Type Here to Get Search Results !

য়ুক্তাক্ষৰ ভাঙি এটাকৈ শব্দ সাজা | অসমীয়া যুক্তাক্ষৰ তালিকা

য়ুক্তাক্ষৰ ভাঙি এটাকৈ শব্দ সাজা | অসমীয়া  যুক্তাক্ষৰ তালিকা 

Assamese Grammar য়ুক্তাক্ষৰ ভাঙি এটাকৈ শব্দ সাজা | অসমীয়া  যুক্তাক্ষৰ তালিকা
য়ুক্তাক্ষৰ ভাঙি এটাকৈ শব্দ সাজা


Assamese Grammar

য়ুক্তাক্ষৰ ভাঙি এটাকৈ শব্দ সাজা


  • ক্ল = ক + ল = ক্লান্ত
  • ফ্ল = ফ + ল = ফ্লেগ
  • গ্ল = গ + ল = গ্লানি 
  • জ্ৰ = জ + ৰ   = বজ্ৰপাত
  • ন্ত্ৰ = ন + ত + ৰ = নিমন্ত্ৰন
  • দ্ধ = দ + ধ = যুদ্ধ 
  • শ্চ = শ + চ = নিশ্চয়
  • ঘ্ৰ = ঘ + ৰ = ব্যাঘ্ৰ
  • ন্ম = ন +  ম = সন্মান
  • ঙ্গ = ঙ  + গ = অঙ্গ
  • দ্ম = দ + ম =  পদ্ম 
  • ম্ল = ম + ল   = অম্লান
  • ন্ধ = ন + ধ   = অন্ধ 
  • ন্তু = ন + ত + উ = কিন্তু
  • ল্ল = ল + ল = পাল্লা
  • গ্ম = গ + ম = যুগ্ম
  • ষ্ণ = ষ + ব = বিষ্ণ
  • শ্ব = শ + ব  = বিশ্ব
  • ল্প = ল + প = গল্প
  • স্কৃ = স + ক + ঋ = সংস্কৃতি
  • ক্ষ্ম = ক্ষ + ম = সূক্ষ্ম 
  • ন্দ = ন + দ = সুন্দৰ
  • স্তু = স + ত + উ = বস্তু
  • ল্প  = ল + প = শিল্প
  • স্থ = স + থ = স্থায়ী 
  • ম্ম = ম + ম = ম্মক্কা 
  • ত্ৰ = ত + ৰ = সুত্ৰ
  • ঞ্জ  = ঞ + জ = আঞ্জা
  • ধ্ব = ধ + ৱ = ধ্বনি
  • ল্গ = ল + গ = বল্গা 
  • ণ্ঢ= ণ + ঢ =   সণ্ঢালন
  • ষ্প =ষ + প = বাষ্প
  • ত্ম্য় = ত + ম + য় = মাহাত্ম্য
  • শ্ন = শ + ন = প্ৰশ্ন
  • ষ্প্ৰ = ষ + প + ৰ = নিষ্প্ৰান
  • ত্ম = ত +ম =  আত্মা
  • ষ্ক্ৰ = ষ + ক + ৰ  = নিষ্ক্ৰিয়
  • চ্ছ = চ + ছ = তুচ্ছ 
  • ন্ত্ৰ = ন + ত + ৰ = মন্ত্ৰ
  • ক্ষ্ম = ক্ষ + ম = ব্ৰক্ষ্মা 
  • শ্ন = শ + ন = প্ৰশ্ন
  • শ্ছ = শ +ছ = শিৰোশ্ছো
  • ন্ত = ন + ত = সীমান্ত
  • ব্জ = ব +জ = অব্জ
  • ষ্ঠ = ষ + ঠ = নিষ্ঠা 
  • জ্ঞ = জ + ঞ = জ্ঞান 
  • ক্ট = ক + ট = ডক্টৰ 
  • দ্ৰু = দ + ৰ + উ = দ্ৰুত
  • ন্ন = ন + ন = অন্ন 
  • ষ্ঠ = ষ + ঠ = অনুষ্ঠান



