Type Here to Get Search Results !

অসমীয়া অভিধান এ আখৰৰ তালিকা

অসমীয়া অভিধান এ আখৰৰ তালিকা

অসমীয়া অভিধান এ আখৰৰ তালিকা
অসমীয়া অভিধান এ


অসমীয়া শব্দ অৰ্থ (Assamese Word Meaning)


এনতে- এনেকৈ।
এনলাৰ্জ- ডাঙৰ কৰা।
এফলীয়া- এপালৰ।
এপাহ- এক পাহ।
 এন্থোৰ- ইহঁতৰ।
 এয়া- এই বস্তু।
 এমুখীয়া- এফালে মুখ থকা।
 এৰা-বোটাল- বেলেগ এৰি থোৱা কোনো বলস্তু বুটলি   ল।
 এসত্তৰ- সত্তৰৰ পিছৰ সংখ্যাটো।
 এ্য়াজেল্ল্য়া- সাধাৰণ।
এৰি- এবিধ উদ্ভিদ।
 এৰোপ্লেন- আকাশীযান।
 এমিবা- আদ্য়প্ৰাণী।
এণ- হৰিণৰ এবিধ সৰু প্ৰজাতি।
 এঠেঙীয়া বগলী- বিচনী।
 এজহা- জোখৰ একক।
 এগ- হেৰি।
 একেধাৰে- একেলগে।
 একাঙি- অৰ্দ্ধাংগী।
 একদা- এক ফালে।
এই ওনা ডেৱা- কামৰ প্ৰথম ক্ষেপত   বিফল হোৱা।
 একগুঁৱা- কেৱল নিজৰ কথাত লাগি থকা।
 একপক্ষীয়- মাত্ৰ এটা পক্ষ জড়িত।
একদেৱ- পৰমেশ্বৰ।
 এ'দ- তত।
  এই কাৰণে- এই নিমিত্তে।
 একজিট- কম্পিউটাৰৰ বিশেষ কামাণ্ড।
 একনায়কতন্ত্ৰী- স্বৈৰতন্ত্ৰী।
 একাদশ ৰুদ্ৰ- মহাদেৱ।
 একশৰণীয়া- এজন দেৱতাত আশ্ৰয় লোৱা।
একাতি- এফলীয়া।
 একাহিক- একেদিনাই উৎপত্তি।
 একেপন্থী- একেই ধৰ্মীয় বিশ্বাস বা   মতবাদ।
এগু- ইগু।
 এখন্তেকীয়া- অলপ সময়ৰ।
 এছ্টেক- অসম বিজ্ঞান।
 এন্টিজেন-  এক পদাৰ্থ যি মানৱ শৰীৰৰ ৰোগ   প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।
 এনচিচি- ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী।
 এদো-গেদো- বেগী নোহোৱা।
 এনাএৰ'ব- বায়ুৰ অবিহনে জীয়াই থাকিবলৈ সক্ষম   কোনো প্ৰাণী।
এনিমা- আত্মা।
 এন্তেকাল- মৃত্য়ু।
 এবিহা- কুৰিৰ লেখ।
এমনেছিয়া- স্মৃতি হেৰোৱা।
 এৰকম- এনেদৰে।
 এষ্ট্ৰ'ফটোমিট্ৰি- মহাকাশৰ গ্ৰহ, নক্ষত্ৰবোৰৰ   উজ্জ্বলতা থাকে।
 এহে- আছৰিত ভাৱ প্ৰকাশক শব্দ।
 এলা-পাক- কোনো জগৰ নকৰা।
 এষাৰ- অলপীয়া কথা।
 এমফি- বড়ো জনগোষ্ঠীৰ লোকসকলৰ বিশেষ তৰোৱাল।
এদানি মাৰ- পাশা খেলত এবাৰ গুটি   মাৰ।
একাঠী - দুহাত দিঘ।
 এবুলীয়া- এবাৰ ৰং দিয়া।
এবাইছ্ দে- বহুত মাৰ।
 একাধিক - এতাটকৈ বেছি।
 একে - বেলেগ নহয়।
একেবাৰে - এবাৰতে।
 একে -  বেলেগ নহয়।
 একেতৰী - মিহলী কৰা।
 একেশ্বৰ - লগ নোহোৱা।
 এঙেৰুৱা - আঙৰৰ দৰে কুলা।
 একেলগে - লগ লাগি থকা।
 এঙনি জেঙনি - বুজিব পৰা নোজোৱা কথা।
এঘৰিয়া - অকলশৰে বেলেগ এঠাইত ঘৰ   বনাই থকা।
 এগলধা - ডিঙিলৈকে ভৰহিল থকা।
 এডিতৰ - সম্পাদক।
এদোগেদো - গা-গধুৰ লাগি থকা।
 এতেকে - এই কাৰণে।
 এমূৰীয়া - কোনো বস্তুৰ
 এৰদীয়া - একে দিনাই শুকোৱা।
 এৰাল - জন্তু বান্ধা দিঘল ৰচি।
 এচেৰেঙা - নগন্য মান।
 এংকৰি- এনেকৈ।
এইখিনি- ইমানখিনি।
 এইপোন- এইফালে।
 এ'তে- ইয়াত।
এউৰী- গোৱালপৰীয়া লোকগীত।
 একপদ-পদপথী।
 একনিষ্ঠ- বুদ্ধদেৱৰ এটা নাম।
 একত্ৰ- একেখন স্থানতে থকা।
 একতিল- নাওমান।
এআঁঠু- আঁঠুলৈকে তল যোৱা।
একছুৰীয়া- ধাৰাসাৰে।
একাদশ্- এঘাৰ।
 একাদিক্ৰমে- একৰ পাচত দুই।
 একাচি- এখোপ।
একেই- সদৃশ।
 একেমুখী- একেফালে গতি কৰা।
 একেজানি- এই নিমিত্তে।
 এগ্লা- এইবিলাক।
 এখা- আষি।
 এখে- এই ঠাই।
 এখনিকে্ দুখনি কৰি- অতিৰঞ্জিত কৰিবলৈ।
এখেলায়- অকলে।
 এক্সটেনছন- প্ৰসাৰ।
 একাব্দা- এবছৰীয়া চেউৰী।
একেবাহঁৰ্ কাকৈ- একে স্বভাৱৰ।
 একিল- এখুন্দা।
 একদেহ- একাত্মা।
 এইড্চ- এবিধ দোৰাৰোগ্য় ৰোগ।
 এঅনা- দুয়োখন হাতেৰে দিয়া বস্তুৰ জোখ।
 একত্ৰিশ- ত্ৰিশৰ পিচৰ সংখ্যাতো।
 একেথৰে- স্থি হৈ থকা।
এগেই- হেৰা।
 এখনেই- এইমাত্ৰ।
 এক্সিলা- কাষলতিৰ তল।
এঘৰীয়া- সমাজে এৰি দিয়া।
 এজলাচ- আদালত।
 এছেবাং- ইমান।
 এছবিআই- বাৰতীয় ষ্টেত বেঙ্ক।
 এডেও- এজাপঁ।
এনাই- বুঢ়ী আই।
 েনঅচি- আপত্তিবিহীন   পমানপ্ৰত্ৰ।
 এছাট্- এছাৰিডালেৰে এবাৰ দিয়া কোব।
 এছলট্- মাৰ-পিট।
এজমা- হাপানী বেমাৰ।
 একাষাৰ- অলপ কথা।
 একিনা- অলপ।
 একাহাৰ- দিনে মাত্ৰ এবাৰ আহাৰ খোৱা।
