Type Here to Get Search Results !

অসমীয়া অভিধান ঠ

অসমীয়া অভিধান ঠ

অসমীয়া অভিধান ঠ


ঠেকা – ঢুকা,ঠেক কৰা।
ঠেৰেঙা – অত্যাধিক শীতৰ বাবে   জঠৰ হোৱা।
ঠেৰেহা – নপকি বা নিসিজি   গেঁঠেলা মাৰি থকা।
ঠোকৰ – সৰু বস্তুৰে কৰা মৃদু   আঘাত।
ঠগাব – প্ৰবঞ্চনা কৰিব
ঠিক - নিশ্চয়, হুবহু
ঠনঠননি – ঠন ঠন কৰা কাৰ্য্য,ঠন   ঠন শব্দ।
ঠলামুৰি – মূৰত মোৰ থাপৰ।
ঠাঁনি – গছৰ সৰু, লাহী ডাল।
ঠানুৱা – সুন্দৰ গঢ়যুক্ত।
ঠাৰি – পাত,ফুল,বা গুটিৰ গছত   লাগি থকা ভাগ।
ঠিক – যিটো নিশ্চিতি বা সঁচা।
ঠিলা – চুঙা আদিৰ মুখ বন্ধ কৰা   খোপা।
ঠিহিৰা – বয়স অনুযায়ী নবঢ়া।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.