ঔৰ্ব- বাড়বাগ্নি। |
ঔডুম্বৰ- ঋষি এজনৰ নাম। |
ঔদাস্য়-অনীহা। |
ঔখাতিৰ- সেইবাবে। |
ঔত্তানপাদ- ৰজা উত্তানপাদৰ পুতেক ধ্ৰুৱ। |
ঔদৰিক- লোভী। |
ঐত্তৰেয়- উত্তৰাৰ পুতেক ৰজা পৰিক্ষীত। |
ঔষধালয়- ঔষধ থোৱা ঘৰ। |
ঔপজীৱিক- জীৱিকা সম্পৰ্কীয়। |
ঔৰছ- ডাঙৰ বলদ। |
ঔচিত্য়- উচিত। |
ঔচ্- কুকুৰক মতা মাত। |
ঔপস্থ্য- যৌন সম্ভোগ। |
ঔষধীয়- ঔষধ সম্বন্ধীয়। |
ঔকাৰান্ত- ঔকাৰেৰে শেষ হোৱা। |
ঔ-আই- আচৰিত বা দুখ বুজোৱা আচৰণ। |
ঔজসিক- শক্তিশালী। |
ঔদ্য়োগিক ক্ষেত্ৰ- উদ্য়োগ থকা এলেকা। |
ঔলতা- ঔপাতৰ দৰে এবিধ লতা। |
ঔৰগ- পঞ্চস্বৰাত্মক ৰাগ। |
ঔ পাৰ- কিলা। |
ঔদ্য়োগিক বিবাদ- ঔদ্যোগিকৰ মালিক আৰু শ্ৰমিকৰ মাজত বিবাদ। |
ঔশন- উশনা ঋষিৰ দ্বাৰা প্ৰণিত। |
ঔৎপাতিক- উৎপদীয়া। |
ঔচ্ বুলিয়ে ওচৰ চপা- আজ্ঞাধীন। |
ঔদ্য়োগিক ক্লেড- ঔদ্যোগিক পদাৰ্থ। |
ঔপনিৱেশিক- উপনিৱেশ সম্বন্ধীয়। |
ঔপাসন- গৃহ্য়াগ্নি। |
ঔদ্ধত্য়- দুষ্টামি। |
ঔদাস্য়-ভাৱ- বৈৰাগ্য |
ঔপচাৰিক লক্ষণা- কথনৰ এক চিত্ৰ য'ত জড় বস্তুবোৰক জীৱিত জীৱ বুলি সম্বোধন কৰা হয় বা কোৱা হয়। |
ঔৰ্ধ্বদেহিক- মৰাৰ পিছত স্বৰ্গলাভ কৰা। |
ঔবীজলুৱা- ধৰিব নোৱাৰা। |
ঔৰগ- অশ্লেষা নক্ষত্ৰ। |
ঔপনিৱেশিকতাবাদ- সমগ্ৰ বিশ্বতে পশ্চিম ইউৰোপীয় ৰাষ্ট্ৰসমূহৰ কৰ্তৃত্ব সম্প্ৰসাৰিত কৰাৰ মানসিকতা। |
ঔদ্য়োগিক বেংক- ব্যৱসায়ত মূলধনৰ দীৰ্ঘম্যাদী অভাৱ পূৰণ কৰিবলৈ বেঙ্ক স্থাপন কৰা হোৱা। |
ঔদ্য়োগিক- উদ্য়োগৰ লগত সম্পৰ্ক থকা। |
ঔপহাৰিক- আহুতি। |
ঔবীজলুৱা- অধিক কম বয়সীয়া। |
ঔৰংগজেৱ- চাহজাহানৰ পুত্ৰ এজন ডাঙৰ সম্ৰাট। |
ঔটেঙা - এবিধ টেঙা জাতীয় ফল । |
ঐষ্ঠ্যস্বৰ- ঔস্বৰবৰ্ণ। |
ঔৰস- বীৰ্য। |
ঔপল- শিলময়। |
ঔ- অসমীয়া স্বৰবৰ্ণমালাৰ এটা বৰ্ণ। |
ঔকাৰ্- ঔ বৰ্ণটোৰ চিন। |
ঔদ্দালক- এবিধ মৌ। |
ঔম্- শূদ্ৰৰ প্ৰণৱ। |
ঔকিল্- মুঠি মাৰি পিঠিত এটা গধুৰ আঘাত দিয়া। |
ঔ- এবিধ গছৰ গুটি। |
Please do not enter any spam link in the comment box