এটা শব্দত প্ৰকাশ কৰা | Ata Hobdot Prokash Kora
![]() |
এটা শব্দত প্ৰকাশ কৰা |
অসমীয়া ভাষাত এটা শব্দত প্ৰকাশ কৰা- One-word Substitution in Assamese for Class V to XII Students-
- ভিক্ষা কৰে যি=ভিক্ষাৰী
- যি খুজি মাগি খায়=খোজনীয়া; মগনিয়া
- যি আনৰ বস্তু বলেৰে নিয়ে=ডকাইত
- যি কথা জনা নাযায়=অজ্ঞাত
- যি মাছ-মাংস নাখায়=নিৰামিষাহাৰী
- ধান থোৱা ঘৰ= ভঁৰাল
- ৰিপুক জয় কৰে যি=ৰিপুঞ্জয়
- শত্ৰুক জয় কৰে যি=শত্ৰুঞ্জয়
- ফুল নুফুলাকৈ গুটি হোৱা গছ=বনস্পতি
- যি কাৰো লগত মিলিব নোৱাৰে=অজীন-পাতকী
- দুটা মাহৰ মাজৰ দিন=দোমাহী বা সংক্ৰান্তি
- যি জনে নিয়মমতে খৰচ কৰে = মিতব্যয়ী
- যি সঁচা কথা কয়=সত্যবাদী
- যাৰ আগত জন্ম=অগ্ৰজ
- যি নিজে নিজে হয়=স্বয়ম্ভু
- যাৰ মূৰত চুলি নাই=তপা
- যাৰ আশ্ৰয় নাই=নিৰাশ্ৰয়
- যি কথা লগাই ফুৰে=খলুৱা
- যি পৰিণাম চিন্তা কৰি কাম কৰে=পৰিণামদৰ্শী
- যি দুই হাত সমানে চলাব পাৰে=সব্যসাচী
- যি মাটিৰ উৎপাদিকা শক্তি নাই=অনুৰ্বৰ
- যি বাঢ়িবলৈ ধৰে=বৰ্ধিষ্ণু
- যি কৰ্তব্য স্থিৰ কৰিব নোৱাৰে=কিংকৰ্তব্যবিমূঢ়
- যি মাতৃৰ এটি মাত্ৰ সন্তান=কাকবন্ধ্যা
- যি পুৰুষে বিয়া কৰোৱা নাই=অকিঞ্চন
- যি নিজকে পণ্ডিঈত বুলি ভাৱে=পণ্ডিতমন্য
- আনৰ দোষ দেখা স্বভাৱ=অসূয়া
- যাৰ জন্ম নাই=অজ
- যাৰ পূৰ্বজন্মৰ কথা মনত আছে=জাতিষ্মৰ
- যাৰ কথাৰ লাগ বান্ধ নাই=লপা, চেলেপু।
- যি আনৰ মুখলৈ চাই থাকে=পৰমুখাপেক্ষী
- যাৰ বিবেচনা শক্তি নাই=অবিবেচক
- সহজে যি জীণ যায়=লঘুপাকী
- যাৰ কুল আৰু শীল জনা নাযায়=অজ্ঞাতকুলশীল
- সকলোকে সমানভাৱে দেখা=সমদৰ্শী
- বিপদৰ সময়ত ওলোৱা বুদ্ধি=প্ৰত্যু্ৎপন্নমতি
- যি জানিবলৈ ইচ্ছা কৰে=জিজ্ঞাসু
- আগে আগে গমন কৰে যি=অগ্ৰগামী
- পিছে পিছে গমন কৰে যি=অনুগামী
- যি কম কথা কয়=মিতভাষী
- যি দিনত এবাৰ মাত্ৰ আহাৰ কৰে=একাহাৰী
- নাম নধৰাকৈ দিয়া গালি=গুৱালগালি
- দেউতাকৰসখিয়েক= তাৱৈ
- তাৱৈৰ ঘৈণীয়েক=আমৈ
- ঘৰে ঘৰে বস্তু বিক্ৰী কৰি ফুৰা তিৰোতা=পোহাৰী
- নোহোৱা বস্তু সৃষ্টি কৰা=উদ্ভাৱন
- মাটিৰে তৈয়াৰী শিল্পকৰ্ম=মৃৎশিল্প
- যি মাটিৰে নিৰ্মান=মৃন্ময়
- যাৰ মৰো মৰো অৱস্থা=মূমূৰ্ষ
- যি অনাই বনাই ঘূৰি ফুৰে=যাযাবৰ
এটা শব্দত প্ৰকাশ কৰা||Ata Hobdot Prokash Kora||One-word Substitution in Assamese
- যি কথাৰ অৰ্থ নাই=অৰ্থহীন; নিৰৰ্থক
- যি আনৰ ওপৰত নিৰ্ভৰ কৰে =পৰনিৰ্ভৰশীল
- যি নিজৰ ওপৰত নিৰ্ভৰ কৰে=আত্মনিৰ্ভৰশীল; স্বাৱলম্বী
- যাক কল্পনা কৰিব নোৱাৰি =কল্পনাতীত
- যাৰ আদি নাই= অনাদি
- যাৰ অন্ত নাই=অনন্ত
- যি আনৰ অধীন নহয়= স্বাধীন
- যি আনৰ অধীন=পৰাধীন
- গৰু বন্ধা ঘৰ=গোহালি
- ঘোঁৰা বন্ধা ঘৰ=অস্তাবল
- যি পথৰ পৰা বিচলিত= পথভ্ৰষ্ট
- যাৰ সীমা নাই= অসীম
- যাক বৰ্ণনা কৰিব নোৱাৰি=অবৰ্ণনীয়
- যাক বাৰণ কৰিব নোৱাৰি =অনিবাৰ্য
