Type Here to Get Search Results !

ছ আখৰৰ শব্দ অৰ্থ তালিকা

ছ আখৰৰ শব্দ অৰ্থ তালিকা

ছ আখৰৰ শব্দ অৰ্থ তালিকা
ছ আখৰৰ শব্দ অৰ্থ


শব্দ অৰ্থ তালিকা (Assamese Word Meaning List)

ছিন্নমূল - মূলৰ পৰা ছিন্ন হোৱা   ।
ছুৰীকাঘাত - ছুৰীৰদ্বাৰা কৰা   জখম ।
ছিদ্ৰান্বেষী - লোকৰ দুখ খুঁচৰি   ফুৰা ।
ছায়াচ্ছন্ন - এন্ধাৰে আৱৰি ধৰা   ।
ছদ্মবেশী - গুপ্তবেশী ।
ছদ্মবেশ - নিজৰ পৰিচৰ লুকুৱাই   ৰখা ।
ছয়ানব্বৈ - ন দহ ছয় ।
ছপাখানা - ছপা কৰা কাম ।
ছোড় - ছিঙি দিয়া ।
ছ'ডা - ৰাসায়নিক পদাৰ্থ।
ছাই - জুই জ্বলি নুমাই যোৱাৰ   পিছত ৰৈ যোৱা অৱশিষ্ট ।
ছাত্ৰাবাস - ছাত্ৰৰ গৃহ ।
ছায়া - প্ৰতিচ্ছবি ।
ছুৰি - নানান বস্তু কাটিবলৈ   ব্যৱহাৰ কৰা এবিধ সজুলি ।
ছেকনি - জুলীয়া বস্তু ছেকা   সজুলি ।
ছয়াময়া - ভালকৈ দেখিবলৈ নোপোৱা   ।
ছাত্ৰীবাসা - ছাত্ৰীৰ গৃহ ।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.