খাঁজ্- পথালি। |
খাওঁ-খাওঁ- খঁকুৱা। |
খাচাংখুচুং- যিকোনো বস্তুত হাতেৰে চুৱাৰ পিছত হোৱা শব্দ। |
খামি- সাহ। |
খাৰেমুৱা- দেখিবলৈ বেয়া। |
খাস্তাং- উবাৰ। |
খিচিৰী- এবিধ খাদ্য়। |
খুকুৰি- অলপ সন্দেহ। |
খুম খেদা- ল'ৰা মানুহে খেলা এবিধ খেল। |
খেলোৱাৰ্- অদিক বুধিয়ক। |
খোজত গুড়িপৰুৱা মৰ- ধীৰে ধীৰে খোজ কাঢ়। |
খোলা- বিশেষ কামৰ বাবে মুকৰি কৰা স্থান। |
খেপিয়া- বিচাৰ। |
খুলীয়া- বায়ন। |
খেংচং- গাৰু জনগোষ্ঠীৰ লোকসকলে ব্য়ৱহাৰ কৰা ফণি। |
খেপ্- মনত থকা খং। |
খেন খেন- হেনা হুচা মাতেৰে। |
খেৱা- মাছ ধৰিবৰ কাৰণে পানীত পেলাই টানি তোল। |
খুৱাংপি- ভাইফে জনগোষ্ঠীৰ লোকসকলৰ এবিধ বৃহৎ ঢোল। |
খুলুমবায়- নমস্কাৰ। |
খাৰুৱা তেল- মাটিৰ তলত থকা এবিধ খনিজ পদাৰ্থ। |
খাৰলি পাত- আগ কটা কলা-পাত। |
খামোচ্- হাতৰ মুঠি। |
খাঙ- টাইফাকে জনগোষ্ঠীৰ লোকসকলে ব্য়ৱহাৰ কৰা এবিধ লাটুম গুটি। |
কাদ্য়প্ৰাণহীনতা- খাদ্য়ত ভিটামিনৰ পৰিমাণ কমিলে হোৱা বেমাৰ। |
খাটি-নুটি- কাকূটি-মিনটি কৰি। |
খাছা- এবিধ বগা মিহি কাপোৰ। |
খালাচ- স্বাভাৱিক মুক্ত অৱস্থা পোৱা। |
খালৈ-পেটা- পেটাল। |
খাৰণী-খৰা- খাৰপানী উলিয়া। |
খীৰা- তিয়হঁ। |
খুচুং খাচাং- খুচুৰা কাম। |
খুমটাউ- ডিমাচা জনগোষ্টীৰ মহিলাসকলে কাণত পৰিধান কৰা অলংকাৰ। |
খেঙা-জেঙা- বিতৰ্ক। |
খেজ্মত- বেলেগৰ অদীনত কৰা চাকৰি। |
খেৱালি- এবিধ জাল। |
খোকোৰা-দোদোৰা- ভগা-ফুটা। |
খোপ-কটা- পাহ কটা। |
খোঁচা- ঘৰৰ ছালৰ ফুটাত সোমোৱাই দিয়া খেৰ। |
খৈ-মাটি- খুড়ি মাটি। |
খোদাৱন্দ- প্ৰভু। |
খুচ্চুৰি- গৰু ইত্য়াদি বন্ধা পঘা। |
খাল কাটি ঘঁৰিয়াল আন- নিজৰ বিপদ নিজে চপাই লোৱা। |
খাচাউমা গাগাং- দয়ালু। |
খাখৰু- নীচ স্বভাৱৰ মানুহ। |
খৰ্মৰণি- শৰীৰ বা মনৰ দুখত কৰা লুটিয়ালুটি। |
খৰিকা- উলূৰ গুড়িৰ ভাগ। |
খলপাখলপ্- কেইবা তৰপো থকা। |
খৰিকা জিৰা- কঁকিলা মাছ। |
খৰ কৰ- বেগাবেগী কৰ। |
খনিকটীয়া- যিয়ে খনিত কাম কৰে। |
খগস্থান- চৰাইৰ বাহ। |
খচিত- লগোৱা। |
খপিয়া- এন্ধাৰত কোনো বস্তু দেখা নাপাই বিচাৰি থকা। |
খদিৰ্- খৈৰ্ গছ। |
খণ্ডধাৰা- কেঁচী। |
খবৰ কাগজ- বাতৰিকাকত। |
খৰ্পৰী- অঞ্জন। |
খল্ল- এবিধ পাত্ৰ য'ত ঔষধ গুড়ি কৰা হয়। |
খান্- গাঁত কৰ্। |
খুঁট-খাঁট- সামান্য় কাজিয়া। |
খাওঙা- সাহস। |
খৰ-খছু- খহু। |
খঙীয়া ফুকন- খঙীয়া মেলৰ মূখ্য় বিষয়া। |
খৰা- তিতাই শুকা। |
খাতিকা- কৃত্ৰিম নলা যাক পানী বৈ যাবৰ কাৰণে নিৰ্মাণ কৰা হয়। |
খাম- খুঁটা। |
খানত্ৰা- খোলা। |
খাদ্য়লসম্ভাৰ- বিভিন্ন ধৰণৰ খোৱাবস্তু। |
খাপা- নষ্ট কৰিবৰ কাৰণে হোৱা আন্তৰিক আশা। |
খাৰাভাঙা- ৰাস্তাৰ মজাৰ ভগা অংশ। |
খিচিৰী পকোৱা- বিভিন্ন বস্তু সংমিশ্ৰণ কৰি একাকাৰ কৰা কৰ্ম। |
খুৰ্মা- মিঠাই। |
খেন খেন- অৰ্ধ ফুটা মাত। |
খোজ মিলা- বেলেগৰ লগত মিলি ৰাখি ভৰি মিলা। |
খোদাৰ গজপ্- ঈশ্বৰৰ শাওপাত। |
খ্ৰুপ-ততাং- টাই আহোম জনগোষ্ঠীৰ লোকসকলে জনোৱা নমস্কাৰ। |
খোক-পিনু- খামতি জনগোষ্ঠীৰ লোকসকলৰ আলহী থকা কোঠালী। |
খাম- বড়ো জনগোষ্ঠীৰ লোকসকলৰ এবিধ ঢোলৰ নিচিনা বাদ্য়। |
খাৰখোৱা জিভা- বেয়া মাত-কথা। |
খাংখ্ৰা- ডিমাচা জনগোষ্ঠীৰ লোকসকলে নিৰ্মাণ কৰা পিঞ্জৰা। |
খাগৰি কাপ- একপ্ৰকাৰৰ কলপ। |
খান্দ- কান্ধ। |
খমলা মাৰ্- গোট মাৰ্। |
খঁৰা দা- আগ নথকা দা। |
খগৰাজ- গড়ুৰ পক্ষী। |
খদৌমদৌ- খদমদম। |
খপুৱা- খলপ খলপ থকা। |
খৰখুজীয়া- স্পিত খোজ কঢ়া। |
খয়ম- বক্ষ বন্ধনি। |
খচ্ খচ্ কৰে- বেগাই। |
খচাল- কোঁচ। |
খন্তেকীয়া- অনিতা। |
খহমহীয়া- অনিমজ। |
খাৰ-জিলিকনি- বিজুলীৰ চমক। |
খৱা- নাৱৰ দ্বাৰা পাৰ হৈ যোৱা। |
খাঙৰা- খাং। |
খাটা- ককিলা মাছ। |
খাবলৈ পালে শুবলৈ বিচৰা- সুবিধাবাদী মানুহ। |
খামিৰা- মলা ধপাত। |
খল্ দি- টুটুকীয়া কথা ক। |
খৰিদিয়া- মৃতকক মৰিশালীলৈ নি অন্তিম দা কৰা অৰ্থত। |
খুঁচৰি- বেলেগৰ গাৰ পৰা দোষ আহি। |
খুচুৰা খৰচ- কম পৰিমাণে কৰা ব্য়য়। |
খুম্ মাৰ্- ঠুম মাৰ্। |
খেণ ওকল- ভাল সময় পাৰ হৈ যা। |
খোজনীয়া- খোজি লোৱা। |
খুল্লম খুল্লা- মুকলিমুৰীয়াকৈ। |
খুতুৰা-খুতুৰ্- বহু টুকুৰা। |
খান্তি- ভাল কৰ্মৰ বাবে দিন নিৰ্বাচন কৰা। |
খানদান- উচ্চ বংশ। |
খিয়াতি ৰ- অপযশ ৰৈ যা। |
খুচুৰা দোকানী- তাকৰীয়াকৈ যিয়ে বস্তু বেচে। |
