Type Here to Get Search Results !

অসমীয়া শব্দ অৰ্থ ক্ষ | অসমীয়া অভিধান

অসমীয়া শব্দ অৰ্থ ক্ষ | অসমীয়া অভিধান


ক্ষাত্ৰতেজ - ক্ষতিৰিয়ৰ লাহস বা বীৰত্বক্ষত আগাত পোৱা।
 ক্ষয় - লাহে লাহে কমি জোৱা।
 ক্ষীণ - লেৰেলী চেপেতা হৈ যোৱা।
 ক্ষীয়মান - যাৰ ক্ষয় হৈছে।
ক্ষান্ত - সহিষ্ণু।
 ক্ষুদ্ৰ - বহুত সৰু।
 ক্ষমা - মাফ কৰা।
ক্ষিপ্ৰ - বেগেৰে ।
 ক্ষুণ্ণ - সুখী নোহোৱা ।
ক্ষমতাৱান - ক্ষমতাৰ অধিকাৰী ।
 ক্ষুব্ধ - ৰুষ্ট ।
 ক্ষিতীশ - ক্ষত্ৰিয় ।
ক্ষীণ - স্বাস্থ্যহীন ।
 ক্ষীয়মাণ - ক্ষয়িষ্ণু ।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.