Type Here to Get Search Results !

অসমীয়া শব্দ অৰ্থ ই আখৰ তালিকা

অসমীয়া শব্দ অৰ্থ ই আখৰ তালিকা

অসমীয়া শব্দ অৰ্থ ই আখৰ তালিকা
অসমীয়া শব্দ অৰ্থ 



অসমীয়া শব্দ অৰ্থ (ASSAMESE ABHIDHAN)

ইন্দুমতী- পূৰ্ণিমা।
 ইপুন্দি- এইফালে।
 ইলছা- ইলিছ।
ইভ- ঐৰাৱত।
 ইলাজ- আৰোগ্য়।
 ইয়াৰ্- এই ঠাইৰ্।
 ইমন- সংগীতৰ ৰাগিণী।
ইবাই- এই বাৰ।
 ইনি্দ্ৰলোক-স স্বৰ্গ।
ইলহি-বিলাহি- ধুনপেচত।
 ইসি- ইয়ে।
 ইন্দ্পৰাক্ষি- মোহনীয় নয়নী।
 ইউক্ৰেইন- ইউৰোপ মহাদেশৰ অন্তৰ্গত এখন দেশষ
 ইন্দু কলা- চক্ৰকলা।
 ইফেক্টছ্- শব্দ।
, ইল- ধৰিত্ৰী।
ইন্দ্ৰিয় সন্নিকৰ্ষ- বিষয়   সংযোগ।
 ইলীছ- ইলীছ মাছ।
 ইক্ষুৰস্- কুঁহিয়াৰ ৰস।
ইকুৱেডৰ- দক্ষিণ আমেৰিকা   মহাদেশৰ অন্তৰ্ভুক্ত এখন দেশ।
 ইন্টাৰকাট শ্বট- প্ৰতি-বিপৰীত দৃশ্যাংশ।
 ইফালৰ কুটা সিফাল নকৰা- একো কাম নকৰা।
 ইলেক্চন- নিৰ্বাচন।
 ইক্ষ্বাকু- সূৰ্য বংশৰ প্ৰথম ৰজা।
 ইন্দ্ৰিয়াসক্ত- শাৰীৰিক সুখৰ প্ৰতি লালায়িত।
 ইলা- জল।
ইমত- এইদৰে।
 ইলিব- জ্ঞান।
 ইষ্টি- মিতিৰ।
ইচ্লা- মিছা মাছ।
 ইক- ককায়েক।
 ইতা- এতিয়া।
 ইন্দুময়- জোনাক।
 ইয়াষ্টিং- চেইলিং।
ইহৰতি- গুল্ম বিশেষ।
ইন্দা- কোনো বস্তুৰ বিষয়ে জনাৰ   পিছত সোধা প্ৰশ্নবোধক শব্দ।
ইজৰাইল- এছিয়া মহাদেশৰ েখন   দেশ।
 ইন্দু মৌলী- মহাদেৱ।
 ইতিহাসলেখন- ইতিহাস লিখাৰ যি কলা।
ইলাহিগজ- আকৰ প্ৰৱৰ্তিত  ইঞ্চি পৰিমিত গজ।
 ইব্- দুখ ভাব বুজোৱা মাত।
 ইউজাৰ- কম্পিউটাৰৰ প্ৰ'গ্ৰেম।
 ইজ্জত - স্থান ।
 ইদানীন্তন - এই সময়ৰ ।
ইন্দ্ৰিয় - মানৱ দেহৰ অংগ ।
 ইমূৰ - সিমূৰ - এইটো মূৰ আৰু আনটো মূৰ ।
 ইদাঁতি - সিদাঁতি - ইপাৰ - সিপাৰ ।
ইন্দুভূষণ - শিৱৰ আন এটা নাম ।
 ইতস্ততঃ - লাজ কৰা ।
 ইকৰানি - সৰহকৈ ইকৰা গজি থকা ঠাই ।
 ইচাত - বিচাত - ধৰফৰণি 
 ইকাতি - সিকাতি - এবাৰ ইফালে , এবাৰ সিফালে   কাতি ।
 ইচ্- ইতিকিং।
 ইংতি- কাৰ্বি জনগোষ্ঠী লোকসকলৰ এটা উপাধি।
ই- অসমীয়া স্বৰবৰ্ণমালাৰ তৃতীয়   বৰ্ণটো।
 ইণ্ডোনেছিয়া- এছিয়া মহাদেশৰ অন্তৰ্গত এখন দেশ।
 ইয়া- হাত।
ইলেক্ট্ৰ'ন ভ'ল্ট- পদাৰ্থ   বিজ্ঞান।
 ইকৰানি- বেছিকৈ ইকৰা হোৱা ঠাই।
 ইউৰেথ্ৰা- মুত্ৰনেলী।
 ইন্টাৰকম- কোনো কাৰ্য্যালয়।
 ইফাং- এবাৰ।
ইন্দ্ৰসুত- ইন্দ্ৰৰ পুত্ৰ।
ইন্সপেক্তৰ- পৰিদৰ্শক।
ইন্দ্ৰবস্তি- কলাফুল।
 ইয়ও কৰ্তা- আশ্চৰ্য প্ৰকাশত মাত।
 ইষ্ট চিন্তা- ভাল চিন্তা।
ইউৰেনাছ্- সৌৰজগতৰ  নম্বৰৰ গ্ৰহটো।
 ইতৰ ভাষা- অপ ভাষা।
 ইধ্ম- যজ্ঞকাষ্ট।
 ইমা- আই।
 ইউনিট- সকলোতকৈ সৰু পূৰ্ণ সংখ্যা।
ইংলেণ্ড - ইউৰূপ মহাদেশৰ এখন   দেশ ।
ইচলাম - এটা ধৰ্ম ।
ইন্দ্ৰকুট - এটা পৰ্বতৰ নাম ।
 ইন্দ্ৰসপত  - ইন্দ্ৰৰ পুত্ৰ ।
 ইস্তফা - পদত্যাগ কৰা কাৰ্য ।
ইয়াৰ ওপৰি - উল্লেখ কৰাবোৰৰ   বাদেও ।
 ইহলৌকিক - পৃথিৱীত হোৱা ।
 ইস্ত্ৰি - কাপোৰ মিহি কৰিবলৈ ব্যৱহাৰ কৰা লোৰ   গধুৰ আহিলা ।
 ইহুদি - হিব্ৰু ধৰ্মাৱলম্বী লোক ।
 ইন্দ্ৰজিত - ৰাবনৰ পুত্ৰ ।
 ইচা- দেউৰী জনগোষ্ঠী লোকসকলৰ চেলেং।
 ইডিয়ট- মুৰ্খ মানুহ।
 ই-মেইল- ইলেক্ট্ৰনিক মেইল মাধ্যমেৰে খবৰ   পঠিওৱা।
 ইজাৰ-দাৰ- ঠিকাদাৰ।
 ইএনটি- কাণ, নাক আৰু ডিঙিৰ।
ইফ্তাৰ- পবিত্ৰ ৰমজান মাহটোত   ৰোজা ৰখাৰ পিছত খাদ্য় গ্ৰহণ কৰা।
 ইন্দ্ৰযৱ- কুটজৰ গুটি।
 ইৰিটি- গমন।
ইস্তফা- পৰিত্য়াগ।
