Type Here to Get Search Results !

অসমীয়া শব্দ অৰ্থ | অসমীয়া অভিধান গ আখৰ

অসমীয়া শব্দ অৰ্থ | অসমীয়া অভিধান গ আখৰ

অসমীয়া শব্দ অৰ্থ | অসমীয়া অভিধান গ আখৰ
অভিধান গ আখৰ



অসমীয়া অভিধান গ আখৰ (Assamese Word Meaning)

 গেজেপনি- গছ-গছনিৰ গভীৰ অৰণ্য়।
 গেৰেলী- পেটুলী।
গেৰেউ-মাটি- পৰ্বতৰ এবিধ ৰঙা   ৰঙৰ মাটি।
 গো-চাৰণ- গৰু চৰোৱা।
 গোপন কৰ- লুকুৱাই ৰাখ।
 গোৰা- গৌৰ ৰঙ।
 গৌৰপ্ৰভা- জোনৰ পোৰে গোটেইখন পোহৰাই আৰু   জিলমিলাই পেলোৱা।
 গ্ৰাম্য়- নীচ।
 গোমঠল- গোমোঠা।
গোপনে- বেলেগে নজনাকৈ।
 গোত্ৰভিৎ- স্বৰ্গৰ ৰজা ইন্দ্ৰৰ এটা নাম।
 গোৰ্নদ- সাৰেং পক্ষী।
গেৰা- বহুত একে স্থানতে একত্ৰিত   হ।
 গুৰুদক্ষিণা- শিক্ষা শেষ কৰি শিক্ষকৰ পৰা   বিদায় লোৱা সময়ত শিক্ষকক দিয়া মাননি।
 গুণগুণনি- ভোমাৰাৰ শব্দ।
 গুম-নাম- কোনেও নজনা।
 গুৰে- না জনগোষ্ঠীৰ লোকসকলৰ মিঠা আলু।
 গুৰুবাসী- গুৰুৰ গৃহত বাস কৰি থকা ছাত্ৰ।
 গুহ্য়- কাছ।
গৃহ্য়- ঘৰ সম্বন্ধীয়।
 গেৰ্গেৰীয়া- অধিক ঠাণ্ডা।
 গোচ্ছা- খং।
গোঁজ মাৰ্- গোঁজ্ পোত।
 গোছত্ৰ- বেংছতা।
 গোপতী- গৰুৰ মালিক।
 গোপনীয় কথা- লুকাই থকা কথা।
 গৌৰীগুৰু- হিমালয়।
 গ্ৰামনী- গাৱঁৰ মুখিয়াল।
 গ্লোব- ভূ-গোলক।
গোত্ৰ- সমূহ।
 গেৰ নসৰা- একেবাৰে শিশুৰ অৱস্থা।
 গেছ লাইট- গেছেৰে জ্বলোৱা চাকি।
গূ কৰ- নষ্ট কৰ।
 গুৰুত্ব- শ্ৰেষ্ঠতা।
 গূত খৰিকা মৰা লোক- অদিক কৃপণ মানুহ।
 গৃহ সংগীত- ঘৰত বজোৱা বিশেষ সংগীত।
 গুধীয়া- গোধা।
 গুণ্গুণা- ভুন্ভুনা।
 গুগলইন্টাৰনেট ব্য়ৱহাৰ কৰা লোকসকলৰ মাজত এটা   অধিক জনপ্ৰিয় চাৰ্ছ ইঞ্জিন।
গা লৰা- কোনো কাৰ্য কৰিবৰ কাৰণে   আগবাঢ়ি যা।
 গা টেঙা- মনত কষ্ট পা।
 গাধ- ভাৰ কঢ়িয়াই ফুৰা এবিধ জন্তু।
গা খা- শৰীৰটো কচকচা।
 গা এৰা দি- সম্পৰ্ক এৰ।
 গাঁজ- হেঁচি সুমা।
 গলাৰ হাৰ- অধিক মৰমৰ।
 গৰ্ভ নিৰোধক- বাধা প্ৰদা কৰে।
গৰিহা- তিৰষ্কাৰ।
গমক- বিশ্বাসজনক।
গনাৰ- জীৱ-জন্তু চলাচল কৰা   ৰাস্তা।
 গতায়ত- অহা-যোৱা।
 গড় হিচাপ- সমজোখ।
গড়ৈমাছ- গৰৈমাছ।
 গণ্ডাংগ- গঁড়।
 গোপগৃহ- গৰখীয়াৰ ঘৰ।
 গোৰোৱা- গোৰোহা।
 গ্ৰহবিপ্ৰ- গণক।
 গেৰেউ-গেঁথেউ- লঘোন থকাৰ কাৰণে বা অধিক ভোজন   কৰাৰ কাৰণে হোৱা অসুখ।
 গুৰুতৰ্- একতকৈ মূখ্য়।
গুপ্তব্য়াধি- লুকুৱাই ৰখা   বেমাৰ।
 গীতালি- গীতৰ থুল।
 গিৰিকূট- পৰ্বতৰ মূৰ।
গিনি- আফ্ৰিকা মহাদেশত অৱস্থিত   এখন দেশ।
 গাৰ নোম নেদেখা- সন্ধিয়া হোৱা।
 গাহৰিৰ জ্বৰ- ফ্লেভি ভাইৰাছ আক্ৰান্ত হৈ গাহৰি   মৃ্ত্যু হোৱা এবিধ বেমাৰ।
 গিৰি- নাই।
 গুঞ্জৰ্- গুণ গুম শব্দ কৰ্।
 গুণনাথ- গুণেৰে ভৰপুৰ।
 গুণাধাৰ- গুণাকৰ।
গুপ্তি তৰোৱাল- আহোমসকলৰ দিনত   ব্য়ৱহাৰ কৰা এবিধ তৰোৱাল।
 গৃহকাৰক- ৰাজমিস্ত্ৰী।
 গেঁজা- হেঁচা।
গেৰা- বেয়া।
 গোচাৰ- যি স্থানত গৰু চৰুৱা হয়।
 গোপুৰ- নগৰ দ্বাৰ।
 গোপ-কন্য়া- গোৱাল জাতিৰ ছোৱালী।
 গোলাপ জল- গোলাপ ফুলৰ ৰস।
গ্ৰহ্- নক্ষত্ৰ।
গ্ৰহপতি- সূৰ্য।
গা জুকাৰি ফুৰ- আনন্দত থাকিব   নোৱাৰা অৱস্থা।
গলৌ-গপৌ- খু-দুৱনি।
গৰাকী- মালিক।
গৰভ- ভ্ৰূণ।
 গনকসিন্ধু- গংগা নদী।
 গচি- এবিধ মাছ।
 গইফল- অমিতা।
 গংগাস্নান- গংগা নদীৰ পৱিত্ৰ পানীত গা ধোৱা।
 গড়া- বাগৰা।
 গণ- বিলাক।
গণ্ড- গাল।
 গঁড়্- এবিধ জন্তু।
 গজা- অংকুৰ মেলা।
গণতি- নেওতা।
 গন্ধমৃগ- জহামাল।
 গৰখীয়া নাম- বনঘোষা।
 গলফুলা- জন্তুৰ শৰীৰত হোৱা এবিধ বেমাৰ।
 গাও- দেহ।
 গা চাই ফুৰ- সংকটৰ পৰা ৰক্ষা পৰিবৰ কাৰণে   সাৱধানে থাক।
 গাধিনগৰ- কান্য়কুব্জ।
গামী- ৰৈ থকা।
 গা ভাৰী- গৰ্ভৱতী।
 গাৱলাৱ- কাণ চুটি।
গাল পাখি- মাছৰ কাণ পাখি।
 গাৰাজ্- সৈন্য়দল।
 গিলিত- ভক্ষিত।
 গুটিমালী- বগা ৰঙৰ ধুনীয়া গোন্ধ থকা এবিধ ফুল।
 গুণ্ডক- গুড়ি।
 গুৰমাৰা- এবিধ ঔষধি লতা।
 গুৱলা- কেঁকোৰা।
গৃহ- উপাধি।
 গেন্ধাৃলি- দুৰ্গন্ধ ওলোৱা এবিধ তৃণ।
 গোটা- গোল।
গো-ৰজ- গো-ধুলি।
 গ্ৰাহক্- যিয়ে গ্ৰহণ কৰে।
 গুণিয়া- গুণ পকা।
 গুঞ্জিকা- লাটুমণি।
 গা দেখা দে- গোপনতাৰ পৰা দৃশ্য়মান হোৱা।
 গাংগি- গাঙঠি।
 গাওনি গোৱা- বদনাম কৈ ফুৰা।
গাখীৰতী বন-এবিধ বন শাক।
 গাজ্- অংকুৰ।
 গৰু- এবিধ চাৰিঠেঙীয়া জন্তু।
গৰখীয়া- এবিধ পক্ষী।
 গাং- গাওঁ।
 গাখীৰতী- বহুত বেছি গাখীৰ দিয়া গাই।
 গাল-সঁৰাহ- কমাৰ।
 গায়েনা- দক্ষিণ আমেৰিকা মহাদেশত অৱস্থিত এখন   দেশ।
 গাঁঠিৰ ধন- কষ্টৰে উপাৰ্জন কৰা ধন।
 গাউল- চোঁৱৰ।
গৰ্জন- মেঘৰ গাজনি।
 গন্ধনা- এক প্ৰজাতিৰ সৰু পিয়াজ যাৰ গোন্ধ   নহৰুৰ দৰে।
 গতায়ুস্- মৃত।
গগগতি- পক্ষী।
 গণ্ডীৰ- বীৰ।
 গজ্- পুলি হ।
 গড়ায়া- আঁতৰাই পেলোৱা।
 গণ্ডা-গণ্ডা- বহুত।
 গয়লেঙা- জীঞা।
 গৰখীয়া মেল- ল'ৰাৰ মেল।
গৰিহা খা- শাও পা।
 গা- শৰীৰ।
 গাঁতৰ এন্দুৰ- অজ্ঞাত ব্য়ক্তি।
গাৰ্হস্থ্য- গৃহাশ্ৰম।
 গিৰিকা- নিগনি।
 গুঞ্জা- এবিধ লতা।
 গুণবাচক- গুণ বুজোৱা।
 গূঢ়মাৰ্গ- মাটিৰ তলত থকা ৰাস্তা।
গেদগেদ্ কৰে- অস্থিৰ নোহোৱাকৈ।
গেলেপা- গাপ-লগা।
গোট্ খুৱা- একত্ৰিত কৰ।
 গোলাৰ্ধ- গোলকৰ আধা অংশ।
 গোলজাৰ- ধুনীয়া।
গৌৰ বৰ্ণ- ৰঙা ৰঙেৰে শুভ্ৰ কৰা   উজ্জ্বল ৰং।
 গ্ৰামমূখ- বজাৰ।
 গোপনীয়- লুকাবৰ যোগ্য়।
 গেলা-ডাৱৰীয়া- অধিক বেয়া বতৰ।
 গৃধ্ৰ- শগুণ।
 গেদেৰ-ছিন-থাৰ- সকলোতকৈ ডাঙৰ।
 গোট্-গৰু- একেবাৰে মুৰ্খ লোক।
গৃহস্বামী- ঘৰৰ মালিক।
 গুলা- গুৱালা সাপ। 
 গুণনীয়- যাক পূৰণ কৰিব লাগে।
গভাইত- ডাঙৰ অপৰাধী।
 গৰিহিত্- নিন্দিত।
 গৰুড় বাহন- এতেকে বিষ্ণু।
 গৰমি- উপদংশ।
 গন্ধবণিক- যিয়ে গোন্ধতেলৰ ব্য়ৱসায় কৰে।
 গড়কাপ্তানি বিভাগ- পূৰ্ত বিভাগ।
 গমা- নষ্ট কৰ।
গৰুড়াসন- বিষ্ণুৰ বাহন।
 গৰ্ভস্থ- গৰ্ভস্থিত।
 গাওলেম- ভেকুলী।
গা- মূৰ্- শৰীৰৰ অৱস্থা।
 গাফিল- অমনোযোগী।
 গা সাৰ্- বিপদৰ পৰা উদ্ধাৰ পা।
 গা লগা- পৰিশ্ৰম কৰ।
 গিৰীশ- মহাদেৱ।
গুৎসুক- মুঠি।
গুবং- ওহোৱা।
গুৱা-মৰি- তামোলৰ সৈতে খোৱা ভাল   গোন্ধ থকা এবিধ গুটি।
গৃহত্য়াগ- মিজৰ ঘৰ এৰা কাৰ্য।
গূঢ়াৰ্থ- গুপ্ত অৰ্থ।
গোটা-দিয়েক্- দুটামান।
 গোৰ্হাল- শাউ।
 গ্ৰহমণ্ডল- গ্ৰহসমূহ।
 গৌড়- এখন বিখ্যাত ৰাজ্য়ৰ নাম।
 গ্ৰাম পৰিষদ- গাঁৱলীয়া সভা।
 গু'থ্ৰুই- বেগাবেগিকৈ।
 গা-বন্ধী- গৰ্ভৱতী।
গাঁৰ- খান্দি পোত।
 গৰ্হনীয়- নিন্দনীয়।
 গীতমোদী- মহাদেৱ।
গু হৰা দে- বেয়াকৈ হাৰ।
 গো- আকাশ।
 গোম সাপৰ কণী আন- অতি ভয়ানক বিপদজনক কাম কৰ।   গৌৰ- বগা বৰণ।
 গাৱলগণি- দুৰ্যোধনৰ পিতৃ ধৃতৰাষ্ট্ৰৰ সাৰথি।
 গাইগুটীয়া- অখলশৰীয়া।
 গাওনি- গীত-গোৱাৰ বেচ।
গা-খাজনা- প্ৰতিব্যক্তি।
 গায়ন- ভাওনাৰ গায়ক-বাদক।
 গাভিন- গৰ্ভৱতী।