- যাক লংঘন কৰিব নোৱাৰি=অলংঘ্য
- যাক দেখা নাযায়=অদৃশ্য
- যাক সহজে লাভ কৰিব নোৱাৰি=দুৰ্লভ
- যাক সহজে পোৱা যায়=সুলভ
- যাৰ নাম নাই =অনামী
- যাৰ সীমা আছে= সসীম
- যাক পৰিহাৰ কৰিব নোৱাৰি=অপৰিহাৰ্য
- যাৰ ধাৰ আছে =ধাৰুৱা
- যি গাঁৱত থাকে = গাঁৱলীয়া
- যি বিদেশত থাকে = প্ৰবাসী
- বিদেশৰপৰা অহা লোক = বিদেশী
- যি ভয় নকৰে = নিৰ্ভীক
- আনৰ ভাল দেখিব নোৱাৰা = চকুচৰহা, পৰশ্ৰীকাতৰ
- একে গুৰুৰ শিষ্য = হৰিভকত, সতীৰ্থ
- একে শ্ৰেণীতে পঢ়া = সহপাঠী
- একে মাকৰ সন্তান = সহোদৰ, সোদৰ
- গোটেই জীৱন জুৰি = আজীৱন
- মাগিলেও ভিক্ষা নোপোৱা সময় = দুৰ্ভিক্ষা
- জন্মৰ পৰা অন্ধ যি = জন্মান্ধ
- যি এটা চকুৰে নেদেখে = কণা
- দুয়োটা চকুৰে নেদেখা লোক = অন্ধ
- যি কথা কব নোৱাৰে = মুক; বোবা
- যি শুনাও নাপায়; কথাও ক'ব নোৱাৰে = মুকবধিৰ
- শাৰীৰিকভাৱে অক্ষম যি = প্ৰতিবন্ধী
- যাৰ মাক পিতাক মৰিছে = মাউৰা
- যি পুৰুষৰ তিৰোতা মৰিছে = বৰলা; বিপত্নীক
- যি তিৰোতাৰ পুৰুষ মৰিছে = বিধৱা
- স্বামী থকা তিৰোতা = সধৱা; আয়তী
- নাম গোৱা তিৰোতা = নামতী
- বিহুৰ আগ দিনা = উৰুকা
- যি দিনত নেদেখে = দিনকণা
- যি ৰাতি নেদেখে = কুকুৰীকণা
- দুই ঘৰৰ মাজৰ ঠাই = দোঘোৰা
- ঘৰৰ চালৰ পানী পৰা ঠাই = পানী পচা
- এবাৰ ফল দি মৰা গছ = ওষধি
- দুই বছৰৰ মূৰত পোৱালি দিয়া গাই = দুৰচী;দোৰাহী
এটা শব্দত প্ৰকাশ কৰা||Ata Hobdot Prokash Kora||One-word Substitution in Assamese
- যাৰ বিয়া হোৱা নাই=অবিবাহিত;আবিয়ৈ
- যাৰ বিয়া হৈছে=বিবাহিত
- জিভাৰে চেলেকি চাব পৰা বস্তু = লেহ্য
- জন্তুৰ নিচিনা যি=জান্তব
- যি গৰমো নহয় ঠাণ্ডাও নহয় =কুহুমীয়া
- যি বতৰ শীতো নহয় উষ্ণও নহয়=নাতিশীতোষ্ণ
- যি ফল কেঁচাও নহয় পকাও নহয়= ডহেচীয়া
- মাৰ ভনীয়েক =মাহী
- দেউতাৰ ভনীয়েক=পেহী
- মাৰ সতিনীয়েক=বিমাতা, মাহীমা
- পনীয়া গাখীৰ দিয়া গাই = জলাহী
- শিং নথকা গৰু = লাওমূৰা
- হাল বোৱা গৰু = বলধ
- ঠেং নথকা ভেকুলীৰ পোৱালি=লালুকী
- স্মৰণ কৰিবলগীয়া=স্মৰণীয়
- ককাৰ দেউতাক=আজোককা
- কঁঠালৰ সৰু কলি =মুচি
- খাবলৈ অনা সৰু কলপুলি=পচলা
- দাঁত ওলোৱা হাতী=দঁতাল
- মাছ মৰা লোক=মাছুৱৈ; মাছমৰীয়া
- যি জলত চৰে=জলচৰ
- যি স্থলত চৰে=স্থলচৰ
- জল আৰু স্থল উভয়তে চৰে যি=উভচৰ
- যি কণীৰপৰা জন্মে=অণ্ডজ
- ঈশ্বৰক বিশ্বাস কৰা লোক=আস্তিক
- ঈশ্বৰক বিশ্বাস নকৰা লোক=নাস্তিক
- গান গোৱা লোক=গায়ক
- খেলা ধুলা কৰা লোক=খেলুৱৈ
- মাটিৰ বাচন বৰ্তন তৈয়াৰ কৰা লোক=কুমাৰ
- লোৰ সামগ্ৰী তৈয়াৰ কৰা লোক=কমাৰ
- কাঁহৰ সামগ্ৰী তৈয়াৰ কৰা লোক=কঁহাৰ
- সোণ ৰূপৰ অলংকাৰ তৈয়াৰ কৰা লোক=স্বৰ্ণকাৰ; সোণাৰী
- চিকিৎসা কৰা লোক=চিকিৎসক
- গাঁৱৰ মুখিয়াল ব্যক্তি=গাঁওবুঢ়া
- যি উপকাৰ কৰে=উপকাৰী
- উপকাৰীৰ উপকাৰ স্বীকাৰ কৰা লোক=কৃতজ্ঞ; অকৃতঘ্ন
- উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰা লোক=কৃতঘ্ন; অকৃতজ্ঞ