 একাগ্ৰ- একে কথাতে লগোৱা।
 একপাদ- একচৰণ।
 একজাত- নতুন স্বভাৱ।
একদৃষ্টি- মহাদেৱ।
 এইয়া- আগত থকা মানুহ বা বস্তু।
 একনায়ক- এজন গৰাকী।
একলা- অকল। 
 একেধ্যানে- একেৰাহে।
 একে কলৰ-  একেলগে খেলিমেলি কৰা অমিল   বস্তু।
 এক্সপাৰ্ট- বিশেষজ্ঞ।
 এচেছ'ৰ- যি কৰ নিৰ্ধাৰণ কৰে।
এছপিএম- বায়ুত ভাহি থকা   পদাৰ্থকণা।
এটোপ- কোনো জুলীয়া বস্তুৰ এক   বিন্দু।
এদঁতীয়া- এফলীয়া।
 এনি- এই পোনে।
 এম্ফিষ্ট'ম- এক প্ৰজাতিৰ চেপেটা পলু।
এৰুৱা- ত্য়াগ কৰা।
 এৰাহা- ইয়াত।
 এমুটৰি- এলকহল বা সেই পৰিমাণৰ।
 এলাহ্- আলাহ্।
 এস্- আৰাম।
 এহেৰুৱা- আহাৰ মাহত জন্ম হোৱা।
 এমেছাৰ- শিল্পীৰ দল।
এনঠে- ইহঁত।
 এন্টিছেপছিছ- বেক্টেৰিয়া নিৰ্মূল।
 এক্সট্ৰিম- চূড়ান্ত সীমা।
একাষি- একাখি।
 এখন- এটা।
 একাদশত বৃহস্পতি- শুভ-দশা।
 একাশীতিতম- আশীৰ পৰৱৰ্তী।
 একোঁহীয়া- একণীয়া।
 এছেছেছ- ইমান বৃহৎ।
 এডিটৰ- বাতৰিকাকত।
এদপালি- এদূমুহা।
 এবেলীয়া- আধাদিনীয়া।
 এ্য়াৰাণ- নিস্তাৰ।
এৰিষ্ট'টল- প্ৰাচীন গ্ৰীচৰ   বিখ্যাত দাৰ্শনিক।
 এৱা- ধুনীয়া।
 এষণা- অন্বেষণ।
 এহি- এই।
 এৰ্- পৰিহাৰ কৰ।
এব্ৰেছন- অতিশয় ঘঁহাৰ ফলত হোৱা   আঘাত।
এপলেট- এটা সৰল কম্পিউটাৰ   প্ৰগ্ৰাম।
এবটালি- এপিটন।
এয়াৰ গ্ল'- বায়ুমণ্ডলত অলপ সময়ৰ   বাবে উজলি উঠা দীপক।
এম্বুলেটৰী- এনেকুৱা অৱস্থা য'ত   ঘূৰি ঘূৰি থাকিব পাৰে।
এৰীয়া- এৰী পলুৰ পৰা   হোৱা। আৰু এবাৰ এৰা।
 এৰা- খাই এৰি যোৱা।
 এবৰছন- গৰ্ভপাত। পৰিষদ।
 এগৈ- অকণমান।
এক্কা- এটা ঘোঁৰাৰ দ্বাৰা   চলা দুচকীয়া গাড়ী।
 একাক্ষৰ- এখ ধ্বনি সমষ্টি।
 একমনা- একেটা বস্তুতে মন লগাই থকা।
এং এং মাই- জিলি।ষ
 একচেলে্ঙা- একেধৰণে।
 একমৰা দি- আধামৰা হ।
 একে কথাকে চেপেটা কৰ- একেটা কথাতে বাৰে বাৰে   লাগি থকা।
 এচিষ্টেন্ট এডিটৰ- সহকাৰী সম্পাদক।
একভিতি- একেলগে।
 একগোট- একত্ৰিত।
 একাগ্ৰতা- মন লগা অৱস্থা।
একে- অবিলগ।
 এঘৰ- এটা পৰিয়াল।
 এছপিৰিন- গাৰ বিষ।
 এচিটানিলিড- বগা ৰঙৰ এবিধ গোন্ধ নথকা পাওডাৰ।
 এডিপ'ছিছ- শৰীৰত চৰ্বীৰ পৰিমাণ বঢ়া।
 এনকাউন্টাৰ- মুখামুখি।
 এনিমা মুন্দি- পৃথিৱীৰ আত্মা।
এপাীল শেনে খোৱা- অধিক বেয়া   অৱস্থা বা গতি হোৱা।
 এবেলি- এবাৰ।
 এৰা বোটলা শব্দ- শব্দৰ সংগ্ৰহ।
এসাঁজ- এবাৰ গ্ৰহণ কৰা আহাৰ।
 এহাতে চাপৰি নাবাজে- কাজিয়া মাত্ৰ এজন দায়ী   কাৰণে নহয়।
 এৰাৰুট- যিয়ে আপত্তি কৰে।
 এপিছ'ড- ঘটনা প্ৰবাহৰ একোটা ভাগ।
 এমবস্তু- তথাস্তু।
 এনিকি- এইফালে।
 এদাঁতি- এমূৰ।
এডেও দুডেও- লাহেকৈ এখোজ দুখোজ   কৰি আগবাঢ়ি।
 এচেঞ্চ- শৰীৰ বা কাপোৰত লোৱা সুগন্ধি।
 এক্টিনিয়াম- এবিধ তেজষ্ক্ৰিয় ধাতু।
এগল্ধা- পাত্ৰটোৰ ডিঙিলৈকে ভৰা।
 এছৰাজ- পাঁচডাল তাঁৰ থকা এবিধ বিশেষ   বাদ্য়যন্ত্ৰ।
 এঠাবড়- এঠা ওলোৱা বৰগছ।
 এন'এছিছ- যি সংবেদনত উপলদ্ধি নহয়।
 এপালি দিয়া- এসেকা দিয়া।
 এলি- না-সকলৰ আলু।
 এষষ্টি- ষাঠিৰ লগত এক যোগ হোৱাৰ পাছত পাচৰটো   সংখ্যা।
এহেলৈ- এই ফাললৈ।
 এগ্ৰাফিয়া- এবিধ মগজুৰ বিকাৰ যাৰ বাবে মানুহে   লিখিব নোৱাৰা হৈ পৰে।
 একৈশ- বিশৰ পিছৰটো সংখ্যা।
এগৰা- এটা।
 এচিষ্টেন্ট কষঅটিউন মেন- সাজ-সজ্জাৰ।
 এচালন- কোনো বস্তু এবাৰ ভগীাই দিয়া কাৰ্য।
 এনবেল'প- চিঠি-পত্ৰ ভৰাই দিয়া খাম।
 এপাহ্- উপকাৰ।
 এফাল- এটা দিশ।
 এনিমূৰীয়া- চেপেটা মূৰীয়া।
এংজাইটি নিউৰ'ছিছ- এবিধ মানসিক   বেমাৰ।
 একত্ৰতা- একলগ হোৱা।
 একিল খালে এবুধি চেপা- ঠেকা খোৱাৰ পিছত   অভিজ্ঞতা হোৱা।
এখনীয়া- এতৰপীয়া।
 এচহীয়া মানুহগ- এটা কথাতে লাগি থকা লোক।
 এঠেৰুৱা বন- এবিধ ঔষধি গছ।
 এন্ধাৰ- পোহৰ নথকা।
 এফালে- কোনো স্থানলৈ।
এৰোঁ নেৰোঁ- কৰোঁ নকৰোঁ।
এৱাঁ- নাকত হোৱা এবিধ বেমাৰ।
এহেৰ্-তেহেৰ্- অ'ৰ-ত'ৰ।
 এৰা পাত- এৰা গছৰ পাত।
 এবডাক্টৰ- শৰীৰৰ প্ৰধান স্থানৰ পৰা আঁতৰি   যোৱা।
এমা-ডিমা- আমা-ডিমা।
 এৰা বোটলা- বিচাৰি অনা।
