বিজ্ঞানৰ সাধাৰণ জ্ঞান | Science GK in Assamese language
![]() |
বিজ্ঞানৰ সাধাৰণ জ্ঞান |
1.জীৱাশ্ম ইন্ধন কি কি?
উত্তৰ:- কয়লা আৰু পেট্ৰলিয়াম।
2.জীৱাশ্ম কি শিলত পোৱা যায়?
উত্তৰ:- গেদীয় শিলত।
3.গড় হিচাপে পৃথিৱীৰ খোলাটো ডাঠ কিমান?
উত্তৰ:- ৩৫ কিঃ মিঃ।
4.তাম (Bronze) ধাতুত থকা মৌলৰ দুটাৰ নাম কি?
উত্তৰ:- কপাৰ আৰু টিন।
5.মানুহে আৱিস্কাৰ কৰা প্ৰথম ধাতুটো কি?
উত্তৰ:- কপাৰ।
6.লো আহৰণ কৰা আকাৰটো কি?
উত্তৰ:- হেমেটাইট।
7.কয়লা খনিত থকা গেছটোৰ নাম কি?
উত্তৰ:- মিথেন।
8.বায়ু গেছত থকা গেছটো নাম কি?
উত্তৰ:- মিথেন।
9.আটাইতকৈ কঠিন পদাৰ্থ কি?
উত্তৰ:- হীৰা।
10.কাঁচ কিহেৰে কাটিব পাৰি?
উত্তৰ:- হীৰাৰে।
11.হীৰাৰ প্ৰতিসৰণাংক কিমান?
উত্তৰ:- ২.৪।
12.কাপোৰ ধোৱা চোডা কিহেৰে তৈয়াৰী?
উত্তৰ:- ছডিয়াম বায়'কাৰ্বনেট।
13.বায়ুত থকা CO2 ৰ পৰিমাণ কিমান?
উত্তৰ:- ০.১%।
14.হাইড্ৰোকাৰ্বনত থকা মৌল দুটাৰ নাম কি?
উত্তৰ:- কাৰ্বন আৰু হাইড্ৰ'জেন।
15.প্ৰাকৃতিক গেছত থকা হাইড্ৰ'কাৰ্বনটোৰ নাম কি?
উত্তৰ:- মিথেন।
16.LPG ত থকা হাইড্ৰ'কাৰ্বনৰ নাম কি?
উত্তৰ:- প্ৰপেন আৰু বিউটেন।
17.এটা কাৰ্বনৰ অণুত কিমানটা কাৰ্বন পৰামাণু থাকে?
উত্তৰ:- ৬ টা বা তাতকৈ অধিক।
18.পানী গেছত থকা পদাৰ্থ দুটা নাম কি?
উত্তৰ:- হাইড্ৰ'জেন আৰু কাৰ্বন মন'ক্সাইড।
19.উদ্ভিদে কিহৰ সহায়ত খাদ্য তৈয়াৰ কৰে?
উত্তৰ:- পাতৰ সহায়ত।
20.ভিটামিন 'C' ৰ অভাৱত কি ৰোগে দেখা দিয়ে?
উত্তৰ:- স্কাৰ্ভি।
21.কোনজন ভাৰতীয়ই পদাৰ্থবিজ্ঞানত ন'বেল বঁটা লাভ কৰিছিল?
উত্তৰ:- এচ. চন্দ্ৰশেখৰ।
22.ভাৰতত উৎক্ষেপন কৰা প্ৰথম কৃত্ৰিম উপগ্ৰহটো নাম কি?
উত্তৰ:- এপ'ল'।
23.মানুহৰ শৰীৰৰ মুঠ হাড়ৰ সংখ্যা কিমান?
উত্তৰ:- ২০৬ ডাল।
24.বেকিং ছ'ডা কি?
উত্তৰ:- ছ'ডিয়াম বাইকাৰ্বনেট।
25.মানুহৰ শৰীৰত থকা বৃক্ক কাম কি?
উত্তৰ:- তেজ শোধন কৰা।
26.পেনিচেলিন কোনে আৱিস্কাৰ কৰিছিল?
