Type Here to Get Search Results !

অসমীয়া অভিধান ড আখৰৰ তালিকা

 অসমীয়া অভিধান ড আখৰৰ তালিকা

অসমীয়া অভিধান ড আখৰৰ তালিকা
ড আখৰৰ তালিকা


ডোল - জৰীৰে বান্ধি থৈ দিয়া।
ড্ৰাম - পানী ৰখাি থৈ দিয়া পাত্ৰ।
ডোবোলা - বহুতো এডোলা মিলি হয় ডোবোলা।
ডোক সক - কোনো এটা বস্তু ডলাত লৈ মিহি আৰু মোটা বেলেগ বেলেগ ভাগ কৰা।
ডাণ্টে - ইতালিৰ এজন কবি।
ডালচেনি - এবিধ গছৰ ছাল।
ডাৱৰ - মেঘ।
ডাবি - খংত ভয় দেখুৱা।
ডিৰা - বেলেগৰ লগত মিহলি কৰা।
ডিমাচা - কাচাৰ জিলাৰ নিবাসি।
ডুলি - ধান ৰখা ডাঙৰ পাচি।
ডেওনা - মানুহে পাৰ হৈ যাব পৰা কিন্তু কুকুৰ মেকুৰিয়ে পাৰ হৈ যাব নোৱাৰা বেৰ।
ডেকাগিৰী - শংকৰদেৱৰ এক অধিষা।
ডুলি - ধান।
ডিগ্ৰী - মানৰ বিশেষ একক।
ডাঁহেচিয়া - পকিবলৈ ধৰা অৱস্থা।
ডাফলী - চুটি - চাপৰ আৰু শকৰত স্ত্ৰী।
ডালশলীয়া - নিগনীৰ নিচিনা এবিধ।
সৰু প্ৰাণী।
ডিচেম্বৰ - ইংৰাজী মাহৰ শেষৰ মাহ।
ডায়েব্ৰেটিছ - মিঠা বেছিকৈ খালে হোৱা এবিধ ৰোগ।
ডাইনী - জখিনী।
ডাক্তৰ - চিকিতসক।
ডঁৰিক - এবিধ বনৰীয়া চৰাই।
ডাকোৱাল - চিঠি বিলোৱা লোক।
ডাঁৰ - ডাঁৰিকী।
ড'জ - ঔষধৰ মাত্ৰা।
ডোল- জৰী।
ডেৰায়চ - পাৰশ্যৰ ৰজা।
ডোৱাৰ - নৈয়ে এৰি থৈ যোৱা পানী থকা।
 

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.