গাহৰি ভঁৰাল- গাহৰি ৰখা স্থান।
 গুদা- চলি-খৰি।
 গান্ধৰ্ব- গন্ধৰ্ব সম্পৰ্কীয়।
 গাহেন- উৰাল মাৰি।
 গিমিৰ্ট- আগৰ।
 গুৰি ধৰ্- নাৱৰ গুৰি পোনাই দে।
 গুলাল- ফাকুৱাত খেলা ফাকু।
গাংগ- গংগা সম্পৰ্কীয়।
 গম্ভীৰ- স্থিৰ।
 গলবন্ধা- গলবান্ধ।
গাওঁ-বুঢ়া- গাৱঁৰ মুখিয়াল।
 গাহিলা কৰ- পলম কৰ।
 গুণিতক- ভাগশেষবিহীন ৰাশি।
 গুৱাল্- যিয়ে গাখীৰ বিক্ৰী কৰে।
 গেম’ল’জি- ৰত্ন বিজ্ঞানী।
 গোঁগোঁ- লাটুম ঘুৰালে হোৱা শব্দ।
 গোটা-কণীয়া- ঢৌ নথকা।
গোছ ল- কৃষিৰ আৰম্ভ কৰ।
 গৃহশ্ৰম- ঘৰৰ কাৰ্য।
 গুলিয়াগুলী- দুটা গোটৰ মাজত গুলীচালনা।
গুজৰি মাছ- শিমলু।
 গালি গালাজ- কটু বচন।
 গাজা- বাঁহগাজ।
 গায়েন- উৰাল মাৰি।
 গিৰ্গিৰ- মেঘৰ দৰে শব্দ।
গাম্ভীৰ্য- গভীৰতা।
গাখীৰতে ম'হৰ খুটি- সুখতে-সুখ।
গল জুকীয়া আলু- এক প্ৰজাতিৰ   আলু।
 গাগল্- আৰি মাছৰ দৰে তাতকৈ সৰু এবিধ মাছ।
 গৰিব্- দুখীয়া।
গয়া- বিহাৰৰ এখন তীৰ্থস্থান।
 গন্ধপুষ্প- কেতেকী ফুল।
 গত- বাদ্য়যন্ত্ৰৰ নিৰ্দিষ্ট সুৰ।
 গজনাসা- ঐৰাৱতৰ কুম।
 গকুল- ভগৱান কৃষ্ণৰ ৰোমান্টিক দুঃসাহসিক   অভিযানৰ শৈশৱৰ স্থান।
গজগামিনী- স্থিৰ মহিলা।
গৰুচোৰৰৰ গংগা স্থান- অসাৰ্থক   কাৰ্য।
গল্হেঙেৰা- ডিঙিত হোৱা এবিধ   বেমাৰ।
 গাইভ- দেখা নোপোৱা।
 গহন- সোমাবৰ কাৰণে গভীৰ অৰণ্য।
গা নচুৱাই ফুল- গা-ঘেলাই ফুৰ।
 গৱেষণালয়- পৰীক্ষণালয়।
 গৰখীয়াৰ ধেমালী- টুলুঙা ধেমালী।
 গম্-গমনি- ভমভমনি।
 গন্ধৰ্ববেদ- শাস্ত্ৰ বেদ।
গড়োল- গুড়।
গজঘন্টা- ডাঙৰ ঘন্টা।
গছী- গছ-যুক্ত।
 গংগা ভৃৎ- মহাদেৱ।
 গতাওংতা- গোটাই দিওঁতা।
গণ্ডকুপ- পৰ্বতৰ গোহা।
 গৰ্ভাগ্নি- জীৰ্ণশক্তি।
 গাছুৰা বেং- পাত বেং।
 গাজি-গাজি- হেঁচি-হেঁচি।
 গৰুচোৰ- দুৰ্জন লোক।
 গল্-চেপ্- ডিঙি টিপা মাৰি ধৰ।
 গম্- চিন্ত।
 গন্ধৱাহক- বতাহ।
গতি-গোত্ৰ- স্বভাৱ-চৰিত্ৰ।
 গজাজীৱ- মাউট।
 গতনা- বুটা।
গজায়ুস- মৃত।
 গ'ল নিশা- যোৱা ৰাতি।
 গছত গৰু উঠা হোলোঙাৰে কাণ বিন্ধা- এনেকুৱা   কিছুমান কৰথা কোৱা যিবোৰ সম্ভৱ নহয়।
 গোমুখ- সিন্ধি।
 গোস্বাধী- হিন্দু ধৰ্মৰ এক উপাধি।
   গ্ৰামঘাত- গাৱঁৰ   চুৰ।
 গ্ৰেভেল- সৰু শিলগুটি।
গোস্তন- গৰুৰ ওহাৰ।
 গো-ধূলি- সন্ধিয়া।
 গোপ-বধু- গৰু ৰখা মানুহৰ পত্নী।
গোল্- বৃত্তাকাৰ দ্ৰব্য।
 গৌৰিল- বগা সৰিয়হ।
 গ্ৰাম মৃগ- কুকুৰ।
 গোহাঁইবৰুৱা- আহোম সম্প্ৰদায়ৰ লোকসকলৰ এক   বিশেষ উপাধি।
 গুৰুপত্নী- শিক্ষকৰ পত্নী।
গুদাম- বুটাম।
গিৰ- বাক্য়।
গা জিলিকা- বিখ্যাত হ।
গৰিষ্ঠ- শ্ৰেষ্ঠ।
গপাল্- অহংকাৰী।
গৰকা ধৰা- ককৰা।
 গণমুখ্য়- নেতা।
 গচক্- খচক্।
 গছ লৰিলেও গুৰি নলৰে- দৃঢ়মনা।
 গড্ডৰ- ভেড়া।
 গণ্ডোল- গুড়।
গদ্দান মাৰা- ফিতাহি মাৰি কোৱা   কথা।
 গড় প্ৰাঞ্চি- দুৰ্গ।
 গছৰ গুটি খাবা ধৰা নকবা- কোনেও গপ নোপোৱাকৈ   ধৰা নপৰাকৈ কুকৰ্ম কৰ।
গড়মিল- মিল নোহোৱা।
 গধুৰতা- ওঝনৰ গুণ।
 গলধুৰি- ডিঙি।
 গাইব কৰ- লুকুৱা।
 গাত জুই জ্বল- অধিক দুখ-কষ্ট পা।
 গাউল- মহিলাসকলে পৰিধান কৰা এবিধ বস্ত্ৰ।
 গা খাট- পৰিশ্ৰম কৰি কৰ্ম কৰি দে।
 গা দহদহীয়া লাগ- সুস্থিৰ হ।
গাঢ়া- গাঁত।
 গাজী- অংকুৰ মেলা।
 গাম- মিচিং জনগোষ্ঠীৰ লোকসকলৰ এটা উপাধি।
গুংদন- যৌতুক।
 গুণক- পূৰক।
 গুপ্তঘাটক- কোনেও নেদেখাকৈ বা কোনেও গম   নোপোৱাকৈ হত্য়া কৰা।
 গুৰুজনা- মহাপূৰুষ শ্ৰীমন্ত শংকৰদেৱ।
 গৃঞ্জন- নহৰু।
 গুৱাহাটী- অসমৰ এখন মহানগৰ।
 গেণ্ডুৱা- ঢোপ।
গেৰু-শিলা- গেৰেউ-মাটি।
 গোপীধাৰা- ৰাতি খোৱা।
 গোৰাটিকা- মইনা চৰাই।
গৌঞ্জিক- যিয়ে সোণ-ৰূপৰ অলংকাৰ   নিৰ্মাণ কৰে।
 গ্ৰামহাসক- ভনীয়েকৰ গিৰীয়েক।
 গুণসাগৰ- ব্ৰহ্মা।
 গিনি্- এটা সময়ত ব্ৰিটেইনত চলি থকা মুদ্ৰা।
 গাফিলি- মনোযোগ নিদিয়া।
 গৱৰি- বদনাম দিয়া।
 গড্ডুক- স্বৰ্ণৰ পাত্ৰ।
গঞা- গাৱঁলীয়া।
 গংগ্লেং- ৰাভা জনগোষ্ঠীৰ লোকসকে নাকেৰে বজোৱা   এবিধ বাদ্য়যন্ত্ৰ।
 গঞ্জনী- অহংকাৰী।
গড়হজম- হজম নোহোৱা।
 গণিতজ্ঞ- গণিত বিশাৰদ।
 গণ্য়-মান্য়- বিশিষ্ট।
 গদাকোঁহ- লাংচিং।
 গন্ধবহ- বায়ু।
 গমাৰী- এবিধ সুকাঠী বৃক্ষ।
 গম দে- উমান দে।
গভিয়া- ঘৰ-জোৱাই।
 গৰিষ্ঠতা- প্ৰাধান্য়।
 গৰহা গুটি- বাটলুগুটি।
গৰু খোজৰ পানী- তৰাং পানী।
 গৰ্ত- গাঁত।
 গৰ্হ্য়বাদী- পৰচৰ্চা কৰি বা বেলেগৰ বদনাই গাই   ফুৰা মানুহ।
 গাথক- গায়ক।
 গা তঙা- পুষ্ট হ।
 গা দাঙি ক- সঠিককৈ ক বা সাহস কৰি ক।
 গায়নৰ জেঙা মৰা- লেঠা মৰা।
গাৰদ- বন্ধীশাল।
 গিৰিশৃমগ- পৰ্বতৰ টিং।
 গিবি- সত্য়।
গুংগাং- মিচিং জনগোষ্ঠীৰ   লোকসকলে কৰা গণনা।
 গুণধাম- গুণময়।
 গৃহোপকৰণ- বাচন-বৰ্তন।
 গেৰেম আহু- আহু ধানৰ এটা প্ৰজাতি।
 গোঙগোঙা- নিৰ্বোধ।
গোদ্কা- গোট্কা।
গোৰিলাগি- ভৰিত ধৰি।
গোৰিকা- কুমাৰী কন্য়া।
 গ্ৰামধৰ্ম- স্ত্ৰীসম্ভোগ।
 গ্ৰেড্- গুণ।
গ্ৰহণী- এবিধ বেমাৰ।
 গোমুত্ৰ- গৰু-মূত।
 গোজিভা- আলজিভা।
 গেৰেকনি গাঁত- চুৱাপাতনি।
 গূঢ়মৈথুন- কাউৰী।
 গুৰুঘৰীয়া- গুৰু ঘৰৰ।
 গায়েব- নাইকিয়া হোৱা।
গলিয়া গলি- ইজনে আনজনক গালি পৰা   কাৰ্য।
 গৰাহে-গৰাহে- প্ৰত্য়োকটো গৰাহত।
 গৰকা- ভৰিৰে গচৰকা।
গজমুৰ্খ- হাতীৰ দৰে মুৰ্খ।
 গই- গুঁই।
 গইনা ল- আলম ল।
 গঞ্জাকাৰী- যয়ে অহংকাৰ কৰে।
 গতপ্ৰাণ- মৃত।
 গন্ধকচু- এক প্ৰজাতিৰ ভাল গোন্ধ থকা কচু।
 গম্ভীৰতা- স্থিৰতা।
গমন্- গতি।
 গৰম-গৰম- তপতে-তপতে।
 গৰ্ভজ- গৰ্ভত জন্ম হোৱা।
ৃগাঁডু- গাৰু।
 গাব- বৰণ।
 গাভৰু- ডাঙৰ লোকৰ পত্নীৰ উপাধি।
 গাৰ উমান- নিজৰ ধাৰণা।
 গিৰা- বুঢ়া।
গাইড্- পৰিচালক।
গৰম- তপত।
গৰিমাজিতা- গৌৰৱিনী।
গধীৰ- গম্ভীৰ।
গণ্ডি- সীমা।
গড়া-গড়ি- বাগৰা-বাগৰি।
 গংগণা- গগণাৰ নিচিনা বাঁহ।
 গড়মলি- কোচ ৰজাৰ কটকী।
 গণিকা- নটিনী।
 গতি-বিধি- আওভাও।
 গন্ধীয়া- অসমীয়া লোকসকলৰ এক উপাধি।
 গমনা- ৰাভা জনগোষ্ঠীৰ লোকসকলৰ বাঁহ বা ধাতুৰে   নিৰ্মাণ কৰা ততবাদ্য়।
গৰু বিচৰা দে- সকলো স্থানতে   নিৰাশাৰে সন্ধান কৰা। 
 গফুৰ- দয়ালু।
 গদহা- ওজনশীল আৰু ডাঠ।
গদিয়ান- গাদীৰ মূখ্য লোক।
 গন্ধবিৰিণা- ভাল গোন্ধ থকা এবিধ বন।
 গপগপা- তাপ বোধ কৰ।
 গণ্ডক- গঁড়।
 গজানীক- হাতী-যোদ্ধা।
 গখৰ- হাজং জনগোষ্ঠীৰ লোকসকলে কাণত পৰিধান কৰা   অলংকাৰ।
 গৰং- পানী খাবৰ কাৰণে ব্য়ৱহাৰ কৰা বাঁহৰ দীঘল   চুঙা।
গৰব চৈ- এবিধ বনৌষধি লতা।
 গমনাগমন- চলাচল।
গবা-গবে- বহু পৰিমাণে।
 গমী- ভ্ৰমণকাৰী।
 গধুলি বেলা- সন্ধিয়া।
 গছৰ পাত নলৰা- বতাহ বনলা।
 গগলা- এবিধ বেমাৰ যি হাতৰ আঙুলিত হয়।
 গংগকা- গংগাৰ এটা নাম।
 গচুৱাই- গছোৱাই।
গড়গাৱঁৰ পিছল বাট- যি স্থানত   অধিক সতৰ্কতাৰে চলিব লাগে।
 গণ্ডুপদ- কেঁচু।
 গঠনপ্ৰক্ৰিয়া- গঠনপ্ৰণালী।
