Type Here to Get Search Results !

Assamese History Gk For Assam Direct Recruitment

1.পুৰণি কামৰূপৰ চাৰিভাগ –

উত্তৰঃ – (১) ৰত্নপীঠ , (২) কামপীঠ ,(৩) স্বৰ্ণপীঠ আৰু (৪) সৌমাৰপীঠ ।


2.আহোমসকলৰ ভাষাত অসমৰ নাম –

উত্তৰঃ – মুঙদুনদুন খাম ।


3.আহোমসকল অসমলৈ আহিছিল –

উত্তৰঃ –  ১২২৮  খ্ৰীষ্টাব্দত ।


4.আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল –

উত্তৰঃ – স্বৰ্গদেউ চাওলুং চুকাফাই ।


5.আহোমৰ প্ৰথম ৰাজধানী –

উত্তৰঃ –  চৈ – ৰাই – ডয় অৰ্থাৎ চৰাইদেউ ।


6.আহোমসকলৰ শ্ৰেষ্ঠ ৰজা আছিল –

উত্তৰঃ – স্বৰ্গদেউ ৰুদ্ৰসিংহ ।


7.আহোমৰ শেষ ৰজাজন –

উত্তৰঃ – চন্দ্ৰকান্ত সিংহ ।


8.কুৰুক্ষেত্র  যুদ্ধত অংশ গ্ৰহণ কৰা প্রাগজ্যোতিষপুৰৰ ৰজাজন কোন আছিল ?

উত্তৰঃ  ভগদত্ত ।


9.কামৰূপ ৰাজ্যত বৰ্মণ বংশৰ প্রতিষ্ঠাতা  কোন ?

উত্তৰঃ পুষ্য বৰ্মণ।


10.পিতৃক হত্যা কৰি ৰাজপাটত বহা আহোম ৰজাজন –

উত্তৰঃ – চুক্লেনমুং  ।


11.আহোম প্ৰথমতে হোৱা বিবাহ –

উত্তৰঃ – চকলং ।


12.ল’ৰাৰজাৰ প্ৰকৃত নাম –

উত্তৰঃ – চুলিকফা ।


13.সতী জয়মতী –

উত্তৰঃ – আহোম ৰজা গদাধৰ সিংহৰ পত্নী । এওঁ স্বামীৰ মংগলৰ বাবে জীৱন উৎসৰ্গা কৰি সতীত্বৰ খ্যাতি অৰ্জন কৰিছিল ।


14.বৰ্মণ বংশৰ শ্রেষ্ঠ ৰজাজন কোন আছিল ?

উত্তৰঃ ভাস্কৰ বৰ্মণ।


15.যোগিনীতন্ত্ৰ মতে পুৰণি কামৰূপ ৰাজ্য কেই ভাগত বিভক্ত আছিল ?

উত্তৰঃ  ৪ ভাগত।


16.কিমান চনত ভাস্কৰ বৰ্মণ প্রাগজ্যোতিষ ৰাজ্যৰ সিংহাসনত উঠে ?

উত্তৰঃ ৫৯৪ খ্ৰীষ্টাব্দত।


17.শালস্তম্ভই কামৰূপৰ সিংহাসনত উঠে কিমান খ্রীষ্টাব্দত ?

উত্তৰঃ  ৬৫০ খ্ৰীষ্টাব্দত।


18.‘শালস্তম্ভ  বংশ’ৰ অন্তিম  ৰজাজনৰ নাম কি আছিল ?

উত্তৰঃ ত্যাগ সিংহ।


19.‘নাগশংকৰ দেৱালয়’ কোনে সজাইছিল ?·

উত্তৰঃ কামৰূপৰ ৰজা নৰশঙ্কৰে।


20.‘শালস্তম্ভ বংশ’ৰ প্ৰথম ৰজাজন কোন আছিল ?

উত্তৰঃ শালস্তম্ভ।


21.শ্ৰী হৰ্ষৰ জীয়েক ৰাজ্যমতিক কোন দেশৰ ৰজালৈ বিয়া দিছিল ?

উত্তৰঃ নেপালৰ।


22.পালবংশৰ অন্ত পৰে কিমান চনত ?

উত্তৰঃ ১১১২ চনত।


23.পাল বংশৰ প্রথম ৰজাজনৰ নাম কি আছিল ?

উত্তৰঃ ব্রহ্মপাল।


24.পাল বংশৰ আৰম্ভণি হয় কিমান চনত ?

