Type Here to Get Search Results !

অসমীয়া শব্দ অৰ্থ ধ | অসমীয়া অভিধান

অসমীয়া শব্দ অৰ্থ ধ | অসমীয়া অভিধান

অসমীয়া শব্দ অৰ্থ ধ | অসমীয়া অভিধান
অসমীয়া শব্দ অৰ্থ ধ


  1. ধাননি - ধানেৰে ভৰপূৰ পথাৰ ।
  2.  ধবংস - বিনাশ ।
  3.  ধান্দা - বেয়া মনোকামনা ।
  4.  ধাবা - পথৰ দাঁতিত থকা হোতেল ।
  5.  ধূনা - ভগৱানক আৰাধনা কৰিবলৈ ব্যৱহাৰ কৰা এবিধ ভক্তিমূলক সামগ্ৰী ।
  6.  ধাৰা - নিয়ম।
  7.  ধূমপান - ৰাগিয়াল বস্তু ।
  8. ধাৱমান - বেগেৰে খোজ কঢ়া ।
  9.  ধঁপাত - ধপলা - ধপল পাত থকা চুটি - চাপৰ এবিধ গছ আৰু তাৰ ফল ।
  10.  ধ্বংসস্বৰূপ - বিনাশ হোৱাৰ কাৰণ ।
  11. ধনৱান -  ধনী মানুহ ।
  12.  ধমনী - তেজ চলাচল কৰা নলী ।
  13.  ধুমকেতু - নেজাল - তৰা ।
  14.  ধূৰ্ত - বুধিয়ক ।
  15.  ধূলি - মাটি ।
  16. ধুৰুপ -  যিটো নিশ্টয় হয় ।
  17. ধুলীয়া - ধুলীৰ নিচিনা এবিধ গুড়ি দৰব ।
  18. ধুতী - চুৰিয়া ।
  19.  ধূসৰ - ধোঁৱা বৰণৰ ।
  20.  ধেমালি - ৰং - তামাচা ।
  21. ধুতি - ধুই শুচি কৰা ।
  22.  ধূলিসাঁত - ধূলিত মিলি যোৱা ।
  23.  ধুসৰিত - ধূলী ।
  24.  ধুৰন্ধৰ- বদমাচ ।
  25.  ধুৰুপ-সঁচা।
  26.  ধীবৰ - মাছ মাৰি থকা জন।
  27.  ধুন - ভাল কতাপোৰ অলঙ্কাৰ আদি পিন্ধি শৰিৰৰতো শোভিত কৰা।
  28. ধীৰে ধীৰে - লাহে লাহেকৈ।
  29.  ধুই - বয়স হোৱা মাইকি হাতি।
  30.  ধিয়া - তপস্যা কৰা।
  31. ধিং - বেলেগৰ উপৰত দপ্ দপনি ধৰা।
  32.  ধৰণা - কল্পনা কৰা।
  33.  ধমাদৰা - তোষামোদ কৰা।
  34.  ধুন্দুলি - লতাৰ এবিধ ফল।
  35.  ধুমুৰা - ডাঙৰ লৰা বোৰ।
  36.  গন্ধ দ্ৰব্যৰ গুড়ি লেপি সুগন্দি দিপ-শলা। 
  37.  ধূম - ধোৱা।
  38. ধূলি - মিহি মিহি মাটিৰ গুৰি।
  39.  ধুন - জোৰেৰে কোৱাই চাফা কৰা।
  40.  ধুলাই - বগা হোৱাকৈ ধোৱা।
  41. ধুনা - থৈলা কুতি উলিওৱা জাবৰ
  42.  ধুৰা - গীতৰ সুৰ
  43.  ধেনু - কাড় মাৰিবৰ বাবে জোৰ লগাই ভিৰোৱা।
  44.  ধ্বংশ - নাশ হৈ যোৱৈা।
  45.  ধেকা - ডাঙৰ ডাঙৰ পুঠি মাছ।
  46. ধ্ৰুপদ - সঙ্গীতৰ পদ্ধতি।
  47. ধৌত - ধুই চাফা কৰা।
  48. জুই লগা বস্তুৰ পৰা উলোৱা ভাপ।
  49. ধোদৰ পচলা - কামত আলাহ কৰা মানুহ।
  50. ধনেশ - এবিধ চৰাই।
