অসমীয়া শব্দ অৰ্থ | অসমীয়া অভিধান গ আখৰ
অসমীয়া অভিধান গ আখৰ (Assamese Word Meaning)
গ |
---|
গেজেপনি- গছ-গছনিৰ গভীৰ অৰণ্য়। |
গেৰেলী- পেটুলী। |
গেৰেউ-মাটি- পৰ্বতৰ এবিধ ৰঙা ৰঙৰ মাটি। |
গো-চাৰণ- গৰু চৰোৱা। |
গোপন কৰ- লুকুৱাই ৰাখ। |
গোৰা- গৌৰ ৰঙ। |
গৌৰপ্ৰভা- জোনৰ পোৰে গোটেইখন পোহৰাই আৰু জিলমিলাই পেলোৱা। |
গ্ৰাম্য়- নীচ। |
গোমঠল- গোমোঠা। |
গোপনে- বেলেগে নজনাকৈ। |
গোত্ৰভিৎ- স্বৰ্গৰ ৰজা ইন্দ্ৰৰ এটা নাম। |
গোৰ্নদ- সাৰেং পক্ষী। |
গেৰা- বহুত একে স্থানতে একত্ৰিত হ। |
গুৰুদক্ষিণা- শিক্ষা শেষ কৰি শিক্ষকৰ পৰা বিদায় লোৱা সময়ত শিক্ষকক দিয়া মাননি। |
গুণগুণনি- ভোমাৰাৰ শব্দ। |
গুম-নাম- কোনেও নজনা। |
গুৰে- না জনগোষ্ঠীৰ লোকসকলৰ মিঠা আলু। |
গুৰুবাসী- গুৰুৰ গৃহত বাস কৰি থকা ছাত্ৰ। |
গুহ্য়- কাছ। |
গৃহ্য়- ঘৰ সম্বন্ধীয়। |
গেৰ্গেৰীয়া- অধিক ঠাণ্ডা। |
গোচ্ছা- খং। |
গোঁজ মাৰ্- গোঁজ্ পোত। |
গোছত্ৰ- বেংছতা। |
গোপতী- গৰুৰ মালিক। |
গোপনীয় কথা- লুকাই থকা কথা। |
গৌৰীগুৰু- হিমালয়। |
গ্ৰামনী- গাৱঁৰ মুখিয়াল। |
গ্লোব- ভূ-গোলক। |
গোত্ৰ- সমূহ। |
গেৰ নসৰা- একেবাৰে শিশুৰ অৱস্থা। |
গেছ লাইট- গেছেৰে জ্বলোৱা চাকি। |
গূ কৰ- নষ্ট কৰ। |
গুৰুত্ব- শ্ৰেষ্ঠতা। |
গূত খৰিকা মৰা লোক- অদিক কৃপণ মানুহ। |
গৃহ সংগীত- ঘৰত বজোৱা বিশেষ সংগীত। |
গুধীয়া- গোধা। |
গুণ্গুণা- ভুন্ভুনা। |
গুগলইন্টাৰনেট ব্য়ৱহাৰ কৰা লোকসকলৰ মাজত এটা অধিক জনপ্ৰিয় চাৰ্ছ ইঞ্জিন। |
গা লৰা- কোনো কাৰ্য কৰিবৰ কাৰণে আগবাঢ়ি যা। |
গা টেঙা- মনত কষ্ট পা। |
গাধ- ভাৰ কঢ়িয়াই ফুৰা এবিধ জন্তু। |
গা খা- শৰীৰটো কচকচা। |
গা এৰা দি- সম্পৰ্ক এৰ। |
গাঁজ- হেঁচি সুমা। |
গলাৰ হাৰ- অধিক মৰমৰ। |
গৰ্ভ নিৰোধক- বাধা প্ৰদা কৰে। |
গৰিহা- তিৰষ্কাৰ। |
গমক- বিশ্বাসজনক। |
গনাৰ- জীৱ-জন্তু চলাচল কৰা ৰাস্তা। |
গতায়ত- অহা-যোৱা। |
গড় হিচাপ- সমজোখ। |
গড়ৈমাছ- গৰৈমাছ। |
গণ্ডাংগ- গঁড়। |
গোপগৃহ- গৰখীয়াৰ ঘৰ। |
গোৰোৱা- গোৰোহা। |
গ্ৰহবিপ্ৰ- গণক। |
গেৰেউ-গেঁথেউ- লঘোন থকাৰ কাৰণে বা অধিক ভোজন কৰাৰ কাৰণে হোৱা অসুখ। |
গুৰুতৰ্- একতকৈ মূখ্য়। |
গুপ্তব্য়াধি- লুকুৱাই ৰখা বেমাৰ। |
গীতালি- গীতৰ থুল। |
গিৰিকূট- পৰ্বতৰ মূৰ। |
গিনি- আফ্ৰিকা মহাদেশত অৱস্থিত এখন দেশ। |
গাৰ নোম নেদেখা- সন্ধিয়া হোৱা। |
গাহৰিৰ জ্বৰ- ফ্লেভি ভাইৰাছ আক্ৰান্ত হৈ গাহৰি মৃ্ত্যু হোৱা এবিধ বেমাৰ। |
গিৰি- নাই। |
গুঞ্জৰ্- গুণ গুম শব্দ কৰ্। |
গুণনাথ- গুণেৰে ভৰপুৰ। |
গুণাধাৰ- গুণাকৰ। |
গুপ্তি তৰোৱাল- আহোমসকলৰ দিনত ব্য়ৱহাৰ কৰা এবিধ তৰোৱাল। |
গৃহকাৰক- ৰাজমিস্ত্ৰী। |
গেঁজা- হেঁচা। |
গেৰা- বেয়া। |
গোচাৰ- যি স্থানত গৰু চৰুৱা হয়। |
গোপুৰ- নগৰ দ্বাৰ। |
গোপ-কন্য়া- গোৱাল জাতিৰ ছোৱালী। |
গোলাপ জল- গোলাপ ফুলৰ ৰস। |
গ্ৰহ্- নক্ষত্ৰ। |
গ্ৰহপতি- সূৰ্য। |
গা জুকাৰি ফুৰ- আনন্দত থাকিব নোৱাৰা অৱস্থা। |
গলৌ-গপৌ- খু-দুৱনি। |
গৰাকী- মালিক। |
গৰভ- ভ্ৰূণ। |
গনকসিন্ধু- গংগা নদী। |
গচি- এবিধ মাছ। |
গইফল- অমিতা। |
গংগাস্নান- গংগা নদীৰ পৱিত্ৰ পানীত গা ধোৱা। |
গড়া- বাগৰা। |
গণ- বিলাক। |
গণ্ড- গাল। |
গঁড়্- এবিধ জন্তু। |
গজা- অংকুৰ মেলা। |
গণতি- নেওতা। |
গন্ধমৃগ- জহামাল। |
গৰখীয়া নাম- বনঘোষা। |
গলফুলা- জন্তুৰ শৰীৰত হোৱা এবিধ বেমাৰ। |
গাও- দেহ। |
গা চাই ফুৰ- সংকটৰ পৰা ৰক্ষা পৰিবৰ কাৰণে সাৱধানে থাক। |
গাধিনগৰ- কান্য়কুব্জ। |
গামী- ৰৈ থকা। |
গা ভাৰী- গৰ্ভৱতী। |
গাৱলাৱ- কাণ চুটি। |
গাল পাখি- মাছৰ কাণ পাখি। |
গাৰাজ্- সৈন্য়দল। |
গিলিত- ভক্ষিত। |
গুটিমালী- বগা ৰঙৰ ধুনীয়া গোন্ধ থকা এবিধ ফুল। |
গুণ্ডক- গুড়ি। |
গুৰমাৰা- এবিধ ঔষধি লতা। |
গুৱলা- কেঁকোৰা। |
গৃহ- উপাধি। |
গেন্ধাৃলি- দুৰ্গন্ধ ওলোৱা এবিধ তৃণ। |
গোটা- গোল। |
গো-ৰজ- গো-ধুলি। |
গ্ৰাহক্- যিয়ে গ্ৰহণ কৰে। |
গুণিয়া- গুণ পকা। |
গুঞ্জিকা- লাটুমণি। |
গা দেখা দে- গোপনতাৰ পৰা দৃশ্য়মান হোৱা। |
গাংগি- গাঙঠি। |
গাওনি গোৱা- বদনাম কৈ ফুৰা। |
গাখীৰতী বন-এবিধ বন শাক। |
গাজ্- অংকুৰ। |
গৰু- এবিধ চাৰিঠেঙীয়া জন্তু। |
গৰখীয়া- এবিধ পক্ষী। |
গাং- গাওঁ। |
গাখীৰতী- বহুত বেছি গাখীৰ দিয়া গাই। |
গাল-সঁৰাহ- কমাৰ। |
গায়েনা- দক্ষিণ আমেৰিকা মহাদেশত অৱস্থিত এখন দেশ। |
গাঁঠিৰ ধন- কষ্টৰে উপাৰ্জন কৰা ধন। |
গাউল- চোঁৱৰ। |
গৰ্জন- মেঘৰ গাজনি। |
গন্ধনা- এক প্ৰজাতিৰ সৰু পিয়াজ যাৰ গোন্ধ নহৰুৰ দৰে। |
গতায়ুস্- মৃত। |
গগগতি- পক্ষী। |
গণ্ডীৰ- বীৰ। |
গজ্- পুলি হ। |
গড়ায়া- আঁতৰাই পেলোৱা। |
গণ্ডা-গণ্ডা- বহুত। |
গয়লেঙা- জীঞা। |
গৰখীয়া মেল- ল'ৰাৰ মেল। |
গৰিহা খা- শাও পা। |
গা- শৰীৰ। |
গাঁতৰ এন্দুৰ- অজ্ঞাত ব্য়ক্তি। |
গাৰ্হস্থ্য- গৃহাশ্ৰম। |
গিৰিকা- নিগনি। |
গুঞ্জা- এবিধ লতা। |
গুণবাচক- গুণ বুজোৱা। |
গূঢ়মাৰ্গ- মাটিৰ তলত থকা ৰাস্তা। |
গেদগেদ্ কৰে- অস্থিৰ নোহোৱাকৈ। |
গেলেপা- গাপ-লগা। |
গোট্ খুৱা- একত্ৰিত কৰ। |
গোলাৰ্ধ- গোলকৰ আধা অংশ। |
গোলজাৰ- ধুনীয়া। |
গৌৰ বৰ্ণ- ৰঙা ৰঙেৰে শুভ্ৰ কৰা উজ্জ্বল ৰং। |
গ্ৰামমূখ- বজাৰ। |
গোপনীয়- লুকাবৰ যোগ্য়। |
গেলা-ডাৱৰীয়া- অধিক বেয়া বতৰ। |
গৃধ্ৰ- শগুণ। |
গেদেৰ-ছিন-থাৰ- সকলোতকৈ ডাঙৰ। |
গোট্-গৰু- একেবাৰে মুৰ্খ লোক। |
গৃহস্বামী- ঘৰৰ মালিক। |
গুলা- গুৱালা সাপ। |
গুণনীয়- যাক পূৰণ কৰিব লাগে। |
গভাইত- ডাঙৰ অপৰাধী। |
গৰিহিত্- নিন্দিত। |
গৰুড় বাহন- এতেকে বিষ্ণু। |
গৰমি- উপদংশ। |
গন্ধবণিক- যিয়ে গোন্ধতেলৰ ব্য়ৱসায় কৰে। |
গড়কাপ্তানি বিভাগ- পূৰ্ত বিভাগ। |
গমা- নষ্ট কৰ। |
গৰুড়াসন- বিষ্ণুৰ বাহন। |
গৰ্ভস্থ- গৰ্ভস্থিত। |
গাওলেম- ভেকুলী। |
গা- মূৰ্- শৰীৰৰ অৱস্থা। |
গাফিল- অমনোযোগী। |
গা সাৰ্- বিপদৰ পৰা উদ্ধাৰ পা। |
গা লগা- পৰিশ্ৰম কৰ। |
গিৰীশ- মহাদেৱ। |
গুৎসুক- মুঠি। |
গুবং- ওহোৱা। |
গুৱা-মৰি- তামোলৰ সৈতে খোৱা ভাল গোন্ধ থকা এবিধ গুটি। |
গৃহত্য়াগ- মিজৰ ঘৰ এৰা কাৰ্য। |
গূঢ়াৰ্থ- গুপ্ত অৰ্থ। |
গোটা-দিয়েক্- দুটামান। |
গোৰ্হাল- শাউ। |
গ্ৰহমণ্ডল- গ্ৰহসমূহ। |
গৌড়- এখন বিখ্যাত ৰাজ্য়ৰ নাম। |
গ্ৰাম পৰিষদ- গাঁৱলীয়া সভা। |
গু'থ্ৰুই- বেগাবেগিকৈ। |
গা-বন্ধী- গৰ্ভৱতী। |
গাঁৰ- খান্দি পোত। |
গৰ্হনীয়- নিন্দনীয়। |
গীতমোদী- মহাদেৱ। |
গু হৰা দে- বেয়াকৈ হাৰ। |
গো- আকাশ। |
গোম সাপৰ কণী আন- অতি ভয়ানক বিপদজনক কাম কৰ। গৌৰ- বগা বৰণ। |
গাৱলগণি- দুৰ্যোধনৰ পিতৃ ধৃতৰাষ্ট্ৰৰ সাৰথি। |
গাইগুটীয়া- অখলশৰীয়া। |
গাওনি- গীত-গোৱাৰ বেচ। |
গা-খাজনা- প্ৰতিব্যক্তি। |
গায়ন- ভাওনাৰ গায়ক-বাদক। |
গাভিন- গৰ্ভৱতী। |
গাহৰি ভঁৰাল- গাহৰি ৰখা স্থান। |
গুদা- চলি-খৰি। |
গান্ধৰ্ব- গন্ধৰ্ব সম্পৰ্কীয়। |
গাহেন- উৰাল মাৰি। |
গিমিৰ্ট- আগৰ। |
গুৰি ধৰ্- নাৱৰ গুৰি পোনাই দে। |