গণঅয়- গণিবৰ যোগ্য়।
 গণমূল্য়- মন-কাণ।
 গঠন- ৰূপ।
 গজি- ৰাঁচত সূতা ভৰোৱা যতন।
 গগনা- এবিধ বাদ্য় যাক মুখেৰে বজোৱা হয়।
 গণ্ডুুষ- হাতৰ তলুৱাত লব পৰা পানী।
 গদা- এবিধ অস্ত্ৰ।
গন্ধ- ঘ্ৰাণ।
 গৰাকী- বিবাহ প্ৰাৰ্থী।
 গৰাসিত- গিলিবলৈ।
গৰ্ভত্ৰাস- অধিক ভয়।
 গহীনালি- গহীন স্বভাৱ।
 গান্দিনী সূত- ভীষ্ম।
 গাবুৰ- গাভৰু।
 গিদ্- বৰ্হিদ্বাৰ।
 গীতি- গান।
 গীতায়ন- বাদ্য়যন্ত্ৰ।
গাবলা- গামলা।
 গলিতনয়ন- চকুৰে দেখা নোপোৱা।
গচ্ছিত্- গটাই দিয়া।
 গ'ড- ডিঙি।
 গইৰা- দুৱাৰডলি।
 গছা- বিশ্বাস কৰি সমৰ্পন কৰ।
 গংগাটোপ- ফুলি থকা এবিধ মাছ।
 গজেন্দ্ৰ-গমন- হাতীৰ দৰে স্থিৰ আৰু গহীন খোজ।
 গঞ্জা- জুপুৰী গৃহ।
গধূলিকা- গধুলি।
 গদাধৰ- বিষ্ণু।
 গৰ্দনা- কান্ধ।
গহৰি- গাহৰী।
 গাওনি গা- বদনাম গাই ফুৰ।
 গাঁৰু- গাঁডু।
 গাড়ী- সকলো ধৰণৰ চকৰি লগোৱা হৈ থকা বাহন।
 গা বেয়া কৰ- সুস্থিৰ ভাৱ নোহোৱা। 
গাদনি-গুমৰণি- গৰ্জনৰ   শব্দ। 
গাহিয়াল- নোদোকা।
গুলুম- গপগপনি লগা।
 গুৰু-গম্ভীৰ- অত্যাধিক গুৰুতৰ বা বিষন্ন।
 গুম- হেৰাই যোৱা।
গুণ্ডিছি মুছা- কেৰ্কেটুৱা।
 গুলগুলা- তাপবোধ কৰ।
 গৃহীত- লোৱা।
 গেতে- ডাঙৰ।
 গুলজাৰ- আনন্দময়।
 গুমাৰ গুলি- দ্ৰোণ শাক।
 গুঁসংগ- গুণৰ সংগ। 
গুডুচী- আমৈলতা।
 গুৰগুৰীয়া- ফুচফুচীয়া।
গুৰ্বিনী- গৰ্ভৱতী।
গে- লেছবিয়ান।
 গুহ্য়-দ্বাৰ্- গুদ।
 গুমৰ- খঙত চিঞৰ-বাখৰ কৰা।
 গিৰ্গিৰা- মেঘৰ নিচিনা শব্দ কৰ।
 গুটিয়া নাও- ডিঙা।
 গীতৰ তা-না-না- কাজিয়াৰ মূল।
গায়ট- সাগৰৰ তলৰ অসম অংশত   উৎপন্ন হোৱা পৰ্বত।
 গা আঁজোৰ- বেলেগৰ উপযুক্ত বস্তু পাবলৈ   আকাংক্ষা।
 গীতমান- গানৰ সৈতে আৱেগ দেখুওৱা।
গুৰি যুৱত- শেহতীয়াকৈ যৌৱন   প্ৰাপ্ত কৰা।
 গুটি-ফুল- কাপোৰত ফুল তুলা।
 গা-মূৰ্ ধো- ঋতুস্নান কৰ।
 গাল্লি- ভূ-পৃষ্ঠত।
 গুঞ্জানন- কোমল মুখ।
গা খাটনি- শাৰীৰিক পৰিশ্ৰম।
গাঁঠি-কটাৰী- সৰু কটাৰী।
গলা- বনৰ স্তুপত একোৰা ডাঙৰ জুই   জ্বলা।
গয়ৰহ্- আদি।
গলধনৰ গাগৰি- মিছা গৌৰৱ যি সহজে   ভাগি পৰে।
 গাওঁ ভাং- গাৱঁৰ শান্তি।
 গা- গান কৰ।
 গতিহীন্- স্থিৰ হৈ থকা।
 গঞ্জ্- নিবিড়ভাৱে পেক কৰা হোৱা।
  গলনাংক- গলন বিন্দু।
 গিৰীখোৱা- ঘৰ ধ্বংস কৰিবৰ কাৰণে সাজু হৈ   থকা ব্য়ক্তি।
গাংগেয়- ভীষ্ম।
 গৰখীয়া সকাম- গৰু আৰু গৰু ৰখা মানুহৰ   কল্য়াণৰ  কাৰণে কৰা এক অনুষ্ঠান।
 গাঁও সম্বন্ধীয়া- তেজৰ সম্পৰ্ক নথকা একেখন   গাঁৱৰ লোক।
গৰগৰা- চিঞৰ।
 গপ্- অহংকাৰ।
 গতস্পৃহ- বাসনা শূন্য়।
গণনা- সংখ্য়া কৰা কাৰ্য।
 গতে গতে- উচিতৰূপে।
 গপ্গপনি- তাপবোধ।
 গলাগোপা- গলৰ ভিতৰে।
 গাঁওকুচ্লা- গাঁৱৰ ওচৰৰ।
 গান্ধবিৰিণা-   গন্ধ্বিৰিণা।
গুদা- খণ্ড-খণ্ড।
 গুপ্তি- লাখুটিৰ ভিতৰত সোমাই থকা অস্ত্ৰ।
 গেমেহা- বলেৰে মৰা।
 গাছবাৰী খেলা- গৰখীয়া লোকসকলে খেলা এবিধ খেল।
 গৰজিয়াছ- দেখিবলৈ বহুত ধুনীয়া।
 গজমুকুতা- হাতীৰ দাঁতত থকা এটা ডাঙৰ আৰু   উৎকৃষ্ট মুকুতা।
 গঁৰিয়লী- গাঁৰি দিয়া।
গত-লুগা- ডাঠ।
 গণ্ড- গঁড়।
 গৰাকী- নিৰ্দিষ্টবাচক প্ৰত্য়য়।
গন্ধৰ্ববিদ্য়া- সংগীত বিদ্য়া।
 গত লাগ- যেনেকুৱা হ'ব লাগে তেনেকুৱা হ।
 গন্ধাষ্টক- ভগৱানক আগবঢ়োৱা আঠ প্ৰকাৰৰ   সুগন্ধি সামগ্ৰী।
 গলৰ মণি- মৰমৰ বস্তু।
 গাওঁ খলুৱা- গাঁৱত বেলেগৰ কথা বেলেগক লগাাই   ফুৰা মানুহ।
 গা চাই খনীয়া- সঠিক জোখৰ সঠিক বস্তু।
 গ্ৰীষ্মজা- নৱমল্লিকা লতা।
গৃহযুদ্ধ- অন্তৰ্বিপ্লৱ।
 গোঁগোঁৱনি- অন্ঠ-কন্ঠবোধ মানুহৰ চিঞৰ।
 গোণ্ডফিচ- অসমৰ নদী-বিল আদিত পোৱা এবিধ মাছ।
গোফলি- গৰুৰ নেজডালৰ মূৰ অংশত   লাগি থকা চুলি।
 গোৱে পোৱে তল যা- সম্পূৰ্ণভাৱে হেৰাই যোৱা।
 গ্ৰাম্য়জীৱন- গাঁৱৰ জীৱন।
 গোধিকা- গুঁই।
 গোলোকপতি- বিষ্ণু।
গ্ৰিজ- জন্তুৰ স্নেহপদাৰ্থ।
গেদেৰিকটা   চালনী-  এটা দীঘল টিউব-ফিট কৰা চালনী।
গ্ৰামোন্নয়ন- গাঁৱৰ কল্য়াণসাধন।
গ্ৰাহ্য় কৰ- ৰাজী হ।
গোম চেলা- ওঅসমৰ অৰণ্য়ত পোৱা এক   প্ৰকাৰৰ চেলাজাতীয় পোক।
গেদগেদী- এবিধ মাছ।
গুৰিত পানী দে- কিবা কামত সফল   হবলৈ হ'লে কৰিবলগীয়াখিনি কৰিব লাগবিই।
 গেলছেমিয়াম- হালধীয়া ৰঙৰ এবিধ পদাৰ্থ।
 গুমুনী- গোম সাপৰ মাইকী।
 গুজুৰ্ কৰে- মুখৰ ভিতৰতে লাহেকৈ।
 গা মাটি কৰ- অধিক শ্ৰম কৰ স্বাস্থযৰ হানি কৰ।
গাংগাচি- গাৰো জনগোষ্ঠীৰ   লোকসকলে অৰণ্য় কাটিবৰ কাৰণে ব্য়ৱহাৰ কৰা েখন দা।
গৰখীয়া-বাদুলি- টেলটুপি চৰাই।
গগনোল্মুক- মংগল গ্ৰহ।
গঞালি- গাঁৱৰ ৰাজহুৱা   সম্প্ৰদায়।
গণবিক্ষোভ- ৰাজহুৱা প্ৰতিবাদ।
গন্ধলতা- প্ৰিয়ংগুলতা।
 গন্তা- যিয়ে গমন কৰে।
 গডু- কুঁজা লোক।
 গণ্ডস্থল- গাল।
 গৰাকী লাগ- কোনো বস্তু নিজৰ কৰি ল'বলৈ ওলা।
গাই গাই- প্ৰত্য়েকেই
গা বেজবেজা- তিহতিহাই যা।
গৰদ- এবিধ ৰেচমী কাপোৰ।
 গলউকাহি- গলৰ পৰা কৰা শব্দ।
 গাল্- শৰীৰৰ এক অংগ।
গীত-বাদ্য়- গান-বাজনা।
 গিৰিসাৰ- লো।
 গিয়ান- জ্ঞান।
 গুছুং- চুটি।
 গুপ্তধন- লুকাই থোৱা ধন।
গুৰুবাৰ- বৃহস্পতিবাৰ।
গেজেপা খা- ঠাইৰ অভাৱৰ   বাবে বহুতো বস্তু একে ঠাইতে ৰখা।
গৈৰিকবৰ্ণ- গেৰুৱা ৰঙৰ।
গোট্ মাৰ্- টান্ মাৰ্।
গোচৰ স্বত্ব- বাদাধিকাৰ।
গোনস- এবিধ সাপ।
 গোলাপী-জামু- এবিধ ফল।
 গোৰোচনা- এবিধ হালধীয়া বস্তু।
 গোলপহীয়া- কাষত ফুলৰ পাহিৰ নিচিনাকৈ গোল পাহ   থকা।
 গোট্-গোট্- পৃথক-পৃথক।
গোবৰ্ধনধাৰী- ভগৱান শ্ৰীকৃষ্ণ।
গোলাংগুল- গৰুৰ নিচিনা নেজ থকা   এক প্ৰজাতিৰ বান্দৰ।
গৌৰাংগী- গৌৰ ৰঙৰ ধুনীয়া মহিলা।
গ্ৰীষ্মকাল- গৰম-দিন।
গৌতম্- এজন ঋষি।
গুহেৰ- অভিভাৱক।
 গুৰুমন্ত্ৰ- গুৰুজনে দিয়া ভগৱানক প্ৰাৰ্থনা   কৰা মন্ত্ৰ।
 গুণান্বিত- গুণ থকা।
 গোপন্- লোকোৱা।
 গালৈ টান পৰ- জীয়ই থাকিম বুলি সম্ভাৱনা   নাইকিয়া হোৱা।
গান্ধী মাৰী হাত গোন্ধা- কুকৰ্ম   কৰি বদনামী হ।
গা-চলা- ৰক্তস্ৰাৱ হোৱা বেমাৰ।
গৰাখহনীয়া- পানী বাঢ়ি অহাৰ ফলত   নদীৰ পাৰ খহি যোৱা কাৰ্য।
গাই- মাইকী গৰু।
গায়ন-বায়ন- গায়কৰ এটা গোট
আৰু ভাওনাত প্ৰদৰ্শন কৰা   বাদ্যযন্ত্ৰৰ সংগী।
গুঞ্জাৰ- ভোমোৰাৰ গুণগুণণি।
 গান্ধৰ্ব- গায়ক।
 গাখীৰ- গে-ৰস।
 গৰকা- কেৰ্কেটুৱা ধৰিবলৈ ব্য়ৱহাৰ কৰা ফান্দ।
 গজ্গজ্- বেদনাদায়ক সংবেদন প্ৰকাশ কৰিবলৈ   ব্য়ৱহাৰ কৰা এক অনুকৰণমূলক শব্দ।
 গে'ট- ঘৰৰ পদুলিমুখ।
 গাৰ্হস্থ্য বিজ্ঞান- ৰন্ধা-বঢ়া।
গাদী- মান্য়ৱান লোকৰ আসন।
 গডুকা- পানী থবৰ কাৰণে ব্য়ৱহাৰ কৰা পাত্ৰ।
 গচ-পাত লগে নৰসা- সকলো মানুহৰ একেলগে মৃত্য়ু   নোহোৱা।
গমলা- গোমা।
 গাচিচিউ নাচ- অৰুণাচল প্ৰদেশৰ খাৱা জনগোষ্ঠীৰ   লেকসকলৰ মাজত চলি থকা এবিধ নৃত্য়।
 গাৰ্হপত্য়- সাগ্নিক।
গুণমণি- গুণেৰে ভৰপুৰ লোক।