 এলাবাং- কামত নলগা।
 এহত- এতিয়া।
 এবিলাক- 'আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি   সংস্থা'।
 এলোপেথিক-এলোপেথি বিষয়ক।
 এশিকনি- শাস্তি।
এলুচীয়া- এতৰপীয়া।
 এসেকা- চোটোকা।
 এশ- নিৰানব্বৈৰ পিছৰ সংখ্যাটো।
এহান- কৃপা।
 এলেহুৱা- সৰপা।
 এফ'নিয়া- মাত ভগা।
 এবেলীয়াকৈ- দিনটোৰ অৰ্ধ অংশত।
 এলবুমিন- কণীৰ বগা অংশ।
 এবম্প্ৰকাৰে- এনেদৰে।
এঠেঙীয়া- মাত্ৰ এখন ভৰি থকা।
 এ'তুতিমান- এই পৰিমাণৰ।
 একতীৰ্থী- একে ধৰ্মৰ।
একাঘ্নী- দেৱৰাজ ইন্দ্ৰই মহাৰথী   কৰ্ণক প্ৰদান কৰা  এপাত অস্ত্ৰ।
 একাণে সোমাই একাণে ওলোৱা- শুনাৰ লগতেই পাহৰি   যোৱা অৱস্থা।
 একে-আগী- একেবিধৰ।
 এখাত-দীঘল আৰু নমনীয় কিবা বুজাবলৈ ব্যৱহাৰ   কৰা হয়।
 এজাহাৰ- কোনো ঘটনাৰ সম্পৰ্কে আৰক্ষীক ওচৰত   দিয়া লিখিত গোচৰ।
এখৰা-দুটা পাঁজৰ একেলগে জোৰকৈ   বান্ধি ৰখা কাৰ্য।
এঠলীয়া- এডলীয়া।
এধুমুহা- এদপালি।
এপি- মাৰ্কিন যুক্তৰাষ্ট্ৰত   অৱস্থিত সকলোতকৈ ডাঙৰ সংবাদ প্ৰতিষ্ঠান।
এবুৰি ছ-্ঁৰা- এনেক।
এচিষ্টেন্ট মেক-আপ মেন-   ৰূপ-সজ্জাকাৰীজনক সহায় কৰা লোক।
 এঘাৰ- দহৰ পিছৰ সংখ্যাটো।
 এঠেলা মাৰ- সহায় কৰ।
 এঢলীয়া- এফলীয়া।
 এতিয়াই- এই সময়তেই।
 এধুনা- কিছু কষ্টকৰ।
 এন্ধাৰত খেপিওৱা- আন্ধাৰত কোনো বলস্তু বিচৰা।
এবাহ- এঝুম।
 এৰণ্- এৰা কাৰ্য
 এলা- এফলা।
এৱাঁ- কোমল।
  এষণী- সোণাৰীৰ তাত থকা   দগা-পাল্লা।
 এহতিীয়া- এখন হাত থকা।
 এবতালি- এটা সময়ত।
 একাগি- পাৰ্থক্য় নৰখা।
 একাঠী- দুয়োখন হাত দীঘল।
এই- আগত বা ওচৰত থকা কোনো লোকক   মতা।
 একজিকিউটাৰ- অচি।
 একপঞ্চমাংশ- -সংখ্যক।
একমাত্ৰা- এক দাগ।
 একল- মাত্ৰ এজন।
 একৰকম- অন্য়ৰ লগত নিমিলা।
 একাচেকা- অকলৈ একধৰণৰ।
 একাম্বৰী- মইমত।
 একে পাতত খোৱা একে কান্ধত লোৱা- একে মানুহৰ।
 এখন্তেক- অতি অলপ সময়।
এচলীয়া- এচলা পাতেৰে নিৰ্মাণ   কৰা।
 এঠা- আঠা।
এতে- ইয়াত।
 এনভাইৰনমেন্ট- পৰিৱেশ।
 এফলীয়া কাট- দাঁতিলৈ যা।
 এপিঠীয়া- এফালৰ।
 এপৰীয়া- নদীৰ এক অংশত থকা।
 এনাম- ইনাম।
 এপ্ৰিল- ইংৰাজী বছৰৰ নম্বৰৰ মাহটো।
এফাজিয়া- গিলিবলৈ ক্ষমতা নোহোৱা   অৱস্থা।
 এৰণ্ড- এৰা গছ।
 এৰোজ- এসাঁজ।
এলবাৰ্ট- পোছাক।
 এ্য়াদোণ- এনেকুৱা।
 এলক- পৃথিৱীৰ উত্তৰ মেৰুৰ ঠাণ্ডা এলেকাত   বাস কৰা বৃহৎ প্ৰজাতিৰ পহু।
 এৰূ- এবাৰ পঢ়ি শেষ কৰা পুথি।
 এবাৰি- ওজনৰ জোখ।
এয়াৰ ক্লিনাৰ- ইঞ্জিনৰ প্ৰয়োজন   হোৱা বিশেষ বিশুদ্ধ কৰা চালনী।
এমনিয়াম ছালফেট- পানীত দ্ৰৱ   হোৱা এবিধ বগা ৰঙৰ স্বচ্ছ পদাৰ্থ।
এৰাল-  চাৰিওফালে ঘূৰি   ফুৰিবৰ কাৰণে গৰুৰ ছালত দীঘল লেজু বান্ধি থোৱা।
 এলাইছ- অৱশ।
 এষ্ট'নিয়া- ইউৰোপ মহাদেশত থকা এখন দেশ।
এপিটাফ-স্মৰণিকা এখনত লিখা এটা   মেমৰি লাইন।
 এপুন্দি- এইপিনেদি।
 এড্মিচন- নামভৰ্তি।
 এছট্ৰে- ছাইদানি।
 এছাতি-এমালি- দুষ্টালি।
এছাৰ্- নিক্ষেপ কৰ।
এঠেলা- হাতেৰে ঠেলি দিয়া।
এডেনইদ- এডাল গ্ৰন্থি যি ডিঙিৰ   ভিতৰত থাকে।
 এডিটিং- সম্পাদনা।
 একে-কথীয়া- কোৱা কথা নলৰোৱা।
একাচ্বিকাচ্- শুচি অশুচিৰ বিচাৰ   কৰা।
 একতালী- ষোলৰ চতুদৰ্শ।
 একচুলি- সামান্য়তম।
 এইহানে- ইয়াত।
 এইচআইচি- এবিধ ভাইৰাছ যিয়ে এইডচ ৰোগ সৃষ্টি   কৰে।
একচক্ৰ- এজন ৰজাই ৰাজত্ব কৰা।
একনিষ্ঠ- মাত্ৰ এটা বিষয়তে   শ্ৰদ্ধা থকা।
এক্শ্বন- প্ৰতিক্ৰিয়া।
 একাহাৰী- দৈনিক এবাৰ আহাৰ গ্ৰহণ কৰা। 
 এক্তিয়াৰ- একতিয়াৰ।
এছফাইক্'ছিয়া- উশাহ বন্ধ হোৱা   অৱস্থা।
 এখনি- 'এখন্'ৰ বিকল্প ৰূপ'।
 এচিষ্টেন্ট কেমেৰামেন- কেমেৰা চালকজনক সহায়   কৰা লোক।
 এচকুৱা- এটা চকু থকা।
 একাকী- অকল।
 একতীয়া- এফাললৈ কাতি হোৱা।
 একক ন্য়ায়ালয়- একক আসন।
একমাত্ৰ- এটা মাথোন।
 একতা- অনেক লোক গোট খাি থকা দ'ল।
 এ- হঠাতে পোৱা আনন্দ বা দোষ বুজোৱা মাত।
একজিবিশ্বন-প্ৰদৰ্শনী।
 একৱেণী- এগৰাকী বিবাহ বিচ্ছেদহোৱা মহিলাই   এটা বেণী যুক্ত চুলি পিন্ধি আছে।