উত্তৰঃ ৯৯০ চনত।


25.মালিক উজবেকে  কোন চনত কামৰূপ ৰাজ্য আক্ৰমণ কৰিছিল ?

উত্তৰঃ ১২৫৭ চনত।


26.অসমত আহোম ৰাজ্যৰ প্রতিষ্ঠাতা কোন ?

উত্তৰঃ   চুকাফা


27.চুকাফা ব্রহ্মদেশৰ কোনখন প্রদেশৰ পৰা অসমলৈ আহিছিল ?

উত্তৰঃ মাওলুং


28.‘মুনডুং চুনখাম’ মানে কি ?

উত্তৰঃ  সোণৰ বাগিছাৰে ভৰা দেশ।


29.জয়ন্তীয়া ৰজা যশোবৰ্মণ কোনজন আহোম ৰজাৰ সমসাময়িক আছিল ?

উত্তৰঃ নৰিয়া ৰজা


30.আহোম ৰাজ্যত পোন প্রথমবাৰৰ বাবে মন্ত্ৰীৰ শাসন চলে কিমান চনৰ পৰা কিমান চনলৈ ?

উত্তৰঃ ১৩৭৬ চনৰ পৰা ১৩৮০ চনলৈ।


31.কোনজন আহোম ৰজাক ‘বামুণী কোঁৱৰ’ বুলি কোৱা হয় ?

উত্তৰঃ  চুডাংফা


32.অসমৰ কোনজন ৰজাই ‘চাৰগুৱা’লৈ অসমৰ ৰাজধানী তুলি নিয়ে ?

উত্তৰঃ চুডাংফা।


33.কোনজন আহোম ৰজাই ‘স্বৰ্গনাৰায়ণ’ নাম লৈছিল ?

উত্তৰঃ চুকামফা।


34.‘দিহিঙিয়া ৰজা’ বুলি কাক কোৱা হয় ?

উত্তৰঃ  চুহুংমুং।


35.কোনজন আহোম ৰজাই অসমত প্রথম লোকপিয়ল কৰে ?

উত্তৰঃ  চুহুংমুং।


36.কোনজন আহোম ৰজাক ‘গড়গয়া ৰজা’ বুলি কোৱা হয় ?

উত্তৰঃ  চুক্লেংমুং।


37.অসমৰ ‘মৰিয়া’ সকল কি ব্যৱসায়ৰ লগত জড়িত ?

উত্তৰঃ কাঁহৰ বাচন।


38.প্রথম আহোম ‘বৰবৰুৱা’ কোন আছিল ?

উত্তৰঃ মোমাই তামুলী বৰবৰুৱা


39.অসম বুৰঞ্জীত ‘বৰফুকন’ পদৰ সৃষ্টি কোনে কৰে ?

উত্তৰঃ  চুচেনফা।


40.অসমৰ কোনজন ৰজাক ‘কুঁজা  ৰজা’ বুলি কোৱা কোৱা হয় ?

উত্তৰঃ চুটিনফা।


41.কোনজন আহোম ৰজাৰ ‘ছত্ৰভঙ্গ যোগ’ হোৱা বুলি দৈবজ্ঞসকলে কৈছিল ?

উত্তৰঃ  শিৱ সিংহ ।


42.বৰৰজা ফুলেশ্বৰী কোনজন আহোম ৰজাৰ কোঁৱৰী আছিল ?

উত্তৰঃ শিৱ সিংহ।


43.প্রথম আহোম ‘বৰৰজা’ কোন আছিল ?

উত্তৰঃ  ফুল্লেশ্বৰী।


44.অসমৰ ইতিহাসত কোনজনী আহোম ৰাণীক দ্বিতীয় ‘বৰৰজা’ উপাধি দিয়া হয় ?

উত্তৰঃ সর্বেশ্বৰীক ।


45.‘হস্তী বিদ্যাৰ্ণৱ’ পুথি কোনে ৰচনা কৰে ?

উত্তৰঃ  সুকুমাৰ বৰকাইথ।


46.কোনজন আহোম ৰজাৰ দিনত ‘লতাকটা ৰণ’ হয় ?

উত্তৰঃ  ৰাজেশ্বৰ সিংহ।


47.মণিপুৰৰ ৰাজকন্যা কুৰঙ্গনয়নীক কোনজন আহোম ৰজাই বিয়া কৰাইছিল ?

