Type Here to Get Search Results !

গণিতৰ কুইজ | Math quiz in Assamese

গণিতৰ কুইজ | Math quiz in Assamese

Math quiz in Assamese
গণিতৰ কুইজ


1. প্ৰশ্ন : .৯৯৯ ৰ ঠাইত ১ লিখিলে কিমান ভুল হ’ব? 

উত্তৰ : .০০১। 


2.প্ৰশ্ন : দুটা ভগ্নাংশৰ বিয়োগফল ২½। সৰুটো ½ হ’লে ডাঙৰটো কিমান? 

উত্তৰ : ৩। 

(ads1)

3.প্ৰশ্ন : .০৮ টকাত কিমান পইচা? 

উত্তৰ : ৮ পইচা। 


4.প্ৰশ্ন : সমকোণী ত্ৰিভূজ কাক বোলে? 

উত্তৰ : কোনো ত্ৰিভূজৰ দুটা কোণৰ সমষ্টি তৃতীয় কোণৰ সমান হ’লে তাক সমকোণী ত্ৰিভূজ বোলে।


5.প্ৰশ্ন : এখন চাইকেলৰ গতিবেগ ১৮ কিলোমিটাৰ প্ৰতি ঘণ্টাত হ’লে প্ৰতি ছেকেণ্ডত তাৰ গতিবেগ কিমান হ’ব? 

উত্তৰ : ৫ মিটাৰ। 


6.প্ৰশ্ন : .০৮ টকাত কিমান পইচা?

উত্তৰ : ৮ পইচা।


7.প্ৰশ্ন : সমকোণী ত্ৰিভূজ কাক বোলে?

উত্তৰ : কোনো ত্ৰিভূজৰ দুটা কোণৰ সমষ্টি তৃতীয় কোণৰ সমান হ’লে তাক সমকোণী ত্ৰিভূজ বোলে।


8.প্ৰশ্ন : এখন চাইকেলৰ গতিবেগ ১৮ কিলোমিটাৰ প্ৰতি ঘণ্টাত হ’লে প্ৰতি ছেকেণ্ডত তাৰ গতিবেগ কিমান হ’ব?

উত্তৰ : ৫ মিটাৰ।


9.প্ৰশ্ন : দুটা সমান্তৰাল সৰলৰেখাই পৰস্পৰক কমপক্ষে কেইটা বিন্দুত ছেদ কৰিব পাৰি?

উত্তৰ : এটা বিন্দুত নোৱাৰে।


10.প্ৰশ্ন : এডাল বাঁহ .৪ ভাগ পানীত, .৫ ভাগ বোকাত আৰু ৭ মিটাৰ পানীৰ ওপৰত আছে বাঁহটো কিমান দীঘল?

উত্তৰ : ৭০ মিটাৰ।


11.প্ৰশ্ন : X =৯৯৯ আৰু Y = ১০০০ হ’লে, x2 - y2 ৰ মান কিমান হ’ব?

উত্তৰ : ১৯৯৯।


12.প্ৰশ্ন : এটা বৰ্গক্ষেত্ৰৰ ক্ষেত্ৰফল ১৯৬ বৰ্গ মিটাৰ হ’লে, বৰ্গক্ষেত্ৰটোৰ প্ৰত্যেক বাহুৰ দৈৰ্ঘ্য কিমান?

উত্তৰ : ১৪ মিটাৰ।


13.প্ৰশ্ন : চাৰিটা অঙ্কৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাৰ পৰা তিনিটা অঙ্কৰে লিখিব পৰা বৃহত্তম সংখ্যাটো বিয়োগ কৰিলে কি হ’ব?

উত্তৰ : ১ বাকী থাকিব।


14.প্ৰশ্ন : ৯৪৩ সংখ্যাটো মৌলিক নে যৌগিক

উত্তৰ : মৌলিক।


15.প্ৰশ্ন : কোনো এটা বস্তু পাচঁশ টকাত কিনি এহেজাৰ টকাত বেচিলে কিমান শতাংশ লাভ বা লোকচান হ’ব?

উত্তৰ : এশ শতাংশ (১০০%) লাভ হ’ব।


16.প্ৰশ্ন : কোনো সংখ্যাক শূণ্যৰে পূৰণ কৰিলে তাৰ উত্তৰ কি হ’ব? 

উত্তৰ : শূণ্য। 


17.প্ৰশ্ন : .০০৯ X .০০৯ ÷ .০০৯ ৰ মান কিমান? 