- বৰষুণ নোহোৱা বতৰ=খৰাং
- যাৰ কোনো নাই=অনাথ
- ৰাতিপুৱাই স্মৰণ কৰাৰ যোগ্য=প্ৰাতঃস্মৰণীয়
- যি একো নাজানে=অজ্ঞ
- যি সকলো জানে=সৰ্বজ্ঞ; সৰ্বজান
- যাৰ হাত আঁঠুলৈ আহে=অজানুলম্বিত
- যি এই লোকৰ নহয়=অলৌকিক
- দেৱতাৰ গুণ সমৃদ্ধ=দৈৱীয়
- ৰ'দত শুকোৱাসৰিয়হৰ শুকান বঁটা=কাঁহুদি
- য'ত কোনো মানুহ নাই=নিৰ্জন
- দেশক ভাল পোৱা মানুহ=দেশভক্ত
- দেশৰ অপকাৰ কৰা মানুহ=দেশদ্ৰোহী
- দেশৰ বাবে মৃত্যুবৰণ কৰা লোক=শ্বহীদ
এটা শব্দত প্ৰকাশ কৰা||Ata Hobdot Prokash Kora||One-word Substitution in Assamese
- গৰু চৰোৱা লোক=গৰখীয়া
- হাতী চৰোৱা লোক=মাউত
- যি আগতে হোৱা নাই বা ঘটা নাই=অভূতপূৰ্ব
- যি আগতে হৈছে বা ঘটিছে=ভূতপূৰ্ব
- যি কেবল নিজৰ কথা ভাৱে=স্বাৰ্থপৰ; আপোনপেটা
- যি আনৰ হিতৰ কথা ভাৱে=পৰহিতৈষী
- যি সকলোৰে মাজত প্ৰিয়=লোকপ্ৰিয়
- যাক সকলোৱে জানে=বিখ্যাত
- যাক কোনেও নাজানে=অখ্যাত; অজ্ঞাত
- কবনলগীয়া কথা; যাক কব নোৱাৰি=অবাচ্য; অকথ্য
- যাক শুনিব নোৱাৰি=অশ্ৰাব্য
- যাৰ জ্ঞান আছে=জ্ঞানী
- যাৰ ধন আছে=ধনী
- যাৰ মান আছে=মানী
- যাৰ ঋণ আছে=ঋণী
- যাৰ ঘৰ বাৰী নাই=অঘৰী
- যাৰ একো নাই=নিঃস্ব
- য'ত যাব নোৱাৰি=দুৰ্গম
- য'ত যাব পাৰি=সুগম
- যি বহুত কথা কয়= বহুবল্কী
- যি কথা ক'ব জানে; কথা সজাই ক'ব পৰা লোক=কথাচহকী
- যাৰ মৰণ নাই=অমৰ
- যাৰ ভয় আছে=ভয়াতুৰ
- স্কুলত পঢ়া ল'ৰা ছোৱালী=ছাত্ৰছাত্ৰী
- যাৰ শত্ৰু নাই=অজাতশত্ৰু
- যি ইন্দ্ৰিয়ক দমন কৰিছে=জিতেন্দ্ৰিয়
- শাক পাচলি কৰা ঠাই=শাকনি
- ধান খেতি কৰা ঠাই=ধাননি
- যাক আগতে শুনা নাই=অশ্ৰুতপূৰ্ব
- যাক গণনা কৰিব নোৱাৰি=অগণন
- যাক কথাৰে প্ৰকাশ কৰিব নোৱাৰি=অনিৰ্বচনীয়
- যি কথা বিশ্বাস কৰিব নোৱাৰি=অবিশ্বাস্য
- যি কাম কৰা উচিত=কৰ্তব্য
- যি পুৰি নাযায় = অদাহ্য
- যি নিয়মমতে খৰচ কৰে = মিতব্যয়ী
- যি মাটি ফুটি ওলায় = উদ্ভিদ
- যি বিদ্যালাভ কৰিছে = কৃতবিদ্য
- বহুতৰ মাজত প্ৰধান = শ্ৰেষ্ঠ
- যাক দিব পৰা নাযায় = অদেয়
- যাক বধ কৰিব পৰা নাযায় = অবধ্য
- যি খুউব বেছি দীঘল নহয় = নাতিদীৰ্ঘ
- যাক নিমিষতে ভঙ্গ কৰিব পাৰি = ক্ষণভঙ্গুৰ
- যাৰ ধৰ্মত মতি আছে=ধৰ্মপৰায়ণ
- বিষ্ণুক উপাসনা কৰা লোক = বৈষ্ণৱ
- শিৱক উপাসনা কৰা লোক = শৈৱ
- শক্তিক উপাসনা কৰা লোক = শাক্ত
- যি সহজে জীণ নাযায় = অজীৰ্ণ; গুৰুপাকী
- যি অইন ফালে মন দিয়ে = অন্যমনস্ক
- শৰৎ কালত হোৱা = শাৰদীয়
- যি গুণীৰ গুণ বুজে = গুণগ্ৰাহী
Ata Hobdot Prokash Kora||এটা শব্দত প্ৰকাশ কৰা||One-word Substitution in Assamese
- বাটে বাটে যোৱা মানুহ = বাটৰুৱা
- যাৰ ধৰ্মলৈ ভয় আছে = ধৰ্মভীৰু
- কোনো কাৰ্য কৰিবলৈ স্থিৰ কৰা = কৃতসংকল্প
- অশেষ মূল্য যাৰ = অমূল্য
- দৰমহা নোলোৱাকৈ কৰা কাম = অবৈতনিক
- যোৱাৰ উচিত বা যোগ্য = গন্তব্য; গমনীয়
