Type Here to Get Search Results !

শব্দ অৰ্থ তালিকা ঈ আখৰৰ

শব্দ অৰ্থ তালিকা ঈ আখৰৰ 

শব্দ অৰ্থ তালিকা ঈ আখৰৰ
শব্দ অৰ্থ 


অসমীয়া শব্দ অৰ্থ (Assamese Word Meaning)


ঈষদবিকশিত- সামান্য় বিকশিত।
ঈশিতা- প্ৰভুত্ব।
ঈশ্বৰে কৰিলে লীলা- বৰলোকৰ দোষক গুণৰ শাৰীত   ধৰা।
ঈশিত্ব- ঈশ্বৰত্ব।
ঈষদুষ্ণতা- কুহুমীয়া গৰম   ভাব।
ঈশ্বৰ সাধনা- তপস্য়া।
ঈশ্বৰপ্ৰণোদিত- ভগৱানৰ দ্বাৰা অনুপ্ৰাণিত।
ঈশ্বৰপোসক-ভগৱানৰ পূজাৰী
ঈশ্বৰপ্ৰেমিক- যোনে ভগৱানক ভাল   পায়।
ঈশ্বৰসাযুজ্য়-   নিৰ্বাণ।
ঈহিত- আকাংক্ষিত।
ঈৰ্ষাল্- চকুচৰহা।
ঈষা- ইশা।
ঈশ্বৰসাক্ষী- ভগৱানেই সাক্ষী।
ঈহামৃগ- মুখ বধ কৰাৰ বাঞ্ছা।
ঈৰিত- কম্পিত।
ঈশ্বৰপ্ৰাপ্তি- ঈশ্বৰক পোৱা।
ঈষ- ইশা।
ঈশ্বৰত্ব- পৰম ব্ৰহ্মত্ব।
ইষম্মাত্ৰ- অতি সাধাৰণ।
ঈশ্বৰ বিৰোধী- ভগৱানৰ বিৰুদ্ধে।
ঈশ্বৰ সেৱা- ভগৱানক পূজা কৰা।
ঈড়া- স্ততি।
ঈহিনী- প্ৰেয়সী।
ঈল মাছ- পৰিষ্কাৰ আৰু   লোণীয়া দুয়োটা পানীত সাপৰ দৰে এটা দীঘল মাছ।
ঈগ- অহংবোধ।
ঈষদূন- কিছুকম।
ঈশ্বৰকৃপা- ভগৱানৰ দয়া।
ঈ- স্বৰবৰ্ণমালাৰ নংৰ বৰ্ণটো।
ঈশানী- মা দুৰ্গাৰ এটা নাম।
ঈদলী- ইদ্লি।
ঈষাদণ্ড- নাঙলৰ মুঠি।
ঈশ্বৰপৰায়ণতা- ঈশ্বৰৰ ভক্তি।
ঈচথ- এজন গ্ৰীক চিত্ৰশিল্পী আৰু   লেখক।
ঈশ্বৰশক্তি- ভগৱৎ শক্তি।
ঈ- স্ত্ৰী-প্ৰত্য়য়।
ঈশ্বৰপ্ৰেৰিত- ভগৱানৰ দ্বাৰা প্ৰেৰিত।
ঈক্ষক- দ্ৰষ্টা।
ঈৰ্ষানল- ঈৰ্ষাজনিত কষ্ট।
ঈষদৰক্ত- ৰক্তাভ।
ঈশ্বৰীয়- ঈশ্বৰ সম্পৰ্কীয়।
ঈশ্বৰ নিষ্ঠা- ভগৱানৰ প্ৰতি   দৃঢ়বিশ্বাস।
ঈগল - এবিধ বনৰীয়া   চৰাই ।
ইষদুষ্ণ- সামান্য় গৰম।
ইক্ষণিক- দৈৱজ্ঞ।
ঈড়- স্তৱ।
ঈশা- নাঙলৰ কাঠ।
ঈষ্ম- কামদেৱ।
ঈশ্বৰবক্ত- ভগৱানৰ প্ৰতি ভক্তি থকা।
ঈপ্সিতা- যি নাড়ীয়ে মনোকামনা কৰে।
ঈহা- উদ্য়ম।