অসমীয়া  যুক্তাক্ষৰ তালিকা 


  • ত্ম = আত্মা , পৰমাত্মা , মহাত্মা
  • ক্ল = ক্লান্ত , ক্লেশ , শুক্লপক্ষ ।
  • ষ্ণ = কৃষ্ণ , উষ্ণতা , উষ্ণ ।
  • ন্ধ = বন্ধু , অন্ধ , বন্ধ । 
  • হৃ = হৃদয় , হৃীদপীন্দ 
  • প্ৰ = প্ৰিয়া, প্ৰাৰ্থনা। 
  • গ্ল = গ্লানি ,  গ্লোব , গ্লুকোজ  ।
  • ন্ম = জন্ম , জনমাষ্টমী , জন্মান্তৰ ।
  • গ্ম = অযুগ্ম , যুগ্ম । 
  • ল্ম = গুল্ম , কল্মৌ , বাল্মীকী ।
  • জ্ৰ = বজ্ৰ , বজ্ৰপাত , বজ্ৰলেপ ।
  • হ্ম= ব্ৰহ্মা, ব্ৰহ্মপুত্ৰ।
  • দ্ম = পদ্ম , পদ্মাৱতী ।
  • ফ্ল =  ফ্লেগ , ফ্লাক্স ।
  • ল্ল = দিল্লী , পাল্লা , উল্লাস ।
  • শ্ল = শ্লোক , শ্লেমা । 
  • ব্ল = ব্লেড , ব্লাউজ , ব্লেকবোৰ্ড ।
  • হ্ল = প্ৰহ্লাদ , আহ্লাদ ।
  • ন্ত্ৰ = মন্ত্ৰ , যন্ত্ৰ ।
  • শ্ন = প্ৰশ্ন , প্ৰশ্নকাকত , প্ৰশ্নোউত্তৰ ।
  • চ্ছ = উচ্ছেদ , বিচ্ছেদ , শিৰোচ্ছেদ ।
  • ন্ত = শান্ত , সীমান্ত , অন্তৰীক্ষ ।

FAQ:যুক্তাক্ষৰ ভাঙি সাজা:

"ক্র" যুক্তাক্ষৰ কেনেকৈ ভাঙিব?

  • ক + ৰ = ক্র

"ট্ৰ" যুক্তাক্ষৰ কেনেকৈ ভাঙিব?

  • ট + ৰ = ট্ৰ

"গ্ন" যুক্তাক্ষৰ কেনেকৈ ভাঙিব?

  • গ + ন = গ্ন

"স্ক" যুক্তাক্ষৰ কেনেকৈ ভাঙিব?

  • স + ক = স্ক

"প্ল" যুক্তাক্ষৰ কেনেকৈ ভাঙিব?

  • প + ল = প্ল

"শ্ৰ" যুক্তাক্ষৰ কেনেকৈ ভাঙিব?

  • শ + ৰ = শ্ৰ

"গ্ল" যুক্তাক্ষৰ কেনেকৈ ভাঙিব?

  • গ + ল = গ্ল

"ভ্ৰ" যুক্তাক্ষৰ কেনেকৈ ভাঙিব?

  • ভ + ৰ = ভ্ৰ

"স্ম" যুক্তাক্ষৰ কেনেকৈ ভাঙিব?

  • স + ম = স্ম

"ষ্ঠ" যুক্তাক্ষৰ কেনেকৈ ভাঙিব?

  • ষ + ঠ = ষ্ঠ

"ম্প" যুক্তাক্ষৰ কেনেকৈ ভাঙিব?

  • ম + প = ম্প

"স্ত" যুক্তাক্ষৰ কেনেকৈ ভাঙিব?

  • স + ত = স্ত

"ভ্ল" যুক্তাক্ষৰ কেনেকৈ ভাঙিব?

  • ভ + ল = ভ্ল

"ক্ল" যুক্তাক্ষৰ কেনেকৈ ভাঙিব?

