জ্বলন্ত – জ্বলি থকা, নুনুমোৱা |
জড়িত - লগ হৈ থকা । |
জবানবন্দী - সাক্ষী দিওতা । |
জ্বলন - খঙ থকা অৱস্থা । |
জৰুৰী - দৰকাৰী । |
জলপানি - পঢ়াজনক দিয়া জীৱিকা । |
জ্বলা - বহ্নিত পোৰা । |
জাননী - কিবা কাম হোৱাৰ আগতে দিয়া বাৰ্তা । |
জাগৰী - জাগৃত অৱস্থাত থকা । |
জাঁজি - নৈৰ সোঁতত দুবি অহা জাঁজ । |
জবা - এক বিশেষ ফুল । |
জহনী - হাইজাৰোগ । |
জে'ল - কাৰাগাৰ । |
জুঁঠৰি - এৰি বা মুগাৰ জোঁঠা সূতা । |
জোতস্না - চৌপাশে পোহৰেৰে উজ্বল হৈ থকা অৱস্থা । |
জাতিয়াতি - লোকৰ পৰা চাই সেই একেই কামকে কৰা । |
জেঠী - এবিধ সৰু প্ৰাণী । |
জোটনি - দৰা - কইনাৰ মাজত থা মিল - ্অমিল থকা । |
জীৱাশ্ম - গেদ থকা শীলৰ মাজত তকা জীৱদেহৰ অৱশিষ্ট । |
জালী - এবিধ পাচলি । |
জোনালী - চন্দ্ৰৰ পোহৰ । |
জাবৰ - লেতেৰা বস্তু । |
জ্বালা - বেগেৰে লগা চোক । |
জুপুৰি - খেৰেৰে বলোৱা ঘৰ । |
জিৰণি - আৰাম কৰা । |
জ্যেষ্ঠ - বয়সত সকলোতকৈ ডাঙৰ । |
জেঠেৰী - পত্নীৰ জ্যেষ্ঠ ভাতৃ । |
জীৱিত - জীৱাই থকা । |
জ্বালাই - বেছিকৈ ওখ অৱস্থাত ঝাতু লগাই লগ লগাই দিয়া প্ৰক্ৰিয়া । |
জন্মবূমি - জন্ম হোৱা ঠাই । |
জ'ট - কেশ । |
জঠৰ - শৰীৰৰ কোনো অংগ কোঁচ খাব নোৱাৰা । |
জলন্ত - জ্বলি থকা । |
জননেন্দ্ৰিয় - সন্তানৰ লগত লগ হৈ থকা অংগ । |
জৰিয়তে - বেলেগৰ পৰা । |
জাৰণি - সৰু অৰণ্য । |
জাতিষ্কাৰ - ভালকৈ সজোৱা । |
জতুৱা - নিজৰ জাতৰ । |
জ্বলি - পকি - খঙত অগ্নিৰ দৰে থকা অৱস্থা । |
জাকৰুৱা - জুম হৈ তকা । |
জাতিলাো - এবিদ পাচলি । |
জালভাৰী - আহোমসকলৰ দিনত হোৱা এবিধ খেল । |
জাতিষ্মৰ - পূৰ্বজন্মৰ কথা মনত ৰখা । |
জাজঁৰি - দুবি অহা জাবৰৰ দ'ম । |
জলাহী - গাখীৰ । |
জলাকলা - বেঙা - বেঙিকৈ থকা অৱস্থা । |
জাজ্বল্যমান - বৰকৈ চিকমিকাই থকা । |
জাঁইফল - এবিধ গোন্ধ থকা জবা ফুল । |
জাতিসত্তা - জাতিৰ বিশেষ স্থান । |
জলোদাৰী - পেটত পানী থকা ৰোগ । |
জাঁটলী - যি মহিলাৰ চুলীত জ'ত থাকে । |
জাতিতত্ত্ব - জাতিৰ সম্পৰ্কীয় শাস্ত্ৰ । |
জাত্যভিংমান - জাতিৰ পতি থকা অহংকাৰ । |
জানোচা - কিজানি । |
জগত- বিশ্ব, মৰত । |
জগায় - টোপনিৰ পৰা তুলি দিয়ে |
জব্দ - আটক, আৱদ্ধ |
জমাদাৰ - কনিষ্টবল, টেকেলা আদি সাধাৰণ কৰ্মচাৰীৰ ওপৰৰ বিষয়া |
জাবৰ-জোঁথৰ - পেলনীয়া বস্তু |
জালি - ৰূপ দিয়া, গঢ়ি দিয়া, সুৰুঙা |
জুম - একে ঠাইত গোট খোৱা মানুহ বা জন্তুৰ জাক |
জোপোহা - ডাল পাতেৰে ভৰি থকা, সৰহ ডাল পাত থকা |
জনবহুল – মানুহেৰে ভৰি থকা |
জাহাপনা – বাদছাহক সস্মান কৰি মতা মাত। |
জুপুক জাপাক – তললৈ মূৰ কৰি থকা |
জেঙা – লেঠা, জগৰ |
জ্ঞানগভ – তত্ত্বজ্ঞানযুক্ত, বোধ গুণ থকা |
|
|
|
|
|
|
|
|
|
Please do not enter any spam link in the comment box