- কাপোৰ বব জনা তিৰোতা = শিপীনী
- যি কাম কাজত পাকৈত = কাজী
- একে সময়তে হোৱা = সমসাময়িক
- ভৱিষ্যত চিন্তা কৰিব পৰা লোক = দূৰদৰ্শী
- পি খোৱা বস্তু = পেয়
- বুকুৰে বগাই যোৱা প্ৰাণী = সৰীসৃপ
- যি বিশ্বজনৰ বাবে ভাল = বিশ্বজনীন
- যি সৰ্বাংগ ব্যাপি আছে = সৰ্বাংগীণ
- ফুল থোৱা পাত্ৰ = ফুলদানি
- যি কথা কোৱা উচিত = বক্তব্য; বচনীয়
- জুই ধৰি ৰখা ঠাই = জুহাল
- নিজৰ ওপজা ঠাই = জন্মভূমি
- বস্তু বেচা কিনা কৰা ঠাই = বজাৰ
- যি অলপতে শুনে = শহাকণীয়া
- যি কাৰো পক্ষত নাথাকে = নিৰপক্ষ
- যি নিশা চৰে = নিশাচৰ
- যি সহ্য কৰিব পাৰে = সহনশীল
- যি মিছা কথা কয় = মিছলীয়া
- যি ঘৰত ওপজে = ঘৰ-ওপজা
- যি বনত ওপজে = বনজ
- যি নগৰত থাকে = নগৰীয়া
- বহুতো ল'ৰা ছোৱালী একেলগে পঢ়া ঘৰ=পঢ়াশালি
- বিদ্যা শিক্ষা কৰা ঘৰ=বিদ্যালয়
- যি আনলৈ মন দি থাকে=?
- পকী ঘৰ নিৰ্মাণ কৰা লোক= ৰাজমিস্তিৰি
- ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো কে সমান দেখা জন=
- গাখীৰ ,মিঠাই বেচা মানুহক=?
- যি ঠাইত পূজা কৰা হয়=?
- যি বস্তু দিব পৰা নাযায়=?
- চুহি খোৱা বস্তু=?
- নাও বনোৱা মানুহ=?
- যি তিনিও কালৰ কথা জানে=ত্ৰিকালজ্ঞ
- জন্তুৰ ঘাঁহ যোগান ধৰা মানুহ=?
- যি বাহ বেতৰ কাম কৰে=?
- যি ৰাতি ফুলে=?
- যি জন্ম হয় মৃত্যু বৰণ কৰে=?
- কোনো কথা কবলৈ পঠোৱা বিশ্বাসী মানুহ=?
- যাৰ সাহস আছে = সাহসী
- যি ঈশ্বৰক বিশ্বাসী = আস্তিক
- যি বিষ্ণুক উপাসনা কৰে = বৈষ্ণৱ
- একে মাকৰ সন্তান = সহোদৰ
- যি সঁচা কথা কয় = সত্যবাদী।
- যাক দেখা নাযায় = অদৃশ্য
- যাৰ পিছত জন্ম = অনুজ
Ata Hobdot Prokash Kora||এটা শব্দত প্ৰকাশ কৰা||One-word Substitution in Assamese
- ধান থোৱা ঠাই = ভঁৰাল ৷
- অ'ত ত'ত ঘুৰি ফুৰা লোক = অঘৰী ৷
- কাৰো নাম নোলোৱাকৈ দিয়া গালি = গুৱালগালি ৷
- গৰু বন্ধা ঠাই = গোহালি ৷
- বাপেকৰ সখিয়েক = তাৱৈ ৷
- তাৱৈৰ ঘৈণীয়েক = আমৈ ৷
- যি আনৰ অধীন নহয় = স্বাধীন ৷
- যি পথৰ পৰা বিচলিত = পথভ্ৰষ্ট ৷
- যি কথাৰ অৰ্থ নাই = নিৰৰ্থক ৷
- যাক কল্পনা কৰিব নোৱাৰি = কল্পনাতীত ৷
- যাৰ আদি নাই = অনাদি ৷
- যাৰ সীমা নাই = অসীম
- যাক বৰ্ণনা কৰিব নোৱাৰি = অবৰ্ণনীয় ৷
- যাক বাৰণ কৰিব নোৱাৰি = অনিবাৰ্য ৷
- যাক লংঘন কৰিব নোৱাৰি = অলংঘ্য ৷
- যি জনে ভিক্ষাৰে জীৱন নিৰ্বাহ কৰে = ভিক্ষাৰী ৷
- যি নগৰত থাকে = নগৰীয়া ৷
- আঁঠুলৈ বৈ পৰা = আজানুলম্বিত ৷
- ভেকুলীৰ পোৱালি = লালুকি ৷
- যি ফল কাঁচাও নহয় পকাও নহয় = ডাহেচীয়া ৷
- দেউতাৰ ভনীয়েক = পেহী ৷
- কাৱৈ মাছৰ সৰু পোৱালী = কাৱৈচোকোৰা বা কাৱৈতিলা ৷
- ৰৌ মাছৰ সৰু = ৰৌমণি ৷
- মাছৰ পোৱালি পোনা ৷
- গৰৈ মাছৰ সৰু পনা = গৰৈচিৰিকা ৷
- মাৰ ভনীয়েক = মাহী ৷
- খাৰণি সনা সৰিহৰ গুৰি = খাৰলি ৷
- দাঁত ওলোৱা হাতী = দঁতাল ৷
- মাগুৰ মাছৰ সৰু = মাগুৰজালি ৷