 ইউনানী- গ্ৰীক।
 ইকান-সিকান- কাণ সলোৱা।
 ইটাৱ- এইখন ঠাই।
 ইজ্য়া- যজ্ঞ।
ইংছাম- ঠাণ্ডা।
ইটা- পকী ঘৰ নিৰ্মাণ কৰিবলৈ   ব্য়ৱহৃত মাটিৰ চপৰা।
ইন্দ্ৰাসন- দেৱৰাজ ইন্দ্ৰৰ আসন।
ইলেকট্ৰ'চক থেৰাপী-ইলেকট্ৰন   ব্য়ৱহাৰ কৰি মানসিক ৰোগীক কৰা চিকিৎসা।
ইন্দ্ৰিয় সংযম- ইন্দ্ৰিয় দমন।
ইন্দ্ৰদৰ্প- ইন্দ্ৰৰ অহংকাৰ।
 ইয়ালাগি- ইয়ালৈ।
 ইহাতে- আনফালে।
 ইউজিচি- বিশ্ববিদ্য়ালয়ৰ অনুদান আয়োগ।
 ইউনিয়ন জেক- গ্ৰেট ব্ৰিটেইন দেশৰ পতাকা খনৰ   নাম।
 ইছৰো- ভাৰতীয় মহাকাশ গৱেষণা সংস্থা।
 ইন্দিৰা- লক্ষ্মী।
ইমান- ধৰ্মবিশ্বাস।
 ইলেকট্ৰ'মিটাৰ- আটাইতকৈ কম ভল্টেজৰ জোখ ল'ব   ব্য়ৱহাৰ কৰা এবিধ সঁজুলি।
 ইহুদী- এক অন্য়তম পূৰণি ধৰ্ম।
ইষ্টক- উপকাৰ।
 ইৰুল- দক্ষিণ ভাৰতৰ এটা জনজাতি গোট।
 ইডিঅ'টিক- মুৰ্খামিৰ পৰিচায়ক।
ই- ওচৰতে থকা মানুহ বা বস্তুক   বুজোৱা।
 ইচা- মিছা মাছ।
 ইতৰ্- সাধাৰণ।
 ইয়াদ- স্মৰণ।
ইলাৱন্ত- ইৰাৱন্।
 ইন্দ্ৰিয়গোচৰ- প্ৰত্য়ক্ষ।
 ইস্তাহাৰনামা- বিজ্ঞাপন।
ইছ্ট- বাঞ্ছনীয়।
 ইউটেৰাইন- জৰায়ুৰ সৈতে সম্পৰ্ক থকা।
 ইচ্ছামৃত্য়ু-- ইচ্ছা কৰি মৰা।
 ইন্দু লৌহ- ৰূপ।
 ইবানী- এই ঠাইৰ অৰ্থত।
 ইলাহি- অধিক জাক-জমকীয়া।
 ইহা- এইটো।
ইন্দ্ৰিয়াতীত- অনুভৱ কৰিব   নোৱাৰা অৱস্থা।
 ইন্টাৰপ্ৰিটাৰ- দোভাষী।
 ইন্দুমুখী- চন্দ্ৰৰ দৰে যি নাৰীৰ মুখ।
ইন্ধন গেছ- তাপ শক্তি পাবলৈ   ব্য়ৱহৃত গেছী পদাৰ্থ।
 ইৰানী- পাৰস্য় দেশৰ।
 ই- মোৰ।
 ইকাণে সোমাই সিকাণে ওলা- কথা গাত নলগা।
 ইঞ্চি- দৈৰ্ঘ্যৰ পৰিমাণ।
 ইণ্ডিকেটৰ লাইট- নিৰ্দেশক বিজুলী চাকি।
 ইনপুট- কম্পিউটাৰত তথ্য ভৰোৱা কাৰ্য।
ইথন- এতিয়া।
 ইগু- মেখেলা।
 ইন্ট্ৰাভেনাছ- তেজৰ শিৰাত ঔষধ প্ৰয়োগ কৰা   প্ৰক্ৰিয়া।
 ইন্দুভৃৎ- ইন্দুধাৰক।
 ই-পেপাৰ- ইলেক'ট্ৰনিক পেপাৰৰ সংক্ষিপ্তকৰণ।
ইলেক'ট্ৰনিক পেপাৰ- ই-পেপাৰ।
 ইস্তফা- কোনো পদ পৰিত্য়াগ কৰিলে দিয়া পত্ৰ।
 ইউএছবি- ইউনিছাৰভেল ছিৰিয়েল বাছৰ   সংক্ষিপ্তকৰণ।
ইকৰা- ঘৰত বেৰ দিবলৈ ব্য়ৱহাৰ   কৰা খাগৰিৰ নিচিনা এবিধ বন।
 ইটা-খলি- ইটা সজা ঠাই।
 ইনৰা- পকী নাদ।
 ইববাজা- ফুলপাহ।
 ইলেকট্ৰ'ন- ঋণাত্মক আধান থকা মৌলিক কণা।
 ইস্পাত- তীখা।
 ইন-বুং- বতাহ।
ইতলা- ৰেপট।
 ইগলু- এইবোৰ।
 ইনচান- মানুহ।
ইলাচি- এবিধ মচলাৰ গুটি আৰু তাৰ   গছ।
 ইহ্- এই ঠাইত।
 ইন্তে- ইহঁত।
 ইংহই- আসন।
 ইনভাৰ- লো, নিকেল আৰু কাৰ্বনৰ দ্বাৰা গঠিত   এবিধ সংকৰ ধাতু।
ইলেক'ট্ৰন গান- ইলেক'ট্ৰন   নিক্ষেপ কৰিব পৰা যতন।
ইস্তাহাৰ্- অধিসূচনা।
ইঘৰ-সিঘৰ কৰ- ওচৰ চুবুৰীয়াৰ ঘৰত   দেখা।
ইটো- এইটো।
ইনাও- ভাইটি।
ইফেলিছ- সূৰ্যৰ অতি বেঙুনীয়া   ৰশ্মিৰ প্ৰভাৱত হোৱা এবিধ চৰ্মৰোগ।
 ইয়েমেন- এছিয়া মহাদেশৰ অন্তৰ্গত েখন দেশ।
 ই-সি- নিশ্চয় নথকা।
 ইটি- এইটি।
 ইউথেনছিয়া- অধিক বেদনাত পীড়িত হৈ থকা।
 ইনফানডিবূুলাম- জৰায়ুত আগপিনে চুপি আকৃতিত থকা   অংশ।
 ইবাই- ভিনিহি।
অলীহ্- অধিক কাইট্ থকা এবিধ   সোৱাদযুক্ত মাছ।
 ইন্দ্ৰিয়ানুভূতি- অনুভূতি।
 ইৰিণ- মৰুভূমি।
ইক্ষণ- দৃষ্টি।
 ইন্দ্ৰিয়বৰ্গ- পঞ্চেন্দ্ৰিয় একেলগে।
 ইতৰামি- ব্য়ৱহাৰ।
 ইচাৰা- ইংগিত।
 ইনফ'ৰ্মাৰ- খবৰদাতা।
 ইন্ধন- জুই জ্বলোৱা কাঠ।
 ইৰেথোফ'বিয়া- ৰঙা ৰঙৰ পৰা হোৱা ভয়।
ইস্ত্ৰি- ধোবাই কাোপৰ ঘঁহা   যন্ত্ৰ।
 ইন্দ্ৰিয়-পৰৱশ- ইন্দ্ৰিয়ই বিচৰাৰ দৰে।
