ওচলা- ভৰপুৰ হৈ পৰা। |
ওখ-চাপৰ- খলা-বমা। |
ওদো- কেঁচা। |
ওভং- অস্লীল। |
ওৰং- সিহঁত। |
ওফৰ-সবাহ- অপেস্বৰী সবাহ। |
ওৰ্- শেষ। |
ওমৰা- সিহঁত। |
ওপৰতেঙেলি- ফিতাহি। |
ওৰ ল- বুজ ল। |
ওভটা- ওলটা। |
ওমৰাহ- সম্ভ্ৰান্ত ব্য়ক্তি। |
ওপৰে- ওপৰত। |
ওপৰে ওপৰে- ভিতৰত নোসোমোৱাকৈ। |
ওমানি ৰিয়াল- ওমানৰ চলি থকা মুদ্ৰা। |
ওশোলা- অকৰ্মণ্য়। |
ওৱাচিল্- সাধি লোৱা। |
ওলটা- লুটিয়া। |
ওৰণি- মুখ ঢকা কাপোৰ। |
ওভতনি- উলটি বোৱা সোঁত। |
ওদৰা- সোধ-পোছ কৰা। |
ওঁঠৰ পৰা পানী পৰা- লোভ লগা। |
ওকলা- উকল্। |
ও- অসমীয়া স্বৰবৰ্ণমালা নংৰ আখৰটো। |
ওঁঠ-চেলেক- আশা নাইকিয়া হ। |
ওচিনা- পানী-পোতা। |
ওকালত- আিন ব্য়ৱসায়। |
ওচৰ-চাপ- কাষলৈ আহ। |
ওজৰ্- আপত্তি। |
ওঠৰ- তকৈ কম। |
ওধৰপৰা মুধলৈ- এঠাইৰ পৰা আনঠাইলৈ। |
ওপৰ-চকুৱা- ওপৰলৈ চকুৰে চোৱা। |
ওপৰ হাত- দাতা। |
ওভং মাত- বেয়া কথা ক। |
ওৰ্- ওড়্। |
ওভট্- পাচলৈ চা। |
ওফাই-ডাং মাৰ- ফিতাহি মাৰ। |
ওমল্- সৰু শিশুৰ নিচিনাকৈ খেলি থাক। |
ওপৰা ওপৰিকৈ- এটাৰ ওপৰত আনটো। |
ওপৰৱালা- উচ্চ বিষয়বাদৰ ৱকৰ্মচাৰী। |
ওৰফে-উপনামত। |
ওভোন্দা ভেম- অহংকাৰ। |
ওভাৰকোট- কামিজৰ ওপৰত পিন্ধা দীঘল হাতৰ চাৰ্ট। |
ওফন্দ- ফুল। |
ওৰ্ পৰ্- অন্ত হ। |
ওৱাক্থৈ- এক প্ৰজাতিৰ বাঁহ যি পাহাৰত হয়। |
ওস্তাদি- বাহাদুৰি। |
ওকে- তাইক। |
ওডিছী- উৰিষ্যাৰ শাস্ত্ৰীৰ নৃত্য়। |
ওজাদেউ- শিক্ষক। |
ওপজা দিন- জন্মদিন। |
ওপৰ-পেটত খা- আহাৰ খোৱাৰ লগতে পুনৰ আহাৰ খোৱা। |
ওক্কা- হোঁকা। |
ওখ-পাখ- সুগঢ়ী। |
ওঠোব-গোঠোব- থেৰো-গেৰো। |
ওতে- হাত। |
ওকালতি- উকিলৰ ব্য়ৱসায়। |
ওঁত্- মেৰাই তোৱা সূতাৰ মূৰ। |
ওঁঠৰ পানীৰেই ওঁঠ তিওৱা- খাব নোপোৱাৰ বাবে লোভ নিয়ন্ত্ৰণ কৰা। |
ওংকাৰধাৰী- পৰমেশ্বৰ। |
ওচৰেদি- কাষেদি। |
ওনা দি- বানিবলৈ আৰম্ভ কৰ। |
ওড্ডা- ক'লা ৰঙৰ ডাঙৰ পৰুৱা। |
ওবাৰ- যোৱা বছৰ। |
ওষধি নাথ- চন্দ্ৰ। |
ওৱাল- ৰাতি। |
ওলান- ওহাৰ। |
ওলোম-দুলোম- ওলমি দুলি থকা। |