- শ’ল মাছৰ সৰু = শ’লঠাৰি ৷
- ধানৰ বাকলি = তুঁহ ৷
- গোচৰ তৰা মানুহ = গোচৰীয়া ৷
- গোটেই জীৱন জুৰি = অজীৱন ৷
- নাটক লিখা মানুহ = নাট্যকাৰ ৷
- যি কথাৰ অৰ্থ নাই = নিৰৰ্থক ৷
- গুৰি সৰিয়হেৰে কৰা খাদ্য = কাঁহুদি ৷
- ছবি অঁকা মানুহ = চিত্ৰকাৰ ৷
- গধুলি চকুৰে নেদেখা মানুহ = কুকুৰিকণা ।
- জন্তুৰ নিচিনা = জান্তৱ ৷
- চোবাই খোৱা বস্তু = চৰ্ব্য ৷
- কথাৰ লাগ-বান্ধ নথকা লোক = চেলেপু ৷
- যি ঠাইত মানুহ নাই = জনশূন্য ৷
- কাম কৰিবলৈ এলাহ কৰা মানুহ = এলেহুৱা ৷
- কবিতা লেখা মানুহ = কবি ৷
- চিঠি বিলাই ফুৰা মানুহ = পিয়ন ৷
- কাৰো লগত মিলিব নোৱাৰা লোক = অজীনপাতকী ৷
- ধৰ্মলৈ ভয় যাৰ = ধৰ্মভীৰু ৷
- যি গোন্ধ ভাল = সুগন্ধ ৷
Ata Hobdot Prokash Kora||এটা শব্দত প্ৰকাশ কৰা||One-word Substitution in Assamese
- বাঁহ গাজৰ পৰা তৈয়াৰ কৰা খাদ্য --- খৰিচা ৷
- যি পুৰুষ ভয়াতুৰ = কাপুৰুষ ৷
- নাৱত উঠি ব্যৱসায় কৰা লোক = মুদৈ ৷
- বহুত মানুহ একেলগে যোৱা = সমদল ৷
- নোহোৱা বস্তুৰ উদ্ভাৱন = আৱিস্কাৰ ৷
- পূৰ্ব জন্মৰ কথা যাৰ মনত আছে = জাতিস্মৰ ৷
- পুৱাই নাম ল’বলগীয়া = প্ৰাত:স্মৰণীয় ৷
- নিজে নিজে হোৱা = স্বয়ম্ভূ ৷
- যি আনৰ বস্তু বলেৰে কাঢ়ি নিয়ে = ডকাইত ।
- যি মাটিত উতপাদিত শক্তি নাই = অনুৰ্বৰা
- যাক সহজতে লাভ কৰা যায় = সুলভ ।
- য'ত বহুতো ল'ৰা - ছোৱালীয়ে পঢ়ে = পঢ়াশালী ।
- যাক বুজিব পাৰি = বোধগম্য ।
- বৰষুণ নোহোৱা যি বতৰ = খৰাং ।
- আহাৰ জীৰ্ণ নোযোৱা কাৰণে হোৱা বেমাৰ = অজীৰ্ণ ।
- যি ঠাই অতি কষ্টেৰে লঙঘন কৰা যায় = দুৰ্লংঘ্য ।
- জুই ধৰি ৰখা যি ঠাই = জুহাল ।
- যাৰ নাম ৰাতিপুৱাই স্মৰণ কৰা উচিত = প্ৰাতঃ স্মৰণীয় ।
- যি ঠাইত অতি ঠাণ্ডাও নহয় , গৰমো নহয় = নাতিশীতোষ্ণ ।
- যাৰ একোৱেই নাই = নিঃস্ব ।
- যি তিৰোতাই ধান ৰোৱেই = ৰোৱনী ।
- যি তিৰোতাই ধান দায় = দাৱনী ।
- হঠাতে হোৱা যি ঘটনা = আকস্মিক ।
- যি মাটিত সাৰ নাই = অসাৰুৱা ।
- যি জন কৰ্মত বীৰৰ তুল্য = কৰ্মবীৰ ।
- যি জন সাহিত্যত সম্ৰাটৰ তুল্য = সাহিত্য - সম্ৰাট ।
- যি জনে বিয়া কৰোৱা নাই = আবিয়ৈ ।
- নোহোৱা বস্তু উদ্ভাৱন কৰোতা = আৱিষ্কাৰক।
- যি ইন্দ্ৰিয় জয় কৰিব পাৰে = জিতেন্দ্ৰেয় ।
- মেলত যি পাৰ্গত = মেলেকী ।
- যি পুৰুষৰ ঘৈণীয়েক মৰিছে= বৰলা ।
- যি নিজক নিজে পণ্ডিত বুলি ভাবে = পণ্ডিতম্মন্য ।
- যি কৰ্ত্তব্য স্থিৰ কৰিব নোৱাৰে = হতবুদ্ধি ।
- একে সময়তে হোৱা = সমসাময়িক ।
- এবাৰ গুটি লাগি মৰা গছ = ওষধি ।
- লোকক দেখি পাছত যি কৰা যায় = অনুকৰণ ।
- লোকক দেখি পিছে পিছে যোৱা = অনুসৰণ ।
- লোকৰপৰা পোৱা নিন্দা = লোকনিন্দা ।
- সাহ যাৰ আছি = সাহসী ।
- বটা সাৰিয়হেৰে কৰা চাট্নি = কাহুঁদি ।
- মাটিৰ নিচেই সৰু টেকেলি = ভুৰুকা ।
- যি গুণীৰ গুণ বুজিব পাৰে = গুণগ্ৰাহী ।
- যাক ভেদ কৰিব নোৱাৰে = অভেদ্য।
