অসমীয়া অভিধান প আখৰ তালিকা
অসমীয়া অভিধান প |
- পুকীয়া – যিটো পোকে খাইছে।
- পূজনীয় – পূঁজিবৰ যোগ্য।
- পূজা – আৰাধনা।
- পূজাৰী – পূজা ৰ কাম-কাজ সম্পাদন কৰা লোক।
- পূজিত – যাক পূজা কৰা হয়।
- পুঞ্জীভূত – থুপ খাই থকা।
- পুঠি – এবিধ সৰু মাছ।
- পুনৰ – দুনাই।
- পুণ্ডৰীক – বগা পদুম।
- পূতনা – পূৰানোল্লেখিত এজন ৰাক্ষসী।
- পুতলী – চকুৰ মণি।
- পুত্ৰৱৎ - পুত্ৰতুল্য।
- পুনৰভিনয় – পুনৰ ক
- পুনৰুক্তি – কোৱা কথাৰ পুনৰাবৃত্তি।
- পুনৰুজ্জীৱিত – পুনৰ প্ৰাণ পাই উঠা।
- পুনৰুদ্ধাৰ – পুনৰ উদ্ধাৰ কৰা কাৰ্য্য।
- পুৰঠ – পৈনত হোৱা; পৰিপক্ক অৱস্থা পোৱা।
- পূৰণ – গুণ কৰা কাৰ্য্য; পূৰ্ণ কৰা কাৰ্য্য।
- পুৰস্কাৰ – বঁটা।
- পূৰাপূৰি – অলপো কম নোহোৱা।
- পূৰিয়া – ৰাগিয়াল বস্তুৰ বড়ি।
- পূৰ্ণানন্দ – সকলো সময়তে আনন্দত থকা।
- পূৰ্ণাহুতি – যজ্ঞ পূৰ্ণ কৰা আহুতি।
- পূৰ্ণিমা – শুক্লপক্ষৰ শেষৰ দিনটো।
- পূৰ্বাহ্ন – পুৱাবেলা।
- পুষ্পক ৰথ – কুবেৰৰ ৰথ।
- পুষ্পাঞ্জলি – ফুলৰ অঞ্জলি।
- পুস্কৰ – তীৰ্থ-বিশেষ; পুহকৰ; পানী; মেঘ।
- পুষ্প – ফুল।
- পুঁজি – খেৰ আদিৰ দম;মূলধন।
- পুঞ্জ – থূপ; (দ্বীপপুঞ্জ।
- পূণ্য – সুকৰ্ম; সুকৰ্মৰ ফল।
- পূৰৱী – ভাৰতীয় সংগীতৰ ৰাগিনী-বিশেষ।
- পুৰাতত্ব – ঐতিহাসিক তথ্য-সম্বন্ধীয় অধ্যয়ন।
- পুৰাতন – পুৰণিককলীয়া; প্ৰাচীন।
- পূব – সূৰ্য্য উদয় হোৱা দিশটো।
- পৃথিৱী – ভুৱন।
- পেচা – জীৱন নিৰ্বাহৰ উপায়;বৃত্তি।
- পেচদাৰী – পেচাসুলভ (দৃষ্টিভংগী।
- পেটকুলি – কপট স্বভাৱৰ।
- পেট্ৰলিয়াম – খনিজাত তৰল দ্ৰব্য।
- পেটুলা – পেটাল; যাৰ পেট ডাঙৰ; তেনে।
- পেঁপুৱা – পেঁপা বজাওঁতা।
- পেশী – দেহৰ আঁহযুক্ত মঙহ।
- পৈতৃক – পিতৃ-সম্পৰ্কীয়।
- পৈণত – পুৰঠ হৈ পূৰ্ণ অৱস্থা পোৱা।
- পোচাক – পিন্ধা সাজ।
- পৰিভ্ৰমী- এঠাইৰ পৰা আন এঠাইলৈ ভ্ৰমি ফুৰা ।
- পৰিৱেশ্য- পৰিৱেশ কৰিবলগীয়া।
- পৰোপকাৰ- আনৰ প্ৰতি কৰা উপকাৰ
- পযটক - ঠাই চাবলৈ ভ্ৰমণ কৰা লোক।