খৰখৰীয়া- অধিক শুকান। |
খট- দুষ্ট। |
খৰ্বুজা- খৰ্মুজা। |
খা- ভোজন কৰ। |
খাবনি- জাবৰ গুটাবৰ কাৰণে ব্য়ৱহাৰ কৰা জবকা। |
খলি- চুফাৰিৰ টুকুৰা। |
খুত্খুতীয়া- অলপ অলপকৈ কুটা। |
খেবুৰ- বেইটেই জনগোষ্ঠীৰ লোকসকলৰ এবিধ বাদ্য়। |
খোঁচ মাৰি ধৰ্- কোনো জোঙা বস্তুৰে খুচি ধৰ। |
খোজ্ পেলা- একে সমানে ভৰি দে। |
খ্যুষ্টা-খ্যুষ্টি- পৰস্পৰে পৰস্পৰৰ লগত লগা মাৰামাৰি। |
খাহ্- নদীৰ ধলত তল যোৱা স্থান। |
+খামোন্টাই- বৰ্ম জনগোষ্ঠীৰ লোকসকলে কাণত পৰিধান কৰা এবিধ অলংকাৰ। |
খাত্-পাম্- মাটি-বাৰী। |
খহু- ফোঁহা। |
খৰ্ব- এশ অৰ্বুদ। |
খৰিদাৰ- ক্ৰেতা। |
খয়ৰাত- ভিক্ষা দিয়া। |
খনন- খন্দা কাম। |
খঙত টিঙিৰি তুলা হ- খঙত জ্বলি পকি উঠ। |
কণ্ড-কথা- কেইবাটাও ভাগত ভাগ হোৱা কাহিনী। |
খন্ খাই খন্ পেলা- জোখতকৈ বেছি তামোল খোৱা। |
খৰপোচ্- বেগাই কাম কৰিব পৰা। |
খৰ্মুজা- এবিধ লতাৰ ফল। |
খাউ মু নিং- খামতি জনগোষ্ঠীৰ লোকসকলে চেৱা দিয়া পিঠা। |
খাদ্য় তালিকা- বিভিন্ন ধৰণৰ খাদ্য় বস্তুৰ নাম থকা এখন তালিকা। |
খাম্ মাৰ্- চিঠিৰ মুৰ মুকুটাই পেলাই জাপ খোৱাই থোৱায |
খিলিংকাৰ- বদনাম। |
খীৰ- গাখীৰ। |
খুন্দাই লাখুটি- কোমোৰা বন্ধীয়া মানুহ। |
খুৱাংপি- উত্তৰ কাছাৰৰ ভাইফে জনগোষ্ঠীৰ লোকসকলৰ ঢোল। |
খেৰাই- বড়ো জনগোষ্ঠীৰ লোকসকলৰ এক প্ৰধান উৎসৱ। |
খেৱা- নাও মেলি পাৰি দিয়া। |
খোৰ ওলা- ওৱাদিহ ওলা। |
খোৱা- নদীৰ এপাৰৰ পৰা অন্য় পাৰটোলৈ যোৱা। |
খুচুৰা কাম- সৰুসুৰা কাম। |
খিছা-খিছি- হানা-হানি। |
খালন- চপৰা বন্ধা পূৰণি খাৰ। |
খাপ ল- অপকাৰ কৰাৰ নিমিত্তে বাটত লুকাই তাক। |
খাৰা- বাঁহৰ শোৱা তাং। |
খুচি- হানি। |
খালাচ কৰ- ওজনৰ বয়-বস্তু উঠা-নমা কৰ। |
খাৰমাটি- খাৰৰ গুণ থকা এবিধ মাটি। |
খালিস্তান- খালচা লোকসকলে বসবাস কৰা ঠাই। |
খীৰণ- খীৰোৱা কাৰ্য। |
খুজি কিল খা- নিজে বেয়া কৰ্ম কৰি নিজৰ বিপদ চপাই আন। |
খেও খা- কোনো কাম যেনেকুৱা হ'ব লাগে তেনেকুৱা হ। |
খেদি যা- অপকাৰ কৰাৰ ইচ্ছাৰে কাৰোবাৰ পিছে পিছে যা। |
খুহুটীয়া- ধেমেলীয়া কথা বা কাম কৰি হাঁহি তোলা। |
খোঁচনি বিন্ধনি- বুকু বা পেটত হোৱা জোঙা অস্ত্ৰৰে কৰা আঘাতৰ দৰে কষ্ট । |
খাৱৈচ্- বহুত খাব পৰা। |
খাণ্ডৱ- প্ৰাচীন ইন্দ্ৰপ্ৰস্থৰ কাষত থকা এখন ডাঠ অৰণ্য়। |
খাপাক খাৰউ- বিশেষ খাৰু। |
খান- খামতি জনগোষ্ঠীৰ লোকসকলে ব্য়ৱহাৰ কৰা কুঠাৰ। |
খাম কো- খামতি জনগোষ্ঠীৰ লোকসকলৰ গাভৰু। |
খিল্খিলা- অলপ শব্দ কৰি হাঁহ। |
খুচুৰা- কম পৰিমাণৰ। |
খুনবাও- নগাৰ প্ৰধান মানুহ। |
খুকুৰি মৰা- সন্দেহ দূৰ কৰা। |
খিলা- লোকৰ ভাল দেখিব নোৱাৰা। |
খিংখিঙীয়া- অলপতে খং উঠা। |
খিল্লাৰী- আটিল দেহৰ। |
খুউৱা-ধুউৱা- অন্নসেৱা। |
খাই ধৰ্- ঢিলা নোহোৱাকৈ লাগ্। |
খৰখৰি বোকা- এবিধ বোকা চাউলৰ জাত। |
খন- এহেজাৰ। |
খকছা- ভাতকেৰেলা। |
খং মুৱা- খঙাল। |
খটীয়া- এবিধ সৰু শিঙীয়া পহু। |
খজা- পকিলেও টানে থকা। |
খটাংগধৰ- খটাংগধাৰী। |
খট্খটা- বেছি খহটা। |
খদনা- খোদিত। |
খমলা- গোটমৰা দ্ৰৱ। |
খভাইল- খং কৰিলে। |
খৰিয়াল- এবিধ অকাঠী সৰু বৃক্ষ। |
কলিহৈ- তেল পেৰা সৰিয়হৰ সিটা। |
খসমস- খহটা। |
খাগৰিকটা পহু- নেজ চুটি নোম ঠৰঙা এবিধ পহু। |
খাম ল্য়ুৎ-চাউ- খামতি জনগোষ্ঠীৰ লোকসকলৰ বিয়া-নাম। |
খায়া- টান। |
খিয়লীয়া- ঈৰ্ষান্বিত। |
খুঁচুৰীয়া- মিহি হোৱাৰ কাৰণে কৰিবলৈ কঠিন। |
খুচ- আনন্দিত। |
খুন্দা- আনৰ দ্বাৰা গুড়ি কৰা। |
খুৰৰ সাঁকো বগা- বিপদজনক কামত হাত দে। |
খেঁজাল- প্ৰশংসা কৰাৰ ছলেৰে কৰা ইতিকিং। |
কেতৰ- এবিধ অপদেৱতা। |
খেৰেচ্- অধম। |
খেহনেজীয়া- অতি সামান্য়। |
খোচ- নাৱৰ কাষত থকা ফুটা। |
কোন্দ- মধ্য় ভাৰতৰ এটা জনগোষ্ঠী। |
খোল- এবিধ বাদ্য়। |
খৌখৌৱনী- নলাৰ পৰা পানী পৰাৰ শব্দ। |
খিচনি- খিচ থকা স্থান। |
খিথু- শৌচালয়। |
খিৰিং- সোণোৱাল জনগোষ্ঠীৰ লোকসকলৰ শিৱ দেৱতা। |
খীণ্-মীন্- নিশকতীয়া। |
খস- খহু। |
খলাই- খালৈ। |
খলিহা-যখ- বিকৃত আকাৰৰ। |
খাখস- আফুগুটি। |
খাজিক- আখৈ। |
খাব জানিলে চাউলেই চিৰা- নিয়ম-নীতি জানিলে বিপদ বা অসুবিধাত নপৰা। |
খাৱনা- খোৱা-বোৱাত হোৱা খৰছ। |
খিচাগীত- বিয়াত গোৱা মনোৰঞ্জনমূলক ধেমেলীয়া গীত। |
খোৱা- খাওঁতা। |
খেৰি- মৰাণৰ বিশেষ লোকগীত। |
খোলক- চচপেন। |
