---Advertisement---
---Advertisement---

অসমীয়া বিপৰীত শব্দ || Antonyms in Assamese

By DAINIK SAKORI

Updated On:

---Advertisement---

অসমীয়া বিপৰীত শব্দ || Antonyms in Assamese

বিপৰীত শব্দ (Biporit Śabda) মানে বিপৰীত অৰ্থ থকা শব্দ বা এটা শব্দৰ সম্পূৰ্ণ উলটো অৰ্থ থকা শব্দ। ইংৰাজীত ইয়াক Antonyms বুলি কোৱা হয়।

উদাহৰণস্বৰূপে:

  • আনন্দবিষাদ
  • আলোকআন্ধাৰ
  • উন্নতিঅৱনতি
  • সত্যমিথ্যা
  • প্ৰেমঘৃণা

ইয়াত অসমীয়া বিপৰীত শব্দ বা বিপৰীতাৰ্থক শব্দৰ এখন তালিকা দিয়া হৈছে।

বিপৰীতাৰ্থক শব্দৰ তালিকা,অসমীয়া বিপৰীত শব্দ
অসমীয়া বিপৰীত শব্দ

বিপৰীতাৰ্থক শব্দৰ তালিকা (list of Antonyms)

অ , আ
  • অণু – বৃহৎ
  • আকর্ষণ – বিকর্ষণ
  • অনুগ্রহ –নিগ্ৰহ
  • আনন্দ  – বিষাদ, নিবানন্দ
  • অনুৰাগ – বিবাগ
  • অনুকূল – প্ৰতিকূল
  • আবির্ভাৰ – অন্তৰ্দ্ধান
  • আদি –অন্ত, শেষ
  • অলপ –বেছি
  • আয়  – ব্যয়
  • অহংকাৰ – নিবহংকাৰ
  • আস্থা – অনাস্থা
  • অতিবৃষ্টি – অনাবৃষ্টি
  • আস্তিক – নাস্তিক
  • অমৃত – গৰল
  • আদব –অনাদব
  • অন্তৰ –বাহিৰ
  • আগ –গুৰি, পাচ
  • অসীম –সসীম
  • আগমন –প্ৰত্যাগমন
  • অভাৱ –উভৈনদী
  • আচাৰ –অনাচাৰ
  • অন্ধ – চাক্ষুষ, দৃষ্টিসম্পন্ন
  • আপোন – পৰ
  • আচল – নকল
  • আশীৰ্বাদ – অভিশাপ
  • আন্ধাৰ – পোহৰ
  • আয়তী – বিধবা
  • আকাশ – পাতাল
  • আচামী – ফৰিয়াদী
  • আদান – প্ৰদান
  • আবস্ত – শেষ, সমাপ্ত
  • আবাহন – বিসৰ্জন
  • আশা – নিবাশা
  • আধুনিক – প্ৰাচীন
  • আবোহণ – অৱৰোহণ
  • অধঃ – ঊর্ধ্ব
  • অনুচিত – উচিত
  • অসজ – সজ
  • অৱনতি – উন্নতি
  