- যাক সহজে ভেদ কৰিব নোৱাৰে = দুৰ্ভেদ্য ।
- যি পৰৰ ঠাইত বাস পৰে = প্ৰবাসী ।
- যি কষ্ট সহিব পাৰে = কষ্টসহিষ্ণু ।
- যি উপকাৰী উপকাৰ স্বীকাৰ কৰে = কৃতজ্ঞ ।
- যাক সহজতে ভাঙিব পাৰে = ভংণ্ডৰ ।
- যি কোনো কাম কৰিব নোৱাৰে = অকৰ্মণ্য ।
- যি বিধিসন্মত = বৈধ ।
Ata Hobdot Prokash Kora||এটা শব্দত প্ৰকাশ কৰা||One-word Substitution in Assamese
- প্ৰাণক পণ কৰি = প্ৰাণপণে ।
- যি ভবিষ্যত চিন্তা কৰিব নোৱাৰে = অদূৰদৰ্শী ।
- যি বাঢ়িবলৈ ধৰিছে = বৰ্দ্ধিষ্ণু ।
- যাৰ সকলো বস্তু অঁটাকে আছে = আটন্তিয়াৰ ।
- এটা সন্তান হোৱাৰপৰা আন এটা হোৱালৈকে সময় = আনজ ।
- যাৰ হাত আঁঠৰ তললৈকে পৰা = আজানুলম্বিত ।
- কাৰো নাম নধৰাকৈ পৰা গালি = গুৱাল-গালি ।
- যাৰ ধাৰ আছে = ধৰুৱা ।
- যাৰ সীমা নাই = অসীম ।
- যি আনফালে মন দিয়ে = অন্যমনস্ক ।
- যাক নিধাৰণ কৰিব নোবাৰি = অনিবাৰ্য ।
- যাক বৰ্ণনা কৰিব নোৱাৰি = অবৰ্ণনীয় ।
- যাৰ আদি নাই = অনাদি ।
- যাক পৰিত্যাগ কৰিব নোৱাৰি = অপৰিহাৰ্য ।
- যাক কল্পনা কৰিব নোৱাৰি = অকল্পনাতীত ।
- বধ কৰিবৰ ইচ্ছা = জিঘাংসা ।
- য়াৰ বিৱেচনা শক্তি নাই = অবিবেচক ।
- যি নিশাহে চৰে = নিশাচৰ ।
- যি জানিব খোজে বা জানিবলৈ আগ্ৰহী = জিজ্ঞাসু ।
- যিটো সুধিবলগীয়া =জিজ্ঞাস্য ।
- যাক মূল্য দি কিনিব নোৱাৰে = অমূল্য ।
- মাগিলেও ভিক্ষা নোপোৱা সময় = দুৰ্ভিক্ষ ।
- যি কাৰো পক্ষৰ বা ফলীয়া নহয়= নিৰপেক্ষ ।
- কোনো কথাৰ নিশ্চয় কৰিবলৈ পঠোৱা বিশ্বাসী মানুহ = সঁজাতী
- একেজন গুৰুৰে শিষ্য = সতীৰ্থ।
- যাৰ আগমন আহ্বান কৰা হয়= স্বাগত ।
- যাক বধ কৰা অনুচিত = অবধ্য ।
- যাৰ সীমা আছে বা যি সামাবদ্ধ = সসীম ।
- যাৰ অন্ত নাই = অনন্ত ।
- যি নিয়ম মতে খৰচ কৰে = মিতব্যয়ী ।
- যাৰ আশ্ৰয় নাই = নিৰাশ্ৰয় ।
- যি সহ্য কৰিব পাৰে = সহিষ্ণু ।
- যি গোচৰ তৰে = গুচৰীয়া ।
- যাৰ ওপৰত গোচৰ তৰে = পদকীয়া ।
- যি বিষ্ণুক উপাসনা কৰে = বৈষ্ণৱ ।
- যি শক্তিক উপাসনা কৰে = শাক্ত ।
- যি শিৱক উপাসনা কৰে = শৈৱ ।
- যি একো নাজানে = অজ্ঞ।
- যি ভাষাত পাৰ্গত = ভাষাবিদ্ ।
- যি কণীৰপৰা জন্মে = অণ্ডজ ।
- যি একেলগে পঢ়ে = সহপাঠী ।
- যি নিজৰ পেটলৈহে চিন্তা কৰে = স্বাৰ্থপৰ ।
- যি সমাপ্ত হোৱা নাই = অসমাপ্ত ।
- য'ত কোনো মানুহ নাই = জনশূন্য ।
- য'লৈ যোৱা কষ্টসাধ্য = দুৰ্গম ।
- যি অনাই বনাই ঘূৰি ফূৰে = যাযাবৰ ।
- যাৰ পূৰ্বজন্মৰ কথা মনত আছে = জাতিস্মৰ ।
- যি মাটি ফুটি ওলায় = উদ্ভিদ ।
- যি কথা বিশ্বাস কৰিব নোৱাৰি = অবিশ্বাস্য ।
- যাৰ কথাৰ সাঁচ নাই = লগা ।
- যি মৰো মৰো অৱস্থা হৈছে = মুমুৰ্ষু ।
- যত মানুহ বেছি = জন-বহুল ।
- যাৰ মূৰত চুলি নাই = তপা ।
- যি ভিক্ষা কৰি জীৱন নিৰ্বাহ কৰে = ভিক্ষাৰী ।
- যি ধন খৰচ নকৰে = কৃপণ ।
- যি মাছ-মাংস খায়= আমিষাহাৰী ।
- যি মাছ-মাংস নাখায় = নিৰামিষাহাৰী ।