উত্তৰঃ ৰাজেশ্বৰ সিংহ।


48.মণিৰাম দেৱানৰ ফাঁচি –

উত্তৰঃ –  ১৮৫৮ চনত ।


49.ইংৰাজে বন্দী কৰা আহোম  ৰজাজন –

উত্তৰঃ – পুৰন্দৰ সিংহ ।


50.অসমৰ আটাইতকৈ ওখ মন্দিৰটো –

উত্তৰঃ – শিৱদৌল ।


51.অসমলৈ মানসেনাক আমন্ত্ৰণ কৰি অনা আহোম সেনাৰ বৰফুকনজন –

উত্তৰঃ – বদন বৰফুকন ।


52.চিপাহী বিদ্ৰোহত জড়িত থকাৰ অপৰাধত ইংৰাজে ফাঁচী দিয়া অসমীয়া নেতাজন –

উত্তৰঃ – মণিৰাম দেৱান ।


53.১৯৪২ চনৰ আন্দোলনত গহপুৰ থানাত পতাকা উত্তোলন কৰিবলৈ যাওঁতে শ্বহীদ হোৱা কিশোৰীজনী –

উত্তৰঃ – কনকলতা বৰুৱা ।


54.১৯৪২ চনত কনকলতাৰ লগত শ্বহীদ হোৱা যুৱকজন –

উত্তৰঃ – মুকুন্দ কাকতি ।


১৯৪২ চনৰ আন্দোলনত বঢ়মপুৰত শ্বহীদ হোৱা মহিলা গৰাকী –


উত্তৰঃ – ভোগেশ্বৰী ফুকননী ।


অসমৰ কৃষক বিদ্রোহত ফুলগুৰিৰ সংঘর্ষত  ১৮৬১ চনত মৃত্যু হোৱা ইংৰাজ বিষয়াজন –


উত্তৰঃ – লেফটেনান্ট চিংগাৰ ।


ফুলগুৰিৰ কৃষক বিদ্রোহত মৃত্যু হোৱা কৃষকৰ সংখ্যা –


উত্তৰঃ – ৫৪ জন ।


দিহিংঙীয়া ৰজাৰ বাবে বনৰীয়া হাতী ধৰি দিব নোৱাৰি নিজ ৰাজ্য এৰি কোচ ৰাজ্যলৈ পলাই যোৱা অসমীয়াজন –


উত্তৰঃ – শ্ৰীমন্ত শংকৰদেৱ ।


ৰজাঘৰীয়া দৈৱজ্ঞই কৰা ভৱিষ্যৎবাণী কাৰণে ৰাজপথত নবহা স্বৰ্গদেউজন –


উত্তৰঃ – শিৱ সিংহ ।


পথৰুঘাটৰ ৰণ হৈছিল –


উত্তৰঃ – ১৮৯৪ চনত ।


‘ৰত্নমালা’ কিতাপখন কোনে ৰচনা কৰে ?


উত্তৰঃ পুৰোষোত্তম বিদ্যানিধি।



কিমান চনত চুটীয়া ৰাজ্য স্থাপিত হয় ?

উত্তৰঃ ১১৮৯ চনত।


কিমান চনত কনকলতা শ্বহীদ হয় ?

উত্তৰঃ  ১৯৪২ চনত।


কিমান চনত অসমত স্বায়ত্ব শাসন প্রৱৰ্তন কৰা হয় ?


উত্তৰঃ ১৯৩৫ চনত।


কিমান চনত পাণ্ডুত কংগ্ৰেছ  অধিৱেশন বহে ?


উত্তৰঃ ১৯২৬ চনত।


বিখ্যাত ‘কাৰেং ঘৰ’ কোন জন আহোম ৰজাই নিৰ্মাণ কৰিছিল ?


উত্তৰঃ ৰাজেশ্বৰ সিংহই।


১৭৬৯ চনত মোৱামৰীয়া সকলে কাক ৰজা পাতিছিল ?


উত্তৰঃ ৰমাকান্তক।


কোনজন আহোম ৰজাই প্রথম ইংৰাজৰ সহায় বিচাৰিছিল ?


উত্তৰঃ চুখ্ৰামফাই।


কোনজন আহোম ৰজাৰ দিনত হৰদত্ত  আৰু বীৰদত্তই বিদ্ৰোহ কৰিছিল ?


উত্তৰঃ  কমলেশ্বৰ সিংহ।


কিমান চনত মানসকলে প্রথম আহোম ৰাজ্য আক্ৰমণ কৰে ?


উত্তৰঃ ১৮১৭ চনত।


কিমান চনত মানসকলে দ্বিতীয়বাৰ আহোম ৰাজ্য আক্ৰমণ কৰে ?


