অসমীয়া শব্দ অৰ্থ | অসমীয়া অভিধান স আখৰ
সোধ - পোছ - আলহীক কৰা শুশ্ৃষা ।
স্বাচ্ছন্দ্য - বাধা প্ৰদান কৰা ।
স্ফুৰণ - পোহৰ ।
য়ম্ভু - নিজে আৰ্বিভাৱ হোৱা ।
সাক্ষৰ - যি পঢ়িব জানে ।
স্বায়ত্ত্ব - নিজৰ অধীনত থকা ।
স্থিৰীকৰণ - স্থিৰ হৈ থকা কাৰ্য ।
স্নেহাস্পদ - চেনেহৰভাজন ।
সোণোৱাল - এক বিশেষ উপাধি ।
স্বৰ্গদেও - আহোকসকলৰ ৰজাক সম্বোধৰ কৰি মতা নাম ।
সৌজন্য - বদ্ৰলোকে কৰা ব্যৱহাৰ ।
স্বতঃস্ফূৰ্ত - নিজে নিজক প্ৰকাশ পোৱা ।
সোণ - খটোৱা - সোণযুগ কৰি শোভিত কৰা ।
স্যমন্তক - এবিধ পূৰণিকালৰ মণি ।
স্বায়ত্ত্ব - শাসিত - নিজ মানুহৰদ্বাৰা শাসন পৰিচালনা কৰা ।
সৌৰজগত - সূৰ্যকেন্দ্ৰিক গ্ৰহাদি ।
সোধন - পোছন - সুংসুত্ৰ উলিওৱা ।
স্বত্তাধিকাৰ - স্বত্তৰ অধিকাৰী লোক ।
স্বৰাজোত্তৰ - স্বাধীনতাৰ পাছৰ ।
স্তুুপীকৃত - একেলগে থৈ দিয়া ।
স্নেহাশিস - মৰম - চেনেহেৰে শুভাশিস ।
স্থগনাদেশ - স্থগিত ৰাখিবলৈ দিয়া আদেশ ।
স্বোপাৰ্জিত - নিজে ধন উপাৰ্ঝন কৰা ।
সমাধা - নিষ্পত্তি ।
সৰবৰাহ- যোগান ধৰা কাৰ্য।
সংশয় - ভয়, অঠাবৰ , আশংকা , সন্দেহ ।
সন্মুখ- আগফাল ।
সঁফুৰা – সাঁফৰ লগোৱা তামোলৰ পাত্ৰ ।
সংশয়- আশংকা ।
সাজ-গাত পিন্ধা বস্ত্ৰ বা অলংকাৰ ।
সন্মতি – মত ।
সুকন্ঠী – শুৱাল মাতৰ গৰাকী ।
সন্তৰ্পণ- সতৰ্ক।
সুপ্ত – শোৱাৰ দৰে শান্ত হৈ থকা ।
সুচনা- কোনো কথা উনুকিওৱা ।
সম্পন্ন- শেষ ।
সংস্থা – ব্যৱস্থা ।
স্বকীয় – নিজৰ ।
স্বাৱলম্বী – যি নিজৰ সহায়ত চলে ।
সেন্দুৰ - বিবাহিত মহালাসকলে স্বামী জীৱাই থকাৰ নামত শীৰত লোৱা এবিধ ৰঙচুৱা গুড়ি ।
স্কেল -সংগীতৰ এক বিশেষ মাপ ।
স্ফুৰ্তি - খুবেও আনন্দিত ।
স্ৰাৱ - সৰিত তৰল ।
স্ৰোতস্বিনী - নদী ।
স্পৰ্ধা - ধৃষ্টতা ।
সুমুৱাই - প্ৰৱেস কৰাই ।
সৌহাৰ্য - বন্ধুত্ব ।
সোণাৰী - সোণ - ৰূপ অলংকাৰ গঢ়োতা ।
সেনানিৱাস - সেনাবাহৰ ।
স্নেহবন্ধন - মৰম - স্নেহ আৰু ভালপোৱাৰ বান্ধোন ।
সত্ত্বেও - তথাপিও ।
সচ্ছল - ধন - সম্পদ থকা লোক ।
স্বত্ব - মালিক ।
স্থপতি - কোনো বস্তুৰ নিৰ্মাণ কৰা লোক ।
সোঁচৰ - এজনৰ ওচৰৰ পৰা গৈ আনএজনৰ গাত লগা ।
স্তুপ - বৌদ্ধ ধৰ্মৰ লোকসকলৰ মন্দিৰ ।
সাক্ষৰতা - শিক্ষিত লোক ।
সৰস্বতী - শিক্ষাৰ অধিষ্ঠাত্ৰী দেৱী ।
Please do not enter any spam link in the comment box