সন্ধি কাক বোলে ই কেই প্ৰকাৰৰ আৰু কি কি
সন্ধি কাক বোলে ?
ওচৰা-উচৰিকৈ থকা দুটা শব্দৰ প্ৰথমটোৰ শেষ বর্ণ আৰু দ্বিতীয়টোৰ প্ৰথম বৰ্ণৰ মিলন ঘটাকে সন্ধি বোলে। সংস্কৃত ভাষাত সন্ধিৰ ব্যৱহাৰ আটাইতকৈ বেছি। সন্ধি সংস্কৃত সাহিত্যৰ অবিচ্ছেদ্য অংগ। সেইবাবে ইয়াক সংস্কৃত সাহিত্যৰ অলংকাৰ বুলি ক'লেও বড়াই কোৱা নহয়। সন্ধিয়ে ধধ্বনিৰ উচ্চাৰণ দ্রুত কবে, ভাযাব লালিত্য বঢ়ায় আৰু উচ্চাবণ মধুৰ কৰি ভাষাৰ সৌন্দর্য বৃদ্ধি কৰে।
উদাহরণস্বরূপে- "আমি বীণাপাণিৰ চৰণত পুষ্প অঞ্জলি প্রদান কৰোঁ।" আৰু "আমি বীণাপাণিৰ চৰণত পুষ্পাঞ্জলি প্রদান করো।" - এই বাক্য দুটাব প্রথমটোতকৈ দ্বিতীয়টো বেছি শুরলা হৈছে। সেইদৰে-"পৰ অধীন জাতিৰ সন্মান নাই"- বুলি কোৱাতকৈ 'পবাধীন জাতিৰ সন্মান নাই"- বুলি ক'লে বাক্যটো বেছি শুৱলা আৰু উচ্চাবণো মধুৰ হয়। গতিকেই সন্ধিৰ আৱশ্যকতা অনস্বীকার্য।
সন্ধি তিনিবিধ:
- স্ববসন্ধি,
- ব্যঞ্জনসন্ধি
- বিসর্গসন্ধি।
![]() |
সন্ধি কাক বোলে ই কেই প্ৰকাৰৰ আৰু কি কি |
- শংকৰ + অব্দ = শংকৰাব্দ
- দাব + অনল = দাবানল
- পুষ্প + অঞ্জলি = পুষ্পাঞ্জলি
- জল + অধিপতি = জলাধিপতি
- পদ + অৰ্পণ = পদাৰ্পণ
- দেৱ + অসুৰ = দেবাসুৰ
- পঞ্চ + অমৃত = পঞ্চামৃত
- ফল + অফল = ফলাফল
- স্ব + অধীন = স্বাধীন
- নৰ + অধম = নৰাধম
- অজ + অসুৰ = অজাসুৰ
- সাধ্য + অতীত = সাধ্যাতীত
- গোল + অৰ্দ্ধ = গোলাৰ্দ্ধ
- শোক + অভভূত = শোকাভিভূত
- হিত + অহিত = হিতাহিত
- লাভ + অলাভ = লাভালাভ
- হস্ত + অক্ষৰ = হস্তাক্ষৰ
- পৰ + অধীন = পৰাধীন
- চৰ + অচৰ = চৰাচৰ
- অজৰ + অমৰ = অজৰামৰ
- নীল + অচল = নীলাচল
- নৰক + অসুৰ = নৰকাসুৰ
- শত + অব্দ = শতাব্দ
- দেশ + অন্তৰ = দেশান্তৰ
- ষড় + আনন = ষড়ানন
- মেঘ + আলয় = মেঘালয়
- শুভ + আগমন = শুভাগমন
- শৃংখল + আবদ্ধ = শৃংখলাবদ্ধ
- বিবেক + আনন্দ = বিবেকানন্দ
- পৰম + আনন্দ = পৰমানন্দ
- হত + আশা = হতাশা
- ৰত্ন + আকৰ = ৰত্নাকৰ
- ভোক + আতুৰ = ভোকাতুৰ
