্ৰশ্ন :-"Manchester of Indus valley civilization" বুলি কোন চহৰক কোৱা হৈছিল-

উত্তৰ : লথাল


33.প্ৰশ্ন :- "সত্যমেব জয়তে" কোন উপনিষদৰ পৰা লোৱা হৈছে

উত্তৰ : মুণ্ডক উপনিষদ


34.প্ৰশ্ন :- অসমৰ বিক্ৰমাদিত্য বুলি কোনজন ৰজাক কোৱা হয়?

উত্তৰ : নৰনাৰায়ণ


35.প্ৰশ্ন :-"Gateway of Assam" বুলি কোৱা হয়-

উত্তৰ : নৰ্থব্ৰুক গেট


36.প্ৰশ্ন :- শৰাইঘাটৰ যুদ্ধ কিমান খ্ৰীষ্টাব্দত হৈছিল?

উত্তৰ : 1671


37.প্ৰশ্ন :- সৌৰজগতৰ বৃহত্তম গ্রহ কোনটো?

উত্তৰ : বৃহস্পতি


38.প্ৰশ্ন :- মৰণোত্তৰভাৱে ভাৰতৰত্ন সন্মান পোৱা প্ৰথমজন ব্যক্তি কোন আছিল?

উত্তৰ : লাল বাহাদুৰ শাস্ত্ৰী


39.প্ৰশ্ন :-  ৰণভূমিত প্রাণ হেৰুৱা দিল্লীৰ একমাত্ৰ চুলতানজন হল?

উত্তৰ : ইব্রাহীম লোডী


40.প্ৰশ্ন :- . ময়ূৰ সিংহাসন কোনে নিৰ্মাণ কৰাইছিল?

উত্তৰ : ছাহজাহান


GK Questions Answers in Assamese | অসমীয়া সাধাৰণ জ্ঞান | Assamese Gk PDF Download

(ads1)

41.প্ৰশ্ন :-  কোচৰাজ্যত প্ৰচলিত মুদ্ৰাক কি বুলি কোৱা হৈছিল?

উত্তৰ :  নাৰায়নী


42.প্ৰশ্ন :- "নামদফা ৰাষ্ট্ৰীয় উদ্যান" ক'ত অৱস্থিত?

উত্তৰ : অৰুণাচল প্ৰদেশ


43.প্ৰশ্ন :- NEFT ৰ সম্পূৰ্ণ ৰূপ হ'ল-

উত্তৰ : National Electronic Fund Transfer.


44.প্ৰশ্ন :-  "RTGS" ৰ সম্পূৰ্ণ ৰূপ হ'ল-

উত্তৰ : Real Time Gross Settlement


45.প্ৰশ্ন :- "অসম সৰ্বশিক্ষা অভিযান মিচন" প্ৰতিষ্ঠা হৈছিল-

উত্তৰ :2001 চনত


46.প্ৰশ্ন :-  কোচ ৰাজ্যৰ প্ৰথম ৰজা কোন?

উত্তৰ : বিশ্ব সিংহ


47.প্ৰশ্ন :-  কাক বধ কৰি নৰকাসুৰ ৰজা হৈছিল

উত্তৰ : ঘটকাসুৰ


48.প্ৰশ্ন :-  কোনটো সংশোধনীৰ দ্বাৰা ভোটাৰৰ বয়সৰ নিম্ন সীমা 21 ৰ পৰা 18 কৰা হয়-

উত্তৰ : 61 নং সংশোধনী


49.প্ৰশ্ন :-  ‘Red Planet’ বুলি কোনটো গ্ৰহক জনা যায়?

উত্তৰ : মঙ্গল


50.প্ৰশ্ন :- কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভূক্ত কৰা হয়-

উত্তৰ : 1985


51.প্ৰশ্ন :- আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণখনৰ নাম কি আছিল ?

উত্তৰ : ইটাখুলিৰ ৰণ


52.প্ৰশ্ন :-  অসমৰ কোনে দাণ্ডি যাত্ৰাত অংশ লৈছিল-

উত্তৰ : লীলাধৰ বৰুৱা


53.প্ৰশ্ন :- "বকুল বনৰ কবি" হ'ল-

উত্তৰ : আনন্দ চন্দ্ৰ বৰুৱা


54.প্ৰশ্ন :-"অভিৰুচি ক্ৰীড়া দিৱস" পালন‌ কৰা হয়?

উত্তৰ : 3 চেপ্তেম্বৰ


55.প্ৰশ্ন :- অসমৰ জনসংখ্যা ঘনত্ব (2011 লোকপিয়ল অনুসৰি)-

উত্তৰ : 397/km²


56.প্ৰশ্ন :- "RBI" প্ৰতিষ্ঠা কৰা হৈছিল-

উত্তৰ :1935 চনত


57.প্ৰশ্ন :-"NABARD" ৰ মূখ্য কাৰ্যালয় ক'ত?