ই 
  • ইষ্ট-অনিষ্ট 
  • ইহলোক-পৰলোক 
  • ইচ্ছা-অনিচ্ছা 
উ , ঊ 
  • উক্ত – অনুক্ত
  • উৰ্বৰ – অনুৰ্বৰ
  • উত্তম-অধম 
  • উত্তমর্ণ – অধমর্ণ
  • উত্তৰ – দক্ষিণ
  • ঊর্ধ্ব – অধঃ
  • উচিত – অনুচিত
  • উৎকৃষ্ট – নিকৃষ্ট
  • উচ্চ – নীচ
  • উপকাৰ – অপকাৰ
  • উপস্থিত – অনুপস্থিত
  • উদাৰ – সংকীর্ণ
  • উত্থান – পতন
  • উদয় – অস্ত
  • উপযুক্ত – অনুপযুক্ত
  • ওপৰত – তলত
  • ওখ – চাপৰ
এ 
  • এতিয়া – তেতিয়া
  • এন্দ্র – মন্থৰ
ক 
  • কোমল – কঠিন
  • কৃশ – স্থূল
  • কৃতজ্ঞ – অকৃতজ্ঞ, কৃতঘ্ন
  • খাদ্য – অখাদ্য
  • খাল – বাম
  • খোৱা – নোখোৱা
  • গুৰু – শিষ্য
  • গুরু – শিষ্য
  • গুণ – দোষ
  • গুণী – নির্গুণী
  • গ্রহণ – বর্জন, প্রত্যাখ্যান
  • গৰিষ্ঠ – লঘিষ্ঠ
  • গৃহস্থী – সন্ন্যাসী
  • গধুৰ – পাতল
  • গভীৰ – তৰাং, অগভীৰ
  • গহীন – চঞ্চল
  • গোচৰীয়া – পদকীয়া
  • ঘৰচীয়া – বনৰীয়া
  • ধনী – দুখীয়া, দৰিদ্ৰ
  • ধর্ম – অধর্ম
  • নিকৃষ্ট – উৎকৃষ্ট
  • নতুন – পুৰণি
  • নির্দোষী – দোষী
  • নির্মল – মলিন
  • নিৰাপদ – বিপদজনক
  • নিবাকাৰ – সাকাৰ
  • নির্ভীক – ভীৰু
  • ন্যায় – অন্যায়
  • চহকী – দুখীয়া
  • চল – অচল
  • চৰম – নৰম
  • চেতন – অচেতন, জড়
  • চিনাকি – অচিনাকি
  • জমা – খৰচ
  • জয় – পৰাজয়
  • জন্ম – মৃত্যু
  • জাগৰণ – নিদ্রা
  • জ্ঞানী – মূর্খ, অজ্ঞানী
  • জীৱন – মৰণ
  • জোখ – বিজোখ, অজোখ
  • জংগম – অস্থিৰ
  • জটিল – সৰল
  • ডেকা – বুঢ়া
  • ডাঠ – পাতল
  • তপত – চেঁচা
দ 
  • দয়ালু – নির্দয়, নিষ্ঠুৰ
  • দাতা – কৃপণ
  • দিন – ৰাতি
  • দীঘল – চুটি
  • দীর্ঘ – হ্রস্ব
  • দেৱতা – অসুৰ
  • দেশপ্রেমিক – দেশদ্রোহী
  • দক্ষিণ – বাম
ব 
  • বাজ – ভিতৰ
  • বাদী – বিবাদী, প্রতিবাদী
  • বিশ্বাসী – বিশ্বাসঘাতক
  • বিদ্যা – অবিদ্যা
  • বিধি – অবিধি, নিষেধ
  • বিৰহ – মিলন
  • বিখ্যাত – অখ্যাত, কুখ্যাত
  • বিফলতা – সফলতা
  • বিপদ – সম্পদ
  • বিস্তৃত – সংক্ষিপ্ত
  • বিনীত – উদ্ধত
  • বিনয় – অহংকার
  • বৈধ – অবৈধ
  • বজা – প্রজা
  • বগা – ক’লা
  • বোগী – নিবোগী
  • বহল – ঠেক
  • বন্ধু – শত্রু
  • বিপদ – সুবিধা
প 
  • পণ্ডিত – মূর্খ
  • পৰিষ্কাৰ – লেতেৰা, অপৰিষ্কাৰ
  • পৰিশ্ৰমী – এলেহুৰা, অপরিশ্রমী
  • পবিত্র – অপবিত্র
  • পৰিমিত – অপৰিমিত
  • পাতল – ডাঠ, গধুৰ
  • পুণ্য – পাপ
  • প্রভু – ভৃত্য
  • পুৱা – সন্ধ্যা, গধূলি
  • পুরস্কাৰ – তিৰস্কাৰ
  • প্রকৃত – কাল্পনিক, অপ্রকৃত
  • প্ৰচুৰ – অল্প
  • প্ৰৱেশ – প্ৰস্থান
  • প্ৰত্যক্ষ – পৰোক্ষ
  • প্ৰাচ্য – পাশ্চাত্য
  • প্রশ্ন – উত্তৰ
  • প্রকাশ – গোপন, অপ্রকাশ
  • প্রাচীন – নবীন
  • প্ৰেৰণা – নিরুৎসাহ
  • প্রকাশ – গোপন
  • পাতল – ঘন
  • ভক্তি – ঘৃণা
  • ভাল – বেয়া
  • ভীক – নির্ভীক, সাহসী
  • ভূত – ভবিষ্যত
  • ভোতা – চোকা
  • মান – অপমান
  • মানুহ – দানৱ
  • মিতব্যয়ী – অমিতব্যয়ী, অপব্যয়ী
  • মিলন – বিয়হ
  • মিত্ৰ – শত্রু
  • মুখ্য – গৌণ
  • মুক্ত – বন্ধ
  • যশ – অপযশ
  • যত্ন – আওকাণ, অযত্ন
  • যোগ – বিয়োগ
  • লঘু – গধুৰ
  • লাভ – লোকচান, ক্ষতি
  • শকত – ক্ষীণ
  • শান্ত – অশান্ত
  • শান্তি – অশান্তি
  • শুক্ল – কৃষ্ণ
  • শুদ্ধ – অশুদ্ধ, ভুল
  • শুভ – অশুভ
  • শব্দ – নীৰৱ
  • সজীৱ – নিৰ্জীৱ
  • সৃষ্টি – প্ৰলয়, ধ্বংস
  • সোঁ – বাঁও
  • সবল – দুৰ্বল
  • সশ্ৰম – বিনাশ্ৰম
  • সাধু – দুর্জন / অসাধু
  • সঞ্চয় – অপচয়
  • সমষ্টি – ব্যক্তি
  • সপক্ষ – বিপক্ষ
  • সম্মান – অপমান
  • সুখ – দুখ
  • সুস্থ – অসুস্থ
  • স্বর্গ – মর্ত্য
  • সুবিধা – অসুবিধা
  • সংযোগ – বিয়োগ
  • সন্ধি – বিগ্ৰহ
  • সুন্দৰ – কুৎসিত
  • সুশ্ৰী – কুশ্ৰী, বিশ্ৰী
  • সহযোগী – প্ৰতিযোগী
  • সুকৃতি – দুষ্কৃতি
  • সধবা – বিধৱা
  • সুখ্যাতি – অখ্যাতি
  • সভ্য – অসভ্য
  • সুগন্ধ – দুৰ্গন্ধ
  • স্পষ্ট – অস্পষ্ট
  • স্বাধীন – পৰাধীন
  • সুচল – অচল
  • সঁচা – মিছা
  • সুযোগ – দুৰ্যোগ
  • সদয় – নির্দয়
  • সুলভ – দুর্লভ
  • সুৰ – অসুৰ
  • সুগম – দুর্গম
  • স্থিৰ – অস্থিৰ
  • হঁহা – কান্দা
  • হৰণ – পূৰণ
  • হর্ষ – বিষাদ
  • হাঁহি – কান্দোন
  • হ্রাস – বৃদ্ধি
  • হিংসা – অহিংসা
ক্ষ
  • ক্ষমা – প্রতিশোধ
  • ক্ষয় – বৃদ্ধি

