অসমীয়া শব্দ অৰ্থ তালিকা দ আখৰ
অসমীয়া শব্দ দ আখৰ |
Blog Posts by Letter
Vowels
Consonants
- দলি মাৰ - বস্তু এটা কাবাৰ গালৈ মাৰি দিয়া কাৰ্য।
- দশাৱতাৰ - বিষ্ণুৱে পৃথিবীত ধৰা দহতা ৰূপ।
- দশমূল - ঔষধত হিচাপে ব্যৱহাৰ হোৱা দহ জোপ গছৰ শিপা।
- দলিচা - এখন নোমাল আখন।
- দশ পিণ্ড - মৰাৰ পিছত দহ দিনলৈ মৃত্যু হোৱা জনক সদায় দিয়া পিণ্ড।
- দহিকতৰা - এজাতিৰ সৰু চৰাই।
- দঁতনী - দাঁত ঘহা গছৰ থানী।
- দক্ষিণ মেৰু - পৃথিৱীৰ দক্ষিণ ফালে থকা মুৰ।
- দাণ্ডা - ডাঙৰ লাঠি।
- দুঃসাহসী - মৰ-সাহী, যি সাহৰ পৰা বিপদ হয় তেনে সাহ কৰোঁতা ।
- দৃঢতা - লৰ-চৰ নকৰা অৱস্হা।
- দৃঢসংকল্প - দৃঢভাৱে কৰা প্ৰতিজ্ঞা।
- দ্বাৰপাল - দুৱাৰ-ৰক্ষক, দুৱৰী।
- দম্ভী - দম্ভালি প্ৰদৰ্শন কৰা লোক ।
- দৰব - ঔষধ ।
- দধিচী - এজন অসূৰক হত্যা কৰিবলৈ নিজৰ ৰাজহাড় দান কৰা এজন দয়াৱান ঋষি ।
- দম্পতী - বৈবাহিক সম্পৰ্কৰে বান্ধ খাই থকা দুজন পূৰুষ - নাৰী ।
- দৰ্জী - চিলাই কৰা মানুহ ।
- দাপোন - অভিসপ্তা ।
- দীনবন্ধু - দৰিদ্ৰক সহায় কৰা লোক ।
- দহি - চাদৰ ।
- দাড়ি - পূৰুষৰ গাল ।
- দণ্ডনীয় - শাস্তিৰ যোগ্য ।
- দৰদী - আনৰ পতি দয়া ।
- দিগিন্দ্ৰ - দিশসমূহৰ গৰাকী ।
- দীপালী - পোহৰৰ উতসৱ ।
- দশন - য়োৱা কাৰ্য ।
- দিগদাৰ - অশান্তি ।
- দৰিদ্ৰ - দখীয়া ।
- দম - একে ঠাইতে ওখকৈ গোটাই থোৱা বস্তু
- দৰিয়া - সাগৰ, নদী
- দুৰ্ঘটনা - আকস্মিক ভাবে ঘটা অপঘটনা।
- দুৰ্লভ - আপুৰুগীয়া।
- দৃষ্টিভংগী - বিচাৰ-বিশ্লেষণৰ ধৰণ।
- দৃষ্টিপাত - দৃষ্টি নিপেক্ষ।
- দেউলীয়া - ঋণ সুজিবলৈ অসমৰ্থ হোৱা অৱস্থা।
- দেখনিয়াৰ - শুৱনি।
- দেখুওৱা - যিটো দেখুৱাইছে।
- দেৱেন - দেৱৰাজ ইন্দ্ৰ ।
- দয়াপৰৱশ - কৃপাযুক্ত, দয়াযুক্ত।
- দৰিদ্ৰতা - দৰিদ্ৰ অৱস্থা ।
- দন্দুৰা - কাজিয়া কৰি ভালপোৱা লোক ।
- দহিকতৰা - এবিধ বগা চৰাি ।
- দক্ষিণায়ন - সূৰ্যই বিষূৱৰেখাৰ দিমলৈ কৰা গতি ।
- দশাৱতাৰ - বিষ্ণুৰ দহতা অৱতাৰ ।
- দস্তাবেজ - ডলিল ।
- দুলি থকা - দুধোৰ - মুধোৰ অৱস্থা ।
- দুৰ্গা - মহিষাসুৰক হত্যা কৰা এগৰাকী দেবী ।
- দুৰাকাংক্ষা - অনুচিত কামনা ।
- দুৰ্বিসহ - যিটো সহ্য কৰিব নোৱাৰি ।
- দুচিন্তা - বেয়া চিন্তা ।
- দুৰৱস্থা - বেয়া অৱস্থা ।
- দুৰ্নাম - অপযশ ।
- দূণৰি - খৰাহিৰ দৰে এবিধ সঁজুলি ।
- দূৰীকৰণ - দূৰলৈ আতৰোঁৱা কাৰ্য ।
- দূবৰি - বিশেষ - তৃণ ।
- দূৰবীণ - দূৰৰ বস্তু নিৰীক্ষণ কৰা যন্ত্ৰ ।
- দূৰ্ভাৱনা - উদ্বেগ ।
- দুষ্টালি - দুষ্ট আচৰণ ।
- দীপিকা - বিশেষ মহিলাৰ নাম , জোনাক ।
- দিৱস - দিন ।
- দূত - সংবাদ পঠিওৱা লোক ।
- দুভেৰ্দ্য - য'ত ভ্ৰমণ কৰাতো কঠিন ।
- দুৰূহ - যাক বুজাতো টান ।
- দূৰ্বা - তৃণ ।
- দিলীপ - বিশেষ পূৰুষৰ নাম ।
- দুশ্চৰিত্ৰ - গৰিত্ৰহীন লোক ।
- দুনিয়া - পৃথিৱী ।
- দোমাহী - মাহটোৰ শেষৰ দিন ।
- দিবাৰাত্ৰ - দিন - ৰাতি ।
- দীৰ্ঘ - দীঘল ।
- দীপ্তি - পোহৰ ।
- দীঘলী - দীঘল গঢ়ৰ ।
- দীৰ্ঘজীৱী - দীৰ্ঘদীন জীৱাই থকা ।
- দুষ্কৰ - সহজে সাধন কৰিব নোৱাৰা ।
- দুৰ্লংঘ্য - অলংঘনীয় ।
- দুষ্কৃতি - সমাজৰ চকুত বেয়া লোক ।
- দৈৱাং- অকস্মাং ,কপালৰ ফেৰত , দুবিপাকত ।
- দণ্ডিত – দণ্ডৰ ভয়ত ।
- দুঃসাহসিক- মৰ সাহসী ।
- দীৰ্ঘসূত্ৰী- কৰিম কৰিম বুলি পাছলৈ পেলাই থোৱা ।
- দীৰ্ঘম্যাদী – বহুদিন- ব্যাপী ।
Please do not enter any spam link in the comment box