উত্তৰ :  মুম্বাই


58.প্ৰশ্ন :- "SAARC" ৰ মূখ্য কাৰ্যালয় ক'ত?

উত্তৰ : কাঠমাণ্ডু


59.প্ৰশ্ন :- "ONGC" কেতিয়া স্থাপন হৈছিল-

উত্তৰ : 1956 চনত


60.প্ৰশ্ন :- সিন্ধু সভ্যতাৰ চহৰ লথাল (Lothal) ক'ত অৱস্থিত?

উত্তৰ : গুজৰাট


61.প্ৰশ্ন :-  সত্যাগ্রহ শব্দটোৰ অৰ্থ হৈছে?

উত্তৰ : সত্য আৰু অহিংসা


62.প্ৰশ্ন :- ‘দিল্লী চলো’ শ্লোগানটো কাৰ?

উত্তৰ : সুভাষ চন্দ্ৰ বসু


63.প্ৰশ্ন :-  তলৰ কোনবিধৰ বাবে তাজমহলৰ প্রতি ভাবুকি আহি পৰিছে ?

উত্তৰ : ছালফাৰ ডাই অক্সাইড


64.প্ৰশ্ন :-   ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাপক কোন ?

উত্তৰ :  ৰাজা ৰামমোহন ৰয়।


65.প্ৰশ্ন :-  "আগষ্ট বিপ্লৱ" কাক বুলি কোৱা হয়?

উত্তৰ : ভাৰত ত্যাগ আন্দোলন


66.প্ৰশ্ন :- গেটৱে অৱ ইণ্ডিয়া-

উত্তৰ : মুম্বাই


67.প্ৰশ্ন :-  ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি?

উত্তৰ : আৰ্যভট্ট


68.প্ৰশ্ন :-  পৰাধীন ভাৰতৰ অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল?

উত্তৰ : ছাৰ চৈয়দ মহম্মদ ছাদুল্লা


69.প্ৰশ্ন :-  পাটলিপুত্ৰ কোন ঠাইৰ পুৰণি নাম-

উত্তৰ : পাটনা


70.প্ৰশ্ন :-  "ক্ৰিকেট মাই ষ্টাইল" নামৰ গ্ৰন্থখন কোনজন ভাৰতীয় ক্ৰিকেটাৰৰ ৰচনা?

উত্তৰ : কপিল দেৱ।


71.প্ৰশ্ন :-   ‘আইন –ই –আকবৰী’ গ্ৰন্থ কোনে ৰচনা কৰিছিল?

উত্তৰ : আবুল ফজল


72.প্ৰশ্ন :-  পাণিপথৰ প্ৰথম যুদ্ধ-

উত্তৰ : 1526 চনত


73.প্ৰশ্ন :-   ভাৰতত কিমানখন উচ্চ ন্যায়লয় আছে?

উত্তৰ : 25


74.প্ৰশ্ন :-ভূপেন হাজৰিকা সেতুৰ দৈঘ্য-

উত্তৰ : 9.15 km


75.প্ৰশ্ন :- ভাস্কৰ বৰ্মন কাৰ সমসাময়িক (Contemporary) আছিল?

উত্তৰ : হৰ্ষবৰ্দ্ধন


76.প্ৰশ্ন :- "India lives in its villages" কোনে কৈছিল?

উত্তৰ : মহাত্মা গান্ধী


77.প্ৰশ্ন :- "বাথৌ পূজা" কোন জনগোষ্ঠীৰ?

উত্তৰ : বড়ো


78.প্ৰশ্ন :-বাইবেল অসমীয়ালৈ অনুবাদ কৰিছিল-

উত্তৰ : আত্মাৰাম শৰ্মাই


79.প্ৰশ্ন :-   বাংলাদেশত ব্ৰহ্মপুত্ৰ নদীৰ নাম হৈছে-

উত্তৰ : যমুনা


80.প্ৰশ্ন :-  সতী সাধনী কোন ৰাজ্য/বংশৰ আছিল?

উত্তৰ : চুতীয়া ৰাজ্যৰ


GK Questions Answers in Assamese | অসমীয়া সাধাৰণ জ্ঞান | Assamese Gk PDF Download


81.প্ৰশ্ন :-প্রথম 'ভাৰতৰত্ন' বিজয়ী মহিলা গৰাকী কোন আছিল?

