ব আখৰৰ শব্দ অৰ্থ তালিকা
ব আখৰৰ শব্দ অৰ্থ |
বজ্ৰপাত - ধূমুহা ।
ব্যৱহাৰ - ৰীতি - নীতি ।
বৈষিম্য - ভেদাভেদৰ জ্ঞান থকা ।
বে - তাল - তাল ভংগ ।
বেণু - বাদ্য য়ন্ত্ৰ ।
বোকাখাত - এখন ঠাইৰ নাম ।
বেঁকেটামুৱা- বেঁকামুৱা , বেঁকামুখয়ক্ত , ভেঙুৰা-মুৱা ।
বেৰোধ -শত্ৰু , অমিল ,দ্বন্দ্ব , বিপক্ষতা ।
বিপক্ষবাদী - বিৰোধী লোক , মতৰ অমিল থকা লোক ।
বিদূৰ - অধিক দূৰত থকা লোক ।
বিভোৰ - মগ্ন হৈ থকা , নিজক পাহৰি যোৱা ।
বিশাল - বহল , ডাঙৰ ।
বিপুল- ডাঙৰ , বহল ।
বাহ্যিক- বাহিৰৰ ।
বৰ্ধন- বাঢ়ন ।
বিবুদ্ধি – বুজা শক্তি নাইকিয়া হোৱা ।
বিশ্লেষণ- বেলেগ কৰা কাৰ্য ।
বিতৰ্ক- ভালকৈ তৰ্ক কৰ ।
বঁটা - ভাল কাম কৰাৰ বাবে দিয়া পুৰস্কাৰ বা বস্তু
বতৰা - খবৰ, বাতৰি, বাৰ্তা
বতা-চৰাই - এবিধ মটিয়া বৰণৰ সৰু চৰাই
বৰমূৰীয়া - প্ৰধান, মুখিয়াল
বাঞ্ছা - ইচ্ছা, কামনা, অভিলাষ
বাছ-আস্থান - বাছ ৰখোৱা ঠাই
বাহঁ-বাৰী - বাঁহনি, অধিক পৰিমাণে বাঁহ থকা ঠাই
বিৱৰি - বহলাই বা ভাঙি পাতি
বিৰিণা - পাতত ধাৰাবাহিকভাৱে থকা এবিধ ওখ বন
বিশাল - ডাঙৰ, বহল, বৃহৎ
বিস্ময় - আচৰিত, তধালগা অৱস্থা
বীজ - গছৰ গুটি
বোৱনী - কাপোৰ বোৱা তিৰোতা
বকচিচ – উপহাৰ হিচাপে প্ৰদান কৰা বস্তু।
বকলেছ – পেটী আদি বান্ধি ৰখা সৰু হাকোটা
বগৰী – এবিধ সৰু ফল আৰু তাৰ গছ।
বগলী – মাছ,পতংগ আদি খোৱা চৰাই-বিশেষ।
বছৰেকীয়া – বছৰৰ মূৰে মূৰে হোৱা।
বঞ্চনা – ছলনা।
বঞ্চিত – যি প্ৰতাৰিত হৈছে।
ব’ঠা – নাওঁ বোৱা এবিধ যতন।
বনিতা – তিৰোতা,ভার্য্যা।
বদমাচি – বদমাচ লোকৰ আচৰণ; দুষ্টালি।
বদমাচ – দুষ্ট প্ৰকৃতিৰ
বধু – বোৱাৰী।
বণিক – সাউদ।
বণিজ – বেপাৰ-বাণিজ্য।
বন্তি – প্ৰদীপ।
বন্দবস্ত – কোনো বিষয় নিশ্চিত কৰা কাৰ্য্য।
বীৰ্য – বীৰত্ব; ৰেত:; শুক্ৰ।
বুটী – ভোতা; বহুদিন ব্যৱহাৰৰ ফলত চুটি হোৱা বা চোক নাইকিয়া হোৱা।
বুদ্ধিজীৱি – বুদ্ধিমত্তাৰে সমাজ প্ৰভাৱিত কৰে লোক।
বুদ্ধীন্দ্ৰ – অতিশয় বুদ্ধিয়ক।
বুধীন – বুধিয়ক।
ব্যুৎপত্তি – শব্দৰ মূল আৰু প্ৰকৃতি; কোনো বিষয়ত বিশদভাবে থকা জ্ঞান।
অংগুষ্ঠ – হাতৰ বুঢ়া আঙুলি।
বৃহদন্ত্ৰ – অন্ত্ৰৰ শেষ ভাগৰ শকত অংশ।
বেইমানি – বেইমান লোকৰ আচৰণ।
বেঁকা – পোন নোহোৱা; তিৰ্যক
বেছন – দাইলৰ গুড়ি।
বেচৰকাৰী – চৰকাৰী নোহোৱা।
বেজী – কাপোৰ আদি সীয়া যতন; দেহলৈ ঔষধ প্ৰৱেশ কৰোৱা জোঙা সঁজুলি।
বেত – কাঁইটীয়া লতা-বিশেষ।
বেটেৰি - বিজুলীশক্তি উৎপাদন কৰিব পৰা আহিলা-বিশেষ।
বেতাল – বিক্ৰমাদিত্যই লগ পোৱা এটা ভূত।
বে-তাল – (সংগীতত তাল ভংগ; তাল হীনতা।
বেদী – যজ্ঞাদিৰ বাবে সজা ওখ ভেটি।
বেনামী – লেখকৰ নাম নথকা।
বেণু – বাদ্য-বিশেষ।
বেপাৰী – ব্যৱসায় বা বেপাৰ কৰা লোক।
