অসমীয়া অভিধান ৰ
অসমীয়া অভিধান ৰ |
ৰখ - হানি বিঘিনিৰ পৰা ৰক্ষা কৰিবলৈ চাই থকা।
ৰঙা আলু - এবিধ আলু যি কেচাই খাই।
ৰজনি - ৰাতি, নিখা।
ৰজা - দেশ এখনৰ গৰাকী।
ৰুনুক জুনুক - অলঙ্কাবোৰ জোকাৰিলে হোৱা শব্দ।
ৰচঙা - ৰং চং।
ৰণ ভগণীয়া - যুদ্ধত হাৰি নিজ ঠাইৰ পৰা পলাই যোৱা।
ৰত্ন - হীৰা মুকুতা আদিৰ নিচিনা দামি বস্তু।
ৰমক জমক - কাপোৰ অলঙ্কাৰ আদিৰে বহুত ভাল দেখ।
ৰথ - এবিধ চকৰি লগোৱা আৰু ওখ ঘোৰাৰে তনা অতীতৰ বাহন।
ৰন্ধা - লোকৰ দ্বাৰাই পাক কৰা কাৰ্য।
ৰখী - ৰথত উঠি যুদ্ধ কৰা কাৰ্য।
ৰমলীয়া - বহুত কাউৰীৰ দৰে কৰা শব্দ।
ৰহন - চকচকীয়া কৰা জুলীয়া বস্তু।
ৰক্ষীয়া - পহৰা দী থকা লোক।
ৰাইফল - ডাঙৰ বন্দুক।
ৰাগিনী - ৰাগ ভাঙী কৰা গীতৰ খুৰ।
গৰখীয়া - গওঁ ৰখীয়া।
ৰাইজৰ লগত নমৰিলেও চকু মুদা - ৰাইজৰ মতৰ বিপৰীতে নোযোৱা।
ৰাঘৱ - ৰঘু ৰজাৰ ঘৰত জন্ম হোৱা ৰামচন্দ্ৰ।
ৰাজ - ৰাজ্য।
ৰাজপুত্ৰ - ৰজাৰ পুতেক।
ৰাজ্য - ৰজাই অধীকাৰ কৰা দেশ।
ৰাখন্তা - ৰক্ষা কৰোতা জন।
ৰাগ - খং কৰা, ক্ৰোধিত হোৱা।
ৰাজদণ্ড - ৰজাৰ আইন বা ৰজাৰ আদেস মতে দিয়া সাস্তি।
ৰাজকুমাৰ - ৰজাৰ পুতেক।
ৰাজন - ৰজা।
ৰাত্ৰি - নিশা, ৰাতি।
ৰাজভাষা - ৰাজ কাৰ্যত ব্যৱহাৰ হোৱা ভাষা।
ৰাতিপুৱাই - নিচেই সোনকালে।
ৰাজবন্দী - ৰাজদ্ৰোহ কৰা দোষত জে লত ভৰোৱা কাৰ্য।
ৰান্ধ - খাৱলৈ খিজোৱা বস্তু।
ৰাজমন্ত্ৰী - ৰজাক পৰামৰ্শ দিয়া মন্ত্ৰীসকল।
ৰাজতু - ভাল সাজ পাৰ পিন্ধি ভাল দেখা।
ৰাম-তাল - দুচটা ফালী ঠোৱা বাঁহ লৈ বজোৱা বাদ্য।
ৰান্ধনিক উচতাই জুল খোৱা - উচতনি দি নিজৰ স্বাৰ্থ পূৰ কৰা।
ৰাক্ষস বিবাহ - কন্যাক অপহৰণ কৰি নি বিয়া কৰোৱা।
ৰাৱ - কোনো শব্দ।
ৰাম - বিষ্ণুৰ অৱতাৰ।
ৰাৱণ - ৰামে মাৰা দহটা মূৰ থকা লঙ্কাৰ ৰাক্ষস ৰজা।
ৰাষ্ট্ৰ - ৰাজ্য
ৰাহি - সঞ্চিত হোৱা, বাকি ৰখা।
ৰামায়ণ - বাল্মীকি ঋষিয়ে ৰচনা কৰা হিন্দুৰ প্ৰসিদ্ধ ৰামৰ জন্মৰ সকলো লীলা।