- পুণ্যতোয়া - পবিত্ৰ পানী থকা (নদী।
- পেৰা- চন্দুক, বাকচ।
- পোলোক পালাক- ইফালে সিফালে চঞ্চলভাৱে চোৱা (চকু
- প্ৰখৰ- বৰ চোকা,তীক্ষ্ণ।
- প্ৰচণ্ড- প্ৰবল, ভয়ানক ।
- প্ৰচলিত- পূবৰে পৰা চলি অহা।
- প্ৰতিজ্ঞাবদ্ধ- অঙ্গীকাৰযুক্ত।
- প্ৰতিফলন - প্ৰতিবিম্ব, পানী, দাপোন আদিত দেখা প্ৰতিৰূপ।
- প্ৰতিভাশালী - অনুসাধাৰণ বুদ্ধিসম্পন্ন।
- প্ৰতিভাসম্পন্ন- প্ৰতিভাশালী
- প্ৰতিশ্ৰুতি- দিম বুলি কৰা অঙ্গীকাৰ।
- প্ৰতিষ্ঠান- অনুষ্ঠান, সংস্হাপন।
- প্ৰত্যুষতে- নিচেই ৰাতিপুৱাতে।
- প্ৰবন্ধ- যত্ন। (নিবন্ধ, ৰচনা।
- প্ৰবল- বলী, পৰাক্ৰমী।
- প্ৰভাতী- পুৱা কৰা বা হোৱা ।
- প্ৰভুভক্তি- গৰাকীৰ অধিকাৰৰ প্ৰতি মান্যতা, গৰাকীৰ প্ৰতি ভক্তি।
- প্ৰযুক্তিবিদ- প্ৰয়োগ বিজ্ঞানবিদ, উতপাদন, নিমাণাদিত পাৰদশী ব্যক্তি।
- প্ৰশংসা- ভাল কায গুণৰ শলাগনি।
- প্ৰয়োগিক- ব্যাৱহাৰক।
- পোটক – প্ৰতিশোধ।
- প্ৰকোপিত - উত্তেজিত , উগ্ৰ , বৰ চোকা , বৰকৈ খঙ উঠা , প্ৰবল , প্ৰখৰ ।
- প্ৰায়োগিক- খটাবলগীয়া , ব্য়ৱহাৰ কৰিৱলগীয়া , প্ৰয়োগ কৰিবলগীয়া ।
- প্ৰৱাসী -ঘৰৰ পৰা আঁতৰত বাস কৰা মানুহ ।
- প্ৰশিক্ষণ - কোনো শিক্ষা বিষয়ক আলোচনা , বিশেষয়ক আলোচনা , বিশেষ বিষয়ত পাৰদশী কৰাৰ বাবে দিয়া শিক্ষা , হাতে কামে দিয়া শিক্ষা ।
- প্ৰেৰণ - পঠিওৱা কাৰ্য
- প্ৰত্য়াশিত- আশা কৰা , ভৰসা কৰা ।
- প্ৰতিনিয়ত- দিনৌ , সকলো দিনত ।
- প্ৰাত:স্মৰণীয় -সকলোৰে ভক্তিৰ প্ৰাত বুলি যাক পুৱাতে স্মৰণ কৰা উচিত , পুৱাঁতে মনত পেলাৱলগীয়া ।
- পটন্তৰ - কোনো কথা বুজাবলৈ দিয়া উপামা বা উদাহৰণ ।
- পণ - প্ৰতিজ্ঞা ।
- পাকৈত – দক্ষ ।
- পৰাধীন – আনৰ অধীন ।
- পদাৰ্পন – ভৰি দিয়া কাৰ্য ।
- পাৰদৰ্শিতা – ভালকৈ জনা গুণ ।
- প্ৰত্যাহবান – প্ৰতিনিমণ্ত্ৰণ ।
- পিত্ পানী – প্ৰাণীৰ অভ্যন্তৰত থকা এবিধ তিতা ৰস ।
- পচন্দ - মানে ভাল লগা, মনে মিলা, মনত লগা, মন খোৱা।
- পছোৱা - মানে পশ্চিম ফালৰ পৰা মৰা বতাহ, পশ্চিম ফালৰ পৰা পূবলৈ মৰা বতাহ।