উত্তৰ : .০০৯। 


18.প্ৰশ্ন: ১ মিটাৰ সমান কিমান কিলোমিটাৰ? 

উত্তৰ : .০০১ কিলোমিটাৰ। 


19.প্ৰশ্ন : কোনো বৃত্তৰ ব্যাসৰ শেষ বিন্দুয়ে পৰিধিত যি কোণৰ সৃষ্টি কৰে তাৰ মান কিমান? 

উত্তৰ : ৯০০। 


20.প্ৰশ্ন :তোমাৰ হাতত যিমান টকা আছিল তাৰে ২/৫ শতাংশ খৰচ কৰাৰ পিছত যদি তোমাৰ হাতত ৩ টকা থাকে, তেন্তে তোমাৰ হাতত মুঠতে কিমান টকা আছিল? 

উত্তৰ : ৫ টকা। 


21.প্ৰশ্ন : চাৰিটা অঙ্কৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটোৰ পৰা তিনিটা সংখ্যাৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো বিয়োগ কৰিলে বিয়োগফল কিমান হ’ব? 

উত্তৰ : ৯৯৯৯ – ৯৯৯ = ৯০০০। 


22.প্ৰশ্ন : ১ ৰ পৰা ১০০ লৈ লি খোঁতে ১ সংখ্যাটো কেইবাৰ ব্যৱহাৰ হ’ব? 

উত্তৰ : ২০ বাৰ। 


23.প্ৰশ্ন : দুটা সমান্তৰাল সৰলৰেখাই পৰস্পৰক কমপক্ষে কেইটা বিন্দুত ছেদ কৰিব পাৰি? 

উত্তৰ : এটা বিন্দুত নোৱাৰে। 


24.প্ৰশ্ন : এডাল বাঁহ .৪ ভাগ পানীত, .৫ ভাগ বোকাত আৰু ৭ মিটাৰ পানীৰ ওপৰত আছে বাঁহটো কিমান দীঘল? 

উত্তৰ : ৭০ মিটাৰ।


25.প্ৰশ্ন : X =৯৯৯ আৰু Y = ১০০০ হ’লে, x2 - y2 ৰ মান কিমান হ’ব? 

উত্তৰ : ১৯৯৯। 


গণিতৰ কুইজ | Math quiz in Assamese | Assamese Math quiz


26.প্ৰশ্ন : এটা বৰ্গক্ষেত্ৰৰ ক্ষেত্ৰফল ১৯৬ বৰ্গ মিটাৰ হ’লে, বৰ্গক্ষেত্ৰটোৰ প্ৰত্যেক বাহুৰ দৈৰ্ঘ্য কিমান? 

উত্তৰ : ১৪ মিটাৰ।


27.প্ৰশ্ন : চাৰিটা অঙ্কৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাৰ পৰা তিনিটা অঙ্কৰে লিখিব পৰা বৃহত্তম সংখ্যাটো বিয়োগ কৰিলে কি হ’ব? 

উত্তৰ : ১ বাকী থাকিব। 


28.প্ৰশ্ন : ৩০০ ৰে ১০০ টা কমলা কি নি ৪ টা পঁচা কমলা পেলাই দিয়াৰ পিছত বাকী থকা কমলা প্ৰতি ডজন ৫০.০০ টকা দৰত বেচিলে কিমান লাভ হ’ব? 

উত্তৰ : ১০০.০০ টকা। 


29.প্ৰশ্ন : ৫০ টা কণীৰ কিনাদাম ৪০ টা কণীৰ বেচাদামৰ সমান হ’লে এই কিনা-বেচাত শতকৰা কিমান লাভ হ’ব? 

উত্তৰ : ২৫%। 


30.প্ৰশ্ন : ১২, ১৬, আৰু ১৮ ৰ চতুৰ্থ সমানুপাতিক সংখ্যাটো কি? 

উত্তৰ : ২৪। 


31.প্ৰশ্ন : তিনিটা অঙ্কৰ কোনো সংখ্যাক ২, ৫, ৯ আৰু ১১ ৰে হৰণ কৰিলে প্ৰতিটো ক্ষেত্ৰতে ১ বাকী থাকে, সংখ্যাটো কি? 

উত্তৰ : ৯৯১। 


32.প্ৰশ্ন : বৰ্গক্ষেত্ৰৰ বাহু ১০% বঢ়াই দিলে ক্ষেত্ৰফল কিমান হ’ব? 