উত্তৰ : ইন্দিৰা গান্ধী


82.প্ৰশ্ন :-  অসমৰ চাহ নিলাম কেন্দ্ৰ ক'ত অৱস্থিত-……

উত্তৰ : গুৱাহাটী


83.প্ৰশ্ন :- উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যানখন হ'ল-

উত্তৰ : নামদফা ৰাষ্ট্ৰীয় উদ্যান


84.প্ৰশ্ন :- ভ্ৰাম্যমাণ থিয়েটাৰ ৰ জনক কোন?

উত্তৰ : অচ্যুত লহকৰ


85.প্ৰশ্ন :-  প্ৰথম অসমীয়া ছপা উপন্যাস-

উত্তৰ : লাহৰী


86.প্ৰশ্ন :- "Evening star" বুলি কোনটো গ্ৰহক কোৱা হয়-

উত্তৰ : শুক্ৰ


87.প্ৰশ্ন :- প্রথম ভাৰতীয় মহিলা IPS বিষয়া গৰাকী কোন আছিল?

উত্তৰ : কিৰণ বেদী


88.প্ৰশ্ন :- মহাভৈৰৱ মন্দিৰ কোনে সজাইছিল?

উত্তৰ : বাণ ৰজা


89.প্ৰশ্ন :-অসমৰ আটাইতকৈ সৰু জিলাখন হ'ল- (২০১১ লোকপিয়ল অনুসৰি)

উত্তৰ : দক্ষিণ শালমাৰা- মানকাচাৰ


90.প্ৰশ্ন :-মুলাগাভৰু কাৰ পত্নী আছিল?

উত্তৰ : ফ্ৰাচেংমুং বৰগোহাঁ‌ই


91.প্ৰশ্ন :-"মোৰ সোঁৱৰণী" তলৰ কোনজন সাহিত্যিকৰ আত্মজীৱনী হয়?

উত্তৰ : পদ্মনাথ গোহাঞিবৰুৱা


92.প্ৰশ্ন :-"Indica" গ্ৰন্হৰ লেখক কোন?

উত্তৰ : মেগাস্হেনিচ্


93.প্ৰশ্ন :-'ৰাষ্ট্ৰীয় চলচিত্ৰ' বঁটা পোৱা প্ৰথম চলচিত্ৰখন আছিল?

উত্তৰ : B. শ্যামচী আই


94.প্ৰশ্ন :- গুৱাহাটী উচ্চ ন্যায়ালয় কিমান চনত স্থাপন কৰা হৈছিল?

উত্তৰ : 1948


95.প্ৰশ্ন :-UNESCO ৰ মুখ্য কাৰ্যালয় ক’ত?

উত্তৰ :  পেৰিছ


96.প্ৰশ্ন :- পঞ্জাৱ কেশৰী কোন?

উত্তৰ : লালা লাজপত ৰায়


97.প্ৰশ্ন :- "United Nations Day"" কেতিয়া পালন কৰা হয়?

উত্তৰ : 24 Oct


98.প্ৰশ্ন :-ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?

উত্তৰ : বাঙ্গালোৰত


99.প্ৰশ্ন :-  ‘ভাৰতৰত্ন’ লাভ কৰা প্ৰথম গৰাকী ব্যক্তি কোন?

উত্তৰ :  চি. ৰাজাগোপালচাৰী।


100.প্ৰশ্ন :- ভাৰতৰ কোনখন ৰাজ্যৰ ৰাজধানী ‘ডেৰাডুন’?

উত্তৰ : উত্তৰাখণ্ড


101.প্ৰশ্ন :-ভাৰতৰ কোন খন নদীক ‘বংগৰ দুখ’ বুলি জনা যায়?

উত্তৰ : দামোদৰ নদী।


102.প্ৰশ্ন :-কোনটো গ্ৰহক পৃথিৱীৰ ‘যমজ’ বোলে?

উত্তৰ : শুক্ৰ।


103.প্ৰশ্ন :-কোন খন ৰাজ্যৰ সৈতে ‘কথক’ নৃত্য জড়িত?

উত্তৰ : কেৰেলা


104.প্ৰশ্ন :-অসমীয়া সাহিত্যত ‘ভাঙনি কোঁৱৰ’ নামে কোন জনজাত ?

উত্তৰ :  আনন্দ চন্দ্ৰ আগৰৱালা


105.প্ৰশ্ন :- প্ৰথম অসমীয়া গদ্য লেখক কোন ?

উত্তৰ : ভট্টদেৱ


Also Read-

বিজ্ঞানৰ সাধাৰণ জ্ঞান প্ৰশ্ন উত্তৰ - All Competitive Exam

গুৰুত্বপূৰ্ণ অসমীয়া ভাষা আৰু সাহিত্যৰ লগত জড়িত কেইটামান প্ৰশ্নৰ উত্তৰ

50 Computer Expected one liner Gk for Assam All Government Exam


Important Assamese Gk 2022 with PDF Download- Here

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.