ৰাস - বৃন্দাবনত কৃষ্ণই গোপি সকলৰ লগত কৰা লিলা।
ৰিভলভাৰ - এবিধ বন্দুক।
ৰূপ - বিভিন্ন আকাৰ।
ৰুপিত - ধান ৰৱা জেগা।
ৰিহা - এদাল গছ, এই গচৰ সূতাৰে জাল গূঠা হয়।
ৰিঠা মাছ - বাকলি নথকা মাছ।
ৰুক্মিণী - কৃষ্ণৰ এজনা পত্নিৰ নাম।
ৰূপৱন্ত - ভাল দেখা, শুৱনি দেখা।
ৰেহাই - মুক্তি কৰি দিয়া।
ৰেণুকা - জমদগ্নি মূনিৰ পত্নি আৰু পৰশুৰামৰ মাক।
ৰূপায়ণ - ৰূপ নথকাত ৰূপ দিয়া।
ৰৈয়াত - হাবি নথকা সমান যেগা।
ৰেখাচিত্ৰ - ৰেখাৰ সহায়ত অকা চবি।
ৰোচন - বসতু এটা উজ্জল কৰা।
ৰুকনী - নাৰিকল আদি ৰুকা যন্ত।
ৰোজা - মুচলমানসকলে কৰা উপৱাস
ৰঙচুৱা - ঈষৎ ৰঙা, ৰঙা বৰণীয়া
ৰহম - দয়া
ৰচকী - গা সাজি ধুনমাৰি ফুৰা তিৰোতা
ৰং মনেৰে - আনন্দমনে
ৰাষ্ট্ৰপতি - এক শাসন তন্ত্ৰৰ অধীনত থকা দেশভাগৰ সবোচ্চ অধিপতি
ৰখা - আনৰ দ্বাৰা ৰক্ষা কৰা বা সুৰক্ষা হোৱা।
ৰচঙ্গা - ৰং চঙীয়া ,নানা বৰণীয়া, বহুৰঙী।
ৰসাল - ৰস থকা ।(সাৰুৱা(মাটি (পঢি ভাল লগা। সাহিত্য।
ৰচুল - দেৱদূত, ঈশ্বৰ প্ৰেৰিত পুৰুষ, আল্লাৰ দূত
ৰাজ - মেধি -বৰ মেধিতকৈ ডাঙৰ সত্ৰৰ বিষয়া ।
ৰোমাঞ্চকৰ – গাৰ নোম শিয়ঁৰি উঠা ।
ৰং - আন্দ, ফুৰ্তি, ধেমালি।
ৰকম - বিভিন্ন প্ৰকাৰৰ, বিভিন্ন ধৰণৰ।
ৰঘুনাথ মহন্ত - পুৰণী অসমীয়া কবি।
ৰৌ - ডাঙৰ মাছ।
ধেনু মাৰি ফুৰা তিৰুতা।
ৰজনি পতি - চন্দ্ৰ, জোন
ৰচিত - কোনো এটা বস্তু কিনা বা লোৱাৰ সময়ত এখন প্ৰমান হিচাপে দিয়া কাগজ।
ৰতি - সক্তি নথকা।
ৰ'দালি - ৰদ দি থকা।
ৰবাব - এবিদ টেঙা।
ৰভা - কোনো উৎসৱৰ বাবে অলপ দিনৰ কাৰণে ডাঙৰকৈ সজা ঘৰ।
ৰতিপতি - কামদেৱ এজন ভগৱানষ
ৰ'দ - সূৰ্যৰ পোহৰ।
ৰয়নী - ৰজনী, ৰাতি।
ৰসনা - জিভা।
ৰস - সোৱাদ লগা।
ৰম্ভা - স্বৰ্গৰ নৰ্ত্তকী।
ৰক্ষা - কোনো কষ্টৰ পৰা উদ্ধাৰ কৰা।
ৰাউলি - পতি।
ৰঙালী - ৰঙা বৰনৰ।
Please do not enter any spam link in the comment box