উত্তৰ : ২১। 


33.প্ৰশ্ন : ৯৪৩ সংখ্যাটো মৌলিক নে যৌগিক ?

উত্তৰ : মৌলিক।


34.প্ৰশ্ন : কোনো এটা বস্তু পাচঁশ টকাত কিনি এহেজাৰ টকাত বেচিলে কিমান শতাংশ লাভ বা লোকচান হ’ব? 

উত্তৰ : এশ শতাংশ (১০০%) লাভ হ’ব।


35.প্ৰশ্ন : ১০০ মিটাৰ দীঘল এটা আলিবাটৰ প্ৰতি ৫ মিটাৰৰ অন্তৰে অন্তৰে এজোপাকৈ নাৰিকল গছ ৰুবলৈ হ’লে কিমান জোপা গছ লাগিব?

উত্তৰ : ২১ জোপা। 


36.প্ৰশ্ন : দুটা সংখ্যাৰ লঃসাঃগুঃ ৮৪, গঃসাঃগুঃ ৮, তাৰে এটা সংখ্যা ১৬ হ’লে আনটো কিমান? 

উত্তৰ : ২৪। 


37.প্ৰশ্ন : ১০ জন শ্ৰমিকে এটা কাম ২০ দিনত ল্কৰে, ২০ জন শ্ৰমিকে সেই কামটো কেই দিনত কৰিব? 

উত্তৰ : ১০ দিনত। 


38.প্ৰশ্ন : ককায়েকৰ বয়স ভায়েকৰ বয়সৰ দুগুন, ককায়েকৰ বয়স ৩০ বছৰ হ’লে ভায়েকৰ বয়স কিমান হ’ব? 

উত্তৰ : ১৫ বছৰ।


39.প্ৰশ্ন : .৫৬২৫ ৰ বৰ্গমূল কিমান? 

উত্তৰ : .৭৫। 


40.প্ৰশ্ন : এজন খুচুৰা দোকানীয়ে ২০০ টকা মূল্য লিখা বস্তু এটা ১০% বাট্টাত বেচিলে বস্তুটোৰ বেচাদাম কিমান হ’ব? 

উত্তৰ : ১৮০ টকা। 


41.প্ৰশ্ন : বছৰি ১০% চক্ৰবৃদ্ধি সুতৰ হাৰে ১০০ টকা মূলধনৰ ২ বছৰৰ মূৰত সমূল চক্ৰবৃদ্ধি কিমান হ’ব? 

উত্তৰ : ১২১ টকা। 


42.প্ৰশ্ন : এটা ত্ৰিভূজৰ কোণবোৰ যথাক্ৰমে আন এটা ত্ৰিভূজৰ কোণবোৰৰ সৈতে সমান হ’লে সেই ত্ৰিভূজ দুটাক কি বোলে? 

উত্তৰ : সদৃশ ত্ৰিভূজ (সদৃশকোণী ত্ৰিভূজ)।


43.প্ৰশ্ন : .৬ টকাত কিমান পইচা? 

উত্তৰ : ৬০ পইচা। 


44.প্ৰশ্ন : Y2 - ৯y = ০ হ’লে y ৰ মান কিমান? 

উত্তৰ : ০ আৰু ৯। 


45.প্ৰশ্ন : স্বৰ্গীয় সংখ্যা বা Divine number কাক বোলে?

 উত্তৰ : ০.৬১৮। 


46.প্ৰশ্ন : এক মেট্ৰিক টনত কিমান কিলোগ্ৰাম? 

উত্তৰ : ১০০০০কিলোগ্ৰাম। 


47.প্ৰশ্ন : কোনো এটা সংখ্যা বা ৰাশিক ০ (শূণ্য) ৰে পূৰণ কৰিলে পূৰণফল কি হ’ব? 

উত্তৰ : ০ (শূণ্য)। 


48.প্ৰশ্ন : যুগ্ম অথচ মৌলিক সংখ্যাটো কি? 

উত্তৰ : ২। 


49.প্ৰশ্ন : a0 মানে কিমান? 

উত্তৰ : ১। 


50.প্ৰশ্ন : ৰহিমে এটা কম্পিউটাৰ ২০,০০০.০০ কিনি ২২,০০০.০০ টকাত বিক্ৰী কৰিলে শতকৰা কিমান লাভ হ’ব? 

উত্তৰ : ১০%। 


ALSO READ-

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.