 ইচ্ছাময়-মন গলেই যিকোনো কাম কৰিব পৰা।
ইন্তেকাল- মৃত্য়ু।
 ইন্-টা- খৰ।
 ইটাই-ইটাই- কেডমিয়াম ধাতুৰ বিষক্ৰিয়াৰ পৰা   হোৱা বেমাৰ।
 ইনতৱেও-অকলে।
 ইউটেৰাছ- জৰায়ু।
 ইংলা- এইবিলাক।
 ইগ্লু- এক্সিমো জনগোষ্ঠীৰ লোকসকলে বসবাস কৰা   বৰফৰ ঘৰ।
ইত- আহৰিত।
 ইন্দুৰ্- এন্দুৰ।
 ইব'লা ভাইৰাছ- ৰাইব'নিউক্লিক এচিডৰ দৰে এক   দণ্ডযুক্ত ভাইৰাছ।
ইলাষ্টিক- ৰবৰৰ দ্বাৰা তৈয়াৰ   কৰা এবিধ ফিটা।
 ইজিপ্ট- আফ্ৰিকাৰ এখন দেশ।
 ইউনিক্ছ- একপ্ৰকাৰৰ কম্পিউটাৰৰ অপাৰেটিং   ছিষ্টেম।
 ইচ্ছ্- বাঞ্ছ।
 ইঞ্জিনিয়াৰিং- যন্ত্ৰবিজ্ঞান।
 ইন্দু লৌহ- ৰূপ।
 ইন্দ্ৰায়ুধ- ইন্দ্ৰচাপ্।
ইৰিক- কুশ।
 ইষ্টগন্ধ- সুগন্ধ।
 ইচাট্-বিচাট্- চাটি-ফুটি।
ইজাহাৰ- এজাহাৰ।
 ইন্টাৰপ'ল- আন্তৰ্জাতিক পুলিচ কমিছন।
 ইন্দুশেখৰ- মহাদেৱ।
 ইনকাল্ট- ছন পৰা মাটি।
 ইন্দ্ৰিয়ৰ অগোচৰ- বুজি নোপোৱা।
 ইলাহী-ৰাত- মহৰমৰ জাগৰণ-নিশা।
 ইহকাল-পৰকাল- এই জন্ম আৰু পৰজন্ম।
ইন্দিৰা- পকী নাদ।
 ইবাৰ- এই বছৰ।
 ইন্দ্ৰাণী- শচী।
ইহাক- ইয়াক।
 ইমানদাৰী- বিশ্বস্ততা।
 ইহুদি- হিব্ৰু জাতিৰ মানুহ।
 ইন্টাৰণী- প্ৰায়োগিক শিক্ষা গ্ৰহণৰ বাবে   চিকিৎসালয়ৰ আবাসী স্নাতক চিকিৎসক।
 ইচুক-সিচুক- ইফালৰ পৰা সিফাল।
 ইঞ্জিন্- শক্তিত গতি ক্ষমতালৈ ৰূপান্তৰ কৰা   যতন।
 ইনকাম- উপাৰ্জন।
ইপাল- বৰদেউতা।
 ইয়ং- আই।
 ইহাতেসে- ইয়াৰ পৰাহে।
ইজাৰদাৰ- খেতিয়ক।
 ইন-চিন- পানী।
 ইঅন্দ্ৰপুৰী- ইন্দ্ৰ নগৰী।
 ইষ্ট- এককোষী।
 ইকৰাৰনামা- চুক্তি।
ইয়াগুড়ীয়া- ইটাৰ গুড়িৰ নিচিনা   ৰঙচঙিয়া বৰণৰ।
ইবলিচ- বাইবেল আৰু কোৰাণত থকা   চয়তানৰ চৰ্দাৰ।
ইয়াত্- এই স্থানত।
 ইস্তেমাল- ব্য়ৱহাৰ।
 ইছি'মাং- ইতিমধ্যে।
ইপৰীয়া- নৈৰ এই বা ওচৰৰ পাৰ।
 ইন্দ্ৰনীল- লীনকান্ত মণি।
 ইছোপ্ৰপিল- প্ৰপেনৰ পৰা আহত এবিধ মৌল।
 ইআৰটিএছ- ভূ-সম্পদীয় প্ৰযুক্তি উপগ্ৰহ।
 ইচিলাচ্টকা- লঘু স্বভাৱৰ পূৰুষ।
 ইছক'ন- আন্তৰ্জাতিক কৃষ্ণ চৈতন্য় সমাজ।
 ইনছাফ- বিচাৰ।
ইব'নাইট- গলিত ৰবৰৰ লগত গন্ধক   মিহলি কৰি প্ৰস্তুত কৰা এবিধ কঠিন পদাৰ্থ।
 ইৰণ- মৰুভূমি।
 ইহকাল্- এইকাল।
ইয়েৰ ফোন- সংগীত আদি শুনিবৰ   বাবে ব্য়ৱহাৰ কৰা এবিধ সঁজুলি।
 ইকাৰ্- আখ।
 ই এ এম- ইমেইলৰ সংক্ষিপ্তকৰণ।
 ইচ্চা- বাঞ্ছা।
 ইছাৰা- ইংগিত।
 ইটো-সিটো- কিবা-কিবি।
 ইচাটি-বিচাটি- ধৰফৰনি।
ইউক্লিড- এজন মহান গণিতজ্ঞ।
 ইহাত-সিহাত- ঠাই বাগৰি থকা।
 ইনাম- পুৰষ্কাৰ।
ইটালি- ইউৰোপ মহাদেশৰ অন্তৰ্গত   এখন দেশ।
 ইউটিআই- প্ৰস্ৰাৱনলীত হোৱা এবিধ ৰোগ।
 ইচ্কুল- বিদ্য়ালয়।
 ইণ্ডিয়াম- এবিধ বগা ৰঙৰ কোমল ধাতৱ মৌল।
 ইনফ্লুৱেঞ্জা- এবিধ ভাইৰাছজনিত বেমাৰ।
ই-ফৰ্ম- ইলেক'ট্ৰনিক ফৰ্মৰ   সংক্ষিপ্তকৰণ।
ইন্দ্ৰিয়গাহ্য়- ইন্দ্ৰিয়বোৰে   গ্ৰহণ কৰিব পৰা।
ইলাৱৰ্ত- ভাৰতবৰ্ষৰ এটা নাম।
ইহলোক- এই জন্ম।
ইডিমা- অতিৰিক্ত জলীয় গোট খাই   দেহৰ কোনো অংশত উখহি যোৱা অৱস্থা।
ইন্দিবৰ- নীল পদ্ম।
 ইকু- পেহা।
 ইউনিভাৰ্ছিটি- বিশ্ববিদ্য়ালয়।
 ইচ্ছা কৰ- বাঞ্ছা কৰ।
 ইউনিয়ন- বিভিন্ন দেশ লগ হৈ পতা গোট।
 ইকেবানা- জাপানৰ ফুল সজ্জাৰ বিষয়ে বিশেষ।
 ইতৰজন- নীচ ব্য়ক্তি।
ইন্দিৰালয়- পদ্ম।
 ইনকুবেট- কণী উমনি দে।
 ইচু- আলোচনী বা বেংক নোটৰ সংস্কৰন।
ইচ্ছানুক্ৰমে- ইচ্ছাৰ দ্বাৰা।
 ইতৰেতৰ দ্বন্দ্ব- ব্য়াকৰণৰ এক সমাসৰ নাম।