গুলাল- ফাকুৱাত খেলা ফাকু। |
গাংগ- গংগা সম্পৰ্কীয়। |
গম্ভীৰ- স্থিৰ। |
গলবন্ধা- গলবান্ধ। |
গাওঁ-বুঢ়া- গাৱঁৰ মুখিয়াল। |
গাহিলা কৰ- পলম কৰ। |
গুণিতক- ভাগশেষবিহীন ৰাশি। |
গুৱাল্- যিয়ে গাখীৰ বিক্ৰী কৰে। |
গেম’ল’জি- ৰত্ন বিজ্ঞানী। |
গোঁগোঁ- লাটুম ঘুৰালে হোৱা শব্দ। |
গোটা-কণীয়া- ঢৌ নথকা। |
গোছ ল- কৃষিৰ আৰম্ভ কৰ। |
গৃহশ্ৰম- ঘৰৰ কাৰ্য। |
গুলিয়াগুলী- দুটা গোটৰ মাজত গুলীচালনা। |
গুজৰি মাছ- শিমলু। |
গালি গালাজ- কটু বচন। |
গাজা- বাঁহগাজ। |
গায়েন- উৰাল মাৰি। |
গিৰ্গিৰ- মেঘৰ দৰে শব্দ। |
গাম্ভীৰ্য- গভীৰতা। |
গাখীৰতে ম'হৰ খুটি- সুখতে-সুখ। |
গল জুকীয়া আলু- এক প্ৰজাতিৰ আলু। |
গাগল্- আৰি মাছৰ দৰে তাতকৈ সৰু এবিধ মাছ। |
গৰিব্- দুখীয়া। |
গয়া- বিহাৰৰ এখন তীৰ্থস্থান। |
গন্ধপুষ্প- কেতেকী ফুল। |
গত- বাদ্য়যন্ত্ৰৰ নিৰ্দিষ্ট সুৰ। |
গজনাসা- ঐৰাৱতৰ কুম। |
গকুল- ভগৱান কৃষ্ণৰ ৰোমান্টিক দুঃসাহসিক অভিযানৰ শৈশৱৰ স্থান। |
গজগামিনী- স্থিৰ মহিলা। |
গৰুচোৰৰৰ গংগা স্থান- অসাৰ্থক কাৰ্য। |
গল্হেঙেৰা- ডিঙিত হোৱা এবিধ বেমাৰ। |
গাইভ- দেখা নোপোৱা। |
গহন- সোমাবৰ কাৰণে গভীৰ অৰণ্য। |
গা নচুৱাই ফুল- গা-ঘেলাই ফুৰ। |
গৱেষণালয়- পৰীক্ষণালয়। |
গৰখীয়াৰ ধেমালী- টুলুঙা ধেমালী। |
গম্-গমনি- ভমভমনি। |
গন্ধৰ্ববেদ- শাস্ত্ৰ বেদ। |
গড়োল- গুড়। |
গজঘন্টা- ডাঙৰ ঘন্টা। |
গছী- গছ-যুক্ত। |
গংগা ভৃৎ- মহাদেৱ। |
গতাওংতা- গোটাই দিওঁতা। |
গণ্ডকুপ- পৰ্বতৰ গোহা। |
গৰ্ভাগ্নি- জীৰ্ণশক্তি। |
গাছুৰা বেং- পাত বেং। |
গাজি-গাজি- হেঁচি-হেঁচি। |
গৰুচোৰ- দুৰ্জন লোক। |
গল্-চেপ্- ডিঙি টিপা মাৰি ধৰ। |
গম্- চিন্ত। |
গন্ধৱাহক- বতাহ। |
গতি-গোত্ৰ- স্বভাৱ-চৰিত্ৰ। |
গজাজীৱ- মাউট। |
গতনা- বুটা। |
গজায়ুস- মৃত। |
গ'ল নিশা- যোৱা ৰাতি। |
গছত গৰু উঠা হোলোঙাৰে কাণ বিন্ধা- এনেকুৱা কিছুমান কৰথা কোৱা যিবোৰ সম্ভৱ নহয়। |
গোমুখ- সিন্ধি। |
গোস্বাধী- হিন্দু ধৰ্মৰ এক উপাধি। |
গ্ৰামঘাত- গাৱঁৰ চুৰ। |
গ্ৰেভেল- সৰু শিলগুটি। |
গোস্তন- গৰুৰ ওহাৰ। |
গো-ধূলি- সন্ধিয়া। |
গোপ-বধু- গৰু ৰখা মানুহৰ পত্নী। |
গোল্- বৃত্তাকাৰ দ্ৰব্য। |
গৌৰিল- বগা সৰিয়হ। |
গ্ৰাম মৃগ- কুকুৰ। |
গোহাঁইবৰুৱা- আহোম সম্প্ৰদায়ৰ লোকসকলৰ এক বিশেষ উপাধি। |
গুৰুপত্নী- শিক্ষকৰ পত্নী। |
গুদাম- বুটাম। |
গিৰ- বাক্য়। |
গা জিলিকা- বিখ্যাত হ। |
গৰিষ্ঠ- শ্ৰেষ্ঠ। |
গপাল্- অহংকাৰী। |
গৰকা ধৰা- ককৰা। |
গণমুখ্য়- নেতা। |
গচক্- খচক্। |
গছ লৰিলেও গুৰি নলৰে- দৃঢ়মনা। |
গড্ডৰ- ভেড়া। |
গণ্ডোল- গুড়। |
গদ্দান মাৰা- ফিতাহি মাৰি কোৱা কথা। |
গড় প্ৰাঞ্চি- দুৰ্গ। |
গছৰ গুটি খাবা ধৰা নকবা- কোনেও গপ নোপোৱাকৈ ধৰা নপৰাকৈ কুকৰ্ম কৰ। |
গড়মিল- মিল নোহোৱা। |
গধুৰতা- ওঝনৰ গুণ। |
গলধুৰি- ডিঙি। |
গাইব কৰ- লুকুৱা। |
গাত জুই জ্বল- অধিক দুখ-কষ্ট পা। |
গাউল- মহিলাসকলে পৰিধান কৰা এবিধ বস্ত্ৰ। |
গা খাট- পৰিশ্ৰম কৰি কৰ্ম কৰি দে। |
গা দহদহীয়া লাগ- সুস্থিৰ হ। |
গাঢ়া- গাঁত। |
গাজী- অংকুৰ মেলা। |
গাম- মিচিং জনগোষ্ঠীৰ লোকসকলৰ এটা উপাধি। |
গুংদন- যৌতুক। |
গুণক- পূৰক। |
গুপ্তঘাটক- কোনেও নেদেখাকৈ বা কোনেও গম নোপোৱাকৈ হত্য়া কৰা। |
গুৰুজনা- মহাপূৰুষ শ্ৰীমন্ত শংকৰদেৱ। |
গৃঞ্জন- নহৰু। |
গুৱাহাটী- অসমৰ এখন মহানগৰ। |
গেণ্ডুৱা- ঢোপ। |
গেৰু-শিলা- গেৰেউ-মাটি। |
গোপীধাৰা- ৰাতি খোৱা। |
গোৰাটিকা- মইনা চৰাই। |
গৌঞ্জিক- যিয়ে সোণ-ৰূপৰ অলংকাৰ নিৰ্মাণ কৰে। |
গ্ৰামহাসক- ভনীয়েকৰ গিৰীয়েক। |
গুণসাগৰ- ব্ৰহ্মা। |
গিনি্- এটা সময়ত ব্ৰিটেইনত চলি থকা মুদ্ৰা। |
গাফিলি- মনোযোগ নিদিয়া। |
গৱৰি- বদনাম দিয়া। |
গড্ডুক- স্বৰ্ণৰ পাত্ৰ। |
গঞা- গাৱঁলীয়া। |
গংগ্লেং- ৰাভা জনগোষ্ঠীৰ লোকসকে নাকেৰে বজোৱা এবিধ বাদ্য়যন্ত্ৰ। |
গঞ্জনী- অহংকাৰী। |
গড়হজম- হজম নোহোৱা। |
গণিতজ্ঞ- গণিত বিশাৰদ। |
গণ্য়-মান্য়- বিশিষ্ট। |
গদাকোঁহ- লাংচিং। |
গন্ধবহ- বায়ু। |
গমাৰী- এবিধ সুকাঠী বৃক্ষ। |
গম দে- উমান দে। |
গভিয়া- ঘৰ-জোৱাই। |
গৰিষ্ঠতা- প্ৰাধান্য়। |
গৰহা গুটি- বাটলুগুটি। |
গৰু খোজৰ পানী- তৰাং পানী। |
গৰ্ত- গাঁত। |
গৰ্হ্য়বাদী- পৰচৰ্চা কৰি বা বেলেগৰ বদনাই গাই ফুৰা মানুহ। |
গাথক- গায়ক। |
গা তঙা- পুষ্ট হ। |
গা দাঙি ক- সঠিককৈ ক বা সাহস কৰি ক। |
গায়নৰ জেঙা মৰা- লেঠা মৰা। |
গাৰদ- বন্ধীশাল। |
গিৰিশৃমগ- পৰ্বতৰ টিং। |
গিবি- সত্য়। |
গুংগাং- মিচিং জনগোষ্ঠীৰ লোকসকলে কৰা গণনা। |
গুণধাম- গুণময়। |
গৃহোপকৰণ- বাচন-বৰ্তন। |
গেৰেম আহু- আহু ধানৰ এটা প্ৰজাতি। |
গোঙগোঙা- নিৰ্বোধ। |
গোদ্কা- গোট্কা। |
গোৰিলাগি- ভৰিত ধৰি। |
গোৰিকা- কুমাৰী কন্য়া। |
গ্ৰামধৰ্ম- স্ত্ৰীসম্ভোগ। |
গ্ৰেড্- গুণ। |
গ্ৰহণী- এবিধ বেমাৰ। |
গোমুত্ৰ- গৰু-মূত। |
গোজিভা- আলজিভা। |
গেৰেকনি গাঁত- চুৱাপাতনি। |
গূঢ়মৈথুন- কাউৰী। |
গুৰুঘৰীয়া- গুৰু ঘৰৰ। |
গায়েব- নাইকিয়া হোৱা। |
গলিয়া গলি- ইজনে আনজনক গালি পৰা কাৰ্য। |
গৰাহে-গৰাহে- প্ৰত্য়োকটো গৰাহত। |
গৰকা- ভৰিৰে গচৰকা। |
গজমুৰ্খ- হাতীৰ দৰে মুৰ্খ। |
গই- গুঁই। |
গইনা ল- আলম ল। |
গঞ্জাকাৰী- যয়ে অহংকাৰ কৰে। |
গতপ্ৰাণ- মৃত। |
গন্ধকচু- এক প্ৰজাতিৰ ভাল গোন্ধ থকা কচু। |
গম্ভীৰতা- স্থিৰতা। |
গমন্- গতি। |
গৰম-গৰম- তপতে-তপতে। |
গৰ্ভজ- গৰ্ভত জন্ম হোৱা। |
ৃগাঁডু- গাৰু। |
গাব- বৰণ। |
গাভৰু- ডাঙৰ লোকৰ পত্নীৰ উপাধি। |
গাৰ উমান- নিজৰ ধাৰণা। |
গিৰা- বুঢ়া। |
গাইড্- পৰিচালক। |
গৰম- তপত। |
গৰিমাজিতা- গৌৰৱিনী। |
গধীৰ- গম্ভীৰ। |
গণ্ডি- সীমা। |
গড়া-গড়ি- বাগৰা-বাগৰি। |
গংগণা- গগণাৰ নিচিনা বাঁহ। |
গড়মলি- কোচ ৰজাৰ কটকী। |
গণিকা- নটিনী। |
গতি-বিধি- আওভাও। |
গন্ধীয়া- অসমীয়া লোকসকলৰ এক উপাধি। |
গমনা- ৰাভা জনগোষ্ঠীৰ লোকসকলৰ বাঁহ বা ধাতুৰে নিৰ্মাণ কৰা ততবাদ্য়। |
গৰু বিচৰা দে- সকলো স্থানতে নিৰাশাৰে সন্ধান কৰা। |
গফুৰ- দয়ালু। |
গদহা- ওজনশীল আৰু ডাঠ। |
গদিয়ান- গাদীৰ মূখ্য লোক। |
গন্ধবিৰিণা- ভাল গোন্ধ থকা এবিধ বন। |
গপগপা- তাপ বোধ কৰ। |
গণ্ডক- গঁড়। |
গজানীক- হাতী-যোদ্ধা। |
গখৰ- হাজং জনগোষ্ঠীৰ লোকসকলে কাণত পৰিধান কৰা অলংকাৰ। |
গৰং- পানী খাবৰ কাৰণে ব্য়ৱহাৰ কৰা বাঁহৰ দীঘল চুঙা। |
গৰব চৈ- এবিধ বনৌষধি লতা। |
গমনাগমন- চলাচল। |
গবা-গবে- বহু পৰিমাণে। |
গমী- ভ্ৰমণকাৰী। |
গধুলি বেলা- সন্ধিয়া। |
গছৰ পাত নলৰা- বতাহ বনলা। |
গগলা- এবিধ বেমাৰ যি হাতৰ আঙুলিত হয়। |
গংগকা- গংগাৰ এটা নাম। |
গচুৱাই- গছোৱাই। |
গড়গাৱঁৰ পিছল বাট- যি স্থানত অধিক সতৰ্কতাৰে চলিব লাগে। |
গণ্ডুপদ- কেঁচু। |
গঠনপ্ৰক্ৰিয়া- গঠনপ্ৰণালী। |
গণঅয়- গণিবৰ যোগ্য়। |
গণমূল্য়- মন-কাণ। |
গঠন- ৰূপ। |
গজি- ৰাঁচত সূতা ভৰোৱা যতন। |
গগনা- এবিধ বাদ্য় যাক মুখেৰে বজোৱা হয়। |