- দশ + আনন = দশানন
- শোক + আতুৰ = শোকাতুৰ
- জীৱন + আলেখ্য = জীৱনালেখ্য
- হিম্ + আলয় = হিমালয়
- পিঞ্জৰ + আবদ্ধ = পিঞ্জৰাবদ্ধ
- পূৰ্ণ + আহুতি = পূৰ্ণাহুতি
- হত + আহত = হতাহত
- দেৱ + আলয় = হিমালয়
- চিত্ত + আকৰ্ষক = চিত্তাকৰ্ষক
- বিদ্যা + আলয় = বিদ্যালয়
- গৱেষণা + আগাৰ = গৱেষণাগাৰ
- সদা + আনন্দ = সদানন্দ
- দয়া + আৰ্দ্ৰ = দয়াৰ্দ্ৰ
- মন্ত্ৰণা + আলয় = মন্ত্ৰণালয়
- ৰমা + আনন্দ = ৰমানন্দ
- শ্ৰদ্ধা + আস্পদ = শ্ৰদ্ধাস্পদ
- মহা + আশয় = মহাশয়
- কাৰা + আগাৰ = কাৰাগাৰ
- উমা + আনন্দ = উমানন্দ
- মহা + আলয় = মহালয়
- সুধা + আকাৰ = সুধাকাৰ
- বিদ্যা + অৰ্ণৱ = বিদ্যাৰ্ণৱ
- ধাৰণা + অতীত = ধাৰণাতীত
- মহা + অৰ্ঘ = মহাৰ্ঘ
- বিদ্যা + অলংকাৰ = বিদ্যালংকাৰ
- সীমা + অন্ত = সীমান্ত
- আশা + অনুৰূপ = আশানুৰূপ
- কথা + অমূত = কথামূত
- মহামহিমা + অৰ্ণৱ = মহামহিমাৰ্ণৱ
- আশা + অতীত = আশাতীত
- যাত্ৰা + অভিনয় = যাত্ৰাভিনয়
- মুনি + ইন্দ্ৰ = মুনীন্দ্ৰ
- প্ৰতি + ইত = প্ৰতীতি
- অতি + ইত = অতীত
- অতি + ইন্দ্ৰিয় = অতীন্দ্ৰিয়
- অতি + ইব = অতীব
- অভি + ইষ্ট = অভীষ্ট
- গিৰি + ঈশ = গিৰীশ
- অধি + ঈশ্বৰ = অধীশ্বৰ
- পৰি + ঈক্ষা = পৰীক্ষা
- ক্ষিতি + ঈশ = ক্ষিতীশ
- যতি + ঈষ = যতীশ
- প্ৰতি + ঈক্ষা = প্ৰতীতি
- দিল্লী + ঈশ্বৰ = দিল্লীশ্বৰ
- সতী + ঈশ = সতীশ
- মহী + ঈশ = মহীশ
- শ্ৰী + ঈশ = শ্ৰীশ
- শচী + ইন্দ্ৰ = শচীন্দ্ৰ
- মহী + ইন্দ্ৰ = শচীন্দ্ৰ
- মহতী + ইচ্ছা = মহতীচ্ছা
- সধী + ইন্দ্ৰ = সুধীন্দ্ৰ
- গজ + ইন্দ্ৰ = গজেন্দ্ৰ
- নৰ + ইন্দ্ৰ = নৰেন্দ্ৰ
- যোগ + ইন্দ্ৰ = যোগেন্দ্ৰ
- ভৱ + ইন্দ্ৰ = ভৱেন্দ্ৰ
- দেৱ + ইন্দ্ৰ = দেৱেন্দ্ৰ
- ইতৰ + ইতৰ = ইতৰেতৰ
- দীন + ঈশ = দীনেশ
- নৰ + ঈশ = নৰেশ
- দেৱ + ঈশ্বৰ = দেবেশ্বৰ
- পৰম + ঈশ্বৰ = পৰমেশ্বৰ
- ভৱ + ঈশ = ভৱেশ
- গণ + ঈশ = গণেশ
- যথা + ইষ্ট = যথেষ্ট
- যথা + ইচ্ছা = যথেচ্ছা
- মহা + ইন্দ্ৰ = মহেন্দ্ৰ
