Type Here to Get Search Results !

অসমীয়া শব্দ অৰ্থ ট

অসমীয়া শব্দ অৰ্থ ট

অসমীয়া শব্দ অৰ্থ ট
অসমীয়া শব্দ অৰ্থ ট


অসমীয়া শব্দ অৰ্থ (Assamese Word Meaing)

টিভি - দূৰদৰ্শন ।
টহলদাৰি - টহলদাৰৰ কাম ।
টঙালি - ঢুলীয়া সকলে কঁকালত আঁটি বন্ধা এবিধ   পোছাক ।
টাঙোন - মাৰ - পিত কৰা , পিতন   দিয়া ।
টুটকীয়া - কথা লগাই ফুৰা স্বভাৱৰ ।
টিপ্পনী - টীকা ।
টঙিয়াল - টঙিত খেতি কৰা লোক ।
টাকুৰী - যঁতৰত থকা এটা সজুলি ।
টেকেলি - কলহ , পানী থ'বলৈ ব্যৱহাৰ কৰা এক   বিশেষ সজুলি ।
টঙনা - কাঠৰ দীঘলীয়া খণ্ড।
টনটনিয়া - বহুত টনাৰ কাৰণে টান   হোৱা।
টকুনা - এবিধ বলৰীয়া আওকাঠি গছ।
টঙি - ওখ খুটা বা গছৰ ডালত সজা খেতি ৰাখিবলৈ   কৰা চাংঘৰ।
টনি - এখন মাছ ধৰা চাৰিচুকীয়া   জাল।
টগৰ্ বগৰ্ - লৰচৰ কৰি থকা, লৰক ফৰক।
টেটু - নেলু, ডিঙি।
টেটেৰা - খীনাই যোৱা।
টেকটেক - মাইকী পাতি হাহে ঘন ঘনকৈ মাতি থকা   মাত।
টেঙা মৰা - এবিধ টেঙা জাতিয়   সাক।
টেমি - চুন ৰখা টেমা।
টেপা - হাতে মৰা টেপা।
টেকেলি - কলহতকৈ সৰু ডিঙিৰ মাটিৰে তৈয়াৰ কৰা   পাত্ৰ।
টেলেগু - দক্ষিন ভাৰতৰ এজাতি মানুহ আৰু   তেওলোকৰ ভাষা।
টোকা - মনত ৰাখিবলৈ সৰুকৈ লিখি   ঠৈ দিয়া।
টোপনি - ঘুমটি মৰি থকা, বৰখি বাই থকা কাৰ্য।
টেৰেচীয়া - অকণমান ভাজ থকা।
টোকোৰা - এবিধ চৰাই।
টোপা - পানীয়া বস্তু।
জা আৰু আকবৰ ঠকা ৰাজসভাৰ অৰ্তচবি।
টোকোনা - অতি দৰিদ্ৰ মানুহ।
টিকটিকী - কোবাবলৈ দুষিক বন্ধা   যতন।
টায়া - বৰকথীয়া।
টঙিঘৰ - এবিধ মাছ ধৰা   চাৰিকুণীয়া জাল ।
টুটি - ভঙা ।
টুপুক - টাপাক - খৰকৈ ।
টঙিঘৰ - খেতি ৰাখিবলৈ সজা চাংঘৰ ।
টিলপাট - আচ্ছাদানৰূপে ব্যৱহিত ধাতুৰ পাট ।
ট্ৰে - চাহৰ পিয়লা আদি তুলি   নিয়া থাল ।
টেটেৰা - খীণাই চেৰেলা হোৱা ; শুকাই লেৰেলি   যোৱা ।
টুকৰীয়া - টোকাৰী বজোৱা মানুহ ।
টোকাৰী - এবিধ বাধ্য়যন্ত্ৰ।
টুপী - মূৰত পৰিধান কৰা এবিধ পোছাক ।
টেঁটু - ডিঙি , গল ।
টুনী - ঘৰচিৰিকাৰ গঢ়ৰ এবিধ সৰু চৰাই ।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.