খাওখাম- আহোম জনগোষ্ঠীৰ লোকসকলে প্ৰাৰ্থনা কৰা জলদেৱতাৰ অৰ্থত। |
খাম্খেয়াল- চঞ্চলমতী। |
খাটাংকৈ- সঠিককৈ। |
খলকিল- কঁপালে। |
খদম্দম্- বেগা বেগি। |
খঁৰা- ডিঙীবিহীন খালৈ। |
খচম- গীৰিয়েক। |
খচৰী- অপব্য়য়ী। |
খৰ্ব-নিখৰ্ব- কাটি টুকুৰা-টুকুৰি কৰা। |
খা- হিয়া। |
খাদক্- খাওঁতা। |
খৰ্চনা- এবিধ পক্ষী। |
খৰ্- গাধ। |
খবাম- টাই জনগোষ্ঠীৰ লোকসকলৰ ফকৰা যোজনা। |
খৰ্গফলক- তৰোৱালৰ খাপ। |
খাজনা- ৰাজহ। |
খানচামা- খাদ্য় প্ৰস্তুত কৰোতা। |
খাল খান্দি যশিনী চপা- নিজৰ সংকট নিজে মাতি অনা। |
খিলাং- প্ৰাচীন দিনত চাংমাই জনগোষ্ঠীৰ লোকসকলে শালত মাছ-মাংস কুটা। |
খুঁটিতাল- এবিধ ডাঠ সৰু তাল। |
খুন্দন্- ওজন বস্তুতে আঘাত কৰ। |
খেদা- বলৰ দ্বাৰা আঁতৰ কৰ। |
খেৰশনী- গুটিবিহীন এডাল ধানখেৰ। |
খোঁট- ঠোঁটৰ আঘাত। |
খোৰাক-পোছাক- বৃত্তি। |
খ্ৰামবাৰ- তিৱা সম্প্ৰদায়ৰ লোকসকলৰ খ্ৰাম বাদ্য়তকৈ অলপ সৰু। |
খুচ্মুচ্নি- হাত-ভৰি লৰালে হোৱা শব্দ। |
খাম্বাজ- সংগীতৰ বিশেষ ৰাগিণী। |
খুঁচুৰীয়া কাম- সাধাৰণ কাম। |
খুঠুম- খালৈ। |
খুদ্-কণ্- খুদ্ চাউল। |
খুল্লাকপা- গাৱঁৰ মুখিয়াল। |
খাটুৱা- অধিক ওখ আৰু অধিক চাপৰ নোহোৱা। |
খৰযান- গাধই টনা যান-বাহন। |
খানব্ৰাউ- অনবৰতে কান্দি থকা ল'ৰা বা ছোৱালী। |
খাবলৈ নাই কণটো বৰ সবাহলৈ মনটো- অকামিলা মানুহ। |
খাত্- আঁতৰত কৰা ঘৰ-বাৰী। |
খাদৌ দৌ কৰে- চুটি-চাপৰকৈ। |
খোকচি নৃত্য়- দাহৰি ৰাভা সম্প্ৰদায়ৰ লোকসকলৰ বিশেষ নৃত্য়। |
খোখোৱা- খোনাৰ নিচিনাকৈ কথা ক। |
খোলনি- কাঠ-বাহ ইত্য়াদিত দিয়া ফুটা। |
খোৱালোৱা- খাদ্য়ৰ ব্য়ৱহাৰ। |
খুৰত- খুৰা। |
খুজুলি- বিশেষ সুক্ষ্ম সুক্ষ্ম খাল। |
খুৰ্-শিল্- জাৰোণ। |
খোৰোচা- চোঁচনি গাঠি। |
খুখুণ্ড- টুকুৰা টুকুৰ হৈ যোৱা। |
খাট্- পালেং। |
খাইমূৰা- পিতৃ-মাতৃ আু অ্য় বন্ধু-বৰ্গৰ মূৰ খোৱা। |
খাতিখুতা- সাধাৰণ। |
খৰোষ্ঠী- পূৰণি দিনত ভাৰতবৰ্ষত ব্য়ৱহাৰ হোৱা লিপি। |
খদাখদি- পাচিয়ে পাচিয়ে। |
খখামখা- বেগাবেগীকৈ কৰা কাৰ্য। |
খণ্ড-বাক্য়- বাক্য়ৰ এক অংশ। |
খদাবান্- বহল মুখৰ বানবাটি। |
খনা- মাকো। |
খৰ-পাত- একবৰ্ষী বৃক্ষ। |
খলনায়ক- প্ৰতি নায়ক। |
খৰাী-চোলা- হাত খৰা চোলা। |
খুটীয়া পহু- চাল চলন গাহৰীৰ দৰে এবিধ পহু। |
খোজ ৰাখ- চিনা-চাব থ। |
খোঁক- সুক্ষ্ম খোঁটালী। |
খুন্দনা- তামোল খুন্দিবৰ কাৰণে ব্য়ৱহাৰ কৰা এবিধ সঁজুলি। |
খুচুলি- সৰু সৰু খাল। |
খুৰজি- তিৱা জনগোষ্ঠীৰ লোকসকলৰ মাজত চলি থকা এবিধ শুকান খৰিচা। |
খোচামোদ- মন ভাল লগাবৰ কাৰমে বিভিন্ন ধৰণৰ কতা কোৱা। |
খোটি- বুধিয়ক তিৰোতা। |
খুচুৰ-মুচুৰ- ঘৰৰ সামান্য় কাম। |
খাৰে ধৰ- খাৰ লাগি নষ্ট হ। |
খালে-ডোঙে- য'তে ততে। |
খাটিকা- মৃতদেহ কঢ়িয়াবৰ কাৰণে ব্য়ৱহাৰ কৰা চালপীৰা। |
খাই পাত পাল্- উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰা। |
খৰ্- শৰীৰ ছালত হোৱা এবিধ ৰোগ। |
খৰদূষণ- ৰালণৰ সম্পৰ্কীয় দুজন ভাতৃ। |
খখ্লা- মৰণা মৰা সময়ত গৰুৱে খাব নোৱাৰাকৈ মুখত মাৰি দিয়া মোখা। |
খাই-তেল- মিঠাতেল। |
খসুৱা- খৰ খহু থকা। |
খা- হৃদয়। |
খাৰগাঁঠি- সৰু গাঁঠি। |
খালী- একো নথকা। |
খিতাপ- উপাধি। |
খুজি- বিচাৰি। |
খুঁটি- সৰু খুঁটা। |
খুচুৰা বিক্ৰেত- অলপকৈ বয়-বস্তু বেচা লোক। |
খুলি খা- সকলোবোৰ সুখ শান্তি নাইকিয়া কৰ। |
খুৰ্- ডাঢ়ি চুলি কাটিবৰ কাৰণে ব্য়ৱহাৰ কৰা অস্ত্ৰ। |
খেপ্- লাভৰ কাৰণে কৰা যাত্ৰা। |
খেতা- পূৰণা কাপোৰৰ দ্বাৰা প্ৰস্তুত কৰা নিহালী। |
খেমতা নৃত্য়- অসমৰ চাহ জনগোষ্ঠীৰ লোকসকলৰ বিশেষ নৃত্য়। |
খোঁচ মাৰ- ফুটাত খেৰ সুমাই চাল বাত। |
খোজত খোজ দি- চিন ধৰিব নোৱাৰাকৈ ভৰি দে। |
খোৱানি- বিদেশৰ এবিধ সোৱাদযুক্ত ফল। |
খোলা-তাৰা- আমনি লগা কথা কৈ মানুহক কৰা ব্য়তিব্য়স্ত। |
খোহা-চালত থকা ফুটা মাৰিবৰ কাৰণে সুমাই দিয়া খেৰ। |
খোলা- চিৰা খান্দহ ভাজিবৰ কাৰণে ব্য়ৱহাৰ কৰা পাত্ৰ। |
খোপ ভাগ- গপ এৰ। |
খৈৰ্- এবিধ সুকাঠী বৃক্ষ। |
খেচেৰা- নৱপ্ৰজন্মৰ ল'ৰা-ছোৱালী। |
খেইনাপা- বিবাহ বিচ্ছেপদ হোৱা পূৰু। |
খুৰপতি- এবিধ চোকা শৰ। |
খেদা দি- পিছত লৰি যা। |
খেত খামাৰ- পথাৰ-সমাৰ। |
খীৰতী- গাথীৰ দিয়া গাই। |
খিল- অনুৰ্বৰ পটিত মাটি। |
খিট্খিটীয়া- অলপতে খং উঠা। |
খুঁট- খুঁট- মধুৰ আঘাতৰ মাত। |