  • ক + ল = ক্ল

"ন্থ" যুক্তাক্ষৰ কেনেকৈ ভাঙিব?

  • ন + থ = ন্থ

"ষ্ট" যুক্তাক্ষৰ কেনেকৈ ভাঙিব?

  • ষ + ট = ষ্ট

"শ্ল" যুক্তাক্ষৰ কেনেকৈ ভাঙিব?

  • শ + ল = শ্ল

"স্ন" যুক্তাক্ষৰ কেনেকৈ ভাঙিব?

  • স + ন = স্ন

"ত্ব" যুক্তাক্ষৰ কেনেকৈ ভাঙিব?

  • ত + ব = ত্ব

"ষ্ট্র" যুক্তাক্ষৰ কেনেকৈ ভাঙিব?

  • ষ + ট + ৰ = ষ্ট্র

"দ্র" যুক্তাক্ষৰ কেনেকৈ ভাঙিব?

  • দ + ৰ = দ্র

"ত্র" যুক্তাক্ষৰ কেনেকৈ ভাঙিব?

  • ত + ৰ = ত্র

"ব্ধ" যুক্তাক্ষৰ কেনেকৈ ভাঙিব?

  • ব + ধ = ব্ধ

"শ্চ" যুক্তাক্ষৰ কেনেকৈ ভাঙিব?

  • শ + চ = শ্চ

"ণ্ড" যুক্তাক্ষৰ কেনেকৈ ভাঙিব?

  • ণ + ড = ণ্ড

"স্ক্র" যুক্তাক্ষৰ কেনেকৈ ভাঙিব?

  • স + ক + ৰ = স্ক্র

"দ্ব" যুক্তাক্ষৰ কেনেকৈ ভাঙিব?

  • দ + ব = দ্ব

"দ্ম" যুক্তাক্ষৰ কেনেকৈ ভাঙিব?

  • দ + ম = দ্ম

"স্থ" যুক্তাক্ষৰ কেনেকৈ ভাঙিব?

  • স + থ = স্থ

"গ্ধ" যুক্তাক্ষৰ কেনেকৈ ভাঙিব?

  • গ + ধ = গ্ধ

"জ্ব" যুক্তাক্ষৰ কেনেকৈ ভাঙিব?

  • জ + ব = জ্ব

"ক্ষ" যুক্তাক্ষৰ কেনেকৈ ভাঙিব?

  • ক + ষ = ক্ষ

"গ্ন" যুক্তাক্ষৰ কেনেকৈ ভাঙিব?

  • গ + ন = গ্ন

"চ্ছ" যুক্তাক্ষৰ কেনেকৈ ভাঙিব?

  • চ + ছ = চ্ছ

"ন্ম" যুক্তাক্ষৰ কেনেকৈ ভাঙিব?

  • ন + ম = ন্ম

"প্ত" যুক্তাক্ষৰ কেনেকৈ ভাঙিব?

  • প + ত = প্ত

"ষ্ট" যুক্তাক্ষৰ কেনেকৈ ভাঙিব?

  • ষ + ট = ষ্ট

"হ্ন" যুক্তাক্ষৰ কেনেকৈ ভাঙিব?

  • হ + ন = হ্ন

"ফ্ল" যুক্তাক্ষৰ কেনেকৈ ভাঙিব?

  • ফ + ল = ফ্ল

"ষ্ণ" যুক্তাক্ষৰ কেনেকৈ ভাঙিব?

  • ষ + ণ = ষ্ণ


Assamese juktakkhor pdf - DOWNLOAD

লগতে পঢ়ক:-

1. অসমীয়া জতুৱা ঠাঁচ | JATUA THAS IN ASSAMESE

2.এটা শব্দত প্ৰকাশ কৰা | Ata Hobdot Prokakh Kora

3.বিশেষ্য বিশেষণৰ পৰিৱৰ্তন | বিশেষণৰ পৰা বিশেষ্য় | পদ পৰিবৰ্তন কৰা

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.