 একাক্ষৰ কোষ- এটা এটা আখৰ লৈৰচনা কৰা অভিধান।
 এগেট- অলংকাৰ তৈয়াৰ কৰিবলৈ ব্য়ৱহৃত এবিধ টান   শিল।
 এডিনমা- মানুহৰ গ্ৰন্থিত হোৱা নাৰেঙা নামৰ   বেমাৰ।
 এতে- ইমান।
 এনএছজী- যোগানকাৰী দল।
এনজিঅ- বে-চৰকাৰী সংগঠন।
 এনম'মিটাৰ- এবিধ সঁজুলি যাৰ দ্বাৰা বতাহৰ দিশ   আৰু বেগ নিৰ্ণয় কৰিব পৰা যায়।
 এঠাইত কাটিলে সাত ঠাইথ গজা- অধিক বুধিয়ক।
এটুপি- সৰু বা ভাল টুপা বুজাবলৈ   ব্য়ৱহাৰ কৰা হয়।
 এটম- পৰমাণু।
 এগে- মেখেলা।
 একাষি- একাখি।
একতৰে- একত্ৰে।
 এক্ৰিলিক এচিড- বৰণ নথকা   কিন্তু উগ্ৰ গোন্ধৰ এবিধ তৰল পদাৰ্থ।
এজমালী- বহুতলোকৰ অদিকাৰ থকা।
এথেন্- এথোন্।
এমডি- চিকিৎসা শাস্ত্ৰৰ   স্নানকোত্তৰ ডিগ্ৰী।
 এৰাবাৰী- বহু দিন এনে পৰি থকা ঘৰ-বাৰী।
 এসাজ- এজনৰ সম্পূৰ্ণ পোছাক।
 এলোজেমী- বিপৰীত শ্ৰেণীৰ সংস্কৰণ।
 এহেত্- এই।
 এবুকু- বুকুৰ সমান গভীৰ।
 এৰিষ্ট'লজি- আহাৰ গ্ৰহণ বিজ্ঞান।
এস্কুড- এবিধ মুদ্ৰা যি   পৰ্তুগাল দেশত চলে।
 এস্কেলেটৰ- চলমান চিৰি।
 এনি-তেনি- ইফালে-সিফালে।
এপতীয়া- এপাত থকা।
 এড়ক- ভেড়া।
 এদনীয়া-একচেটিয়া।
 এনিভাৰছেৰী- বাৰ্ষিকী।
 এৰানি- অদিক এৰাগছ থকা স্থান।
 এৰা- লাগি থকাৰ পৰা আঁতৰি যা।
 এন্দুৰ- ইন্দুৰ।
 এফআইআৰ- এজাহাৰ।
এপিনে- এফালে।
 এঁতা- অঁতা।
 এঢাল- দবা ইত্য়াদিৰ খেল।
এখণ্ড- অত্য়াধিক।
 একাংশ- এভাগ।
 একপঞ্চাশ- পঞ্চাৰ পিছৰ সংখ্য়াটো।
 একাংগ- মুৰ।
 একাঠী চৰা- এদোপ ওপৰ।
 একান্নতা- একেলগে আহাৰ খোৱা অৱস্থা।
 একেটা- একমাত্ৰ।
একাউন্টেন্ট- গাণনিক।
 একশিৰা- একোঁহীয়া।
 এওঁৰা- এওঁ।
এককুণ্ডল- বলৰামৰ এটা নাম।
 একধৰ্মী- এক গুণসম্পন্ন।
 একতাল- এতালি।
 একাত্ম- অতি আপোন।
 একাঁঠু- আঁঠুৰ সমান গভীৰ।
 এগাল- অধিক।
একৈশ পূৰুষ- পূৰ্বপূৰুষসকল।
 একেৰ- একে স্থানৰ।
 এচৰাজ- এছৰাজ।
এডিট'ৰিয়েল- সম্পাদকীয়।
 এদনীয়- হাতত অন্য় কাম কৰিব নথকা।
 এন্দুৰীয়া- বৰ ৰোগ।
 এম- বিছনা।
 এবাৰ- এবেলি।
 এমব্ৰাইঅ- ভ্ৰূণ।
 এৰা- হয়।
এলেঙি- এখন বিশেষ মাছ ধৰিবৰ   বাবে ব্য়ৱহাৰ কৰা জাল।
 এষা- কলৰ থোকত থকা থোপা।
 এতিয়াও- এই সময়লৈকে।
এদোৰোল- এতৰপ।
 এটোপ্-এটোপ্কৈ- টোপাটোপে।
 একোঁচ- এভাঁজ।
 এচুকীয়া- এটা চুক থকা।
 এৰদীয়া- একেদিনাই শুকোৱা।
 এপিয়েল- ইউৰেনাছৰ এটা উপগ্ৰহৰ নাম।
 এলাই-জাঁপৰি- জাধলী।
এধাপুৰ- অলপ সময়।
 একাৰ্- 'এ' আ্ৰখৰ।
 একলচৰ- অকলশৰে।
একান্বয়- একৰূপতা।
 একেসংগে- একেলগে।
 এগুণকে দুগুণ কৰ- সৰু কথা এটা ডাঙ কৰি পেলোৱা।
 এখুজীয়া- লেহেমকৈ খোজ কঢ়া।
 এককাট্টা- একেলগ কৰা।
একঠা খা- প্ৰতিপত্তি লাভ কৰ।
একচত্বাবিংশ- চল্লিশৰ পিছৰ।
একেদৰে- একেধৰণে।
 এক্টিভ চান- প্ৰতি  বছৰৰ পিছত বেলিৰ পোহৰ।
এচলীয়া- এখন চাল থকা।
 এটেণ্ডেন্ট- লগুৱা।
 এদোণ-    কঠা ধৰা কাঠীৰ পত্ৰ।
 এটা- একক।
 একশেষ-দ্বন্দ- একত শেষ য'ত তেনে।
 একান্নৱৰ্তী- সহভূজী।
 এক্কে- খং আৰু অভিযোগৰ এটা শব্দ।
একৈশা-  দিনত হোৱা কাম।
 একবিৱাহ- একগামিতা।
একষষ্ঠি- ৰ পিছৰ সংখ্যাটো।
 একেপান্তি- একে শাৰী।
 একে-কঠি- মাজত কোনো বেৰ নথকা।
 একৈয়া বোটল- সংগ্ৰহ কৰি ফুৰ।
 এছএইচজি- আত্ম সহায়ক গোট।
 এনএচি-ৰাষ্ট্ৰীয় উপদেষ্ঠা পৰিষদ।
 এনেদ্ৰে- এবিধ অসমীয়া জাপি।
এব্গে- এইপিনে।
 এৰা পৰ- অকামিলা হৈ পৰি থাক।
 এসূত- তাঁতৰ মূৰ বিশেষ।
এহিমানে- ইমানতে।
 এফিউছন- দেহৰ যিকোনো অংগত পানী জমা হোৱা এখ   অৱস্থা।
 এদানি- কড়ি।
 এণঅডি- অসমত প্ৰস্তুত হোৱা এৰী সূতাৰে তৈয়াৰ   কৰা উৰাৱ কাপোৰ।
 এনে- এই ৰূপ।
এৰা-পলৰীয়া- মানুহ নথকা।
এহাল- এযোৰ।
এতিম- পিতৃ-মাতৃ বা কোনো আপোন   মানুহ নথকা।
এতোলা- একতোলা ওজন।
এতৰ- এটা পূজা যাক আদিসকলে পালন   কৰে।
এঙেৰুৱা- এঙাৰৰ নিচিনা কলা   বৰণৰ।
 একেশ্বৰে- অকলৈ।
 একাপ- চাহৰ ককাপ এটাত যিমান পৰিমাণৰ চাহ ধৰে।
 একাৱলী- অসমীয়াৰ এবিধ ছন্দ।
 একাম্ৰকানন- ভূৱনেশ্বৰৰ অতীতৰ নামটো।
