Type Here to Get Search Results !

অসমীয়া শব্দ অৰ্থ তালিকা হ আখৰ

অসমীয়া শব্দ অৰ্থ তালিকা হ আখৰ


হাঁচি - নাকৰ পৰা ওলোৱা এবিধ বাযু ।

হীৰেন - পূৰুষৰ এখ বিশেষ নাম ।

হোঁহকা - পিছলা - এবাৰ আগুৱাই আকৌ পিছ কৰা কাৰ্য ।

হাঁকুটি -  দূৰৰপৰা বস্তো আজুঁৰি অনা আগ - আকোঁৰা দীঘৰ মাৰি ।

হাঁকোটা - ৰাঁচত সুতা ভৰোৱা সঁজুলি ।

হাবিয়াহ - মনৰ হেঁপাহ ।

হিচাপে - দৰে ।

হিবিজিবি - অশান্তি ।

হিলৈদাৰী - বিশেষ উপাধি ।

হিমীভৱন - হিমলৈ সলনি ।

হেনাহুঁচা - বিকৃত উচ্চাৰণৰ ।

হঠাত - ঘপকৈ ।

হাতুৰী - সঁজুলী ।

হাতুৰা - বনৰীয়া জীৱ - জন্তু ।

হ'ব - সন্মতি প্ৰকাস কৰিবলৈ কোৱা বিশেষ শব্দ ।

হৰেন - পূৰুষৰ বিশেষ নাম ।

হাউলি - বৃহত গৃহ ।

হ'বলা - কেনেবাকৈ ।

হতাশাগ্ৰস্ত - নিৰাশা হৈ ভাগৰি পৰা ।

হৰিষন্দ্ৰ - এজন দয়াবান ৰজাৰ নাম ।

হাহাকাৰ - হা - হা কৰি থাকিবলগীয়া অৱস্থা ।

হাওলাক - অগ্ৰিম সা - সম্পত্তি বা টকা - পইচা ।

হতাশাজনক - সফল হম বুলি আশা নথকা ।

হৰিষ - আনন্দত থকা ।


হাইৰান - আচৰিত হোৱা অৱস্থা ।

হাঙৰ - সাগৰত থকা ডাঙৰ হিংস্ৰ প্ৰাণী ।

হঁয়কলী - এবিধ বনৰীয়া চৰাই ।

হওক - হ'বলৈ দিয়া ।

হুজুৰ - ৰজা ।

হেংদাং - তৰোৱাল ।

হিন্দুস্তান - ভাৰতবৰ্ষ ।

হেঁকটি - শাসনলী বন্ধহৈ মুখেদী ওলোৱা শব্দ ।

হাজাৰ - দহ শ ।

হানি - লোকচান , নাশ , নষ্টকৰণ।

হামাহি- গহৰি , পলম , কাৰ্যত হেলা , হেমাহি ।


হৰণ-ভগণ- হেৰোৱা আৰু ভগা কাৰ্য ।


হাবিয়াস – অন্তৰহীন ।


হস্তগত – যিটো দখল কৰা হৈছে ।

হ্ৰস্বম্যাদী – চমু ।  

হৰিনাংক- জোন।

হৰকৰা- চিঠি বিলাই ফুৰা মানুহ।

হ'ৰ- অনল, অগ্নি।

হুঁটা - কৰ্কশ ।

হেপা - মেকুৰীৰ নিচিনৱা এবিধ বনৰীয়া প্ৰাণী ।

হাফুলু - উয়ে সজা মাটিৰ বাহ ।

হেঁচা  - চাপ ।

হাঁচতি - সৰু ঠেক কাপোৰ ।

হোৱাংহো - চীন দেশৰ এখন নদীৰ নাম ।

হেতা - ওপৰা - ওপৰা - ওপৰি ।

হেঁকেৰা - বেকা ।

হোঁকোৰা - যি হোঁকৰে ।

হুঁচ - সতৰ্ক হৈ থকা অৱস্থা ।

হিচাপ - গণনা ।


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.