খুন্দ্ খা- নিসন্ধিকৈ ভৰোৱা হ। |
খেৰাজী মাটি- যি মাটিৰ কৰ দিব নেলাগে। |
খোজত সাপৰ মূৰ ছিগা- অধিক বেগেৰে খোজ কঢ়া। |
খোজ ল- পাল্ খা। |
খোৰা- পেঙুৰিয়াই যা। |
খদ্দৰ - হাতে কটা সূতাৰে বোৱা কাপোৰ। |
খৰধৰকৈ - বেগাই, ততাতৈয়াকৈ। |
খঁৰাশিয়াল - নেজকটা বা নামমাত্ৰ নেজ থকা শিয়াল। |
খেতি-বাতি - খেতিকাৰা, কৃষি কৰ্ম। |
খেতিয়ক - খেতিকৰা লোক, কৃষক। |
খুঁত - ছিদ্ৰ। |
খোলা - কোনো কোমল বস্ত্ত বেৰি ৰখা ঠান আৱনৰ। |
খৰা- ৰ'দ। |
খ্যাতিসম্পন্ন - যশস্যাযুক্ত,বিখ্যাত। |
খাওন্দ - বিশেষ উপাধি। |
খৰপোচ - বেগেৰে । |
কাচি - এবিধ কুহিঁয়াৰ নিচিনা উদ্ভিদ । |
খৰিকাঁজাই - এবিধ বগা ৰঙৰ সুঁগন্ধিযুক্ত ফুল । |
খৰালী - ঠাণ্ডাৰ দিন । |
খতম - শেষ । |
খঙীয়া - খঙাল । |
খৰচ - ব্যয় । |
খহতা - মসৃম নোহোৱা । |
খতি - অনুপষ্ঠিতি । |
খচক - ভৰিৰে গচকা । |
খৰাহী - বাঁহৰ কাঠীৰ সৰু যতন । |
খটকটি - চিৰি । |
খাজনা - মাটিৰ কৰ । |
খাটনিয়াৰ - বিশেষ উপাধি । |
খঁৰানকা - চুট নাকৰ । |
খণ্ডপুচ্ছ - খঁৰা নেজ থকা । |
খবৰ - খাতি - খবৰ - বাতৰি । |
খচ্চৰ - ঘোঁৰা আৰু গাধৰ মিলনত যাৰ জন্ম হয় । |
খুঁটি - সৰু সৰু চাপৰ খুঁটা । |
খুতৰা - খুতুৰা । |
খিচিৰি - চাউল |
খুঁত - ক্ৰুতি । |
খাৰমি - খাৰ ছেকি উলিওৱা পানী । |
খাঁটি - ভেঁজাল নোহোৱা । |
খাদী - খদ্দৰ । |
খাৰলি - বটা সৰিয়হৰ লোণ । |
খুটি - নাটী - সৰু - সুৰা দোষ । |
খৰণিচটা - খাৰণি ছেকাৰ পাছৰ ছাইৰ ছপৰা । |
খামুচি - খামুচ মাৰি ধৰা । |
খামুচীয়া - লাহী । |
খাদ্যভ্যাস - খাদ্যৰ তালিকা । |
খীৰতী - গাখীৰ দিয়া । |
খুচ - সুখী । |
খুঁটা - থিয়কৈ পোতা কাঠ । |
খামতি - বিশেষ জনজাতি । |
খাৰঘুলি - আহোৰ ৰজাৰ দিনৰ দুৰ্গম ঠাইত থকা খাৰ - বাৰুদৰ ভাণ্ডাৰ । |
খাটনি - প্ৰাৰ্থনা । |
খাটোতা - কাটনি ধৰোতা । |
খাটাং - নিশ্চিত । |
খাতিৰ - অনুৰোধ । |
খুব - বৰকৈ । |
খেৰ - কুটা - খেৰ । |
খুটিতাল - মাজৰ খোল অংশ নথকা ইবিধ তাল । |
খ্যাতিমন্ত - ধন - সম্পদ থকা । |
খোজনীয়া - মাগি খাওতা । |
খোতালি - কোঠা। |
খুলখালী - পত্নীৰ ভ্ৰাতৃ । |
খুপৰি - মূৰ । |
খোঁচনি - চুৰীয়া পিন্ধোতে কঁকালত খুঁচি সুমুৱা অংশ । |
খোলোচা - অলপো লুক - ঢাক নথকা । |
খোঁচাখোঁচি - পৰস্পৰে খোঁচা কাৰ্য । |
খেৰীঘৰ - খেৰে সজা গৃহ । |
খেচাৰত - ক্ষতিপূৰণ । |
খ্ৰীষ্ট - খ্ৰীষ্টান ধৰ্মৰ প্পৱৰ্তক যীশুৰ উপাধি । |
খোজোতাং - আনৰ ওচৰত হাত পতা । |
খুৰীবাটি - খুৰা নথকা বাটি । |
খেঁকাৰ - ডিঙিৰ পৰা ওলোৱা এবিধ বিজলুৱা পদাৰ্থ । |
খুহুতীয়া - ধেমেলীয়া । |
খ্য়াত ( খিয়াতি - যশস্য়া । |
খৰতকীয়া - কামত খৰ , শীঘ্ৰে কৰিব পৰা । |
খয়- শেষ, সীমা । |
খৰচীয়া- খৰচি মৰা । |
খচ্ মচ্ - মানে শুকান পাতৰ নিচিনা বস্তু লৰিলে হোৱা শব্দ। |
খচ্ খচ্ - মানে বালি মোহাৰিলে হোৱা নিচিনা শব্দ। |
খটং - মানে কোনো টান বস্তু ইটোয়ে আনটো খোন্দা মাৰিলে হোৱা শব্দ। |
খণ্ডিত - মানে যিকোনো এটা বস্তু নষ্ট কৰা। |
খনিকৰ - মানে মাটিৰ মূৰ্ত্তি সাজোতা যন। |
খন্দ- মানে খেতি কৰা এটা বতৰ। |
খন্তক - মানে অলপ বেলি। |
খচক - মানে গচকা। |
খদ্যোত - জোনাকী পৰুৱা। |
খদমদম - মানে সোনকালে। |
খদাবান - মানে বহল মুখৰ বান বাটি। |
খনা - মানে আনৰ হাতে খন্দোৱা। |
খৰ্ - মানে বেগাই যোৱা। |
খৰগ - মানে গঁড়ৰ শিং |
খবিচ - সম্পূৰ্ণ |
খইৰা- এবিধ বৃক্ষ। |
খচকনি- খচকা কাৰ্য। |
খখ- জোখতকৈ অধিক লোভ। |
খণ্ড-বিখণ্ড- গুদা। |
খাউ তোম- খামতি জনগোষ্ঠীৰ লোকসকলৰ টোপোলা ভাত। |
খাইচ- অধিক আশা। |
খাদাং- আচৰিত। |
খাত- ছিদ্ৰ। |
খাটকৰি- খটখটি। |
খুঁচুৰীয়াকৈ- কমকৈ। |
খিৰিসা- পগোৱা গাখীৰ। |
খুণ্ডি- হানি। |
খুণ্ড- খাচি কৰ। |
খুচি- ইচ্ছা। |
খুতুৰীয়া শাক- খুতুৰা শাক। |
খেকট- দাঁত নিকটাই। |
খউৱাং- কঁকাল। |
খুৰী- খুৰাৰ পত্নী। |
খোকনদু- বিমুঢ়। |
খ্ৰীষ্টান্- এটা ধৰ্ম। |
খেলেপাং- সোলোক-ঢোলোক। |
খোজত পৰি মৰ- দুৰ্বল হ। |
খোলায়- খাটল। |
খোৰা- ধাতুৰ পাত্ৰ। |
খাণ্ডা- দা। |
খাটা- চুটি। |
খাউ মু চেন- খামতি জনগোষ্ঠীৰ লোকসকলৰ তেলত ভজা পিঠা। |
খোলা- মুকলি। |
খোপ- গপ। |
খ্য়াতি- সৃনাম। |
খুঁত্- ঘোণ। |
খুতি'কাঙি- আগত। |
খুত্তেই- গামোচা জাতীয় কাপোৰ। |
খা-থাং- অধিক তিতা। |