 একোনাই- একো নমনা।
 একেশ্বৰ্- লগ নথকা।
একবাৱ- একমত।
 একচৰ- গড়।
 একছত্ৰী- গোটেইটোৰ ওপৰত পৰম শক্তি থকা।
এতকচন ম'ভি- প্ৰতিক্ৰিয়াত্মক   চলচ্চিত্ৰ।
 একক- অকলশৰীয়া।
 একমুখে- একমত হৈ।
 একপাড়ীয়া- এফলীয়া।
 এগলে- এইবোৰ।
 এক কথা- এটা বাক্য়।
 একলা- চন্দ্ৰৰ শোল্ল অংশৰ ভিতৰত এটা অংশ।
একচেটীয়া   ব্য়ৱসায়- একঘেয়ামী ব্যৱসায়।
 একশৰণ- মাত্ৰ এজন দেৱতাত শৰণ লোৱা।
 এ- সৰ্ব।
এক্চেঞ্জ- আদান-প্ৰদান কেন্দ্ৰ।
 এঁটা- কাম শেষ কৰ।
 একপক্ষ- এপষ।
 একবৰ্ণা- মাত্ৰ এটা ৰং থকা।
  এক্স-ৰে- ৰঞ্জন ৰশ্মি।
 একাষৰীয়া- এফলীয়া।
 এক্টৰ- যইয়ে অভিনয় কৰে।
এচিয়া- পৃথিৱীৰ সাতখন মহাদেশতকৈ   আটাইতকৈ ডাঙৰ মহাদেশখন।
 এটিপ- এবাৰ চকু জপোৱা।
 এটা চাউল পিটিক- এজন ব্যক্তিৰ জীৱনৰ এটা   ঘটনা জানিয়েই অৱগত কৰা হয়।
এক্ট- অংক।
 একুন- মুঠ।
 একাৱন- পঞ্চাৰ পিছৰ সংখ্যাটো।
 এপাল- একেলগে অধিক।
 একতৰ- সানমিহলি।
 একুৰা- এটা থুপ।
 একক-এটা গোট।
একতিয়াৰ- শক্তি।
 একদন্ত- গনেশ।
 একটুক- অলম পৰিমাণৰ।
এং- খামতি জনগোষ্টী লোকসকলৰ   কলহ।
 এক- খামতি জনগোষ্ঠীৰ লোকসকলে কৃষিকাৰ্যত   ব্য়ৱহাৰ কৰা এবিধ সঁজুলি।
 একাণপতীয়া- এফালে কাণ পাতি থকা।
 একে গুৰু ঘৰৰ শিষ্য- আতৈ।
 একুৰি এটা লেঠা- অধিক সমস্য়া।
 এখেলৈ- এই স্থানলৈ।
 একুৰা- অকলে।
একাংগী- শৰীৰৰ এটা ফালৰ   পক্ষাঘাত।
 একুৰি- বিশ।
 একিল খাই একিল দে- এটা আঘাতৰ বাবে এটা আঘাত।
একধূৰী- এটা একক কাৰ্যত   সক্ষম।
 একত্ৰে- একে লগে।
 এংগোল ড'জাৰ- কটা।
 এক্দম্- তেনেই।
 একণীয়া- মাত্ৰ এটা কোঁহ থকা।
 একাদশী- এমাহৰ চন্দ্ৰৰ একাদশ দিন।
 একীভৱন- সমান হোৱা।
এপাৰ্মেছন- নিশ্চিতকৰণ।
 এৰিট্ৰিয়া- আফ্ৰিকা মহাদেশত থকা এখন দেশ।
 এষ্ট্ৰ'মানচি- আকাশত থকা তৰাবোৰ গণি মানুহৰ   ভৱিষ্য়ত নিৰ্ণয় কৰিব পৰা লোক।
এফটিপি-ফাইল স্থানান্তৰ প্ৰটোকল   সাৰাংশ।
 এৱছাৰ্ড- যই সম্ভৱ নহয়।
 এলেং আঁচ্চ-দেউৰী সমাজত যুৱসকলৰ বাবে এখন   মঞ্চ।
 এলান্ধুৱা- আলান্ধুৱা।
 এলনিজ- কাপোৰৰ পৰ্যবেক্ষক।    
এসময়ত- কোনো সময়ত।
এশ গৰু মাৰিলে বাঘৰো মৰণ- অধিক   পাপ কৰি এদিন ভয়ংকৰ বিপদত পৰিবলগীয়া।
 এলএলবি- আইনৰ স্নাত্তক।
 এলেংঘৰ- যুৱকসকলৰ বাবে এখন মঞ্চ।
এয়াৰ-বাছ- বহল-আহল বৃহৎ বিমান।
 এভলা- এতিয়া।
 এপালি- ঔষধৰ এটা পালি।
 এপৰ- তিনি ঘন্টা সময়।
 এমপিএইচ- প্ৰতি ঘন্টাত মাইল।
 এপ্ৰিল ফুল- এপ্ৰিল মাহৰ প্ৰথম দিনা ধেমালিৰ   প্ৰথাৰে কাৰোবাক ঠগা।
 এৰকা- মাদুৰী।
এভো- এতিয়াও।
 এলএছডি- মানসিক খেলিমেলি উৎপন্ন কৰা এবিধ   মাদকদ্ৰব্য়।
 এলালিয়া- জিভাখন লৰাব নোৱাৰা।
এহেলে- অন্য়থা।
 এপাক- এইবাৰ।
 একাকাৰ্- সকলো একে হোৱা।
 একতাৰা- এটা একক গীতযুক্ত বাদ্যযন্ত্ৰ।
 এইমাত্ৰ- মাত্ৰ এতিয়া।
 একতৰফা- একপক্ষীয়।
এক- কোনো।
 একাংকিকা- এটা মাত্ৰ অংক আছে।
 একে কালে- একেবাৰতে পূৰাকৈ।
এট্'পিন- এবিধ বিষাক্ত ৰাসায়নিক   যৌগ যাক ঔষধ হিচাপে ব্য়ৱহাৰ কৰা হয়।
 এন'দিন- মানুহৰ দৈহিক বেদনা।
 একেলালিয়ে- একে লেথাৰিয়ে।
 একে মাঘে জাৰ নাযায়-যিকোনো সহায়ৰ অকৃতজ্ঞতাৰ   সন্দৰ্ভত।
 এগ্ৰিমেন্ট- চুক্তি।
এছপাৰ্টিক এচিড- কুঁহিয়াৰত থকা   ৰাসায়নিক পদাৰ্থ।
একুৱাডাক্ট- পয়-প্ৰণালী।
এক্শ্বন ডাইৰেক্টৰ- প্ৰতিক্ৰিয়া   নিৰ্দেশক।
একহাত- এহাত।
একপত্নীক- এগৰাকী পত্নী থকা।
এছেৰা- বন্য জন্তু ধৰাৰ   বাবে এক প্ৰকাৰৰ ফান্দ।
 এছএলৰিফ্লেক্স- ছিংগল লেন্স ৰিফ্লেক্স।
 এনডিএ- ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমী।
 এমেন'ৰীয়া- ঋতুস্ৰাৱ বন্ধ হোৱা অৱস্থা।
 এৰুচিক এচিড- মাহজাতীয় শস্য়ৰ পৰা ওলোৱা ফেটি   এচিড।
 এসঁজীয়া- দিনটোৰ ভিতৰত এসাঁজ খোৱা।
এমএ- কলাৰ স্নাতকোত্তৰ ডিগ্ৰী।
 এয়াৰ গান- গুলি ফুটোৱা এবিধ বন্দুক যিয়ে   চাপযুক্ত বায়ু ব্য়ৱহাৰ কৰে।
 এপাহ্ মাৰ্- বেয়া কাম কৰি ভাওনা কৰ।
এধুমা- অদিক সময়।