উত্তৰঃ ১৮১৮ চনত।


কিমান চনত মানসকলে তৃতীয়বাৰ আহোম ৰাজ্য আক্ৰমণ কৰে ?


উত্তৰঃ ১৮২০ চনত।


যোগেশ্বৰ সিংহই কিমান চনত অসমৰ সিংহাসনত উঠে ?


উত্তৰঃ ১৮২১ চনত।


কোনজন আহোম ৰজাৰ দিনত শংকৰদেৱে ‘নৱ বৈবষžৱ’ ধৰ্ম  প্রচাৰ আৰম্ভ কৰে ?


উত্তৰঃ চুহুংমুং।


কোনজন আহোম ৰজাক ‘খুৰা ৰজা’ বুলি কোৱা হয় ?


উত্তৰঃ চুকামফা।


কোনজন আহোম ৰজাই  ‘প্রতাপ সিংহ’ উপাধি গ্রহণ কৰে ?


উত্তৰঃ  চুচেনফা।


উৰিষ্যৰ জগন্নাথ মন্দিৰ কোনে ধবংস কৰে ?


উত্তৰঃ  কালাপাহাৰে।


কোনজন আহোম ৰজাৰ দিনত মিৰজুমলাই অসম আক্ৰমণ কৰে ?


উত্তৰঃ চুতিনফা।


পাটকাই পৰ্বত অতিক্ৰম কৰি কোন জনজাতিৰ লোকে অসমত প্রৱেশ কৰে ?


উত্তৰঃ আহোম জনজাতিৰ লোকে।



কোনজন আহোম ৰজাক ‘ল’ৰা ৰজা’ বুলি কোৱা হয় ?


উত্তৰঃ ৰামধ্বজ  সিংহ।


লালুকসোলা বৰফুকনক কোনে হত্যা কৰে ?


উত্তৰঃ ভোটাই ডেকাই।


স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ আহোম নাম কি আছিল ?

উত্তৰঃ  চুখ্ৰামফা।


অসম বুৰঞ্জীত কোনজন ৰজাক ‘ভগা ৰজা’ বুলি জনা যায় ?

উত্তৰঃ চুৰামফা


আহোম ৰজা’ ‘চুৰামলা’ৰ হিন্দু নাম কি ?

উত্তৰঃ  জয়ধবজ সিংহ


কোনজন আহোম ৰজাই ‘বৰবৰুৱা’ পদৰ  সৃষ্টি  কৰে ?

উত্তৰঃ  চুচেনফা


ৰুদ্ৰ সিংহই কিমান চনত অসমৰ সিংহাসনত বহে ?

উত্তৰঃ  ১৬৯৬ চনত।


কিমান চনত ইংৰাজসকলে অসমৰ শাসনভাৰ গ্ৰহণ কৰে ?

উত্তৰঃ  ১৮২৬ চনত।


কিমান চনত মিৰজুমলাই অসম আক্ৰমণ কৰে ?

উত্তৰঃ ১৬৬২ চনত।


অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক’ত ?

উত্তৰঃ  যোৰহাটত।


স্বাধীন অসমৰ প্রথম মুখ্যমন্ত্ৰী কোন আছিল ?

উত্তৰঃ গোপীনাথ বৰদলৈ।


অসমৰ প্রথম চাহ খেতিয়ক কোন আছিল ?

উত্তৰঃ  জগন্নাথ বৰুৱা।


অসমৰ পৰা প্রথম কোনে ভাৰতৰ ৰাষ্ট্ৰপতি পদ অলংকৃত কৰে ?

উত্তৰঃ  ফখৰুদ্দিন আলি আহমেদ।


কোচৰজা মল্লদেৱে কি নাম গ্ৰহণ কৰিছিল ?

উত্তৰঃ মহাৰাজ নৰনাৰায়ণ।


অসমৰ কাক ‘লোকপ্রিয়’ বুলি কোৱা হয় ?

উত্তৰঃ  গোপীনাথ বৰদলৈ।


শৰাইঘাটৰ যুদ্ধত আহোমসকলৰ সেনাপতি কোন আছিল ?

উত্তৰঃ  লাচিত বৰফুকন।


হিউৱেনচাং অসমলৈ অহা সময়ত কামৰূপৰ ৰজা কোন আছিল ?

উত্তৰঃ  কুমাৰ ভাস্কৰ বৰ্মন।


কিমান চনত মহাত্মা গান্ধী অসমলৈ আহে ?


