অসমীয়া অভিধান ত তালিকা
ত তালিকা |
তড়িত - বিজুলী ।
তপচিল - বিস্তাৰিতভাৱে দিয়া তালিকা ।
তত্ত্ব - সাৰমৰ্ম ।
তথৈৱস - ঠিক তেনেকুৱাই ।
তফাত - পাৰ্থক্য ।
তন্ময় - বৰকৈ নিমগ্ন ।
তদনুৱতী - সেই অনুসৰী চলা ।
তবিয়ত - স্বাস্থ্য ।
ত্বৰান্বিত - দ্ৰুতগতিসম্পন্ন ।
তক্তাপোচ - তক্তাৰ সৰু খাট ।
তমস্কাৰ - পৰিস্কাৰ - পৰিচন্নতা ।
ত' লৈ - এখন ঠাইলৈ ।
তাচ্ছিল্য - বিদ্ৰূপসূসক মন্তব্য ।
তাঁতি - তাত বোৱা মহিলা ।
তিৰস্কাৰ - ধিক্কাৰ ।
তাগিদা - অনুৰোধ ।
ততকালীন - সেই সময়ৰ ।
তটক্ষণাত - হঠাত ।
তীখৰ - বুধিয়ক ।
ত্যাজ্য - পৰিহাৰ কৰা ।
তাঁতবাটি - তাঁত ব'বৰ নিমিত্তে দীঘল সূতা মেলি যুগুতোৱা কাৰ্য।
ততোধিক - তাতকৈ অধিক ।
তামাচা - চুপতা - চুপতি ।
তাড়না - মনৰ বাসনা ।
তাত্ত্বিক - তত্ত্ব - সম্পৰ্কীয় ।
তৰি - নাওঁ ।
তলমূৰ - তললৈ মূৰ কৰা কাৰ্য ।
তামাদি - ধন দাবী কৰিবৰ বাবে নিৰ্ধাৰিত সময় পাৰ হৈ যোৱা ।
তুলসী - এবিধ ঔষধি গুণযুক্ত গছ ।
তামুলী - বিশেষ উপাধি ।
তিলনী - মৃত্যুৰ তৃতিয়দিনা কৰা কাৰ্য ।
তিয়নী - চুটি চুৰীয়া ।
তেজগোৰা - ৰঙা - বগা ধৰণৰ ।
তুচ্ছ - মুল্যহীন ।
তেজস্বী - বীৰ ।
তেঁতেলী - এবিধ টেঙা ফল ।
তেৰেচি - তিনি বছৰৰ মূৰে - মূৰে পোৱালী দিয়া ।
তৃতীয় শ্ৰেণী - শ্ৰেণীৰ তৃতীয় স্তৰ ।
তুলাধুনা দে - গুৰুলা - গুৰুলকৈ পিটন দে ।
তুষাৰাবৃত্ত - বৰফেৰে আবৃত ।
তেজ স্বিতা - তেজস্বী গুণ ।
তিৰ্যক - বেঁকা ।
তিতাচঁপা - এবিধ ওখ - ডাঙৰ বনৰীয়া গছ ।
তেজোদ্দীপ্ত - তেজৰ দৰে উজ্জল ।
তেজস্ত্ৰিয় - পৰমাণুগৰ্ভৰপৰা ৰশ্মি নিৰ্গত হোৱা ।
তিয়াল্লিশ - দুকুৰি তিনি , ।
তেৰেছিয়া - পোন ।
তেলগু - অন্ধ্ৰ প্ৰদেশৰ ভাষা আৰু অধিবাসী ।
তেলক'লিয়া - অতিপাত কলা ।
তেষষ্ঠি - ছয় দহ তিনি , ।
তেলিয়া - তেলৰ ব্যৱসাই কৰা লোক ।
ত্ৰিভূজ - তিনি বাহুযুক্ত জ্যামিতিক ক্ষেত্ৰ ।
তোলনি বিয়া - শান্তি বিয়া ।
ত্ৰিনয়না - দুৰ্গাৰ এটা অভিধা ।
ত্ৰিনয়ন - শিৱৰ এটা অভিধা ।
তৈলমৰ্দন - মিছা প্ৰশংসা কৰা ।
তৰ্কাতৰ্কি- বাদানুবাদ ।
তত্ত্বাৱধায়ক – কোনো বিষয়ত ভাল বেয়া চাই থকা কাৰ্য।
তাড়না – তাগিদা ।
ততালিকে - তৎক্ষণাতে, ততাতৈয়াকৈ
তন্ন তন্নকৈ - চালিজাৰি, এটা এটা কৈ বিচাৰি
তযূ - তোমাৰ
ত্ৰিবেণী - ত্ৰিবেণী। গংগা যমুনা আৰু সৰস্বতীৰ মিলিত স্থল, এখন পৱিত্ৰ স্থান
তৰুণ - যুৱ, কম বয়সৰ, ডেকা
তুলি-তালি - পোহপাল দি, ডাঙৰ দীঘল কৰি
তত্ত্বগধুৰ - তত্ত্বৰে গধুৰ সমৃদ্ধ।
তৰা - নক্ষত্ৰ।(দ ঠাইত হোৱা এবিধ বন- গছ(বখুৱাৰে জৰী বাটে।
তিলমাত্ৰ - ক্ষুদ্ৰ পৰিমাণৰ।
ত্ৰয়োদশ - তেৰ সংখ্যক।
তটিনী - নদী ।
তত্ত্বাৱধান - চোৱা - চিতা কৰা কাম ।
তথাপি - কিন্তু ।
তৰংগিনী - নৈ ।
তৰ্জনী - বুঢ়া আঙুলিৰ কাষৰ আঙুলিটো ।
Please do not enter any spam link in the comment box