 গৃহবিবাদ- ঘৰুৱা কন্দল।
 গুটীয়া ভকত- গুৰুৰ পৰা শিক্ষা নোলোৱাকৈ হোৱা   ভকত।
 গুপ্তকথা- লুকাই থকা কথা।
 গালো বালো খোলাকটিৰ তাল- ফলবিহীন প্ৰচেষ্টা।
 গা ব- পেট চল।
গিৰিঘৰ- ঘৰৰ গৰাকী।
 গুণানুকীৰ্তন- কোনো লোকৰ ভাল গুণাগুণৰ   আবৃত্তি।
 গা বান্ধ- কাৰোবাক ক্ষতিৰ পৰা সুৰক্ষিত কৰিবৰ   কাৰণে এটা মন্ত্ৰ পদৰ্শন।
 গলমোচৰা বৰা- বৰা ধানৰ এটা প্ৰজাতি।
 গন্ধবিৰাজ- সৰল গছৰ ভাল গোন্ধ থকা ৰস।
 গায়েন- ঘৰ চাবৰ বাবে ব্য়ৱহৃত খেৰৰ মুঠি।
 গৱচেম- ভাইফে জনগোষ্ঠীৰ লোকসকলৰ এবিধ বাদ্য়।
গৰজ- পূৰুষে পৰিধান কৰা   ধুঁতি-চাদৰ।
 গৰ খাৱৈ- দ খাল।
 গৰ্তত্ৰাস- হৃদয়ত ভয় অনুভৱ কৰা।
গাজচ্ছ্ৰ- সোণাৰীসকলে সোণ, ৰূপ   ইত্য়াদি কাটিবৰ কাৰণে ব্য়ৱহাৰ কৰা এবিধ সঁজুলি।
 গুণাট্য়- সৰ্বগুণী।
 গুৱেনডলাৰ- গুৱেনা দেশত চলি থকা মুদ্ৰা।
 গেৰ্বা- ডিমাচা জনগোষ্ঠীৰ লোকসকলে উদযাপন কৰা   এবিধ পূজা।
 গ্ৰামবাসী- গাঁৱৰ বাসিন্দা।
 গঠন - গঢ়, ৰূপ, আকৃতি
 গধূলিগোলাপ - গধূলি ফুলা এবিধ ফুল
গুঞ্জৰি - গুণ্ গুণ্ কৰি।
 গাঢ – ডাঠ(ৰং
 গতি বিধি – আও-ভাও,নিয়ম প্ৰণালী
গন্তব্যস্থান – যাবলগীয়া ঠাই
 গৰাখহনীয়া – নৈ পুখুৰী আদিৰ পাৰৰ মাটি   চপৰা-চপৰে খহি পৰা কাৰ্য।
 গুজুক-গাজাক -  গুজগুজীয়া , ফুচফুচীয়া   (মেল
 গণিকা - বেশ্যা ।
 গমাৰি - এবিধ ডাঙৰ গছ ।
 গঁৰল - ডিঙিত হোৱা এবিধ ৰোগ ।
 গঁৰাল - জীৱ-জন্তু ৰখা পিঞ্জৰা ।
গৰৈ - এবিধ মাছ ।
 গৰিষ্ঠ - সংখ্যাত অধিক ।
 গৰিব -দৰীদ্ৰ ।
গহনা - আ-অলংকাৰ ।
 গইনা - অৱলম্বন ।
 গঢ়পিট - দৈহিক গঠন ।
 গৰ্ভাধান - পৰ্ৰথম সন্তান কামনাৰে স্বামী -   স্ত্ৰীয়ে পালন কৰা অনুষ্ঠান বিশেষ ।
 গৰিবি - দৰিদ্ৰ অৱস্থা ।
 ডগধুলি - সন্ধিয়া সময় ।
গদাপানি - শ্ৰীকৃষ্ণ ।
 গণিত - অঁকবিদ্যা ।
 গৰীয়সী - মহিয়সী ।
গৰ্ভৱতী - গৰ্ভত সন্তান থকা   স্ত্ৰী ।
 গৰ্ভস্ৰাৱ - অকালতে ভ্ৰূণ নষ্ট ।
 গলি - ঠেক পঠ ।
 গহনা-গাঠৰি - আ-অলংকাৰ 
 গমিৰি - এবিধ ধান ।
গতায়ুস - আয়ুস শেষ হোৱা ।
গধুৰ - ওজন ।
গাঁথনি - গঁথা কাৰ্য ।
 গণক - জ্যোতিষমতে ।
 গাঁথনি - গঁথা কাৰ্য ।
গাঁৰ - বিষযুক্ত ডাঙৰ গছ ।
 গাঁত - মাটিত খান্দি কৰা সৰু আকাৰৰ দ অংশ ।
 গিলাচ - পি খাবলৈ ব্যৱহিত চুঙাকৃতিৰ পাত্ৰ ।
 গূ - মল ।
 গুটিয়া - মুঠি মুটিকৈ বন্ধা ।
 গিৰীন্দ্ৰ - হিমালয় ।
 গীটাৰ - এবিধ বাদ্যযন্ত্ৰ ।
গাৱঁলীয়া - গাওঁ সম্পৰ্কীয় ।
 গা টঙা - ভাল অৱস্থালৈ আহ ।
 গান্ধাৰী - ধ-তৰাষ্টৰ পত্নী আৰু দুৰ্যোধনৰ   মাতৃ ।
গুচ্ছ - একেজাতীয় বস্তুৰ থুপ ।
গাঁঠি - ৰছীৰ বান্ধ ।
 গন্ধৰ্ব বিবাহ - দৰা - কইনাৰ মতত গোপনে   সম্পন্ন হোৱা বিবাহ ।
 গাভিনী - গৰ্ভবতী ।
 গা - মুৰি - এঙামুৰি ।
 গাম্ভীৰ্য - গম্ভীৰ স্বভাৱ ।
 গীতাঞ্জলি - গীতৰ অঞ্জলি ।
গাঁথনি - এটাৰ গাত আন এতা দি   সংযোগ কৰা কাৰ্য ।
 গাঁঠয়ন - বহুত গাঁঠিযুক্ত এবিধ সুগন্ধী শিপা ।
 গাথা - কাহিনীপ্ৰধান কাব্য ।
গাঁজ - সুৰুঙা নথকা ।
 গৃহস্থী- ঘৰ-সংসাৰী ।
 গুৱামৰি- চফগুটি ।
 গুৰ - কুঁহিয়াৰ ৰসৰপৰা প্ৰস্তুত কৰা এবিধ   খাদ্যবস্তু ।
 গেঁঠু - এবিধ সৰু মাছ ।
গেন্ধালি - বগা ফুলৰ ।
গোঁজ - হেঁচি সুমোৱা ।
গুনাহ - অপৰাধ ।
গুণিতক - হৰণ কৰিলে ভাগশেষ নথকা   ৰাশি ।
গৃহিণী - ঘৰৰ মূল তিৰোতাগৰাকী ।
গেৰো - গেঁথো - কৰোঁ - নকৰোঁ   ভাৱ ।
 গেঞ্জি - বনিয়ন ।
 গেঁঠেলা - নিসিজি টান হৈ ৰৈ যোৱা ।
 গোছ - প্ৰথমে ৰোৱা কঠীয়াৰ মুঠি ।
 গোছা - কঠিয়াৰ মুঠি ।
 গেথু - এবিধ লাহী ধান ।
 গোলাম- দাস ।
গোঁজ – জেওৰাৰ বাবে পোতা গছৰ   কেঁচা ডাল ।
 গজালি – পোখা ।
 গোহাঁই - বিশেষ উপৰাধি ।
গেৰেকনি  - উচ্ছিত বস্তু   পেলোৱা ঠাই ।
 গুপুত - যিটো গোপন কৰি ৰখা হৈছে ।
 গুড়ি - চালনী - গুড়ি বস্তু চালিবলৈ ব্য়ৱহৃত   চালনী ।
 গুপ্তবেশী - চদ্মবেশী ।
 গুৰুত্ব - ছদ্মবেশী ।
 গুলীয়াগুলি - পৰস্পৰৰ গুলী নিক্ষেপণ ।
গঁতা - মানে গলধনত ধৰি হাতেৰে   ঠেলা মৰা।
 গঁঠীয়া - মানে বহুত বেছি গাঠি ঠকা।
 গউৱা - মানে গৰু।
গঁড় - মানে হাতীৰ নিচিনা   কিন্তু তাৰ শুৰ নাই।
 গইনা - মানে ৰক্ষা কৰা ঠাই।
 গঁতিয়া - মানে ডিঙিত ধৰি ঠেলা মৰা কাৰ্য।
 গঁৰল - মানে ডিঙি ফুলি অহা ৰোগ।
 চুম্বী - মানে আকাশ স্পৰ্শ কৰি থকা।
গছ - মানে মাটিত গজা এবিধ   উদ্ভিদ।
 গছমূৰ্খ - মানে মূৰ্খ বা অজ্ঞানী।
 গছোৱাই - সহজতে গছত উঠিব পৰা।
গছা - মানে ছাকি থৈ দিবৰ বাবে   কৰা যতন।
 গগল - মানে আঙ্গুলীত হোৱা এবিধ ৰোগ।
 গজৰ - মানে সন্তোষ নোহোয়া।
 গজা - অঙ্কুৰীত হোৱা।
 গগনা - বাঁহৰে বনোৱা মুখেৰে বজোৱা এবিধ বাদ্য।
 গকতি- উকুটিয়াই।
 গণনীয়- মান্য়।
গঢ়া- নিৰ্মাণ কৰা।
 গণদীক্ষা- গণশিক্ষা।
 গতিৰোধ- গৈ থকা।
গঞ- শৰীৰ।
 গজ-গতি- হাতীৰ দৰে গম্ভীৰ গতি।
 গছা- দীপাধাৰ।
 গণনা বিধি- গণনা পদ্ধতি।
 গড়গাৱঁৰ কথা শুনি তল যা- কোো আচৰিত ঘটনা বা   কথা শুনি আচিৰত হোৱা।
 গঢ়বঢ়- খেলিমেলি।
 গতৱৈৰ- শত্ৰুতা নথকা।
গপ্গপ্ কৰে- ভিতৰি ভিতৰি পুৰি।
 গন্ধপত্ৰী- অশ্বগন্ধা।
 গঢ়ে-পিটে- আকাৰ-প্ৰকাৰ।
গজপুৰ- হস্তিনাপুৰ।
 গজ্মূৰা- খাইমূৰা।
 গংগ্ৰায়- পানীলগা।
 গগণপথ- আকাশ মাৰ্গ।
 গউৱা- গৰু।
 গলা- ডিঙি।
 গৰ্মি- উপদংশ।
গাওঁ পৰিষদ- গাওঁ সভা।
 গাইন- উলু খেৰৰ মুঠি।
 গাছআ- মাটিৰ গছা।
গাচা- টেঙা।
 গান্দি- কৱয়।
 গাথা- প্ৰাকৃত ভাষাত লিখিত কবিতা।
 গালৈ চোঁচা ল- আক্ৰমণ কৰিবৰ বাবে সাজু হ।
 গুড়ীয়া- মেৰিয়া।
গুটি শস্য়- খেতিৰ পৰা উৎপত্তি   হোৱা শস্য।
গুণনি- চিন্তা।
গুণহীন্- গুণ নথকা।
 গুলাল্- এবিধ পুষ্প।
 গৃহীত ব্য়ৱস্থা- গ্ৰহণ কৰা ব্য়ৱস্থা।
গৃহকলহ- ঘৰুৱা কাজিয়া।
 গেদেৰ- বৃহৎ।
 গোঁজ্- দীঘলীয়া খুঁটি।
 গেহেৰা- নোদোকা।
 গো মুখী- বিশেষ নদী।
 গোষ্টি- একত্ৰিত হোৱা কাৰ্য।
 গ্ৰন্থাগাৰ- পুথিভঁৰাল।
গ্ৰীৱী- দীঘল ডিঙিৰ জন্তু।
 গ্ৰাহ্- ঘঁৰিয়াল।
 গ্লুক'জ- ফলজ শৰ্কৰা।
গোপীকান্ত- ভগৱান শ্ৰীকৃষ্ণৰ   অন্য় এটা নাম।
 গৈৰেয়-আলকাতৰা।
 গ্ৰাস কৰ- গিল।
 গো দুগ্ধ- গৰুৰ গাখীৰ।
 গোপিকা- গোপ মহিলা।
 গোপালপৰীয়া ঠাঙনি- এক প্ৰজাতিৰ শালি ধান।
 গ্ৰন্থিপৰ্ণ- এবিধ আতৰ।
গ্ৰন্থকীট- কিতাপ কুটি নষ্ট কৰি   পেলোৱা এবিধ পোক।
 গ্ৰীমবুদা- ৰাভা জনগোষ্ঠীৰ লোকসকলে পালন কৰা   শাৰদীয় উৎসৱ।
 গেলি- কাৰণে।
গৃহবাস্- ঘৰবাস।
 গুণাংক- কোনো পদাৰ্থৰ গুণ বুজোৱা ধ্ৰুৱক ৰাশি।
 গুটি-দাণ্ডা- টাং-গুটি।
 গু'ৰান- শুকান।
 গাহৰি- বৰা।
গামাডী- পাৰ্বতী।
গাঙঠ নাম- গাঙঠি হ।
গা ছোঁ- কিলা।
গাইৰা- এলেহুৱা।
গলৰাৱ- কথা-বতৰা।
গৰুড়্- বিষ্ণুৰ বাহন।
 গল্হেঁকাৰি- ডিঙিৰ পৰা কৰা ধ্বনি।
 গাজ্- মেঘৰ দৰে শব্দ কৰ।