ওৱা- ঢোঁৰা কাউৰী। |
ওপৰ মহল- স্তৰৰ লোক। |
ওপৰ্- ঊৰ্দ্ধ। |
ওফোন্দাই গঙাটোপ- অহংকাৰ কৰি ফুৰা মানুহ। |
ওঁঠ লৰা- এটা-দুটা কথা ক। |
ওপচা- পুৰ কৰ। |
ওপৰঞ্চি কৰ- অতিৰিক্ত কৰ। |
ওজঃ - তেজ। |
ওঠৰটা নাম দে- বহুত বিশেষণ ব্য়ৱহাৰ কৰা। |
ওকেলকানা- ভৰপুৰ হৈ পৰা। |
ওঁঠ চেপিলে গাখীৰ ওলোৱা- কম বয়সীয়া। |
ওচৰ্-ঘৰীয়া- ওচৰতে বাস কৰা। |
ওপৰ চাং- আটাল। |
ওখল্- শৰীৰ বা কাপোৰৰ মলি। |
ওন্দোলা- এন্ধাৰ কৰ। |
ওপজা মাটি- যই স্থানত জন্ম হয়। |
ওবা- সম্বোধন কৰি মতা নাম। |
ওফৰ্- ছিটিকি পৰ্। |
ওম্-তত্-সত্- নিৰ্বাক। |
ওলমা- আঁৰি থ। |
ওসাৰ- বহল। |
ওপজন্- জন্ম। |
ওখোনিয়া- উজাৰি দি। |
ওজ্-বাজ্- সামগ্ৰী। |
ওফোন্দ-লাগ - ঠেহ লাগ। |
ওৱাৰিচ- মৃত্য়ু হোৱা লোকৰ সম্পত্তিৰ উত্তৰাধিকাৰী। |
ওহাৰ্- জন্তুৰ গাখীৰৰ বাহ্। |
ওমাগোমা- মেঘযুক্ত। |
ওফৰ ভাগৰ দোষ্- দেৱতাৰ দোষ। |
ওংকাৰ- ওঁ শব্দ। |
এৰিথমানচি- সংখ্যাৰ সহায়ৰ দ্বাৰা মানুহৰ ভৱিষ্যৎ নিৰ্ণয় কৰিব পৰা পূৰণি মংগলতি বিদ্য়া। |
ওকোল-মোকল্- খাবলৈ মন নোহোৱা। |
ওনা- চাউল ইত্য়াদি। |
ওখ- ওপৰলৈ বঢ়া। |
ওখোন্- শস্য় গোটোৱা। |
ও-কাৰ- ও আখৰটোৰ চিন। |
ওফোন্দি গংগাটুপ হ- অহংকাৰ ফুলি উঠ। |
ওফন্দ- ফুল। |
ওপজা- উৎপন্ন হোৱা। |
ওদোৰবাই- কোনো কাৰ্য কৰাৰ পাছত দুখ পাি আৰু পুনৰ সেই কামটো কৰিবলৈ মান্তি নহয়। |
ওথাৰ্- এবিধ ডাঙৰ জাল। |
ওখ-মনা- ডাঙৰ মনৰ। |
ওটা- এটা ঘৰৰ পৰা পানী পৰিবহন কৰাৰ বাবে এটা নলা। |
ওজালি- প্ৰধানত্ব। |
ওচৰাওচৰি- সমীপত থকা। |
ওকালি- বাঁতি আহিবৰ উপক্ৰম। |
ওকতা- ওকলি যোৱা। |
ওক- ওকালি ্হাৰ সময়ত মুখৰ পৰা ওলোৱা শব্দ। |
ওঁঠ্-চেলেকা- লাজ দিয়া। |
ওচৰ্- কাষৰ। |
ওদাল বাঁহ- ভলুকা বাঁহ। |
ওগ- বেমাৰ। |
ওখোৰা-মোখোৰা- অসমান। |
ওঠালবতিজাল্- অধিক ডাঙৰ এবিধ জাল। |
ওৰ- অনুসন্ধান কৰ। |
ওৱেটাৰ- হোটেল বা ৰেঁস্তুৰাত গ্ৰাহকৰ সেৱা আগবঢ়োৱা লোক। |
ওলোটা বেদ- চলি থকা নিয়মৰ বিপৰীত ব্য়ৱহাৰ। |
ওৱাব- হেপা। |