- যি যোগৰপৰা ভ্ৰষ্ট হৈছে = যোগভ্ৰষ্ট ।
- যি অলপতে শুনে = শহাকণীয়া ।
- যি অলপতে ভয় খায় = ভয়াতুৰ ।
- যি ঘৰত ধান থয় = ভঁৰাল ।
- যি নানা অভাৱত থাকে = অভাৱী ।
- জন্তুৰ নিচিনা = জান্তৱ ।
- যাৰ নাম নাই = অনামা ।
- যি নিয়মমতে খৰচ নকৰে = অমিতব্যয়ী ।
- নাম নিদিয়াকৈ দিয়া = বেনামী ।
- পনীয়া গাখীৰ দিয়া গাই = জলাহী ।
- বাঁহ-গাজ খুন্দি তৈয়াৰ কৰা খাদ্য-বস্তু = খৰিচা ।
- মিলি নোহোৱা গুৰি বা বস্তুৰ লগত থকা আধাখুন্দা গুৰি = খৰচি ।
- যি আনৰ কথালৈ মন দি থাকে ? = অন্যমনস্ক
- পকী ঘৰ নিৰ্মাণ কৰা লোকজনক ত কি বুলি কোৱা হয়= ৰাজমিস্ত্ৰী
- ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো কে সমান দেখা জনক বুলি কোৱা হয়=সমদৰ্শী
- গাখীৰ ,মিঠাই বেচা মানুহক কি বোলে=গোৱাল
- যি বাহ বেতৰ কাম কৰে =বাঢ়ৈ।
- যি অতিশয় দীঘ নহয়= নাতিদীর্ঘ।
- যি উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰে= অকৃতজ্ঞ
- যি মাটিৰ উৎপাদিকা শক্তি নাই= অনুৰ্বৰ
- যি জুইত পুৰি নাখায়= অদাহ্য
- যাক সহজে লাভ কৰিব নােৱাৰি বা যাক পাবলৈ টান= দুষ্প্রাপ্য, দুর্লভ
- যি মাগি খায়= মগনীয়া
- দুটা মাহৰ মাজৰ দিন= দোমাহী
- পনীয়া গাখীৰ দিয়া গাই= জলাহী
- যি নয়ম মতে খৰচ কৰে= মিতব্যয়ী
- এই সন্তান থকা তিৰোতা= কাকবন্ধ্যা
- তল পাব নােৱাৰা= অতল
- কঁহৰ বাচন গঢ়েতা= কঁহাৰ
- মাটিৰ বাচন সাজোঁতা= কুমাৰ
- নাও বােৱা মানুহ= নাৱৰীয়া
- যি জলত চৰে= জলচৰ
- যি শত্ৰুক বধ কৰে= শত্রুঘ্ন
- ব্যাকৰণত যি পাৰদশী= বৈয়াকৰণিক
- যাক সহজে লঙঘন কৰিব নােৱাৰি= অলঙঘ্য ১৯। অতিশয় শীতাে নহয়, অতিশয় গ্রীষ্মও নহয়= নাতিশীতােষ্ণ
- যিজনে আইন জানে= আইনজ্ঞ
- তিনিটা বাট য’ত লগ লাগিছে= তিনিআলি, তেবাটা
- খাবলৈ অনা কলপুলি= পচলা
- যি সম্পূর্ণ দেখা নাপায়= অন্ধ
- যি জন্মৰেপৰা অন্ধ= জন্মান্ধ
- যি ৰাতি দেখা নাপায়= কুকুৰীকণা
- যি প্রাণী স্থলত চৰে= স্থলচৰ
- যি প্রাণী জল-স্থল উভয়তে চৰে= উভচৰ
- যি প্ৰাণীৰ ঠেং নাই বা বুকুৰে বগাই ফুৰা প্ৰাণী= সৰীসৃপ
- মাতৃৰ গাখীৰ খাই জীৱন ধাৰণ কৰা প্ৰাণী= স্তন্যপায়ী
- শাস্ত্ৰত যি পাৰদৰ্শী= শাস্ত্রজ্ঞ
- একেলগে শ্ৰেণীত পঢ়া-শুনা কৰা বন্ধু= সহপাঠী
- গােটেই জীৱনব্যাপী= আজীৱন
- পূর্বজন্মৰ কথা যি জানে= জাতিস্মৰ
- ৰন্ধা-বঢ়া কাম কৰা তিৰােতা= ৰান্ধনী
- সৈন্য থকা ঠাই= ছাউনী
- কৰিবলগীয়া কাম= কর্তব্য
- যাক সহজে লাভ কৰা যায়= সুলভ
- যি জনে ভিক্ষাৰে জীৱন নিৰ্বাহ কৰে= ভিক্ষাৰী
- যাৰ পুত্র নাই= অপুত্রক
- যাৰ দয়া নাই= নির্দয়
- যাৰ হিচাপ নাই= বেহিচাপী
- ভিক্ষাৰ অভাৱ= দুর্ভিক্ষ
- ঘৰ নাই যাৰ = অঘৰী
- প্ৰৱাসত থকা মানুহ= প্রৱাসী, প্রৱসুৱা
- একে গুৰুৰ শিষ্য= সতীর্থ
- সঁচা কথা কোৱা মানুহ= সত্যবাদী
- যি পূর্বে হােৱা নাছিল= অভূতপূর্ব
- ঈশ্বৰক যাৰ বিশ্বাস নাই= নাস্তিক