উত্তৰঃ ১৯২১ চনত।


19.  অসম সাহিত্য সভাৰ প্রথম অধিবেশন কিমান চনত বহে ?


উত্তৰঃ ১৯১৭ চনত।


20. বাণ ৰজাৰ কন্যা –


উত্তৰঃ – ঊষাদেৱী ।



1. কামাখ্যা দেৱীৰ মন্দিৰ প্ৰথম নিৰ্মাণ কৰে –


উত্তৰঃ – নৰাকাসুৰে ।


2. কোচ বংশৰ শ্ৰেষ্ঠ ৰজা –


উত্তৰঃ – নৰনাৰায়ণ ।


 Join Telegram Groups

3. নৰনাৰায়ণৰ সেনাপতি –


উত্তৰঃ – মহাবীৰ চিলাৰায় ।


4. ইয়াণ্ডাবু সন্ধি –


উত্তৰঃ –  ১৮২৬ খ্ৰীষ্টাব্দত হয় । এই সন্ধি মান ৰজা আৰু ব্ৰিটিছৰ মাজত হৈছিল । সন্ধিৰ স্বৰ্ত্তমতে অসম ইংৰাজৰ অধীনলৈ যায় ।


5. অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ –


উত্তৰঃ – পিয়লি ফুকন ।


6. ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ৰ জন্ম –


উত্তৰঃ – ১৮৮৮ চনৰ ২৫ আগষ্টত ।


7. আহোম ৰজা জয়ধ্বজ সিংহই নিজ কন্যাক মোগল দৰবাৰলৈ পঠিওৱা সন্ধিটো –


উত্তৰঃ – ঘিলাঝাৰী ঘটাৰ সন্ধি ।


8. আহোম আৰু মোগলৰ মাজত হোৱা শেষৰখন ৰণ –


উত্তৰঃ – ইটাখুলি ৰণ ।


9. মুছলমানসকলে প্ৰথম অসম আক্ৰমণ কৰিছিল –


উত্তৰঃ – ২০৬ খ্ৰীষ্টাব্দত ।


10. মানৰ প্ৰথম আক্ৰমণ –


উত্তৰঃ – ১৮১৭ চনত ।


11. মহাত্মা গান্ধী অসমলৈ আহে –


উত্তৰঃ – ১৯২১ চনত ।


12. অসমত স্বৰাজ দলৰ প্ৰথম গৰাকী সভাপতি –


উত্তৰঃ – তৰুণৰাম ফুকন ।


13. ১৯৪২ চনৰ আন্দোলনৰ সময়ত ইংৰাজে ফাঁচি দিয়া অসমীয়াজন –


উত্তৰঃ – কুশল কোঁৱৰ  ।


14. অসমত ‘দাস প্ৰথা’ বিলোপ হয় –


উত্তৰঃ – ১৮৪৩ চনত ।


15. কিমান চনত ইংৰাজসকলে পিয়লী ফুকনক ফাঁচী দিয়ে ?


উত্তৰঃ ১৮৩৮ চনত।


16. কিমান চনত অসমত বাংলা ভাষা চৰকাৰী ভাষা হিচাপে প্রৱৰ্তন  হয় ?


উত্তৰঃ ১৮৩৭ চনত।


17. কিমান চনত ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ৰ জন্ম হয় ?


উত্তৰঃ  ১৮৮৮ চনত।


18. কিমান চনত মনিৰাম দেৱানক ফাঁচী দিয়া হয় ?


উত্তৰঃ  ১৮৫৮ চনত।


19. কিমান চনত কোচ ৰাজবংশ প্রতিষ্ঠা হয় ?


উত্তৰঃ ১৫১৫ চনত।


20. কোন চনত ‘অসম চুক্তি’ স্বাক্ষŽৰিত হৈছিল ?


উত্তৰঃ ১৯৮৫ চনত।


1.  অসমৰ ৰাজধানী কেতিয়া শ্বিলংৰ পৰা দিছপুৰলৈ স্থানান্তৰিত হয় ?


উত্তৰঃ ১৯৭৪ চনত।


2. কোন চনত অসম আন্দোলন আৰম্ভ হৈছিল ?


উত্তৰঃ ১৯৭৯ চনত।


 Join Telegram Groups

3. অসমত কেতিয়া ভাষা আন্দোলন আৰম্ভ হৈছিল ?


উত্তৰঃ  ১৯৬০ চনত।


4. কেতিয়া মোগলসকলে কোচ ৰাজ্য আক্ৰমণ কৰিছিল ?


