Type Here to Get Search Results !

অসমীয়া শব্দ অৰ্থ খ | অসমীয়া অভিধান

অসমীয়া শব্দ অৰ্থ খ | অসমীয়া অভিধান

অসমীয়া শব্দ অৰ্থ খ | অসমীয়া অভিধান
অসমীয়া শব্দ অৰ্থ খ



অসমীয়া অভিধান (Assamese Abhidhan)

খাঁজ্- পথালি।
খাওঁ-খাওঁ- খঁকুৱা।
 খাচাংখুচুং- যিকোনো বস্তুত হাতেৰে চুৱাৰ পিছত   হোৱা শব্দ।
 খামি- সাহ।
 খাৰেমুৱা- দেখিবলৈ বেয়া।
 খাস্তাং- উবাৰ।
 খিচিৰী- এবিধ খাদ্য়।
 খুকুৰি- অলপ সন্দেহ।
খুম খেদা- ল'ৰা মানুহে খেলা   এবিধ খেল।
 খেলোৱাৰ্- অদিক বুধিয়ক।
 খোজত গুড়িপৰুৱা মৰ- ধীৰে ধীৰে খোজ কাঢ়।
খোলা- বিশেষ কামৰ বাবে মুকৰি   কৰা স্থান।
 খেপিয়া- বিচাৰ।
 খুলীয়া- বায়ন।
 খেংচং- গাৰু জনগোষ্ঠীৰ লোকসকলে ব্য়ৱহাৰ কৰা   ফণি।
 খেপ্- মনত থকা খং।
 খেন খেন- হেনা হুচা মাতেৰে।
 খেৱা- মাছ ধৰিবৰ কাৰণে পানীত পেলাই টানি তোল।
খুৱাংপি- ভাইফে জনগোষ্ঠীৰ   লোকসকলৰ এবিধ বৃহৎ ঢোল।
 খুলুমবায়- নমস্কাৰ।
 খাৰুৱা তেল- মাটিৰ তলত থকা এবিধ খনিজ পদাৰ্থ।
খাৰলি পাত- আগ কটা কলা-পাত।
 খামোচ্- হাতৰ মুঠি।
 খাঙ- টাইফাকে জনগোষ্ঠীৰ লোকসকলে ব্য়ৱহাৰ কৰা   এবিধ লাটুম গুটি।
 কাদ্য়প্ৰাণহীনতা- খাদ্য়ত ভিটামিনৰ পৰিমাণ   কমিলে হোৱা বেমাৰ।
 খাটি-নুটি- কাকূটি-মিনটি কৰি।
 খাছা- এবিধ বগা মিহি কাপোৰ।
 খালাচ- স্বাভাৱিক মুক্ত অৱস্থা পোৱা।
খালৈ-পেটা- পেটাল।
 খাৰণী-খৰা- খাৰপানী উলিয়া।
 খীৰা- তিয়হঁ।
খুচুং খাচাং- খুচুৰা কাম।
 খুমটাউ- ডিমাচা জনগোষ্টীৰ মহিলাসকলে কাণত   পৰিধান কৰা অলংকাৰ।
 খেঙা-জেঙা- বিতৰ্ক।
 খেজ্মত- বেলেগৰ অদীনত কৰা চাকৰি।
 খেৱালি- এবিধ জাল।
 খোকোৰা-দোদোৰা- ভগা-ফুটা।
 খোপ-কটা- পাহ কটা।
খোঁচা- ঘৰৰ ছালৰ ফুটাত সোমোৱাই   দিয়া খেৰ।
 খৈ-মাটি- খুড়ি মাটি।
 খোদাৱন্দ- প্ৰভু।
খুচ্চুৰি- গৰু ইত্য়াদি বন্ধা   পঘা।
 খাল কাটি ঘঁৰিয়াল আন- নিজৰ বিপদ নিজে চপাই   লোৱা।
 খাচাউমা গাগাং- দয়ালু।
 খাখৰু- নীচ স্বভাৱৰ মানুহ।
 খৰ্মৰণি- শৰীৰ বা মনৰ দুখত কৰা লুটিয়ালুটি।
খৰিকা- উলূৰ গুড়িৰ ভাগ।
খলপাখলপ্- কেইবা তৰপো থকা।
খৰিকা জিৰা- কঁকিলা মাছ।
 খৰ কৰ- বেগাবেগী কৰ।
 খনিকটীয়া- যিয়ে খনিত কাম কৰে।
খগস্থান- চৰাইৰ বাহ।
 খচিত- লগোৱা।
 খপিয়া- এন্ধাৰত কোনো বস্তু দেখা নাপাই বিচাৰি   থকা।
 খদিৰ্- খৈৰ্ গছ।
 খণ্ডধাৰা- কেঁচী।
 খবৰ কাগজ- বাতৰিকাকত।
 খৰ্পৰী- অঞ্জন।
খল্ল- এবিধ পাত্ৰ য'ত ঔষধ গুড়ি   কৰা হয়।
 খান্- গাঁত কৰ্।
 খুঁট-খাঁট- সামান্য় কাজিয়া।
খাওঙা- সাহস।
 খৰ-খছু- খহু।
 খঙীয়া ফুকন- খঙীয়া মেলৰ মূখ্য় বিষয়া।
 খৰা- তিতাই শুকা।
 খাতিকা- কৃত্ৰিম নলা যাক পানী বৈ যাবৰ কাৰণে   নিৰ্মাণ কৰা হয়।
 খাম- খুঁটা।
 খানত্ৰা- খোলা।
খাদ্য়লসম্ভাৰ- বিভিন্ন ধৰণৰ   খোৱাবস্তু।
 খাপা- নষ্ট কৰিবৰ কাৰণে হোৱা আন্তৰিক আশা।
 খাৰাভাঙা- ৰাস্তাৰ মজাৰ ভগা অংশ।
খিচিৰী পকোৱা- বিভিন্ন বস্তু   সংমিশ্ৰণ কৰি একাকাৰ কৰা কৰ্ম।
 খুৰ্মা- মিঠাই।
 খেন খেন- অৰ্ধ ফুটা মাত।
 খোজ মিলা- বেলেগৰ লগত মিলি ৰাখি ভৰি মিলা।
 খোদাৰ গজপ্- ঈশ্বৰৰ শাওপাত।
খ্ৰুপ-ততাং- টাই আহোম জনগোষ্ঠীৰ   লোকসকলে জনোৱা নমস্কাৰ।
খোক-পিনু- খামতি জনগোষ্ঠীৰ   লোকসকলৰ আলহী থকা কোঠালী।
খাম- বড়ো জনগোষ্ঠীৰ লোকসকলৰ   এবিধ ঢোলৰ নিচিনা বাদ্য়।
  খাৰখোৱা জিভা- বেয়া   মাত-কথা।
খাংখ্ৰা- ডিমাচা জনগোষ্ঠীৰ   লোকসকলে নিৰ্মাণ কৰা পিঞ্জৰা।
খাগৰি কাপ- একপ্ৰকাৰৰ কলপ।
 খান্দ- কান্ধ।
 খমলা মাৰ্- গোট মাৰ্।
 খঁৰা দা- আগ নথকা দা।
 খগৰাজ- গড়ুৰ পক্ষী।
 খদৌমদৌ- খদমদম।
 খপুৱা- খলপ খলপ থকা।
খৰখুজীয়া- স্পিত খোজ কঢ়া।
 খয়ম- বক্ষ বন্ধনি।
 খচ্ খচ্ কৰে- বেগাই।
খচাল- কোঁচ।
 খন্তেকীয়া- অনিতা।
 খহমহীয়া- অনিমজ।
 খাৰ-জিলিকনি- বিজুলীৰ চমক।
 খৱা- নাৱৰ দ্বাৰা পাৰ হৈ যোৱা।
 খাঙৰা- খাং।
 খাটা- ককিলা মাছ।
খাবলৈ পালে শুবলৈ বিচৰা-   সুবিধাবাদী মানুহ।
 খামিৰা- মলা ধপাত।
 খল্ দি- টুটুকীয়া কথা ক।
খৰিদিয়া- মৃতকক মৰিশালীলৈ নি   অন্তিম দা কৰা অৰ্থত।
 খুঁচৰি- বেলেগৰ গাৰ পৰা দোষ আহি।
 খুচুৰা খৰচ- কম পৰিমাণে কৰা ব্য়য়।
 খুম্ মাৰ্- ঠুম মাৰ্।
 খেণ ওকল- ভাল সময় পাৰ হৈ যা।
