Type Here to Get Search Results !

অসমীয়া অভিধান প আখৰ তালিকা

অসমীয়া অভিধান প আখৰ তালিকা

অসমীয়া অভিধান প আখৰ তালিকা
অসমীয়া অভিধান প 


  1. পুকীয়া – যিটো পোকে খাইছে।
  2. পূজনীয় – পূঁজিবৰ যোগ্য।
  3.  পূজা – আৰাধনা।
  4.  পূজাৰী – পূজা ৰ কাম-কাজ সম্পাদন কৰা লোক।
  5. পূজিত – যাক পূজা কৰা হয়।
  6.  পুঞ্জীভূত – থুপ খাই থকা।
  7.  পুঠি – এবিধ সৰু মাছ।
  8.  পুনৰ – দুনাই।
  9.  পুণ্ডৰীক – বগা পদুম।
  10. পূতনা – পূৰানোল্লেখিত এজন ৰাক্ষসী।
  11. পুতলী – চকুৰ মণি।
  12. পুত্ৰৱৎ - পুত্ৰতুল্য।
  13.  পুনৰভিনয় – পুনৰ ক
  14.  পুনৰুক্তি – কোৱা কথাৰ পুনৰাবৃত্তি।
  15. পুনৰুজ্জীৱিত – পুনৰ প্ৰাণ পাই উঠা।
  16.  পুনৰুদ্ধাৰ – পুনৰ উদ্ধাৰ কৰা কাৰ্য্য।
  17.  পুৰঠ – পৈনত হোৱা; পৰিপক্ক অৱস্থা পোৱা।
  18.  পূৰণ – গুণ কৰা কাৰ্য্য; পূৰ্ণ কৰা কাৰ্য্য।
  19.   পুৰস্কাৰ – বঁটা।
  20.  পূৰাপূৰি – অলপো কম নোহোৱা।
  21. পূৰিয়া – ৰাগিয়াল বস্তুৰ বড়ি।
  22.  পূৰ্ণানন্দ – সকলো সময়তে আনন্দত থকা।
  23.  পূৰ্ণাহুতি – যজ্ঞ পূৰ্ণ কৰা আহুতি।
  24. পূৰ্ণিমা – শুক্লপক্ষৰ শেষৰ দিনটো।
  25.  পূৰ্বাহ্ন – পুৱাবেলা।
  26.  পুষ্পক ৰথ – কুবেৰৰ ৰথ।
  27.  পুষ্পাঞ্জলি – ফুলৰ অঞ্জলি।
  28.  পুস্কৰ – তীৰ্থ-বিশেষ; পুহকৰ; পানী; মেঘ।
  29.  পুষ্প – ফুল।
  30.  পুঁজি – খেৰ আদিৰ দম;মূলধন।
  31. পুঞ্জ – থূপ; (দ্বীপপুঞ্জ।
  32.  পূণ্য – সুকৰ্ম; সুকৰ্মৰ ফল।
  33.  পূৰৱী – ভাৰতীয় সংগীতৰ ৰাগিনী-বিশেষ।
  34. পুৰাতত্ব – ঐতিহাসিক তথ্য-সম্বন্ধীয় অধ্যয়ন।
  35.  পুৰাতন – পুৰণিককলীয়া; প্ৰাচীন।
  36.  পূব – সূৰ্য্য উদয় হোৱা দিশটো।
  37.  পৃথিৱী – ভুৱন।
  38.  পেচা – জীৱন নিৰ্বাহৰ উপায়;বৃত্তি।
  39. পেচদাৰী – পেচাসুলভ (দৃষ্টিভংগী।
  40. পেটকুলি – কপট স্বভাৱৰ।
  41. পেট্ৰলিয়াম – খনিজাত তৰল দ্ৰব্য।
  42. পেটুলা – পেটাল; যাৰ পেট ডাঙৰ; তেনে।
  43. পেঁপুৱা – পেঁপা বজাওঁতা।
  44. পেশী – দেহৰ আঁহযুক্ত মঙহ।
  45.  পৈতৃক – পিতৃ-সম্পৰ্কীয়।
  46.  পৈণত – পুৰঠ হৈ পূৰ্ণ অৱস্থা পোৱা।
  47.  পোচাক – পিন্ধা সাজ।
  48.  পৰিভ্ৰমী-      এঠাইৰ পৰা আন এঠাইলৈ ভ্ৰমি ফুৰা ।
  49.  পৰিৱেশ্য-    পৰিৱেশ  কৰিবলগীয়া।
  50. পৰোপকাৰ-    আনৰ প্ৰতি কৰা উপকাৰ
