অসমীয়া শব্দ অৰ্থৰ তালিকা ষ
ষট্ - বামুনে কৰিবলগিয়া ছটা কৰ্ম।
ষষ্ঠীতৎপুৰুষ সমাস - সমাস বিশেষ।
ষষ্ঠী - পঞ্চমি তিথিৰ পিছৰ তিথি টো।
ষাঁড় - ভতৰা গৰু।
ষণ্ডামৰ্ক - পহলাদৰ ক শিক্ষক।
ষাঠ - কামৰূপত জেঠৰ চাৰি দিন আৰু আঘোনৰ প্ৰথম তিনি দিনক ষাঠ বোলে।
যোল - ছয় আৰু দহ লগ লাগি হয়
যোড়শ দান - ষোল বিধ বস্তু দান দিয়া।
ষড়ঙ্গ - ছটা অঙ্গ থকা।
ষোড়শ - ষোল।
ষষ্ঠিবৰ - অসমৰ এজন কবি।
ষাঠি - তিনি কুৰি।
ষড়যন্ত্ৰ - অন্যায় কৰি মানুহৰ ভাল কৰিবলৈ কৰা কৌশল।
ষোড়শ মাতৃক - পদ্মা, জয়া।
ষঠুৱা - ষাঠ লগোতে হোৱা।
ষাঁড় - গৰৱে চেলেকা নিচিনা পাক খাই থকা চুলি।
ষ - বিজ্ঞানিসকলৰ একত্ৰিশ সংখ্যাৰ আখৰ।
ষষ্ঠ - ছয় নম্বৰৰ সংখ্যা।
Please do not enter any spam link in the comment box