গণ্ডুুষ- হাতৰ তলুৱাত লব পৰা পানী। |
গদা- এবিধ অস্ত্ৰ। |
গন্ধ- ঘ্ৰাণ। |
গৰাকী- বিবাহ প্ৰাৰ্থী। |
গৰাসিত- গিলিবলৈ। |
গৰ্ভত্ৰাস- অধিক ভয়। |
গহীনালি- গহীন স্বভাৱ। |
গান্দিনী সূত- ভীষ্ম। |
গাবুৰ- গাভৰু। |
গিদ্- বৰ্হিদ্বাৰ। |
গীতি- গান। |
গীতায়ন- বাদ্য়যন্ত্ৰ। |
গাবলা- গামলা। |
গলিতনয়ন- চকুৰে দেখা নোপোৱা। |
গচ্ছিত্- গটাই দিয়া। |
গ'ড- ডিঙি। |
গইৰা- দুৱাৰডলি। |
গছা- বিশ্বাস কৰি সমৰ্পন কৰ। |
গংগাটোপ- ফুলি থকা এবিধ মাছ। |
গজেন্দ্ৰ-গমন- হাতীৰ দৰে স্থিৰ আৰু গহীন খোজ। |
গঞ্জা- জুপুৰী গৃহ। |
গধূলিকা- গধুলি। |
গদাধৰ- বিষ্ণু। |
গৰ্দনা- কান্ধ। |
গহৰি- গাহৰী। |
গাওনি গা- বদনাম গাই ফুৰ। |
গাঁৰু- গাঁডু। |
গাড়ী- সকলো ধৰণৰ চকৰি লগোৱা হৈ থকা বাহন। |
গা বেয়া কৰ- সুস্থিৰ ভাৱ নোহোৱা। |
গাদনি-গুমৰণি- গৰ্জনৰ শব্দ। |
গাহিয়াল- নোদোকা। |
গুলুম- গপগপনি লগা। |
গুৰু-গম্ভীৰ- অত্যাধিক গুৰুতৰ বা বিষন্ন। |
গুম- হেৰাই যোৱা। |
গুণ্ডিছি মুছা- কেৰ্কেটুৱা। |
গুলগুলা- তাপবোধ কৰ। |
গৃহীত- লোৱা। |
গেতে- ডাঙৰ। |
গুলজাৰ- আনন্দময়। |
গুমাৰ গুলি- দ্ৰোণ শাক। |
গুঁসংগ- গুণৰ সংগ। |
গুডুচী- আমৈলতা। |
গুৰগুৰীয়া- ফুচফুচীয়া। |
গুৰ্বিনী- গৰ্ভৱতী। |
গে- লেছবিয়ান। |
গুহ্য়-দ্বাৰ্- গুদ। |
গুমৰ- খঙত চিঞৰ-বাখৰ কৰা। |
গিৰ্গিৰা- মেঘৰ নিচিনা শব্দ কৰ। |
গুটিয়া নাও- ডিঙা। |
গীতৰ তা-না-না- কাজিয়াৰ মূল। |
গায়ট- সাগৰৰ তলৰ অসম অংশত উৎপন্ন হোৱা পৰ্বত। |
গা আঁজোৰ- বেলেগৰ উপযুক্ত বস্তু পাবলৈ আকাংক্ষা। |
গীতমান- গানৰ সৈতে আৱেগ দেখুওৱা। |
গুৰি যুৱত- শেহতীয়াকৈ যৌৱন প্ৰাপ্ত কৰা। |
গুটি-ফুল- কাপোৰত ফুল তুলা। |
গা-মূৰ্ ধো- ঋতুস্নান কৰ। |
গাল্লি- ভূ-পৃষ্ঠত। |
গুঞ্জানন- কোমল মুখ। |
গা খাটনি- শাৰীৰিক পৰিশ্ৰম। |
গাঁঠি-কটাৰী- সৰু কটাৰী। |
গলা- বনৰ স্তুপত একোৰা ডাঙৰ জুই জ্বলা। |
গয়ৰহ্- আদি। |
গলধনৰ গাগৰি- মিছা গৌৰৱ যি সহজে ভাগি পৰে। |
গাওঁ ভাং- গাৱঁৰ শান্তি। |
গা- গান কৰ। |
গতিহীন্- স্থিৰ হৈ থকা। |
গঞ্জ্- নিবিড়ভাৱে পেক কৰা হোৱা। |
গলনাংক- গলন বিন্দু। |
গিৰীখোৱা- ঘৰ ধ্বংস কৰিবৰ কাৰণে সাজু হৈ থকা ব্য়ক্তি। |
গাংগেয়- ভীষ্ম। |
গৰখীয়া সকাম- গৰু আৰু গৰু ৰখা মানুহৰ কল্য়াণৰ কাৰণে কৰা এক অনুষ্ঠান। |
গাঁও সম্বন্ধীয়া- তেজৰ সম্পৰ্ক নথকা একেখন গাঁৱৰ লোক। |
গৰগৰা- চিঞৰ। |
গপ্- অহংকাৰ। |
গতস্পৃহ- বাসনা শূন্য়। |
গণনা- সংখ্য়া কৰা কাৰ্য। |
গতে গতে- উচিতৰূপে। |
গপ্গপনি- তাপবোধ। |
গলাগোপা- গলৰ ভিতৰে। |
গাঁওকুচ্লা- গাঁৱৰ ওচৰৰ। |
গান্ধবিৰিণা- গন্ধ্বিৰিণা। |
গুদা- খণ্ড-খণ্ড। |
গুপ্তি- লাখুটিৰ ভিতৰত সোমাই থকা অস্ত্ৰ। |
গেমেহা- বলেৰে মৰা। |
গাছবাৰী খেলা- গৰখীয়া লোকসকলে খেলা এবিধ খেল। |
গৰজিয়াছ- দেখিবলৈ বহুত ধুনীয়া। |
গজমুকুতা- হাতীৰ দাঁতত থকা এটা ডাঙৰ আৰু উৎকৃষ্ট মুকুতা। |
গঁৰিয়লী- গাঁৰি দিয়া। |
গত-লুগা- ডাঠ। |
গণ্ড- গঁড়। |
গৰাকী- নিৰ্দিষ্টবাচক প্ৰত্য়য়। |
গন্ধৰ্ববিদ্য়া- সংগীত বিদ্য়া। |
গত লাগ- যেনেকুৱা হ'ব লাগে তেনেকুৱা হ। |
গন্ধাষ্টক- ভগৱানক আগবঢ়োৱা আঠ প্ৰকাৰৰ সুগন্ধি সামগ্ৰী। |
গলৰ মণি- মৰমৰ বস্তু। |
গাওঁ খলুৱা- গাঁৱত বেলেগৰ কথা বেলেগক লগাাই ফুৰা মানুহ। |
গা চাই খনীয়া- সঠিক জোখৰ সঠিক বস্তু। |
গ্ৰীষ্মজা- নৱমল্লিকা লতা। |
গৃহযুদ্ধ- অন্তৰ্বিপ্লৱ। |
গোঁগোঁৱনি- অন্ঠ-কন্ঠবোধ মানুহৰ চিঞৰ। |
গোণ্ডফিচ- অসমৰ নদী-বিল আদিত পোৱা এবিধ মাছ। |
গোফলি- গৰুৰ নেজডালৰ মূৰ অংশত লাগি থকা চুলি। |
গোৱে পোৱে তল যা- সম্পূৰ্ণভাৱে হেৰাই যোৱা। |
গ্ৰাম্য়জীৱন- গাঁৱৰ জীৱন। |
গোধিকা- গুঁই। |
গোলোকপতি- বিষ্ণু। |
গ্ৰিজ- জন্তুৰ স্নেহপদাৰ্থ। |
গেদেৰিকটা চালনী- এটা দীঘল টিউব-ফিট কৰা চালনী। |
গ্ৰামোন্নয়ন- গাঁৱৰ কল্য়াণসাধন। |
গ্ৰাহ্য় কৰ- ৰাজী হ। |
গোম চেলা- ওঅসমৰ অৰণ্য়ত পোৱা এক প্ৰকাৰৰ চেলাজাতীয় পোক। |
গেদগেদী- এবিধ মাছ। |
গুৰিত পানী দে- কিবা কামত সফল হবলৈ হ'লে কৰিবলগীয়াখিনি কৰিব লাগবিই। |
গেলছেমিয়াম- হালধীয়া ৰঙৰ এবিধ পদাৰ্থ। |
গুমুনী- গোম সাপৰ মাইকী। |
গুজুৰ্ কৰে- মুখৰ ভিতৰতে লাহেকৈ। |
গা মাটি কৰ- অধিক শ্ৰম কৰ স্বাস্থযৰ হানি কৰ। |
গাংগাচি- গাৰো জনগোষ্ঠীৰ লোকসকলে অৰণ্য় কাটিবৰ কাৰণে ব্য়ৱহাৰ কৰা েখন দা। |
গৰখীয়া-বাদুলি- টেলটুপি চৰাই। |
গগনোল্মুক- মংগল গ্ৰহ। |
গঞালি- গাঁৱৰ ৰাজহুৱা সম্প্ৰদায়। |
গণবিক্ষোভ- ৰাজহুৱা প্ৰতিবাদ। |
গন্ধলতা- প্ৰিয়ংগুলতা। |
গন্তা- যিয়ে গমন কৰে। |
গডু- কুঁজা লোক। |
গণ্ডস্থল- গাল। |
গৰাকী লাগ- কোনো বস্তু নিজৰ কৰি ল'বলৈ ওলা। |
গাই গাই- প্ৰত্য়েকেই |
গা বেজবেজা- তিহতিহাই যা। |
গৰদ- এবিধ ৰেচমী কাপোৰ। |
গলউকাহি- গলৰ পৰা কৰা শব্দ। |
গাল্- শৰীৰৰ এক অংগ। |
গীত-বাদ্য়- গান-বাজনা। |
গিৰিসাৰ- লো। |
গিয়ান- জ্ঞান। |
গুছুং- চুটি। |
গুপ্তধন- লুকাই থোৱা ধন। |
গুৰুবাৰ- বৃহস্পতিবাৰ। |
গেজেপা খা- ঠাইৰ অভাৱৰ বাবে বহুতো বস্তু একে ঠাইতে ৰখা। |
গৈৰিকবৰ্ণ- গেৰুৱা ৰঙৰ। |
গোট্ মাৰ্- টান্ মাৰ্। |
গোচৰ স্বত্ব- বাদাধিকাৰ। |
গোনস- এবিধ সাপ। |
গোলাপী-জামু- এবিধ ফল। |
গোৰোচনা- এবিধ হালধীয়া বস্তু। |
গোলপহীয়া- কাষত ফুলৰ পাহিৰ নিচিনাকৈ গোল পাহ থকা। |
গোট্-গোট্- পৃথক-পৃথক। |
গোবৰ্ধনধাৰী- ভগৱান শ্ৰীকৃষ্ণ। |
গোলাংগুল- গৰুৰ নিচিনা নেজ থকা এক প্ৰজাতিৰ বান্দৰ। |
গৌৰাংগী- গৌৰ ৰঙৰ ধুনীয়া মহিলা। |
গ্ৰীষ্মকাল- গৰম-দিন। |
গৌতম্- এজন ঋষি। |
গুহেৰ- অভিভাৱক। |
গুৰুমন্ত্ৰ- গুৰুজনে দিয়া ভগৱানক প্ৰাৰ্থনা কৰা মন্ত্ৰ। |
গুণান্বিত- গুণ থকা। |
গোপন্- লোকোৱা। |
গালৈ টান পৰ- জীয়ই থাকিম বুলি সম্ভাৱনা নাইকিয়া হোৱা। |
গান্ধী মাৰী হাত গোন্ধা- কুকৰ্ম কৰি বদনামী হ। |
গা-চলা- ৰক্তস্ৰাৱ হোৱা বেমাৰ। |
গৰাখহনীয়া- পানী বাঢ়ি অহাৰ ফলত নদীৰ পাৰ খহি যোৱা কাৰ্য। |
গাই- মাইকী গৰু। |
গায়ন-বায়ন- গায়কৰ এটা গোট |
আৰু ভাওনাত প্ৰদৰ্শন কৰা বাদ্যযন্ত্ৰৰ সংগী। |
গুঞ্জাৰ- ভোমোৰাৰ গুণগুণণি। |
গান্ধৰ্ব- গায়ক। |
গাখীৰ- গে-ৰস। |
গৰকা- কেৰ্কেটুৱা ধৰিবলৈ ব্য়ৱহাৰ কৰা ফান্দ। |
গজ্গজ্- বেদনাদায়ক সংবেদন প্ৰকাশ কৰিবলৈ ব্য়ৱহাৰ কৰা এক অনুকৰণমূলক শব্দ। |
গে'ট- ঘৰৰ পদুলিমুখ। |
গাৰ্হস্থ্য বিজ্ঞান- ৰন্ধা-বঢ়া। |
গাদী- মান্য়ৱান লোকৰ আসন। |
গডুকা- পানী থবৰ কাৰণে ব্য়ৱহাৰ কৰা পাত্ৰ। |
গচ-পাত লগে নৰসা- সকলো মানুহৰ একেলগে মৃত্য়ু নোহোৱা। |
গমলা- গোমা। |
গাচিচিউ নাচ- অৰুণাচল প্ৰদেশৰ খাৱা জনগোষ্ঠীৰ লেকসকলৰ মাজত চলি থকা এবিধ নৃত্য়। |
গাৰ্হপত্য়- সাগ্নিক। |
গুণমণি- গুণেৰে ভৰপুৰ লোক। |
গৃহবিবাদ- ঘৰুৱা কন্দল। |
গুটীয়া ভকত- গুৰুৰ পৰা শিক্ষা নোলোৱাকৈ হোৱা ভকত। |
গুপ্তকথা- লুকাই থকা কথা। |
গালো বালো খোলাকটিৰ তাল- ফলবিহীন প্ৰচেষ্টা। |
গা ব- পেট চল। |
