---Advertisement---
---Advertisement---

List of সাহিত্য একাডেমী Award winners for Assamese

By DAINIK SAKORI

Updated On:

---Advertisement---

List of সাহিত্য একাডেমী Award winners for Assamese 

অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা ২০২০ চনলৈ মুঠ ৫৭ গৰাকী সাহিতিকে লাভ কৰিছে।এই বঁটা প্ৰদান কৰে ১৯৫৪ চনত ভাৰত চৰকাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰা ভাৰতীয় সাহিত্যৰ উন্নয়ন কল্পে গঠন কৰা সাহিত্য অকাডেমি নামৰ অনুষ্ঠানটোৱে।এই অনুষ্ঠানটোৱে ১৯৫৫ চনত প্ৰথমবাৰৰ বাবে সাহিত্য অকাডেমি বঁটা ১৩টা ভাষাৰ ১৩ গৰাকী সাহিত্যিকক প্ৰদান কৰিছিল।

List of Sahitya Akademi Award winners for Assamese
List of Sahitya Akademi Award
সাহিত্য একাডেমী বঁটা লাভ কৰা অসমীয়া সাহিত্যিক আৰু পুৰস্কৃত গ্ৰন্থ ৰ তালিকা [List of Sahitya Akademi Award winners for Assamese]
অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকল
চন বিজয়ী গ্ৰন্থ
১৯৫৫ যতীন্দ্ৰ নাথ দুৱৰা বনফুল
১৯৬০ বেণুধৰ শৰ্মা কংগ্ৰেছৰ কাঁচিয়লি ৰ’দত
১৯৬১ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য ঈয়াৰুইঙ্গম
১৯৬৪ বিৰিঞ্চি কুমাৰ বৰুৱা অসমৰ লোক-সংস্কৃতি
১৯৬৬ অম্বিকাগিৰি ৰায়চৌধুৰী বেদনাৰ উল্কা
১৯৬৭ ত্ৰৈলোক্য নাথ গোস্বামী আধুনিক গল্প সাহিত্য
১৯৬৮ নলিনীবালা দেৱী অলকানন্দা
১৯৬৯ অতুল চন্দ্ৰ হাজৰিকা মঞ্চলেখা
১৯৭০ লক্ষ্মীনাথ ফুকন মহাত্মাৰ পৰা ৰূপকোঁৱৰলৈ
১৯৭২ চৈয়দ আব্দুল মালিক অঘৰী আত্মাৰ কাহিনী
১৯৭৪ সৌৰভ কুমাৰ চলিহা গোলাম
১৯৭৫ নৱকান্ত বৰুৱা ককাদেউতাৰ হাড়
১৯৭৬ ভবেন্দ্ৰ নাথ শইকীয়া শৃংখল
১৯৭৭ আনন্দ চন্দ্ৰ বৰুৱা বকুল বনৰ কবিতা
১৯৭৮ হোমেন বৰগোহাঞি পিতা-পুত্ৰ
১৯৭৯ ভবেন বৰুৱা সোণালী জাহাজ
১৯৮০ যোগেশ দাস পৃথিৱীৰ অসুখ
১৯৮১ নীলমণি ফুকন কবিতা
১৯৮২ মামণি ৰয়ছম গোস্বামী (ইন্দিৰা গোস্বামী) মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস
১৯৮৩ নিৰ্মলপ্ৰভা বৰদলৈ সুদীৰ্ঘ দিন আৰু ঋতু
১৯৮৪ দেবেন্দ্ৰ নাথ আচাৰ্য জংগম
১৯৮৫ কৃষ্ণকান্ত সন্দিকৈdagger কৃষ্ণকান্ত সন্দিকৈ ৰচনা সম্ভাৰ
১৯৮৬ তীৰ্থনাথ শৰ্মা বেণুধৰ শৰ্মা
১৯৮৭ হৰেকৃষ্ণ ডেকা আন এজন
১৯৮৮ লক্ষ্মীনন্দন বৰা পাতাল ভৈৰৱী
১৯৮৯ হীৰেন গোহাঁই অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা
১৯৯০ স্নেহ দেৱীdagger স্নেহ দেৱীৰ একুঁকি গল্প
১৯৯১ অজিৎ বৰুৱা ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্য