উত্তৰঃ ১৬১৫ চনত।


5. কেতিয়া শ্ৰীমন্ত  শংকৰদেৱৰ জন্ম হৈছিল ?


উত্তৰঃ ১৪৪৯ চনত।


6. কেতিয়া চিলাৰায়ৰ মৃত্যু হৈছিল ?


উত্তৰঃ ১৫৭৫ চনত।


7. অসমত কেতিয়া পঞ্চায়তীৰাজ আৰম্ভ হয় ?


উত্তৰঃ  ১৮৯৬ চনত।


8. অসম মন্ত্ৰী পৰিষদৰ সদস্যপদ লাভ কৰা প্রথম গৰাকী মহিলা কোন আছিল ?


উত্তৰঃ  শ্ৰীমতী পদ্ম কুমাৰী গোঁহাই।


9.  স্বাধীন অসমৰ বিধান সভাৰ প্রথম অধ্যক্ষ  কোন আছিল ?


উত্তৰঃ হৰেশ্বৰ গোস্বামী।


10. অসমৰ প্রথম বৃটিচ চীফ কমিচনাৰজন কোন আছিল ?


উত্তৰঃ  ক’লনেল কিটিং।


11. কোন চনত বৃটিছ চৰকাৰে অসমত অসামৰিক আৰু অপৰাধী আদালত মঞ্জুৰ  কৰিছিল ?


উত্তৰঃ ১৮২৮ চনত।


12. ‘আভ্যন্তৰীণ সীমা আইন’ কেতিয়া কাৰ্যকৰী কৰা হৈছিল ?


উত্তৰঃ ১৮৭৩  চনত।


12. ‘তোমালোকে মোক হত্যা কৰিব পাৰা কিন্তু মোৰ স্বাধীনতাৰ স্পৃহাক হত্যা কৰিব নোৱাৰিবা।’ – কথাষাৰ কোনে কৈছিল ?


উত্তৰঃ  কনকলতাই।


13. প্রাচীন কামৰূপৰ কোন গৰাকী ৰাজকুমাৰীক কাশ্মীৰৰ ৰজাই বিয়া কৰাইছিল ?


উত্তৰঃ  অমৃতপ্ৰভাক।


14.  অসম আৰু তিৰ্বতৰ মাজৰ বাণিজ্যিক পথ কোনে মুকলি কৰিছিল ?


উত্তৰঃ ৰুদ্ৰসিংহই, ১৭০৩ চনত।


15. ব্রহ্মপুত্ৰ নদীক কোন তিনিটা নদীৰ সংগম স্থল  বুলি কোৱা হয় ?


উত্তৰঃ  দিহিং, দিবং আৰু লুইত নৈৰ।


16.  মোগলসকলে কেইবাৰ অসম আক্ৰমণ কৰিছিল ?


উত্তৰঃ  ১৮ বাৰ।


17.  অসম ‘ছাত্ৰ সন্মিলনী’ কেতিয়া গঠন কৰা হৈছিল ?


উত্তৰঃ ১৯১৬ চনত।


18.  শ্ৰীশংকৰদেৱ আৰু মাধৱদেৱৰ ক’ত ‘মণিকাঞ্চণ’ সংযোগ হৈছিল বুলি কোৱা হয় ?


উত্তৰঃ মাজুলী নদী-দ্বীপৰ বেলগুৰিত। 


19. ১৯০৫ চনত গোলাঘাটৰ সৰু পথাৰত জন্ম গ্ৰহণ কৰা আৰু ১৯৪২ চনত ভাৰত ত্যাগ আন্দোলনত শ্বহীদ হোৱা অসমৰ বিপ্লৱীজন কোন ?


উত্তৰঃ  কুশল কোঁৱৰ।


20.  আহোম সাম্ৰাজ্যৰ শেষ স্বৰ্গদেউ কোন ?


উত্তৰঃ চন্দ্ৰকান্ত সিংহ।



1. হিউৱেনচাং কিমান চনত অসমলৈ আহে ?


উত্তৰঃ  ৬২০ চনত।


2.  কিমান চনত চুকাফাৰ মৃত্যু হয় ?


উত্তৰঃ  ১২৬৮ চনত।


 Join Telegram Groups

3. অসমৰ উচ্চ ন্যায়ালয় ক’ত অৱস্থিত?


উত্তৰঃ গুৱাহাটীত।


4.  অসমৰ প্রথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল ?


উত্তৰঃ চৈয়দা আনোৱাৰা টাইমূৰ।


5. প্রথম অসমীয়া খ্রীষ্টান কোন আছিল ?