 খোজনীয়া- খোজি লোৱা।
 খুল্লম খুল্লা- মুকলিমুৰীয়াকৈ।
খুতুৰা-খুতুৰ্- বহু টুকুৰা।
 খান্তি- ভাল কৰ্মৰ বাবে দিন নিৰ্বাচন কৰা।
 খানদান- উচ্চ বংশ।
খিয়াতি ৰ- অপযশ ৰৈ যা।
 খুচুৰা দোকানী- তাকৰীয়াকৈ যিয়ে বস্তু বেচে।
 খৰখৰীয়া- অধিক শুকান।
 খট- দুষ্ট।
 খৰ্বুজা- খৰ্মুজা।
 খা- ভোজন কৰ।
 খাবনি- জাবৰ গুটাবৰ কাৰণে ব্য়ৱহাৰ কৰা জবকা।
খলি- চুফাৰিৰ টুকুৰা।
 খুত্খুতীয়া- অলপ অলপকৈ কুটা।
 খেবুৰ- বেইটেই জনগোষ্ঠীৰ লোকসকলৰ এবিধ বাদ্য়।
খোঁচ মাৰি ধৰ্- কোনো জোঙা   বস্তুৰে খুচি ধৰ।
 খোজ্ পেলা- একে সমানে ভৰি দে।
 খ্যুষ্টা-খ্যুষ্টি- পৰস্পৰে পৰস্পৰৰ লগত লগা   মাৰামাৰি।
 খাহ্- নদীৰ ধলত তল যোৱা স্থান।
 +খামোন্টাই- বৰ্ম জনগোষ্ঠীৰ লোকসকলে কাণত   পৰিধান কৰা এবিধ অলংকাৰ।
 খাত্-পাম্- মাটি-বাৰী।
 খহু- ফোঁহা।
খৰ্ব- এশ অৰ্বুদ।
 খৰিদাৰ- ক্ৰেতা।
 খয়ৰাত- ভিক্ষা দিয়া।
খনন- খন্দা কাম।
 খঙত টিঙিৰি তুলা হ- খঙত জ্বলি পকি উঠ।
 কণ্ড-কথা- কেইবাটাও ভাগত ভাগ হোৱা কাহিনী।
 খন্ খাই খন্ পেলা- জোখতকৈ বেছি তামোল খোৱা।
 খৰপোচ্- বেগাই কাম কৰিব পৰা।
 খৰ্মুজা- এবিধ লতাৰ ফল।
 খাউ মু নিং- খামতি জনগোষ্ঠীৰ লোকসকলে চেৱা   দিয়া পিঠা।
খাদ্য় তালিকা- বিভিন্ন ধৰণৰ   খাদ্য় বস্তুৰ নাম থকা এখন তালিকা।
 খাম্ মাৰ্- চিঠিৰ মুৰ মুকুটাই পেলাই জাপ খোৱাই   থোৱায
 খিলিংকাৰ- বদনাম।
খীৰ- গাখীৰ।
 খুন্দাই লাখুটি- কোমোৰা বন্ধীয়া মানুহ।
 খুৱাংপি- উত্তৰ কাছাৰৰ ভাইফে জনগোষ্ঠীৰ   লোকসকলৰ ঢোল।
 খেৰাই- বড়ো জনগোষ্ঠীৰ লোকসকলৰ এক প্ৰধান   উৎসৱ।
 খেৱা- নাও মেলি পাৰি দিয়া।
খোৰ ওলা- ওৱাদিহ ওলা।
খোৱা- নদীৰ এপাৰৰ পৰা অন্য়   পাৰটোলৈ যোৱা।
খুচুৰা কাম- সৰুসুৰা কাম।
 খিছা-খিছি- হানা-হানি।
 খালন- চপৰা বন্ধা পূৰণি খাৰ।
খাপ ল- অপকাৰ কৰাৰ নিমিত্তে   বাটত লুকাই তাক।
 খাৰা- বাঁহৰ শোৱা তাং।
 খুচি- হানি।
 খালাচ কৰ- ওজনৰ বয়-বস্তু উঠা-নমা কৰ।
 খাৰমাটি- খাৰৰ গুণ থকা এবিধ মাটি।
 খালিস্তান- খালচা লোকসকলে বসবাস কৰা ঠাই।
 খীৰণ- খীৰোৱা কাৰ্য।
খুজি কিল খা- নিজে বেয়া কৰ্ম   কৰি নিজৰ বিপদ চপাই আন।
 খেও খা- কোনো কাম যেনেকুৱা হ'ব লাগে তেনেকুৱা   হ।
 খেদি যা- অপকাৰ কৰাৰ ইচ্ছাৰে কাৰোবাৰ পিছে   পিছে যা।
খুহুটীয়া- ধেমেলীয়া কথা বা কাম   কৰি হাঁহি তোলা।
 খোঁচনি বিন্ধনি- বুকু বা পেটত হোৱা জোঙা   অস্ত্ৰৰে কৰা আঘাতৰ দৰে কষ্ট ।
খাৱৈচ্- বহুত খাব পৰা।
 খাণ্ডৱ- প্ৰাচীন ইন্দ্ৰপ্ৰস্থৰ কাষত থকা এখন   ডাঠ অৰণ্য়।
 খাপাক খাৰউ- বিশেষ খাৰু।
 খান- খামতি জনগোষ্ঠীৰ লোকসকলে ব্য়ৱহাৰ কৰা   কুঠাৰ।
 খাম কো- খামতি জনগোষ্ঠীৰ লোকসকলৰ গাভৰু।
খিল্খিলা- অলপ শব্দ কৰি হাঁহ।
 খুচুৰা- কম পৰিমাণৰ।
 খুনবাও- নগাৰ প্ৰধান মানুহ।
খুকুৰি মৰা- সন্দেহ দূৰ কৰা।
 খিলা- লোকৰ ভাল দেখিব নোৱাৰা।
 খিংখিঙীয়া- অলপতে খং উঠা।
 খিল্লাৰী- আটিল দেহৰ।
খুউৱা-ধুউৱা- অন্নসেৱা।
খাই ধৰ্- ঢিলা নোহোৱাকৈ লাগ্।
খৰখৰি বোকা- এবিধ বোকা চাউলৰ   জাত।
খন- এহেজাৰ।
খকছা- ভাতকেৰেলা।
 খং মুৱা- খঙাল।
 খটীয়া- এবিধ সৰু শিঙীয়া পহু।
 খজা- পকিলেও টানে থকা।
 খটাংগধৰ- খটাংগধাৰী।
 খট্খটা- বেছি খহটা।
 খদনা- খোদিত।
খমলা- গোটমৰা দ্ৰৱ।
 খভাইল- খং কৰিলে।
 খৰিয়াল- এবিধ অকাঠী সৰু বৃক্ষ।
কলিহৈ- তেল পেৰা সৰিয়হৰ সিটা।
 খসমস- খহটা।
 খাগৰিকটা পহু- নেজ চুটি নোম ঠৰঙা এবিধ পহু।
 খাম ল্য়ুৎ-চাউ- খামতি জনগোষ্ঠীৰ লোকসকলৰ   বিয়া-নাম।
 খায়া- টান।
 খিয়লীয়া- ঈৰ্ষান্বিত।
 খুঁচুৰীয়া- মিহি হোৱাৰ কাৰণে কৰিবলৈ কঠিন।
খুচ- আনন্দিত।
 খুন্দা- আনৰ দ্বাৰা গুড়ি কৰা।
 খুৰৰ সাঁকো বগা- বিপদজনক কামত হাত দে।
খেঁজাল- প্ৰশংসা কৰাৰ ছলেৰে কৰা   ইতিকিং।
 কেতৰ- এবিধ অপদেৱতা।
 খেৰেচ্- অধম।
 খেহনেজীয়া- অতি সামান্য়।
 খোচ- নাৱৰ কাষত থকা ফুটা।
 কোন্দ- মধ্য় ভাৰতৰ এটা জনগোষ্ঠী।
 খোল- এবিধ বাদ্য়।
খৌখৌৱনী- নলাৰ পৰা পানী পৰাৰ   শব্দ।
 খিচনি- খিচ থকা স্থান।
 খিথু- শৌচালয়।
খিৰিং- সোণোৱাল জনগোষ্ঠীৰ   লোকসকলৰ শিৱ দেৱতা।
 খীণ্-মীন্- নিশকতীয়া।
 খস- খহু।
 খলাই- খালৈ।
 খলিহা-যখ- বিকৃত আকাৰৰ।
খাখস- আফুগুটি।
