অসমীয়া শব্দ অৰ্থ য
শব্দ অৰ্থ য |
- যম ডাকিনি - এবিধ চৰাই, এই চৰাইটোৱে সাধাৰণতে ই ৰাতি মাতে।
- যৱম - অতীতৰ গ্ৰীক জাতি।
- যন্ত্ৰ শাল - যি যেগাত যন্তৰ কাম কৰা হয়।
- যদুমনি - শিয়াল গলা চোৱাঁ।
- যা - গমন কৰা, গতি কৰা।
- যাকতাক - যুনি তুনি মানুহক।
- যাদুঘৰ - পৃথিৱিৰ বিভিন্ন আচৰিত বস্তু ৰখাঁ ঘৰ।
- যামীনি - নিশা।
- যত্ন - চেষ্টা কৰা, ।
- যাত্ৰা - ভ্ৰমণ, গমন, চলন
- যেনে - যেতিয়া
- যোগাৰ - যো-জা, আয়োজন, কমৰ, উদ্যোগ, কয, নিৰ্বাহৰ উপায়
- যপৰোনাস্তি- যথাসাধ্য,অতিশয়,অত্যন্ত।
- যথাবিধি- নিদিষ্ট নিয়ম অনুসৰি ।
- যাহাকু - যিজনক
- যুগান্তকাৰী - এটা যুগৰ অন্ত কৰোঁতা ।
- চযৱনিকা – শেষ ।
- যতৰ - অসমত সূতা কাতিবলৈ ভ্যৱহাৰ কৰা এবিধ যন্ত।
- হাতী মাৰিবলৈ ব্যৱহাৰ কৰা এবিধ যতন।
- যতক - বিয়াৰ দিনাখন খন্যাৰ পিছে ফিছে আলধৰি ফুৰা কন্যা।
Please do not enter any spam link in the comment box