গিৰিঘৰ- ঘৰৰ গৰাকী। |
গুণানুকীৰ্তন- কোনো লোকৰ ভাল গুণাগুণৰ আবৃত্তি। |
গা বান্ধ- কাৰোবাক ক্ষতিৰ পৰা সুৰক্ষিত কৰিবৰ কাৰণে এটা মন্ত্ৰ পদৰ্শন। |
গলমোচৰা বৰা- বৰা ধানৰ এটা প্ৰজাতি। |
গন্ধবিৰাজ- সৰল গছৰ ভাল গোন্ধ থকা ৰস। |
গায়েন- ঘৰ চাবৰ বাবে ব্য়ৱহৃত খেৰৰ মুঠি। |
গৱচেম- ভাইফে জনগোষ্ঠীৰ লোকসকলৰ এবিধ বাদ্য়। |
গৰজ- পূৰুষে পৰিধান কৰা ধুঁতি-চাদৰ। |
গৰ খাৱৈ- দ খাল। |
গৰ্তত্ৰাস- হৃদয়ত ভয় অনুভৱ কৰা। |
গাজচ্ছ্ৰ- সোণাৰীসকলে সোণ, ৰূপ ইত্য়াদি কাটিবৰ কাৰণে ব্য়ৱহাৰ কৰা এবিধ সঁজুলি। |
গুণাট্য়- সৰ্বগুণী। |
গুৱেনডলাৰ- গুৱেনা দেশত চলি থকা মুদ্ৰা। |
গেৰ্বা- ডিমাচা জনগোষ্ঠীৰ লোকসকলে উদযাপন কৰা এবিধ পূজা। |
গ্ৰামবাসী- গাঁৱৰ বাসিন্দা। |
গঠন - গঢ়, ৰূপ, আকৃতি |
গধূলিগোলাপ - গধূলি ফুলা এবিধ ফুল |
গুঞ্জৰি - গুণ্ গুণ্ কৰি। |
গাঢ – ডাঠ(ৰং |
গতি বিধি – আও-ভাও,নিয়ম প্ৰণালী |
গন্তব্যস্থান – যাবলগীয়া ঠাই |
গৰাখহনীয়া – নৈ পুখুৰী আদিৰ পাৰৰ মাটি চপৰা-চপৰে খহি পৰা কাৰ্য। |
গুজুক-গাজাক - গুজগুজীয়া , ফুচফুচীয়া (মেল |
গণিকা - বেশ্যা । |
গমাৰি - এবিধ ডাঙৰ গছ । |
গঁৰল - ডিঙিত হোৱা এবিধ ৰোগ । |
গঁৰাল - জীৱ-জন্তু ৰখা পিঞ্জৰা । |
গৰৈ - এবিধ মাছ । |
গৰিষ্ঠ - সংখ্যাত অধিক । |
গৰিব -দৰীদ্ৰ । |
গহনা - আ-অলংকাৰ । |
গইনা - অৱলম্বন । |
গঢ়পিট - দৈহিক গঠন । |
গৰ্ভাধান - পৰ্ৰথম সন্তান কামনাৰে স্বামী - স্ত্ৰীয়ে পালন কৰা অনুষ্ঠান বিশেষ । |
গৰিবি - দৰিদ্ৰ অৱস্থা । |
ডগধুলি - সন্ধিয়া সময় । |
গদাপানি - শ্ৰীকৃষ্ণ । |
গণিত - অঁকবিদ্যা । |
গৰীয়সী - মহিয়সী । |
গৰ্ভৱতী - গৰ্ভত সন্তান থকা স্ত্ৰী । |
গৰ্ভস্ৰাৱ - অকালতে ভ্ৰূণ নষ্ট । |
গলি - ঠেক পঠ । |
গহনা-গাঠৰি - আ-অলংকাৰ |
গমিৰি - এবিধ ধান । |
গতায়ুস - আয়ুস শেষ হোৱা । |
গধুৰ - ওজন । |
গাঁথনি - গঁথা কাৰ্য । |
গণক - জ্যোতিষমতে । |
গাঁথনি - গঁথা কাৰ্য । |
গাঁৰ - বিষযুক্ত ডাঙৰ গছ । |
গাঁত - মাটিত খান্দি কৰা সৰু আকাৰৰ দ অংশ । |
গিলাচ - পি খাবলৈ ব্যৱহিত চুঙাকৃতিৰ পাত্ৰ । |
গূ - মল । |
গুটিয়া - মুঠি মুটিকৈ বন্ধা । |
গিৰীন্দ্ৰ - হিমালয় । |
গীটাৰ - এবিধ বাদ্যযন্ত্ৰ । |
গাৱঁলীয়া - গাওঁ সম্পৰ্কীয় । |
গা টঙা - ভাল অৱস্থালৈ আহ । |
গান্ধাৰী - ধ-তৰাষ্টৰ পত্নী আৰু দুৰ্যোধনৰ মাতৃ । |
গুচ্ছ - একেজাতীয় বস্তুৰ থুপ । |
গাঁঠি - ৰছীৰ বান্ধ । |
গন্ধৰ্ব বিবাহ - দৰা - কইনাৰ মতত গোপনে সম্পন্ন হোৱা বিবাহ । |
গাভিনী - গৰ্ভবতী । |
গা - মুৰি - এঙামুৰি । |
গাম্ভীৰ্য - গম্ভীৰ স্বভাৱ । |
গীতাঞ্জলি - গীতৰ অঞ্জলি । |
গাঁথনি - এটাৰ গাত আন এতা দি সংযোগ কৰা কাৰ্য । |
গাঁঠয়ন - বহুত গাঁঠিযুক্ত এবিধ সুগন্ধী শিপা । |
গাথা - কাহিনীপ্ৰধান কাব্য । |
গাঁজ - সুৰুঙা নথকা । |
গৃহস্থী- ঘৰ-সংসাৰী । |
গুৱামৰি- চফগুটি । |
গুৰ - কুঁহিয়াৰ ৰসৰপৰা প্ৰস্তুত কৰা এবিধ খাদ্যবস্তু । |
গেঁঠু - এবিধ সৰু মাছ । |
গেন্ধালি - বগা ফুলৰ । |
গোঁজ - হেঁচি সুমোৱা । |
গুনাহ - অপৰাধ । |
গুণিতক - হৰণ কৰিলে ভাগশেষ নথকা ৰাশি । |
গৃহিণী - ঘৰৰ মূল তিৰোতাগৰাকী । |
গেৰো - গেঁথো - কৰোঁ - নকৰোঁ ভাৱ । |
গেঞ্জি - বনিয়ন । |
গেঁঠেলা - নিসিজি টান হৈ ৰৈ যোৱা । |
গোছ - প্ৰথমে ৰোৱা কঠীয়াৰ মুঠি । |
গোছা - কঠিয়াৰ মুঠি । |
গেথু - এবিধ লাহী ধান । |
গোলাম- দাস । |
গোঁজ – জেওৰাৰ বাবে পোতা গছৰ কেঁচা ডাল । |
গজালি – পোখা । |
গোহাঁই - বিশেষ উপৰাধি । |
গেৰেকনি - উচ্ছিত বস্তু পেলোৱা ঠাই । |
গুপুত - যিটো গোপন কৰি ৰখা হৈছে । |
গুড়ি - চালনী - গুড়ি বস্তু চালিবলৈ ব্য়ৱহৃত চালনী । |
গুপ্তবেশী - চদ্মবেশী । |
গুৰুত্ব - ছদ্মবেশী । |
গুলীয়াগুলি - পৰস্পৰৰ গুলী নিক্ষেপণ । |
গঁতা - মানে গলধনত ধৰি হাতেৰে ঠেলা মৰা। |
গঁঠীয়া - মানে বহুত বেছি গাঠি ঠকা। |
গউৱা - মানে গৰু। |
গঁড় - মানে হাতীৰ নিচিনা কিন্তু তাৰ শুৰ নাই। |
গইনা - মানে ৰক্ষা কৰা ঠাই। |
গঁতিয়া - মানে ডিঙিত ধৰি ঠেলা মৰা কাৰ্য। |
গঁৰল - মানে ডিঙি ফুলি অহা ৰোগ। |
চুম্বী - মানে আকাশ স্পৰ্শ কৰি থকা। |
গছ - মানে মাটিত গজা এবিধ উদ্ভিদ। |
গছমূৰ্খ - মানে মূৰ্খ বা অজ্ঞানী। |
গছোৱাই - সহজতে গছত উঠিব পৰা। |
গছা - মানে ছাকি থৈ দিবৰ বাবে কৰা যতন। |
গগল - মানে আঙ্গুলীত হোৱা এবিধ ৰোগ। |
গজৰ - মানে সন্তোষ নোহোয়া। |
গজা - অঙ্কুৰীত হোৱা। |
গগনা - বাঁহৰে বনোৱা মুখেৰে বজোৱা এবিধ বাদ্য। |
গকতি- উকুটিয়াই। |
গণনীয়- মান্য়। |
গঢ়া- নিৰ্মাণ কৰা। |
গণদীক্ষা- গণশিক্ষা। |
গতিৰোধ- গৈ থকা। |
গঞ- শৰীৰ। |
গজ-গতি- হাতীৰ দৰে গম্ভীৰ গতি। |
গছা- দীপাধাৰ। |
গণনা বিধি- গণনা পদ্ধতি। |
গড়গাৱঁৰ কথা শুনি তল যা- কোো আচৰিত ঘটনা বা কথা শুনি আচিৰত হোৱা। |
গঢ়বঢ়- খেলিমেলি। |
গতৱৈৰ- শত্ৰুতা নথকা। |
গপ্গপ্ কৰে- ভিতৰি ভিতৰি পুৰি। |
গন্ধপত্ৰী- অশ্বগন্ধা। |
গঢ়ে-পিটে- আকাৰ-প্ৰকাৰ। |
গজপুৰ- হস্তিনাপুৰ। |
গজ্মূৰা- খাইমূৰা। |
গংগ্ৰায়- পানীলগা। |
গগণপথ- আকাশ মাৰ্গ। |
গউৱা- গৰু। |
গলা- ডিঙি। |
গৰ্মি- উপদংশ। |
গাওঁ পৰিষদ- গাওঁ সভা। |
গাইন- উলু খেৰৰ মুঠি। |
গাছআ- মাটিৰ গছা। |
গাচা- টেঙা। |
গান্দি- কৱয়। |
গাথা- প্ৰাকৃত ভাষাত লিখিত কবিতা। |
গালৈ চোঁচা ল- আক্ৰমণ কৰিবৰ বাবে সাজু হ। |
গুড়ীয়া- মেৰিয়া। |
গুটি শস্য়- খেতিৰ পৰা উৎপত্তি হোৱা শস্য। |
গুণনি- চিন্তা। |
গুণহীন্- গুণ নথকা। |
গুলাল্- এবিধ পুষ্প। |
গৃহীত ব্য়ৱস্থা- গ্ৰহণ কৰা ব্য়ৱস্থা। |
গৃহকলহ- ঘৰুৱা কাজিয়া। |
গেদেৰ- বৃহৎ। |
গোঁজ্- দীঘলীয়া খুঁটি। |
গেহেৰা- নোদোকা। |
গো মুখী- বিশেষ নদী। |
গোষ্টি- একত্ৰিত হোৱা কাৰ্য। |
গ্ৰন্থাগাৰ- পুথিভঁৰাল। |
গ্ৰীৱী- দীঘল ডিঙিৰ জন্তু। |
গ্ৰাহ্- ঘঁৰিয়াল। |
গ্লুক'জ- ফলজ শৰ্কৰা। |
গোপীকান্ত- ভগৱান শ্ৰীকৃষ্ণৰ অন্য় এটা নাম। |
গৈৰেয়-আলকাতৰা। |
গ্ৰাস কৰ- গিল। |
গো দুগ্ধ- গৰুৰ গাখীৰ। |
গোপিকা- গোপ মহিলা। |
গোপালপৰীয়া ঠাঙনি- এক প্ৰজাতিৰ শালি ধান। |
গ্ৰন্থিপৰ্ণ- এবিধ আতৰ। |
গ্ৰন্থকীট- কিতাপ কুটি নষ্ট কৰি পেলোৱা এবিধ পোক। |
গ্ৰীমবুদা- ৰাভা জনগোষ্ঠীৰ লোকসকলে পালন কৰা শাৰদীয় উৎসৱ। |
গেলি- কাৰণে। |
গৃহবাস্- ঘৰবাস। |
গুণাংক- কোনো পদাৰ্থৰ গুণ বুজোৱা ধ্ৰুৱক ৰাশি। |
গুটি-দাণ্ডা- টাং-গুটি। |
গু'ৰান- শুকান। |
গাহৰি- বৰা। |
গামাডী- পাৰ্বতী। |
গাঙঠ নাম- গাঙঠি হ। |
গা ছোঁ- কিলা। |
গাইৰা- এলেহুৱা। |
গলৰাৱ- কথা-বতৰা। |
গৰুড়্- বিষ্ণুৰ বাহন। |
গল্হেঁকাৰি- ডিঙিৰ পৰা কৰা ধ্বনি। |
গাজ্- মেঘৰ দৰে শব্দ কৰ। |
গা ঘৰ- নিজৰ ঘৰ। |
গাদিগুদা- বাঁহৰ সৰু সৰু চুকুৰা। |
গাত্ৰ- শৰীৰ। |
গায়ত্ৰ- গীত। |
গাহান- নাটক। |
গালিচা- দলিচা। |
গাৱাল্- গা-ডাঙৰ। |
গিলাপ- চাদৰ। |
গিৰাচী- দেউৰী জনগোষ্ঠীৰ লোকসকলৰ আইনাম। |
গুড়ি গুড়ি- খোজে কোজে গৈ। |