 খাজিক- আখৈ।
 খাব জানিলে চাউলেই চিৰা- নিয়ম-নীতি জানিলে   বিপদ বা অসুবিধাত নপৰা।
 খাৱনা- খোৱা-বোৱাত হোৱা খৰছ।
 খিচাগীত- বিয়াত গোৱা মনোৰঞ্জনমূলক ধেমেলীয়া   গীত।
খোৱা- খাওঁতা।
 খেৰি- মৰাণৰ বিশেষ লোকগীত।
 খোলক- চচপেন।
 খাওখাম- আহোম জনগোষ্ঠীৰ লোকসকলে প্ৰাৰ্থনা কৰা   জলদেৱতাৰ অৰ্থত।
খাম্খেয়াল- চঞ্চলমতী।
 খাটাংকৈ- সঠিককৈ।
 খলকিল- কঁপালে।
খদম্দম্- বেগা বেগি।
 খঁৰা- ডিঙীবিহীন খালৈ।
 খচম- গীৰিয়েক।
খচৰী- অপব্য়য়ী।
 খৰ্ব-নিখৰ্ব- কাটি টুকুৰা-টুকুৰি কৰা।
 খা- হিয়া।
 খাদক্- খাওঁতা।
 খৰ্চনা- এবিধ পক্ষী।
 খৰ্- গাধ।
 খবাম- টাই জনগোষ্ঠীৰ লোকসকলৰ ফকৰা যোজনা।
খৰ্গফলক- তৰোৱালৰ খাপ।
 খাজনা- ৰাজহ।
 খানচামা- খাদ্য় প্ৰস্তুত কৰোতা।
খাল খান্দি যশিনী চপা- নিজৰ   সংকট নিজে মাতি অনা।
 খিলাং- প্ৰাচীন দিনত চাংমাই জনগোষ্ঠীৰ লোকসকলে   শালত মাছ-মাংস কুটা।
 খুঁটিতাল- এবিধ ডাঠ সৰু তাল।
 খুন্দন্- ওজন বস্তুতে আঘাত কৰ।
 খেদা- বলৰ দ্বাৰা আঁতৰ কৰ।
খেৰশনী- গুটিবিহীন এডাল ধানখেৰ।
খোঁট- ঠোঁটৰ আঘাত।
খোৰাক-পোছাক- বৃত্তি।
 খ্ৰামবাৰ- তিৱা সম্প্ৰদায়ৰ লোকসকলৰ খ্ৰাম   বাদ্য়তকৈ অলপ সৰু।
 খুচ্মুচ্নি- হাত-ভৰি লৰালে হোৱা শব্দ।
খাম্বাজ- সংগীতৰ বিশেষ ৰাগিণী।
 খুঁচুৰীয়া কাম- সাধাৰণ কাম।
 খুঠুম- খালৈ।
 খুদ্-কণ্- খুদ্ চাউল।
 খুল্লাকপা- গাৱঁৰ মুখিয়াল।
 খাটুৱা- অধিক ওখ আৰু অধিক চাপৰ নোহোৱা।
 খৰযান- গাধই টনা যান-বাহন।
খানব্ৰাউ- অনবৰতে কান্দি থকা   ল'ৰা বা ছোৱালী।
 খাবলৈ নাই কণটো বৰ সবাহলৈ মনটো- অকামিলা   মানুহ।
 খাত্- আঁতৰত কৰা ঘৰ-বাৰী।
খাদৌ দৌ কৰে- চুটি-চাপৰকৈ।
 খোকচি নৃত্য়- দাহৰি ৰাভা সম্প্ৰদায়ৰ লোকসকলৰ   বিশেষ নৃত্য়।
 খোখোৱা- খোনাৰ নিচিনাকৈ কথা ক।
 খোলনি- কাঠ-বাহ ইত্য়াদিত দিয়া ফুটা।
খোৱালোৱা- খাদ্য়ৰ ব্য়ৱহাৰ।
খুৰত- খুৰা।
 খুজুলি- বিশেষ সুক্ষ্ম সুক্ষ্ম খাল।
 খুৰ্-শিল্- জাৰোণ।
খোৰোচা- চোঁচনি গাঠি।
 খুখুণ্ড- টুকুৰা টুকুৰ হৈ যোৱা।
 খাট্- পালেং।
 খাইমূৰা- পিতৃ-মাতৃ আু অ্য় বন্ধু-বৰ্গৰ মূৰ   খোৱা।
 খাতিখুতা- সাধাৰণ।
খৰোষ্ঠী- পূৰণি দিনত ভাৰতবৰ্ষত   ব্য়ৱহাৰ হোৱা লিপি।
খদাখদি- পাচিয়ে পাচিয়ে।
খখামখা- বেগাবেগীকৈ কৰা কাৰ্য।
খণ্ড-বাক্য়- বাক্য়ৰ এক অংশ।
খদাবান্- বহল মুখৰ বানবাটি।
খনা- মাকো।
 খৰ-পাত- একবৰ্ষী বৃক্ষ।
 খলনায়ক- প্ৰতি নায়ক।
 খৰাী-চোলা- হাত খৰা চোলা।
 খুটীয়া পহু- চাল চলন গাহৰীৰ দৰে এবিধ পহু।
 খোজ ৰাখ- চিনা-চাব থ।
খোঁক- সুক্ষ্ম খোঁটালী।
 খুন্দনা- তামোল খুন্দিবৰ কাৰণে ব্য়ৱহাৰ কৰা   এবিধ সঁজুলি।
 খুচুলি- সৰু সৰু খাল।
খুৰজি- তিৱা জনগোষ্ঠীৰ লোকসকলৰ   মাজত চলি থকা এবিধ শুকান খৰিচা।
 খোচামোদ- মন ভাল লগাবৰ কাৰমে বিভিন্ন ধৰণৰ কতা   কোৱা।
 খোটি- বুধিয়ক তিৰোতা।
 খুচুৰ-মুচুৰ- ঘৰৰ সামান্য় কাম।
 খাৰে ধৰ- খাৰ লাগি নষ্ট হ।
 খালে-ডোঙে- য'তে ততে।
 খাটিকা- মৃতদেহ কঢ়িয়াবৰ কাৰণে ব্য়ৱহাৰ কৰা   চালপীৰা।
খাই পাত পাল্- উপকাৰীৰ উপকাৰ   স্বীকাৰ নকৰা।
 খৰ্- শৰীৰ ছালত হোৱা এবিধ ৰোগ।
 খৰদূষণ- ৰালণৰ সম্পৰ্কীয় দুজন ভাতৃ।
খখ্লা- মৰণা মৰা সময়ত   গৰুৱে  খাব নোৱাৰাকৈ মুখত মাৰি দিয়া মোখা।
 খাই-তেল- মিঠাতেল।
 খসুৱা- খৰ খহু থকা।
 খা- হৃদয়।
 খাৰগাঁঠি- সৰু গাঁঠি।
 খালী- একো নথকা।
 খিতাপ- উপাধি।
খুজি- বিচাৰি।
 খুঁটি- সৰু খুঁটা।
 খুচুৰা বিক্ৰেত- অলপকৈ বয়-বস্তু বেচা লোক।
খুলি খা- সকলোবোৰ সুখ শান্তি   নাইকিয়া কৰ।
 খুৰ্- ডাঢ়ি চুলি কাটিবৰ কাৰণে ব্য়ৱহাৰ কৰা   অস্ত্ৰ।
 খেপ্- লাভৰ কাৰণে কৰা যাত্ৰা।
 খেতা- পূৰণা কাপোৰৰ দ্বাৰা প্ৰস্তুত কৰা   নিহালী।
 খেমতা নৃত্য়- অসমৰ চাহ জনগোষ্ঠীৰ লোকসকলৰ   বিশেষ নৃত্য়।
 খোঁচ মাৰ- ফুটাত খেৰ সুমাই চাল বাত।
 খোজত খোজ দি- চিন ধৰিব নোৱাৰাকৈ ভৰি দে।
খোৱানি- বিদেশৰ এবিধ সোৱাদযুক্ত   ফল।
 খোলা-তাৰা- আমনি লগা কথা কৈ মানুহক কৰা   ব্য়তিব্য়স্ত।
 খোহা-চালত থকা ফুটা মাৰিবৰ কাৰণে সুমাই দিয়া   খেৰ।
খোলা- চিৰা খান্দহ ভাজিবৰ কাৰণে   ব্য়ৱহাৰ কৰা পাত্ৰ।
 খোপ ভাগ- গপ এৰ।
 খৈৰ্- এবিধ সুকাঠী বৃক্ষ।
 খেচেৰা- নৱপ্ৰজন্মৰ ল'ৰা-ছোৱালী।