খাঃ- কলিষা, নৈ। |
খহা- এৰুৱাই তললৈ পেলা। |
কান্তা- সময়। |
খাদ্য়াভাৱ- খোৱা বস্তুৰ অভাৱ। |
খুন্দা মাৰি- খুন্দনাত বস্তু গুড়ি কৰিবৰ কাৰণে ব্য়ৱহাৰ কৰা লোহাৰ মাৰি। |
খুচুং-মুচুং কৰ- খুচ-মুচ কৰ। |
খুৰালক- লোৰ কাঁড়। |
খেখৰু- মাকৈ। |
খোকোৰা- অধিককৈ ভগা। |
খোজ পৰ- ভৰিৰ চিন ৰ। |
খোলা- ওনা। |
খ- ব্য়ঞ্জণবৰ্ণৰ দ্বিতীয় আখৰ। |
খঁতিৰা- নিৰূপিত সময়। |
খহুৱা- খহু-থকা। |
খহ্মহা- খৰখৰা। |
খাদিম- সেৱক। |
খচ কৰা- খোজ কাঢ়। |
খাণ্ডাৱ- কাষলৈ অহা। |
খাঞ্চি- কাঁহী। |
খানা- চকুৰে দেখা নোপোৱা। |
খাস্তা- বিকৃত। |
খাৰমাছ কৰ- নষ্ট কৰ। |
খুচি- সৰু পাচি। |
খুধা- ভোক। |
খুট্টি- খুৰা। |
খেনো-মেনো- খেলিমেলি। |
খেৰি- খেলা। |
খেজা- চেহেৰা। |
খোজগুড়ি- খোজকাঢ়ি। |
খোলান- আগচুতাল। |
খোপৰা- গৰু থকা ঘৰ। |
খ্য়াতনামা- প্ৰসিদ্ধ। |
খাটিয়া- সৰু পালেং। |
খলি ল- নিতৌ অহা যোৱা কৰ। |
খৰখৰিয়া- শোটা। |
খমাৰ- ব্য়ৱসায় কৰা লোক। |
খবিচ- সম্পূৰ্ণ। |
খগাট- গ্ৰহ। |
খদা- দেহৰ ছালত চিত্ৰ অংকণ কৰা। |
খট- বিশেষ চকুৰ বেমাৰ। |
খন্ট- যিয়ে মিছা কথা কয়। |
খণ্ডিত্- ছিঙা। |
খনিজ- াকৰিক। |
খৰয়া- প্ৰাচীন।। |
খৰপাত্ৰ- লোহাৰ পাত্ৰ। |
খঁচা- হুল। |
খকৰ কৰে- অকস্মাতে। |
খগম- পক্ষী। |
খটক- ওকট। |
খন্- খান। |
খাউ মু তৌম- খামতি জনগোষ্ঠীৰ লোকসকললৰ পানী পিঠা। |
খাতক্- যিয়ে ধাৰ কৰে। |
খাব- ক্ষেপণ। |
খামি পুতি- সাহসেৰে। |
খানি- খনি। |
খাৰাম- ঢোল। |
খায়া- খাই। |
, খালা-খালু- মহা-মাহী। |
খিয়াতি- যশস্য়া। |
খিলাপ- নিয়ম নমনা। |
খুৱাঘাত- ভৰিৰ দ্বাৰা মৰা লাথি। |
খুৱং- কুকি। |
খাৰাপ্- বেয়া। |
খাৱৰীয়া- যিয়ে খায়। |
খাংচি- থালী। |
খৰ্-খেদা- লৰালৰি। |
খৰচ- ব্য়য়। |
খগৱতী- পৃথিৱী। |
খ্য়ুং-খাম- খামতি জনগোষ্ঠীৰ লোকসকলৰ আ-অলংকাৰ। |
খুৰ্পী- মাটি খুচৰিবৰ কাৰণে ব্য়ৱহাৰ কৰা লোহাৰ সঁজুলী। |
খেখট- তিতা মাত। |
খোকাফিছা- মাছ ধৰিবৰ কাৰণে ব্য়ৱহাৰ কৰা এবিধ সঁজুলি। |
খোজ ৰখা- গতি বন্ধ কৰ। |
খোৰ- লেঙেৰা। |
খোলাখুলিকৈ- মুকলিকৈ। |
খোৱা- অৰুণাচল প্ৰদেশত থকা স্বল্পজাত জনগোষ্ঠী। |
খাংখু- থুঁতৰি। |
খাউ পং- খামতি জনগোষ্ঠীৰ লোকসকলে প্ৰস্তুত কৰা মুৰি। |
খৰ্জৰ- খেজুৰি। |
খলবাট- তপা। |
খৰ্ব- চোকা। |
খৰিকা বাৰি- নঙলা মাৰি। |
খৰসান- চোকা। |
খহুলা- খহটা। |
খাট্- উপকাৰ কৰিব বুলি ভাৱি কাৰোবাৰ ওপৰত বিশ্বাস কৰা। |
খাউ মেপ- খামতি জনগোষ্ঠীৰ লোকসকলে প্ৰস্তুত কৰা চিৰা। |
খাইদ- যদি। |
খমটন- কুকি জনগোষ্ঠীৰ মহিলাসকলৈ পিন্ধা এবিধ মেখেলা। |
খতিয়া- সংগ্ৰহ কৰ। |
খঁপা- খোপা। |
খচ্চ- খণ্ডন। |
খতিখুন- দেহৰ কোনো অংগত থকা বিশেষ ঘা। |
খৰামিনা- চবকা। |
খৰি লোৰ- খৰি বোটল। |
খৰিদ- ক্ৰয় কৰ। |
খলিহৈ- এবিধ বনৌষধি। |
খলিহা আমলা- এক প্ৰজাতিৰ ধানৰ নাম। |
খাখা- তলি উদং। |
খাঁহা- খোৱা। |
খাদ্য়াভাস- ভাদ্য়ৰ অভ্য়াস। |
খান্দ- খান। |
খাৰঘৰীয়া- অসমীয়া লোসকলৰ হিন্দু ধৰ্মৰ এটা উপাধি। |
খিচ্মিচ্- কিচমিচ। |
খুকুৰা- বিয়া নপতা লোক। |
খুম- ঠুম্। |
খেচেৰা- লেতেৰা। |
খেলুৱাই- খেলত পাৰ্গত লোক। |
খোদ- নিজে। |
খ্ৰি- জোৱাই। |
খিচ্- তিৰষ্কাৰ কৰ। |
খাখা- সকলো হেৰোৱা। |
খৰি- দাগ। |
খতিয়ান- হিচাপ। |
খপল- কটালে। |
খৰ্- সোনকালে। |
খলুৱা- টেঙৰ। |
খাঁজকটা- খাপ কটা। |
খাগ- গড়ৰ খৰ্গ। |
খাচ- প্ৰকৃত। |
খাৰ্- ছাই-লোণ্। |
খাল্- বহল্ গাত। |
খিনি- জোখৰ। |
খুক মং- খামতি জনগোষ্ঠীৰ লোকসকলৰ ঢেকী। |
খুজুনা- খুতৰা। |
খুখুন্দা- শুকান। |
খুৰা- দেউতাৰ বায়েক। |
খুব্- বহুত। |
খোঁচ্- বিন্ধ। |
খোলক- বৰ্ম। |
খ্ৰে খ্ৰে- লাহে লাহে। |
খোদাতাল্লা- ভগৱান। |
খো- খামতি জনগোষ্ঠীৰ লোকসকলে ব্য়ৱহাৰ কৰা কোৰ। |
খেল্না- পুতলা। |
খুৱাল- ৰাস নাচোতে কঁকালত পিন্ধা এবিধ কাপোৰ। |
খুঁটি খাব পৰা হ- বুজন হ। |
খিদিৰ- সন্ন্য়াসী। |
খায়া-দায়া- খাই-বৈ। |
খাদ্য়সংকট- খাদ্য়ৰ অভাৱৰ সমস্য়া। |
খলি- খল। |
খশ- খেকাৰ। |
খৰলা- যুৱতী। |
খঁৰা- অসম্পূৰ্ণ। |
খগপতি- বিষ্ণুৰ বাহন। |
খচ্লত- অভ্য়াস। |
খণ্ডমুণ্ড- মূৰ নথকা। |
খন খাউ- খামতি জনগোষ্ঠীৰ লোকসকলে আৰাধনা কৰা লখিমি আই। |
খতম্- শেষ। |
খপ্ কৰে- হঠাতে। |
খৰতৰ্- অধিক বেগী। |
খবৰা- খবৰ। |
খৰিদা- কিনা। |
খৰ্পৰ- চোৰ। |
খলচা- খলিহনা। |