 গা ঘৰ- নিজৰ ঘৰ।
 গাদিগুদা- বাঁহৰ সৰু সৰু চুকুৰা।
 গাত্ৰ- শৰীৰ।
 গায়ত্ৰ- গীত।
গাহান- নাটক।
 গালিচা- দলিচা।
 গাৱাল্- গা-ডাঙৰ।
গিলাপ- চাদৰ।
 গিৰাচী- দেউৰী জনগোষ্ঠীৰ লোকসকলৰ আইনাম।
 গুড়ি গুড়ি- খোজে কোজে গৈ।
 গুটিকা- বৰ আইৰ জোলা।
 গুৰুৰা- ঘঁৰিয়াল।
 গুলিস্তান- বিভিন্ন ফুলৰ বিশেষ বাগিচা।
 গেবাৰী- দাসৰ কৰ্ম।
গোভৃৎ- পৰ্বত।
 গোপিনী- গোপ নাৰী।
 গোৱাল- গোহালি ঘৰ।
গ্ৰীণ ৰুম- চোঁ ঘৰ।
 গুজু- উচ্চতা।
 গুড় চেলেকুৱা- ফউচুলোৱা।
 গুণ্ডা- দুৰ্বৃত্ত।
 গুণশালী- গুণী।
 গুৱাটেমেলা- উত্তৰ আমেৰিকা মহাদেশত থকা এখন   দেশ।
 গৃহ্য়- ঘৰুৱা।
গৃহমণি- চাকি।
 গূৱনি- লেতেৰা স্থান।
 গেমেহা- কেঁচা আৰু ওজনৰ।
গোবৰ্- গোময়।
 গোষ্ঠ- বৃন্দাবন।
 গ্ৰস্ত- ভুক্ত।
 গ্ৰীল- দুৱাৰ।
 গুটিয়া- মুঠি মুঠি।
 গুৱাৰী- গুৱালী।
 গুলি- গৰু ৰখা ঘৰ।
গোবান্ধ্- বেয়া।
 গোষ্ঠ- গোহালি।
 গুটি-ধান্- মৰা ধান।
গুটি- বসন্ত ৰোগ।
 গামপা- ৱাংচু জনগোষ্ঠীৰ লোকসকলৰ পুৰোহিত।
 গামোচা চেৰুৱা খেল- এবিধ অসমীয়া খেল।
 গৰুৱা- বাকলি নথকা এবিধ ডাঙৰ মাছ।
 গৰিমাৱতী- মহান।
 গৰু পাল- গৰুৰ জাক।
 গলমণি- হাতীৰ ডিঙিৰ ফুটুকা।
গাছ-পালহা- গছ-পাত।
 গান পাউদাৰ- এবিধ বিস্ফোৰক পদাৰ্থ।
 গাহাম- ভাল।
গিলা- বোৰ।
 গুল্তি- কেটেপা।
 গৃহমৃগ- কুকুৰ।
 গেমাৰ- গেম খেলা লোক।
 গোমি- বাইকৰ গীৰিয়েক।
 গোলাঘৰ- গোহালি।
 গ্ৰীৱা- ডিঙি।
গুটীয়া- অধিক গুটি থকা।
 গুটীয়া বন্ধনী- একক বন্ধনী।
 গুণবৃক্ষ- ভেড়া বা ছাগলী বান্ধিবৰ কাৰণে   ব্য়ৱহাৰ কৰা খুটা।
গুলীচালনা- বন্দুকৰ দ্বাৰা গুলী   মাৰা।
 গোফ- মহাৰাষশ্ট্ৰত প্ৰচলিত এবিধ লোকনৃত্য়।
 গোলাপী- গোলাপ ফুলৰ নিচিনা পাতল গুলপীয়া।
 গোলোক নাথ- নাৰায়ণ।
 গ্ৰন্থসন্ধি- পুথিৰ বিভাগ।
গাৰ্হমেধ- ঘৰৰ গৰাকীৰ কাৰণে   উপযোগী যজ্ঞ।
গাগিনী- অসমৰ অৰ্যমত পোৱা এক   প্ৰজাতিৰ পৰুৱা।
গন্ধনালী- নাক।
 গতসত্ব- মৃত।
 গৰ্ণ- গল।
গলন- তাপদ্ৰৱণ।
 গাজনি- মেঘৰ ধ্বনি।
 গানা- চকুৰে দেখা নোপোৱা।
 গাদিল- গধুৰ।
 গুণ্- স্বভাৱ।
 গুণজিৎ- পৰম গুমী।
 গুৱানিডিন- প্লাষ্টিক।
গৃহী- এটা ঘৰ আৰু পৰিয়ালত   বাস কৰা।
 গেবাৰ্- বন্দী।
 গোঁগোঁ কৰে- খঙেৰে বেগাই।
গোবৰণি- বহুত গোবৰ থকা স্থান।
 গোলাম্- দাস।
 গ্ৰন্থন- গাঁথনি।
 গ্ৰাহ্- গিল।
 গূঢ়বৰ্চা- ভেঁকুলী।
 গেন্ধেলা- বেয়া।
 গুল-বদন- গোলাপ ফুলৰ নিচিনা কোল শৰীৰ।
গুল্ম- সৰু জোপোহা বৃক্ষ।
 গৃহাগত- ঘৰলৈ অহা আলহী।
 গেন্ধাই ফুল- নাৰ্জি ফুল।
গৈ থৈ- অৱশেষ।
 গ্ৰীণ-হীাউছ- সেউজ গৃহ।
 গৃহহীন- ঘৰ নথকা।
 গুলবাগ- গুলাপ ফুলৰ বাগান।
 গুটি-সাঁহ্- বসন্তৰ ঘাৰ দাগ।
 গুড়লং- লালীৰ দাৰা প্ৰসুত কৰা মদ।
 গুণিন- গায়নৰ দল।
গুৰি কঁঠাল- অধিক শকত মানুহ।
 গুৰু- শিক্ষক।
 গুৱাক- তামোল গছ।
গৃহাপিকা- জেঠী।
 গোঁ- ৰোহ।
 গো-ধন- গো-সম্পত্তি।
 গোঠহি- গোটে গোটে।
 গোপীযন্ত্ৰ- একতাৰা।
গোনা- খোজ্।
গেষ্ণ- উদ্গাতা।
গেমছ- কম্পিউটাৰৰ গেম।
গৃহস্থ- ঘৰৰ গৰাকী।
গুলৈ- পচা বস্তু থকা।
গুন্ঠন- ওৰণি।
 গুড়-মাটি- অনিষ্ট হোৱা।
গায়াকাৰ- গায়ক।
 গামাবা- লোকচান।
 গান্ধ- গাধ।
 গৰুড়াংক- বিষ্ণু।
 গতি হ- মুক্তি পা।
গঞ্জ- লাগজত পেলা।
 গগণচৰ- যি উৰি ফুৰে।
 গঁতিয়া- ঠেলা মাৰ।
গতেৰে- দৰণে।
 গতা- সৰু বামি মাছ।
 গপ্- মনে মনে ভাবি চা।
 গৰ্গ- এজন ঋষিৰ নাম।
 গৰুড়কেতু- বিষ্ণু।
 গৰুত্না- জটায়ু পক্ষীৰ জ্য়েষ্ঠ ভাতৃ গৰুড়   পক্ষী।
 গাংবুঢ়া- গাৱঁৰ মুখা।
গানৰ কলি- গীতৰ পদ।
 গা হ- লগা হ।
 গাৱে গাৱে- প্ৰত্য়েক।
গিলিপ্- আচ্ছাদন্।
 গুৰি শকত- ক্ষমতা থকা লোকৰ পৰা সহায় পোৱা।
 গুল্ম- সৈন্য় বাহিনীৰ এটা বিভাগ।
 গৃহস্থালি- গৃহাশ্ৰম।
 গোবাট- গোশালা।
 গ্ৰহপতি- গ্ৰহ সঞ্চাৰ।
 গ্ৰীষ্ম- তাপ।
গৰুৰ গা ধুউৱা হালধি- হালধিৰ   দৰে এবিধ বন হালধি।
 গলা- দ্ৰৱ কৰ।
 গলদ্- খলগ্ৰহ।
দ'লব্ৰত- ময়ুৰ চৰাই।
 গাওঁবুঢ়া- এক প্ৰজাতিৰ আহু ধান।
 গাংগেয়- গংগা বিষয়ক।
 গাছ- গছ।
 গা সাৰ- প্ৰৱস হ।
 গুন্ঠিত- আবৃত।
 গুলুঞ্চ- থোপা।
গৃহাশ্ৰম- গৃহবাস।
 গেন্দী- ছোৱালী।
 গেহেৰা- সাংঘাতিক।
গোড়া- ধৰ্ম মানি চলা।
 গোব্ৰজ- গোশালা। 
 গুজব- আচৰিত কথা।
 গুণ দে- সুফল দে।
 গুন্দূৰ গুন্দূৰ- পিটপিটকৈ।
গুৰুৱা- অধিক।
গৃহদাস- ঘৰুৱা চাকৰ।
গেজ- গৰুৰ  পিঠিৰ চুট।
 গৃধু- কামদেৱ।
 গেল- গ'ল।
গোট- দল।
 গোচল- স্নান।
 গোপীত- খঞ্জৰী পক্ষী।
 গোমোলা- মেঘৰ দ্বাৰা ঢকা।
 
 গোৱালী-পাৰা- গোকুল।
 গ্ৰীচ- ইউৰোপ মহাদেশত অৱস্থিত এখন দেশ।
 গুন্ড্ৰক- নেপালী জনগোষ্ঠীৰ লোকসকলে সৰিয়হ আৰু   লাই পাতৰ দ্বাৰা প্ৰস্তুত কৰা বিশেষ চাটনি।
গুলছন- ফুলৰ বাগান।
গৃহস্থী- গৃহস্থালি।
গেন্দা- ল'ৰা।
 গেণ্ডা- গঁড়।
 গেঁথনি- কেঁকনি।
গৈৰিক- পৰ্বতত উৎপত্তি হোৱা।
 গোডুম্ব- তৰমুজ।
 গোবশা- বাজি গাই।
 গোৱাইল ঘৰ- গোহালি।
 গৰুৰ খোটা- খুট।
গৰুগাড়ী- গৰুৱে টনা গাড়ী।
গন্ধে- সতে।
গন্ধমূষী- চিকা।
 গন্ত্ৰী- গৰুৰ গাড়ী।
 গৰুবাট- গোবাট।
গলবস্ত্ৰ হ- ডিঙিত গামোচা লৈ   সেৱা কৰ।
 গা চেকেৰা- অকস্মাতে বেয়া কথা শুনি অবাক হ।
 গান- উৰাল মাৰি।
 গা থা- থাউনি পা।
 গা-মুৰি- প্ৰতিজনক।
গা- গাৰ মানুহ।
গাহন- গীত।
গিল্- ভক্ষণ কৰ।
 গুড়- হাতীৰ বৰ্ম।
 গুণ্ডামি- দুৰ্বৃত্তৰ গুণ।
গুৱা- তামোল গছৰ ফল।
 গেম'ল'জি- ৰত্ন বিজ্ঞান।
 গেলাত-টেঙা দে- বহুততে কষ্ট দে।
 গোৱাল- যিয়ে গৰু ৰাখে।
 গ্ৰন্থি- গাঁঠি।
 গ্ৰীকলা- সতৰ্ক।
 গোপীকাৰঞ্জন- শ্ৰীকৃষ্ণ।
গোৱা- পাৰ কৰ।
 গ্ৰহ- অধিকাৰ।
 গ্ৰন্থ- পুথি।
গৌপ্তেয়- অবৈধ সন্তান।
 গোলাই- অলপ ঘূৰণীয়া।
 গোবৰ্ধন- বৃন্দাবনত থকা এটা পৰ্বত।
 গো-শালা- গোহালি ঘৰ।
 গোলা- বৃহৎ গোলী।
 গ্ৰিবো- একৰতম তাচখেল।
 গ্ৰাবাব- টেঙা।
গ্ৰামিক্- গাৱঁলীয়া।
 গেহ- ঘৰ।
 গেলা- গলিত্- কৰ।
গে্ধেমা- গদহা।
 গুটিকা- গুটি।
 গুটীয়া- অকলশৰীয়া।
 গুঞ্জ- কুণ়্ল।
 গিল্ডাৰ- নেডাৰলেণ্ডত চলি থকা মুদ্ৰা।
গিলি মৰা- গালি অৰ্থত ব্য়ৱহাৰ   কৰা।
গা সাতখন-আঠখন কৰ- আনন্দত থাকিব   নোৱাৰা হ।
গাম- গছৰ আঠা।
গা-নৰিয়া হ- গৰ্ভৱতী হ।
গলপতা- মহিলাই ডিঙিত পৰিধান কৰা   এবিধ অলংকাৰ।
গাই- স্বয়ং।
 গা ঘেলাই ফুৰ- একো কাম নকৰি ঘূৰি ফুৰ।
 গান্দিনী- কাশীৰ ৰাজকুমাৰী।
 গায়ক্- য়িয়ে গান গায়।
 গামচা- গামোছা।
 গাধেয়- বিশ্বামিত্ৰ।
  গা-সৰু- লাহী।
গালৱ- এবিধ বৃক্ষ।
 গিৰিসূতা- পাৰ্বতী।
 গিৰি- ধনী। 
গুডু গুডু খেলা- হাডু-ডু খেলা।
 গুণী- গুণ থকা।
 গুণলতা- গুণময়ী।
 গুৰিগোষ্ঠী- বংশ পৰিয়ালৰ প্ৰধান।
 গুৱাটোকৰা- এবিধ বনৰীয়া পক্ষী।
 গৃহিনী- ঘৰৰ গৰাকীৰ পত্নী।
 গেন্ধাই ফুল- নাৰ্জিফুল।