- মহা + ঈশ = মহেশ
- ৰমা + ঈশ = ৰমেশ
- তাৰকা + ঈশ্বৰী = তাৰকেশ্বৰী
- শীত + উষ্ণ = শীতোষ্ণ
- স্নাতক + উত্তৰ = স্নাতকোত্তৰ
- পাদ + উদক = পাদোদক
- হিত + উপদেশ = হিতোপদেশ
- বৃক + উদৰ = বৃকোদৰ
- সূৰ্য + উদয় = সূৰ্যোদয়
- নন্দ + উতসব = নন্দতসৱ
- প্ৰশ্ন + উত্তৰ = প্ৰশ্নোত্তৰ
- মহা + উদয় = মহোদয়
- বিদ্যা + উতসাহী = বিদ্যােতসাহী
- মহা + উতসৱ = মহোতসৱ
- যথা + উচিত = যথোচিত
- গঙ্গা + উদক = গংগোদক
- মহা + উদধি = মহোদধি
- মহা + উদৰ = মহোদৰ
- কথা + উপকথন = কথোপকথ
- যথা + উপযুক্ত = যথোপযুক্ত
- দেৱ + ঋষি = দেৱৰ্ষি
- অধম + ঋণ = অধমৰ্ণ
- ৰাজা + ঋষি = ৰাজৰ্ষি
- উত্তম + ঋণ = উত্তমৰ্ণ
- মহা + ঋষি = মহৰ্ষি
- সপ্ত + ঋষি = সপ্তৰ্ষি
- ভোক + ঋত = ভোকাৰ্ত
- ক্ষুধা + ঋত = ক্ষুধাৰ্ত
- শোক + ক্ষুকাৰ্ত = শোকাৰ্ত
- শীত + ঋত = শীতাৰ্ত
- তৃষ্ণা + ঋত = ভোকাৰ্ত
- তথা + এবচ = তথৈবচ
- পৰম + ঐশ্বৰ্য = পৰমৈশ্বৰ্য
- হিত + এষী = হিতৈষী
- এক + এক = একৈক
- জন + এক = জনৈক
- মত + ঐক্য = মতৈক্য
- মহা + ঐশ্বৰ্য = মহৈশ্বৰ্য
- বন + ঔষধি = বনৌষধি
- জল + ওকা = জলৌকা
- মহা + ঔষধ = মহৌষধ
- অতি + অধিক = অত্যধিক
- প্ৰতি + অহ = প্ৰত্যহ
- অতি + অন্ত = অত্যন্ত
- আদি + অন্ত = আদ্যন্ত
- যদি + অপি = যদ্যপি
- প্ৰতি + আশা = প্ৰত্যাশা
- ইতি + আদি = ইত্যাদি
- নদী + অম্বু = নদ্যম্বু
- প্ৰতি + উপকাৰ = প্ৰত্যুপকাৰ
- অভি + উদয় = অভ্যুদয়
- উপৰি + উপৰি = উপৰ্যুপৰি
- অতি + উদয় = অত্ত্যুদয়
- প্ৰতি + এক = প্ৰত্যেক
- বিনৈ + অক = বিনায়ক
- শে + অন = শয়ন
- নৈ + অক = নায়ক
- নে + অন = নয়ন
- গৈ + অক = গায়ক
- দিক্ + গজ = দিগগজ
- সম্ + কৃত = সংস্কৃত
- জগত + নাথ = জগন্নাথ
- উত + মাদ = উন্মাদ
- সম্ + গতি = সংগতি
- সত + উপদেশ = সদুপদেশ
- সম্ + ৰাট্ = সম্ৰাট
- উত + মত্ত = উন্মত্ত
- তত + উপৰি = তদুপৰি
- উত + ছেদ = উচ্ছেদ
- সম্ + যোগ = সংযোগ
- ণিচ্ + অন্ত = ণিজন্ত
