Type Here to Get Search Results !

অসমীয়া অভিধান ঢ

অসমীয়া অভিধান ঢ


ঢ়েঁকীয়া - এবিধ শাক ।ঢুলনি-পাছ ফালৰ পৰা আগ ফাললৈ আৰু আগ ফালৰ পৰা পাছ  ফাললৈ গা সঞ্চালিত কৰা ।

ঢোল - এবিধ বাদ্যযন্ত্ৰ

ঢোলোক ঢালাক – পাএ্ৰৰ মুখেৰে জুলীয়া পদাথ ঢালিলে হোৱা শব্দ।

ঢলকুচিয়া - কষ্টৰে খৰকৈ উশাহ ল ।

ঢকুৱাখনা - এক বিশেষ ঠাইৰ নাম ।

ঢ়েঁকী - ধান বানিবলৈ ব্যৱহাৰ কৰা এবিধ কাঠৰ যতন ।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.