 ই-প্ৰকাশন- আলোচনী।
 ইন্দ্ৰিয়োশ- জীৱাত্মা।
 ইউনিফ্ৰম- সমৱেশ।
 ইতালি-সিতালি- দুতলীয়া।
 ইন্তেজাম- আয়োজন।
ইপুৰী- এইলোক।
 ইলেক'ট্ৰনিক মেই- ই-মেইল।
 ইহজগত- এই পৃথিৱী।
ইল- বৈৱস্বত মনুৰ পুতেক এজনৰ   নাম।
 ইহলৌকিক- পাৰ্থিৱ।
 ইৰাকী- ইৰাক দেশীয়।
 ইুটি-সিলুটি- বাগৰা-বাগৰি।
 ইনু- মনোৰমা।
 ইটালিয়ান লিৰা- ছান মাৰিণোে দেশত চলি থকা   মুদ্ৰা।
 ইকটা-সিকটা- বিৰক্তিত মুখ ইকাতি-সিকাতি কৰা   কাৰ্য।
ইয়াৰপৰা- এই ঠাইৰ পৰা।
 ইচ্ছাকৃত- জানি-বুজি কৰা।
 ইউনিয়ন বোৰ্ড- পৌৰসভা।
ইক'লজি- পৰিস্থিতিবিজ্ঞান।
 ইন্টাৰলুড- মূল নাটকৰ মাজত বিৰতিত দেখুওৱা লঘু   নাটক।
 ইন্দুপ্ৰভা- জোনাক।
 ইতস্ততঃ - ইফাল-সিফাল।
 ইকুল-সিকুল- দুয়োটা পাৰ।
 ই'পু- ককা।
 ইনক্লাব- প্ৰতিবাদ।
ইপাৰ-সিপাৰ- এই পাৰ আৰু আনটো   পাৰ।
 ইহজন্ম- এই জীৱন।
 ইকাণ-সিকাণ- এজনৰ কাণৰ পৰা অন্য় এজনৰ কাণলৈকে।
ইখালি- সেইদিনা।
 ইতৰ-বিশেষ- প্ৰভেদ।
 ইন্দুজনক- সাগৰ।
 ইৰা- আহাৰ।
 ইহসংসাৰ- এই পৃথিৱী।
ইন্দ্ৰিয়সুখাভিলাসী- ইন্দ্ৰিয়ৰ   সুখ বিচৰা।
ইলাহি-খৰচ- অধিক খৰচ কৰা।
ইন্দ্ৰসভা- স্বৰ্গৰ দেৱতাসকলৰ   সমাজ।
 ইনকাম-টেক্স- আয়কৰ।
 ইপা- আপা।
ইটামুগুৰ- দলিমাৰি।
 ইগলে- এইবোৰ।
 ইগিদি- এইফালে।
 ইন্টাৰভইও- সাক্ষাৎকাৰ।
 ইছুলেটৰ- এভিধ ধাতু বা সঁজুলি।
ইপিনে-সিপিনে- পুলুক-পালাক।
ইয়ত্তা- সংখ্যা।
ইদা- এইটো।
 ইউড'মিটাৰ- বৰষুণ পৰিমাণ জুখিবৰ বাবে ব্য়ৱহাৰ   কৰা এবিধ যন্ত্ৰ। 
 ইজাৰনামা- চুক্তি।
ইনে- পেহী।
 ইন্কাৰ- স্বীকাৰ নকৰা।
 ইৰাকী দিনাৰ- ইৰাকত চলি থকা মুদ্ৰা।
 ইষ্টাৰ- এভিধ ৰাসায়নিক পদাৰ্থ।
 ইউৰোপ- পৃথিৱীৰ সাতখন মহাদেশৰ ভিতৰত এখন   মহাদেশ।
ইজ্জৎ- সন্মান।
ইপাৰ- পুখুৰীৰ এই পাৰে থকা।
ইৰাক- মধ্য়প্ৰাচ্য়ৰ এখন দেশ।
 ইষ্টান্তিক- বন্ধুতা।
 ইকাৰান্ত- অশেষত ই বৰ্ণ বিশিষ্ট।
ইন্টাৰফেৰণ- ভাইৰাছে আক্ৰমণ   কৰাৰ ৱপিছত দেহত গঠন হোৱা প্ৰ'টিনজাতীয় এবিধ দ্ৰব্য়।
 ইফলীয়া- এই প্ৰদেশৰ।
 ইসাদ্- সাক্ষী।
 ইচ্ছাবসু- কুবেৰ।
 ইন্দ্ৰিয়ালুতা- ইন্দ্ৰিয় সম্পৰ্কীয়।
 ইট'ৰফিন- এবিধ বিষনাশক বস্তু।
 ইনটু- জেমি নগাই বজোৱা এবিধ গগণা।
ইদু- মিচিসকলৰ বেলেগ নাম।
 ইকচা শালি- এভিধ শালিধান।
 ইন্তেজাৰ- ৰৈ থকা।
ইন্দ্ৰসেন- যুধিষ্ঠিৰৰ ৰথৰ   সাৰথি।
 ইথেন- এতিয়া।
 ইজ্য়- দেৱগুৰু বৃহস্পতি।
 ইচিদি- কোনো কামৰ সামৰণি।
 ইছুনে- এই স্থানৰ।
 ইন্দ্ৰপতন- কোনো বিখ্যাত ব্য়ক্তি মৃত্য়ু।
 লানজেনি- ছোৱাজিলেণঅড দেশত চলি থকা মুদ্ৰা।
ইহজীৱন- ইহকাল।
 ইন্দুকল্পা- চন্দ্ৰৰ দৰে মোহমীয়।
 ইন্টাৰচিটি- আন্তঃচহৰীয়।
 ইচ্ছা- কামনা।
  ইনচাইছৰ- শীত তাপৰ পৰা   বচাই ৰখা পদ্ধতি।
 ইন্দ্ৰদাৰু- দেৱদাৰু।
 ইৰা- বাগ্দেৱী।
 ই-ই-জি- 'ইলেকট্ৰ' এনফেচেল 'গ্ৰাম'।
ইক'নমিক ভেলু এচেড- কোনো মূলধনৰ   ওপৰত অৰ্জন কৰা লাভৰ পৰিমাণ।
ইথানে- এই স্থানত।
ইন্দ্ৰিয়পৰায়ণ- কামাসক্ত।
ইৰেজ- কম্পিউটাৰৰ মটিচৰৰ পৰ্দাত   দৃশ্যমান।
ইষ্টমন্ত্ৰ- গুৰু মন্ত্ৰ।
ইন্দুমতী- ৰজা দশৰথৰ মাতৃ।
 ইমাম- ইছলাম ধৰ্মৰ গুৰু।
 ইউক্লিডীয় জ্য়ামিতি- সংবদ্ধ জ্য়ামিতি শাস্ত্ৰ।
 ইখুৱা- এইবাৰ।
 ইজ্জৎদাৰ- সন্মানিত।
 ইচান নবিচ- লেখক।
 ইংৰাজ- বিলাতি মানুহ।
ইনট্ৰ'ইটাছ- নাৰী যৌনাংগৰ   দুৱাৰমুখ।
 ইমুখ-সিমুখ্- ইফালৰ পৰা সিফাললৈ মুখ ঘূৰুৱা   কাৰ্য।
