শব্দ অৰ্থ তালিকা ভ আখৰৰ
শব্দ অৰ্থ ভ আখৰৰ |
- ভক্ষণ - খাৱন।
- ভয়াৱহ - মনত ভয় জন্মোৱা ।
- ভাগ্যৱান - ভাগ্যশালী ।
- ভাঙতী - হাবি ভাঙি উলিওৱা (মাটি ।
- ভাঙোন - ক্ৰমান্বয়ে ভাগি যোৱা অৱস্থা।
- ভাটিবেলা - পাছবেলা, দুপৰীয়াৰ পাছৰ সময়ছোৱা ।
- ভাটিয়ালী - বৰগীতৰ ৰাগ-বিশেষ।
- ভাটা - জোৱাৰৰ বিপৰীত অৱস্থা ।
- ভাৱে - প্ৰকাৰে, ধৰণে ।
- ভৰতনাট্যম - ভৰতমুনিৰ নাট্যশাষ্ত্ৰৰ প্ৰামাণ্যৰ উদ্ধৃতি দিয়া ভাগীন - ভনী বা বায়েকৰ পুতেক।
- ভাৰসাম্য - সন্তলন, মনৰ স্থিৰতা ।
- ভাল ফল - সু পৰিণাম।
- ভাব - অনুভৱ , চিন্তা ।
- ভাবনা - চিন্তা , অনুভৱ।
- ভাবাত্মক - ভাব - প্ৰকাশক ।
- ভাবান্তৰ - ভাবৰ পৰিৱতন।
- ভাবাৱেগ - মনৰ ভাব আৰু আৱেগ ।
- ভাবুক - ভাবনাত মগ্ন হৈ থকা ।
- ভাবোন্মত্ত - চিন্তাই যাক বিহ্বল কৰিছে ।
- ভাস্কয - সুকুমাৰ কলাৰ এটা ভাগ।
- ভাৰা - কেৰেয়া ।
- ভাৰাঘৰ - ধনৰ বাবদ আনক থাকিবলৈ দিয়া ঘৰ।
- ভিৰ - অধিকৰ সমাগম।
- ভূঞা - উপাধি-বিশেষ।
- ভূত - অপদেৱতা, অতীত কাল ।
- ভূমূকি - অলপ সময়ৰ বাবে দেখা দিয়া কাৰ্য ।
- ভূঁই - খেতি ।
- ভূমিসাত - মাতিৰ লতগ মিহলি হৈ যোৱা ।
- ভ্ৰূণ - গৰ্ভস্ত সন্তান ।
- ভেষ - ৰূপ ।
- ভূক্ত - অৱস্থিত ।
- ভূুৰপোক - শস্যৰ পাত খোৱা এবিধ পোক ।
- ভৌগলিক - ভূগোল সম্পৰ্কীয় ।
- ভূমুকা - ভূমুকি - ঘনে - ঘনে দেখাদি নাইকিয়া হোৱা দৃশ্য ।
- ভূষণ - অলংকাৰ ।
- ভেঁকোভাওঁনা - মিছাকৈ কৰা দেখুওৱা কাৰ্য ।
- ভোটোৰা - আগ জোঙা নোহোৱা ।
- ভ্ৰামযমান - যি সকলোতে ঘূৰি ফুৰে ।
- ভেঁকোৰ - বিশেষ - পৰজীৱী ।
- ভূল - অশুদ্ধ ।
- ভেণ্ডি - বিশেষ পাচলি ।
- ভ্ৰক্ষেপ - সাভাৰণ মনোযোগ ।
- ভোগালী - মাঘবিহু ।
- ভোটোহা - চুটি আৰু শকত ।
- ভেশছন - নিজৰ ৰূপ লুকোৱাই আনৰ ৰূপ লোৱা ।
- ভুৱা - আচল নোহোৱা ।
- ভেল্কিবাজি - যাদুখেল ।
- ভাজ্য - যোনটো আঙ্ক ভাগ কৰা হয়।
- ভাদ - অসমীয়া মাহৰ এটা মাহ।
- ভাগৰ - মৃত্যু হোৱা ঘৰচীয়া জন্তু পেলোৱা ঠাই
- ভাটৌ - এবিধ চৰাই।
- ভাট - স্তুতিপাঠক
- ভাগুৰা - লগত ঠকা জনে নকৰিলে নিজেও নকৰা।