ওলাওঁতে-সোমাওঁতে- সকলো সময়তে। |
ওলট্- ফিৰ। |
ওৰাবাটো- গোটেই পথছোৱা। |
ওপৰহতীয়া- ওপৰলৈ হাত কৰা। |
ওপজ্- জন্ম ল। |
ওধোৰধোৰ- দুখ বেজাৰৰ চকুপানী। |
ওকণী- চুলিত থকা পোক। |
ওত্- এলাহ। |
ওপপাক- সেইফাল। |
ওল্লা- উল্য়া। |
ওট কম্বল- এবিধ বনৌষধি উদ্ভিদ। |
ওষ্ঠ- ওপৰৰ ওঁঠ। |
ওফৰা জেং- আশা নকৰাকৈ আলহী অহা। |
ওপৰণি- কোনো সামগ্ৰীৰ ওপৰৰ অংশ। |
ওঢ়নি- ঊৰ্ধ্বাংশৰ পোছাক। |
ওঠৰখন মুখে- দৃঢ়তাৰে। |
ওড়্- ৰঙা ৰঙৰ জৱা ফুল। |
ওচৰে- কাষে। |
ওঃকাৰান্ত- ও কাৰেদি শেষ হোৱা। |
ওঁঠ্মোঠ্ চেলেক- লাঁজ পাই িফাল সিফাল কৰা। |
ওকলা- মুখৰ পৰা উলিওৱা বস্তু। |
ওজাৰ নাকত খৰে খা- যি ক্ষেত্ৰত এজন দক্ষ হয় তাত আটাইতকৈ বেয়া হোৱা। |
ওচা- ঢেকীত থকা এবিধ সঁজুলি। |
ওনতে- তেনেকৈ। |
ওট- গাড়ীএখনৰ চকাৰ তলত ৰখা শিল বা কাঠৰ টুকুৰা যাক ই লৰচৰ কৰিব নোৱাৰে। |
ওনলা-গীত- শিশুক ওমলাবলৰ কৰাণে গোৱা চুটি-চুটি গান। |
ওপৰ্-তলীয়া- ওপৰা-ওপৰি। |
ওলম্- আঁৰি থোৱাৰ দৰে থাক। |
ওলোটা ওভোটা- বিপৰীত ধৰণৰ। |
ওস্তাদ্- ওজা। |
ওৱাই ডো- ডিমাছা জনগোষ্ঠীৰ লোকসকলে ব্য়ৱহাৰ কৰা খৰি। |
ওৱাৰি- হাউলি। |
ওৰ্ বাটে- গোটেই ৰাস্তাত। |
ওঁহ- অসন্মতি বুজোৱা মাত। |
ওতপ্ৰোত- অদিক ঘনিষ্ঠ। |
ওভোটা- বিপৰীত। |
ওপং- দ্ৰৱ বস্তুৰ ওপৰলৈ উঠ। |
ওদাইদাৰ্- অধিকাৰ। |
ওঁঠ্-পাতল- সঁচা-মিছাৰ কোৱাৰ বাহিৰে নমুখত য়ি আহে তাকে কৈ যোৱা। |
ওকালতি- এজনে আনজনৰ কথাত সমৰ্থন জনোৱা। |
ওবিজান- সেইবিলাক। |
ওকণী শিৰ- মূৰৰ মাজভাগ। |
ওপচ্- ভৰি পৰ্। |
ওদ- শুকুৱাত ভিতৰে কেঁচাই থকা। |
ওজাপালী- বিবাহৰ যোৰা। |
ওচৰ চুবুৰীয়া- সমীপত বসবাস কৰা। |
ওপৰ্-পূৰুষ- পূৰ্বপুৰুষ। |
ওৰণীয়া- ওৰণীৰ নিচিনাকৈ মুখ ঢকা। |
ওফন্দা- ওখহাৰ দৰে। |
ওপৰতে- কষ্টৰ অবিহনে। |
ওফোন্দা-গল- ওফন্দি উঠা গালযুক্ত। |
ওৱাৰ- ঢাকনী। |
ওৱাৰিক- নাগৰিক। |
ওলাবাদে- তেওঁলৈ। |
ওলা- বাহিৰলৈ আহ। |
ওৰে- সদায়। |
ওলমি থাক্- ওলম। |
ওৱাইডাং- ভেম। |