খলিহৈ কলা- এবিধ ধান। |
খাইৰ- বৃহৎ মাছে কণী পৰা ঠাই। |
খাগৰি- অৰণ্য়ত নিজে নিজেই হোৱা কুঁহিয়াৰৰ দৰে এবিধ তৃণ। |
খানিতেক- অলপ সময়। |
খাম্- খমলা। |
খাৰি- দাগ। |
খিম- কুকি জনগোষ্ঠীৰ লোকসকলে ডিঙিত পৰিধান কৰা এবিধ অলংকাৰ। |
খুঁটিয়া- চিকুটি ধৰি মাৰ। |
খুতুৰিয়া- সৰু সৰুকৈ কাট। |
খুবলেই- নমস্কাৰ। |
খেচ্- অনুক। |
খেট- নক্ষত্ৰ। |
খেনি- ইতিকিং। |
খেৰণি- কেৰ থকা স্থান। |
খেৱ- খেও। |
খোঁচ্ মাৰ্- জোঙা বস্তুৰ দ্বাৰা আঘাত কৰ। |
খোদিত- শিলত অংকিত। |
খোলা- খুচুৰা। |
খ্ৰামডুবুং- অসমৰ ডিমাচা জনগোষ্ঠীৰ লোকসকলৰ এবুিধ বাদ্য়। |
খৌ- মোনা। |
খেলুৱৈ-সুলভ- খেলুৱৈৰ নিচিনা। |
খোৰা- কেৰাহীৰ ঢাকন। |
খেণ- অতি অলপ সময়। |
খুম্- দক্ষতা। |
খানায়- চুলি। |
কাকী- মটিয়া ৰঙৰ। |
খৰাং- শুকান। |
খৰিয়াল্- কাজিয়া। |
খতা- কোছা। |
খন- জাৰণ শিলৰ গুড়িৰ দ্বাৰা প্ৰস্তুত কৰা এবিধ ৰেটি। |
খনা- কালি। |
খৰাধুন- সম্পূৰ্ণ নোহোৱা পোছাক। |
খপৰা- কোনেও গম নোপোৱাকৈ থকা স্থান। |
খৰ- বাহিৰৰ ইন্দ্ৰিয়। |
খৰম্- কাঠৰ পাদুকা। |
খৰগ্- গড়ৰ শিং। |
খৰুৱা-বেঙেনা- বাৰমাহে হোৱা এবিধ বেঙেনা। |
খাছিবা- সৰু। |
খাতা- চুটি। |
খাদ্য়- আহাৰ। |
খাৰা- পীৰাৰ নিচিনা সঁজুলি। |
খাৱৈ- দীঘলীয়া খাল। |
খাৰুমণি- বিয়াৰ দিনা কইনাক পৰিধান কৰোৱা অলংকাৰ। |
খুতুৰীয়া- অলপ মুখ-ভগা। |
খুচি- হানি-খুচি। |
খেও মাৰ- জাল পেলা। |
খোজ ধৰ- যাবৰ কাৰণে কোজ দে। |
খ্য়ুপ- খামতি জনগোষ্ঠীৰ লোকসকলে ব্য়ৱহাৰ কৰা এবিধ চেপেনা। |
কখিয়াট- কপটী। |
খিয়ানত- ক্ষতি। |
খিছা- কাহিনী। |
খাঁয়া- নলা। |
খলিত্- নিষ্ফল। |
খপীয়া- চপনীয়া। |
খছু- খহু। |
খইল্ছা- খলিহনা। |
খঁকা- কাহ। |
কঙৰা- খঙাল। |
খল্লিকা- কেৰাহী। |
খাকতাল- সময় সুবিধা। |
খাটনিয়াৰ্- স্নেহ আৰু বিশ্বাসৰ লোক। |
খালৈ- মাছ থবৰ কাৰণে ব্য়ৱহাৰ কৰা এবিধ সঁজুলি। |
খিচিৰা- ক্ষীণ। |
খপৰা- যিটো কোঠালিত শোৱা হয়। |
খাই মাৰ- আমনি কৰ। |
খৰকৈ- বেগেৰে। |
খড়া- এবিধ শাক। |
খখাৰ- খেকাৰ। |
খলকি- গাঁত। |
খৰিকা বটালি- এবিধ সৰু বটালি। |
খৰ্জু- কেজুৰ। |
খসু- খহ। |
খিৰণি- এবিধ মূল্য়ৱান গছ। |
খেৰা- শহা। |
খোখৰা-মোখোৰা- ভগা-ছিগা। |
খোৱাৰ বোন্দা- অনবৰতে খাও খাও কৰি থকা মানুহ। |
খেমা- ক্ষমা। |
খোৱা-কামোৰা- কাজিয়া। |
খাংৰা- কোনো কঠিন বস্তু কাটিবৰ কাৰমে ব্য়ৱহাৰ কৰা সঁজুলি। |
খুন্দা খা- গৈ থকা অৱস্থাত কোনো বস্তু বা মানুহৰ শৰীৰত জোৰেৰে লাগ। |
খেক্-শিয়াল্- সৰু শিয়াল্। |
খুল্লু- খলনায়ক। |
খাউ মু তেক- খামতি জনগোষ্ঠীৰ লোকসকলৰ হেঁচা পিঠা। |
খৰবৰ- লাগ। |
খচ্কে- সোনকালে। |
খট্কা- সন্দেহ। |
খৰখে্দা কৰ- লৰালৰি কৰ। |
খাদুক- যিয়ে আনৰ হিংসা বা অনিষ্ট কৰে। |
খামাৰ- মৰণা মৰা স্থান। |
খাব্টা- খাটুৱা। |
খাৱৈ- সীৰলু। |
খুনী- হত্য়াকাৰী। |
খেংপি- বৃক্ষ। |
খুৱং- কুকি জনগোষ্ঠীৰ লোকসকলৰ ঢোল। |
খুমাৱা- ধ্বংস। |
খেৰী- খেৰৰ দ্বাৰা নিৰ্মাণিত। |
খেতো- কোনো। |
খেটিতাল- বৈটালিক। |
খোজ থ- উপস্থিত হ। |
খোলকী- এটা জন্তুৰ গধুৰ খোলা। |
খোছা- টাংছা জনগোষ্ঠীৰ মহিলাসকলৰ এবিধ কাপোৰ। |
খেয়- দলং। |
খেইয়া- খাই। |
খুড়া- দেউতাৰ ভায়েক। |
খুংগাহ- ক'লা বৰণৰ ঘোঁৰা। |
খালে-বামে- যি তি ঠাইতে। |
খিলি- চিট্কানি। |
খিদ্ৰ- বেমাৰ। |
খামাৰ- খাত। |
খালি- মাথোন। |
খাৰণী- খাৰৰ পানী। |
খুদ্ৰ- সৰু। |
খুজেৰ- ওঁঠ। |
খেতেতেয় হুট- এবিধ সৰু চৰাই। |
খোৱা-বোৱা- ভোজন-পাত। |
খাদ- সোণ আৰু ৰূপৰ সৈতে মিহলি ধাতু। |
খালাচ দে- দোষমুক্ত কৰ। |
খাৰঝিলিকা- বিজুলী। |
খে- ডাঙৰ। |
খোজ্- মাগ্। |
খোৰ- সৰু গাঁত। |
খ্য়াতাপন্ন- প্ৰসিদ্ধ। |
খুলুকামলি- প্ৰাচীন দিনত ব্য়ৱহাৰ হোৱা বিশেষ নোমাল কাপোৰ। |
খাৱলা- খোল। |
খাদা- মাটিৰে নিৰ্মাণৰ কৰা ঘূৰণীয়া গামলা। |
খং- পাৱ। |
খণ্ডপাল- মিঠাই বিক্ৰী কৰা লোক। |
খট্টাক- সুক্ষ্ম চালপীৰা। |
খঞ্জৰ্- সৰু তৰোৱাল। |
খন তাউ- খামতি জনগোষ্ঠীৰ লোকসকলে ব্য়ৱহাৰ কৰা লাঠি। |
খৰচি- সকলোবোৰ আটি-গুৰি মাৰি। |
খল্ খল্- এটা অনুকৰণমূলক |
সেইটো প্ৰকাশ কৰিবলৈ ব্যৱহৃত শব্দ উত্তেজিত পানী বা ডাঙৰ হাঁহিৰ। |
খাউখেৰেং- এবিধ তৃণ। |
খাতি- শুভ কৰ্মৰ কাৰণে দিন নিৰ্বাচন কৰা। |
খাৱন্- খাদ্য়। |
খুঁট্-খুঁট্কৈ- সৰু সৰুকৈ কিন্তু মাজে সময়ে। |
