অসমীয়া অভিধান ল আখৰৰ তালিকা
- লাট - পাটসূতাৰ জোঁঠা ।
- লাৰু - পিঠাগুৰি গুৰ আদিৰে কৰা ঘূৰণীয়া খাদ্য ।
- লাথি - মাৰ - পীত কৰিৱলৈ ব্যৱহাৰ কৰা জঁদুলি
- লাহী - স্বাস্থ্যহীন ।
- লাঞ্ছিত - লাজ কৰা ।
- লুঙি - পূৰুষসকলে পিন্ধা এবিধ বস্ত্ৰ ।
- লাহৰী - মৰমতে কৰা সম্বোধন ।
- লুতুৰা - লুভীয়া ।
- লিপিত - এঠাৰ দৰে লাগি ধৰা ।
- লুণীয়া - লোণৰ সোৱাদযুক্ত ।
- লাহতী - লাহ - বিলাসপ্ৰিয় তিৰোতা ।
- লেকেটা - সহজতে েৰি নোযোৱা ।
- লাঠী - চুটি দণ্ড ।
- লঘোন - একো নোখোৱাকৈ থকা ।
- লক্ষ্য - নজৰ ।
- লজ্জান্বিত - যি লাজ পাই ।
- লঘিষ্ঠ - একেবাৰে সৰু ।
- লাৱন্য - দেখিৱলৈ দেখিৱলৈ শুৱনি ।
- লেখনি - লিখা ।
- লটপটীয়া - দুষ্ট স্বভাৱৰ ।
- লুচি - তেলত ভজা ৰুটি ।
- লৱনু - মাখন ।
- লেঙেৰা - খুৰা ।
- লেছেৰি - এবিদ পাচলী ।
- লুঠুমা - একো নথকা ।
- লুটপাত - ব্যাপকৰূপে কৰা লুট ।
- লগুণ - ব্ৰাক্ষ্মণ আদি লোকে ঘাগৰিগতীয়াকৈ পিন্ধা ৰছি ।
- লটাৰি - ভাগ্য পৰীক্ষাৰ খেল ।
- লহৰী - লহৰ ।
- লহকাৰী - লহৰৰ - সম্বন্ধীয় ।
- লক্ষ্মীকান্ত - চহকী লোক ।
- লভ্যাংশ - লাবৰ অংস ।
- লাও - এবিধ পাচলী ।
- লাগতিয়াল - প্ৰয়োজন হোৱা ।
- লাঞ্চনা - তিৰস্কাৰ ।
- লঘু - পাতল ।
- লঘুকৰণ - গুৰুত্ব নিদীয়া ।
- লয়-ক্ষয়- লয় পা ।
- লোৱাৰ কাপ- লোৰ কাপ ।
- লয়-খয় – লোপ আৰু ক্ষয় ।
- লোকাৰণ্য – মানুহৰে ভৰপূৰ।
- লুইত - বহ্মপুত্ৰ।
- লুথুৰি পিথা - পানীত সিজোৱা পিথা।
- লুভীয়া - লোকৰ বস্তুলৈ বহুত হেপাহ যগা।
- লুকা - ঢাকি ল।
- লুপ লুপা - বহুত খাই থকা।
- লুটি - কাষ।
Please do not enter any spam link in the comment box