Type Here to Get Search Results !

অসমীয়া শব্দ অৰ্থ চ আখৰ তালিকা

অসমীয়া শব্দ অৰ্থ চ আখৰ তালিকা

অসমীয়া শব্দ অৰ্থ চ আখৰ তালিকা
অসমীয়া শব্দ অৰ্থ চ আখৰ 

অসমীয়া শব্দ অৰ্থ (Assamese Word Meaning List)


চিকামৰলী - সৰু সৰ্প ।
চিনাকী - এজনৰ আগত নিজৰ পৰিচয়   দাঙি ধৰা ।
চূণ - তামোলৰ লগত খোৱা এবিধ   খাদ্য ।
চিত্ৰাংকণ - চিত্ৰ অংকণ কৰা ।
চূণশিল - দিলাই পাহাৰত পোৱা   এবিধ গেদীয় শিল ।
চিন্তান্বিত - চিন্তাত নিমগ্ন   হৈ থকা অৱস্থা ।
চেলেপু - ভাল-বেয়া   নিবিচাৰি মুখত যি আহে তাকে কোৱা ।
চিলিমছিগা - সকলো উপায় বা আশা   নষ্ট হোৱা ।
চতি - ঘৰৰ এজোৰ এজোৰ খুঁটাৰ   কানত পথালিকৈ খুৱাই দিয়া কাঠ বা লোহাৰ
চৰণ - ভৰি
চৰ - ঘাঁহ/আহাৰ খাই ঘূৰি ফুৰ্
চহা - হাল কোৰ বাই খোৱা লোক,   খেতিয়ক
চহিদ/ছহিদ - দেশ বা জাতিৰ বা   ধৰ্মৰ বাবে মৃত্যু বৰণ কৰা লোক
চানেকি - কাপোৰত তুলিবলৈ বা   বাছিবলৈ কৰা ফুলৰ আহি
চিপাহী - সৈনিক, প্ৰহৰী, ৰক্ষী
চিয়াঁ/চিঞা - আন ভাগতকৈ লাহী,   ক্ষীণ
চেনেহ - মৰম, ভালপোৱা, স্নেহ
চেষ্টা - যত্ন
চৌহদ - চাৰিসীমা
চতাই – চত মাহক মতা সম্বোধন
চেলেং – এদোৰোলীয়া পাতল গাত   লোৱা কাপোৰ
চক- অকস্মাত খোৱা ভয়
চক্ৰপানি – বিষ্ঞু
চথাদিনা- পৰহিৰ আগদিনা বা   পাচদিনা
চতি- ঘৰৰ খুটাৰ কানত   পথালিকৈ দিয়া কাঠ
চছালি- চচা কমিৰে কৰা বেৰ আদি
চকীদাৰ- পহৰাৰ দায়িত্বত থকা   কমচাৰী
চক্ৰৱাক- চাকৈ- পকোৱা চৰাই
চণ্ডিদাস- পুৰুষৰ এটা নাম
চতুবন- চাৰি জাতিঃ ব্ৰাক্ষণ,   ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ
চতুবেদী- চতুবেদত পগত, উপাধি -   বিশেষ
চতুষ্পদ – চাৰিটা ঠেং থকা
চন্দ্ৰাতপ- বিগ্ৰহ আদিৰ ওপৰত   তৰা কপোৰ
চমৰীয়া- অনেক সৰু সৰু খহু
চৰকাৰী- চৰকাৰ সস্পকীয়, চৰকাৰ   অধীনস্থ
চৰাই – চৰিকতি- বিভিন্ন জাতিৰ   সৰু বৰ চৰাই
চৰিত্ৰবান- সু- চৰিত্ৰ
চদি- ভাইৰাছজনিত ৰোগ
চলচ্চিত্ৰ- কথাচবি
ছলনা- প্ৰতাৰণাচ
চিকতা- বৰ কৃপন
চিকামৰলী- সৰু –সাপ বিশেষ
চিকুন- সুন্দৰ – নিমজ
ছিটিকনি- ছিটিকি পৰা কনিকা
চিটিবাচ- নগৰত চলা বাচ