খুদ-মুদি- খাবৰ কাৰণে কৰা ইচ্ছা। |
খুজীয়া- খুজৰ দৰে। |
খেক্খেকনি- বান্দৰৰ মাত। |
খুৱং- মাৰ সমাজত চলি থকা এবিধ ঢোল। |
খেৰৰ খণী যেন হোৱা- শুকাই-খীণাই নাইকিয়া হৈ যোৱা লোক। |
খোকৰ্- বৰকৈ ভাগ্। |
খোজনীয়াৰ- মগনিয়াৰ। |
খেদেলা- লেতেৰা লোক। |
খুচুৰাকৈ- তাকৰীয়াকৈ। |
খাৱলা-খাৱলি- ওখ-চাপৰ। |
খিলত- অনুৰ্বৰ। |
খুচ্বু- ভাল গোন্ধ। |
খুত্- কাটল্। |
খোলা-উলিয়া- ধ্বংস কৰ। |
খৌখৌ কৰে- বেগাই বৈ। |
খুলুকা মলি- এবিধ নোম থকা কাপোৰ। |
কেৰ্- উলূবন্। |
খেতি-বাতি- কৃষি-কৰ্ম। |
খোজন্- প্ৰাৰ্থনা। |
খ্ৰীষ্টীয়- খ্ৰীষ্টীয়ান ধৰ্ম সম্বন্ধীয়। |
খেঁজালনি- প্ৰশংসা কৰাৰ ছলেৰে কৰা ঠাট্টা। |
খাৱা- অৰুণাচল প্ৰদেশত বসবাস কৰা এক জনগোষ্ঠী। |
খাৰাবী- ক্ষতি। |
খুল- গাওঁ। |
খোজ চলা- ধীৰে ধীৰে ফুৰ। |
খুজি- মেইতেই জনগোষ্ঠীৰ লোকসকলে পৰিধান কৰা খাৰু। |
কাদ্য় মান- খাদ্য়ৰ গুণমান। |
কাছ- অকল। |
খাং- সৰু তোম। |
খৰখৰণি- শুকান পাত লৰিলে হোৱা শব্দ। |
খনিজ পদাৰ্থ- খনিৰ পৰা ওলোৱা সামগ্ৰী। |
খগাধিপ- গড়ুৰ। |
খ'ক- বোকোচাত কেঁচুৱা লোৱা কাৰ্য। |
খন্দিয়া- এনেছা এনেছা কৰি বান্ধ। |
খক-ঙো- গৰু ৰখা স্থান। |
খকামিনী- দুৰ্গা। |
খতি- ভেঁটি। |
খনি- আকৰ। |
খন্ট- দুৰ্দান্ত। |
খচৰা- আঁচনি। |
খন্দা-ছিগা- পৃথক কৰা। |
খৰিভাৰী- খৰি ভাৰ বৈ নিয়া মানুহ। |
খলপাখলপি- জাপজাপ। |
খহুলা ভেঁকুলী- চুক ভেঁকুলী। |
কান্দি- সূতাৰ নেছা। |
খু- মুখ। |
খণ্ডন- গধুৰ বস্তুৰে জোৰ দিয়া কাৰ্য। |
খেৰাজ্- ৰাজহ। |
খুতৰা- এবিধ শাক। |
খাৰে খোৱা- দাঁত হোৱা বিশেষ বেমাৰ। |
খাম-পালি- খামতি জনগোষ্ঠীৰ লোকসকলৰ এবিধ বনগীত। |
খাড়া- থিয়। |
খাৰুৱা- খাৰ থকা। |
খাৰা- থিয় হৈ থকা। |
খুন-খাৰাৰ- হত্য়াকাণ্ড। |
খুবচুৰত- ধুনীয়া। |
খেচ্- অধম। |
খূ-দুৱা- স্থিৰ হৈ নাথাক। |
খেৰউ- জোঠা সূতা। |
খেলি- কাঁড়। |
খোলা- চৰু-হাড়ী। |
খ্য়াশেৰা- বিকৃত পূৰুষ। |
খোচামতি- কাূটি-মিনটি। |
খুলি- মাছ গোটাই ৰখা স্থান। |
খালৈ-বাঙী- এক প্ৰজাতিৰ মাছ। |
কাতিৰে- কাৰণে। |
খাউ চান উ- খামতি জনগোষ্ঠীৰ লোকসকলে প্ৰস্তুত কৰা উখুৱা চাউল। |
খলক- কলহ। |
খৰখৰীয়া- শুকান। |
খনি-বসতি- খনিৰ অৱস্থিতি। |
খণ্ড-খণ্ড- টুকুৰা-টুকুৰ। |
খ- আকাশ। |
খনিং- খন। |
খন্তেক্- এক পল। |
খৰধৰ্- বেগাবেগী। |
খাঁকি- দুটা ডালৰ যোৰা। |
খস- খজুৱতি। |
খৰ্গপাণি- যাৰ হাতত তৰোৱাল থাকে। |
খাওণ্- ভক্ষণ্। |
খাতিৰ বাতিৰ- খাতনি কৰা। |
খাৱন-শোৱন- সুখ-শান্তি। |
খুন্দা- কুঁটা। |
খগাপগা- গংগা। |
খৃষ্ট- খ্ৰীষ্ট। |
খোজ বেগা- আগত কঢ়া খোজতকৈ বেগী হ। |
খোঞ্চা- কঁকাল। |
খাওঁতা- যি পূৰুষে খায়। |
খাটাল- কইনাৰ কোঠা। |
খাদ্য়বস্তু- আহাৰ। |
খামালু- এক প্ৰজাতিৰ টান আলু। |
খুদ খহু- খজুৱতি। |
খুন্দা-খুন্দলি- নানান দুখ-কষ্ট।খলম্- তাঁতৰ তাহোন। |
খণ্ডাজিভা- চুটিজিভা। |
খদাসন- বিষ্ণু। |
খইনবা- মণিপুৰী জনগোষ্ঠীৰ লোকসকলৰ হোৱা বিবাহ বিচ্ছেদ |
খুলি- মুৰৰ লাউখোলা। |
খেচাৰি- ক'লামাহ। |
খোলোচা- স্পষ্ট। |
খেংখেঙা- কেংকেঙা। |
খুড়ি-লুৰি- বিচাৰি। |
খেনা- ভয়। |
খেৰেপা খেৰেপ্- মূতৰ দৰে। |
খোনা-খোনকৈ- খো-খোৱাই। |
খাজা- টুুকুৰা। |
খাদ- গাঁত। |
খাই পাত-ফলা- শলাগ নোলোৱা। |
খাতাল- অভদ্ৰ। |
খানাই- চুলি। |
খুদ্- ভগা চাউল। |
খেচেৰী-কাঁইট- বিশেষ বনৰীয়া লতা। |
খোকোজা- পঢ়োতে বা মাতোতে লাগি লাগি যোৱা। |
খোলাচাপৰি- এবিধ অসমীয়া পিঠা। |
খোহ- কোণ। |
খেপি- মাৰি। |
খেতা- কাঁথা। |
খেছৰা গোঠা- এক প্ৰজাতিৰ বাউ ধান। |
খৈ- আখৈ। |
খোপি- ধীৰে ধীৰে। |
খ্য়ুং-চ্য়ুক- খামতি জনগোষ্ঠীৰ লোকসকলৰ অস্ত্ৰ-শস্ত্ৰ। |
খাটাং- সম্পূৰ্ণবাৱে নিশ্চয় কৰা। |
খাউ তেক- কামতি জনগোষ্ঠীৰ লোকসকলে প্ৰস্তুত কৰা আখৈ। |
খলপ্- তৰপ্। |
খাড়ী- কাঠী। |
খাপচা- সমান নোহোৱা। |
খাৰে ধৰ- শঁয় পৰ। |
খামোচ- নিৰ্বাক। |
খেৰবাৰী- খেৰণি। |
খেদখেদা- ঘোদাল। |
খোৱাৰ- হাঁহ-কুঁকুৰা থকা গঁড়াল। |
খ্য়াত- সকলোৱে জনা-শুনা। |
খেৰণিয়ে-বননিয়ে- যিকোনো স্থানতে। |
খাৱা-বাই- কামোৰা-কামোৰি। |
খেৰেপা- প্ৰস্বাৱৰ দৰে বেয়া গোন্ধ। |
খেৰাই- কেৰ্কেটুৱা। |
খেহ্- চীন দেশ। |
খুপি- ঘৰৰ ভিতৰছোৱা। |
খুচ্খুচীয়া- আনৰ দোষ ধৰি থকা। |
খৈতি- কৃষি। |
