ঐশ্বৰিক- ঈশ্বৰ সম্পৰ্কীয়। |
ঐক্য়প্ৰাণ- একতাৰ বান্ধোন। |
ঐ-আই- দয়া কৰি মতা মাত। |
ঐদেহে-বৈদেহে- দেশে-বিদেশে। |
ঐলেয়- মংগল গ্ৰহ। |
ঐকান্তিকতা- নিশ্চয়তা। |
ঐ নি-তম্- মিছিং লোক সংগীতৰ আটাইতকৈ জনপ্ৰিয় ৰূপ। |
ঐশান্য়- উত্তৰ-পূব। |
ঐচ্ছিক অনুদান- চৰকাৰৰ দ্বাৰা বিশেষ পুঁজিৰ পৰা অনুগ্ৰহ কৰি পুঁজি প্ৰদান কৰা। |
ঐ-কাৰান্ত- ঐ কাৰেৰে শএষ হোৱা। |
ঐড়বিড়- কুবহেৰ। |
ঐক্য - একতা । |
ঐশ্বৰ্য - টকা - পইচা । |
ঐকতান - ৰাগ থকা অনুষ্ঠান । |
ঐকমত্য - কেৱল নিজৰ মত । |
ঐশানু - বৃহতগছ । |
ঐৰাৱত - হাতী । |
ঐটা- উদা। |
ঐলবিল- কুবেৰৰ অন্য় এটা নাম। |
ঐ- অসমীয়া স্বৰবৰ্ণমালাৰ বৰ্ণমালাৰ দ্বাদশ আখৰ। |
ঐব্য়- পাৰ্থিৱ। |
ঐক্য়তান- বিশেষ বাদ্য়। |
ঐনিক- চিকাৰী। |
ঐ- আগতে কোৱা। |
ঐশানু- বট গছ। |
ঐকান্তিক- শ্ৰদ্ধাষুক্ত। |
ঐদেহি-বৈদেহি গা- আবোল-তাবোল গা। |
ঐহাবাদী- বিৰোধা-বিৰোধী। |
ঐশান- মহাদেৱৰ এটা নাম। |
ঐৰ- এই স্থানৰপৰা। |
ঐলাবৃত্ত- ইলাবৃত্ত। |
ঐচ্ছিক- নিজ ইচ্ছাৰ মতে। |
ঐশ্বৰ্যৱান- ধনী। |
ঐন্ধন- দিবাকৰ। |
ঐতিহাসিক ব্য়য়- সমাধান বা সেৱাৰ বাবে প্ৰকৃততে পৰিশোধ কৰা নগদ ধন। |
ঐন্দ্ৰজালিক্- মায়াযুক্ত। |
ঐঞি- সি বা তাই। |
ঐ-কাৰ- ঐ বৰ্ণটোৰ চিহ্ন। |
ঐ- সাধাৰণ ব্যক্তি এজনক সম্বোধন কৰিবলৈ ব্যৱহৃত কণা। |
ঐগল্য়া- সেইবোৰ। |
ঐকিক নিয়ম- একক পদ্ধতি। |
ঐশানী- দেৱী দুৰ্গাৰ েটা নাম। |
ঐতিহাসিক- ইতিহাস সম্পৰ্কীয়। |
ঐকাংগ- সৈনিক। |
ঐকমত্য়- সহমত। |
ঐচন- এনেকুৱা। |
ঐতৰেয়- বিশেষ উপনিষদ। |
ঐয়াউ- মিছিং জনগোষ্ঠীৰ ছোৱালীবোৰক মৰমতে মতা নাম। |
ঐকন্য়ায়- সেৱা। |
ঐৰাংগত মালতী- লোকগীতত প্ৰসংগ থকা এক প্ৰকাৰৰ ফুল। |
Please do not enter any spam link in the comment box