- বাক্ + ময় = বাংময়
- তত + হিত = তদ্ধিত
- যাচ্ + না = যাচ্ঞয়
- সম্ + ৰাজ + নী = সম্ৰাজ্ঞী
- প্ৰ + কৃষ + ত = প্ৰকৃষ্ট
- কৃ + অন্ত = কৃদন্ত
- দিক্ + অন্ত = দিগন্ত
- আ + ছাদন = আচ্ছাদন
- গম্ + তব্য = গন্তব্য
- সম্ + লগ্ন = সংলগ্ন
- মৃত + ময় = মৃন্ময়
- পৰি+ ছেদ = পৰিচ্ছেদ
- পৰি + ছন্ন = পৰিচ্ছন্ন
- সম্ + কীৰ্ণ = সংকীৰ্ণ
- সম্ + তান = সন্তান
- বৃষ + তি = বৃষ্টি
- চলত + চিত্ৰ = চলচ্চিত্ৰ
- উত + চাৰণ = উচ্চাৰণ
- সম্ + কীৰ্ণ = সংকীৰ্ণ
- সত + আশয় = সদাশয়
- সত + জন = সজ্জন
- সত + চৰিত্ৰ = সচ্চৰিত্ৰ
- উত + যাপন = উদযাপন
- সম্ + হাৰ = সংহাৰ
- উত + শিষ্ট = উচ্ছিষ্ট
- উত + হাৰ = উদ্ধাৰ
- ষট্ + আনন = ষড়ানন
- উত + গতি = উদ্গতি
- বি + ছেদ = বিচ্ছেদ
- সম্ + কৰণ = সংস্কৰণ
- শম্ + কৰ = শংকৰ
- কিম্ + তু = কিন্তু
- উত + শৃংখল = উচ্ছৃঙ্খল
- সম্ + গীত = সংগীত
- আকৃষ্ + ত = আকৃষ্ট
- চিত + ময় = চিন্ময়
- যজ্ + ন = যজ্ঞ
- সম্ + শয় = সংশয়
- কিম্ + নৰ = কিন্নৰ
- যাবত + জীৱন = যাৱজ্জীৱন
- ৰাজ + নী = ৰাজ্ঞী
- সম্ + যোগ = সংযোগ
- উত + নতি = উন্নতি
- উত + হত = উদ্ধত
- আ + ছন্ন = আচ্ছন্ন
- বি + ছিন্ন = বিচ্ছিন
- উত +ঘাটন = উদঘাটন
- বাক্ + ঈশ = বাগীশ
- উত + শ্বাস = উচ্ছ্বাস
- সম্ + যুক্ত = সংযুক্ত
- ষষ্ + থ = ষষ্ঠ
- পুষ্ + ত = পুষ্ট
- সম্ + শয় = সংশয়
- আকৃষ + ত = আকৃষ্ট
- সম্ + বাদ = সংবাদ
- জগত + ঈশ = জগদীশ
- বনঃ + পতি = বনস্পতি
- তিৰঃ + কাৰ = তিৰস্কাৰ
- সৰঃ + বৰ = সৰোবৰ
- শিৰঃ + ছেদ = শিৰশে্ছদ
- দুঃ + তৰ = দুস্তৰ
- মনঃ + হৰ = মনোহৰ
- দঃ + নীতি = দুৰ্নীতি
- নিঃ + আকাৰ = নিৰাকাৰ
- দুঃ + অৱস্থা = দুৰৱস্থা
- নিঃ + চয় = নিশ্চয়
- মনঃ + যোগ = মনোযোগ
- নিঃ + ৰস্ = নীৰস
- আৱিঃ + কাৰ = আৱিষ্কাৰ
- নিঃ + কলংক = নিষ্কলংক
- পুনঃ + অপি = পুনৰপি
- নিঃ+ চিত = নিশ্চিত
- দুঃ + গম = দুৰ্গম
- নিঃ + অৱধি = নিৰৱধি
- বহিঃ + কাৰ = বহিষ্কাৰ
