Type Here to Get Search Results !

শব্দ অৰ্থ তালিকা ভ আখৰৰ

শব্দ অৰ্থ তালিকা ভ আখৰৰ

শব্দ অৰ্থ তালিকা ভ আখৰৰ
শব্দ অৰ্থ ভ আখৰৰ 


  1. ভক্ষণ - খাৱন।
  2.  ভয়াৱহ - মনত ভয় জন্মোৱা ।
  3.  ভাগ্যৱান -  ভাগ্যশালী ।
  4. ভাঙতী -   হাবি ভাঙি উলিওৱা (মাটি  ।
  5.  ভাঙোন - ক্ৰমান্বয়ে ভাগি যোৱা অৱস্থা।
  6.  ভাটিবেলা - পাছবেলা, দুপৰীয়াৰ পাছৰ সময়ছোৱা ।
  7.  ভাটিয়ালী - বৰগীতৰ ৰাগ-বিশেষ।
  8.  ভাটা - জোৱাৰৰ বিপৰীত অৱস্থা ।
  9.  ভাৱে - প্ৰকাৰে, ধৰণে ।
  10.  ভৰতনাট্যম - ভৰতমুনিৰ  নাট্যশাষ্ত্ৰৰ প্ৰামাণ্যৰ উদ্ধৃতি দিয়া ভাগীন - ভনী বা বায়েকৰ পুতেক।
  11.  ভাৰসাম্য - সন্তলন, মনৰ স্থিৰতা ।
  12.  ভাল ফল - সু পৰিণাম।
  13. ভাব - অনুভৱ , চিন্তা ।
  14.  ভাবনা -   চিন্তা , অনুভৱ।
  15.  ভাবাত্মক - ভাব - প্ৰকাশক ।
  16.  ভাবান্তৰ - ভাবৰ পৰিৱতন।
  17.  ভাবাৱেগ   -   মনৰ ভাব আৰু আৱেগ  ।
  18. ভাবুক      -  ভাবনাত মগ্ন  হৈ থকা ।
  19. ভাবোন্মত্ত - চিন্তাই যাক বিহ্বল কৰিছে ।
  20. ভাস্কয  -  সুকুমাৰ কলাৰ এটা ভাগ।
  21.  ভাৰা - কেৰেয়া ।
  22.  ভাৰাঘৰ - ধনৰ বাবদ আনক থাকিবলৈ দিয়া ঘৰ।
  23. ভিৰ - অধিকৰ সমাগম।
  24.  ভূঞা -  উপাধি-বিশেষ।
  25.  ভূত - অপদেৱতা, অতীত কাল ।
  26.  ভূমূকি - অলপ সময়ৰ বাবে দেখা দিয়া কাৰ্য ।
  27.  ভূঁই - খেতি ।
  28.  ভূমিসাত - মাতিৰ লতগ মিহলি হৈ যোৱা ।
  29.  ভ্ৰূণ - গৰ্ভস্ত সন্তান ।
  30. ভেষ - ৰূপ ।
  31.  ভূক্ত - অৱস্থিত ।
  32.  ভূুৰপোক - শস্যৰ পাত খোৱা এবিধ পোক ।
  33. ভৌগলিক - ভূগোল সম্পৰ্কীয় ।
  34.  ভূমুকা - ভূমুকি - ঘনে - ঘনে দেখাদি নাইকিয়া হোৱা দৃশ্য ।
  35.  ভূষণ - অলংকাৰ ।
  36.  ভেঁকোভাওঁনা - মিছাকৈ কৰা দেখুওৱা কাৰ্য ।
  37.  ভোটোৰা - আগ জোঙা নোহোৱা ।
  38.  ভ্ৰামযমান - যি সকলোতে ঘূৰি ফুৰে ।
  39.  ভেঁকোৰ - বিশেষ - পৰজীৱী ।
  40. ভূল - অশুদ্ধ ।
  41.  ভেণ্ডি - বিশেষ পাচলি ।
  42.  ভ্ৰক্ষেপ - সাভাৰণ মনোযোগ ।
  43. ভোগালী - মাঘবিহু ।
  44.  ভোটোহা - চুটি আৰু শকত ।
  45.  ভেশছন - নিজৰ ৰূপ লুকোৱাই আনৰ ৰূপ লোৱা ।
  46.  ভুৱা - আচল নোহোৱা ।
  47.  ভেল্কিবাজি - যাদুখেল ।
  48. ভাজ্য - যোনটো আঙ্ক ভাগ কৰা হয়।
  49. ভাদ - অসমীয়া মাহৰ এটা মাহ।
  50. ভাগৰ - মৃত্যু হোৱা ঘৰচীয়া জন্তু পেলোৱা ঠাই
  51. ভাটৌ - এবিধ চৰাই।
  52.  ভাট - স্তুতিপাঠক