 এঠা এটি- আঠাৰ নিচিনা।
 এতেক- ইমান।
 এপাৰি- দাঁতৰ এশাৰি।
 এঘাঁত- এক ঘেঁতা।
 এখনমান তামোল খোৱাৰ পৰ- অলপ সময়।
 একেতিলে- বেগতে।
একনীয়া- এখ কান্ধেৰে বোৱা।
 এঁড়ি- গেৰুৱা।
 একহিয়া- পূৰুষৰ অণ্ডকোষ বঢ়া এবিধ বেমাৰ।
একনায়কতন্ত্ৰ- এজন ব্য়ক্তিৰ মতৰ   মতে শাসন হোৱা।
 একচাৰিণ- পতীব্ৰতা পত্নী।
 একৰম্কালি- আগৰ সময়ত।
 একাশ্ৰয়- যাৰ মাত্ৰ এটাই আশ্ৰয়।
 একেবাৰেই- তৎক্ষণাৎ।
 একানংশ- মহাদেৱৰ পত্নী পাৰ্বতী।
 একাক্ষৰী- মাথো এটা আখৰে গঠিত।
একান্তৰ- য'ত এখ অন্তৰ আছে।
 এক্সপ্ৰেছ- দ্ৰুতগামী।
 একাদশ ইন্দ্ৰিয়- এঘাৰটা ইন্দ্ৰিয়।
একান্নভুক্ত- একেলগে আহাৰ খোৱা।
 একে কোবে- একেবাৰে।
 এন্টাৰপ্ৰাইজ- নতুন পৰিকল্পনা।
 এডাল কুটা দুডাল নকৰ- কাম-বন নকৰ।
 এথানি- আথানি।
 এনালগ ডেটা- এনালগ ৰূপত থকা তথ্য
 এৰাখাটী- এবিধ চৰাই যাক অসমৰ হাবিত পোৱা যায়।
এৰাল ছিগা গৰু- নিয়ম পালন   নকৰা ব্যক্তি।
 এৰাল লগা- অবাধ্য মাুহ নিয়ন্ত্ৰনলৈ অহা।
 এলেবাং- অঁকৰা।
এনাছ- পায়ু।
 এবিচি- কোম্পানী।
 এৰিষ্ট'টলবা- এৰিষ্ট'টলৰ দাৰ্শনিক মতবাদ।
 এলাগি- ্শুৱনি।
 এমাৰৎ-অট্টালিকা।
এৰা- কল্প।
এশখন মুখেৰে ক- সংস্কৰণ   সলনি কৰিবলৈ আৰু বাৰে বাৰে মিছা ক'বলৈ।
এভাৰেষ্ট- পৃথিৱীৰ সকলোতকৈ ওখ   পৰ্বত।
এনখ্- কিঞ্চিত।
এচাটি- তৰল বা কণিকা   পদাৰ্থ ৰ ছিটিকাই দিয়া।
এখনকে দহখনকৈ লগোৱা- সৰু কথা   এটাক ডাঙৰকৈ লগোৱা।
 একাজ ভাগী- অকাজ্ ভাগী।
 এচেম্ব্লি- সভা।
 এথোন্- এতিয়া।
 এনেতে- এই সময়তে।
এফেই- অলপ।
এল- ইংলেণ্ডত কাপোৰৰ জোখ-মাপ   কৰিবৰ বাবে ব্য়ৱহৃত এবিধ একক।
এতেকতে- এই কাৰণে।
এডাল চুলিকে সাতফাল   কৰ- অত্যন্ত কৃপণ হোৱা।
এটিপ মাৰ- চকু জপা।
এটকা- এক টকা।
 এজেন্ট- অভিকৰ্তা।
 ঙা- েঙাচোলা।
 একেসুৰীয়া-বিৰক্তিকৰ।
একেমুখে- একে কথাৰে।
এাধিক-অনেক।
এঁহ- কেঁকনি।
 এইটো- সন্মুখত থকা কোনো বস্তু বা মানুহক   বুজোৱা শব্দ।
 একযষ্টি- মুক্তাৰ হাৰ।
একাস্বতাধিকাৰী   ব্য়ৱসায়- বিক্ৰী ব্যৱসায়ৰ উদ্বেগ।
 এক্টিং এৰিয়া- অভিনয় ক্ষেত্ৰ।
 একপাগী- খোৱা মানুহ।
 এককালীন- একেবাৰে।
 একৰীাৰ- সৈ কঢ়া কাৰ্য।
  একোছা- এমুঠা।
এঙনি-জেঙনি- বুজিব নোৱাৰা।
এজেবা- বুঢ়া আঙুলি।
এদঁতীয়া- এটা দাঁত গজা।
এতিমখানা- অনাথ আশ্ৰম।
এনেও নাই তেনেও নাই- ইয়াতো নাই   তাতো নাই।
 এপখাল- এবাৰ ধোৱা।
 এবখলা- এটা ডাঙৰ অংশ।
 এনিমিয়া- তেজত থকাৱ হিমগ্লবিন কমি যোৱাৰ ফলত   হোৱা বেমাৰ।
এবে- এতিয়া।
এমিদিন- এবিধ ৰসায়নিক যৌগ যি   ঔষধ বিজ্ঞানত ব্য়ৱহৃত।
এবৰীয়া- হেলনীয়া।
এজেঞ্চি- প্ৰতিনিধিত্ব।
এটীয়া- লগ নথকা।
এড্- বিজ্ঞাপন।
 এঙামুৰি- গা মুৰি।
 একেদোৰ- ভাই-ককাই।
 এলেকুৱা- আকলুৱা।
 একান্তভাৱে- একে মনেৰে।
একে খুন্দাই যা- মাত্ৰ এটা   আঘাততে মৃত্য়ু হ।
একত্ব- এক হোৱা অৱস্থা।
একেবস্ত্ৰে- এখনীয়া কাপোৰ   পিন্ধা।
একযোনী- একান্ন- একেলগে খোৱা   আৰু একেলেগে থকা।
একবাক্য়ে- অধিক লোক একমত হোৱা।
একাধিপতি- স্বৈৰাচাৰী।
 একমতাৱলম্বী- এটা মতবাদ অনুসৰণ কৰা।
 একমত- এটা মতত বিশ্বাস।
 এচিকটা- অতি অলপ।
 এনাভুৱা- অনাভুৱা।
 এঙা-জেঙা- আউল লগা।
 একপ্ৰকাৰ- একৰকম।
একপিংগ- কুবেৰৰ এটা নাম।
 এওঁ- সন্মুখত থকা কোনো মান্য়বান ব্য়ক্তিক   বুজোৱা মাত।
 এল ছালভেদৰ- উত্তৰ আমেৰিকা মহাদেশত থকা এখন   দেশ।
এৰাই যা- ফালৰি কাট।
 এয়াৰ হোষ্টেছ- বিমান পৰিচাৰিকা।
 এবল- এাৰৰ শক্তি।
 এনাজৰী- জৰী নোহোৱাকৈ।
 এনু- এইফালে।
 এন্টিভেনিন- সাপৰ বিষ নিষ্ক্ৰয় কৰা এবিধ   পদাৰ্থ।
 এঘৈয়া- মূৰৰ এদাঁতি কটা।
একেৰাঙী- একেবৰণীয়া।
  একানি- ছৰতীয়া।
 একৰকম- কোনো মাধ্য়মেৰে।
একচল্লিশ-  ৰ পিছৰ সংখ্যাটো।
 এজুবুৰা- এটা ডুব মৰা কাৰ্য।
 এনা টোপনি- টোপনি নহা।
 এফিডেভিড- সত্য় পাঠ।
 এলাইনিং- এনেকৈ।
 এনুৱা- এই প্ৰকাৰৰ।
 এতেখানি- ইমান।
এচিড- এক শ্ৰেণীৰ ৰাসায়নিক   পদাৰ্থ।
 একেৰাহে- কোনো অংগী ভংগী নকৰাকৈ।