 ইন্দ্ৰিয়ৰ দুখ- ইন্দ্ৰিয়ৰ পৰা হোৱা কুকৰ্মৰল   ইচ্ছা।
ইলেক্- ভগা অংক নাথাকিলে টকাৰ   অংকৰ পাচত দিয়া চিন।
 ইহুদী ধৰ্মমত- ইজৰাইলৰ হিব্ৰু জাতিৰ   একেশ্বৰবাদী ধৰ্মমত।
 ইলাহী-চন- আকবৰে প্ৰৱৰত্ন কৰা বছৰ।
 ইনাক্ষি- চোকা দৃষ্টিসম্পন্ন নাৰী।
 ইংগুড- এৰাগছ।
 ইতিহাস্- পূৰণি কথা।
 ইন্দ্ৰদুম্ন্য়- ইন্দ্ৰৰ নিচিনা শক্তিশালী।
ইহকালীন- পাৰ্থিৱ।
 ইংৰাজী- এটা ভাষা।
 ইণ্ডো-ইৰানীয়- ভাৰতীয় আৰ্য ভাষাৰ পূৰণি ৰূপ।
ইমানদাৰ- সৎ লোক।
 ইহ্- ভাৱ প্ৰকাশ কৰা শব্দ।
 ইচালে- ইফালে।
 ইউৰ'লজি- মুত্ৰ বিজ্ঞান।
 ইকট্-বিকট্- বেয়া সোৱাদ পাই মুখ বিকৃত কৰা   কাৰ্য।
 ইনষ্টিটিউট- প্ৰতিষ্ঠান।
 ইদ্লি- এবিধ খাদ্য়।
 ইথাৰীয়- মহাকাশীয়।
 ইগিল-দিগিল- ইফীাল-সিফাল   কৰা।
 ইউনানী চিকিৎসা- ভাৰতৰ ঠাইভেদে চলি থকাল   চিকিৎসা।
 ইনভিজিলেটৰ- পৰ্যবেক্ষক>
ইপুৰী-সিপুৰী- এই জন্ম আৰু   পৰজন্ম।
 ইৰাৱতী- সপ্তসিন্ধুৰ সাতখন নদীৰ ভিতৰত   পাঞ্জাৱৰ এখন নদী।
 ইননি-বিননি- দোষৰ কথাবোৰ বৰ্ণনা কৰি কোৱা।
 ইৰান- পাৰস্য় দেশৰ নাম।
 ইষ্টতা- বন্ধুতা।
 ইঘৰ-সিঘৰ- এইঘৰ আৰু   সেইঘৰ।
 ইথিঅ'পিয়া- আফ্ৰিকা মহাদেশত অন্তৰ্গত এখন দেশ।
ইংকোয়ে- এনেয়ে।
 ইংপুচ্চ- দেঁউৰীসকলৰ তাঁতশাল।
 ইচিলাচ্টকি- লঘু স্বভাৱৰ বিবাহিতা মহিলা।
ইঠাই-সিঠাই- অ'ত-ত'ত।
 ইজাফা- বহুত।
 ই-নিউজ- অনলাইনৰ দ্বাৰা পোৱা বাতৰি বা খবৰ।
 ইংতুৰ- ওঁঠ।
 ইউগ্লিনা- প্ৰট'জৱা শ্ৰেণীৰ অন্তৰ্ভুক্ত এবিধ   অণুজীৱ।
 ইংগলা- ইড়া নাড়ী।
 ইৎ- কোনো কামৰ বাবে উচ্চাৰণ হৈ পিছত লুপ্ত   হোৱা বৰ্ণ।
ইদানীক্- এতিয়া।
 ইন্দ্ৰমহ- বৰ্ষা ঋতু।
 ইমেটিক- বমি কৰোৱাত সহা কৰা এবিধ বিশেষ ঔষধ।
ইশিত্ব- প্ৰভুত্ব। 
 ইউকেলিপ্টাছ- ওখ।
 ইন্দ্ৰিয় নিগ্ৰহ- সংযম।
 ইলাবৃত্ত- জম্বু দ্বীপৰ নটা ভাগৰ চতুৰ্থ বাগ।
 ইষ্টপদ- নাচি থাকোতে ভগৱানক স্তুতি কৰা।
 ইজা- এপাটৰ পৰা আন এপাটলৈ নিয়া অংক।
 ইকমিম কুকাৰ- উতলা পানীৰ বাপত খোৱাবস্তু   সিজাবলৈ ব্য়ৱহাৰ কৰা বিশেষ ৰন্ধন যতন।
ইনজেক্ছন- ৰোগীৰ শৰীৰত   ছিৰিঞ্জেৰে ঔষধ সোমোৱাই দিয়া কাৰ্য।
 ইপুতুৎ- চাওতাল সমাজত চলি থকা বাল্য়বিৱাহ।
 ইৰিডিয়াম- এবিধ বহুত কঠিন হালধীয়া াৰু   বগা ৰঙৰ ধাতু।
ইনপুট আহিলা- ইনপুট ডেটা বা   আভ্য়ন্তৰীণ তথ্যাদিৰ নিৰ্দেশাৱলীত ব্য়ৱহাৰ কৰা বিশেষ আহিলা।
 ইলেক'ট্ৰন অনুবীক্ষণ যন্ত্ৰ- সাধাৰণ অনুবীক্ষণ   যন্ত্ৰৰ দ্বাৰা দেখা নোপোৱা অনুজীৱ।
 ইশিত্ব- যোগৰ এটা শক্তি।
 ইন-বক্স- তথ্য ধৰি ৱৰাখিবলৈ ৰখা ব্য়ৱস্থা।
 ইডিঅ'পেথিক- কোনোঅজান কাৰণত হোৱা ব্য়াধি।
ইউজাৰ- সুৰক্ষা ব্য়ৱস্থা অধিক   সুদৃঢঞ কৰিবৰ বাবে ইয়াৰ লগত এটা গোপনীয় শব্দ ব্য়ৱহাৰ কৰা হয়।
ইউথেনিকছ- বিজ্ঞানৰ এটা   শাখা যিয়ে পৰিৱেশ উন্নত কৰি মানৱ জীৱনউন্নত কৰাৰ ওপৰত গুৰুত্ব দিয়ে।
ইউৰেনেল- প্ৰস্ৰাৱ।
 ইচ্ছাধীন- ইচ্ছামতে কৰা।
 ইটাকনিক এচিড- প্লাষঅটিক তৈয়াৰ কৰোতে ব্য়ৱহৃত   এবিধ এচিড।
ইদানীন্তন্- এতিয়া।
 ইন্দ্ৰোদৰ- সোমৰস থোৱা পাত্ৰ।
 ইক'নমিকছ- অৰ্থনীতি বিজ্ঞান।
 ইন্দ্ৰিয়-দমন- ইন্দ্ৰিয় বিলাক প্ৰবল হৈ   কুকৰ্মত প্ৰয়োগ নোহোৱাকৈ ৰাখন।
 ইয়াদ দস্ত- স্মৰণ-লিপি।
 ইডিঅ'লজি- বিজ্ঞানৰ এক শ্ৰেণী য'ত পুৰুষ   আৰু মহিলাৰ যৌনাঙ্গৰ বিষয়ে অধ্যয়ন কৰে।
 ইন্দ্ৰাচাৰ্য- বৃহস্পতি।
ইয়ৰ্কাৰ- ক্ৰিকেট কেলত বেটছমেনৰ   ভৰিৰ একেবাৰে ওচৰতে থকা সমীপত কৰা বলাৰৰ নিক্ষেপিত তীব্ৰ বল।
