Type Here to Get Search Results !

কাক কি বুলি জনা যায় | Assamese Gk

কাক কি বুলি জনা যায় | Assamese Gk

কাক কি বুলি জনা যায়
কাক কি বুলি জনা যায়

কাক কি বুলি জনা যায়
লৌহ   মানৱ :- মদন মোহন মালব্য
ৰাজাজী :- চক্ৰৱত্তী ৰাজা গোপালাচাৰী
লোকপ্ৰিয় :- গোপীনাথ বৰদলৈ
দেশভক্ত :- তৰুণৰাম ফুকন
ৰসৰাজ, সাহিত্যৰথী :- লক্ষ্মীনাথ   বেজবৰুৱা
কৰ্মবীৰ :- নবীন চন্দ্ৰ বৰদলৈ
কলাগুৰু :- বিষ্ণু প্ৰসাদ ৰাভা
ৰূপকোঁ‍ৱৰ :- জ্যোতিপ্ৰসাদ আগৰৱালা
অসম কেশৰী :- অম্বিকাগিৰি ৰায়চৌধুৰী
বিহগী কবি :- ৰঘুনাথ চৌধাৰী
বকুল বনৰ   কবি :- আনন্দ্ৰ চন্দ্ৰ বৰুৱা
শেৱালি কবি :- ৰত্নকান্ত বৰকাকতী
বনকোঁৱৰ :- আনন্দিৰাম দাস
সৰস্বতী :- নিৰ্মলপ্ৰভা বৰদলৈ
ক্ৰিকেটৰ ভগৱান :- শচীন ৰমেশ তেণ্ডুলকাৰ
হকী যাদুকৰ :- ধ্যান চান্দ
সুগন্ধি পখিলাৰ কবি :- হীৰেণ   ভট্টাচাৰ্য
ধিং এক্সপ্ৰেছ :- সীমা দাস
ফ্লাইং শিখ :- মিলখা সিংহ
উপন্যাস সম্ৰাট :- ৰজনীকান্ত বৰদলৈ
নটসূৰ্য্য :- ফণী শৰ্মা
বাগ্মীবৰ :- নীলমণি ফুকন
ভাঙনি কোঁৱৰ :- আনন্দ চন্দ্ৰ আগৰৱালা
বিপ্লৱী কবি, বিদ্ৰোহী কবি :-   প্ৰসন্নলাল চৌধুৰী
অগ্নি কবি :- কমলাকান্ত   ভট্টাচাৰ্য
অসম গৌৰৱ :- হেম বৰুৱা
কথা শিল্পী :- আব্দুল মালিক
নাট্য প্ৰভাকৰ :- সত্যপ্ৰসাদ বৰুৱা
সিংহ পুৰুস :- ৰাধা গোবিন্দ বৰুৱা
নিজৰাৰ কবি :- শৈলধৰ ৰাজখোঁৱা
লোকমান্য    :- বালগঙ্গাধৰ তিলক
দেশবন্ধু :- চিত্তৰঞ্জন দাস
পণ্ডিত জী, চাচা :- জৱাহৰলাল নেহৰু
লোকনায়ক :- জয় প্ৰকাশ নাৰায়ন
সীমান্ত গান্ধী :- খান আব্দুল গফৰ খান
পঞ্জাৱ কেশৰী :- লালা লাজপত ৰায়
গুৰু দেৱ :- কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ
   বাপু, মহাত্মা :- মোহনদাস কৰমচাঁদ গান্ধী
নাইটিঙ্গেল, লেডী অব দ্যা লেম্প :-   সৰোজনী নাইডু
নেতাজী :- সুভাষ চন্দ্ৰ বসু
জ্ঞান মালিনীৰ কবি :- মফিজুদ্দিন   আহমদ হাজৰিকা
ফুলনিৰ কবি :- পদ্মনাথ চলিহা
লৌহ মানৱ :- বিষ্ণুৰাম মেধি
ৰসাল কবি :- দণ্ডিনাথ কলিতা
বনফুলৰ কবি :- যতীন্দ্ৰ নাথ দুৱৰা
সংগীতচাৰ্য :- লক্ষ্মীৰাম বৰুৱা
খৰিকা জাঁইৰ কবি :- ভবানন্দ ৰাজখোঁৱা
অভিনয়চাৰ্য :- ব্ৰজনাথ শৰ্মা
কবিতা কোঁৱৰ :- অম্বেশ্বৰ চেতিয়া ফুকন
ত্যাগবীৰ :- হেমচন্দ্ৰ বৰুৱা
পাপৰিৰ কবি :- গণেশ চন্দ্ৰ গগৈ
গীত কবি :- পাৰ্ৱতি প্ৰসাদ বৰুৱা
ধ্বনি কবি :- বিনন্দ্ৰ চন্দ্ৰ বৰুৱা
প্ৰতিমাৰ খনিকৰ :- চন্দ্ৰকুমাৰ আগৰৱালা
লোক নায়ক :- অমিয় কুমাৰ দাস
বীৰবালা :- কনকলতা
শোণিত কোঁৱৰ :- গজেন বৰুৱা
দেশপ্ৰাণ :- লক্ষ্মীধৰ শৰ্মা
জননায়ক :- দেৱেশ্বৰ শৰ্মা
পথাৰৰ কবি :- ৰাম গগৈ


Related Post:

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.