 খেইনাপা- বিবাহ বিচ্ছেপদ হোৱা পূৰু।
 খুৰপতি- এবিধ চোকা শৰ।
 খেদা দি- পিছত লৰি যা।
খেত খামাৰ- পথাৰ-সমাৰ।
 খীৰতী- গাথীৰ দিয়া গাই।
 খিল- অনুৰ্বৰ পটিত মাটি।
খিট্খিটীয়া- অলপতে খং উঠা।
 খুঁট- খুঁট- মধুৰ আঘাতৰ মাত।
 খুন্দ্ খা- নিসন্ধিকৈ ভৰোৱা হ।
 খেৰাজী মাটি- যি মাটিৰ কৰ দিব নেলাগে।
 খোজত সাপৰ মূৰ ছিগা- অধিক বেগেৰে খোজ কঢ়া।
 খোজ ল- পাল্ খা।
 খোৰা- পেঙুৰিয়াই যা।
 খদ্দৰ - হাতে কটা সূতাৰে বোৱা কাপোৰ।
 খৰধৰকৈ - বেগাই, ততাতৈয়াকৈ।
খঁৰাশিয়াল - নেজকটা বা   নামমাত্ৰ নেজ থকা শিয়াল।
 খেতি-বাতি - খেতিকাৰা, কৃষি কৰ্ম।
 খেতিয়ক - খেতিকৰা লোক, কৃষক।
খুঁত - ছিদ্ৰ।
 খোলা - কোনো কোমল বস্ত্ত বেৰি ৰখা ঠান    আৱনৰ।
 খৰা- ৰ'দ।
 খ্যাতিসম্পন্ন - যশস্যাযুক্ত,বিখ্যাত।
 খাওন্দ - বিশেষ উপাধি।
 খৰপোচ - বেগেৰে ।
 কাচি - এবিধ কুহিঁয়াৰ  নিচিনা উদ্ভিদ ।
খৰিকাঁজাই - এবিধ বগা ৰঙৰ   সুঁগন্ধিযুক্ত ফুল ।
 খৰালী - ঠাণ্ডাৰ দিন ।
 খতম - শেষ ।
খঙীয়া - খঙাল ।
 খৰচ - ব্যয় ।
 খহতা - মসৃম নোহোৱা ।
 খতি - অনুপষ্ঠিতি ।
 খচক - ভৰিৰে গচকা ।
 খৰাহী - বাঁহৰ কাঠীৰ সৰু যতন ।
 খটকটি - চিৰি ।
খাজনা - মাটিৰ কৰ ।
 খাটনিয়াৰ - বিশেষ উপাধি ।
 খঁৰানকা - চুট নাকৰ ।
খণ্ডপুচ্ছ - খঁৰা নেজ থকা ।
 খবৰ - খাতি - খবৰ - বাতৰি ।
 খচ্চৰ - ঘোঁৰা আৰু গাধৰ মিলনত যাৰ জন্ম হয় ।
 খুঁটি - সৰু সৰু চাপৰ খুঁটা ।
 খুতৰা - খুতুৰা ।
খিচিৰি - চাউল
খুঁত - ক্ৰুতি ।
খাৰমি - খাৰ ছেকি উলিওৱা পানী ।
 খাঁটি - ভেঁজাল নোহোৱা  ।
 খাদী - খদ্দৰ ।
খাৰলি - বটা সৰিয়হৰ লোণ ।
 খুটি - নাটী - সৰু - সুৰা দোষ ।
 খৰণিচটা - খাৰণি ছেকাৰ পাছৰ ছাইৰ ছপৰা ।
 খামুচি - খামুচ মাৰি ধৰা ।
 খামুচীয়া - লাহী ।
 খাদ্যভ্যাস - খাদ্যৰ তালিকা ।
 খীৰতী - গাখীৰ দিয়া ।
 খুচ - সুখী ।
খুঁটা - থিয়কৈ পোতা কাঠ ।
 খামতি - বিশেষ জনজাতি ।
 খাৰঘুলি - আহোৰ ৰজাৰ দিনৰ দুৰ্গম ঠাইত থকা খাৰ   - বাৰুদৰ ভাণ্ডাৰ ।
 খাটনি - প্ৰাৰ্থনা ।
 খাটোতা - কাটনি ধৰোতা । 
 খাটাং - নিশ্চিত ।
 খাতিৰ - অনুৰোধ ।
খুব - বৰকৈ ।
খেৰ - কুটা - খেৰ ।
খুটিতাল - মাজৰ খোল অংশ নথকা   ইবিধ তাল ।
খ্যাতিমন্ত - ধন - সম্পদ থকা ।
খোজনীয়া - মাগি খাওতা ।
খোতালি - কোঠা।
 খুলখালী - পত্নীৰ ভ্ৰাতৃ ।
 খুপৰি - মূৰ ।
 খোঁচনি - চুৰীয়া পিন্ধোতে কঁকালত খুঁচি সুমুৱা   অংশ ।
 খোলোচা - অলপো লুক - ঢাক নথকা ।
 খোঁচাখোঁচি - পৰস্পৰে খোঁচা কাৰ্য ।
 খেৰীঘৰ - খেৰে সজা গৃহ ।
খেচাৰত - ক্ষতিপূৰণ ।
 খ্ৰীষ্ট - খ্ৰীষ্টান ধৰ্মৰ প্পৱৰ্তক যীশুৰ   উপাধি ।
 খোজোতাং - আনৰ ওচৰত হাত পতা ।
খুৰীবাটি - খুৰা নথকা বাটি ।
 খেঁকাৰ - ডিঙিৰ পৰা ওলোৱা এবিধ বিজলুৱা পদাৰ্থ   ।
 খুহুতীয়া - ধেমেলীয়া ।
 খ্য়াত ( খিয়াতি  - যশস্য়া ।
 খৰতকীয়া - কামত খৰ , শীঘ্ৰে কৰিব পৰা ।
 খয়- শেষ, সীমা ।
 খৰচীয়া- খৰচি মৰা ।
খচ্ মচ্ - মানে শুকান পাতৰ   নিচিনা বস্তু লৰিলে হোৱা শব্দ।
 খচ্ খচ্ - মানে বালি মোহাৰিলে হোৱা নিচিনা   শব্দ।
 খটং - মানে কোনো টান বস্তু ইটোয়ে আনটো খোন্দা   মাৰিলে হোৱা শব্দ।
 খণ্ডিত - মানে যিকোনো এটা বস্তু নষ্ট কৰা।
 খনিকৰ - মানে মাটিৰ মূৰ্ত্তি সাজোতা যন।
 খন্দ- মানে খেতি কৰা এটা বতৰ।
 খন্তক - মানে অলপ বেলি।
খচক - মানে গচকা।
 খদ্যোত - জোনাকী পৰুৱা।
 খদমদম - মানে সোনকালে।
খদাবান - মানে বহল মুখৰ বান   বাটি।
 খনা - মানে আনৰ হাতে খন্দোৱা।
 খৰ্ - মানে বেগাই যোৱা।
 খৰগ - মানে গঁড়ৰ শিং
 খবিচ - সম্পূৰ্ণ
 খইৰা- এবিধ বৃক্ষ।
 খচকনি- খচকা কাৰ্য।
খখ- জোখতকৈ অধিক লোভ।
 খণ্ড-বিখণ্ড- গুদা।
 খাউ তোম- খামতি জনগোষ্ঠীৰ লোকসকলৰ টোপোলা ভাত।
খাইচ- অধিক আশা।
 খাদাং- আচৰিত।
 খাত- ছিদ্ৰ।
 খাটকৰি- খটখটি।
 খুঁচুৰীয়াকৈ- কমকৈ।
 খিৰিসা- পগোৱা গাখীৰ।
 খুণ্ডি- হানি।
খুণ্ড- খাচি কৰ।
 খুচি- ইচ্ছা।
 খুতুৰীয়া শাক- খুতুৰা শাক।
খেকট- দাঁত নিকটাই।
 খউৱাং- কঁকাল।
 খুৰী- খুৰাৰ পত্নী।
 খোকনদু- বিমুঢ়।
 খ্ৰীষ্টান্- এটা ধৰ্ম।
 খেলেপাং- সোলোক-ঢোলোক।
 খোজত পৰি মৰ- দুৰ্বল হ।
খোলায়- খাটল।
 খোৰা- ধাতুৰ পাত্ৰ।
 খাণ্ডা- দা।
খাটা- চুটি।