চিন্ময়- যি বিশুদ্ধ জ্ঞানেৰে   ভৰপূৰ ।
চিত্ৰাংকণ- ছবি অকা কায
চিত্ৰায়ণ- চিত্ৰৰ ৰুপ দান
চিনাকি- চিনা- পৰিচয় থকা
চিন্তান্বিত- চিন্তাত উদ্বিগ্ন   গৈ থকা
চিপাহী- সেনা,কনিষ্টবল
চিৰজীৱী- চিৰদিন জীৱাই থকা ।
চিৰস্হায়িত্ব- বহুকাল চিটিকি   থকা গুন বা অৱস্হ
চিলিকন- এবিধ মৌল
চিহ্ন- চিন, লক্ষন
চিহ্নিত – যিহৰ চিন ৰাখি থোৱা   হৈছে
চূন- এক শ্ৰেণীৰ শিল পুৰি বগা   বস্ত্ৰ
চূনশিল- এবিধ শ্ৰেনীৰ পুৰি পোৱা   বগা বস্ত্ত
চুপাহী- ফুলৰ নিচিনা কলি   ,চিতচাৰ নিচিনা ডিঙীয়া বস্ত্ত মূৰত লগোৱা ঢাকনী
চুপি- জুলিয়াবস্ট মুখৰ পাত্ৰত   ভৰাওতে ব্যাৱহাৰ কৰা নলী থকা যতন
চুবুৰীয়া- একেটা চুবুৰীতে থকা
চুবুৰি- গাৱৰ জনবসতিপূণ সৰু ভাগ
চূৰমাৰ- ভাগী- ছিগি খণ্ড খণ্ড   হোৱা
চুচুৰীয়া- অলপীয়া
চূণ- মিহি গুডি
চুলিটাৰি- চুলীকোছা
চূডা- কোনো বস্ত্তৰ জোঙা শীষভাগ
চূডাকৰণ- ব্ৰাম্ক্ষণ ধম কায   বিশেষ
চেক- চেকা, কালিমা
চেকুৰা- ঢাপলি মেলা
চেউৰী- কম বয়সীয়া মাইকী জন্ত
ছেক- ছেকনীৰে সৰকাই নিমল কৰ
চেকনি- বাহৰ লোকেচি
ছেগ- চল বা সুযোগ
ছেগা-চোৰোকা- নিয়মীয়াকৌ নোহোৱা
চেগুন- এবিধ সুকাঠী গছ
চেতাৰ- এবিধ ততবাদ্য
চেতিয়া- উপাধি-বিশেষ
চেলকনা- সৰু মাছ-বিশেষ
চেলামী- এফাললৈ ক্ৰমে চাপৰ(ঠাই
চূষ্য- চুহী খাব পৰা
চ্যুতি- পতন ।
চিকতা - কৃপণ ।
চিকুণ - সুন্দৰ আৰু নিমজ ।
চেক - কালিমা ।
চেতাৰ - এবিধ বাদ্যযন্ত্ৰ ।
চেকনি - বাহংৰ চেলেকি ।
চূষ্য - যি বস্তু চুহি খাব পৰা   যায় ।
চুবুৰীয়া - কেইবাটাও পৰিয়াল   লগলাগি হোৱা এক সমষ্টি ।
চেঁউৰী - মাইকী জন্তু ।
চেতিয়া - এটা উপাধি ।
চিৰজীৱী - অমৰ ।
চূৰ্ণ - মিহি গুড়ি ।
চেগুণ - এবিধ সুকাঠী গছ ।
চিলিকন - এবিধ মৌল ।
চুপহি - ফুলৰ এক বিশেষ অংশ ।
চিহ্নিত - চিন ।
চ্যুতি - ধ্বংস হোৱা ।
চেলামি - নাৱৰ ঢাকনি ।
চেঁকুৰা - একেবাৰে বেগেৰে দৌৰা   ।
চুড়া - কোনো বস্তুৰ জোঙা অংশ ।
চুলিটাৰি - চুলিকোছা ।
চেলকণা - সৰু মাচ ।
চিহ্ন - লক্ষণ ।
চিপাহী - সন্য ।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.