গোভীয়া- তিৱা জনগোষ্ঠীৰ লোকসকলৰ   মাজত কোনোল'ৰাক ঘৰজোঁৱাই কৰি ৰখা।
 গ্ৰীটিংছ কাৰ্ড- শুভেচ্ছা-পত্ৰ।
 গো-মূৰ্খ- গৰুৰ দৰে মুৰ্খ লোক।গেহিনী- ঘৰনী।
গেণ্ডুৱা- ঢোল।
 গুলীয়া- গুলীৰে আঘাত কৰ।
 গুৰ্- গুড়।
 গিৰ্গিৰনী- মেঘৰ দৰে শব্দ।
 গামা- গ্ৰীক বৰ্ণমালাৰ নম্বৰৰ আখৰ।
 গাজত লগা- হৃদয়ত লগা।
 গাওঁ-পৰীয়া- গাৱঁলীয়া।
গলদংকা- গলঢকা।
 গৰুড়-ধ্বজ- নাৰায়ণ।
 গপচ- দেখিবলৈ ধুনীয়া।
গতা- শোধাই দি।
 গণপতি- গণেশ।
 গণকী- গণকৰ পত্নী।
 গজমূল- শিৱ-পাৰ্বতীৰ পুত্ৰ গনেশ।
 গগনাম্বু- বৰষুণ।
 গতিশীল- জংগম।
 গন্ধপাত- তেজপাত।
গৰজী- অভাৱত পৰা।
 গয়ো- গ'ল।
 গৰখীয়া তমাল- এবিধ ওখ বন।
গৰু মৰা- দীঘল আৰু বহল   পাতৰ সৈতে এটা সৰু আকাৰৰ নিম্নমানৰ উদ্ভিদ।
 গখ- গচক।
 গজদন্ত- হাতীৰ দাঁত।
 গজ্- ঐৰাৱত।
 গণনায়িকা- দুৰ্গা।
 গণ্- সমূহ।
 গৰু হৈ ঘাঁহ খা- মুৰ্খ হৈ মুৰ্খৰ কৰ্ম ক।
গল ব্লাডাৰ- পিণ্ডকোষ।
 গাওঁখানে- নেপালী জনগোষ্ঠীৰ লোকসকলৰ সাঁথৰ।
 গাচা- ঘা।
গান্ধপাণ- বিশেষ সুন্গন্ধি পাণ।
 গাহিলা- গাৰ ওজন হোৱা।
 গুড়ি- গুড়া।
 গুতেৰে- ঢাল।
 গুৰিতে কাট- আৰম্ভণিতে নষ্ট কৰ।
 গোড়ে- ভৰিৰ গেৰুৱালৈকে।
 গোতমী- গৌতম ঋষুিৰ পত্নী অহল্য়া।
গোপীকামোহন- শ্ৰীকৃষ্ণ।
 গোষ্ঠী- বংশ।
 গ্ৰহচিন্তক- জ্য়োতিষী।
গৌৰীমোহন- মহাদেৱ শিৱৰ এটা নাম।
 গ্ৰাম্য়সুখ- মৈথুন।
 গ্ৰামঘোষী- ইন্দ্ৰ।
 গ্লেয়- গ্লানিযোগ্য়।
 গ্ৰন্থচাহেব্- শিখ ধৰ্মৰ ধৰ্মগ্ৰন্থ।
গোলাপী-আতৰ- গোলাপ ফুলৰ পৰা   প্ৰস্তুত কৰা সুগন্ধিমূলক আতৰ।
গেন্দেহ নকৰ- ভ্ৰূক্ষেপ নকৰ।ট
গেলা-পচা- গেলি নষ্ট হৈ পৰা।
 গোট্ খা- লগ লাগ।
 গোটা-খাৰ- এবিধ টুকুৰা খাৰ।
গো মুিখ- গৰুৰ মুখ।
 গ্ৰামজ- গাৱঁত জন্ম।
 গা-সূতা- কাপোৰ কানি ববৰ কাৰণে ব্য়ৱহাৰ কৰা   সূতা।
 গাভৰু- যুৱতী।
 গানাং- চহকী।
 গাগড়ী- ঘাগড়া।
 গহাল- গৰু ৰখা ঠাই।
গৰুড়াগ্ৰজ- অৰুণ।
 গণনা পৰীক্ষা- হিচাপ পৰিদৰ্শন।
 গকটা- তিতা-কেঁহা।
গংগিকা- গংগাৰ এটা নাম।
 গঢ়-শালি- কঁহাৰ শাল।
 গতিপথ- গমন পথ।
 গতপ্ৰভ- শেঁতা।
 গৰু পঘা- গৰু বান্ধিবৰ কাৰণে ব্য়ৱহাৰ কৰা ৰচী।
 গলফুটুকা- গলমণি।
 গবয়- এবিধ ষাড়।
গাং- নদী।
 গাঁউতি- এবিধ বেমাৰ।
 গা চেৰা- কোনো সংকটৰ আগজাননী পা।
গানল্লাছা- কান্ধুলী মাছ।
 গায়নৰ বৰ ঘেতা- অধিক কোলাহল।
 গাৱৰুৱা- গাভৰু।
 গীতা- শ্ৰীমদ্ভাগৱত গীতা।
 গুঞ্জ- গুণ গুণ কৰ।
গুটা টান্- গুটা প্ৰস্তুত কৰ্।
গুৰি-কথা- কোনো বিষয়ৰ আদি।
গুলঞ্চ্- এবিধ ফুল।
গুমৰাং- ঘোঁৰা।
গুৰি কাট- গছৰ মূলত কাট।
গুনী আছ- এক প্ৰজাতিৰ আহুধান।
 গুলপীয়া- গোলাপ ফুলৰ দৰে ৰংযুক্ত।
 গুড়া- চূৰ্ণ।
 গুটি গুটি- ক্ষুদ্ৰ ক্ষুদ্ৰ।
 গিলিমডি- ঘাম।
 গালিৰ খাহ- নিতৌ গালি খোৱা মানুহ।
 গান- গীত্।
গালিশপনি- গালি আৰু শাও।
 গুড়্- মিথৈ।
 গুণাৱলী- গুণৰ সমষ্টি।
গুণৱন্ত- জ্ঞান বিদ্য়া থকা।
 গুৰণি- পাৰাগুৱে দেশত চলি থকা মুদ্ৰা।
 গা-চালি- লৰালৰি কৰ।
 গাঁৰি কৰ- গা ধৰ।
 গাঁৰি ধৰ- দেহ বলৱান হ।
 গলতি- ভূল।
 গভীৰতা- নিম্নতা।
গবজ- হৃদয়ত ৰখা কপট।
 গমিৰি- এক প্ৰজাতিৰ ধান।
 গৰিহয়- গৰিহণা দিয়া।
গৰমকালি- গ্ৰীষ্মকালি।
 গলঙী- ডিঙি ফুলি উঠা।
 গৰ্দন- গলধন।
 গয়- এজন বীৰ বান্দৰ।
 গধমা- ডাঠ।
 গণ্ডপ্- বৰ কথা।
গডুৱা- গোৰোহা।
গণ্প মাৰ- গৰ্ব কৰি কথা ক।
 গৰু ঘৰ- গোহালি।
 গৰিবী- দৰিদ্ৰতা।
গৰ্ভাশয়- মনৰ ভাৱ।
 গাই-বাই-চা- কান্দি কুটি যা।
 গাগৰি- আশ্ৰয।
 গাত লগা- আপোন।
 গামফুলা- মাছ ধৰিবৰ কাৰণে ব্য়ৱহৃত এবিধ   সঁজুলি।
 গালিনী- হাতৰ এবিধ মুদ্ৰা।
 গিৰ্দ্ধ- শগুণ।
গ্ৰামদেৱতা- গাৱঁৰ ইষ্টদেৱতা।
 গ্ৰহনায়ক- সূৰ্য।
 গোস্ত- মাংস।
গোপীনাথ্- ভগৱান শ্ৰীকৃষ্ণ।
 গোলাকাৰ্- ঘূৰণীয়া।
 গৌতম- এক প্ৰজাতিৰ ধান।
 গ্ৰস- ভক্ষণ কৰ।
 গ্ৰাৰ্ড- কথা।
 গ্ৰহযুতি- গ্ৰহৰ সংযোগ।
 গ্লিচাৰিন্- এবিধ জুলীয়া পদাৰ্থ।
গ্ৰীষ্মমণ্ডল- গ্ৰীষ্মপ্ৰধান   দেশ।
 গ্ৰহৰাজ- বৃহস্পতি।
 গ্ৰাম্য়তা- চহা গুণ।
গ্ৰাফ- লেখাংকন।
 গ্ৰন্থকুটী- পুথিভঁৰাল।
 গোষ্ঠীপতি- কোনো বংশৰ মূখ্য মানুহ।
 গোৰি- ধুনীয়া মহিলা।
 গোল- বৃত্ত।
 গোময়্- গোবৰ।
 গো-বৎস- গৰু পোৱালী।
গোনাথ- মাটিৰ গৰাকী।
 গেন্ধুৱা- গোন্ধ পাবলৈ দে।
 গৃহাৰম্ভ- ঘৰ নিৰ্মাণ কাৰ্যৰ আৰম্ভণি কৰা।
গুহাচাৰ- ব্ৰহ্মা।
 গুচ্ছপত্ৰ- তালপাত।
 গা লাগি কৰ- মন দি কৰ।
 গাম্বিয়া- আফ্ৰিকা মহাদেশত অৱস্থিত এখন দেশ।
 গাবুৰ- যুৱক।
গা জুৰা- সুখ দে।
গাছি- বাওঁধানৰ দৰে বাৰিষা কালত   সিঁচা এক প্ৰজাতিৰ ধান।
গাংগেলা- ককিলা মাছ।
 গৱ্য়- গৰুৰ পাল।
 গলবেৰা- ডিঙিত হোৱা এবিধ বেমাৰ।
গাই-পতি- প্ৰত্য়েক জনৰে।
 গাঁড়্- গাঁৰ।
 গা-গছ্- গছৰ ডাল-পাত নথকা অংশ।
 গা ডাহৰৃ ডাঙৰ গাযুক্ত।
 গা ধুব লাগে- ফুৰা হ।
 গা বাজ- গালৈ গম আহ।
 গা-মুৰি- এঙামুৰি।
গাত কাপেৰ ল- পাত গাভৰু হ।
 গা-গছে- ওখই-ডাঙৰে।
 গাওঁ- গ্ৰাব।
গলতি- গঁতা।
 গৰিমা- অহংকাৰ।
 গলগণ্ড- গঁৰল।
 গাইনেৰ গীত- নেপালী জনগোষ্ঠীৰ লোকসকলৰ বিয়াত   গোৱা গান।
 গহনা- অলংকাৰ।
 গা-গধুৰ- এলেহুৱা।
 গাত গোসাই নাই- বিতত হ।
গা ধৰ্- শকত হ।
 গাতা- গাঁত।
 গান্ধৈ- ভঁৰালৰ আগ ভাগ।
গায়ত্ৰী- ঋগ্বেদত থকা এটা   পৱিত্ৰ মন্ত্ৰ।
 গাৰ্গী- গৰ্গ ঋষিৰ কন্য়া।
 গৰিহা কৰ্- দোষ দি।
 গৰল্- বিহ।
 গলতিয়া- গতা মাৰি দে।
গল্প- কাহিনী।
গাঁউনি- জিয়াঁ।
গাঁৰি- মূৰবিহীন শৰীৰ।
গা নৰিয়া- গৰ্ভৱতী।
গাথি খা- চৰচৰণি খা।
গা পৰ- স্বাস্থ্য ভাগি পৰ।
 গালে-মুখে হাত দে- মন মাৰি থাক।
 গিৰ দেৱী- শিক্ষাৰ অধিষ্ঠাত্ৰী দেৱী।
 গুজৰি- গৰ্জন কৰি।
 গুণিকা- ফোঁহা।
 গুন্দুৰ-গুন্দুৰ- ফুচফুচীয়া।
 গুৰুদৈৱত- পুষ্যা নক্ষত্ৰ।
গুহিন- ডাঠ অৰণ্য়।
 গেটজু- অকা জনগোষ্ঠীৰ লোকসকলৰ মহিলাসকলে হাতত   পিন্ধা এবিধ খাৰু।
 গৈৰিক- গেৰুৱা।
গোণী- মৰাপাটৰ দ্বাৰা প্ৰস্তুত   কৰা থৈলা।
 গো দান- গৰু দান।
 গোলোমী- ব্য়েশ্যা।
 গৌঠালি- অহংকাৰ।
 গ্ৰস্ত- খোৱা।
 গ্ৰীক- গ্ৰীচ দেশৰ লোক।
 গ্ৰহনেমি- জোন।
গুণধৰ- গুণী।
 গুৰিয়াল্- যিয়ে নাৱৰ গুৰি পোন কৰে।
 গুৰুতম- অধিক ওজনৰ।
গৃহাশ্ন- মচলা বটিবৰ কাৰণে   ব্য়ৱহাৰ কৰা পটা।
 গেড়া- গঁড়।
 গেৰুৱা- ৰং।
 গোটাকানি- গেৰেকনি।
 গোধি- কপাল।
 গোৰ্- ভৰিৰ আঘাত।
 গ্ৰহণ্- লোৱা কাৰ্য।
গো- জন।
 গালৈ সামৰ- হস্তগত কৰ।
 গাছিবুনা- ধান ৰোৱা উৎসৱ।
গা উঠ্- কোনো কামৰ কাৰণে আগ্ৰহী   হ।
 গলধন্- গলৰ পিছৰ অংশ।
 গৰিয়ান- গুৰুতৰ।
 গভস্তি- অগ্নিৰ পত্নী।
 গৰগৰণি- গৰ্জন্।
 গতপ্ৰায়- মৃতপ্ৰায়।
 গণপূৰ্তি- থূল।
গংগিলা গঙাটোপ।
 গছনি- অধিক গছ থকা স্থান।
 গজা- এবিধ মিঠাই।
গড়- পৰ্দা।
 গণনায়ক্- সিৱ পাৰ্বতীৰ পুত্ৰ গনেশ।
 গতীয়া- অতিথি।