 খাউ মু চেন- খামতি জনগোষ্ঠীৰ লোকসকলৰ তেলত ভজা   পিঠা।
 খোলা- মুকলি।
 খোপ- গপ।
 খ্য়াতি- সৃনাম।
খুঁত্- ঘোণ।
খুতি'কাঙি- আগত।
খুত্তেই- গামোচা জাতীয় কাপোৰ।
 খা-থাং- অধিক তিতা।
 খাঃ- কলিষা, নৈ।
খহা- এৰুৱাই তললৈ পেলা।
 কান্তা- সময়।
 খাদ্য়াভাৱ- খোৱা বস্তুৰ অভাৱ।
 খুন্দা মাৰি- খুন্দনাত বস্তু গুড়ি কৰিবৰ   কাৰণে ব্য়ৱহাৰ কৰা লোহাৰ মাৰি।
 খুচুং-মুচুং কৰ- খুচ-মুচ কৰ।
 খুৰালক- লোৰ কাঁড়।
 খেখৰু- মাকৈ।
খোকোৰা- অধিককৈ ভগা।
 খোজ পৰ- ভৰিৰ চিন ৰ।
 খোলা- ওনা।
খ- ব্য়ঞ্জণবৰ্ণৰ দ্বিতীয় আখৰ।
 খঁতিৰা- নিৰূপিত সময়।
 খহুৱা- খহু-থকা।
 খহ্মহা- খৰখৰা।
 খাদিম- সেৱক।
 খচ কৰা- খোজ কাঢ়।
 খাণ্ডাৱ- কাষলৈ অহা।
খাঞ্চি- কাঁহী।
 খানা- চকুৰে দেখা নোপোৱা।
 খাস্তা- বিকৃত।
খাৰমাছ কৰ- নষ্ট কৰ।
 খুচি- সৰু পাচি।
 খুধা- ভোক।
 খুট্টি- খুৰা।
 খেনো-মেনো- খেলিমেলি।
খেৰি- খেলা।
খেজা- চেহেৰা।
খোজগুড়ি- খোজকাঢ়ি।
খোলান- আগচুতাল।
খোপৰা- গৰু থকা ঘৰ।
খ্য়াতনামা- প্ৰসিদ্ধ।
 খাটিয়া- সৰু পালেং।
 খলি ল- নিতৌ অহা যোৱা কৰ।
 খৰখৰিয়া- শোটা।
 খমাৰ- ব্য়ৱসায় কৰা লোক।
 খবিচ- সম্পূৰ্ণ।
 খগাট- গ্ৰহ।
খদা- দেহৰ ছালত চিত্ৰ অংকণ কৰা।
 খট- বিশেষ চকুৰ বেমাৰ।
 খন্ট- যিয়ে মিছা কথা কয়।
খণ্ডিত্- ছিঙা।
 খনিজ- াকৰিক।
 খৰয়া- প্ৰাচীন।।
 খৰপাত্ৰ- লোহাৰ পাত্ৰ।
 খঁচা- হুল।
 খকৰ কৰে- অকস্মাতে।
 খগম- পক্ষী।
খটক- ওকট।
 খন্- খান।
 খাউ মু তৌম- খামতি জনগোষ্ঠীৰ লোকসকললৰ পানী   পিঠা।
খাতক্- যিয়ে ধাৰ কৰে।
 খাব- ক্ষেপণ।
 খামি পুতি- সাহসেৰে।
 খানি- খনি।
 খাৰাম- ঢোল।
 খায়া- খাই।
, খালা-খালু- মহা-মাহী।
খিয়াতি- যশস্য়া।
 খিলাপ- নিয়ম নমনা।
 খুৱাঘাত- ভৰিৰ দ্বাৰা মৰা লাথি।
খুৱং- কুকি।
 খাৰাপ্- বেয়া।
 খাৱৰীয়া- যিয়ে খায়।
 খাংচি- থালী।
 খৰ্-খেদা- লৰালৰি।
 খৰচ- ব্য়য়।
 খগৱতী- পৃথিৱী।
খ্য়ুং-খাম- খামতি জনগোষ্ঠীৰ   লোকসকলৰ আ-অলংকাৰ।
 খুৰ্পী- মাটি খুচৰিবৰ কাৰণে ব্য়ৱহাৰ কৰা লোহাৰ   সঁজুলী।
খেখট- তিতা মাত।
খোকাফিছা- মাছ ধৰিবৰ কাৰণে   ব্য়ৱহাৰ কৰা এবিধ সঁজুলি।
 খোজ ৰখা- গতি বন্ধ কৰ।
 খোৰ- লেঙেৰা।
 খোলাখুলিকৈ- মুকলিকৈ।
 খোৱা- অৰুণাচল প্ৰদেশত থকা স্বল্পজাত   জনগোষ্ঠী।
 খাংখু- থুঁতৰি।
 খাউ পং- খামতি জনগোষ্ঠীৰ লোকসকলে প্ৰস্তুত কৰা   মুৰি।
খৰ্জৰ- খেজুৰি।
 খলবাট- তপা।
 খৰ্ব- চোকা।
খৰিকা বাৰি- নঙলা মাৰি।
 খৰসান- চোকা।
 খহুলা- খহটা।
 খাট্- উপকাৰ কৰিব বুলি ভাৱি কাৰোবাৰ ওপৰত   বিশ্বাস কৰা।
 খাউ মেপ- খামতি জনগোষ্ঠীৰ লোকসকলে প্ৰস্তুত   কৰা চিৰা।
 খাইদ- যদি।
 খমটন- কুকি জনগোষ্ঠীৰ মহিলাসকলৈ পিন্ধা এবিধ   মেখেলা।
খতিয়া- সংগ্ৰহ কৰ।
 খঁপা- খোপা।
 খচ্চ- খণ্ডন।
খতিখুন- দেহৰ কোনো অংগত থকা   বিশেষ ঘা।
 খৰামিনা- চবকা।
 খৰি লোৰ- খৰি বোটল।
 খৰিদ- ক্ৰয় কৰ।
 খলিহৈ- এবিধ বনৌষধি।
খলিহা আমলা- এক প্ৰজাতিৰ ধানৰ   নাম।
খাখা- তলি উদং।
খাঁহা- খোৱা।
 খাদ্য়াভাস- ভাদ্য়ৰ অভ্য়াস।
 খান্দ- খান।
খাৰঘৰীয়া- অসমীয়া লোসকলৰ হিন্দু   ধৰ্মৰ এটা উপাধি।
 খিচ্মিচ্- কিচমিচ।
 খুকুৰা- বিয়া নপতা লোক।
 খুম- ঠুম্।
 খেচেৰা- লেতেৰা।
 খেলুৱাই- খেলত পাৰ্গত লোক।
 খোদ- নিজে।
খ্ৰি- জোৱাই।
 খিচ্- তিৰষ্কাৰ কৰ।
 খাখা- সকলো হেৰোৱা।
খৰি- দাগ।
 খতিয়ান- হিচাপ।
 খপল- কটালে।
 খৰ্- সোনকালে।
 খলুৱা- টেঙৰ।
 খাঁজকটা- খাপ কটা।
 খাগ- গড়ৰ খৰ্গ।
খাচ- প্ৰকৃত।
 খাৰ্- ছাই-লোণ্।
 খাল্- বহল্ গাত।
খিনি- জোখৰ।
 খুক মং- খামতি জনগোষ্ঠীৰ লোকসকলৰ ঢেকী।
 খুজুনা- খুতৰা।
 খুখুন্দা- শুকান।
 খুৰা- দেউতাৰ বায়েক।
খুব্- বহুত।
খোঁচ্- বিন্ধ।
খোলক- বৰ্ম।
খ্ৰে খ্ৰে- লাহে লাহে।
খোদাতাল্লা- ভগৱান।
খো- খামতি জনগোষ্ঠীৰ লোকসকলে   ব্য়ৱহাৰ কৰা কোৰ।
 খেল্না- পুতলা।
 খুৱাল- ৰাস নাচোতে কঁকালত পিন্ধা এবিধ কাপোৰ।
 খুঁটি খাব পৰা হ- বুজন হ।
 খিদিৰ- সন্ন্য়াসী।
 খায়া-দায়া- খাই-বৈ।
 খাদ্য়সংকট- খাদ্য়ৰ অভাৱৰ সমস্য়া।
খলি- খল।
 খশ- খেকাৰ।
 খৰলা- যুৱতী।
খঁৰা- অসম্পূৰ্ণ।
 খগপতি- বিষ্ণুৰ বাহন।
 খচ্লত- অভ্য়াস।
 খণ্ডমুণ্ড- মূৰ নথকা।
 খন খাউ- খামতি জনগোষ্ঠীৰ লোকসকলে আৰাধনা কৰা   লখিমি আই।