উত্তৰঃ নিধি লেভী ফাৰৱেল।


6. কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰীত্ব লাভ কৰা প্রথম অসমীয়া মহিলা কোন আছিল ?


উত্তৰঃ ৰেণুকা দেৱী বৰকটকী।


7.  কোন চনত আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেওত স্থাপন কৰা হৈছিল ?


উত্তৰঃ ১২৫৩ চনত।


8.  আহোম আৰু মোগলৰ মাজত শেষ ৰণখন কোন চনত হৈছিল ?


উত্তৰঃ ১৬৮১ চনত।


9.  অসমত ধ্বংসাত্মক ভূমিকম্পটো কিমান চনত হৈছিল ?


উত্তৰঃ ১৫৪৮ চনত।


10.  গুৱাহাটীৰ উচ্চ ন্যায়ালয় কিমান চনত স্থাপন কৰা হৈছিল ?


উত্তৰঃ ১৯৪৮ চনত।


11.  অসমৰ বিখ্যাত উমানন্দ মন্দিৰ কেতিয়া নিৰ্মাণ কৰা হৈছিল ?


উত্তৰঃ ১৬৯৪ চনত।


12.  কিমান চনত অসমত খাৰুৱা তেল আৱিষ্কাৰ হয় ?


উত্তৰঃ ১৮২৩ চনত।


13.  অসম বিধান সভাৰ প্রথম অধ্যক্ষ কোন আছিল ?


উত্তৰঃ বসন্ত দাস।


14.  কিমান চনত অসম বংগৰ পৰা বিভাজিত হৈছিল ?


উত্তৰঃ ১৮৭৪ চনত।


15.  কিমান চনত মুছলমানসকলে প্রথমবাৰ অসম আক্ৰমণ কৰে ?


উত্তৰঃ ১২০৬ চনত।


16.  ১৯৭৯ চনৰ ১০ ডিচেম্বৰত অসম আন্দোলনত মৃত্যু বৰণ কৰা প্রথমজন শ্বহীদ কোন আছিল ?


উত্তৰঃ খৰ্গেশ্বৰ তালুকদাৰ।


17. কোনজন আহোম ৰাজক উত্তৰ-পূৱ ভাৰতৰ ‘শিৱাজী’ বুলি কোৱা হয় ?


উত্তৰঃ  স্বৰ্গদেও ৰুদ্ৰসিংহক।


18.  কিমান চনত অসমত জল-জাহাজ সেৱা আৰম্ভ হৈছিল ?


উত্তৰঃ ১৮৭৪ চনত।


19.  অসমত কেতিয়া ‘টেলিফোন’ আৰু ‘টেলিগ্ৰাফ’ সেৱা আৰম্ভ হৈছিল ?


উত্তৰঃ ১৮৬৬ চনত।


20. প্রথমবাৰৰ বােব অসমত কেতিয়া ৰাষ্ট্ৰপতি শাসন বলবৎ কৰা হৈছিল ?


উত্তৰঃ ১৯৭৯ চনত।



1.  কোন চনৰ পৰা অসমত মাটিৰ ‘ম্যাদী পাট্টা’ আৰম্ভ কৰা হৈছিল ?


উত্তৰঃ ১৮৮৬ চনত।


2. ‘জয়দৌল’ আৰু ‘জয়সাগৰ পুখুৰী’ কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল ?


উত্তৰঃ  আহোম স্বৰ্গদেও ৰুদ্ৰসিংহই।


 Join Telegram Groups

3.  আহোমসকলৰ শেষ কীৰ্তিস্তম্ভটো গুৱাহাটীৰ ক’ত অৱস্থিত ?


উত্তৰঃ বশিষ্টাশ্ৰমত ।


4. অসমৰ প্ৰাচীনতম নাম –


উত্তৰঃ – প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ ।


5. প্ৰাচীন অসমৰ ইতিহাস ৰচনাত আটাইতকৈ বেছি সমল যোগোৱা সংস্কৃত গ্ৰন্থখন –


উত্তৰঃ – কালিকা পুৰাণ ।


6. অসমৰ প্ৰাচীনতম শাসকগৰাকী –


উত্তৰঃ – মহীৰংগ দানৱ ।


7. প্ৰাগজ্যোতিষৰ পশ্চিম সীমাত –


উত্তৰঃ – বৰ্তমান বাংলাদেশৰ কৰতোৱা নদী ।


8. প্ৰাগজ্যোতিষপুৰৰ দক্ষিণ সীমাত –


উত্তৰঃ – বঙ্গোপসাগৰ ।


9. প্ৰাচীন কামৰূপ ৰাজ্যৰ চাৰিটা ভাগত বিভক্ত আছিল –


উত্তৰঃ – ১) কামপীঠ – ( সোণকোষ বা স্বৰ্ণকোষ নদীৰপৰা ৰূপহী নদীলৈকে ) ।


২) ৰত্নপীঠ – ( পূবে স্বৰ্ণকোষ নদীৰপৰা পশ্চিমে বৰ্তমানৰ বাংলাদেশৰ কৰতোৱা নদীলৈকে বিস্তৃত অঞ্চল ) ।