 গদাযুদ্ধ- যি যুদ্ধত অস্ত্ৰ হিচাপে গদা   ব্য়ৱহাৰ কৰা হয়।
 গৰ্গৰ- উচ্চ শব্দ।
গলাবান- ডিঙি বন্ধা।
গাজ্- এক প্ৰজাতিৰ পাটল পাট   কাপোৰ।
গা-গুৰীয়া- অকলশৰীয়া।
গাঠৰি- কাপোৰৰ টোপোলা।
গা ধো- স্নান কৰ।
গা ভাগ- বীৰ্য পৰ।
 গিলি ধৰ- একেবাৰে ঢাকি ধৰ্।
 গুচ্- আঁতৰ হ।
 গুণন্তে- ভাবোতে।
 গুলিয়া- ধৰিয়া মণি।
গুহ্য়ক- যক্ষ।
গৃহৱটিকা- ঘৰৰ সন্মুখত থকা   বাগান।
গৰ্গৰ- গাগল মাছ।
গেঞ্জি- বনিয়ন।
গেৰেং- এক প্ৰজাতিৰ শালিকা   চৰাই।
গোঠনি- গোঠন প্ৰক্ৰিয়া।
 গোটা- এক লগ কৰ।
 গোপীচন্দ্ৰ- শ্ৰীকৃষ্ণ।
 গোলাপ্- এবিধ সুগন্ধি ফুল।
 গেৰেলা- পেটাল।
গোৱাঁৰ- আমঠ।
গোদ্ৰোহনী- গাখীৰ খীৰাবলৈ   ব্য়ৱহাৰ কৰা পাত্ৰ।
গোহাৰি- নিবেদন।
 গ্ৰামিক- অশিষ্ট।
 গ্ৰেনাডা- উত্তৰ আমেৰিকা মহাদেশত অৱস্থিত এখন   দেশ।
গোলা- ৰঙা হাইতাল।
 গোহালি- গৰু ঘৰ।
 গোবৰ্-খুঁটি- শুকাই থকা গোবৰ্।
 গোথাৰা-গোথোৰ- গোঁজোৰা-গোঁজোৰ।
 গেলা-গপ- মিছা গপ।
গোঁঠা- বেলেগক গোঁটিবলৈ দে।
গোণঅড- এবিধ নীচ জাতিৰ লোক।
গোমুখ- এবিধ শংখ।
গ্ৰন্থিক- জ্য়োতিষী।
গোট- কঁকালত পৰিধান কৰা এবিধ   হাৰ।
গোয়েন্দা- গুপ্তচৰ।
গ্ৰন্থ সমীক্ষা- গ্ৰন্থ   সমালোচনা।
 গেৰোৱা- গোৰোহা।
 গোপ্য়- গোপনীয়।
 গোষ্ঠীগত- কোনো জাতি সম্পৰ্কীয়।
 গোষ্পদ্- গৰুৰ খোজ্।
গ্ৰহমন্দ- বেয়া দিন।
গ্ৰীৱাঘন্টা- ঘোঁৰাৰ ডিঙিত   ওলোমাই দিয়া ঘন্টা।
গেলবছৰ- যোৱা বছৰ।
গেতুঁ- বটিয়া।
গেনা- নাকে দি কোৱা।
গুমি- কোনেও নজনাকৈ কৰা হত্য়া।
 গুদা উঠ্- ভাগি টুকুৰা টুকুৰ হ।
 গুৰুনানক- শিখ ধৰ্মৰ প্ৰৱৰ্তক।
 গুহ্য়গুৰু- মহাদেৱ।
 গৃহস্ত চৰণ- ইষ্টদেৱতা।
গগ- বায়ুমণ্ডল।
গজানন্- গনেশ।
গজগামিনি- স্থিৰমহিলা।
গঢ়্- ৰূপ।
গণতান্ত্ৰিক- গণতন্ত্ৰসন্মত।
গৃহপাল- ঘৰৰ কুকুৰ।
গৃধ্ৰপতি- জটায়ু পক্ষী।
 গেন্তাহ- কাণসাৰ।
 গেডে- শকত।
 গোড়- হানি।
 গ্ৰন্থাগাৰিক- পুঁথিভঁৰালী।
 গোসাঁই- গুৰু।
 গ্ৰাস্- গৰাহ।
গু'খা- তিতা।
 গালৈ টান- গালৈ আঁজোৰ।
 গামবং চলায়- চিংফৌ জনগোষ্ঠীৰ লোকসকলৰ বিয়াৰ   তোৰণ।
গা লৰ্- গা এৰা।
 গিনি- মহান।
 গুগু- কপৌ।
 গুডডা- গেৰুৱা।
 গুণ্- পূৰণ।
 গুম- গোপন।
 গুহামুখ- বহল মুখৰ।
গেপা- পাচি।
 গেহেশূৰ- ঘৰতে বীৰ।
 গোঁৰা- বগা।
গোন্ধা- গোন্ধ দি।
 গোমতী- এখন নৈৰ নাম।
 গ্ৰন্থকৰা- যইয়ে পুঁথি ৰচনা কৰে।
 গ্ৰেবো- চাৰিজন লোকৰ মাজত খেলা এক   প্ৰকাৰৰ তাচ খেল।
 গৃহশত্ৰু- ঘৰৰ শত্ৰু।
 গুণসম্পন্ন- গুণ থকা।
 গাৱ- শৰীৰ।
গাৱত- কীৰ্তন কৰে।
 গিৰিপথ- দুই পাহাৰৰ মাজৰ পথ।
 গুঞ্জমালা- লাটুমণিৰ মালা।
গুফ- গুই।
 গুলঞ্চ- সগুণী লতা।
 গুহ্য় দীপক- জোনাকী পৰুৱা।
 গেন্গেনা- নাকৰ পৰা কথা ক।
 গেল- গ'ল।
 গোটা এক- এটা মাত্ৰ।
 গো-বধী- গৰু হত্য়া কৰে।
গোৰা- কাষ।
 গ্ৰন্থকৰ্তা- ৰচক।
 গ্ৰামেয়ী- বেশ্যা।
গ্ৰাম্- গাওঁ।
 গ্লাচ্- কাচ।
 গোলমাল- হুলস্থুল।
 গেলাত-টেঙা- দুখতে-দুখ।
 গোষ্ঠপতি- ভগৱান শ্ৰীকৃষ্ণ।
 গিজি- আৰি।
 গুড়াকেশ- মহাদেৱ।
গুণন্- চিন্তন।
 গুপ্তমন্ত্ৰ- কোনেও নজনাকৈ দিয়া পৰামৰ্শ।
 গুৰুৰত্ন- তপাজ পাথৰ।
গৃহবাসী- ঘৰ-সংসাৰ পাতি থকা।
 গেঁথু- এবিধ মাছ।
 গেধা- গদহা।
 গেৰু- গেৰেউ মাটি।
 গোতম- বিখ্যাত গোতম ঋষি।
 গোপ্- গৰখীয়া।
 গোত্ৰ নাম- বংশগত উপাধি।
গোল্লা- এবিধ খেল।
 গোহাঁয়নী- গোহাংইৰ পত্নী।
 গ্ৰাম্য়বল্লভা- বেশ্যা।
গ্লানি- ভাগৰ।
 গোত্ৰা- ধৰিত্ৰী।
 গেহা- কামত খৰধৰ নকৰা।
 গৃহছিদ্ৰ- ঘৰৰ কাজিয়া।
 গুলগুলি- মনৰ আঘাত।
গুৰুলা- টুকুৰা টুকুৰ।
গুৰুদ্বাৰ- শিখ ধৰ্মৰ লোকসকলৰ   প্ৰাৰ্থনাগৃহ।
গেজেৰা মাৰ্- কেটেৰা মাৰ্।
 গেলা-গপ কৰ- ডাঙৰ ভেম দেখা।
 গো- গৰু।
গোধৰ- পৰ্বত।
 গোপাল- গৰখীয়া।
 গোলি- গৰু ৰখা ঘৰ।
 গোস্তনা- আঙুৰৰ থোপা।
 গেৰকেনতা- জেকা।
 গেৰুৱা- গৈৰিক।
 গেজেং ফুল- কপৌ ফুল।
গহ্বলি- পশু-পক্ষী।
 গুলগুলনি- তাপবোধ।
 গুচ্ছ- থোপা।
গিৰিশ্- শিৱ।
 গালি- কটু কথা।
 গাজ্ৰি- বেয়া।
 গৰ্ভতৃপ্ত- সদাতৃপ্ত।
 গৰা- নদীৰ ওখ পাৰ।
 গৰীয়স্- অধিক মহান।
 গন্ধ- অধিৱাস।
গৰাগৰি- গোৰ গোৰ শব্দ কৰি।
 গণিয়ৰী- এবিধ বৃক্ষ।
 গছত তুলি গুৰি কাট- কোনো কামত বেলেগক আগুৱাই   নি নিজে পিছ পৰি থাক।
গজাগোমৰা- গাজনি-ঢেৰেকনি।
 গড়ৈ- এবিধ কাঠ-মাছ।
 গণদ্ৰব্য়- ৰাজহুৱা-সম্পত্তি।
 গণ্- সংখ্যা কৰ্।
 গণক- বিশেষ ব্ৰাহ্মণ যিয়ে তিথি বাৰ গণনা কৰা   কামত পাৰ্গত।
গত্- অৱস্থা।
গতি মতি- স্বভাৱ।
গদি- গাদী।
গন্ধকাষ্ঠ- অগৰু গছ।
গন্ধৱতী- পৃথিৱী।
গম্য়- গন্তব্য়।
 গৰগৰী পিঠা- এভিধ পিঠা।
 গৰিমা- ওজন।
 গদাগ্ৰজ- ভগৱান শ্ৰীকৃষ্ণ।
 গচকা- খচকা।
 গংগোদক- গংগা নদীৰ পবিত্ৰ পানী।
 গ'ল- গত।
গজমাচল- হিংসু।
 গঞ্জ খা- ঠাহ খা।
 গঢ়্- সজা।
গণপুংগৰ- এটা গোষ্ঠীৰ মুৰব্বী।
 গতকচেতন- অচেতন।
 গতিভ্ৰষ্ট- ভূল পথে যোৱা।
 গণ্ডমুৰ্খ- মহামুৰ্খ।
 গড়-হাজিৰা- অনুপস্থিত।
 গঢ়িত- শুৱনি।
 গণকাৰ- গণক।
গছ ভলুকা- এবিধ বনৌষধি।
 গংগাধৰ- মহাদৱ।
 গজমতি- গজমুকুতা।
গজাৰোহী- গজাৰুহ।
 গড়্- বৈ যা।
 গঢ় লগা- গত লগা।
 গত লগা- নিয়ম লগা।
 গন্ধকেলিকা- কস্তুৰী।
 গৰু চকুৰা- জলপানৰ এবিধ ধান।
 গৰ্হ্- দোষ দে।
গা আহ- উৎসাহিত হ।
 গাইৰা মাছ- ঘাৰুৱা মাছ।
 গা-গাঁৰি- মঙহ থকা গা।
গাজৰ্- এক প্ৰজাতিৰ মূলা।
 গাত্ৰমাৰ্জনি- গামোচা।
 গায়ে গায়ে- প্ৰত্য়েকৰে।
 গাভাৰ- পিঠাৰ ভিতৰত দিয়া বিভিন্ন ধৰণৰ বস্তু।
 গা ৰম ৰম কৰ- পোৰনি-দেৱনিৰ ভাৱ হ।
 গালি পাৰিলে আলিয়ে যোৱা- গালিয়ে অহিত সাধন   কৰিব নোৱাৰা।
 গাবান- আফ্ৰিকা মহাদেশত অৱস্থিত এখন দেশ।
গা ঘাটি দিয়া- স্বাস্থ্য হানি   হ।
 গৰাহাজিৰ- উপস্থিত নথকা।
 গন্ধতেল- সুগন্ধ তেল।
গত- অধিগত।
 গজবন্ধনি- হাতীশাল।
 গউ- গৰু।
 গঁঠিয়া- বান্ধ দে।
 গজপ- খং।
 গত্- যোৱা।
 গতি লগা- উচিত ব্য়ৱস্থা ল।
 গণ্ডাৰ- গঁড়।
গষ্ঠি- গাঁতি।
 গড় খা- থিয় হৈ থাক।
 গছং- থিয়।
গজন্- গজা কাৰ্য।
 গংগাটেয়- মিছা মাছ।
 গঁৰলীয়া- গঁৰল বেমাৰে ধৰা।
 গছি- সুক্ষ্ম আৰু সুন্দৰ দীঘল।
 গছ পকা- গছত আপোনা আপোনি পকা।
 গতভৰ্তৃকা- বিধৱা।
 গত্বৰ- গতিশীল।
গন্চানা- গান্ধচোক।
 গভস্তি- পোহৰ।
 গৰজ্- দৰকাৰ।
গৰাবাদ- পতিত মাটি।
 গৰ্গ- বলগ দৰু।
 গৰ্ভমোচন- প্ৰৱস।
 গলন্তিকা- পানীৰ পাত্ৰ।
 গৱালা- বঞ্চনা।
গাউৰি- ৰোহ।
গাগগা- গাগৰী।
গাড়ী-মটৰ- যান-বাহন।
 গান্ধ- গন্ধ।
 গা-ভৰুণ- সগৰ্ভা।
গুদ- গুহ্য়দ্বাৰ।
 গুণাগঁথা- চিন্তা কৰা কাৰ্য।
 গুমৰাগ- মিচিং জনগোষ্ঠীৰ লোকসকলৰ মাজত চলি থকা   এবিধ মুদ্ৰা।
 গুৰুঘৰৰ শিষ্য- এখেখন সত্ৰৰ শিষ্য়।
 গুল্মিকা- গুল্ম।
 গুৰ্বী- গুৰুৰ পত্নী।
 গৃহ শুক- ঘৰত পোহা ভাটৌ।
গূঢ়পাদ- সাপ।
 গৃহপতি- গৃহস্থ।