 একাল- অভাৱ।
একচনীয়া- একবছৰীয়া।
 একাশী- আশীৰ পিছৰ সংখ্যাটো।
একেলগে- সংগী হৈ।
 একজ- উৎপাদনৰ কাৰণে একে প্ৰক্ৰিয়াকেই অনুসৰণ   কৰা।
 একজিমা- ছালত হোৱা বেমাৰ।
 একোটা- প্ৰত্য়কটো।
 এঙেৰুৱা বান্ধ- এঙেৰুৱা উৎপন্ন হ।
এটি- সৰু বুজাবৰ কাৰণে ব্য়ৱহাৰ   হোৱা শব্দ।
 এনায়ন- ঋণাত্মক আয়ন।
 এঙাৰ- জুইয়ে কাঠ বাঁহ পুৰা যোৱাৰ পিছত তাৰ পৰা   ওলোৱা কলা ৰঙৰ অংশ।
এচিলিম- এটা সময়ত ধূমপান   কৰা এক পৰিমাণৰ ধপাত>
 একেলেথাৰিয়ে- নেৰানেপেৰাকৈ।
 একাৰ্থক- সমাৰ্থক।
 এচফাল্ট- পথ পকী কৰা অৱস্থাত প্ৰয়োগ কৰা এবিধ   খাৰুৱা তেলৰ দৰে পদাৰ্থ।
 এটম বোমা- পাৰমাণৱিক বোমা।
 এন্টিমণি- সুকুমাৰ কলাৰ সাঁচ।
 এটিপা- এচেপা।
এডলটৰী-ব্যভিচাৰ।
 এদোৰোল- এবাৰ বেকা হোৱা।
 এনেই- শুদাই।
এবম্বিধ- এনেকুৱা।
 এন্টিভিটামানি- খাদ্য়প্ৰাণ প্ৰতিৰোধী।
 একেশ্বৰবাদ- মাথো এজন ঈশ্বৰ আছে তেনেকুৱা মত।
 একান্ত সচিব- ব্যক্তিগত সচিব।
 একেমুখেই ধান চিৰা দিয়া- কথা সলাই পেলাই কোৱা।
 এঙুৰ্-ভেঙুৰ্- বিভিন্ন ধৰণৰ ভাঁজ থকা।
 এড্ ইন্- এড্ অন্।
একাশ্ৰিত গুণ- এজনৰ আশ্ৰিত   ধৰ্ম।
 একোদ্দিষ্ট- এটালৈ উদ্দেশ কৰা।
 এটা বাট কৰ- সঘনাই অহা যোৱা কৰাৰৰ ফলত সৃষ্টি   হোৱা এটা পথ।
এতদ্দেশ- এই স্থান।
 এৰা-এৰি- বিৰহ।
 এল- সাহৰ-মহাসাগৰত সৃষ্টি হোৱা ধুমুহা।
 এয়াৰবেগ- এক নিৰাপত্তা কৌশল যি যান-বাহনত   থাকে।
এলাইবাদু- আলাবাদু।
এহাশুধীয়া- মনত কোনো আশা লৈ   থকা। 
একনাকত্ব- মাত্ৰ এজন লোকৰ   আদেশত চলা প্ৰশাসন।
 একহিপূৰুষ- অধিক পূৰুষ।
 একৰাৰনামা- এটা চুক্তি।
একদংষ্ট্ৰ- গণেশ।
 একাদোৱা- চিহ্নিত।
 একুৱাৰিয়া আনছিনাটো- পাতি হাঁহ।
 একীভাৱ- মিলত্ব।
 একুঁচীয়া- এমেৰ দিয়া।
 এঠেলা পা- কষ্ট খা।
 এজুলৈ- আগফাল আৰু সৰু আঙুলি সম্প্ৰসাৰিত   কৰা এক জোখ।
এক্সপেৰিমেন্ট- পৰীক্ষা।
 একে-চিত্তে- একে মনেৰে।
 এনা- উপসৰ্গ।
এন্দুৰক সেন্দুৰ পিন্ধোৱা- এজন   প্ৰাকৃতিকভাৱে কুৎসিত ব্যক্তিক ধুনীয়া কৰিবলৈ চেষ্টা কৰা।
 একেটাই- অনুৰূপ।
 একত্ৰীকৰণ- অধিক লোক গোট খোৱা।
 এঁকৰ- ৰেডিঅ বা টিভিৰ বাতৰি পঢ়া।
 এক্জতীয়া- বিশেষ এক প্ৰকাৰৰ।
 এসুদ- সামান্য়।
 এটুপি ধৰ- সুৰা পি।
এনাস্থেচিয়া- সংজ্ঞাহাৰক।
 এনেল- একেবাৰে কাষৰ অংশ।
 এৰং- ইহঁত।
এলাচি- দৰবৰত দিয়া এবিধ   সুগন্ধিমূলক বীজ।
 এলবেদু- কোনো গ্ৰহ-উপগ্ৰহৰ পৰা প্ৰতিফলন হোৱা   ৰশ্মিৰ তুলনা।
 এলাৰ্ম ঘড়ী- এক নিৰ্দিষ্ট সময়ত   ব্যক্তিক সতৰ্ক কৰিবলৈ ব্য়ৱহাৰ কৰা ঘড়ী।
 এলান্ধু- আলান্ধু।
 এম্ফিফিয়েটাৰ- অৰ্ধবৃত্তাকাৰ প্ৰেক্ষাগৃহ।
এলা-পেচা- সাধাৰণ।
এম'নাইট- এবিধ সমুদ্ৰৰ প্ৰাণী   যিয়ে  কোটি বছৰৰ পূৰ্বে সাগৰত বাস   কৰিছিল।
এপ'ষ্টল- যীশুখ্ৰীষ্টই তেখেতৰ   আদৰ্শ প্ৰচাৰ কৰাৰ বাবে বাচি লোৱা  জন   শিষ্য।
এপৰাল পৰ- মাত্ৰ এবাৰ ঢেকীত ধান   বান।
এনাই ঘৰীয়া বৰুৱা- অসম   ৰাজাৰ আইতাৰ অধীনত নিযুক্ত এজন বিষয়া।
এদিনীয়া- এদিন থকা।
 এচিষ্টেন্ট আৰ্ট ডাইৰেক্টৰ- সহকাৰী কলা।
 একেতৰী- সানমিহলি হোৱা।
 একত্ৰিত- মিলিত।
 এন্টিবায়টিক- বেক্টেৰিয়াজনিত সংক্ৰমণ।
 এতাদৃশ্- এইৰূপ।
 এখেত্- সন্মান কৰি মতা মাত।
একজোট- একেলগে থকা।
 এইক্য়ান- এইখন।
 একদেশ- এভাগ।
একচেটিয়া বজাৰ- এজন বেপাৰীয়ে   কেইবাজন গ্ৰাহকক এনেকুৱা বস্তু বেচে।
 একণীয়া- এখন কাণ থকা।
 এআই- 'আৰ্টিফিছিয়েল ইন্টেলিজেন্ট'।
 একচেটিয়া মুনাফা- একচেটিয়া লাভ।
 একমাত্ৰা- এটা মেট্ৰিকেল জোখ।
 একোক্তি- নিজে নিজৰ লগতে সংলাপ আদান প্ৰদান   কৰা কাৰ্য।
 এটোহিয়া- চিঞৰ।
এধাচলিহা- সম্পূৰ্ণভাৱে পূৰঠ   নোহোৱা।
 এনকাউন্টাৰ গ্ৰুপ- মনৰ ভাব আদান-প্ৰদান কৰা।
 এন'ৰেক্সিয়া নাৰ্ভাচা - গাভৰু ছোৱালীবোৰে শকত   হোৱাৰ বাবে শীণ হ'বলৈ আপ্ৰাণ প্ৰয়াস কৰা।
 এলেকমী- অপৰাসায়ন।
 এৰিষ্ট'ক্ৰেট- সম্ভ্ৰান্ত পৰিয়ালত জন্ম লাভ   কৰা লোক।
 এষাৰ্-চেৰেক্- আষাৰ্-চেৰেক্।