১৯৯২ হীৰেণ ভট্টাচাৰ্য শ‍ইচৰ পথাৰ মানুহ
১৯৯৩ কেশৱ মহন্ত মোৰো যে কিমান হেঁপাহ
১৯৯৪ শীলভদ্ৰ (ৰেৱতী মোহন দত্তচৌধুৰী) মধুপুৰ বহুদূৰ
১৯৯৫ চন্দ্ৰপ্ৰসাদ শইকীয়া মহাৰথী
১৯৯৬ নিৰুপমা বৰগোহাঞি অভিযাত্ৰী
১৯৯৭ নগেন শইকীয়া আন্ধাৰত নিজৰ মুখ
১৯৯৮ অৰুণ শৰ্মা আশীৰ্বাদৰ ৰং
১৯৯৯ মেদিনী চৌধুৰী বিপন্ন সময়
২০০০ অপূৰ্ব শৰ্মা বাঘে টাপুৰ ৰাতি
২০০১ মহিম বৰা এধানী মাহীৰ হাঁহি
২০০২ নলিনীধৰ ভট্টাচাৰ্য মহৎ ঐতিহ্য
২০০৩ বীৰেশ্বৰ বৰুৱা অনেক মানুহ অনেক ঠাই আৰু নিৰ্জনতা
২০০৪ হীৰেন্দ্ৰ নাথ দত্ত মানুহ অনুকূলে
২০০৫ য়েছে দৰজে ঠংচি মৌন ওঁঠ মুখৰ হৃদয়
২০০৬ অতুলানন্দ গোস্বামী চেনেহ জৰীৰ গাঁথি
২০০৭ পূৰবী বৰমুদৈ শান্তনুকুলনন্দন
২০০৮ ৰীতা চৌধুৰী দেও লাংখুই
২০০৯ ধ্ৰুৱজ্যোতি বৰা কথা ৰত্নাকৰ
২০১০ কেশদা মহন্ত অসমীয়া ৰামায়ণী সাহিত্য: কথাবস্তুৰ আঁতিগুৰি
২০১১ কবীন ফুকনdagger এই অনুৰাগী এই উদাস
২০১২ চন্দনা গোস্বামী[3] পাটকাইৰ ইপাৰে মোৰ দেশ
২০১৩ ৰবীন্দ্ৰ সৰকাৰ ধূলিয়ৰি ভৰিৰ সাঁচ
২০১৪ অৰূপা কলিতা পটংগীয়া মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা
২০১৫ কুল শইকীয়া আকাশৰ ছবি আৰু অন্যান্য গল্প
২০১৬ জ্ঞান পূজাৰী মেঘমালাৰ ভ্ৰমণ
২০১৭ জয়ন্ত মাধৱ বৰা মৰিয়াহোলা
২০১৮ সনন্ত তাঁতি কাইলৈৰ দিনটো আমাৰ হ’ব
২০১৯ জয়শ্ৰী গোস্বামী মহন্ত চাণক্য
২০২০ অপূৰ্ব কুমাৰ শইকীয়া বেংছতা

সাহিত্য অকাডেমি বঁটা ২০২১:

চন                       বিজয়ী                            গ্ৰন্থ
২০২১              অনুৰাধা শৰ্মা পূজাৰী          ইয়াত এখন অৰণ্য আছিল

List of সাহিত্য একাডেমী Award winners for Assamese

By: DAINIK SAKORI

On: April 3, 2025

Follow Us:

---Advertisement---

Job Details

Job Salary:

Job Post:

Qualification:

Age Limit:

Exam Date:

Last Apply Date:

Join WhatsApp

Join Now

Join Telegram

Join Now

Related Job Posts

Assamese History Gk For Assam Direct Recruitment

Job Post:
Qualification:
Job Salary:
Last Date To Apply :
Apply Now

কাক কি বুলি জনা যায় | Assamese Gk

Job Post:
Qualification:
Job Salary:
Last Date To Apply :
Apply Now

অসমৰ ইতিহাস কুইজ | Assam History MCQ

Job Post:
Qualification:
Job Salary:
Last Date To Apply :
Apply Now

ভাৰতৰ প্ৰথম মহিলা | First Women in India with Success Contribution

Job Post:
Qualification:
Job Salary:
Last Date To Apply :
Apply Now

Leave a Comment