খোজ ঢিলা- অতি লাহে লাহে খোজ কঢ়া। |
খোৰাৰ পৰ্বত লগোৱা- বৃথা চেষ্টা কৰা। |
খ্যাতিমন্ত- যশস্য়াযুক্ত। |
খেল্- ক্ৰীড়া। |
খোজ্ কাঢ়- ভৰি চলা। |
কেদ্- বেজাৰ। |
খুদীয়া- নিচেই তাকৰ। |
খুচি পোৱা- আনন্দ পোৱা। |
খাস্তাং- নষ্ট। |
কজ- বিচাৰ। |
খন্তিয়া- খন্তিৰ দ্বাৰা খোচৰ। |
খাউ হাই- খামতি জনগোষ্ঠীৰ লোকসকলে উৎপাদন কৰা আহু ধান। |
খাচা- কাং। |
খাদ্য়প্ৰাণ্- ভিটামিন। |
খা-ব্ৰাং- অলপ তিতা। |
খাম- ঢেঁকী থুৰা। |
খামুচীয়া- খামুচি পোৱা। |
খালৰ যসিনী- পিশাচী। |
খাৰা কৰ্- তিয় কৰ্। |
খাৰ-কাপোৰ- মান ধৰোতে দিয়া কাপোৰ। |
খুন্দ- গুড়ি কৰ। |
খাৱৰীয়া- অতিভোজী মানুহ। |
খাটুন- মহিলা। |
খাইমলা- এবিধ বনৌষধি। |
আকদুলি- খেজুৰ। |
খিয়াতি আন- বদনাম আন। |
খুচিপূৰ্বক- খুচিৰে। |
খুৱা- ভোগ কৰা। |
খেপেৰা- চুটি-চাপৰ। |
খোজন্তে- বিচাৰোতে। |
খোঁচৰ্- বুজিবলৈ টান। |
খোৱাতেল- মিঠাতেল। |
খণ্ডালি- তেজৰ জুখ। |
খজন- ছজিনা। |
খন্ খন্- সিঁচৰতি। |
খ-মৌ- ৰঙালাও। |
খৰ্গহস্ত- প্ৰহাৰ কৰিবৰ বাবে সাজু হৈ থকা। |
খাওঁ খাওঁ মূৰ্তি- প্ৰত্য়েক সময়তে খাওঁ খাওঁ কৈ থকা লোকৰ নিচিনা। |
খাদ্য়সামগ্ৰী- খাদ্য় আৰু ইয়াৰ উপাদান। |
খাৰা হ্- থিয় হ। |
খুং- খামতি জনগোষ্ঠীৰ লোকসকলৰ বৃৱহূত বাঁহেৰে নিৰ্মাণ কৰা চালনী। |
খুৱালাম- মিজো জনগোষ্ঠীৰ লোকনৃত্য়। |
খেপ- আখেজ। |
খোজত খোজে- খোজত খোজ মিলাই। |
খাদ্য়ালংকাৰ- খাদ্য়ক অতি ধুনীয়াকৈ সজাই থোৱা কাৰ্য। |
খামাখা- অকস্মাত। |
খাৰ্ঠছাই- বেশ্যা। |
খুকুৰা-খুকুৰ- ভাগি টুকুৰা-টুকুৰ। |
খিৰিং- ব্ৰহ্মা। |
খিতপীয়া- নামজ্বলোৱা। |
খুতুৰা- খণ্ডৰ। |
খুচি কৰ্- মনত লগা আনন্দ। |
খুম্টা- চিকুট। |
খুৱালালাম- মিজো জনগোষ্ঠীৰ লোকসকলৰ মাজত চলি থকা মুদ্ৰা। |
খেনো- কোনো। |
খেদিত- দুঃশিত। |
খেলপথাৰ- যি ঠাইত কোনো খেল খেলা হয়। |
খাছুৱা- খহুৱা। |
খকৰ্-মকৰ্- খকামকা। |
খগোলবিদ্য়া- জ্য়োতিষ বিদ্য়া। |
খচকা- ভঁৰিৰ হেচা। |
খণ্ডা- খণ্ডন কৰা। |
খঞ্জৰী- এক প্ৰজাতিৰ সৰু পক্ষী। |
খপুষ্প- আকাশ ফুল। |
খগৰা- পহু। |
খং- ক্ৰোধ। |
খণ্ডযুদ্ধ- হতাহতি। |
খনিতেক- অলম সময়। |
খবৰ্- বাৰ্তা। |
খলিপোট- চিৰস্থায়ী হ। |
খাম্- চিঠি সুমাই থোৱা ডাঠ কাগজৰ আৱৰণ। |
খালাং-খিচিং- খেলিমেলি। |
খুটিয়া ম'হে নাও ডুবা- নিজৰ মানুহৰ দ্বাৰা সমস্যা সৃষ্টি কৰা। |
খুমপাৰি- ফুলনি। |
খোজ্ বাঢ়- বিয়া পাতিবৰ কাৰণে ছোৱালী বিচাৰ। |
খোপ- সৰু টুঙীঘৰ যাক পাৰ চৰাই থাকিবৰ কাৰণে সজা হয়। |
খেক্খেকা- বান্দৰৰ নিচিনাকৈ শব্দ কৰ। |
খিচ্খিচিয়াকৈ- সৰু সৰু কৈ। |
খুকুৰি- খাং। |
খাৰিফ- হেমন্ত ঋতুৰ সময়ত হোৱা শস্য়। |
খিৰণ- হাজং জনগোষ্ঠীৰ লোকসকলৰ এক বিশেষ ঢোল। |
খুকুন্দা- সন্দেহ। |
খূ-দুৱনি- ভাৱনা। |
খেনেক্- অলপ সময়। |
খেত- শস্য় পথাৰ। |
খ্ৰীষ্টপূৰ্ব- যীশুখ্ৰীষ্টৰ জন্মৰ আগৰ সময়। |
খেৰী ঘৰ- খেৰেৰে নিৰ্মাণ কৰা ঘৰ। |
খেদখেদীয়া- মলযুক্ত। |
খোজ দে- ভৰি পেলা। |
খোলি- কাঁড় ৰখা তোণ। |
খেপিয়া- মনত বেলেগৰ পতি খেপ ৰখা। |
খেলেপ্জেলেপ্- বেমেজালি। |
খোদাই- ঐশ্বৰিক। |
খাৰিজ- ৰদ। |
খলমলি- হাহাকাৰ। |
খণ্ডমণ্ডপ- বৃত্তৰ এটা অংস। |
খকমক্- বেগাবেগীকৈ কাম কৰিলে হোৱা অপৰিপাটীমূলক বুজোৱা শব্দ। |
খচ-খইচা- সোনকালে কাম কৰিব পৰা। |
খখয়া- সৰু বগা মাছ। |
খগাসন- উদয়াচল পাহাৰ। |
খচং মচং- হাত ভৰি লৰালে হোৱা শব্দ। |
খচ্খচা- বালি পৰাৰ নিমিত্তে পোৱা দুখ-কষ্ট। |
খং খা- ক্ৰোধান্বিত হ। |
খকৰাই- অকস্মাত। |
খঁৰা-নকা- চুটি নাক থকা। |
খকৰ- হঠাতে কোনো বস্তুত খুন্দা মাৰিলে হোৱা শব্দ বা ধ্বনি। |
খং শিঙা বজোৱা- কোনো সংকৰ আগজাননী দিয়া। |
খড়ীমাটি- এবিধ বগা মাটি। |
খটকা তান- সংগীতৰ বিশেষ তান। |
খচৰ্- খোচ মাৰিলে হোৱাৰ দৰে শব্দ। |
খজল- বৰষুণ। |
খঞ্জৰী- এবিধ বাদ্য়। |
খট্খটা- এটা কঠিন বস্তু অন্য় বস্তুত মাৰিলে হোৱা শব্দ। |
খদাবাং- ৰাভা জনগোষ্ঠীৰ মহিলাই মূৰত পৰিধান কৰা বিশেষ কাপোৰ। |
খনিয়া- খাবৰ কাৰণে তামোল কাটি বহু টুকুৰা কৰ। |
খদখদা- আনন্দ। |
খন্দ-প্ৰৱৰ্তা- মাত্ৰ বছৰ থকা। |
খফাল- ভাগ্য়। |
খৰি- জুই জ্বলাবৰ বাবে অনা শুকান কাঠ-বাঁহ। |
খৰীমাটি- এবিধ বগা কঠিন মাটি। |
খলিহনা- এক প্ৰজাতিৰ সৰু মাছ। |
Please do not enter any spam link in the comment box