 খতম্- শেষ।
 খপ্ কৰে- হঠাতে।
 খৰতৰ্- অধিক বেগী।
 খবৰা- খবৰ।
খৰিদা- কিনা।
 খৰ্পৰ- চোৰ।
 খলচা- খলিহনা।
 খলিহৈ কলা- এবিধ ধান।
 খাইৰ- বৃহৎ মাছে কণী পৰা ঠাই।
 খাগৰি- অৰণ্য়ত নিজে নিজেই হোৱা কুঁহিয়াৰৰ দৰে   এবিধ তৃণ।
 খানিতেক- অলপ সময়।
খাম্- খমলা।
 খাৰি- দাগ।
 খিম- কুকি জনগোষ্ঠীৰ লোকসকলে ডিঙিত পৰিধান কৰা   এবিধ অলংকাৰ।
খুঁটিয়া- চিকুটি ধৰি মাৰ।
 খুতুৰিয়া- সৰু সৰুকৈ কাট।
 খুবলেই- নমস্কাৰ।
 খেচ্- অনুক।
 খেট- নক্ষত্ৰ।
 খেনি- ইতিকিং।
 খেৰণি- কেৰ থকা স্থান।
খেৱ- খেও।
 খোঁচ্ মাৰ্- জোঙা বস্তুৰ দ্বাৰা আঘাত কৰ।
 খোদিত- শিলত অংকিত।
খোলা- খুচুৰা।
 খ্ৰামডুবুং- অসমৰ ডিমাচা জনগোষ্ঠীৰ লোকসকলৰ   এবুিধ বাদ্য়।
 খৌ- মোনা।
 খেলুৱৈ-সুলভ- খেলুৱৈৰ নিচিনা।
 খোৰা- কেৰাহীৰ ঢাকন।
খেণ- অতি অলপ সময়।
খুম্- দক্ষতা।
খানায়- চুলি।
 কাকী- মটিয়া ৰঙৰ।
 খৰাং- শুকান।
খৰিয়াল্- কাজিয়া।
 খতা- কোছা।
  খন- জাৰণ শিলৰ গুড়িৰ   দ্বাৰা প্ৰস্তুত কৰা এবিধ ৰেটি।
 খনা- কালি।
 খৰাধুন- সম্পূৰ্ণ নোহোৱা পোছাক।
খপৰা- কোনেও গম নোপোৱাকৈ থকা   স্থান।
খৰ- বাহিৰৰ ইন্দ্ৰিয়।
খৰম্- কাঠৰ পাদুকা।
 খৰগ্- গড়ৰ শিং।
 খৰুৱা-বেঙেনা- বাৰমাহে হোৱা এবিধ বেঙেনা।
খাছিবা- সৰু। 
 খাতা- চুটি।
 খাদ্য়- আহাৰ। 
 খাৰা- পীৰাৰ নিচিনা সঁজুলি।
 খাৱৈ- দীঘলীয়া খাল।
খাৰুমণি- বিয়াৰ দিনা কইনাক   পৰিধান কৰোৱা অলংকাৰ।
খুতুৰীয়া- অলপ মুখ-ভগা।
খুচি- হানি-খুচি।
 খেও মাৰ- জাল পেলা।
 খোজ ধৰ- যাবৰ কাৰণে কোজ দে।
খ্য়ুপ- খামতি জনগোষ্ঠীৰ লোকসকলে   ব্য়ৱহাৰ কৰা এবিধ চেপেনা।
 কখিয়াট- কপটী।
 খিয়ানত- ক্ষতি।
 খিছা- কাহিনী।
 খাঁয়া- নলা।
খলিত্- নিষ্ফল।
 খপীয়া- চপনীয়া।
খছু- খহু।
 খইল্ছা- খলিহনা।
 খঁকা- কাহ।
কঙৰা- খঙাল।
 খল্লিকা- কেৰাহী।
 খাকতাল- সময় সুবিধা।
 খাটনিয়াৰ্- স্নেহ আৰু বিশ্বাসৰ লোক।
 খালৈ- মাছ থবৰ কাৰণে ব্য়ৱহাৰ কৰা এবিধ সঁজুলি।
খিচিৰা- ক্ষীণ।
 খপৰা- যিটো কোঠালিত শোৱা হয়। 
খাই মাৰ- আমনি কৰ।
 খৰকৈ- বেগেৰে।
 খড়া- এবিধ শাক।
খখাৰ- খেকাৰ।
 খলকি- গাঁত।
 খৰিকা বটালি- এবিধ সৰু বটালি।
 খৰ্জু- কেজুৰ।
 খসু- খহ।
খিৰণি- এবিধ মূল্য়ৱান গছ।
খেৰা- শহা।
খোখৰা-মোখোৰা- ভগা-ছিগা।
খোৱাৰ বোন্দা- অনবৰতে খাও খাও   কৰি থকা মানুহ।
খেমা- ক্ষমা।
 খোৱা-কামোৰা- কাজিয়া।
 খাংৰা- কোনো কঠিন বস্তু কাটিবৰ কাৰমে ব্য়ৱহাৰ   কৰা সঁজুলি।
খুন্দা খা- গৈ থকা অৱস্থাত কোনো   বস্তু বা মানুহৰ শৰীৰত জোৰেৰে লাগ।
 খেক্-শিয়াল্- সৰু শিয়াল্।
 খুল্লু- খলনায়ক।
 খাউ মু তেক- খামতি জনগোষ্ঠীৰ লোকসকলৰ হেঁচা   পিঠা।
 খৰবৰ- লাগ।
 খচ্কে- সোনকালে।
খট্কা- সন্দেহ।
 খৰখে্দা কৰ- লৰালৰি কৰ।
 খাদুক- যিয়ে আনৰ হিংসা বা অনিষ্ট কৰে।
 খামাৰ- মৰণা মৰা স্থান।
 খাব্টা- খাটুৱা।
খাৱৈ- সীৰলু।
 খুনী- হত্য়াকাৰী।
খেংপি- বৃক্ষ।
 খুৱং- কুকি জনগোষ্ঠীৰ লোকসকলৰ ঢোল।
 খুমাৱা- ধ্বংস।
খেৰী- খেৰৰ দ্বাৰা নিৰ্মাণিত।
 খেতো- কোনো।
 খেটিতাল- বৈটালিক।
 খোজ থ- উপস্থিত হ।
 খোলকী- এটা জন্তুৰ গধুৰ খোলা।
 খোছা- টাংছা জনগোষ্ঠীৰ মহিলাসকলৰ এবিধ কাপোৰ।
 খেয়- দলং।
খেইয়া- খাই।
 খুড়া- দেউতাৰ ভায়েক।
 খুংগাহ- ক'লা বৰণৰ ঘোঁৰা।
খালে-বামে- যি তি ঠাইতে।
 খিলি- চিট্কানি।
 খিদ্ৰ- বেমাৰ।
 খামাৰ- খাত।
 খালি- মাথোন।
 খাৰণী- খাৰৰ পানী।
 খুদ্ৰ- সৰু।
খুজেৰ- ওঁঠ।
 খেতেতেয় হুট- এবিধ সৰু চৰাই।
 খোৱা-বোৱা- ভোজন-পাত।
খাদ-  সোণ আৰু ৰূপৰ   সৈতে মিহলি ধাতু।
 খালাচ দে- দোষমুক্ত কৰ।
 খাৰঝিলিকা- বিজুলী।
 খে- ডাঙৰ।
 খোজ্- মাগ্।
 খোৰ- সৰু গাঁত।
 খ্য়াতাপন্ন- প্ৰসিদ্ধ।
খুলুকামলি- প্ৰাচীন দিনত   ব্য়ৱহাৰ হোৱা বিশেষ নোমাল কাপোৰ।
 খাৱলা- খোল।
 খাদা- মাটিৰে নিৰ্মাণৰ কৰা ঘূৰণীয়া গামলা।
 খং- পাৱ।
 খণ্ডপাল- মিঠাই বিক্ৰী কৰা লোক। 
 খট্টাক- সুক্ষ্ম চালপীৰা।
 খঞ্জৰ্- সৰু তৰোৱাল।
 খন তাউ- খামতি জনগোষ্ঠীৰ লোকসকলে ব্য়ৱহাৰ কৰা   লাঠি।
 খৰচি- সকলোবোৰ আটি-গুৰি মাৰি।
খল্ খল্- এটা অনুকৰণমূলক
সেইটো প্ৰকাশ কৰিবলৈ ব্যৱহৃত   শব্দ উত্তেজিত পানী বা ডাঙৰ হাঁহিৰ।
 খাউখেৰেং- এবিধ তৃণ।