গুটিকা- বৰ আইৰ জোলা। |
গুৰুৰা- ঘঁৰিয়াল। |
গুলিস্তান- বিভিন্ন ফুলৰ বিশেষ বাগিচা। |
গেবাৰী- দাসৰ কৰ্ম। |
গোভৃৎ- পৰ্বত। |
গোপিনী- গোপ নাৰী। |
গোৱাল- গোহালি ঘৰ। |
গ্ৰীণ ৰুম- চোঁ ঘৰ। |
গুজু- উচ্চতা। |
গুড় চেলেকুৱা- ফউচুলোৱা। |
গুণ্ডা- দুৰ্বৃত্ত। |
গুণশালী- গুণী। |
গুৱাটেমেলা- উত্তৰ আমেৰিকা মহাদেশত থকা এখন দেশ। |
গৃহ্য়- ঘৰুৱা। |
গৃহমণি- চাকি। |
গূৱনি- লেতেৰা স্থান। |
গেমেহা- কেঁচা আৰু ওজনৰ। |
গোবৰ্- গোময়। |
গোষ্ঠ- বৃন্দাবন। |
গ্ৰস্ত- ভুক্ত। |
গ্ৰীল- দুৱাৰ। |
গুটিয়া- মুঠি মুঠি। |
গুৱাৰী- গুৱালী। |
গুলি- গৰু ৰখা ঘৰ। |
গোবান্ধ্- বেয়া। |
গোষ্ঠ- গোহালি। |
গুটি-ধান্- মৰা ধান। |
গুটি- বসন্ত ৰোগ। |
গামপা- ৱাংচু জনগোষ্ঠীৰ লোকসকলৰ পুৰোহিত। |
গামোচা চেৰুৱা খেল- এবিধ অসমীয়া খেল। |
গৰুৱা- বাকলি নথকা এবিধ ডাঙৰ মাছ। |
গৰিমাৱতী- মহান। |
গৰু পাল- গৰুৰ জাক। |
গলমণি- হাতীৰ ডিঙিৰ ফুটুকা। |
গাছ-পালহা- গছ-পাত। |
গান পাউদাৰ- এবিধ বিস্ফোৰক পদাৰ্থ। |
গাহাম- ভাল। |
গিলা- বোৰ। |
গুল্তি- কেটেপা। |
গৃহমৃগ- কুকুৰ। |
গেমাৰ- গেম খেলা লোক। |
গোমি- বাইকৰ গীৰিয়েক। |
গোলাঘৰ- গোহালি। |
গ্ৰীৱা- ডিঙি। |
গুটীয়া- অধিক গুটি থকা। |
গুটীয়া বন্ধনী- একক বন্ধনী। |
গুণবৃক্ষ- ভেড়া বা ছাগলী বান্ধিবৰ কাৰণে ব্য়ৱহাৰ কৰা খুটা। |
গুলীচালনা- বন্দুকৰ দ্বাৰা গুলী মাৰা। |
গোফ- মহাৰাষশ্ট্ৰত প্ৰচলিত এবিধ লোকনৃত্য়। |
গোলাপী- গোলাপ ফুলৰ নিচিনা পাতল গুলপীয়া। |
গোলোক নাথ- নাৰায়ণ। |
গ্ৰন্থসন্ধি- পুথিৰ বিভাগ। |
গাৰ্হমেধ- ঘৰৰ গৰাকীৰ কাৰণে উপযোগী যজ্ঞ। |
গাগিনী- অসমৰ অৰ্যমত পোৱা এক প্ৰজাতিৰ পৰুৱা। |
গন্ধনালী- নাক। |
গতসত্ব- মৃত। |
গৰ্ণ- গল। |
গলন- তাপদ্ৰৱণ। |
গাজনি- মেঘৰ ধ্বনি। |
গানা- চকুৰে দেখা নোপোৱা। |
গাদিল- গধুৰ। |
গুণ্- স্বভাৱ। |
গুণজিৎ- পৰম গুমী। |
গুৱানিডিন- প্লাষ্টিক। |
গৃহী- এটা ঘৰ আৰু পৰিয়ালত বাস কৰা। |
গেবাৰ্- বন্দী। |
গোঁগোঁ কৰে- খঙেৰে বেগাই। |
গোবৰণি- বহুত গোবৰ থকা স্থান। |
গোলাম্- দাস। |
গ্ৰন্থন- গাঁথনি। |
গ্ৰাহ্- গিল। |
গূঢ়বৰ্চা- ভেঁকুলী। |
গেন্ধেলা- বেয়া। |
গুল-বদন- গোলাপ ফুলৰ নিচিনা কোল শৰীৰ। |
গুল্ম- সৰু জোপোহা বৃক্ষ। |
গৃহাগত- ঘৰলৈ অহা আলহী। |
গেন্ধাই ফুল- নাৰ্জি ফুল। |
গৈ থৈ- অৱশেষ। |
গ্ৰীণ-হীাউছ- সেউজ গৃহ। |
গৃহহীন- ঘৰ নথকা। |
গুলবাগ- গুলাপ ফুলৰ বাগান। |
গুটি-সাঁহ্- বসন্তৰ ঘাৰ দাগ। |
গুড়লং- লালীৰ দাৰা প্ৰসুত কৰা মদ। |
গুণিন- গায়নৰ দল। |
গুৰি কঁঠাল- অধিক শকত মানুহ। |
গুৰু- শিক্ষক। |
গুৱাক- তামোল গছ। |
গৃহাপিকা- জেঠী। |
গোঁ- ৰোহ। |
গো-ধন- গো-সম্পত্তি। |
গোঠহি- গোটে গোটে। |
গোপীযন্ত্ৰ- একতাৰা। |
গোনা- খোজ্। |
গেষ্ণ- উদ্গাতা। |
গেমছ- কম্পিউটাৰৰ গেম। |
গৃহস্থ- ঘৰৰ গৰাকী। |
গুলৈ- পচা বস্তু থকা। |
গুন্ঠন- ওৰণি। |
গুড়-মাটি- অনিষ্ট হোৱা। |
গায়াকাৰ- গায়ক। |
গামাবা- লোকচান। |
গান্ধ- গাধ। |
গৰুড়াংক- বিষ্ণু। |
গতি হ- মুক্তি পা। |
গঞ্জ- লাগজত পেলা। |
গগণচৰ- যি উৰি ফুৰে। |
গঁতিয়া- ঠেলা মাৰ। |
গতেৰে- দৰণে। |
গতা- সৰু বামি মাছ। |
গপ্- মনে মনে ভাবি চা। |
গৰ্গ- এজন ঋষিৰ নাম। |
গৰুড়কেতু- বিষ্ণু। |
গৰুত্না- জটায়ু পক্ষীৰ জ্য়েষ্ঠ ভাতৃ গৰুড় পক্ষী। |
গাংবুঢ়া- গাৱঁৰ মুখা। |
গানৰ কলি- গীতৰ পদ। |
গা হ- লগা হ। |
গাৱে গাৱে- প্ৰত্য়েক। |
গিলিপ্- আচ্ছাদন্। |
গুৰি শকত- ক্ষমতা থকা লোকৰ পৰা সহায় পোৱা। |
গুল্ম- সৈন্য় বাহিনীৰ এটা বিভাগ। |
গৃহস্থালি- গৃহাশ্ৰম। |
গোবাট- গোশালা। |
গ্ৰহপতি- গ্ৰহ সঞ্চাৰ। |
গ্ৰীষ্ম- তাপ। |
গৰুৰ গা ধুউৱা হালধি- হালধিৰ দৰে এবিধ বন হালধি। |
গলা- দ্ৰৱ কৰ। |
গলদ্- খলগ্ৰহ। |
দ'লব্ৰত- ময়ুৰ চৰাই। |
গাওঁবুঢ়া- এক প্ৰজাতিৰ আহু ধান। |
গাংগেয়- গংগা বিষয়ক। |
গাছ- গছ। |
গা সাৰ- প্ৰৱস হ। |
গুন্ঠিত- আবৃত। |
গুলুঞ্চ- থোপা। |
গৃহাশ্ৰম- গৃহবাস। |
গেন্দী- ছোৱালী। |
গেহেৰা- সাংঘাতিক। |
গোড়া- ধৰ্ম মানি চলা। |
গোব্ৰজ- গোশালা। |
গুজব- আচৰিত কথা। |
গুণ দে- সুফল দে। |
গুন্দূৰ গুন্দূৰ- পিটপিটকৈ। |
গুৰুৱা- অধিক। |
গৃহদাস- ঘৰুৱা চাকৰ। |
গেজ- গৰুৰ পিঠিৰ চুট। |
গৃধু- কামদেৱ। |
গেল- গ'ল। |
গোট- দল। |
গোচল- স্নান। |
গোপীত- খঞ্জৰী পক্ষী। |
গোমোলা- মেঘৰ দ্বাৰা ঢকা। |
গোৱালী-পাৰা- গোকুল। |
গ্ৰীচ- ইউৰোপ মহাদেশত অৱস্থিত এখন দেশ। |
গুন্ড্ৰক- নেপালী জনগোষ্ঠীৰ লোকসকলে সৰিয়হ আৰু লাই পাতৰ দ্বাৰা প্ৰস্তুত কৰা বিশেষ চাটনি। |
গুলছন- ফুলৰ বাগান। |
গৃহস্থী- গৃহস্থালি। |
গেন্দা- ল'ৰা। |
গেণ্ডা- গঁড়। |
গেঁথনি- কেঁকনি। |
গৈৰিক- পৰ্বতত উৎপত্তি হোৱা। |
গোডুম্ব- তৰমুজ। |
গোবশা- বাজি গাই। |
গোৱাইল ঘৰ- গোহালি। |
গৰুৰ খোটা- খুট। |
গৰুগাড়ী- গৰুৱে টনা গাড়ী। |
গন্ধে- সতে। |
গন্ধমূষী- চিকা। |
গন্ত্ৰী- গৰুৰ গাড়ী। |
গৰুবাট- গোবাট। |
গলবস্ত্ৰ হ- ডিঙিত গামোচা লৈ সেৱা কৰ। |
গা চেকেৰা- অকস্মাতে বেয়া কথা শুনি অবাক হ। |
গান- উৰাল মাৰি। |
গা থা- থাউনি পা। |
গা-মুৰি- প্ৰতিজনক। |
গা- গাৰ মানুহ। |
গাহন- গীত। |
গিল্- ভক্ষণ কৰ। |
গুড়- হাতীৰ বৰ্ম। |
গুণ্ডামি- দুৰ্বৃত্তৰ গুণ। |
গুৱা- তামোল গছৰ ফল। |
গেম'ল'জি- ৰত্ন বিজ্ঞান। |
গেলাত-টেঙা দে- বহুততে কষ্ট দে। |
গোৱাল- যিয়ে গৰু ৰাখে। |
গ্ৰন্থি- গাঁঠি। |
গ্ৰীকলা- সতৰ্ক। |
গোপীকাৰঞ্জন- শ্ৰীকৃষ্ণ। |
গোৱা- পাৰ কৰ। |
গ্ৰহ- অধিকাৰ। |
গ্ৰন্থ- পুথি। |
গৌপ্তেয়- অবৈধ সন্তান। |
গোলাই- অলপ ঘূৰণীয়া। |
গোবৰ্ধন- বৃন্দাবনত থকা এটা পৰ্বত। |
গো-শালা- গোহালি ঘৰ। |
গোলা- বৃহৎ গোলী। |
গ্ৰিবো- একৰতম তাচখেল। |
গ্ৰাবাব- টেঙা। |
গ্ৰামিক্- গাৱঁলীয়া। |
গেহ- ঘৰ। |
গেলা- গলিত্- কৰ। |
গে্ধেমা- গদহা। |
গুটিকা- গুটি। |
গুটীয়া- অকলশৰীয়া। |
গুঞ্জ- কুণ়্ল। |
গিল্ডাৰ- নেডাৰলেণ্ডত চলি থকা মুদ্ৰা। |
গিলি মৰা- গালি অৰ্থত ব্য়ৱহাৰ কৰা। |
গা সাতখন-আঠখন কৰ- আনন্দত থাকিব নোৱাৰা হ। |
গাম- গছৰ আঠা। |
গা-নৰিয়া হ- গৰ্ভৱতী হ। |
গলপতা- মহিলাই ডিঙিত পৰিধান কৰা এবিধ অলংকাৰ। |
গাই- স্বয়ং। |
গা ঘেলাই ফুৰ- একো কাম নকৰি ঘূৰি ফুৰ। |
গান্দিনী- কাশীৰ ৰাজকুমাৰী। |
গায়ক্- য়িয়ে গান গায়। |
গামচা- গামোছা। |
গাধেয়- বিশ্বামিত্ৰ। |
গা-সৰু- লাহী। |
গালৱ- এবিধ বৃক্ষ। |
গিৰিসূতা- পাৰ্বতী। |
গিৰি- ধনী। |
গুডু গুডু খেলা- হাডু-ডু খেলা। |
গুণী- গুণ থকা। |
গুণলতা- গুণময়ী। |
গুৰিগোষ্ঠী- বংশ পৰিয়ালৰ প্ৰধান। |
গুৱাটোকৰা- এবিধ বনৰীয়া পক্ষী। |
গৃহিনী- ঘৰৰ গৰাকীৰ পত্নী। |
গেন্ধাই ফুল- নাৰ্জিফুল। |
গোভীয়া- তিৱা জনগোষ্ঠীৰ লোকসকলৰ মাজত কোনোল'ৰাক ঘৰজোঁৱাই কৰি ৰখা। |
গ্ৰীটিংছ কাৰ্ড- শুভেচ্ছা-পত্ৰ। |
গো-মূৰ্খ- গৰুৰ দৰে মুৰ্খ লোক।গেহিনী- ঘৰনী। |
গেণ্ডুৱা- ঢোল। |
গুলীয়া- গুলীৰে আঘাত কৰ। |
