অসমীয়া শব্দ অৰ্থ | অসমীয়া অভিধান ন আখৰ
- নত - বেকা হোৱা।
- নকুল - চতুৰ্থ পাণ্ডব।
- নগা মতা দি - মিছা কোৱা।
- নজৰানা - উপহাৰ দিয়া।
- নৰক - মৃত্যুৰ পাছত শাস্তি দিয়া ঠাই।
- নৰিয়া - বেমাৰ হৈ থকা জন।
- নৰবলি - দেৱতাৰ ওচৰত বলি দিয়া মানুহ।
- নিলাক্ষী – ঈষত নীলা চকুযুক্তি (স্ত্ৰী।
- ন্যুন – নিচেই কম।
- নূন্যতম – তেনেই তাকৰ।
- নিতত্ব – মানৱগোষ্ঠী-সম্পৰ্কীয় বিজ্ঞান।
- নৃত্য-পটীয়সী – নৃত্য বিদ্যাত পাৰদৰ্শী নাৰী।
- নৃশংস – হিংস্ৰতাৰে পৰিপূৰ্ণ।
- নেওগ – উপাধি-বিশেষ।
- নেউচা – উপেক্ষা।
- নেওঁঠ – কপাহৰ পৰা গুটি গুচা।
- নেওতা – গণনাৰ আৰ্য্যা সম্বলিত পুথি।
- নেছা – সূতা ৰ সৰু মুঠি।
- নেচেল – ফল লাভ বা সিদ্ধি ৰ আশা নথকা।
- নেঠা – নেওঠনী।
- নেপালী – নেপাল-সম্পৰ্কীয়।
- নেৱালি – নৱমল্লিকা ফুল।
- নেহৰু – এটা উপাধি।
- নৈসৰ্গিক – নিসৰ্গ-সম্বন্ধীয়।
- নৈ:শব্দ – সাৰি-শব্দ নথকা অৱস্থা।
- নতকী - নাচনী, নচত পাৰ্গত।
- নৰিয়া - বেমাৰ, ৰোগ।
- নিচান- পতাকা, ধ্বজ, সংকেত।
- নিমন্ত্ৰণ- কোনো কামৰ বাবে মতা কায।
- নেওচি - অতিক্ৰম কৰি, পাৰহৈ, পাচ পেলাই।
- নেৰা-নেপেৰা - একেৰাহে, একে লেথাৰিয়ে চলি থকা।
- নীহাৰিকা – আকাশত দেখা থুপি তৰা।
- নিয়তি – ভাগ্য।
- নিয়মানুৱৰ্তিতা – নিয়ম অনুসৰি চলা।
- নিয়ৰ – হিম ।
- নীতিশ – নীতিৰ ৰক্ষাকৰ্তা।
- নিৰেন – “নীৰেন্দ্ৰ” শব্দৰ সংক্ষিপ্ত ৰূপ।
- নোৱৰা – কোনো কামৰ বাবে অপাৰগ।
- নিগাজি- চিৰস্হায়ী, চিৰন্তন, পৰণি।
- নিদোষিতা- দোষশূন্য অৱস্হা।
- নিৰুদ্দিষ্ট- নিখোজ, যাৰ কোনো খোজ- খবৰ পোৱা নাই তেনে, সন্ধানহীন।
- ন-খোৱা - নতুন ধানৰ চাওলেৰে খোৱা ভাট।
- নিৱাৰণ - গুচোৱা কায।
- নিশ্চিন্ত - চিন্তাশূন্য, ভাৱনা নথকা।
- নিঃশেষ- সমূলি শেষ।
- নিঃস্বাথ - স্বাথ নথকা।
- নিঘাৰ্ত- বজ্ৰপাত , অব্য়থ, অমোঘ, নিশ্চিত ।
- নিৰানন্দ- আনন্দ শূন্য় , বিমঘ , মন মৰা ।
- নৰানেপেৰা - একে লেথাৰিয়ে চলি থকা , কেতিয়াও নেৰা ।
- নৈপূণ্য় - পাৰ্গতালি ।
- নিমিষতে - চকুৰ পচাৰতে ।
- নৰন্তৰে-বিচ্ছদ নোহোৱাকৈ।
- নিৰন্তৰে-বিচ্ছদ নোহোৱাকৈ।
- নদন-বদন - চাৰিওফালে ভৰি থকা।
Please do not enter any spam link in the comment box