Type Here to Get Search Results !

অসমীয়া শব্দ অৰ্থ | অসমীয়া অভিধান স আখৰ

অসমীয়া শব্দ অৰ্থ | অসমীয়া অভিধান স আখৰ


সোধ - পোছ - আলহীক কৰা শুশ্ৃষা ।

স্বাচ্ছন্দ্য - বাধা প্ৰদান কৰা ।

স্ফুৰণ - পোহৰ ।

য়ম্ভু - নিজে আৰ্বিভাৱ হোৱা ।

সাক্ষৰ - যি পঢ়িব জানে ।

স্বায়ত্ত্ব - নিজৰ অধীনত থকা ।

স্থিৰীকৰণ - স্থিৰ হৈ থকা কাৰ্য ।

স্নেহাস্পদ - চেনেহৰভাজন ।

সোণোৱাল - এক বিশেষ উপাধি ।

স্বৰ্গদেও - আহোকসকলৰ ৰজাক সম্বোধৰ কৰি মতা নাম ।


 সৌজন্য - বদ্ৰলোকে কৰা ব্যৱহাৰ ।

স্বতঃস্ফূৰ্ত - নিজে নিজক প্ৰকাশ পোৱা ।

সোণ - খটোৱা - সোণযুগ কৰি শোভিত কৰা ।

স্যমন্তক - এবিধ পূৰণিকালৰ মণি ।

স্বায়ত্ত্ব - শাসিত - নিজ মানুহৰদ্বাৰা শাসন পৰিচালনা কৰা ।

সৌৰজগত - সূৰ্যকেন্দ্ৰিক গ্ৰহাদি ।

সোধন - পোছন - সুংসুত্ৰ উলিওৱা ।

স্বত্তাধিকাৰ - স্বত্তৰ অধিকাৰী লোক ।

স্বৰাজোত্তৰ - স্বাধীনতাৰ পাছৰ ।

স্তুুপীকৃত - একেলগে থৈ দিয়া ।

স্নেহাশিস - মৰম - চেনেহেৰে শুভাশিস ।

স্থগনাদেশ - স্থগিত ৰাখিবলৈ দিয়া আদেশ ।

স্বোপাৰ্জিত - নিজে ধন উপাৰ্ঝন কৰা ।

সমাধা - নিষ্পত্তি ।

সৰবৰাহ- যোগান ধৰা কাৰ্য।

সংশয় - ভয়, অঠাবৰ , আশংকা , সন্দেহ ।

সন্মুখ- আগফাল ।

সঁফুৰা – সাঁফৰ লগোৱা তামোলৰ পাত্ৰ ।

সংশয়- আশংকা ।

সাজ-গাত পিন্ধা বস্ত্ৰ বা অলংকাৰ ।

সন্মতি – মত ।

সুকন্ঠী – শুৱাল মাতৰ গৰাকী ।

সন্তৰ্পণ- সতৰ্ক।

সুপ্ত – শোৱাৰ দৰে শান্ত হৈ থকা ।

সুচনা- কোনো কথা উনুকিওৱা ।

সম্পন্ন- শেষ ।

সংস্থা – ব্যৱস্থা ।

স্বকীয় – নিজৰ ।

স্বাৱলম্বী – যি নিজৰ সহায়ত চলে ।

সেন্দুৰ - বিবাহিত মহালাসকলে স্বামী জীৱাই থকাৰ নামত শীৰত লোৱা এবিধ ৰঙচুৱা গুড়ি ।

স্কেল -সংগীতৰ এক বিশেষ মাপ ।

স্ফুৰ্তি - খুবেও আনন্দিত ।

স্ৰাৱ - সৰিত তৰল ।

স্ৰোতস্বিনী - নদী ।

স্পৰ্ধা - ধৃষ্টতা ।

সুমুৱাই - প্ৰৱেস কৰাই ।

সৌহাৰ্য - বন্ধুত্ব ।

সোণাৰী - সোণ - ৰূপ অলংকাৰ গঢ়োতা ।

সেনানিৱাস - সেনাবাহৰ ।

স্নেহবন্ধন - মৰম - স্নেহ আৰু ভালপোৱাৰ বান্ধোন ।

সত্ত্বেও - তথাপিও ।

সচ্ছল - ধন - সম্পদ থকা লোক ।

স্বত্ব - মালিক ।

স্থপতি - কোনো বস্তুৰ নিৰ্মাণ কৰা লোক ।

সোঁচৰ - এজনৰ ওচৰৰ পৰা গৈ আনএজনৰ গাত লগা ।

স্তুপ - বৌদ্ধ ধৰ্মৰ লোকসকলৰ মন্দিৰ ।

সাক্ষৰতা - শিক্ষিত লোক ।

সৰস্বতী - শিক্ষাৰ অধিষ্ঠাত্ৰী দেৱী ।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.