  51. ধনু - যাৰ পৰা শড় এৰা হয়।
  52.  ধৰ - ধুজেগাৰ মাটিৰ মাজৰ সিমা।
  53.  ধৰিত্ৰী - পৃথবী।
  54.  ধৰি - পৰা।
  55.  ধপচালি - ওপৰত উঠুি ভৰিৰে খচি থকা কাৰ্য।
  56.  ধৰা - দা খন ধা দে।
  57.  ধাতু - সুণ, ৰূপ, লো ইত্যাদি।
  58. ধান বনাদি বান - ভয়ত বুকু ধপধপ কৰা।
  59.  ধৰ্ম্মৰক্ষা - ধৰ্ম্ম পালন কৰা।
  60.  ধাৰ - নদিৰ সোত যি ফালেদি বহুত বৈ থকে।
  61. ধাৰ্য্য - লবৰ বাবে যোগ্য।
  62.  ধাৰাসাৰ - নেৰানেপেৰাকৈ লাগি থকা।
  63.  ধূপাল - খোকান বতৰ।
  64.  ধৃতৰাষ্ট - ঘূৰ্য্যোধনৰ পিতা।
  65.  ধুমপিট - বহুত পিটা কাৰ্য।
  66.  ধেন্দ - ফল আদি ওপৰৰখিনি ফাটি ওলোৱা কোমলভাগ
  67.  ধেমনি - বিয়া নপতাকৈ চপাই লোৱা তিৰোতা।
  68. ধাৰণা শক্তি - বুদ্ধি শক্তি, বিচাৰ শক্তি।
  69.  ধৰম বিয়া - জিবনত শান্তি নোহোৱা ছোৱালিৰ বিয়া।
  70.  ধৰ্ম্ম - পূণ্য কাম।
  71. ধমকী - ভয় সোমোৱাি সাৱধান কৰা কাৰ্য।
  72.  ধন্য - ভাগ্যৱান জন।
  73.  ধৰম - 'ধৰ্ম্ম' শব্দৰ আন এটা নাম।
  74.  ধমনী - দেহৰ তেজ চলাচল কৰি থকা এডাল সিৰ।
  75.  ধম্ধম্ - বহুত জ্বলা জুইৰ শব্দ।
  76.  ধনুৱা - ধন দি কিনা কৰ্য।
  77.  ধনিয়া - এবিধ শাক।
  78. ধান - ভিতৰত চাউল  হোৱা এবিধ গুতি।
  79.  ধামখম্ - হাতীৰ কপালত থকা টেমুনা।
  80.  ধৰ্ষণ - অত্যাচাৰ কৰা।
  81. ধান্য - ধান।
  82.  ধানুকী - ধেনু লৈ থকা সেনা।
  83.  ধাই - লোকৰ ঘৰৰ সৰু লৰা-ছোৱালি ৰাখা মাইকি।
  84.  ধল-পুৱা - বহুত ৰাতিপুৱাই।
  85.  ধাকুৰ - আঘাত কৰা।
  86. ধঁতুৰা গুটি - ধতুৰা নামৰ এবিধ গছৰ গুটি
  87.  ধপ্  ধপ্ - চৰায়ে ডেউকাৰে আঘাত কৰিলে হোৱাৰ নিচিনা শব্দ, কঁপা বা ঘনকৈ লৰ্ ( বুকু, কলিজা আদি
  88.  ধাৰেৰে - একেলগে বৈ, জোৰেৰে বৈ
  89. ধিয়াই - ধ্যান কৰি, মনত ভাবি
  90.  ধাৰবাহিক-     অবিচ্ছিন্ন, ক্ৰমিক ।(অনেক খণ্ডত প্ৰচাৰিত নাটক আদি।
  91.  ধিক্কাৰ-      তিৰষ্কাৰ, নিন্দা।
  92.  ধৈয-         বিপদত স্হিৰ হৈ থকা গুণ।
  93.  ধিয়ায় - ধ্যান কৰে
  94.  ধৰ্তব্য - ধৰিবলগীয়া ।
  95. দেমাজী - এখন জিলাৰ নাম ।
  96.  ধাৰাসাৰ - একেৰাহে ।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.