 এলেনিন- এবিধ এমিন এচিড যি প্ৰটিনত থাকে।
 এৰীনা ষ্টেইজ- মুক্ত মঞ্চ।
এনএছএইআই- ভাৰতবৰ্ষৰ   ৰাষ্ট্ৰীয়তাবাদী ছাত্ৰ গঠন।
 এন্টাৰ কী- কী-ব'ৰ্ডত থকা সকলোতকৈ ডাঙৰ কী।
 এছাৰি- চেকনী।
একেৰপৰা- এই স্থানৰ পৰা।
 একে গছৰে পাণ- একে স্বভাৱৰ।
 একদেশদৰ্শী- একপক্ষী।
 একঠা- এবিঘাৰ    ভাগৰ এটা ভাগ।
 এইলৰ'ফিলিয়া- মেকুৰীক লৈ হোৱা অধিক স্নেহ।
 এছেটেনিলাইড- বগা ৰঙৰ গোন্ধ নথকা এবিধ পাউদাৰ।
 এছাৰকণি- আচাৰেকণি।
এডিছন- বাতৰকি কাকত শুধৰণি কৰা   সংস্কৰণ।
 এপখাল পৰা- পিন্ধই পেলাই এবাৰ ধোৱা।
 এফলীয়া ভাৰে কামি হাড় ভাঙ- যুটীয়া   উদ্যোগএটাত অত্যাধিক বোজা পৰিব লাগিব।
এণাইলেজ- এভিধ পাচক ৰস যি   প্ৰাণীৰ লালতিত থাকে।
 এৰি পাচাৰা- গোৱালপাৰা জিলাৰ মানুহে   পিন্ধা এণ্ডি সূতাৰ ৰূপ তৈয়াৰ কৰা শীতকালীন কাপোৰ।
 এমবিছনিকছ- যন্ত্ৰৰ দ্বাৰা নিৰ্মাণিত   প্ৰাকৃতিক শব্দসদৃশ শব্দ।
 এৰেশ্বেয়াৰ- স্কদলেণ্ডৰ এবিধ উন্নত প্ৰজাতিৰ   গাখীৰ দিয়া গৰু।
 এশ এটা- অনেক।
 এৰা বাট-  অস্থায়ী উচ্চভূমি খেতিৰ   বাবে জংঘল কটা। 
 এপোষ্টল- যীশুখ্ৰীষ্টই বাৰ্ত্তাপ্ৰচাৰ   কৰিবলৈ বাৰজন লোকক নিৰ্বাচিত কৰিছিল, তাৰে ভিতৰত এজন।
এনড্ৰইড- এবিধ অধিক সুবিধাজনক   যন্ত্ৰ।
 এপিটাছিছ-  নাটকখন শেষ হোৱাৰ আগতে   হোৱা চৰম উন্মাদনা।
 এম্বুলেঞ্চ-  গুৰুতৰভাৱে   আঘাতপ্ৰাপ্ত বা ৰোগীক চিকিৎসালয়লৈ লৈ যোৱা গাড়ী।
এন-ৰে- নিউট্ৰন ৰশ্মি।
 এডেও দুডেও লোটা নিবৰ   চেও-  প্ৰৱঞ্চনা বা প্ৰবঞ্চনাৰ দ্বাৰা ব্যক্তি এজনক লুটিবলৈ চেষ্টা   কৰা।
 এগুণ্- এভাগ পৰিমাণ।
 একোপধ্যে- একো প্ৰকাৰে।
 একেচিপে- একেবলে।
 একজিকিউটিভ প্ৰডিউচাৰ- কাৰ্যকাৰী প্ৰযোজক।
 একক পাঠ- পাঠত প্ৰাপ্ত একমাত্ৰ পাঠ।
একদেউ- এজন সৰ্বোচ্চ   দেৱতা।
 একাজি- বস্তুবোৰ তুলিবলৈ চুকিয়া চুকিত   ৰখা তিনিটা প্ৰহাৰ।
 এছাইনমেন্ট- সাংবাদিকৰ গোটেই দিনটোৰ কামৰ   দায়িত্ব বুজোৱা অৰ্থত।
এনহিদ্ৰ'ছিছ- বেমাৰ হ'লে নাঘামা   এবিধ ৰুগ্ন অৱস্থা।
 এতেবেলি- এইখিনি সময়ত।
 এটকা মহন্ত- গুপু, দেৱতা, নাম আৰু ভকত।
 এতিয়া- এই খন্তেকত।
 এধাৰি- এটা নিৰ্দিষ্ট অঞ্চল।
এনেকৈ- এইদৰে।
এবান- এবাৰত উৎপত্তি হোৱা   সামগ্ৰী।
এলেং- এবিধ চেপেটা বগা ৰঙৰ লাহী   মাছ।
 এহেও নোহোৱা তেহেও নোহোৱা- কোনো ক্ষেত্ৰতে   সফলতা আৰ্জিব নোৱাৰা।
 এতলা- অধিসূচনা।
একাশক্তি- কোনো এক বিষয়ৰ ওপৰত   থকা মোহ।
 একতেৰকা- একেবাৰে অলপ।
 একচক্ৰা- পূৰ্বৰ এখন নগৰ যি পাটনা জিলাত   অৱস্থিত।
 এইচএএল- হিন্দুস্তান এৰ'নেটিকছ লিমিটেড।
 একংৰৱাট সভ্য়তা- সপ্ত আশ্চৰ্যৰ অন্য়তম এটা   সভ্য়তা।
 এ কৰঙন- উৰু-গভীৰ। 
 একাৰত্ন- একাৰৰ দ্বাৰা অন্ত হোৱা শব্দ।
একেজাতীয়- একে বংশৰ।
 এককালীন অনুদান- কোনো বিশেষ কামৰ নিমিত্তে   এবাৰতে দিয়া সাহায্য।
 একীভূত- একলৈ ৰূপান্তৰিত।
এক'ষ্টিক গীতাৰ- স্পেনিজ গীতাৰ।
 একঠা- বিশেষ ধান চাউলৰ জোখ।
 এঅৰটা-হৃদযন্ত্ৰৰ বাওঁফালৰ পৰা ওলাই যোৱা   মুখ্য ধমনী।
 একচিত্ত- এটা বিষয়লৈ মাথো মন কৰা।
 একভাষশী- মাত্ৰ এটা ভাষা জনা আৰু সেই   ভাষাটোকেই প্ৰত্য়েকটো কামত প্ৰয়োগ কৰা ব্য়ক্তি।
 একদৃষ্টি- যই দৃষ্টি অস্থিৰ নহয়।
 এআইএছএফ- নিখিল ভাৰত ছাত্ৰ সংগঠন।
এক্লুইচা- এটা মূৰৰ ফাল আৱৰি   থকা।
 একা- অন্য় প্ৰকাৰ নোহোৱাকৈ।
 একাপ- পাঁচ চিৰা বেঁতৰ আটি।
এক্সচেঞ্জ- একচেঞ্জ।
 এচিটেট- এচিটিক এচিডৰ দ্বাৰা প্ৰস্তুত কৰা   এবিধ ৰাসায়নিক যৌগ।
 এনেয়ে উৰ্বশী দুৱাৰে বাট দিয়া- এজন   স্বাভাৱিকভাৱে দুষ্ট ব্যক্তিক দুষ্টতা কৰাৰ সুযোগ দিয়া।
 এতাবৎ- এই পৰিমাণৰ।
 এণ্ডুকা- তেজপিয়াৰ দৰে এবিধ প্ৰাণী।
এক গোট হ- একত্ৰিত হ।
একেলুটিয়ে- ঘূৰোৱা বা   ওলোটা নোহোৱাকৈ।
এৰা ধৰা- কম অংশ এৰি দিয়া।
এৰা-চৰাই-এবিধ সৰু চৰাই যি   'চে-চে' কৈ মাতে।
এৰা কাট খা- অস্থায়ী বাম খেতি   কৰ।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.