- ভাজ - শুদাই বা তেল দি কোনো এটা বস্তু জুইৰ তাপত সিজোৱা।
- ভাঙন - নৈ বা বিল আদিত থকা এবিধ সৰু মাছ।
- ভাতাৰ - মতা, পৈ।
- ভাটিবেলা - আবেলি, বেলিটো পশ্চিমফালে যোৱা সময়।
- ভাগৰ - খাম কৰি বল নাইকিয়া হোৱা।
- ভাগী - কোনো এতা বস্তুৰ ভাগ পাওঁতা।
- ভাগতী - ভাগৱত ভাগী কোৱা মানুহ জন।
- ভাজক - যি অঙ্কৰে ভাগ কৰা হয়।
- ভাতী - ধাতুৰ কাম কৰা শালৰ জুই লগোৱা যতন।
- ভাগে - কোনো এতা বস্তু ভাগ কৰা।
- ভাতে - অভাৱ নোহোৱাকৈ।
- ভাটা - সাগৰৰ পানী ওপৰলৈ উঠি আহি আকৌ তললৈ যোৱাকে ভাটা বোলে
- ভাগ্যৱন্ত - যাৰ ভাগ্য থাকে।
- ভাগ্য - কপাল, দশা।
- ভটিখানা - যি ঠাইত মদ তৈয়াৰ কৰে।
- বিটংকৈ, বহলাই।
- ভাৰতৰত্ন - ভাৰতৰ শ্ৰেষ্ঠ মানুহক দিয়া এটা শ্ৰেষ্ঠ উপাধি।
- ভাৰকেন্দ্ৰ - বস্তু এটাৰ ভৰৰ কেন্দ্ৰবিন্দু।
- ভাবনা - মনৰ ভিতৰত লাগি থকা উগুল থুগুল।
- ভাপ - তাপৰ দ্বাৰা পাতলহৈ উৰি যোৱা জুলীয় বস্তু।
- ভাবুকি - মিছাকে দিয়া ডাবি, মিছাকে দেখুৱা ভয় প্ৰদশন।
- ভাল - শ্ৰেষ্ঠ, উত্তম।
- প্ৰীতি কৰা, মিনতি কৰা, ভক্তি কৰা।
- ভিটামিন - খাদ্যত থকা শক্তিৰ উপাদান।
- ভাৱ প্ৰৱন - সহজতে অধীৰ ঙৈ পৰা।
- ভালে - কুশলে থকা, নিৰাপদে থকা।
- ভাষ - খতা কোৱা, মাত দিয়া।
- ভাস - প্ৰকাশিত হোৱা।
- ভিজা মেকুৰি - ভয় খোৱা।
- ভাস্কৰী - বহুত বিখ্যাত পণ্ডিত ভাস্কৰচাৰ্য্যই কৰা গীতৰ টীকা।
- ভাৱনা - ভাও দেখুওৱা কাৰ্য।
- ভিতৰি - ভিতৰে ভিতৰে।
- ভবিষ্যত - আগলৈ আহিবলগীয়া সময়
- ভূতপূব - আগৰ, আগেয়ে থকা
- ভেদি - ভেদ কৰা, বিদীণ কৰি, পাৰ হৈ, বিন্ধা কৰি, ভিতৰলৈ সোমাই
- ভেম - ফিতাহি, ৰোহ, ঠেহ, অহংকাৰ
- ভাগৱত - ভগৱানৰ লীলা আৰু মহাত্ম্য বৰ্ণনা কৰা এখন পুৰাণ শ্ৰীমদ্ভাগৱত, বিষ্ণুৰ ভক্ত।
- ভ্ৰক্ষেপ - কেৰাহিকৈ চোৱা কায
- ভমকা - ডাঙৰ আৰু উজ্বল (কাপোৰত বছা ফুল
- ভলভলীয়া - পেটত কথা নৰখা, সৰহকৈ কথা কোৱা
- ভান্দাৰ - ভঁৰাল
- ভাৰসাম্য - বতি খাকিবলৈ কৰা প্ৰযাশ।
- ভিৰাই লৰ মাৰ - উলটি বা ঘূৰি লৰ মাৰ
- ভুতুক ভাতাক - ভাত উতলাৰ শব্দ
Please do not enter any spam link in the comment box