গুৰ্- গুড়। |
গিৰ্গিৰনী- মেঘৰ দৰে শব্দ। |
গামা- গ্ৰীক বৰ্ণমালাৰ নম্বৰৰ আখৰ। |
গাজত লগা- হৃদয়ত লগা। |
গাওঁ-পৰীয়া- গাৱঁলীয়া। |
গলদংকা- গলঢকা। |
গৰুড়-ধ্বজ- নাৰায়ণ। |
গপচ- দেখিবলৈ ধুনীয়া। |
গতা- শোধাই দি। |
গণপতি- গণেশ। |
গণকী- গণকৰ পত্নী। |
গজমূল- শিৱ-পাৰ্বতীৰ পুত্ৰ গনেশ। |
গগনাম্বু- বৰষুণ। |
গতিশীল- জংগম। |
গন্ধপাত- তেজপাত। |
গৰজী- অভাৱত পৰা। |
গয়ো- গ'ল। |
গৰখীয়া তমাল- এবিধ ওখ বন। |
গৰু মৰা- দীঘল আৰু বহল পাতৰ সৈতে এটা সৰু আকাৰৰ নিম্নমানৰ উদ্ভিদ। |
গখ- গচক। |
গজদন্ত- হাতীৰ দাঁত। |
গজ্- ঐৰাৱত। |
গণনায়িকা- দুৰ্গা। |
গণ্- সমূহ। |
গৰু হৈ ঘাঁহ খা- মুৰ্খ হৈ মুৰ্খৰ কৰ্ম ক। |
গল ব্লাডাৰ- পিণ্ডকোষ। |
গাওঁখানে- নেপালী জনগোষ্ঠীৰ লোকসকলৰ সাঁথৰ। |
গাচা- ঘা। |
গান্ধপাণ- বিশেষ সুন্গন্ধি পাণ। |
গাহিলা- গাৰ ওজন হোৱা। |
গুড়ি- গুড়া। |
গুতেৰে- ঢাল। |
গুৰিতে কাট- আৰম্ভণিতে নষ্ট কৰ। |
গোড়ে- ভৰিৰ গেৰুৱালৈকে। |
গোতমী- গৌতম ঋষুিৰ পত্নী অহল্য়া। |
গোপীকামোহন- শ্ৰীকৃষ্ণ। |
গোষ্ঠী- বংশ। |
গ্ৰহচিন্তক- জ্য়োতিষী। |
গৌৰীমোহন- মহাদেৱ শিৱৰ এটা নাম। |
গ্ৰাম্য়সুখ- মৈথুন। |
গ্ৰামঘোষী- ইন্দ্ৰ। |
গ্লেয়- গ্লানিযোগ্য়। |
গ্ৰন্থচাহেব্- শিখ ধৰ্মৰ ধৰ্মগ্ৰন্থ। |
গোলাপী-আতৰ- গোলাপ ফুলৰ পৰা প্ৰস্তুত কৰা সুগন্ধিমূলক আতৰ। |
গেন্দেহ নকৰ- ভ্ৰূক্ষেপ নকৰ।ট |
গেলা-পচা- গেলি নষ্ট হৈ পৰা। |
গোট্ খা- লগ লাগ। |
গোটা-খাৰ- এবিধ টুকুৰা খাৰ। |
গো মুিখ- গৰুৰ মুখ। |
গ্ৰামজ- গাৱঁত জন্ম। |
গা-সূতা- কাপোৰ কানি ববৰ কাৰণে ব্য়ৱহাৰ কৰা সূতা। |
গাভৰু- যুৱতী। |
গানাং- চহকী। |
গাগড়ী- ঘাগড়া। |
গহাল- গৰু ৰখা ঠাই। |
গৰুড়াগ্ৰজ- অৰুণ। |
গণনা পৰীক্ষা- হিচাপ পৰিদৰ্শন। |
গকটা- তিতা-কেঁহা। |
গংগিকা- গংগাৰ এটা নাম। |
গঢ়-শালি- কঁহাৰ শাল। |
গতিপথ- গমন পথ। |
গতপ্ৰভ- শেঁতা। |
গৰু পঘা- গৰু বান্ধিবৰ কাৰণে ব্য়ৱহাৰ কৰা ৰচী। |
গলফুটুকা- গলমণি। |
গবয়- এবিধ ষাড়। |
গাং- নদী। |
গাঁউতি- এবিধ বেমাৰ। |
গা চেৰা- কোনো সংকটৰ আগজাননী পা। |
গানল্লাছা- কান্ধুলী মাছ। |
গায়নৰ বৰ ঘেতা- অধিক কোলাহল। |
গাৱৰুৱা- গাভৰু। |
গীতা- শ্ৰীমদ্ভাগৱত গীতা। |
গুঞ্জ- গুণ গুণ কৰ। |
গুটা টান্- গুটা প্ৰস্তুত কৰ্। |
গুৰি-কথা- কোনো বিষয়ৰ আদি। |
গুলঞ্চ্- এবিধ ফুল। |
গুমৰাং- ঘোঁৰা। |
গুৰি কাট- গছৰ মূলত কাট। |
গুনী আছ- এক প্ৰজাতিৰ আহুধান। |
গুলপীয়া- গোলাপ ফুলৰ দৰে ৰংযুক্ত। |
গুড়া- চূৰ্ণ। |
গুটি গুটি- ক্ষুদ্ৰ ক্ষুদ্ৰ। |
গিলিমডি- ঘাম। |
গালিৰ খাহ- নিতৌ গালি খোৱা মানুহ। |
গান- গীত্। |
গালিশপনি- গালি আৰু শাও। |
গুড়্- মিথৈ। |
গুণাৱলী- গুণৰ সমষ্টি। |
গুণৱন্ত- জ্ঞান বিদ্য়া থকা। |
গুৰণি- পাৰাগুৱে দেশত চলি থকা মুদ্ৰা। |
গা-চালি- লৰালৰি কৰ। |
গাঁৰি কৰ- গা ধৰ। |
গাঁৰি ধৰ- দেহ বলৱান হ। |
গলতি- ভূল। |
গভীৰতা- নিম্নতা। |
গবজ- হৃদয়ত ৰখা কপট। |
গমিৰি- এক প্ৰজাতিৰ ধান। |
গৰিহয়- গৰিহণা দিয়া। |
গৰমকালি- গ্ৰীষ্মকালি। |
গলঙী- ডিঙি ফুলি উঠা। |
গৰ্দন- গলধন। |
গয়- এজন বীৰ বান্দৰ। |
গধমা- ডাঠ। |
গণ্ডপ্- বৰ কথা। |
গডুৱা- গোৰোহা। |
গণ্প মাৰ- গৰ্ব কৰি কথা ক। |
গৰু ঘৰ- গোহালি। |
গৰিবী- দৰিদ্ৰতা। |
গৰ্ভাশয়- মনৰ ভাৱ। |
গাই-বাই-চা- কান্দি কুটি যা। |
গাগৰি- আশ্ৰয। |
গাত লগা- আপোন। |
গামফুলা- মাছ ধৰিবৰ কাৰণে ব্য়ৱহৃত এবিধ সঁজুলি। |
গালিনী- হাতৰ এবিধ মুদ্ৰা। |
গিৰ্দ্ধ- শগুণ। |
গ্ৰামদেৱতা- গাৱঁৰ ইষ্টদেৱতা। |
গ্ৰহনায়ক- সূৰ্য। |
গোস্ত- মাংস। |
গোপীনাথ্- ভগৱান শ্ৰীকৃষ্ণ। |
গোলাকাৰ্- ঘূৰণীয়া। |
গৌতম- এক প্ৰজাতিৰ ধান। |
গ্ৰস- ভক্ষণ কৰ। |
গ্ৰাৰ্ড- কথা। |
গ্ৰহযুতি- গ্ৰহৰ সংযোগ। |
গ্লিচাৰিন্- এবিধ জুলীয়া পদাৰ্থ। |
গ্ৰীষ্মমণ্ডল- গ্ৰীষ্মপ্ৰধান দেশ। |
গ্ৰহৰাজ- বৃহস্পতি। |
গ্ৰাম্য়তা- চহা গুণ। |
গ্ৰাফ- লেখাংকন। |
গ্ৰন্থকুটী- পুথিভঁৰাল। |
গোষ্ঠীপতি- কোনো বংশৰ মূখ্য মানুহ। |
গোৰি- ধুনীয়া মহিলা। |
গোল- বৃত্ত। |
গোময়্- গোবৰ। |
গো-বৎস- গৰু পোৱালী। |
গোনাথ- মাটিৰ গৰাকী। |
গেন্ধুৱা- গোন্ধ পাবলৈ দে। |
গৃহাৰম্ভ- ঘৰ নিৰ্মাণ কাৰ্যৰ আৰম্ভণি কৰা। |
গুহাচাৰ- ব্ৰহ্মা। |
গুচ্ছপত্ৰ- তালপাত। |
গা লাগি কৰ- মন দি কৰ। |
গাম্বিয়া- আফ্ৰিকা মহাদেশত অৱস্থিত এখন দেশ। |
গাবুৰ- যুৱক। |
গা জুৰা- সুখ দে। |
গাছি- বাওঁধানৰ দৰে বাৰিষা কালত সিঁচা এক প্ৰজাতিৰ ধান। |
গাংগেলা- ককিলা মাছ। |
গৱ্য়- গৰুৰ পাল। |
গলবেৰা- ডিঙিত হোৱা এবিধ বেমাৰ। |
গাই-পতি- প্ৰত্য়েক জনৰে। |
গাঁড়্- গাঁৰ। |
গা-গছ্- গছৰ ডাল-পাত নথকা অংশ। |
গা ডাহৰৃ ডাঙৰ গাযুক্ত। |
গা ধুব লাগে- ফুৰা হ। |
গা বাজ- গালৈ গম আহ। |
গা-মুৰি- এঙামুৰি। |
গাত কাপেৰ ল- পাত গাভৰু হ। |
গা-গছে- ওখই-ডাঙৰে। |
গাওঁ- গ্ৰাব। |
গলতি- গঁতা। |
গৰিমা- অহংকাৰ। |
গলগণ্ড- গঁৰল। |
গাইনেৰ গীত- নেপালী জনগোষ্ঠীৰ লোকসকলৰ বিয়াত গোৱা গান। |
গহনা- অলংকাৰ। |
গা-গধুৰ- এলেহুৱা। |
গাত গোসাই নাই- বিতত হ। |
গা ধৰ্- শকত হ। |
গাতা- গাঁত। |
গান্ধৈ- ভঁৰালৰ আগ ভাগ। |
গায়ত্ৰী- ঋগ্বেদত থকা এটা পৱিত্ৰ মন্ত্ৰ। |
গাৰ্গী- গৰ্গ ঋষিৰ কন্য়া। |
গৰিহা কৰ্- দোষ দি। |
গৰল্- বিহ। |
গলতিয়া- গতা মাৰি দে। |
গল্প- কাহিনী। |
গাঁউনি- জিয়াঁ। |
গাঁৰি- মূৰবিহীন শৰীৰ। |
গা নৰিয়া- গৰ্ভৱতী। |
গাথি খা- চৰচৰণি খা। |
গা পৰ- স্বাস্থ্য ভাগি পৰ। |
গালে-মুখে হাত দে- মন মাৰি থাক। |
গিৰ দেৱী- শিক্ষাৰ অধিষ্ঠাত্ৰী দেৱী। |
গুজৰি- গৰ্জন কৰি। |
গুণিকা- ফোঁহা। |
গুন্দুৰ-গুন্দুৰ- ফুচফুচীয়া। |
গুৰুদৈৱত- পুষ্যা নক্ষত্ৰ। |
গুহিন- ডাঠ অৰণ্য়। |
গেটজু- অকা জনগোষ্ঠীৰ লোকসকলৰ মহিলাসকলে হাতত পিন্ধা এবিধ খাৰু। |
গৈৰিক- গেৰুৱা। |
গোণী- মৰাপাটৰ দ্বাৰা প্ৰস্তুত কৰা থৈলা। |
গো দান- গৰু দান। |
গোলোমী- ব্য়েশ্যা। |
গৌঠালি- অহংকাৰ। |
গ্ৰস্ত- খোৱা। |
গ্ৰীক- গ্ৰীচ দেশৰ লোক। |
গ্ৰহনেমি- জোন। |
গুণধৰ- গুণী। |
গুৰিয়াল্- যিয়ে নাৱৰ গুৰি পোন কৰে। |
গুৰুতম- অধিক ওজনৰ। |
গৃহাশ্ন- মচলা বটিবৰ কাৰণে ব্য়ৱহাৰ কৰা পটা। |
গেড়া- গঁড়। |
গেৰুৱা- ৰং। |
গোটাকানি- গেৰেকনি। |
গোধি- কপাল। |
গোৰ্- ভৰিৰ আঘাত। |
গ্ৰহণ্- লোৱা কাৰ্য। |
গো- জন। |
গালৈ সামৰ- হস্তগত কৰ। |
গাছিবুনা- ধান ৰোৱা উৎসৱ। |
গা উঠ্- কোনো কামৰ কাৰণে আগ্ৰহী হ। |
গলধন্- গলৰ পিছৰ অংশ। |
গৰিয়ান- গুৰুতৰ। |
গভস্তি- অগ্নিৰ পত্নী। |
গৰগৰণি- গৰ্জন্। |
গতপ্ৰায়- মৃতপ্ৰায়। |
গণপূৰ্তি- থূল। |
গংগিলা গঙাটোপ। |
গছনি- অধিক গছ থকা স্থান। |
গজা- এবিধ মিঠাই। |
গড়- পৰ্দা। |
গণনায়ক্- সিৱ পাৰ্বতীৰ পুত্ৰ গনেশ। |
গতীয়া- অতিথি। |
গদাযুদ্ধ- যি যুদ্ধত অস্ত্ৰ হিচাপে গদা ব্য়ৱহাৰ কৰা হয়। |
গৰ্গৰ- উচ্চ শব্দ। |
গলাবান- ডিঙি বন্ধা। |
গাজ্- এক প্ৰজাতিৰ পাটল পাট কাপোৰ। |