- পগা - মানে জুলিয়া বস্তু গৰম কৰি দাথ কৰা।
- পখিলা - মানে এবিধ পতঙ্গ।
- পকীয়া - পাক খাইথকা, বেঁকা।
- পচ - গেলি যোৱা।
- পজালি - মানে শুকাবৰ বাবে তলিতে তুলি থোৱা মাহ।
- পচাৰ - মানে অলপ চকু মেলি আকৌ জপোৱা কাৰ্য।
- পচলা - খাবলৈ অনা সৰু সৰু কল পুলি।
- পকী - মানে ইটা, শিল, বালি আদিৰে নিৰ্মান কৰা ঘৰ।
- পকা - পূৰথ হৈ পৰা কোমল বা টান হোৱা।
- পছাৰ - এখন কাপোৰ, চেলেং।
- পকীয়াপকি - মানে বহুত ভাঁজ ব পাক থকা, পোন নহয়।
- পাক - মানে পাক খোৱা, বান্ধ খোৱা।
- পঘে - মানে উঘা চোৱা।
- পঘা - মানে গৰু বন্ধা জৰি।
- পচম - পচমেৰে তৈয়াৰ কৰা।
- পঞ্চ সংখ্যা - মানে পাচোটা সংখ্যা
- পকেত - মানে মানুহৰ কাপোৰত থকা এটা মোনা।
- পকতীয়া - মানে ইফালি খিফালে ঘূৰি ফূৰা।
- পক্ক - সম্পূৰ্ণ অৱস্থাত থকা।
- পঙ্গপাল - খেতিপথাৰৰ শস্য নাশকাৰী পতঙ্গৰ দল
- পঞতপ - চাৰিওফালে চাৰিকুৰা জুই আৰু তাৰ উপৰত সূৰ্য্য ইয়াৰ ভিতৰত থাকি কৰা তপস্যা।
- পঞ্চম - পাচ নম্বৰৰ জন।
- পঞ্চমৃত - একেলগে গোটাৱা গাখীৰ, দৈ, চেনি, ঘিউ।
- পচনসাৰ - জাৱৰ - জোঁথৰ পুতি থৈ কৰা পাৰ
- পদূলি - বাটৰ সমুখভাগ, মানুহ ঘৰলৈ সোমোৱা অংশ
- পলম - লেহেম, হেমাহি, বিলম্ব
- পৱন - বতাহ, বায়ু
- পৰামৰ্শ - আলোচনা, মন্ত্ৰণা, বুদ্ধি
- পৰিচ্ছন্ন - চাফা, পৰিষ্কাৰ
- পৰিমল - সুগন্ধ, অতি উত্তম ঘ্ৰাণ
- পৰিশ্ৰম - মনেৰে বা গাৰে/শৰীৰৰে কৰা যত্ন, চেষ্টা, কষ্ট
- পাঙিলে - বুদ্ধি সাজিলে
- পাৰিষদ - সভাসদ
- প্ৰিয় - চেনেহৰ, সাদৰৰ
- পীৰা - চাৰিটা চুটি খুৰা থকা কাঠৰ আসন
- পূছনীয় - মাননীয়, শ্ৰদ্ধাৰ যোগ্য, মানপোৱাৰ যোগ্য
- পোহ-পাল - প্ৰতিপালন, খাবলৈ পিন্ধিবলৈ কায
- পিতৃৱাৎ - পিতৃতুল্য।
- পিত্তশূল – পিত্তত হোৱা এবিধ ৰোগ।
- পিৰিকটি – চকুৰ পতাৰ দাঁতিৰ নোমযুক্ত অংশ।
- পিয়াঁজ – এবিধ উগ্ৰগন্ধি, জলা মল।
- পিয়ূষ – অমৃত,সুধা।
- পুংখানুপুংখ – ফাঁহ ফাঁহকৈ চোৱা।
- পূঁজ – ঘাঁ পকি ওলোৱা বগা তৰল।
Please do not enter any spam link in the comment box