 খাতি- শুভ কৰ্মৰ কাৰণে দিন নিৰ্বাচন কৰা।
খাৱন্- খাদ্য়।
 খুঁট্-খুঁট্কৈ- সৰু সৰুকৈ কিন্তু মাজে সময়ে।
 খুদ-মুদি- খাবৰ কাৰণে কৰা ইচ্ছা।
 খুজীয়া- খুজৰ দৰে।
 খেক্খেকনি- বান্দৰৰ মাত।
খুৱং- মাৰ সমাজত চলি থকা এবিধ   ঢোল।
খেৰৰ খণী যেন হোৱা- শুকাই-খীণাই   নাইকিয়া হৈ যোৱা লোক।
খোকৰ্- বৰকৈ ভাগ্।
 খোজনীয়াৰ- মগনিয়াৰ।
খেদেলা- লেতেৰা লোক।
 খুচুৰাকৈ- তাকৰীয়াকৈ।
 খাৱলা-খাৱলি- ওখ-চাপৰ।
 খিলত- অনুৰ্বৰ।
 খুচ্বু- ভাল গোন্ধ।
 খুত্- কাটল্।
 খোলা-উলিয়া- ধ্বংস কৰ।
খৌখৌ কৰে- বেগাই বৈ।
 খুলুকা মলি- এবিধ নোম থকা কাপোৰ।
 কেৰ্- উলূবন্।
খেতি-বাতি- কৃষি-কৰ্ম।
 খোজন্- প্ৰাৰ্থনা।
 খ্ৰীষ্টীয়- খ্ৰীষ্টীয়ান ধৰ্ম সম্বন্ধীয়।
 খেঁজালনি- প্ৰশংসা কৰাৰ ছলেৰে কৰা ঠাট্টা।
 খাৱা- অৰুণাচল প্ৰদেশত বসবাস কৰা এক জনগোষ্ঠী।
 খাৰাবী- ক্ষতি।
 খুল- গাওঁ।
খোজ চলা- ধীৰে ধীৰে ফুৰ।
 খুজি- মেইতেই জনগোষ্ঠীৰ লোকসকলে পৰিধান কৰা   খাৰু।
 কাদ্য় মান- খাদ্য়ৰ গুণমান।
কাছ- অকল।
 খাং- সৰু তোম।
 খৰখৰণি- শুকান পাত লৰিলে হোৱা শব্দ।
 খনিজ পদাৰ্থ- খনিৰ পৰা ওলোৱা সামগ্ৰী।
 খগাধিপ- গড়ুৰ।
খ'ক- বোকোচাত কেঁচুৱা লোৱা   কাৰ্য।
খন্দিয়া- এনেছা এনেছা কৰি   বান্ধ।
খক-ঙো- গৰু ৰখা স্থান।
খকামিনী- দুৰ্গা।
খতি- ভেঁটি।
খনি- আকৰ।
 খন্ট- দুৰ্দান্ত।
 খচৰা- আঁচনি।
 খন্দা-ছিগা- পৃথক কৰা।
 খৰিভাৰী- খৰি ভাৰ বৈ নিয়া মানুহ।
 খলপাখলপি- জাপজাপ।
 খহুলা ভেঁকুলী- চুক ভেঁকুলী।
কান্দি- সূতাৰ নেছা।
 খু- মুখ।
 খণ্ডন- গধুৰ বস্তুৰে জোৰ দিয়া কাৰ্য।
খেৰাজ্- ৰাজহ।
 খুতৰা- এবিধ শাক।
 খাৰে খোৱা- দাঁত হোৱা বিশেষ বেমাৰ।
 খাম-পালি- খামতি জনগোষ্ঠীৰ লোকসকলৰ এবিধ   বনগীত।
 খাড়া- থিয়।
 খাৰুৱা- খাৰ থকা।
 খাৰা- থিয় হৈ থকা।
খুন-খাৰাৰ- হত্য়াকাণ্ড।
 খুবচুৰত- ধুনীয়া।
 খেচ্- অধম।
খূ-দুৱা- স্থিৰ হৈ নাথাক।
 খেৰউ- জোঠা সূতা।
 খেলি- কাঁড়।
 খোলা- চৰু-হাড়ী।
 খ্য়াশেৰা- বিকৃত পূৰুষ।
 খোচামতি- কাূটি-মিনটি।
 খুলি- মাছ গোটাই ৰখা স্থান।
খালৈ-বাঙী- এক প্ৰজাতিৰ মাছ।
 কাতিৰে- কাৰণে।
 খাউ চান উ- খামতি জনগোষ্ঠীৰ লোকসকলে প্ৰস্তুত   কৰা উখুৱা চাউল।
খলক- কলহ।
 খৰখৰীয়া- শুকান।
 খনি-বসতি- খনিৰ অৱস্থিতি।
 খণ্ড-খণ্ড- টুকুৰা-টুকুৰ।
 খ- আকাশ।
 খনিং-    খন।
 খন্তেক্- এক পল।
খৰধৰ্- বেগাবেগী।
 খাঁকি- দুটা ডালৰ যোৰা।
 খস- খজুৱতি।
খৰ্গপাণি- যাৰ হাতত তৰোৱাল   থাকে।
 খাওণ্- ভক্ষণ্।
 খাতিৰ বাতিৰ- খাতনি কৰা।
 খাৱন-শোৱন- সুখ-শান্তি।
 খুন্দা- কুঁটা।
 খগাপগা- গংগা।
 খৃষ্ট- খ্ৰীষ্ট।
খোজ বেগা- আগত কঢ়া খোজতকৈ বেগী   হ।
 খোঞ্চা- কঁকাল।
 খাওঁতা- যি পূৰুষে খায়।
খাটাল- কইনাৰ কোঠা।
 খাদ্য়বস্তু- আহাৰ।
 খামালু- এক প্ৰজাতিৰ টান আলু।
 খুদ খহু- খজুৱতি।
 খুন্দা-খুন্দলি- নানান দুখ-কষ্ট।খলম্- তাঁতৰ   তাহোন।
 খণ্ডাজিভা- চুটিজিভা।
 খদাসন- বিষ্ণু।
খইনবা- মণিপুৰী জনগোষ্ঠীৰ   লোকসকলৰ হোৱা বিবাহ বিচ্ছেদ
 খুলি- মুৰৰ লাউখোলা।
 খেচাৰি- ক'লামাহ।
খোলোচা- স্পষ্ট।
 খেংখেঙা- কেংকেঙা।
 খুড়ি-লুৰি- বিচাৰি।
খেনা- ভয়।
 খেৰেপা খেৰেপ্- মূতৰ দৰে।
 খোনা-খোনকৈ- খো-খোৱাই।
 খাজা- টুুকুৰা।
 খাদ- গাঁত।
খাই পাত-ফলা- শলাগ নোলোৱা।
খাতাল- অভদ্ৰ।
খানাই- চুলি।
 খুদ্- ভগা চাউল।
 খেচেৰী-কাঁইট- বিশেষ বনৰীয়া লতা।
খোকোজা- পঢ়োতে বা মাতোতে লাগি   লাগি যোৱা।
 খোলাচাপৰি- এবিধ অসমীয়া পিঠা।
 খোহ- কোণ।
 খেপি- মাৰি।
 খেতা- কাঁথা।
 খেছৰা গোঠা- এক প্ৰজাতিৰ বাউ ধান।
 খৈ- আখৈ।
খোপি- ধীৰে ধীৰে।
 খ্য়ুং-চ্য়ুক- খামতি জনগোষ্ঠীৰ লোকসকলৰ   অস্ত্ৰ-শস্ত্ৰ।
 খাটাং- সম্পূৰ্ণবাৱে নিশ্চয় কৰা।
খাউ তেক- কামতি জনগোষ্ঠীৰ   লোকসকলে প্ৰস্তুত কৰা আখৈ।
 খলপ্- তৰপ্।
 খাড়ী- কাঠী।
 খাপচা- সমান নোহোৱা।
 খাৰে ধৰ- শঁয় পৰ।
 খামোচ- নিৰ্বাক।
 খেৰবাৰী- খেৰণি।
খেদখেদা- ঘোদাল।
 খোৱাৰ- হাঁহ-কুঁকুৰা থকা গঁড়াল।
 খ্য়াত- সকলোৱে জনা-শুনা।
খেৰণিয়ে-বননিয়ে- যিকোনো   স্থানতে।
 খাৱা-বাই- কামোৰা-কামোৰি।
 খেৰেপা- প্ৰস্বাৱৰ দৰে বেয়া গোন্ধ।
 খেৰাই- কেৰ্কেটুৱা।
 খেহ্- চীন দেশ।
খুপি- ঘৰৰ ভিতৰছোৱা।
খুচ্খুচীয়া- আনৰ দোষ ধৰি থকা।