ওলোটা ৰথ- জগ্গনাথ ক্ষেত্ৰৰ বিশেষ উৎসৱ। |
ওভোটাই মোট চলোৱা- উগ্ৰ শাস্তি প্ৰদান কৰা। |
ওগাইৰহ্- অনেক। |
ওডিছি- গ্ৰীক বীৰ। |
ওলোটা- বিপৰীত। |
ওদ্দোলগ- জয়ক্ষ্যগানত চৰিত্ৰসমূহৰ প্ৰৱেশৰ বাবে সৃষ্টি কৰা এটা সুৰ মোড। |
ওচ-মোচ্- আগগুৰি। |
ওম্- পালন। |
ওকট্- মল দূৰ কৰ্। |
ওকাল্- মুখৰ পৰা উলিয়াই পেলা। |
ওগৰা- মৃত্যুমুখত পৰা ব্যক্তি এজনক দিয়া অন্তিম খাদ্য |
ওথে ফিনু- এবিধ খোৱা ফল। |
ওটা-ৰোকা- মলিন স্থান পৰিষ্কাৰ কৰা। |
ওৰ্ ঘোৰ্- অতিশয় প্ৰবল। |
ওমফা পূজা- ৱআহোম জনগোষ্টীৰ লোকসকলে উদযাপন কৰা এটা পূজা। |
ওফাই-ডাং- বৰকথা। |
ওৰাওঁ- ভাৰতৰ এটা প্ৰধান দ্ৰাবিড় জনজাতি। |
ওমৰা- মুছলমানৰ শাসনকালত এজন উচ্চপদস্থ বিষয়া। |
ওৰ্-গোৰ্- আগটোৰ পৰা গুৰিলৈকে। |
ওকট্-পাকট্- 'উকট্-পাকট্'। |
ওইত্কা- যি প্ৰয়োজন নহয়। |
ওদোকমুৰা- চুটি ডিঙিৰ এজন স্থূল মানুহ। |
ওচৰৰ পুঠি খলিহা- এটা সৰু বস্তুক অদিক মূল্য়বান বুলি ভৱা। |
ওদ্লা- হাবিত হোৱা বিশেষ অকাঠী গছ। |
ওনা-ওনে- সৰহকৈ। |
ওফৰা-ওফৰি- কোনো কামৰ পৰা ঠেকা খোৱাৰ পিছত আনটো ওফৰা কাৰ্য। |
ওহিন্য়া- সেইখিনি। |
ওৱেটিং ৰুম- বিশ্ৰামাগাৰ। |
ওৱাকফ্- ইছলামত ধৰ্মোত্তৰ মাটি আৰু বাৰীৰ দৰে সম্পত্তি। |
ওহালি- তাঁতশালৰ ৰশ্মিত ঘূৰাৰ আগতে বোৱা কাপোৰ এটা। |
ওফন্দা পানী- অধিক উপচি পৰা বানপানীৰ ফলত দ এলেকাত পানী বাঢ়িছে। |
ওৰাং- কণীৰ পাপৰ শেষত ন্যাক্টেটৰ দ্বাৰা অনুষ্ঠিত এক উৎসৱ । |
ওৱাদানি- প্ৰচুৰ। |
ওহাৰ্- গাখীৰৰ বাহ ডাঙৰ কৰ। |
ওগৰাপিণ্ড- মৃত ব্যক্তি এজনৰ নামত দিয়া খাদ্যৰ এক গোট। |
ওভত্গোৰে- নাচ্- অধিক দুষ্টালি কৰ। |
ওস্তাদি মাৰ- পাৰ্গতালি দেখা। |
ওষধি- ফল পকাৰ পিছত মৰি যোৱা গছ। |
ওভত্গোৰে- আগতেই ভৰি বাজ কৰি। |
ওঁহ- অজ্ঞাত বস্তুৰ বিষয়ে প্ৰাথমিক অনুসন্ধান। |
ওঁ- হয় বোলা মাত। |
ওঁঠৰ পানী পৰ- লোভ প্ৰকাশ পা। |
ওন্দোৰ-গোন্দৰ- ঠেহ পতা। |
ওঙাৰি- জোখতকৈ বেচি কথা বা সপোন দেখা। |
ওৱেষ্টকোট- চোলাৰ ওপৰত পিন্ধা সৰু কোট। |