বিপৰীত শব্দ (FAQ – Frequently Asked Questions)

  1. গৌৰৱ বিপৰীত শব্দ কি? — অপমান
  2. আলো বিপৰীত শব্দ কি? — আন্ধাৰ
  3. সত্য বিপৰীত শব্দ কি? — মিথ্যা
  4. সফলতা বিপৰীত শব্দ কি? — বিফলতা
  5. প্ৰেম বিপৰীত শব্দ কি? — ঘৃণা
  6. উন্নতি বিপৰীত শব্দ কি? — অৱনতি
  7. সুখ বিপৰীত শব্দ কি? — দুখ
  8. আনন্দ বিপৰীত শব্দ কি? — বিষাদ
  9. বিশ্বাস বিপৰীত শব্দ কি? — সন্দেহ
  10. সৎ বিপৰীত শব্দ কি? — অসৎ
  11. আশা বিপৰীত শব্দ কি? — নিৰাশা
  12. সাহস বিপৰীত শব্দ কি? — ভয়
  13. উচ্চ বিপৰীত শব্দ কি? — নিম্ন
  14. সৰু বিপৰীত শব্দ কি? — ডাঙৰ
  15. সদয় বিপৰীত শব্দ কি? — নিৰ্দয়
  16. স্বাধীনতা বিপৰীত শব্দ কি? — পৰাধীনতা
  17. জ্ঞানী বিপৰীত শব্দ কি? — মূর্খ
  18. অসীম বিপৰীত শব্দ কি? — সসীম
  19. উদয় বিপৰীত শব্দ কি? — অৱসান
  20. ধনী বিপৰীত শব্দ কি? — দৰিদ্ৰ
  21. প্ৰভু বিপৰীত শব্দ কি? — ভৃত্য
  22. বিদ্যা বিপৰীত শব্দ কি? — অজ্ঞতা
  23. পুণ্য বিপৰীত শব্দ কি? — পাপ
  24. বিপদ বিপৰীত শব্দ কি? — সুবিধা
  25. অস্থায়ী বিপৰীত শব্দ কি? — স্থায়ী
  26. সুন্দৰ বিপৰীত শব্দ কি? — কুৎসিত
  27. শান্তি বিপৰীত শব্দ কি? — অশান্তি
  28. সফল বিপৰীত শব্দ কি? — বিফল
  29. সত্যতা বিপৰীত শব্দ কি? — অসত্যতা
  30. প্ৰসন্ন বিপৰীত শব্দ কি? — অপ্ৰসন্ন

RELATED POST:

এটা শব্দত প্ৰকাশ কৰা | Ata Hobdot Prokakh Kora

অসমীয়া জতুৱা ঠাঁচ | JATUA THAS IN ASSAMESE

বিশেষ্য বিশেষণৰ পৰিৱৰ্তন | বিশেষণৰ পৰা বিশেষ্য় | পদ পৰিবৰ্তন কৰা

অসমীয়া বিপৰীত শব্দ || Antonyms in Assamese

By: DAINIK SAKORI

On: April 3, 2025

Follow Us:

---Advertisement---

Job Details

Job Salary:

Job Post:

Qualification:

Age Limit:

Exam Date:

Last Apply Date:

অসমীয়া বিপৰীত শব্দ || Antonyms in Assamese

বিপৰীত শব্দ (Biporit Śabda) মানে বিপৰীত অৰ্থ থকা শব্দ বা এটা শব্দৰ সম্পূৰ্ণ উলটো অৰ্থ থকা শব্দ। ইংৰাজীত ইয়াক Antonyms বুলি কোৱা হয়।

উদাহৰণস্বৰূপে:

  • আনন্দবিষাদ
  • আলোকআন্ধাৰ
  • উন্নতিঅৱনতি
  • সত্যমিথ্যা
  • প্ৰেমঘৃণা

ইয়াত অসমীয়া বিপৰীত শব্দ বা বিপৰীতাৰ্থক শব্দৰ এখন তালিকা দিয়া হৈছে।

বিপৰীতাৰ্থক শব্দৰ তালিকা,অসমীয়া বিপৰীত শব্দ
অসমীয়া বিপৰীত শব্দ

বিপৰীতাৰ্থক শব্দৰ তালিকা (list of Antonyms)