খৈতি- কৃষি।
খোজ ঢিলা- অতি লাহে লাহে খোজ   কঢ়া।
খোৰাৰ পৰ্বত লগোৱা- বৃথা চেষ্টা   কৰা।
খ্যাতিমন্ত- যশস্য়াযুক্ত।
 খেল্- ক্ৰীড়া।
 খোজ্ কাঢ়- ভৰি চলা।
 কেদ্- বেজাৰ।
 খুদীয়া- নিচেই তাকৰ।
 খুচি পোৱা- আনন্দ পোৱা।
 খাস্তাং- নষ্ট।
কজ- বিচাৰ।
 খন্তিয়া- খন্তিৰ দ্বাৰা খোচৰ।
 খাউ হাই- খামতি জনগোষ্ঠীৰ লোকসকলে উৎপাদন কৰা   আহু ধান।
খাচা- কাং।
 খাদ্য়প্ৰাণ্- ভিটামিন।
 খা-ব্ৰাং- অলপ তিতা।
 খাম- ঢেঁকী থুৰা।
   খামুচীয়া- খামুচি   পোৱা।
 খালৰ যসিনী- পিশাচী।
 খাৰা কৰ্- তিয় কৰ্।
খাৰ-কাপোৰ- মান ধৰোতে দিয়া   কাপোৰ।
 খুন্দ- গুড়ি কৰ। 
 খাৱৰীয়া- অতিভোজী মানুহ।
খাটুন- মহিলা।
 খাইমলা- এবিধ বনৌষধি।
 আকদুলি- খেজুৰ।
 খিয়াতি আন- বদনাম আন।
 খুচিপূৰ্বক- খুচিৰে।
 খুৱা- ভোগ কৰা।
 খেপেৰা- চুটি-চাপৰ।
খোজন্তে- বিচাৰোতে।
 খোঁচৰ্- বুজিবলৈ টান।
 খোৱাতেল- মিঠাতেল।
খণ্ডালি- তেজৰ জুখ।
 খজন- ছজিনা।
 খন্ খন্- সিঁচৰতি।
 খ-মৌ- ৰঙালাও।
 খৰ্গহস্ত- প্ৰহাৰ কৰিবৰ বাবে সাজু হৈ থকা।
 খাওঁ খাওঁ মূৰ্তি- প্ৰত্য়েক সময়তে খাওঁ খাওঁ   কৈ থকা লোকৰ নিচিনা।
 খাদ্য়সামগ্ৰী- খাদ্য় আৰু ইয়াৰ উপাদান।
খাৰা হ্- থিয় হ।
 খুং- খামতি জনগোষ্ঠীৰ লোকসকলৰ বৃৱহূত বাঁহেৰে   নিৰ্মাণ কৰা চালনী।
 খুৱালাম- মিজো জনগোষ্ঠীৰ লোকনৃত্য়।
খেপ- আখেজ।
 খোজত খোজে- খোজত খোজ মিলাই।
 খাদ্য়ালংকাৰ- খাদ্য়ক অতি ধুনীয়াকৈ সজাই থোৱা   কাৰ্য।
 খামাখা- অকস্মাত।
 খাৰ্ঠছাই- বেশ্যা।
খুকুৰা-খুকুৰ- ভাগি   টুকুৰা-টুকুৰ।
খিৰিং- ব্ৰহ্মা।
খিতপীয়া- নামজ্বলোৱা।
খুতুৰা- খণ্ডৰ।
খুচি কৰ্- মনত লগা আনন্দ।
খুম্টা- চিকুট।
 খুৱালালাম- মিজো জনগোষ্ঠীৰ লোকসকলৰ মাজত চলি   থকা মুদ্ৰা।
 খেনো- কোনো।
 খেদিত- দুঃশিত।
 খেলপথাৰ- যি ঠাইত কোনো খেল খেলা হয়।
খাছুৱা- খহুৱা।
খকৰ্-মকৰ্- খকামকা।
খগোলবিদ্য়া- জ্য়োতিষ বিদ্য়া।
খচকা- ভঁৰিৰ হেচা।
খণ্ডা- খণ্ডন কৰা।
খঞ্জৰী- এক প্ৰজাতিৰ সৰু পক্ষী।
 খপুষ্প- আকাশ ফুল।
 খগৰা- পহু।
 খং- ক্ৰোধ।
 খণ্ডযুদ্ধ- হতাহতি।
খনিতেক- অলম সময়।
খবৰ্- বাৰ্তা।
খলিপোট- চিৰস্থায়ী হ।
 খাম্- চিঠি সুমাই থোৱা ডাঠ কাগজৰ আৱৰণ।
 খালাং-খিচিং- খেলিমেলি।
খুটিয়া ম'হে নাও   ডুবা- নিজৰ মানুহৰ দ্বাৰা সমস্যা সৃষ্টি কৰা।
 খুমপাৰি- ফুলনি।
 খোজ্ বাঢ়- বিয়া পাতিবৰ কাৰণে ছোৱালী বিচাৰ।
 খোপ- সৰু টুঙীঘৰ যাক পাৰ চৰাই থাকিবৰ কাৰণে   সজা হয়।
 খেক্খেকা- বান্দৰৰ নিচিনাকৈ শব্দ কৰ।
খিচ্খিচিয়াকৈ- সৰু সৰু কৈ।
খুকুৰি- খাং।
খাৰিফ- হেমন্ত ঋতুৰ সময়ত হোৱা   শস্য়।
খিৰণ- হাজং জনগোষ্ঠীৰ লোকসকলৰ   এক বিশেষ ঢোল।
খুকুন্দা- সন্দেহ।
খূ-দুৱনি- ভাৱনা।
 খেনেক্- অলপ সময়।
 খেত- শস্য় পথাৰ।
 খ্ৰীষ্টপূৰ্ব- যীশুখ্ৰীষ্টৰ জন্মৰ আগৰ সময়।
 খেৰী ঘৰ- খেৰেৰে নিৰ্মাণ কৰা ঘৰ।
খেদখেদীয়া- মলযুক্ত।
খোজ দে- ভৰি পেলা।
খোলি- কাঁড় ৰখা তোণ।
খেপিয়া- মনত বেলেগৰ পতি খেপ   ৰখা।
খেলেপ্জেলেপ্- বেমেজালি।
খোদাই- ঐশ্বৰিক।
 খাৰিজ- ৰদ।
 খলমলি- হাহাকাৰ।
 খণ্ডমণ্ডপ- বৃত্তৰ এটা অংস।
 খকমক্- বেগাবেগীকৈ কাম কৰিলে হোৱা   অপৰিপাটীমূলক বুজোৱা শব্দ।
খচ-খইচা- সোনকালে কাম কৰিব পৰা।
খখয়া- সৰু বগা মাছ।
খগাসন- উদয়াচল পাহাৰ।
খচং মচং- হাত ভৰি লৰালে হোৱা   শব্দ।
খচ্খচা- বালি পৰাৰ নিমিত্তে   পোৱা দুখ-কষ্ট।
খং খা- ক্ৰোধান্বিত হ।
 খকৰাই- অকস্মাত।
 খঁৰা-নকা- চুটি নাক থকা।
 খকৰ- হঠাতে কোনো বস্তুত খুন্দা মাৰিলে হোৱা   শব্দ বা ধ্বনি।
 খং শিঙা বজোৱা- কোনো সংকৰ আগজাননী দিয়া।
 খড়ীমাটি- এবিধ বগা মাটি।
 খটকা তান- সংগীতৰ বিশেষ তান।
খচৰ্- খোচ মাৰিলে হোৱাৰ দৰে   শব্দ।
 খজল- বৰষুণ।
 খঞ্জৰী- এবিধ বাদ্য়।
খট্খটা- এটা কঠিন বস্তু অন্য়   বস্তুত মাৰিলে হোৱা শব্দ।
 খদাবাং- ৰাভা জনগোষ্ঠীৰ মহিলাই মূৰত পৰিধান   কৰা বিশেষ কাপোৰ।
 খনিয়া- খাবৰ কাৰণে তামোল কাটি বহু টুকুৰা কৰ।
 খদখদা- আনন্দ।
 খন্দ-প্ৰৱৰ্তা- মাত্ৰ  বছৰ থকা।
 খফাল- ভাগ্য়।
 খৰি- জুই জ্বলাবৰ বাবে অনা শুকান কাঠ-বাঁহ।
খৰীমাটি- এবিধ বগা কঠিন মাটি।
 খলিহনা- এক প্ৰজাতিৰ সৰু মাছ।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.