ওমান- এচিয়া মহাদেশত অৱস্থিত এখন দেশ। |
ওভতনি পানী- নদীৰ মোহনাৰ পৰা উভতি অহা পানী। |
ওপৰ্-চকুৱা- এক প্ৰকাৰৰ মাছ। |
ওৱাংগালা- গাৰো জনগোষ্ঠীৰ এটা কৃষিভিত্তক উৎসৱ। |
ওলোটা-উলুটি- তল-ওপৰ। |
ওয়াই- ডিমাছা জনগোষ্ঠীৰ লোকসকলে ব্য়ৱহাৰ কৰা জুই। |
ওঁঠলুৰি- ওঁঠশিৰি। |
ওঁঠ- শৰীৰৰ এবিধ অংগ। |
ওদাল্- এক প্ৰকাৰৰ গছ। |
ওপৰ পূৰুষক নমা- নিজে কুকৰ্ম কৰাৰ পিছত পূৰ্বপূৰুষসকলৰ বদনাম অনা। |
ওৱাৰেন্ট- গ্ৰেপ্চাৰী পৰোৱানা। |
ওল্- এবিধ কচু। |
ওজাঢোল- চামৰা আৰু বাৰাটিৰ দুটুকুৰাৰে কাঠৰ খোলাৰে তৈয়াৰ কৰা এটা ডাঙৰ ঢোল। |
ওপৰতে পৰ- বেলেগৰ সংকটৰ সময়ত সহায় কৰ। |
ওলট্-পালট্- খেলি-মেলি। |
ওলগ- সন্মান। |
ওপৰঞ্চি- যিয়ে দমন কৰে। |
ওপৰ-গধুৰ- শীৰ্ষ গধুৰ। |
ওফোন্দ- ৰোহ। |
ওকটা-মাৰি- উকুটিবৰ কাৰণে প্ৰয়োগ কৰা মাৰি। |
ওৰা- গাবলৈ। |
ওভতনি যাত্ৰা- ঘূৰি অহা। |
ওৰমোৰ- ইমূৰ সিমূৰ আগুৰি। |
ওলোটা খৰ- ওপৰলৈ ভৰি দি মৰা লুটি। |
ওহালি জাল- মাছ ধৰিবৰ কাৰণে ব্য়ৱহৃত এবিধ জাল। |
ওৱাধোৱা- যথেষ্ট। |
ওষধিপতি- চিকিৎসক। |
ওস্সা- ফুটা থকা পাত্ৰৰ পৰা পানী পৰা কাৰ্য। |
ওৱল্- গেলি জহি যা। |
ওৰা ধৰ্- গাব, নাচিব বা কবৰ কাৰণে উপক্ৰম কৰ। |
ওভত্-সোভত্- ওলটাই দিয়াৰ পিছত পুনৰ অনা কাৰ্য। |
ওপৰঞ্চি আবন্টন- অতিৰিক্ত আবন্টন। |
ওলমা-ওলমি- আন্দোলা-আন্দুলি। |
ওৱাবন- সামান্য় কৰ্ম। |
ওফৰা-পিংগলা- এবিধ ছালৰ বেমাৰ। |
ওচৰ্-চৰিয়া- ওপৰঞ্চি। |
ওৱাৰদ্ৰব- কাপোৰ থোৱা বাকচ। |
ওলমা-বাদূলি-বাদূলিৰ দৰে ওলমি থকা। |
ওপঙা দলং- পানীত ওপঙি থকা বাকচ এটাৰে নিৰ্মিত দলং। |
ওফন্দি- উখহি, ফুলি |
ওৰ- শেষ ,সীমা । |
ওজৰ- আপত্তি । |
ওঁঠ ফটা- পেটত কথা নথকা। |
ওঝন্- গধুৰ। |
ওজস্বী- বলৱান। |
ওড়েষা- ঊৰিষ্যাৰ পূৰণি ৰাজ্য়ৰ নাম। |
ওনা- দূৰৰ মাত কাণি পাতি শুনা। |
ওচৰে-ওচৰে- কাষে-কাষে। |
ওখই- উচ্চতাত। |
ওনচোক- সিমান। |
Please do not enter any spam link in the comment box