  53.  ভাগুৰা - লগত ঠকা জনে নকৰিলে নিজেও নকৰা।
  54.  ভাজ - শুদাই বা তেল দি কোনো এটা বস্তু জুইৰ তাপত সিজোৱা।
  55.  ভাঙন - নৈ বা বিল আদিত থকা এবিধ সৰু মাছ।
  56.  ভাতাৰ - মতা, পৈ।
  57.  ভাটিবেলা - আবেলি, বেলিটো পশ্চিমফালে যোৱা সময়।
  58. ভাগৰ - খাম কৰি বল নাইকিয়া হোৱা।
  59.  ভাগী - কোনো এতা বস্তুৰ ভাগ পাওঁতা।
  60.  ভাগতী - ভাগৱত ভাগী কোৱা মানুহ জন।
  61. ভাজক - যি অঙ্কৰে ভাগ কৰা হয়।
  62.  ভাতী - ধাতুৰ কাম কৰা শালৰ জুই লগোৱা যতন।
  63.  ভাগে - কোনো এতা বস্তু ভাগ কৰা।
  64.  ভাতে - অভাৱ নোহোৱাকৈ।
  65.  ভাটা - সাগৰৰ পানী ওপৰলৈ উঠি আহি আকৌ তললৈ যোৱাকে ভাটা বোলে
  66.  ভাগ্যৱন্ত - যাৰ ভাগ্য থাকে।
  67.  ভাগ্য - কপাল, দশা।
  68. ভটিখানা - যি ঠাইত মদ তৈয়াৰ কৰে।
  69.  বিটংকৈ, বহলাই।
  70.  ভাৰতৰত্ন - ভাৰতৰ শ্ৰেষ্ঠ মানুহক দিয়া এটা শ্ৰেষ্ঠ উপাধি।
  71. ভাৰকেন্দ্ৰ - বস্তু এটাৰ ভৰৰ কেন্দ্ৰবিন্দু।
  72.  ভাবনা - মনৰ ভিতৰত লাগি থকা উগুল থুগুল।
  73.  ভাপ - তাপৰ দ্বাৰা পাতলহৈ উৰি যোৱা জুলীয় বস্তু।
  74.  ভাবুকি - মিছাকে দিয়া ডাবি, মিছাকে দেখুৱা ভয় প্ৰদশন।
  75.  ভাল - শ্ৰেষ্ঠ, উত্তম।
  76.  প্ৰীতি কৰা, মিনতি কৰা, ভক্তি কৰা।
  77.  ভিটামিন - খাদ্যত থকা শক্তিৰ উপাদান।
  78. ভাৱ প্ৰৱন - সহজতে অধীৰ ঙৈ পৰা।
  79.  ভালে - কুশলে থকা, নিৰাপদে থকা।
  80.  ভাষ - খতা কোৱা, মাত দিয়া।
  81. ভাস - প্ৰকাশিত হোৱা।
  82.  ভিজা মেকুৰি - ভয় খোৱা।
  83.  ভাস্কৰী - বহুত বিখ্যাত পণ্ডিত  ভাস্কৰচাৰ্য্যই কৰা গীতৰ টীকা।
  84.  ভাৱনা - ভাও দেখুওৱা কাৰ্য।
  85.  ভিতৰি - ভিতৰে ভিতৰে।
  86. ভবিষ্যত - আগলৈ আহিবলগীয়া সময় 
  87.  ভূতপূব - আগৰ, আগেয়ে থকা
  88. ভেদি - ভেদ কৰা, বিদীণ কৰি, পাৰ হৈ, বিন্ধা কৰি, ভিতৰলৈ সোমাই
  89.  ভেম - ফিতাহি, ৰোহ, ঠেহ, অহংকাৰ
  90.  ভাগৱত - ভগৱানৰ লীলা আৰু মহাত্ম্য বৰ্ণনা কৰা এখন পুৰাণ শ্ৰীমদ্ভাগৱত, বিষ্ণুৰ ভক্ত।
  91. ভ্ৰক্ষেপ - কেৰাহিকৈ চোৱা কায
  92.  ভমকা - ডাঙৰ আৰু উজ্বল (কাপোৰত বছা ফুল 
  93.  ভলভলীয়া - পেটত কথা নৰখা, সৰহকৈ কথা কোৱা
  94.  ভান্দাৰ - ভঁৰাল
  95.  ভাৰসাম্য - বতি খাকিবলৈ কৰা প্ৰযাশ।                   
  96.  ভিৰাই লৰ মাৰ - উলটি বা ঘূৰি লৰ মাৰ
  97.  ভুতুক ভাতাক - ভাত উতলাৰ শব্দ

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.