গা-গুৰীয়া- অকলশৰীয়া। |
গাঠৰি- কাপোৰৰ টোপোলা। |
গা ধো- স্নান কৰ। |
গা ভাগ- বীৰ্য পৰ। |
গিলি ধৰ- একেবাৰে ঢাকি ধৰ্। |
গুচ্- আঁতৰ হ। |
গুণন্তে- ভাবোতে। |
গুলিয়া- ধৰিয়া মণি। |
গুহ্য়ক- যক্ষ। |
গৃহৱটিকা- ঘৰৰ সন্মুখত থকা বাগান। |
গৰ্গৰ- গাগল মাছ। |
গেঞ্জি- বনিয়ন। |
গেৰেং- এক প্ৰজাতিৰ শালিকা চৰাই। |
গোঠনি- গোঠন প্ৰক্ৰিয়া। |
গোটা- এক লগ কৰ। |
গোপীচন্দ্ৰ- শ্ৰীকৃষ্ণ। |
গোলাপ্- এবিধ সুগন্ধি ফুল। |
গেৰেলা- পেটাল। |
গোৱাঁৰ- আমঠ। |
গোদ্ৰোহনী- গাখীৰ খীৰাবলৈ ব্য়ৱহাৰ কৰা পাত্ৰ। |
গোহাৰি- নিবেদন। |
গ্ৰামিক- অশিষ্ট। |
গ্ৰেনাডা- উত্তৰ আমেৰিকা মহাদেশত অৱস্থিত এখন দেশ। |
গোলা- ৰঙা হাইতাল। |
গোহালি- গৰু ঘৰ। |
গোবৰ্-খুঁটি- শুকাই থকা গোবৰ্। |
গোথাৰা-গোথোৰ- গোঁজোৰা-গোঁজোৰ। |
গেলা-গপ- মিছা গপ। |
গোঁঠা- বেলেগক গোঁটিবলৈ দে। |
গোণঅড- এবিধ নীচ জাতিৰ লোক। |
গোমুখ- এবিধ শংখ। |
গ্ৰন্থিক- জ্য়োতিষী। |
গোট- কঁকালত পৰিধান কৰা এবিধ হাৰ। |
গোয়েন্দা- গুপ্তচৰ। |
গ্ৰন্থ সমীক্ষা- গ্ৰন্থ সমালোচনা। |
গেৰোৱা- গোৰোহা। |
গোপ্য়- গোপনীয়। |
গোষ্ঠীগত- কোনো জাতি সম্পৰ্কীয়। |
গোষ্পদ্- গৰুৰ খোজ্। |
গ্ৰহমন্দ- বেয়া দিন। |
গ্ৰীৱাঘন্টা- ঘোঁৰাৰ ডিঙিত ওলোমাই দিয়া ঘন্টা। |
গেলবছৰ- যোৱা বছৰ। |
গেতুঁ- বটিয়া। |
গেনা- নাকে দি কোৱা। |
গুমি- কোনেও নজনাকৈ কৰা হত্য়া। |
গুদা উঠ্- ভাগি টুকুৰা টুকুৰ হ। |
গুৰুনানক- শিখ ধৰ্মৰ প্ৰৱৰ্তক। |
গুহ্য়গুৰু- মহাদেৱ। |
গৃহস্ত চৰণ- ইষ্টদেৱতা। |
গগ- বায়ুমণ্ডল। |
গজানন্- গনেশ। |
গজগামিনি- স্থিৰমহিলা। |
গঢ়্- ৰূপ। |
গণতান্ত্ৰিক- গণতন্ত্ৰসন্মত। |
গৃহপাল- ঘৰৰ কুকুৰ। |
গৃধ্ৰপতি- জটায়ু পক্ষী। |
গেন্তাহ- কাণসাৰ। |
গেডে- শকত। |
গোড়- হানি। |
গ্ৰন্থাগাৰিক- পুঁথিভঁৰালী। |
গোসাঁই- গুৰু। |
গ্ৰাস্- গৰাহ। |
গু'খা- তিতা। |
গালৈ টান- গালৈ আঁজোৰ। |
গামবং চলায়- চিংফৌ জনগোষ্ঠীৰ লোকসকলৰ বিয়াৰ তোৰণ। |
গা লৰ্- গা এৰা। |
গিনি- মহান। |
গুগু- কপৌ। |
গুডডা- গেৰুৱা। |
গুণ্- পূৰণ। |
গুম- গোপন। |
গুহামুখ- বহল মুখৰ। |
গেপা- পাচি। |
গেহেশূৰ- ঘৰতে বীৰ। |
গোঁৰা- বগা। |
গোন্ধা- গোন্ধ দি। |
গোমতী- এখন নৈৰ নাম। |
গ্ৰন্থকৰা- যইয়ে পুঁথি ৰচনা কৰে। |
গ্ৰেবো- চাৰিজন লোকৰ মাজত খেলা এক প্ৰকাৰৰ তাচ খেল। |
গৃহশত্ৰু- ঘৰৰ শত্ৰু। |
গুণসম্পন্ন- গুণ থকা। |
গাৱ- শৰীৰ। |
গাৱত- কীৰ্তন কৰে। |
গিৰিপথ- দুই পাহাৰৰ মাজৰ পথ। |
গুঞ্জমালা- লাটুমণিৰ মালা। |
গুফ- গুই। |
গুলঞ্চ- সগুণী লতা। |
গুহ্য় দীপক- জোনাকী পৰুৱা। |
গেন্গেনা- নাকৰ পৰা কথা ক। |
গেল- গ'ল। |
গোটা এক- এটা মাত্ৰ। |
গো-বধী- গৰু হত্য়া কৰে। |
গোৰা- কাষ। |
গ্ৰন্থকৰ্তা- ৰচক। |
গ্ৰামেয়ী- বেশ্যা। |
গ্ৰাম্- গাওঁ। |
গ্লাচ্- কাচ। |
গোলমাল- হুলস্থুল। |
গেলাত-টেঙা- দুখতে-দুখ। |
গোষ্ঠপতি- ভগৱান শ্ৰীকৃষ্ণ। |
গিজি- আৰি। |
গুড়াকেশ- মহাদেৱ। |
গুণন্- চিন্তন। |
গুপ্তমন্ত্ৰ- কোনেও নজনাকৈ দিয়া পৰামৰ্শ। |
গুৰুৰত্ন- তপাজ পাথৰ। |
গৃহবাসী- ঘৰ-সংসাৰ পাতি থকা। |
গেঁথু- এবিধ মাছ। |
গেধা- গদহা। |
গেৰু- গেৰেউ মাটি। |
গোতম- বিখ্যাত গোতম ঋষি। |
গোপ্- গৰখীয়া। |
গোত্ৰ নাম- বংশগত উপাধি। |
গোল্লা- এবিধ খেল। |
গোহাঁয়নী- গোহাংইৰ পত্নী। |
গ্ৰাম্য়বল্লভা- বেশ্যা। |
গ্লানি- ভাগৰ। |
গোত্ৰা- ধৰিত্ৰী। |
গেহা- কামত খৰধৰ নকৰা। |
গৃহছিদ্ৰ- ঘৰৰ কাজিয়া। |
গুলগুলি- মনৰ আঘাত। |
গুৰুলা- টুকুৰা টুকুৰ। |
গুৰুদ্বাৰ- শিখ ধৰ্মৰ লোকসকলৰ প্ৰাৰ্থনাগৃহ। |
গেজেৰা মাৰ্- কেটেৰা মাৰ্। |
গেলা-গপ কৰ- ডাঙৰ ভেম দেখা। |
গো- গৰু। |
গোধৰ- পৰ্বত। |
গোপাল- গৰখীয়া। |
গোলি- গৰু ৰখা ঘৰ। |
গোস্তনা- আঙুৰৰ থোপা। |
গেৰকেনতা- জেকা। |
গেৰুৱা- গৈৰিক। |
গেজেং ফুল- কপৌ ফুল। |
গহ্বলি- পশু-পক্ষী। |
গুলগুলনি- তাপবোধ। |
গুচ্ছ- থোপা। |
গিৰিশ্- শিৱ। |
গালি- কটু কথা। |
গাজ্ৰি- বেয়া। |
গৰ্ভতৃপ্ত- সদাতৃপ্ত। |
গৰা- নদীৰ ওখ পাৰ। |
গৰীয়স্- অধিক মহান। |
গন্ধ- অধিৱাস। |
গৰাগৰি- গোৰ গোৰ শব্দ কৰি। |
গণিয়ৰী- এবিধ বৃক্ষ। |
গছত তুলি গুৰি কাট- কোনো কামত বেলেগক আগুৱাই নি নিজে পিছ পৰি থাক। |
গজাগোমৰা- গাজনি-ঢেৰেকনি। |
গড়ৈ- এবিধ কাঠ-মাছ। |
গণদ্ৰব্য়- ৰাজহুৱা-সম্পত্তি। |
গণ্- সংখ্যা কৰ্। |
গণক- বিশেষ ব্ৰাহ্মণ যিয়ে তিথি বাৰ গণনা কৰা কামত পাৰ্গত। |
গত্- অৱস্থা। |
গতি মতি- স্বভাৱ। |
গদি- গাদী। |
গন্ধকাষ্ঠ- অগৰু গছ। |
গন্ধৱতী- পৃথিৱী। |
গম্য়- গন্তব্য়। |
গৰগৰী পিঠা- এভিধ পিঠা। |
গৰিমা- ওজন। |
গদাগ্ৰজ- ভগৱান শ্ৰীকৃষ্ণ। |
গচকা- খচকা। |
গংগোদক- গংগা নদীৰ পবিত্ৰ পানী। |
গ'ল- গত। |
গজমাচল- হিংসু। |
গঞ্জ খা- ঠাহ খা। |
গঢ়্- সজা। |
গণপুংগৰ- এটা গোষ্ঠীৰ মুৰব্বী। |
গতকচেতন- অচেতন। |
গতিভ্ৰষ্ট- ভূল পথে যোৱা। |
গণ্ডমুৰ্খ- মহামুৰ্খ। |
গড়-হাজিৰা- অনুপস্থিত। |
গঢ়িত- শুৱনি। |
গণকাৰ- গণক। |
গছ ভলুকা- এবিধ বনৌষধি। |
গংগাধৰ- মহাদৱ। |
গজমতি- গজমুকুতা। |
গজাৰোহী- গজাৰুহ। |
গড়্- বৈ যা। |
গঢ় লগা- গত লগা। |
গত লগা- নিয়ম লগা। |
গন্ধকেলিকা- কস্তুৰী। |
গৰু চকুৰা- জলপানৰ এবিধ ধান। |
গৰ্হ্- দোষ দে। |
গা আহ- উৎসাহিত হ। |
গাইৰা মাছ- ঘাৰুৱা মাছ। |
গা-গাঁৰি- মঙহ থকা গা। |
গাজৰ্- এক প্ৰজাতিৰ মূলা। |
গাত্ৰমাৰ্জনি- গামোচা। |
গায়ে গায়ে- প্ৰত্য়েকৰে। |
গাভাৰ- পিঠাৰ ভিতৰত দিয়া বিভিন্ন ধৰণৰ বস্তু। |
গা ৰম ৰম কৰ- পোৰনি-দেৱনিৰ ভাৱ হ। |
গালি পাৰিলে আলিয়ে যোৱা- গালিয়ে অহিত সাধন কৰিব নোৱাৰা। |
গাবান- আফ্ৰিকা মহাদেশত অৱস্থিত এখন দেশ। |
গা ঘাটি দিয়া- স্বাস্থ্য হানি হ। |
গৰাহাজিৰ- উপস্থিত নথকা। |
গন্ধতেল- সুগন্ধ তেল। |
গত- অধিগত। |
গজবন্ধনি- হাতীশাল। |
গউ- গৰু। |
গঁঠিয়া- বান্ধ দে। |
গজপ- খং। |
গত্- যোৱা। |
গতি লগা- উচিত ব্য়ৱস্থা ল। |
গণ্ডাৰ- গঁড়। |
গষ্ঠি- গাঁতি। |
গড় খা- থিয় হৈ থাক। |
গছং- থিয়। |
গজন্- গজা কাৰ্য। |
গংগাটেয়- মিছা মাছ। |
গঁৰলীয়া- গঁৰল বেমাৰে ধৰা। |
গছি- সুক্ষ্ম আৰু সুন্দৰ দীঘল। |
গছ পকা- গছত আপোনা আপোনি পকা। |
গতভৰ্তৃকা- বিধৱা। |
গত্বৰ- গতিশীল। |
গন্চানা- গান্ধচোক। |
গভস্তি- পোহৰ। |
গৰজ্- দৰকাৰ। |
গৰাবাদ- পতিত মাটি। |
গৰ্গ- বলগ দৰু। |
গৰ্ভমোচন- প্ৰৱস। |
গলন্তিকা- পানীৰ পাত্ৰ। |
গৱালা- বঞ্চনা। |
গাউৰি- ৰোহ। |
গাগগা- গাগৰী। |
গাড়ী-মটৰ- যান-বাহন। |
গান্ধ- গন্ধ। |
গা-ভৰুণ- সগৰ্ভা। |
গুদ- গুহ্য়দ্বাৰ। |
গুণাগঁথা- চিন্তা কৰা কাৰ্য। |
গুমৰাগ- মিচিং জনগোষ্ঠীৰ লোকসকলৰ মাজত চলি থকা এবিধ মুদ্ৰা। |
গুৰুঘৰৰ শিষ্য- এখেখন সত্ৰৰ শিষ্য়। |
গুল্মিকা- গুল্ম। |
গুৰ্বী- গুৰুৰ পত্নী। |
গৃহ শুক- ঘৰত পোহা ভাটৌ। |
গূঢ়পাদ- সাপ। |
গৃহপতি- গৃহস্থ। |
গেংষ্টাৰ- দলৰ অন্য়তম। |
গেজেৰা- জোকোৰা। |
গুৱালেঙী- গাগিনী। |