অ , আ
  • অণু – বৃহৎ
  • আকর্ষণ – বিকর্ষণ
  • অনুগ্রহ –নিগ্ৰহ
  • আনন্দ  – বিষাদ, নিবানন্দ
  • অনুৰাগ – বিবাগ
  • অনুকূল – প্ৰতিকূল
  • আবির্ভাৰ – অন্তৰ্দ্ধান
  • আদি –অন্ত, শেষ
  • অলপ –বেছি
  • আয়  – ব্যয়
  • অহংকাৰ – নিবহংকাৰ
  • আস্থা – অনাস্থা
  • অতিবৃষ্টি – অনাবৃষ্টি
  • আস্তিক – নাস্তিক
  • অমৃত – গৰল
  • আদব –অনাদব
  • অন্তৰ –বাহিৰ
  • আগ –গুৰি, পাচ
  • অসীম –সসীম
  • আগমন –প্ৰত্যাগমন
  • অভাৱ –উভৈনদী
  • আচাৰ –অনাচাৰ
  • অন্ধ – চাক্ষুষ, দৃষ্টিসম্পন্ন
  • আপোন – পৰ
  • আচল – নকল
  • আশীৰ্বাদ – অভিশাপ
  • আন্ধাৰ – পোহৰ
  • আয়তী – বিধবা
  • আকাশ – পাতাল
  • আচামী – ফৰিয়াদী
  • আদান – প্ৰদান
  • আবস্ত – শেষ, সমাপ্ত
  • আবাহন – বিসৰ্জন
  • আশা – নিবাশা
  • আধুনিক – প্ৰাচীন
  • আবোহণ – অৱৰোহণ
  • অধঃ – ঊর্ধ্ব
  • অনুচিত – উচিত
  • অসজ – সজ
  • অৱনতি – উন্নতি
  