- যাৰ অন্ত নাই= অনন্ত
- বােকাত যাৰ জন্ম= পঙ্কজ
- যি উপকাৰীৰ উপকাৰ স্বীকাৰ কৰে= কৃতজ্ঞ
- যি উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰে= অকৃতজ্ঞ, কৃতঘ্ন
- যি পুৰুষৰ ঘৈণীয়েক মৰিছে= বৰলা
- যাক দেখা নাযায়= অদৃশ্য
- যি নাৰীৰ স্বামী মৰিছে= বিধৱা
- ফল পকিলে যি গছ মৰি যায়= ওষধি
- বিয়া নকৰােৱা মানুহ= অবিৱাহিত
- একে মাকৰ গৰ্ভত জন্ম যাৰ= সহােদৰ
- পৰৰ অধীন= পৰাধীন
- পৰৰ মুখলৈ, অপেক্ষা কৰা মানুুহ= পৰমুখাপেক্ষী
- পৰৰ সৌভাগ্য দেখি যি কাতৰ হয়= পৰশ্রীকাতৰ
- যিয়ে গৰু গাড়ী চলায়= গাড়ােৱান
- কানি খােৱা মানুহ= কানীয়া
- বাটেটি যােৱা মানুহ= বাটৰুৱা
- মিছা কথা কোৱা মানুহ= মিছলীয়া
- গােপনে দিয়া উপধৌকন= ভেটি
- যি ইন্দ্রিয় জয় কৰে= জিতেন্দ্রিয়
- যি জানিবলৈ ইচ্ছা কৰে= জিজ্ঞাসু
- যি মাছ-মাংস খায়= আমিষাহাৰী
- যি অলপতে শুনে= শহাকণীয়া
- যাক ব্যৱহাৰ কৰিব নােৱাৰি= অব্যৱহার্য
- ততালিকে বুদ্ধি উলিয়াব পৰা শক্তি বা বিপদৰ সময়ত ওলোৱা বুদ্ধি= প্রত্যুৎপন্নমতি
- যি সংকল্প কৰিছে - কৃতসংকল্প
- যি অনাই বনাই ঘূৰি ফুৰে= যাযাবৰ, অঘৰী
- যাৰ মূৰত চুলি নাই= তপামূৰ
- যি মৰোঁ মৰোঁ অৱস্থাত আছে= মুমুৰ্ষু
- যি কোনো পক্ষ নলয়= নিৰপেক্ষ
- যাৰ জন্ম নাই= অজ
- যাৰ কথাৰ লাগ বান্ধ নাই= লপা, চেলেপু
- যাৰ বিবেচনা শক্তি নাই= অবিবেচক
- সহজে যি জীণ যায়= লঘুপাকী
- যাৰ কুল আৰু শীল জনা নাযায়= অজ্ঞাতকুলশীল
- সকলোকে সমানভাৱে দেখা= সমদৰ্শী
- যি জনে আনৰ বস্তু বলেৰে নিয়ে= ডকাইত
- ফুল নুফুলাকৈ গুটি হোৱা গছ= বনস্পতি
- শত্ৰুক জয় কৰে যি= শত্ৰুঞ্জয়
- ৰিপুক জয় কৰে যি= ৰিপুঞ্জয়
- ধান থোৱা ঘৰ= ভঁৰাল
- যি মাছ-মাংস নাখায়= নিৰামিষাহাৰী
- ভিক্ষা কৰে যি= ভিক্ষাৰী
- সীমা নথকা= অসীম
- মাটিৰে নিৰ্মিত= মৃণ্ময়
- মেলত পাৰ্গত= মেলেকী
- লোকক দেখি পাছত যি কৰে= অনুকৰণ
- বাপেকৰ সখিয়েক= তাৱৈ
- তাৱৈৰ ঘৈণীয়েক= আমৈ
- যি আনৰ অধীন নহয়= স্বাধীন
- বিদেশৰপৰা অহা লোক = বিদেশী
- গৰু বন্ধা ঠাই= গোহালি
- যি পথৰ পৰা বিচলিত= পথভ্ৰষ্ট
Also Read:
সমাৰ্থক শব্দ বা প্ৰতি শব্দ (Assamese samarthak shabda)
গুৰুত্বপূৰ্ণ অসমীয়া ভাষা আৰু সাহিত্যৰ লগত জড়িত কেইটামান প্ৰশ্নৰ উত্তৰ
যাক অনুসৰণ কৰিব নোৱাৰি এটা শব্দত প্ৰকাশ কৰা
ReplyDeleteJe Ake logot pohre
DeleteShopathi
Deleteচাকৰি কৰি জীৱিকা নিৰ্বাহ কৰা মানুহ
ReplyDeleteবুকামৈ ঠাই
ReplyDeleteচূন বেচা মানুহ
ReplyDeleteল'ৰা মনৰ যি জন
ReplyDeleteBesikoi vat khowa manuh
ReplyDeleteনিয়মমতে খৰচ কৰা লোক
ReplyDeleteবেছিকৈ ভাত খোৱা মানুহ
ReplyDeleteতেলৰ ব্যৱসায় কৰে যি
ReplyDeleteMAH BANDHA GHAR
ReplyDeleteJak jinibo nuari
ReplyDeleteএটা চকুৰে দেখা লোক
ReplyDeletePlease do not enter any spam link in the comment box