ঊষৰ- সাৰ নথকা মাটি। |
ঊৰ্ধস্থিতি- উচ্চ ঠাই। |
ঊৰ্জ- কঙালী বিহু যি মাহত হৈ। |
ঊষ- সাৰ থকা মাটি। |
ঊঢ়া- বিবাহীত মহিলা। |
ঊনশ- পাঁচকুৰী এক কম। |
ঊৰ্ধলিংগ- মহাদেৱ। |
ঊৰ্মিলা- লক্ষ্মণৰ ঘৈনী। |
ঊধ্মুধ্- আগগুৰি লোৱা। |
ঊৰ্ধচাপ- ওপৰৰ পৰা বল প্ৰয়োগ কৰা। |
ঊধা- ওপৰৰলৈ ডঙা। |
ঊস্- বেদনাদায়ক মাত। |
ঊনৈছত বা বলা- আনন্দত আত্মহাৰা হোৱা। |
ঊনত্ৰিশত- ডেৰকুৰীৰ এক কম। |
ঊৰ্ধশ্বাস- ফেঁপাই থকা। |
ঊন্চল্লিশ্- দুকৰি কম। |
ঊৰ্ধৰেতা- শিৱ। |
ঊৰ্মি- পানীৰ তৰংগ। |
ঊৰ্জৱতী- ৰজা প্ৰিয়ব্ৰতাৰ জীয়ৰী। |
ঊনাশী- পাচঁকুৰীলৈ একুৰী এক কম। |
ঊৰ্ধগামী- ওপৰলৈ গতি কৰা। |
ঊৰ্ধহনু- এডাল হাড় যিয়ে ওপৰ পাৰি দাঁত ধৰি ৰাখে। |
ঊনপঞ্চাশ- এক কম পঞ্চাশ। |
ঊৰুফলক- ঊৰুৰ অন্তস্থ হাড়। |
ঊৰ্ধে- ওপৰলৈ। |
ঊৰ্ধতন- প্ৰশাসন ওপৰ বিভাগৰ ওপৰৰ পদটো। |
ঊধামুধাকৈ- কোনো নভবা-নিচিন্তাকৈ। |
ঊধামুধা- ভাবি নোচোৱাকৈ কৰা। |
ঊৰ্ধবাহু- কোনো কাম কৰিবলৈ প্ৰস্তুত। |
ঊহিনী- গোট খোৱা। |
ঊৰ্-বান্ধ- পেটৰ নাৰীৰ নলী গোট খাই ওপৰলৈ উঠি অহা। |
ঊৰ্ণায়ু- মকৰা। |
ঊৰু- ফেৰা। |
ঊলুক- পেচক। |
ঊনবিংশ- বিশলৈ এক কম। |
ঊৰ্ধপুণ্ড- চকুৰ ওপৰৰ চেলাউৰিৰ পৰা ওলাই যোৱা ৰেখা। |
ঊনৈশ- বিশৰ এক কম। |
ঊৰ্ধদৃষ্টি- ওপৰলৈ চোৱা কাম। |
ঊলূপী- ডলফিন। |
ঊন্পঞ্চাশ্- পঞ্চাশলৈ এক কম। |
ঊৰ্ণনাভ- মকৰা। |
ঊৰ্মিময়- ঢৌ কোবোৱা। |
ঊহনী- বাঢ়নী। |
ঊৰ্ধপুৰুষ- পূৰ্বপুৰুষ। |
ঊধ- মুখ্য। |
ঊণী- জন্তুৰ নোমেৰে তৈয়াৰ কৰা সূতাৰে কৰা। |
ঊৰ্ণা- নোম। |
ঊনত্ৰিংশ- ত্ৰিশৰ এক কম। |
ঊৰ্জধৰা- গংগাৰ আন এটা নাম। |
ঊধস্য- গাখীৰ। |
ঊষাপৱন- মৃদুবতাহ। |
ঊন্ষাঠি- ষাঠিৰ এক কম। |
ঊদ্ফাই- ঘুমুৰ। |
ঊৰ্মিকা- তৰংগ। |
ঊননবৈ- এশৰ এঘাৰহ কম। |
ঊৰ্ধক্ষিপ্ত সমভূমি- সমুদ্ৰতলি উপৰলৈ উঠি আহি নিম্ন ভূমি গঢ়ি তোলা। |
ঊনপঞ্চাছ বায়ু চৰ- মনৰ স্থিৰতা হেৰা। |
ঊৰ্বস্থি- ঊৰতৰ হাড়। |
ঊনত্ৰিশ- আঠাইছৰ পিচৰ সংস্যা। |
ঊৰ্মি- শৰীৰ আৰু প্ৰাণৰ ধৰ্ম। |
ঊণসত্তৰ- তিনিকুৰী ম বেছি। |
ঊৰ্ধকেশ- চুলি ওপৰলৈ দৈঙ খাই থকা। |
ঊহ্য- কোনো শব্দৰ অৰ্থ কৰিবলৈ কোনো পদ লুকাই থকা। |
ঊনৈশ-বিশ- দুটা সংস্য়াৰ ইফাল সিফাল। |
ঊৰ্মিমালা- ঢৌৰাশি। |
ঊতি- উপভোগ। |
ঊৰ্ধনেত্ৰ- উচ্চাভিলাষী। |
উঢ় যা- মতা-মাইকী সন্মিলিত হ। |
ঊণ- কম। |
ঊনবিংশতি- বিশৰ এক কম। |
ঊনচত্বাৰিংশত- চল্লিশৰ এক কম। |
ঊনসপ্ততিতম- আঠষষ্টিৰ পিছৰ সংস্যা। |
ঊণ - জন্তুৰ নোমৰপৰা তৈয়াৰী সূতা । |
ঊধ- ওপৰলৈ যোৱা। |
ঊৰুমি- হুলস্থুল। |
ঊষা- অনুৰুদ্ধৰ ঘৈনী। |
ঊৰ্ধস্থ- মুখ্য। |
ঊৰ্ধগতি- ওপৰলৈ গতি। |
ঊধৰ পৰা মূৰলৈ- এটামূৰৰ পৰা আনটোমূৰলৈ। |
ঊনচত্বাৰিংশ- আঠত্ৰিছৰ পিছৰ সংখ্যা। |
ঊজাৱতী- গমগাৰ আন এটা নাম। |
Please do not enter any spam link in the comment box