 ইঞ্জিনিয়াৰ- অভিযন্তা।
 ইন্দ্ৰধেনু- ৰামধেনু।
ইষ্টবিয়োগ- আপোন কাৰোবাৰ   মৃত্য়ু।
 ইন্দৰৰো সিন্দুৰ- অৰ্থহীন।
 ইচ্ছাবিৰুদ্ধ- ইচ্ছাৰ বিপক্ষে।
 ইকৰা- মোটা চাউল হোৱা আৰু দমাটিত কৰা এবিধ   আহুধান।
 ইংলেণ্ড- ইংৰাজ লোকসকল থকা ঠাই।
 ইতিহাসতত্ত্ব- ইতিহাসৰ বিষয়ে অধ্য়য়ন কৰা এটা   শাখা।
 ইঞ্জিনৰ কাৰ্যদক্ষতা- ইঞ্জিনৰ পৰা পোৱা কাম   আৰু তাত ব্য়ৱহাৰ কৰা শক্তিৰ অনুপাত।
ইন্দ্ৰজিতমালতী- এবিধ পুষ্প।
 ইয়াৰিং- কাণফুলি।
 ইচ্ছাশক্তি- মনৰ শক্তি।
ইউনিছেফ- ৰাষ্ট্ৰসংঘৰ   আন্তৰ্জাতিক শিশুৰ জৰুৰীকালীন পুঁজি।
 ইন্দুমণি- এবিধ অধিক মূল্য়ৱান মণি।
 ইয়াথং- ভৰি।
 ই-স্তৰ- আয়ন মণ্ডলৰ ই অঞ্চলৰ থকা আয়নৰ ঘন   স্তৰ।
 ইন্দ্ৰবংশী- ইন্দ্ৰৰ বংশত জাত।
ইচানিয়ৎ- মানৱীয়তা।
ইন্দ্ৰচাপ- ইন্দ্ৰধনু।
ইলেক'ট্ৰনিক ফৰ্ম- ই-ফৰ্ম।
ইস্কাপন- ক'লা ৰঙৰ পাণ আকৃতিৰ   দাগ থকা তাচৰ পাত।
ইন্দ্ৰকমল- কমলৰ নিচিনা দেৱৰাজ   ইন্দ্ৰ।
ইছু- ইচা।
 ইংগিতপূৰ্ণ- অৰ্থপূৰ্ণ।
 ইকু গেনেমাী- দেউঁৰী জনগোষ্ঠী লোকসকলৰ বিহুৰ   প্ৰথম দিনা ডেকা ল'ৰা সকলে চুৰীয়া পিন্ধা অনুষ্ঠান।
 ইকা সভ্য়তা- দক্ষিণ আমেৰিকা মহাদেশৰ মেৰু   অঞ্চলত খ্ৰীঃপূৰ্বত সূচনা হোৱা ইনকা জাতিৰ সভ্য়তা।
 ইন্দ্ৰানুজ- ইন্দ্ৰৰ জন্মৰ পিছত কশ্যপৰ আভাৰ   দ্বাৰা অদিতিৰ গৰ্ভ বামন হৈ পৰে।
 ইদিক-সিদিক- ইফালে-সিফালে।
 ইজাল-বিজাল- পতনুৱা কথা।
ইংগুদি- এবিধ বনৰীয়া বৃক্ষ।
 ইঅ'নিজম- স্ত্ৰীসূলভ আচৰণ প্ৰকাশ কৰা।
 ইউৰোপীয়- ইউৰোপৰ বাসিন্দা।
ইন্ট্ৰামাক্সুলাৰ- মাংস পেশীৰ   ভিতৰত ঔষধ প্ৰয়োগ কৰা পদ্ধতি।
 ইন্দ্ৰিয়- শৰীৰ যিবিলাক ভাগৰ দ্বাৰা মানুহে   কাম কৰে।
 ইয়েলোপজে- ব্য়ৱসায়-প্ৰতিষ্ঠান।
  ইলেকট্ৰিক- বৈদ্য়ুতিন।
  ইনছল্ভেন্ট- দেউলীয়া।
 ইডাইটিছ- বিভি্ন্ন বীজাণুৰ সংক্ৰমণৰ ফলত দেখা   দিয়া জনেন্দ্ৰিয়ৰ প্ৰদাহজনিত ৰোগ।
 ইছিং- বড়ো জনগোষ্ঠীৰ লোকসকলৰ দেৱতা থাপনাৰ   বাবে থকা বৰঘৰৰ পূবৰ এটা কোঠালি।
ইউৰোপীয় ইউনিয়ন- ইউৰোপীয়   মহাসংঘ।
 ই-আৱৰ্জনা- ইলেক'ট্ৰনিক আৱৰ্জনা।
 ইক'নমেট্ৰিক্স- অৰ্থনীতি।
ইফেক্ট- নাটকৰ পৰিৱেশ সৃষ্টিৰ   বাবে ব্য়ৱহাৰ কৰা আৱহ শব্দ।
 ইজাৰ- চুৰিয়া।
 ইত্য়াদি- আদি।
 ইতিবৃত্ত- পূৰণি কথা।
 ইডিপাছ গূঢ়ৈষা- নিজৰ পিতৃৰ প্ৰতি যৌন বিদ্বেষ   আৰু মাতৃৰ প্ৰতি যৌনাকৰ্ষণ।
 ইনচাট- ভাৰতে মহাকাশথ স্থাপন কৰা কৃত্ৰিম   উপগ্ৰহ।
 ইচৰাফিল- ইচলাম ধৰ্ম অনুসৰি ঈশ্বৰ প্ৰেৰিত   চাৰি গৰাকী শ্ৰেষ্ঠ দূতৰ।
ইংচিম- ডাঠ।
 ইছিহাৰা টেষ্ট- বৰ্ণান্ধতা পৰীক্ষা কৰা   পদ্ধতি।
 ইউফ'নিয়াম- পিতলৰ এবিধ ফু-বাদ্য়।
ইংগিত- কথা বুজোৱা সংকেত।
 ইউপিএছ- অবিৰত শক্তি যোগান।
 ইচ্ছাশক্তিনাথ- এবিধ ব্য়াধি।
 ইদ- নিচি জনগোষ্ঠীৰ লোকসকলে বিয়াত গোৱা এক   বিনোদধৰ্মী গীত।
 ইজি চেয়াৰ- হেলনীয়া চকী।
 ইন্তুং- ইমান।
ইন্দ্ৰবাসৰ- সোমবাৰ।
 ইটাৰবিয়াম- বগা ধাতৱ মৌল।
 ইংহিন- পাহাৰীয়া বাঁহ।
 ইথান- এই স্থানত।
 ইন্দ্ৰিয়-সুখ- চকু, কাণ, নাক আদিয়ে   পোৱা সন্তোষ।
 ইয়াৰ্কি- ৰসিকতা।
 ইষ্টনাম- উপাসনা কৰা দেৱতাৰ নাম।
 ইচ্ছামাত্ৰে- ইচ্ছা মাত্ৰকেই।
 ইন্দ্ৰত্ব- ইন্দ্ৰৰ পদ।
 ইতি- এই।
ইমপছিবল- অসম্ভৱ।
 ইষিকা- কুষ বন।
 ইউৰেনিয়াম- তেজষ্ক্ৰিয় ধাতু বিশেষ। 
ইমানতান- মাহী।