ই 
  • ইষ্ট-অনিষ্ট 
  • ইহলোক-পৰলোক 
  • ইচ্ছা-অনিচ্ছা 
উ , ঊ 
  • উক্ত – অনুক্ত
  • উৰ্বৰ – অনুৰ্বৰ
  • উত্তম-অধম 
  • উত্তমর্ণ – অধমর্ণ
  • উত্তৰ – দক্ষিণ
  • ঊর্ধ্ব – অধঃ
  • উচিত – অনুচিত
  • উৎকৃষ্ট – নিকৃষ্ট
  • উচ্চ – নীচ
  • উপকাৰ – অপকাৰ
  • উপস্থিত – অনুপস্থিত
  • উদাৰ – সংকীর্ণ
  • উত্থান – পতন
  • উদয় – অস্ত
  • উপযুক্ত – অনুপযুক্ত
  • ওপৰত – তলত
  • ওখ – চাপৰ
এ 
  • এতিয়া – তেতিয়া
  • এন্দ্র – মন্থৰ
ক 
  • কোমল – কঠিন
  • কৃশ – স্থূল
  • কৃতজ্ঞ – অকৃতজ্ঞ, কৃতঘ্ন
  • খাদ্য – অখাদ্য
  • খাল – বাম
  • খোৱা – নোখোৱা
  • গুৰু – শিষ্য
  • গুরু – শিষ্য
  • গুণ – দোষ
  • গুণী – নির্গুণী
  • গ্রহণ – বর্জন, প্রত্যাখ্যান
  • গৰিষ্ঠ – লঘিষ্ঠ
  • গৃহস্থী – সন্ন্যাসী
  • গধুৰ – পাতল
  • গভীৰ – তৰাং, অগভীৰ
  • গহীন – চঞ্চল
  • গোচৰীয়া – পদকীয়া
  • ঘৰচীয়া – বনৰীয়া
  • ধনী – দুখীয়া, দৰিদ্ৰ
  • ধর্ম – অধর্ম
  • নিকৃষ্ট – উৎকৃষ্ট
  • নতুন – পুৰণি
  • নির্দোষী – দোষী
  • নির্মল – মলিন
  • নিৰাপদ – বিপদজনক
  • নিবাকাৰ – সাকাৰ
  • নির্ভীক – ভীৰু
  • ন্যায় – অন্যায়
  • চহকী – দুখীয়া
  • চল – অচল
  • চৰম – নৰম
  • চেতন – অচেতন, জড়
  • চিনাকি – অচিনাকি
  • জমা – খৰচ
  • জয় – পৰাজয়
  • জন্ম – মৃত্যু
  • জাগৰণ – নিদ্রা
  • জ্ঞানী – মূর্খ, অজ্ঞানী
  • জীৱন – মৰণ
  • জোখ – বিজোখ, অজোখ
  • জংগম – অস্থিৰ
  • জটিল – সৰল
  • ডেকা – বুঢ়া
  • ডাঠ – পাতল
  • তপত – চেঁচা
দ 
  • দয়ালু – নির্দয়, নিষ্ঠুৰ
  • দাতা – কৃপণ
  • দিন – ৰাতি
  • দীঘল – চুটি
  • দীর্ঘ – হ্রস্ব
  • দেৱতা – অসুৰ
  • দেশপ্রেমিক – দেশদ্রোহী
  • দক্ষিণ – বাম
ব 
  • বাজ – ভিতৰ
  • বাদী – বিবাদী, প্রতিবাদী
  • বিশ্বাসী – বিশ্বাসঘাতক
  • বিদ্যা – অবিদ্যা
  • বিধি – অবিধি, নিষেধ
  • বিৰহ – মিলন
  • বিখ্যাত – অখ্যাত, কুখ্যাত
  • বিফলতা – সফলতা
  • বিপদ – সম্পদ
  • বিস্তৃত – সংক্ষিপ্ত
  • বিনীত – উদ্ধত
  • বিনয় – অহংকার
  • বৈধ – অবৈধ
  • বজা – প্রজা
  • বগা – ক’লা
  • বোগী – নিবোগী
  • বহল – ঠেক
