Type Here to Get Search Results !

অসমীয়া অভিধান শ তালিকা

অসমীয়া অভিধান শ তালিকা


শান্তিয়নী -  শান্তি কৰা পানী ।

শিল্পকম -  চাৰুকম, চিত্ৰ,প্ৰতিমা আদি।

শুদ্ধাশুদ্ধি -  শুচি আৰু অশুচি ,শুদ্ধতা(নিৰুপণ।

শূলবিদ্ধ -  থিয়কৈ পোটা জোঙা বাঁহ বা কাঠত বহুওৱা।

শৃংখলমুক্ত -   শিকলি খুলি দিয়া।

শৈলী -  ধৰণ, নিজস্ব পদ্ধতি।

শান্তিয়নী -  শান্তি কৰা পানী ।

শিল্পকম - চাৰুকম, চিত্ৰ,প্ৰতিমা আদি।

শুদ্ধাশুদ্ধি - শুচি আৰু অশুচি ,শুদ্ধতা(নিৰুপণ।

শূলবিদ্ধ -  থিয়কৈ পোটা জোঙা বাঁহ বা কাঠত বহুওৱা।

শৈলী -  ধৰণ, নিজস্ব পদ্ধতি।

শিক্ষয়ত্ৰী - যি মহিলাৰ পৰা শিক্ষা প্ৰাপ্ত কৰা হয় ।

শাহ - টান গুটিৰ ভিতৰত থকা কোমল ভাগ ।

শিবিৰ - বাহিৰাকৈ স্থান পাতি থকা ।

শিৰশ্ছেদ - মূৰ কটা কাৰ্য ।

শশীপ্ৰভা - পোহৰ ।

 শিপিনী - তাংত বোৱা মহিলাসকল ।

শুৰ - হাতীৰ দীঘল নাক ।

শেঙুন - নাকৰ পৰা ওলোৱা এবিধ ঘৃণাযুক্ত পদাৰ্থ ।

শিৰোনাম - কোনো বিষয়ৰ নাম ।

শান - অস্ত্ৰত ধাৰ দিয়া শীল ।

শুক্ৰেশ্বৰ - শিৱৰ আন এটা নাম ।

শানীত - চোকা ।

শেৱালী - মহিলাৰ এক বিশেষ নাম , এবিধ ৰাতি ফুলা বগা ৰঙৰ ফুল ।

শাৰীৰিক - শৰীৰ সম্পৰ্কীয় ।

শিলঘঁৰীয়া - এবিধ মাছ ।

শালিকী - এবিধ বিশেষ চৰাই ।

শেয - আৰম্ভনিৰ বীপৰীত , অন্ত ।

শোকোতা - তিতা - মৰাৰ শুকান পাত ।

শহাকণীয়া - সৰু শব্দ হলেই শুনা ।

শাঁও - পায়শানাৰ লগত ওলোৱা েবিধ বিজল পদাৰ্থ ।

শাওন - অসমীয়া এটা মাহ ।

শাঁবৰণ - বগা আৰু কলাৰ মাজত বৰণ ।

শিৱাজী - এগৰাকী প্ৰসিদ্ধ মাৰাঠী বীৰ ।

শিঙী - মূৰত বিষযুক্ত কাইট থকা এবিধ মাছ ।

শৈল - পৰ্বত ।

শলসা - দুৱাৰৰ ডাং ।

শিশু সাহিত্যিক - সাহিত্য চৰ্চা কৰা শিশু ।

শৱাধাৰ - কফিন ।

শামুকভঙা - এবিধ ডাঙৰ চৰাই ।

শূৰ্পনসা - ৰাৱনৰ কনিষ্ঠ বগ্নী ।

শুৱনি - দেখিৱলৈ ধুনীয়া ।

শুভাশিস - মংগল কামনা কৰি লোৱা বাণী ।

শূলপাণি - শিৱৰ আন এটা নাম ।

শেনচোৱা - এটা উপাধি ।

শৃংখল - শিকলি  ।

শৃংখলাবৃদ্ধ - পৰিপাটি কৰি থোৱা ।

শতৰান - ক্ৰিকেটৰ এটা ইনিংছত এজন বেটছমেনে গোটোৱা এশ ৰানৰ স্ক'ৰ ।

শৰীৰ - দেহ ।

শ'লমাৰি - গাভৰু ছোৱালীৰ শুটাত লগুৱা খুঁটি ।

শত্ৰু - বৈৰী ।

শইকীয়া - এটা বিশেষ উপাধি ।

শনাহী - কুফালগা ।

শলখ - এবিধ ওখ - ডাঙৰ সুকাঠী গছ ।

শৰত - এটা ৃতুৰ নাম ।

শগুন - এবিধ মাংসহাৰী বনৰীয়া চৰাই ।

শয্যাশায়ী - ৰোগত ভূগি বিছনাত পৰি থকা ৰোগী ।

শ'লঠেক -এঠাৰ দৰে লাগি থকা নিচিনা সংকেট ।

শম্ভু - ভগৱান শিৱৰ এটা নাম ।

শৰতকাল - শৰত ঋতু ।

শকত - পুষ্ট ।

শনি - সপ্তাহৰ এটা বাৰৰ নাাম , সৌৰজগতৰ অএটা গ্ৰহৰ নাম ।

শত্ৰুঘ্ন - অযোধ্যাৰ ৰজা দশৰথৰ কনিষ্ঠ পুত্ৰ ।

শুকটি - শুকান মাছৰ গুড়ি ।

শংখচুড় - এটা ধাৰ্মিক অসুৰ ।

শ্ৰাৱ্য় - শুনিবলগীয়া ।

শ্ৰেয়স- দুটা বা সীমিতৰ ভিতিৰত তুলনামূলক ভাৱে ভাল ।

শিৰ – মূৰ।

শৃংখলাবদ্ধ - পৰিপাটি ।

শিয়ঁৰি – অস্বাভাৱিকবোধৰ পৰা গাৰ নোম থিয় হোৱা  অৱস্থা।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.