 ইন্দ্ৰজালিক- যাদুকৰ।
 ইমাৰছন- বুৰণ।
 ইষিটি- পৰম গতি।
 ইচ্ছানুযায়ী- মনৰ ইচ্ছা অনুসৰি।
 ইক'গ্ৰাফ- শব্দ তৰংগৰ সহায়ত সাগৰৰ গভীৰতা   জোখা এটা সঁজুলি।
 ইবাগে-সিবাগে- ইকাষে-সিকাষে।
ইমান্- এই পৰিমাণৰ।
 ইষুধি- তূণ।
 ইষ্টাৰ্চনু- ইষ্টদেৱতাৰ পূজা।
ইথেন- প্ৰাকৃতিক গেছ আৰু   পেট্ৰ'লিয়ামত থকা এবিধ বৰ্ণ আৰু গোন্ধহীন গেছ।
 ইন্দ্ৰকীল- মন্ৰ পৰ্বত।
 ইষ্টজন- আপোনজন।ইতিকিং-   ঠাট্টা কৰা কাৰ্য।
 ইকুল-সিকুল- দুই কুল।
 ইটালিকছ- কোনো কথাৰ গুৰুত্ব।
ইতিপূৰ্বে- ইয়াৰ আগতে।
ইন্দ্ৰালয়- ইন্দ্ৰৰ ঘৰ।
ইতিহাসবিদ- ইতিহাসৰ বিষয়ে অধিক   অধ্য়য়ন কৰা বিশেষজ্ঞ।
 ইছপ্লিন- পেঁটৰ সোঁফালে ওপৰৰ অংশত থকা এটা   গুৰুত্বপূৰ্ণ অংগ।
 ইচ্ছা-পত্ৰহীন- উইল নকৰাকৈ।
ইজিপ্টিয়ান পাউণ্ড- ইজিপ্ট দেশত   চলি থকা মুদ্ৰা।
 ইতিবৃত্তকাৰ- ইতিহাসবিদ।
 ইচ্ছা-ভেদী- পেট চলাব পৰা এবিধ দৰবৰ নাম।
 ইগাবদাগৰা- ঘখ।
 ইঃ- দোষ বেজাৰ বুজোৱা শব্দ।
 ইদং- ইদম্।
 ইংনাম- অৰণ্য়।
ইন্দ্ৰগোপী- গুৱালী পলু।
 ইমাৰত- অট্টালিকা।
 ইবেল- আইতা।
ইশিত্ব- অষ্ট আশ্চৰ্যৰ অন্য়তম।
 ইভা- শ্ৰেষ্ঠা।
 ইষ্টপত্তি- ইষ্টসিদ্ধি।
 ইচ্ছামতে- ইচ্ছানুৰূপে।
 ইক'ফ্ৰেণ্ডলী- পৰিৱেশ অনুকূল।
 ইচ্ছানুসাৰে- নিজৰ ইচ্ছা অনুযায়ী।
 ইনকালকেট- খৰচি মাৰি শিকা।
ইক'ল'কেছন- প্ৰতিধ্বনিৰে   অৱস্থান বা দিক্ নিৰ্ণয় কৰা যান্ত্ৰিক পদ্ধতি।
 ইনফ'টেইনমেন্ট- তথ্য আৰু মনোৰঞ্জনৰ সমাহাৰ।
 ইন্দ্ৰপস্থ- পূৰণি দিল্লী।
ইমবাইব- নিজৰ কৰি ল।
 ইলেকট্ৰিছিটি- বিজুলি শক্তি।
ই তেইবা- নবৌ।
 ইচ্ছা-পত্ৰহীনত্ব- বেওৱাৰিচী সম্পত্তি।
 ই-চি-জি- 'ইলেকট্ৰ' কাৰ্ডিঅ'গ্ৰাম্।
ইন্দ্ৰমদ- গৰ্ব।
ইৰিকটি-মিৰিকটি- গীত গাই কৰা   শিশুৰ খেল।
ইষ্ট সাধন- মনৰ আশা পূৰণ হোৱা।
ইতালি সিতালি মাৰ- ইফালৰ কথা   সিফালক কৈ দুয়ো পক্ষৰ বিশ্বাসত সোমা।
 ইং-ভাৰতীয়- ইংৰাজ মূলৰ   ভাৰতীয়।
ইছ'ফেগাছ- মুখৰ লগত পাকস্থলীৰ   সংযোজন কৰা নলী।
 ইবো- এইটো।
 ইলোৰা- মহাৰাষ্ট্ৰ আওৰাংগাবাদ জিলাৰ টা   গুহাযুক্ত পাহাৰীয়া স্থান।
  ইংকাকে- এনেদৰে।
 ইছোবাৰ- সম চাপযুক্ত ঠাইক নিৰ্দেশ কৰিবলৈ   মানচিত্ৰত ব্য়ৱহৃত এডাল ৰেখা।
 ইমেনছ- বিশাল।
 ইমানতে- এই ঠাইতে।
 ইতিবাচক- হয় বুজোৱা।
 ইন্দ্ৰকল্প- ইন্দ্ৰৰ দৰে ক্ষমতাশালী।
 ইন্দ্ৰসাৱৰ্ণি- চতুৰ্দশ মনু।
ইদিকিৰ- এইফালে।
 ইন্দ্ৰৰ সভাত ফেঁচাৰ কুৰুলি- গণ্য় মান্য় লোকৰ   সভাত অপদাৰ্থ লোকৰ ফট্ফট্নি।
 ইউআৰএল- ৱেবপৃষ্ঠা আদিৰ দ্বাৰা   প্ৰতিনিধিত্ব কৰা এক অনন্য ঠিকনা।
 ইন্দ্ৰিয় সেৱা- ইন্দ্ৰিয় বিলাকে লসুখ পোৱা   কাৰ্য।
 ইভিতি-সিভিতি- ইফাল-সিফাল।
 ইন্দ্ৰদ্য়ুম্ন- ঊৰিষ্যা ৰাজ্য়ৰ এজন ৰজাৰ নাম।
 ইফাল্-সিফাল্- দিশ।
ইংকক- গাওঁ।
 ইউৰো- ইউৰোপিয়ান ইউনিয়নৰ সদস্য়ভুক্ত দেশবোৰৰ   মাজত চলি থকা মুদ্ৰা।
ইনফ'ৰ্মেছন- তথ্য় প্ৰযুক্তি।
 ইন্দ্ৰজাল্- ভেলেকী।
 ইষ্টবাদী- নিজৰ মনোকামনা পূৰণ হোৱাতোৱেই যোনে   জীৱনৰ উদ্দেশ্য বুলি ভাৱে।
 ইবাৰ-সিবাৰ- এইবেলি আৰু যোৱা বাৰ।
 ই-লাৰ্নিং- ইন্টাৰনেট যোগে শিক্ষা গ্ৰহণ কৰিব   পৰা অৱস্থা।
 ইষ্ট্ৰ'জেন- মহিলাৰ শৰীৰত উৎপন্ন হোৱা হ'ৰমন।
ইমান নাপা- সমনীয়াক কৰা   সম্বোধন।
 ইনড'ৰ ষ্টেডিয়াম- বাহিৰৰ ৰ'দ বতাহ সোমাব   নোৱাৰাকৈ সজা।
 ইন্নকী- মেইতেই মহিলাই পৰিধান কৰা এবিধ চাদৰ।
 ইতিমধ্য়ে- ইয়াৰ মাজত।