  • বন্ধু – শত্রু
  • বিপদ – সুবিধা
প 
  • পণ্ডিত – মূর্খ
  • পৰিষ্কাৰ – লেতেৰা, অপৰিষ্কাৰ
  • পৰিশ্ৰমী – এলেহুৰা, অপরিশ্রমী
  • পবিত্র – অপবিত্র
  • পৰিমিত – অপৰিমিত
  • পাতল – ডাঠ, গধুৰ
  • পুণ্য – পাপ
  • প্রভু – ভৃত্য
  • পুৱা – সন্ধ্যা, গধূলি
  • পুরস্কাৰ – তিৰস্কাৰ
  • প্রকৃত – কাল্পনিক, অপ্রকৃত
  • প্ৰচুৰ – অল্প
  • প্ৰৱেশ – প্ৰস্থান
  • প্ৰত্যক্ষ – পৰোক্ষ
  • প্ৰাচ্য – পাশ্চাত্য
  • প্রশ্ন – উত্তৰ
  • প্রকাশ – গোপন, অপ্রকাশ
  • প্রাচীন – নবীন
  • প্ৰেৰণা – নিরুৎসাহ
  • প্রকাশ – গোপন
  • পাতল – ঘন
  • ভক্তি – ঘৃণা
  • ভাল – বেয়া
  • ভীক – নির্ভীক, সাহসী
  • ভূত – ভবিষ্যত
  • ভোতা – চোকা
  • মান – অপমান
  • মানুহ – দানৱ
  • মিতব্যয়ী – অমিতব্যয়ী, অপব্যয়ী
  • মিলন – বিয়হ
  • মিত্ৰ – শত্রু
  • মুখ্য – গৌণ
  • মুক্ত – বন্ধ
  • যশ – অপযশ
  • যত্ন – আওকাণ, অযত্ন
  • যোগ – বিয়োগ
  • লঘু – গধুৰ
  • লাভ – লোকচান, ক্ষতি
  • শকত – ক্ষীণ
  • শান্ত – অশান্ত
  • শান্তি – অশান্তি
  • শুক্ল – কৃষ্ণ
  • শুদ্ধ – অশুদ্ধ, ভুল
  • শুভ – অশুভ
  • শব্দ – নীৰৱ
  • সজীৱ – নিৰ্জীৱ
  • সৃষ্টি – প্ৰলয়, ধ্বংস
  • সোঁ – বাঁও
  • সবল – দুৰ্বল
  • সশ্ৰম – বিনাশ্ৰম
  • সাধু – দুর্জন / অসাধু
  • সঞ্চয় – অপচয়
  • সমষ্টি – ব্যক্তি
  • সপক্ষ – বিপক্ষ
  • সম্মান – অপমান
  • সুখ – দুখ
  • সুস্থ – অসুস্থ
  • স্বর্গ – মর্ত্য
  • সুবিধা – অসুবিধা
  • সংযোগ – বিয়োগ
  • সন্ধি – বিগ্ৰহ
  • সুন্দৰ – কুৎসিত
  • সুশ্ৰী – কুশ্ৰী, বিশ্ৰী
  • সহযোগী – প্ৰতিযোগী
  • সুকৃতি – দুষ্কৃতি
  • সধবা – বিধৱা
  • সুখ্যাতি – অখ্যাতি
  • সভ্য – অসভ্য
  • সুগন্ধ – দুৰ্গন্ধ
  • স্পষ্ট – অস্পষ্ট
  • স্বাধীন – পৰাধীন
  • সুচল – অচল
  • সঁচা – মিছা
  • সুযোগ – দুৰ্যোগ
  • সদয় – নির্দয়
  • সুলভ – দুর্লভ
  • সুৰ – অসুৰ
  • সুগম – দুর্গম
  • স্থিৰ – অস্থিৰ
  • হঁহা – কান্দা
  • হৰণ – পূৰণ
  • হর্ষ – বিষাদ
  • হাঁহি – কান্দোন
  • হ্রাস – বৃদ্ধি
  • হিংসা – অহিংসা
ক্ষ
  • ক্ষমা – প্রতিশোধ
  • ক্ষয় – বৃদ্ধি