উত্তৰ:- আলেকজেণ্ডাৰ ফ্লেমিং।
27.সাধাৰণতে মানুহৰ ব্লাড পেছাৰ কিমান থাকিব লাগে?
উত্তৰ:- ১২০/৮০।
28.ভিটামিন 'A' আটাইতকৈ ক'ত বেছি পোৱা যায়?
উত্তৰ:- গাজৰত।
29.কি গেছত পানী বিশুদ্ধ কৰা হয়?
উত্তৰ:- ক্লৰিণ গেছ।
30.উষ্ণতাৰ SI একক কি?
উত্তৰ:- কেল'ভিন।
31.কোনবিধ উদ্ভিদৰ পৰা মেলেৰিয়া জ্বৰৰ ঔষধ আহৰণ কৰা হয়?
উত্তৰ:- সিনকোনা।
32.উদ্ভিদৰ বাবে আটাইতকৈ লাগতিয়াল মৌলটো নাম কি?
উত্তৰ:- নাইট্ৰ'জেন।
33.শুকান বৰফ কি?
উত্তৰ:- গোটা কাৰ্বন-ডাই-অক্সাইড।
34.কেতেৰেক ৰোগ মানুহৰ কোন অংগত হয়?
উত্তৰ:- চকুত।
35.ৰেডিয়াম কিহৰ পৰা আৱিস্কাৰ কৰা হয়?
উত্তৰ:- পিছব্লেণ্ড।
36.কুইক ছিলভাৰ কোন ধাতুৰ নাম?
উত্তৰ:- পাৰা।
37.পৃথিৱীৰ মাধ্যাকৰ্ষণিক ত্বৰণ কিমান?
উত্তৰ:- ৯. ৮১ ছেঃ মিঃ।
38.সূৰ্যৰ অতিশয় উত্তপ্ত কেন্দ্ৰভাগক কি বোলে?
উত্তৰ:- আলোকমণ্ডল।
39.আলোকবৰ্ষ কিহৰ একক?
উত্তৰ:- মহাজাগতিক দূৰত্ব।
40.গাখীৰ দৈ হোৱাত সহায় কৰা এচিডটোৰ নাম কি?
উত্তৰ:- এচিটিক এচিড।
41.আটাইতকৈ পাতল গেছ কি?
উত্তৰ:- হাইড্ৰ'জেন।
42.মানুহৰ পিটুইটাৰি গ্লেন ক'ত থাকে?
উত্তৰ:- মগজুত।
43.মানুহৰ শৰীৰত থকা ডাঙৰ গ্ৰন্হিটো নাম কি?
উত্তৰ:- লিভাৰ।
44.মানুহৰ দেহৰ দীৰ্ঘতম হাড় ডাল কি?
উত্তৰ:- উৰুৰ হাড় বা উৰ্বস্হি।
45.তেজত থকা ধাতুটো নাম কি?
উত্তৰ:- লো।
46.মানুহৰ বেৰিবেৰি ৰোগ কি ভিটামিনৰ অভাৱত দেখা যায়?
উত্তৰ:- ভিটামিন 'B'।
47.মেৰু আৰু ফকাছ বিন্দুৰ মাজৰ দূৰত্বক কি বোলে?
উত্তৰ:- ফকাছদৈৰ্ঘ্য।
48.লেনছৰ ক্ষমতাৰ একক কি?
উত্তৰ:- ডায়'পটাৰ।
49.পোহৰৰ গতিবেগ আটাইতকৈ ক'ত বেছি?
উত্তৰ:- শূণ্যত।
50.কৃত্ৰিম উপগ্ৰহত উৎক্ষেপনৰ্কায্যত ব্যৱহাৰ কৰা কোষটোৰ নাম কি?
উত্তৰ:- সৌৰকোষ।
51.চকুৰ কোনটো অংগ চিনেমাৰ কেমেৰাৰ লগত তুলনা কৰা হয়?
উত্তৰ:- ৰেটিনা।
যদি ওপৰৰ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ সমূহ আপোনাৰ কোনো বন্ধু বা বান্ধৱীৰ বাবে সহায়ক হব বুলি ভাৱে তেওঁৰ লগত Share কৰিবলৈ নিশ্চয় নাপাহৰিব। ধন্যবাদ।
Please do not enter any spam link in the comment box