বেশভূষা – সাজপাৰ; পিন্ধি থকা কাপোৰ কানি।
বে-হিচাপী – মিতব্যয়ী নোহোৱা।
বোন্দাকেঁচু – এবিধ ডাঙৰ আকাৰৰ কেঁচু।
বৈচিত্ৰ্য – ভিন্নতাৰ সমাহাৰ; বিচিত্ৰতা।
বিচিত্ৰতা – বৈচিত্ৰভিন্নতাৰ সমাহাৰ।
বৈধব্য – বিধৱা অৱস্থা।
বৈৰী – শত্ৰু; শত্ৰুতা আচৰণ কৰে লোক।
বৈবাহিক – বিবাহ-সম্পৰ্কীয়।
বৈশিষ্ট – বিশেষত্ব।
বৈষম্য – সন্তুলন নথকা অৱস্থা; ভেদাভেদ।
বৈয়াকৰণ – ব্যাকৰণ ৰচনা কৰোঁতা।
বৈয়াকৰনিক – ব্যাকৰণ-সম্বন্ধীয়।
বোৱঁতী – প্ৰৱহমান (বোৱঁতী নদী।
বোকাখাত – এখন ঠাইৰ নাম।
বোনাছ – পাৰিশ্ৰমিক ৰ ওপৰঞ্চি দিয়া ধন।
বোন্দাথেকেচা – জোৰেৰে মৰা থেকেচা; কঠোৰ শাস্তি।
বৌটি – ব্যক্তি-বিশেষে মাতৃক কৰা সম্বোধন।
ব্ৰজ – ইন্দ্ৰৰ এবিধ অস্ত্ৰ।
ব্ৰজপাত – ব্ৰজৰ পতন।
বীতশ্ৰদ্ধ – যাৰ শ্ৰদ্ধাৰ ভাব নাইকিয়া হৈছে।
ব্যৱসায় – বেহা-বেপাৰ।
ব্যৱস্থা – কোনো কাম কৰাৰ উপায়।
ব্যৱহাৰ – কাৰ্যত প্ৰয়োগ; আচৰণ।
বক্তৃতা- ভাষণ।
বৰটোপ- ডাঙৰ হিলৈ।
বষণ- বৰষুণ হোৱা কায।
বহমুথুৰি- বৰমথুৰি(ইয়াৰ থুৰিবোৰ চোবাই ছোৱালীয়ে ওঁঠ ৰঙীন কৰে।
বলীয়ান- বলযুক্ত।
বহুমুখী - নানা বিষয়ত ব্যুতপত্তি থকা।
বাতিল - অগ্ৰাহ্য, ৰদ, বাদ দিয়া কায।
বাঁহত চাত - গৰু বিহুৰ দিনা গৰু গা ধুৱাবলৈ নিওঁতে তাৰ গাত মাৰিবলৈ লাও, কেৰেলা বেঙেনা,হালধি আদি সি
লোৱা দুই - তিনি ফেৰেঙনি থকা বাঁহৰ কামীৰ শলা।
বিজ্ঞ- জ্ঞানী,নিপুণ।
বিশ্ববৰেণ্য- গোটোই বিশ্বতে খ্যাত।
বিষাদপূণ- বিষাদেৰে ভৰা, শোকযুক্ত।
বুদ্ধিমত্তা- বোধ শক্তি,বুজা শক্তি।
বেজ- বৈদ্য, ভেষজাদিৰে চিকিসা কৰোতা ।
ব্যক্ত- প্ৰকাশিত,কোৱা।
ব্যাকুলতা- আকুলতা ,অস্হিৰতা।
ব্যভিচাৰী – অনৈতিক আচৰণ কৰা লোক।
বিষয় বিকলে - সাংসাৰিক দুখ, বিষয়-বাসনাত কাতৰ
বেহাব - বেপাৰ কৰিব ।
বধূ - পূত্ৰৰ পত্নী ।
বৰতোপ - ডাঙৰ হিলৈ ।
বন্তি - চাকি ।
বন্ধুত্বসূলভ - বন্ধুত্বৰ ভাব থকা ।
বাৰ্নিছ - বস্তুবোৰ চিকচিকীয়া কৰা এবিধ বিশেষ প্ৰলেপ ।
বাটলুগুটি - ধেনু াদিৰে মৰা মাটিৰ বৃত্তাকাৰ গুটি ।
বৰশী - মাছ ধৰিবলৈ ব্যৱহাৰ কৰা এটা পদ্ধতি ।
বাটচ'ৰা - পদুলি মুখত সাজি থোৱা ঘৰ । ়
বাদুলি - এবিধ নিশাচৰ চৰাই ।
বাল্মিকী - ৰামায়নৰ ৰচক ।
বেজী - কাপোৰ চিলাবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলী ।
বোৱতী - প্ৰৱহমান ।
বজ্ৰ - দেৱৰাজ ইন্দ্ৰৰ এপাত অস্ত্ৰ ।
ব্যৱসায় - বেপাপ - বাণিজ্য ।
বৈদব্য - স্বামীৰ ম্ত্যু হোৱা মহিলা ।
বেচৰকাৰী - প্ৰায়ভেট ।
বৈবাহিক - বিবাহিত লোক ।
বেনামী - লিখম জনৰ নাম নথকা কিতাপ ।
বৌটি - মাতৃ ।
বৈশিষ্ট্য - বিশেষ ভূমিকা ।
ব্যৱস্থা - উপায় ।
বিমুগ্ধ- অতিশয় মুগ্ধ ।
বিৰল – সেৰেঙা ।
বিদগ্ধ- অতিশয় পাৰ্গত
Please do not enter any spam link in the comment box