বিপৰীত শব্দ (FAQ – Frequently Asked Questions)

  1. গৌৰৱ বিপৰীত শব্দ কি? — অপমান
  2. আলো বিপৰীত শব্দ কি? — আন্ধাৰ
  3. সত্য বিপৰীত শব্দ কি? — মিথ্যা
  4. সফলতা বিপৰীত শব্দ কি? — বিফলতা
  5. প্ৰেম বিপৰীত শব্দ কি? — ঘৃণা
  6. উন্নতি বিপৰীত শব্দ কি? — অৱনতি
  7. সুখ বিপৰীত শব্দ কি? — দুখ
  8. আনন্দ বিপৰীত শব্দ কি? — বিষাদ
  9. বিশ্বাস বিপৰীত শব্দ কি? — সন্দেহ
  10. সৎ বিপৰীত শব্দ কি? — অসৎ
  11. আশা বিপৰীত শব্দ কি? — নিৰাশা
  12. সাহস বিপৰীত শব্দ কি? — ভয়
  13. উচ্চ বিপৰীত শব্দ কি? — নিম্ন
  14. সৰু বিপৰীত শব্দ কি? — ডাঙৰ
  15. সদয় বিপৰীত শব্দ কি? — নিৰ্দয়
  16. স্বাধীনতা বিপৰীত শব্দ কি? — পৰাধীনতা
  17. জ্ঞানী বিপৰীত শব্দ কি? — মূর্খ
  18. অসীম বিপৰীত শব্দ কি? — সসীম
  19. উদয় বিপৰীত শব্দ কি? — অৱসান
  20. ধনী বিপৰীত শব্দ কি? — দৰিদ্ৰ
  21. প্ৰভু বিপৰীত শব্দ কি? — ভৃত্য
  22. বিদ্যা বিপৰীত শব্দ কি? — অজ্ঞতা
  23. পুণ্য বিপৰীত শব্দ কি? — পাপ
  24. বিপদ বিপৰীত শব্দ কি? — সুবিধা
  25. অস্থায়ী বিপৰীত শব্দ কি? — স্থায়ী
  26. সুন্দৰ বিপৰীত শব্দ কি? — কুৎসিত
  27. শান্তি বিপৰীত শব্দ কি? — অশান্তি
  28. সফল বিপৰীত শব্দ কি? — বিফল
  29. সত্যতা বিপৰীত শব্দ কি? — অসত্যতা
  30. প্ৰসন্ন বিপৰীত শব্দ কি? — অপ্ৰসন্ন

RELATED POST:

এটা শব্দত প্ৰকাশ কৰা | Ata Hobdot Prokakh Kora

অসমীয়া জতুৱা ঠাঁচ | JATUA THAS IN ASSAMESE

বিশেষ্য বিশেষণৰ পৰিৱৰ্তন | বিশেষণৰ পৰা বিশেষ্য় | পদ পৰিবৰ্তন কৰা

---Advertisement---

Join WhatsApp

Join Now

Join Telegram

Join Now

Leave a Comment