ঈদ- মুছলমান সম্প্ৰদায়ৰ উৎসৱ।
ঈষৎ বক্ৰ- সামান্য় বেঁকা।
ঈশ্বৰোপাসনা- ভগৱানক কৰা পূজা।
ঈদ মোবাৰক- ইজনে সিজনক ঈদৰ   শুভেচ্ছা জনোৱা।
ঈষিকা- তোলক।
ঈলিৰ- বহ্নি।
ঈটি- সংকট।
ঈশ্বৰ বিদ্বেষী- ঈশ্বৰৰ অবিশ্বাসী।
ঈ কাৰ্- ঈ আখৰ।
ইশ্বৰাধীন- ভগৱানৰ ইচ্ছাৰ তলত।
ঈশ্বৰে নকৰক- ভগৱানে যাতে নকৰে।
ঈপ্সা- বাঞ্ছিত।
ঈহ্- নাঙৰ আৰু যুৱলিক লগ লগাই দিয়া দীঘল মাৰি।
ঈৰ্যা- ভিক্ষা ব্ৰত।
ঈদ-উজ-জাহা- মুছলমান সম্প্ৰদায়ৰ বলিদান পৰ্ব।
ঈশ্বৰবাদ- আস্তিক।
ঈশ্বৰাজ্ঞ- ভগৱানৰ নিৰ্দেশ।
ঈৰ্ষান্বিত- ঈৰ্ষাযুক্ত।
ঈশ্বৰপূজা- ভগৱানক কৰা আৰাধনা।
ঈশান্-কোন্- পূব আৰু উত্তৰৰ   মাজৰ কোণ্।
ঈৰ্ষামূলক- হিংসাৰ পৰা হোৱা।
ইষদ্ভি্ন্ন- আংশিক প্ৰস্ফুটিত।
ঈস্- তুচ্ছ ভাৱ প্ৰকাশ কৰা   অব্য়য়।
ঈশ্বৰদত্ত- ভগৱানৰ পৰা পোৱা।
ঈদী- মুছলমানসকলৰ পবিত্ৰ উৎসৱ ঈদৰ সময়ত   সৰু ল'ৰা-ছোৱালী আৰু চাকৰক দিয়া উপহাৰ।
ঈষৎ স্বচ্ছ-যিবোৰ বস্তুৰ মাজেৰে পোহৰ পাতলকৈ   পাৰ হৈ যায়।
ঈশ্বৰ-পৰায়ণ- ধৰ্ম-কৰ্মত নিযুক্ত।
ঈদল-ফিটৰ- মুছলমান সম্প্ৰদায়ৰ উৎসৱৰ দিন।
ঈশ্বৰভাৱ- ঈশ্বৰত্ব।
ঈশিতা- প্ৰভু।
ঈশ্বৰ বুদ্ধি- ভগৱানৰ জ্ঞান।
ঈৰ- গতি।
ঈশ্বৰভীৰু- ভগৱানক ভয় কৰা লোক।
ঈশ্বৰে চকু মেলি চোৱা- ভগৱানৰ দৃষ্টিৰ পৰা।
ঈৰ্ষালু- আনৰ ভাল সহ্য় কৰিব নোৱাৰা।
ঈশ্বৰ বিভূতি- ভগৱানৰ অংশ।
ঈদগাহ- ঈদৰ দিনা সমূহীয়াকৈ নামাজৰ স্থান।
ঈষত্ব- অল্পতা।
ঈশসখা- ভগান যাৰ বন্ধু।
ঈশ্বৰবৃত্তি-দেৱতাক উপাসনা কৰিবলৈ   ব্যৱসায়ীসকলৰ পৰা সংগ্ৰহ কৰা ধন।
ঈষদুচ্চ- সামান্য়।
ঈদৃক- এনে।
ঈশ্বৰচিন্তা- ঈশ্বৰ চেতনা।
ঈশ- ভগৱান।
ঈশ্বৰ দ্বেষ- ভগৱানৰ বিৰোধিতা।
ঈশ্বৰী- আদ্য়া প্ৰকৃতি।
ঈশ্বৰ- ভগৱান।
ঈষৎ- অলপ

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.