  51.  পযটক -     ঠাই চাবলৈ ভ্ৰমণ কৰা লোক।
  52.  পুণ্যতোয়া -    পবিত্ৰ পানী থকা (নদী।
  53. পেৰা-        চন্দুক, বাকচ।
  54.  পোলোক পালাক-  ইফালে সিফালে চঞ্চলভাৱে চোৱা (চকু
  55.  প্ৰখৰ-        বৰ চোকা,তীক্ষ্ণ।
  56.  প্ৰচণ্ড-        প্ৰবল, ভয়ানক ।
  57.  প্ৰচলিত-      পূবৰে পৰা চলি অহা।
  58.  প্ৰতিজ্ঞাবদ্ধ-    অঙ্গীকাৰযুক্ত।
  59.  প্ৰতিফলন -    প্ৰতিবিম্ব, পানী, দাপোন আদিত দেখা প্ৰতিৰূপ।
  60. প্ৰতিভাশালী -    অনুসাধাৰণ বুদ্ধিসম্পন্ন।
  61.  প্ৰতিভাসম্পন্ন-    প্ৰতিভাশালী
  62.  প্ৰতিশ্ৰুতি-       দিম বুলি কৰা অঙ্গীকাৰ।
  63. প্ৰতিষ্ঠান-        অনুষ্ঠান, সংস্হাপন।
  64.  প্ৰত্যুষতে-       নিচেই ৰাতিপুৱাতে।
  65.  প্ৰবন্ধ-         যত্ন। (নিবন্ধ, ৰচনা।
  66.  প্ৰবল-         বলী, পৰাক্ৰমী।
  67.  প্ৰভাতী-       পুৱা কৰা বা হোৱা ।
  68.  প্ৰভুভক্তি-      গৰাকীৰ অধিকাৰৰ প্ৰতি মান্যতা, গৰাকীৰ প্ৰতি  ভক্তি।
  69. প্ৰযুক্তিবিদ-     প্ৰয়োগ বিজ্ঞানবিদ, উতপাদন, নিমাণাদিত পাৰদশী ব্যক্তি।
  70.  প্ৰশংসা-       ভাল কায গুণৰ শলাগনি।
  71.  প্ৰয়োগিক-      ব্যাৱহাৰক।
  72. পোটক – প্ৰতিশোধ।
  73.  প্ৰকোপিত - উত্তেজিত , উগ্ৰ , বৰ চোকা , বৰকৈ খঙ উঠা , প্ৰবল , প্ৰখৰ ।
  74.  প্ৰায়োগিক- খটাবলগীয়া , ব্য়ৱহাৰ কৰিৱলগীয়া , প্ৰয়োগ কৰিবলগীয়া ।
  75.  প্ৰৱাসী -ঘৰৰ পৰা আঁতৰত বাস কৰা মানুহ ।
  76. প্ৰশিক্ষণ - কোনো শিক্ষা বিষয়ক আলোচনা , বিশেষয়ক আলোচনা , বিশেষ বিষয়ত পাৰদশী কৰাৰ  বাবে দিয়া শিক্ষা , হাতে কামে দিয়া শিক্ষা ।
  77.  প্ৰেৰণ - পঠিওৱা কাৰ্য
  78.  প্ৰত্য়াশিত- আশা কৰা , ভৰসা কৰা ।
  79. প্ৰতিনিয়ত- দিনৌ , সকলো দিনত ।
  80.  প্ৰাত:স্মৰণীয় -সকলোৰে ভক্তিৰ প্ৰাত বুলি যাক পুৱাতে স্মৰণ  কৰা উচিত , পুৱাঁতে মনত পেলাৱলগীয়া ।
  81. পটন্তৰ - কোনো কথা বুজাবলৈ দিয়া উপামা বা উদাহৰণ ।
  82.  পণ - প্ৰতিজ্ঞা ।
  83.  পাকৈত – দক্ষ ।
  84.  পৰাধীন – আনৰ অধীন ।
  85.  পদাৰ্পন – ভৰি দিয়া কাৰ্য ।
  86.  পাৰদৰ্শিতা – ভালকৈ জনা গুণ ।
  87.  প্ৰত্যাহবান – প্ৰতিনিমণ্ত্ৰণ ।
  88. পিত্ পানী – প্ৰাণীৰ অভ্যন্তৰত থকা এবিধ তিতা ৰস ।
  89.  পচন্দ - মানে ভাল লগা, মনে মিলা, মনত লগা, মন খোৱা।
  90.  পছোৱা - মানে পশ্চিম ফালৰ পৰা মৰা বতাহ, পশ্চিম ফালৰ পৰা পূবলৈ মৰা বতাহ।