৩) স্বৰ্ণপীঠ – ( ৰূপহীৰ পৰা ভৰালী নদীলৈ ) ।


৪) সৌমাৰপীঠ – ( ভৰলীৰপৰা দিকৰাই বা ডিক্ৰঙলৈ ) ।


10. সতী জয়মতীক শাস্তি দিয়া পথাৰখন –


উত্তৰঃ – জেৰেঙা পথাৰ ।


11. মূলা গাভৰু –


উত্তৰঃ – বৰগোঁহাই ফ্ৰাঙচেংমুঙৰ পত্নী । তুৰ্বকৰ আক্ৰমণৰ সময়ত নিজে ঘোঁৰাত উঠি শত্ৰু পক্ষৰ লগত যুদ্ধ কৰি প্ৰাণ ত্যাগ কৰিছিল ।


12. শৰাইঘাটৰ যুদ্ধ হৈছিল –


উত্তৰঃ –  ১৬৭১ খ্ৰীষ্টাব্দত । ( মোগল আৰু আহোমৰ মাজত হৈছিল ) ।


13. শৰাইঘাটৰ যুদ্ধৰ দুয়োপক্ষৰ সেনাপতি আছিল –


উত্তৰঃ – লাচিত বৰফুকন ( আহোম ) আৰু ৰাম সিং  (মোগল) ।


14. প্ৰথম মোৱামৰীয়া বিদ্ৰোহ হৈছিল –


উত্তৰঃ – ১৭৬৯ খ্ৰীষ্টাব্দত ।


15. দন্দুৱা বিদ্ৰোহ হৈছিল –


উত্তৰঃ – আহোম ৰজা কমলেশ্বৰ সিংহৰ দিনত ।


16. দন্দুৱা বিদ্ৰোহ নেতা –


উত্তৰঃ – হৰদত্ত আৰু বীৰদত্ত নামে দুই ভাই – ককাই ।


17. দন্দুৱা বিদ্ৰোহৰ কাৰণ –


উত্তৰঃ – কামৰূপত আহোম বৰফুকন কলীয়া ভোমোৰাৰ অত্যাচাৰ ।


জলমবটা বা নকল আহোম –

উত্তৰঃ – ৰজা কীৰ্তিচন্দ্ৰ ।


‘চকৰী ফেঁটী’ বুৰঞ্জীৰ ৰচক –

উত্তৰঃ – নুমলী বৰগোঁহাই ।


মোগলসকলে অসম আক্ৰমণ কৰিছিল –

উত্তৰঃ –  ১৭ বাৰ ।


মানৰ প্ৰথম অসম আক্ৰমণ হৈছিল –

উত্তৰঃ –  ১৮৯১ খ্ৰীষ্টাব্দত ।


অসমলৈ মান আনিছিল –

উত্তৰঃ – বদন বৰফুকনে ।


দিহিংগীয়া ৰজাৰ প্ৰকৃত নাম –

উত্তৰঃ – চুহুংমুং  ( দিহিং নদীৰ পাৰত ৰাজধানী প্ৰতিষ্ঠা কৰাৰ কাৰণে ) ।


খোৰা ৰজা –

উত্তৰঃ – চুখ্ৰাংফা ।


ভগনীয়া ৰজা –

উত্তৰঃ – জয়ধ্বজ সিংহ ।


বৰ্মন বংশৰ শ্রেষ্ঠ ৰজা –

উত্তৰঃ – কুমাৰ ভাস্কৰ বৰ্মন ।


কুৰুক্ষেত্ৰৰ যুদ্ধত অংশগ্ৰহণ কৰা অসমৰ ৰজাজন –

উত্তৰঃ – ভগদত্ত ( কৌৰৱ পক্ষৰ হৈ ) ।


বাণ ৰজাৰ ৰাজধানী –

উত্তৰঃ – শোণিতপুৰ ।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.