 গেংষ্টাৰ- দলৰ অন্য়তম।
গেজেৰা- জোকোৰা।
 গুৱালেঙী- গাগিনী।
 গুনাহ- অপৰাধ।
 গুঞ্জৰণ্- গুণগুণকৰণ।
 গাভাগি- গা-ৰখীয়া পাইক।
 গাত বিহু লগা- অধিক আনন্দ লগা।
 গা এৰা- প্ৰৱস হ।
গৰ্ভিনী- গাভিনী।
 গৰাকী ওলা- অধিকাৰ সাৰ্বস্ত্য় কৰ।
 গৰ্জ- উচ্চ শব্দ কৰ।
গদাপৰ্ব- মহাভাৰতৰ এটা অধ্য়ায়।
 গণেয়- গণনাযোগ্য়।
 গড়-আবাদ- খেতিৰ অভাৱ।
 গছ নাও- ওজনৰ।
 গইছ- বৃহৎ আৰু ওজনৰ।
গড় খা- ৰাজী হ।
গণ্ডলিকা- অহংকাৰ।
গণ্ডা- এক অঁড়া।
গড়্- স্কুল হিচাপ।
গঢ়নি- বস্তু নিৰ্মাণ কৰাৰ   বেচ্।
 গড়্- কিল্লা।
 গণিতা- লেখ কৰা কাৰ্য।
 গন্ধক- আকৰত হোৱা।
 গবী- গাই।
 গম পা- উমান পা।
 গপচ- আৰাম।
গয়াল- সাহসী।
 গৰাকীয়নী- গৰাকীৰ পত্নী।
 গৰ্ভ-ধাৰিণী- আই।
গল্- কন্ঠ।
 গলগ্ৰন্থি- টনচিল।
 গহৰি- বিলম্ব।
 গৱৰাজ- বলদ।
 গহীয়া- অহংকাৰী।
 গা ঢকা দে- লুকাই থাক।
 গাপ দি থ- গোপথে ৰাখ।
গামী- প্ৰাপ্ত।
 গাৰ বলেৰে- শক্তি ব্য়ৱহাৰ কৰি।
 গিনছু- গৰু।
গুচন্- নষ্ট হোৱা কাৰ্য।
 গুণগ্ৰাম্- গুণবিলাক।
 গুফলি- গোঁফ।
 গুৰুতুল্য়- গুৰুৰ সমান।
 গৃহকাৰ্য- ঘৰৰ কাম।
 গেঁৰ খহ- সন্তান প্ৰৱস হ।
 গেৰিয়াই- ৰিঙিয়াই।
গোকিল- নাঙল।
 গোট কলা- একেবাৰে নুশুনা।
 গোনাথ- যাঁড় গৰু।
গেৰাটিয়া- এক প্ৰজাতিৰ বনৰীয়া   পক্ষী।
 গুহাচৰ- য়িয়ে গুহাত বাস কৰে।
 গুধেৰ- ৰক্ষক।
 গুপ্তহত্য়াকাৰী- আততায়ী।
 গিতু- গাঁঠি।
 গাৰ নোমেই শত্ৰু হ- নিজৰ আপোন মানুহেই অপকাৰ   কৰ।
 গাপ্- লুক্কায়িত।
গাঠলু- চুটি আৰু শক্তিশালী।
 গাপু- গাঁত। 
 গাঁঠৰি- কাপোৰৰ টোপোলা।
গা চাই গামোচা- উপযুক্ত হয় নে   নহয় সেইটো চাই কাম বা বস্তু দিয়া।
 গাঁৰ্- গাঁড়্।
 গৰাকীনি- অধিকাৰিণী।
 গদা- বৃহৎ মাছৰ পিঠিৰ অংশ।
 গণিত- অংক বিদ্য়া।
 গণ্পী- অহংকাৰী।
 গচেম- কুকী জনগোষ্ঠীৰ লোকসকলৰ এবিধ বাদ্য়।
গগৈ- এবিধ উপাধি।
 গৰহ- অতিভোজী।
 গৰিহণা- নিন্দা।
গৰীয়া- গড়।
 গা-টঙা- পুষ্ট হ।
 গাত লাগ- দায়-দোষ লাগ।
 গা দুখা- গা টেঙা।
 গান্ধী- এবিধ পোক।
 গিৎচাক- ৰঙা।
 গিৰ্গিৰীয়া- গোট গোট।
গুক বদৰেং- গুবৰুৱা।
 গুচৰীয়া- গুচৰ কৰা।
 গুড়ি-পৰুৱা- এবিধ পিপৰা।
গুণকাৰ- ভীমসেন।
 গুণফল- পূৰণ কৰিলে পোৱা ৰাশি।
 গুন্দুৰ-পুন্দুৰ- কওঁ নকওঁকৈ থকা।
 গুৰুজন- শিক্ষাগুৰু।
 গুহ্য়তৰ- অধিক গোপনীয়।
গৃহদাহ- ঘৰত জুই দিয়া কাৰ্য।
গৃহীতা- ধাৰণ।
গেচ- চাকি।
 গেঁথা- কেঁকা।
 গেব্ৰিয়েল- ইহুদী ধৰ্ম আৰু মুছলমান আৰু   খ্ৰীষ্ট ধৰ্মৰ কিংবদন্তীৰ এজন দূত।
গেৰেপ- ডাঠ।
 গেৰুৱা- পলমকৈ পকা।
 গোঁফাল- গোঁফযুক্ত।
 গোট্ ধৰ্- ফল্ ধৰ্।
 গেদ্- মেদ্।
 গেজেট- চৰকৰী সূচনা-পত্ৰ।
 গেৰি- ৰিং।
গেলাক্ট'মিটাৰ- গাখীৰৰ   বিশুদ্ধতা নিৰূপণ কৰিবৰ কাৰণে ব্য়ৱহাৰ কৰি এবিধ সজূলি।
 গোট্- সমুদায়্।
 গোনা মতা ওলা- বীৰত্ব দেখা।
গোমৰফাক- ৰহস্য় ভেদ।
 গৌড়িক- গৌড় দেশত হোৱা উৎপত্তি।
 গৌন্- বিলম্ব।
 গ্ৰাচকাৰ্প- এবিধ মাছ।
 গ্ৰাহ্য়- গ্ৰহণৰ যোগ্য়।
 গ্ৰেং- হাড়।
 গোঁৰ খোৱা- গোৰোৱা।
গেৰাখোৱা- জোঠা খোৱা।
 গেউ- খং।
 গৃধু- লোভীয়া।
গুৱালেঙী- জিঞা।
 গুৰু সমুখ হ- গুৰুৰ ওচৰত খৰণ ল।
 গুদুঙুই- গৰমে গৰমে।
 গুনদা- গুণ থকা ছোৱালী।
 গীতাঞ্জলী- গীতৰ অৰ্ঘ্য়।
গা ৰঙীয়া- দেহৰক্ষী।
গান্ধিক- লেখক।
গাতু- কুলী চৰাই।
গৱল- বনৰীয়া ম'হ।
গৰা- গেৰুৱা।
গব্য়- গৰুৰ।
 গণাগণ্- মান।
 গঠিত- নিৰ্মিত।
 গঙৰ- বুজি নোপোৱা।
 গূথ- মল।
 গুহ্য়ময়- কাৰ্তিকেয়।
 গুনমৰিচ- জালুক।
গীতিকাৰ্- যিয়ে গীত ৰচনা কৰে।
 গুঞ্জে- গেঞ্জি।
 গান্ধাৰ- কান্দাহাৰ দেশ।
গল্লা- মুখৰ পৰা ওলোৱা থু।
 গৰহাজিৰ- উপস্থিত নথকা।
 গণিতা- সন্মান।
 গছ্- শৃংগাৰ কৰ।
 গ- অসমীয়া বৰ্ণমালাৰ তৃতীয় আখৰ।
 গঁৰাল- জন্তু থবলৈ বেৰি দিয়া স্থান।
 গংগাং- বামুণ ভেকুলী।
গইৰহ- একেলগে।
 গছ ঢেঁকীয়া- ঢেঁকীয়া জাতীয় উদ্ভিদ।
 গঞ্জিকা- ভাং।
গড়মলি- দূত।
 গম- নষ্ট হ।
 গৰ্- গঁড়্।
 গপ্ মাৰ্- অহংকাৰ কৰ।
 গৰলায়েক- যাৰ উপযুক্ততা নাই।
  গৰীয়া-খোদাই কোকলোঙা।
 গল্- দ্ৰৱ্ হ।
গল হেঙা- ডিঙিত হোৱা খজুৱতি।
 গহৰা- আপুনি গজা।
 গা-উঠা- মন-বঢ়া।
গলি- ঠেক আৰু সৰু ৰাস্তা।
 গাগৰী- এবিধ বৃহৎ পানীৰ কলহ।
 গা তিয়া- স্নান কৰ।
 গান্ঠা- ডিমাচা জনগোষ্ঠীৰ লোকসকলৰ নঙলা।
 গাজাও- ৰঙা।
 গৰ্হিত- দোষ দিয়া।
 গৰাহ মাৰি ধৰ- মন দি ধৰ।
গম- এবিধ গছৰ আঠা।
 গ'বৰ- গোবৰ।
 গংগা- এখন নদী।
গড়-আবাদী- খেতি নকৰা।
 গত্য়ন্তৰ- বেলেগ উপায়।
 গণ্ডগুলীয়া- কাজিয়া লগা।
 গদাপাণি- শ্ৰীকৃষ্ণ।
 গৰক্- গচক্।
 গপ্-চপ্- কথা-বতৰা।
 গয়- গণ।
গৰব- অহংকাৰ।
 গয়- গয় নামৰ এটা অসুৰ।
গৰ্ভপাকী-  দিনত পকা ধান।
 গৱাঁৰি- গঢ়িছ।
গাংচিলা- গংগাচিলনী।
 গৱেষক্- যিয়ে গৱেষমা কৰে।
 গান্দিনী- গংগাৰ এটা নাম।
 গা ৰাই-জাই কৰ- অথিৰ কৰ।
 গাহামুই- ভালকৈ।
 গিনি ফ্ৰাংক- গিনি দেশত চলি থকা মুদ্ৰা।
 গুণৰাজ- পতালী কোমোৰা।
গৰ্ভদাস- দাসী।
 গৰা- চপা।
 গৰহেজগাৰ- ধাৰ্মিক।
গৰা-কাণ্- গৰাৰ দাঁতি।
 গলগলীয়া- বৰকৈ পকা।
 গাওনি- পাৰিশ্ৰমিক।
 গাখীৰ দাঁত- দুগ্ধদন্ত।
 গান্ধাৰী- ধৃতৰাষ্ট্ৰৰ পত্নী।
গাৰি পায়লা- তপিনা।
গিৰিসাই- শীঘ্ৰে।
গিয়াতি- আত্মীয়।
 গুজু- উচ্চ।
 গুণ পা- ভাল ফল পা।
গুম্ফ- গ্ৰন্থন।
 গুপ্তগতি- চোৰাংচোৱা।
 গৃহ- ঘৰ।
 গেজেটিয়াৰ- চৰকাৰী সাংবদিক।
 গোচল কৰ- স্নান কৰ।
 গোপগৰু- যুপ।
 গোৰোং- দ জান।
গ্ৰামচৰ্যা- স্ত্ৰীসম্ভোগ।
 গ্ৰাউন্ঠাই- ব্য়াকৰণ।
 গোমায়ু- ভেকুলী।
গোকাট্- গোবৰৰ নিচিনা মলিন।
 গোছ- মাংস।
 গোত্ৰ- বংশ।
 গেৰেলা- গেণ্ডেৰা।
 গৃহীতা- লওঁতা।
 গুটি-ভঁৰাল- মৰা ধানৰ ভঁৰাল।
 গুটিয়া- বাটলু-গুটিয়ে আঘাত কৰ্।
গুটীয়া হাল- এটা গৰুৰে হাল   বোৱা।
 গিৰী- গৰাকী।
 গাৰো মাহ- বিশেষ ৰহৰ জাতীয় মাহ।
 গিচিপ- ডিমাচা জনগোষ্ঠীৰ লোকসকলৰ ব্য়ৱহৃত এখন   বিচনী।
 গিৰিজায়া- মেনকা।
 গুই- জেঠীৰ দৰে এবিধ জন্তু।
গুটি-দিয়েক- চেৰেক।
গাৰ্দাৰ- পকীৰ কাম।
গাত দে- বদনাম।
গাজি- গাজী।
গাঁত্- মাটিৰ খোৰ।
গা খৰা- ঘনাই ঘনাই প্ৰস্ৰাৱ হ।
 গৰাসিত- গৰাহ।
 গৰুৰ আগত টোকাৰী বা- সুকৰ্ম বুজি নোপোৱা লোকৰ   সন্মুখত ভাল কাম কৰি থকা।
 গৰ্ভাশয়- জৰায়ু।
 গহীন্- গম্ভীৰ।
 গাঁৱলীয়া- গাৱঁত থকা।
 গাত ল- স্বীকাৰ কৰ।
গাভৰু মেলীয়া- গাভৰুৰ মেল   সম্পৰ্কীয়।
 পাৰি-শুৱাৰ- ধোদ।
 গিৰিকণিকা- পৃথিৱী।
গিৰীখা- কামৰ মাজতেই ঘৰখন ধ্বংস   হোৱাৰ বুদ্ধি দে।
 গুঁফীয়া- গুঁফ থকা।
 গুণনিধি- গুণ ভঁৰাল।
 গুপ্ততথ্য- লুকাই থকা কথা।
 গুম্ফনা- একেলগে থকা।
 গুৰুচৰণ- গুৰুসেৱক।
 গুলা- বিলাক।
গৃধ্ৰৰাজ- শগুণৰ ৰজা।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.