  91. পগা - মানে জুলিয়া বস্তু গৰম কৰি দাথ কৰা।
  92.  পখিলা - মানে এবিধ পতঙ্গ।
  93.  পকীয়া - পাক খাইথকা, বেঁকা।
  94.  পচ - গেলি যোৱা।
  95.  পজালি - মানে শুকাবৰ বাবে তলিতে তুলি থোৱা মাহ।
  96.  পচাৰ - মানে অলপ চকু মেলি আকৌ জপোৱা কাৰ্য।
  97.  পচলা - খাবলৈ অনা সৰু সৰু কল পুলি।
  98. পকী - মানে ইটা, শিল, বালি আদিৰে নিৰ্মান কৰা ঘৰ।
  99.  পকা - পূৰথ হৈ পৰা কোমল বা টান হোৱা।
  100.  পছাৰ - এখন কাপোৰ, চেলেং।
  101. পকীয়াপকি - মানে বহুত ভাঁজ ব পাক থকা, পোন নহয়।
  102.  পাক - মানে পাক খোৱা, বান্ধ খোৱা।
  103.  পঘে - মানে উঘা চোৱা। 
  104.  পঘা - মানে গৰু বন্ধা জৰি।
  105.  পচম - পচমেৰে তৈয়াৰ কৰা।
  106. পঞ্চ সংখ্যা - মানে পাচোটা সংখ্যা
  107. পকেত - মানে মানুহৰ কাপোৰত থকা এটা মোনা।
  108. পকতীয়া - মানে ইফালি খিফালে ঘূৰি ফূৰা।
  109.  পক্ক - সম্পূৰ্ণ অৱস্থাত থকা।
  110.  পঙ্গপাল - খেতিপথাৰৰ শস্য নাশকাৰী পতঙ্গৰ দল
  111. পঞতপ - চাৰিওফালে চাৰিকুৰা জুই আৰু তাৰ উপৰত সূৰ্য্য ইয়াৰ ভিতৰত থাকি কৰা তপস্যা।
  112.  পঞ্চম - পাচ নম্বৰৰ জন।
  113.  পঞ্চমৃত  - একেলগে গোটাৱা গাখীৰ, দৈ, চেনি, ঘিউ।
  114. পচনসাৰ - জাৱৰ - জোঁথৰ পুতি থৈ কৰা পাৰ
  115.  পদূলি - বাটৰ সমুখভাগ, মানুহ ঘৰলৈ সোমোৱা অংশ
  116. পলম - লেহেম, হেমাহি, বিলম্ব
  117.  পৱন - বতাহ, বায়ু
  118.  পৰামৰ্শ - আলোচনা, মন্ত্ৰণা, বুদ্ধি
  119. পৰিচ্ছন্ন - চাফা, পৰিষ্কাৰ
  120.  পৰিমল - সুগন্ধ, অতি উত্তম ঘ্ৰাণ
  121.  পৰিশ্ৰম - মনেৰে বা গাৰে/শৰীৰৰে কৰা যত্ন, চেষ্টা, কষ্ট
  122.  পাঙিলে - বুদ্ধি সাজিলে
  123. পাৰিষদ - সভাসদ
  124.  প্ৰিয় - চেনেহৰ, সাদৰৰ
  125.  পীৰা - চাৰিটা চুটি খুৰা থকা কাঠৰ আসন
  126. পূছনীয় - মাননীয়, শ্ৰদ্ধাৰ যোগ্য, মানপোৱাৰ যোগ্য
  127.  পোহ-পাল - প্ৰতিপালন, খাবলৈ পিন্ধিবলৈ কায
  128.  পিতৃৱাৎ - পিতৃতুল্য।
  129. পিত্তশূল – পিত্তত হোৱা এবিধ ৰোগ।
  130.  পিৰিকটি – চকুৰ পতাৰ দাঁতিৰ নোমযুক্ত অংশ।
  131.  পিয়াঁজ – এবিধ উগ্ৰগন্ধি, জলা মল।
  132.  পিয়ূষ – অমৃত,সুধা।
  133.  পুংখানুপুংখ – ফাঁহ ফাঁহকৈ চোৱা।
  134.  পূঁজ – ঘাঁ পকি ওলোৱা বগা তৰল।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.