 ইন্দ্ৰিয় চৰিতাৰ্থ- ইন্দ্ৰিয়ই বিচৰাৰ নিচিনাকৈ   সন্তোষ পোৱা।
 ইউফ'নিয়াম- পিতলৰ এবিধ ফু-বাদ্য়।
 ইজিন- কম্পিউটাৰত পঢ়িব পৰাকৈ ইলেক'ট্ৰনিক   ৰূপত প্ৰকাশ পোৱা আলোচনী।
 ইথান'ল- মাদক দ্ৰৱ্য়ত থকা এক এলকহল যি ইন্ধন   আৰু দ্ৰাৱক হিচাপে ব্য়ৱহৃত।
 ইয়ালৈ- এই ঠাইলৈ।
 ই-জাইন- ইন্টাৰনেটযোগে উপলদ্ধ আৰু পঢ়িব পৰা   আলোচনী।
 ইনাই-বিনাই- দোষৰ কথা কৈ।
ইচবণ্ডল- কোষ্ঠকাঠিন্য় নিবাৰক   ভেষণ ঔষধ।
 ইপুথাউ- ককাৰ দেউতাক, আজুককা।
ইষ্টকৰ্ম- অভিলষিত কৰ্ম।
ইক'ছাউণ্ডাৰ- সাগৰ, হ্ৰদ   ইত্য়াদিৰ পানীৰ গভীৰতা জোখা।
ইন্দ্ৰধ্বজ- ইন্দ্ৰৰ প্ৰীতিৰ   কাৰণে কৰা ধ্বজ আকাৰৰ বিুশেষ কাঠ বা নিচান।
ইলা- ধৰিত্ৰী।
 ইন্দু- চন্দ্ৰ।
 ই- কোনো কথাৰ পিছত যোগ কৰা হ'লে তাৰ অৰ্থ   বিশেষকৈ বুজায়।
 ইটেলছেট্- কৃত্ৰিম উপগ্ৰহৰ সহায়ত গোটেই   পৃথিৱীতে দূৰদৰ্শন।
ইউৰেন'লজি- মহাকাশত থকা   গ্ৰহ-নক্ষত্ৰৰ বিষয়ে অধ্য়য়ন কৰা বিজ্ঞানৰ এটা বিষয়ে।
ইন্টাৰমেডিয়েট- উচ্চ মাধ্যমিক   আৰু স্নাতক পৰীক্ষাৰ মধ্য়ৱতী।
ইনছুলিন- জীৱৰ ভগ্ন্য়াশয়ত   প্ৰস্তুত হোৱা এবিধ হৰমোন।
ইভ- বাইবেলৰ অল্ড   টেষ্টামেন্টত বৰ্ণিত ঈশ্বৰ-সৃষ্ট প্ৰথম মহিলা।
ইউৰিয়া- পানীত দ্ৰৱণীয় বগা   স্ফটিকীয় বিশেষ যৌগ।
 ইতিহাস দৰ্শন- ইতিহাস ৰচনাৰ আদৰ্শ।
 ইকম্- ই কমাৰ্চ।
 ইনকুইজিছন- মধ্যযুগত ৰোমান কেথলিক গীৰ্জাৰ   ধৰ্মীয় আদালত।
 ইজাৰা-নিৰ্ধাৰিত ধন জমা দি কোনো বস্তুৰ ম্যাদি   দখল কৰা।
ইনক্লাব জিন্দাবাদ- বিপ্লৱ   জয়যুক্ত হওক।
ইষ্ট কেৰিবিয়ান ডলাৰ- গ্ৰেনাড   দেশত চলি থকা মুদ্ৰা।
 ইয়ক্চা- মিচিং জনগোষ্ঠীলোকসকলৰ সমাজত পুৰোহিত   মিবুয়ে ব্য়ৱহাৰ কৰা এখন বৃহৎ মিট দা।
 ইগিল-তিগিল- অদৰকাৰীভাৱে সময় কটা।
ইউৰিক মিটাৰ- প্ৰস্ৰাৱত থকা   ইউৰিক েচিডৰ পৰিমাণ জুখিবলৈ ব্য়ৱহৃত এবিধ সঁজুলি।
 ইনছুলিন কমা থেৰাপি-মানসিক ৰোগৰ চিকিৎসা কৰা   এক প্ৰণালী, যাৰ ভিতৰত আছে স্কিজোফ্ৰেনিয়া।
 ইনষ্টল- প্ৰতিষ্ঠিত বা স্থাপন কৰা।
 ইষ্টকৱচ- অশুভ শক্তিৰ পৰা ৰক্ষা পাবলৈ লোৱা   ঐশ্বৰিক মন্ত্ৰপুত।
ইউৰেকা- ৰোধক তাঁৰ হিচাপে   ব্য়ৱহাৰ হোৱা কপাৰ আৰু নিকেল মিশ্ৰিত এবিধ সংকৰ ধাতু।
ইহুদি বিদ্বেষ- ইউৰোপত বহু   শতাব্দী ধৰি ইহুদীসকলৰ বিৰুদ্ধে খ্ৰীষ্টানসকলৰ দ্বাৰা জাতিগত আৰু ধৰ্মীয়   বিদ্বেষ।
ইনকুৱেতৰ- এক যান্ত্ৰিক   বাকচ যি নিৰ্ধাৰিত উষ্ণতাৰ সমান।
ই-মেইল ফিল্টাৰ- এটা প্ৰগ্ৰাম   যি স্বয়ংক্ৰিয়ভাৱে ই-মেইল সমলক পৃথক ফল্ডাৰত বিভক্ত কৰে।
ইষ্টদেৱ্- নিজে আৰাধনা কৰা   দেৱতা।
ইকুৱেষ্ট্ৰীয়ান- অশ্বচালনাত   পাৰ্গত লোক।
 ইন্দ্ৰবংশা- একাদশ অক্ষৰ পাদ বৰ্ণ বৃত্ত   বিশেষ।
ইউৰিন মিটাৰ-মানুহৰ প্ৰস্ৰাৱৰ   ডাঠতা নিৰ্ধাৰণ কৰিবলৈ ব্যৱহৃত সঁজুলি।
ইনফ'ৰমাৰ্চিয়েল- বাণ্য়িজিক   উদ্দেশ্যৰে সৃষ্টি কৰা তথ্য়সূচক দৃশ্য়মান বিজ্ঞাপন।
ইন্সপেক্তৰ- পৰিদৰ্শক।
ইয়েলো জাৰ্নেলিজম- আধা সঁচা।
ইষ্টনিষ্ট- ইষ্ট আৰু অনিষ্ট।
ইলেকট্ৰ'লাইছিছ- ইলেক্ট্ৰনিক   তৰংগৰ দ্বাৰা শৰীৰৰ অবিনশ্বৰ চুলি স্থায়ীভাৱে আঁতৰ হোৱাৰ এক পদ্ধতি
 ইতিহাস ৰচনাত্ত্ব- ইতিহাস ৰচনা আৰু ৰচনা   পদ্ধতি সম্পৰ্কীয় তত্ত্ব।
 ই-বুক- ইলেক্ট্ৰনিক কিতাপৰ সংক্ষিপ্ত   ৰূপ।
 ই-কেছ- ইলেক'ট্ৰনিক কেছৰ   সংক্ষিপ্তকৰণ।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.