বিয়াৰ নিমন্ত্ৰণী পত্ৰ | Assamese Marriage Invitation Letter
Assamese Marriage Invitation |
দৰাৰ বিয়াৰ / বিবাহৰ নিমন্ত্ৰণী পত্ৰ :
শুভবিবাহ
শ্ৰীশ্ৰীপ্ৰজাপতয়ে নম:
সবিনয় নিবেদন,
অহা বহাগ মাহৰ ৪ তাৰিখে (ইং ১৯ মাৰ্চ ২০২১) মঙ্গলবাৰে মোৰ পুত্ৰ/ আমাৰ দেৱৰ / ভাইটি / খুৰা শ্ৰী কৌশিক কলিতাৰ শুভ-বিবাহৰ দিন ধাৰ্য কৰা হৈছে ৷ তদুপলক্ষে আপোনাক/আপোনালোকক সপৰিয়ালে সাদৰেৰে নিমন্ত্ৰণী শৰাই আগবঢ়ালোঁ ৷
উক্তদিনা বিবাহ-স্থলীত উপস্থিত থাকি দৰাক আশীৰ্বাদ প্ৰদান কৰাৰ লগতে আমাকো কৃতাৰ্থ কৰিব বুলি আশা কৰিলোঁ ৷ ইতি –
বিনয়াবনত-
শ্ৰী অনিৰুদ্ধ কলিতা (দেউতা)
শ্ৰী অনুৰাধা কলিতা (মা)
শ্ৰী অনুপমা কলিতা (ভতিজী)
বিবাহ-বাহৰ-
বঙাইগাঁও,
জিলা – বঙাইগাঁও (অসম)
(ads1)
কন্যাৰ বিয়াৰ / বিবাহৰ নিমন্ত্ৰণী পত্ৰ :
শুভবিবাহ
শ্ৰীশ্ৰীপ্ৰজাপতয়ে নম:
সবিনয় নিবেদন,
অহা বহাগ মাহৰ ১৩ তাৰিখে (ইং ২৬ মাৰ্চ ২০২১) মঙ্গলবাৰে মোৰ নাতিনী/ আমাৰ কন্যা / ভনী/ভতিজী শ্ৰী চন্দনা কলিতাৰ শুভ-বিবাহৰ দিন ধাৰ্য কৰা হৈছে ৷ তদুপলক্ষে আপোনাক/আপোনালোকক সপৰিয়ালে সাদৰেৰে নিমন্ত্ৰণী শৰাই আগবঢ়ালোঁ ৷
উক্তদিনা বিবাহ-স্থলীত উপস্থিত থাকি কইনাক আশীৰ্বাদ দিয়াৰ লগতে আমাকো কৃতাৰ্থ কৰিব বুলি আশা কৰিলোঁ ৷ ইতি –
বিনয়াবনত-
শ্ৰী সঞ্জয় কলিতা (দেউতা)
শ্ৰী ভানু কলিতা (মা)
শ্ৰী বিশ্বজিৎ কলিতা (দাদা)
বিবাহ-বাহৰ-
বঙাইগাঁও,
জিলা – বঙাইগাঁও (অসম)
ALSO READ- অসমীয়া ভাষাত চিঠি পত্ৰ লিখাৰ নিয়ম
Please do not enter any spam link in the comment box