- নিঃ + চিন্ত = নিশিচন্ত
- ততঃ + অধিক = ততোধিক
- দুঃ + গতি = দুৰ্গতি
- ভাঃ + কৰ = ভাস্কৰ
- দুঃ + প্ৰাপ্য = দুষ্প্ৰাপ্য
- আশীঃ + বাদ = আশীবাৰ্দ
- ইতঃ + ততঃ = ইতস্ততঃ
- অহঃ + ৰাত্ৰ = অহোৰাত্ৰ
- দুঃ + কৰ = দুষ্কৰ
- নিঃ + ৰৱ = নীৰৱ
- বাচঃ+ পতি = বাচস্পতি
- নিঃ + অৱচ্ছিন্ন = নিৰৱচ্ছন্ন
- নিঃ+ তেজ = নিস্তেজ
- নিঃ + ৰোগ = নিৰোগ
- মনঃ + তাপ = মনস্তাপ
- মনঃ + ৰম = মনোৰম
- নিঃ + নয় = নিৰ্ণয়
- নিঃ + ঠুৰ = নিষ্ঠুৰ
- তপঃ + বন = তপোবন
- দুঃ + ঘোৰ = দুৰ্ঘোৰ
- নিঃ + তাৰ = নিস্তাৰ
- নমঃ + কাৰ = নমস্কাৰ
- নিঃ + ফল = নিষ্ফল
- বযঃ + অধিক = বয়োধিক
- নিঃ + পাপ = নিষ্পাপ
- পুৰঃ + কাৰ = পুৰস্কাৰ
- দুঃ + চিন্তা = দুশ্চন্তা
- দুঃ + মতি = দুৰ্মতি
- অহঃ + নিশা = অহৰ্নিশ
সন্ধি সম্পৰ্কীয় ১০টা প্ৰশ্ন (FAQ) 🎓
সন্ধি কাক বোলে?
→ দুই শব্দ বা ধ্বনিৰ মিলনৰ ফলত হোৱা পৰিৱৰ্তনক সন্ধি বোলে।সন্ধিৰ কিমান প্ৰকাৰ আছে?
→ সন্ধি মূলত ৩ প্ৰকাৰ— স্বৰ সন্ধি, ব্যঞ্জন সন্ধি, আৰু বিশৰ্গ সন্ধি।স্বৰ সন্ধি কাক বোলে?
→ যেতিয়া দুই স্বৰধ্বনি মিলি নতুন শব্দ সৃষ্টি কৰে, তাক স্বৰ সন্ধি বোলে।ব্যঞ্জন সন্ধি কাক বোলে?
→ যেতিয়া ব্যঞ্জনধ্বনিৰ মিলনৰ ফলত শব্দৰ পৰিৱৰ্তন হয়, তাক ব্যঞ্জন সন্ধি বোলে।বিশৰ্গ সন্ধি কাক বোলে?
→ "ঃ" (বিশৰ্গ) ধ্বনিয়ে পৰিৱৰ্তিত হৈ নতুন শব্দ গঠন কৰিলে তাক বিশৰ্গ সন্ধি বোলে।সন্ধিৰ প্ৰয়োজনীয়তা কি?
→ সন্ধিয়ে শব্দৰ সঠিক গঠন, উচ্চাৰণ, আৰু অৰ্থ গঠন কৰিবলৈ সহায় কৰে।স্বৰ সন্ধিৰ উদাহৰণ কি?
→ উদাহৰণ: বিদ্যা + আলোচন = বিদ্যালোচন।ব্যঞ্জন সন্ধিৰ উদাহৰণ কি?
→ উদাহৰণ: শত + অর্ঘ্য = শতৰ্ঘ্য।বিশৰ্গ সন্ধিৰ উদাহৰণ কি?
→ উদাহৰণ: মহৎ + তেজ = মহাত্তেজ।সন্ধি কেনেকৈ শিকিব পাৰি?
→ নিয়মবোৰ ধৰি ধৰি অধ্যয়ন কৰি আৰু প্ৰচুৰ উদাহৰণ অনুশীলন কৰি শিকিব পাৰি।
আপুনি যদি কিবা সলনি কৰিব বিচাৰে, মোক জনাব! 😊
Please do not enter any spam link in the comment box