গুনাহ- অপৰাধ। |
গুঞ্জৰণ্- গুণগুণকৰণ। |
গাভাগি- গা-ৰখীয়া পাইক। |
গাত বিহু লগা- অধিক আনন্দ লগা। |
গা এৰা- প্ৰৱস হ। |
গৰ্ভিনী- গাভিনী। |
গৰাকী ওলা- অধিকাৰ সাৰ্বস্ত্য় কৰ। |
গৰ্জ- উচ্চ শব্দ কৰ। |
গদাপৰ্ব- মহাভাৰতৰ এটা অধ্য়ায়। |
গণেয়- গণনাযোগ্য়। |
গড়-আবাদ- খেতিৰ অভাৱ। |
গছ নাও- ওজনৰ। |
গইছ- বৃহৎ আৰু ওজনৰ। |
গড় খা- ৰাজী হ। |
গণ্ডলিকা- অহংকাৰ। |
গণ্ডা- এক অঁড়া। |
গড়্- স্কুল হিচাপ। |
গঢ়নি- বস্তু নিৰ্মাণ কৰাৰ বেচ্। |
গড়্- কিল্লা। |
গণিতা- লেখ কৰা কাৰ্য। |
গন্ধক- আকৰত হোৱা। |
গবী- গাই। |
গম পা- উমান পা। |
গপচ- আৰাম। |
গয়াল- সাহসী। |
গৰাকীয়নী- গৰাকীৰ পত্নী। |
গৰ্ভ-ধাৰিণী- আই। |
গল্- কন্ঠ। |
গলগ্ৰন্থি- টনচিল। |
গহৰি- বিলম্ব। |
গৱৰাজ- বলদ। |
গহীয়া- অহংকাৰী। |
গা ঢকা দে- লুকাই থাক। |
গাপ দি থ- গোপথে ৰাখ। |
গামী- প্ৰাপ্ত। |
গাৰ বলেৰে- শক্তি ব্য়ৱহাৰ কৰি। |
গিনছু- গৰু। |
গুচন্- নষ্ট হোৱা কাৰ্য। |
গুণগ্ৰাম্- গুণবিলাক। |
গুফলি- গোঁফ। |
গুৰুতুল্য়- গুৰুৰ সমান। |
গৃহকাৰ্য- ঘৰৰ কাম। |
গেঁৰ খহ- সন্তান প্ৰৱস হ। |
গেৰিয়াই- ৰিঙিয়াই। |
গোকিল- নাঙল। |
গোট কলা- একেবাৰে নুশুনা। |
গোনাথ- যাঁড় গৰু। |
গেৰাটিয়া- এক প্ৰজাতিৰ বনৰীয়া পক্ষী। |
গুহাচৰ- য়িয়ে গুহাত বাস কৰে। |
গুধেৰ- ৰক্ষক। |
গুপ্তহত্য়াকাৰী- আততায়ী। |
গিতু- গাঁঠি। |
গাৰ নোমেই শত্ৰু হ- নিজৰ আপোন মানুহেই অপকাৰ কৰ। |
গাপ্- লুক্কায়িত। |
গাঠলু- চুটি আৰু শক্তিশালী। |
গাপু- গাঁত। |
গাঁঠৰি- কাপোৰৰ টোপোলা। |
গা চাই গামোচা- উপযুক্ত হয় নে নহয় সেইটো চাই কাম বা বস্তু দিয়া। |
গাঁৰ্- গাঁড়্। |
গৰাকীনি- অধিকাৰিণী। |
গদা- বৃহৎ মাছৰ পিঠিৰ অংশ। |
গণিত- অংক বিদ্য়া। |
গণ্পী- অহংকাৰী। |
গচেম- কুকী জনগোষ্ঠীৰ লোকসকলৰ এবিধ বাদ্য়। |
গগৈ- এবিধ উপাধি। |
গৰহ- অতিভোজী। |
গৰিহণা- নিন্দা। |
গৰীয়া- গড়। |
গা-টঙা- পুষ্ট হ। |
গাত লাগ- দায়-দোষ লাগ। |
গা দুখা- গা টেঙা। |
গান্ধী- এবিধ পোক। |
গিৎচাক- ৰঙা। |
গিৰ্গিৰীয়া- গোট গোট। |
গুক বদৰেং- গুবৰুৱা। |
গুচৰীয়া- গুচৰ কৰা। |
গুড়ি-পৰুৱা- এবিধ পিপৰা। |
গুণকাৰ- ভীমসেন। |
গুণফল- পূৰণ কৰিলে পোৱা ৰাশি। |
গুন্দুৰ-পুন্দুৰ- কওঁ নকওঁকৈ থকা। |
গুৰুজন- শিক্ষাগুৰু। |
গুহ্য়তৰ- অধিক গোপনীয়। |
গৃহদাহ- ঘৰত জুই দিয়া কাৰ্য। |
গৃহীতা- ধাৰণ। |
গেচ- চাকি। |
গেঁথা- কেঁকা। |
গেব্ৰিয়েল- ইহুদী ধৰ্ম আৰু মুছলমান আৰু খ্ৰীষ্ট ধৰ্মৰ কিংবদন্তীৰ এজন দূত। |
গেৰেপ- ডাঠ। |
গেৰুৱা- পলমকৈ পকা। |
গোঁফাল- গোঁফযুক্ত। |
গোট্ ধৰ্- ফল্ ধৰ্। |
গেদ্- মেদ্। |
গেজেট- চৰকৰী সূচনা-পত্ৰ। |
গেৰি- ৰিং। |
গেলাক্ট'মিটাৰ- গাখীৰৰ বিশুদ্ধতা নিৰূপণ কৰিবৰ কাৰণে ব্য়ৱহাৰ কৰি এবিধ সজূলি। |
গোট্- সমুদায়্। |
গোনা মতা ওলা- বীৰত্ব দেখা। |
গোমৰফাক- ৰহস্য় ভেদ। |
গৌড়িক- গৌড় দেশত হোৱা উৎপত্তি। |
গৌন্- বিলম্ব। |
গ্ৰাচকাৰ্প- এবিধ মাছ। |
গ্ৰাহ্য়- গ্ৰহণৰ যোগ্য়। |
গ্ৰেং- হাড়। |
গোঁৰ খোৱা- গোৰোৱা। |
গেৰাখোৱা- জোঠা খোৱা। |
গেউ- খং। |
গৃধু- লোভীয়া। |
গুৱালেঙী- জিঞা। |
গুৰু সমুখ হ- গুৰুৰ ওচৰত খৰণ ল। |
গুদুঙুই- গৰমে গৰমে। |
গুনদা- গুণ থকা ছোৱালী। |
গীতাঞ্জলী- গীতৰ অৰ্ঘ্য়। |
গা ৰঙীয়া- দেহৰক্ষী। |
গান্ধিক- লেখক। |
গাতু- কুলী চৰাই। |
গৱল- বনৰীয়া ম'হ। |
গৰা- গেৰুৱা। |
গব্য়- গৰুৰ। |
গণাগণ্- মান। |
গঠিত- নিৰ্মিত। |
গঙৰ- বুজি নোপোৱা। |
গূথ- মল। |
গুহ্য়ময়- কাৰ্তিকেয়। |
গুনমৰিচ- জালুক। |
গীতিকাৰ্- যিয়ে গীত ৰচনা কৰে। |
গুঞ্জে- গেঞ্জি। |
গান্ধাৰ- কান্দাহাৰ দেশ। |
গল্লা- মুখৰ পৰা ওলোৱা থু। |
গৰহাজিৰ- উপস্থিত নথকা। |
গণিতা- সন্মান। |
গছ্- শৃংগাৰ কৰ। |
গ- অসমীয়া বৰ্ণমালাৰ তৃতীয় আখৰ। |
গঁৰাল- জন্তু থবলৈ বেৰি দিয়া স্থান। |
গংগাং- বামুণ ভেকুলী। |
গইৰহ- একেলগে। |
গছ ঢেঁকীয়া- ঢেঁকীয়া জাতীয় উদ্ভিদ। |
গঞ্জিকা- ভাং। |
গড়মলি- দূত। |
গম- নষ্ট হ। |
গৰ্- গঁড়্। |
গপ্ মাৰ্- অহংকাৰ কৰ। |
গৰলায়েক- যাৰ উপযুক্ততা নাই। |
গৰীয়া-খোদাই কোকলোঙা। |
গল্- দ্ৰৱ্ হ। |
গল হেঙা- ডিঙিত হোৱা খজুৱতি। |
গহৰা- আপুনি গজা। |
গা-উঠা- মন-বঢ়া। |
গলি- ঠেক আৰু সৰু ৰাস্তা। |
গাগৰী- এবিধ বৃহৎ পানীৰ কলহ। |
গা তিয়া- স্নান কৰ। |
গান্ঠা- ডিমাচা জনগোষ্ঠীৰ লোকসকলৰ নঙলা। |
গাজাও- ৰঙা। |
গৰ্হিত- দোষ দিয়া। |
গৰাহ মাৰি ধৰ- মন দি ধৰ। |
গম- এবিধ গছৰ আঠা। |
গ'বৰ- গোবৰ। |
গংগা- এখন নদী। |
গড়-আবাদী- খেতি নকৰা। |
গত্য়ন্তৰ- বেলেগ উপায়। |
গণ্ডগুলীয়া- কাজিয়া লগা। |
গদাপাণি- শ্ৰীকৃষ্ণ। |
গৰক্- গচক্। |
গপ্-চপ্- কথা-বতৰা। |
গয়- গণ। |
গৰব- অহংকাৰ। |
গয়- গয় নামৰ এটা অসুৰ। |
গৰ্ভপাকী- দিনত পকা ধান। |
গৱাঁৰি- গঢ়িছ। |
গাংচিলা- গংগাচিলনী। |
গৱেষক্- যিয়ে গৱেষমা কৰে। |
গান্দিনী- গংগাৰ এটা নাম। |
গা ৰাই-জাই কৰ- অথিৰ কৰ। |
গাহামুই- ভালকৈ। |
গিনি ফ্ৰাংক- গিনি দেশত চলি থকা মুদ্ৰা। |
গুণৰাজ- পতালী কোমোৰা। |
গৰ্ভদাস- দাসী। |
গৰা- চপা। |
গৰহেজগাৰ- ধাৰ্মিক। |
গৰা-কাণ্- গৰাৰ দাঁতি। |
গলগলীয়া- বৰকৈ পকা। |
গাওনি- পাৰিশ্ৰমিক। |
গাখীৰ দাঁত- দুগ্ধদন্ত। |
গান্ধাৰী- ধৃতৰাষ্ট্ৰৰ পত্নী। |
গাৰি পায়লা- তপিনা। |
গিৰিসাই- শীঘ্ৰে। |
গিয়াতি- আত্মীয়। |
গুজু- উচ্চ। |
গুণ পা- ভাল ফল পা। |
গুম্ফ- গ্ৰন্থন। |
গুপ্তগতি- চোৰাংচোৱা। |
গৃহ- ঘৰ। |
গেজেটিয়াৰ- চৰকাৰী সাংবদিক। |
গোচল কৰ- স্নান কৰ। |
গোপগৰু- যুপ। |
গোৰোং- দ জান। |
গ্ৰামচৰ্যা- স্ত্ৰীসম্ভোগ। |
গ্ৰাউন্ঠাই- ব্য়াকৰণ। |
গোমায়ু- ভেকুলী। |
গোকাট্- গোবৰৰ নিচিনা মলিন। |
গোছ- মাংস। |
গোত্ৰ- বংশ। |
গেৰেলা- গেণ্ডেৰা। |
গৃহীতা- লওঁতা। |
গুটি-ভঁৰাল- মৰা ধানৰ ভঁৰাল। |
গুটিয়া- বাটলু-গুটিয়ে আঘাত কৰ্। |
গুটীয়া হাল- এটা গৰুৰে হাল বোৱা। |
গিৰী- গৰাকী। |
গাৰো মাহ- বিশেষ ৰহৰ জাতীয় মাহ। |
গিচিপ- ডিমাচা জনগোষ্ঠীৰ লোকসকলৰ ব্য়ৱহৃত এখন বিচনী। |
গিৰিজায়া- মেনকা। |
গুই- জেঠীৰ দৰে এবিধ জন্তু। |
গুটি-দিয়েক- চেৰেক। |
গাৰ্দাৰ- পকীৰ কাম। |
গাত দে- বদনাম। |
গাজি- গাজী। |
গাঁত্- মাটিৰ খোৰ। |
গা খৰা- ঘনাই ঘনাই প্ৰস্ৰাৱ হ। |
গৰাসিত- গৰাহ। |
গৰুৰ আগত টোকাৰী বা- সুকৰ্ম বুজি নোপোৱা লোকৰ সন্মুখত ভাল কাম কৰি থকা। |
গৰ্ভাশয়- জৰায়ু। |
গহীন্- গম্ভীৰ। |
গাঁৱলীয়া- গাৱঁত থকা। |
গাত ল- স্বীকাৰ কৰ। |
গাভৰু মেলীয়া- গাভৰুৰ মেল সম্পৰ্কীয়। |
পাৰি-শুৱাৰ- ধোদ। |
গিৰিকণিকা- পৃথিৱী। |
গিৰীখা- কামৰ মাজতেই ঘৰখন ধ্বংস হোৱাৰ বুদ্ধি দে। |
গুঁফীয়া- গুঁফ থকা। |
গুণনিধি- গুণ ভঁৰাল। |
গুপ্ততথ্য- লুকাই থকা কথা। |
গুম্ফনা- একেলগে থকা। |
গুৰুচৰণ- গুৰুসেৱক। |
গুলা- বিলাক। |
গৃধ্ৰৰাজ- শগুণৰ ৰজা। |
Please do not enter any spam link in the comment box