---Advertisement---

এটা শব্দত প্ৰকাশ কৰা ৫০০+ তালিকা

By ssm.group.network@gmail.com

Updated On:

---Advertisement---

এটা শব্দত প্ৰকাশ কৰা ৫০০+ তালিকা

ইয়াত অসমীয়া ভষাৰ ৫০০+ কৈ অধিক এটা শব্দত প্ৰকাশ কৰা বাক্য দিয়া হৈছে। তলত দিয়া বাক্য বোৰক সুন্দৰকৈ ছাত্ৰ-ছাত্ৰী সকলৰ সুবিধা হোৱাকৈ তালিকা আকাৰত এটা শব্দত প্ৰকাশ কৰি দিয়া হৈছে।ইয়াত দিয়া এটা শব্দত প্ৰকাশ কৰা তালিকাখন সকলো শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ কাৰণে উপযোগী হ’ব বিষেককৈ নৱম, দশম আৰু দ্বাদশ শ্ৰেণীৰ কাৰণে SEBA HSLC আৰু AHSEC পৰীক্ষা কাৰণে বহু উপযোগী হ’ব। 

এটা শব্দত প্ৰকাশ কৰা
এটা শব্দত প্ৰকাশ কৰা

এটা শব্দত প্ৰকাশ কৰা  তালিকা

Sl No. এটা শব্দত প্ৰকাশ কৰা
1 ভিক্ষা কৰে যি=ভিক্ষাৰী
2  যি খুজি মাগি   খায়=খোজনীয়া; মগনিয়া
3  যি আনৰ বস্তু বলেৰে   নিয়ে=ডকাইত
4  যি কথা জনা নাযায়=অজ্ঞাত
5  শত্ৰুক জয় কৰে   যি=শত্ৰুঞ্জয়
6  ৰিপুক জয় কৰে   যি=ৰিপুঞ্জয়
7  ধান থোৱা ঘৰ= ভঁৰাল
8 যি মাছ-মাংস নাখায়=নিৰামিষাহাৰী
9  যি বাঢ়িবলৈ   ধৰে=বৰ্ধিষ্ণু
10 যি কাৰো লগত মিলিব নোৱাৰে=অজীন-পাতকী
11  দুটা মাহৰ মাজৰ   দিন=দোমাহী বা সংক্ৰান্তি
12  যি জনে নিয়মমতে খৰচ কৰে   = মিতব্যয়ী
13  যি সঁচা কথা কয়=সত্যবাদী
14  যাৰ আগত জন্ম=অগ্ৰজ
15 যি নিজে নিজে হয়=স্বয়ম্ভু
16 যাৰ মূৰত চুলি নাই=তপা
17 ফুল নুফুলাকৈ গুটি হোৱা গছ=বনস্পতি
18  যি কৰ্তব্য স্থিৰ কৰিব   নোৱাৰে=কিংকৰ্তব্যবিমূঢ়
19  যি মাতৃৰ এটি মাত্ৰ   সন্তান=কাকবন্ধ্যা
20 যি পুৰুষে বিয়া কৰোৱা নাই=অকিঞ্চন
21 যি নিজকে পণ্ডিঈত বুলি ভাৱে=পণ্ডিতমন্য
22  আনৰ দোষ দেখা   স্বভাৱ=অসূয়া
23  যাৰ জন্ম নাই=অজ
24  যাৰ পূৰ্বজন্মৰ কথা মনত   আছে=জাতিষ্মৰ
25  আগে আগে গমন কৰে   যি=অগ্ৰগামী
26  পিছে পিছে গমন কৰে   যি=অনুগামী
27  যি কথা লগাই ফুৰে=খলুৱা
28  যি পৰিণাম চিন্তা কৰি   কাম কৰে=পৰিণামদৰ্শী
29  যি দুই হাত সমানে চলাব   পাৰে=সব্যসাচী
30  যি মাটিৰ উৎপাদিকা শক্তি   নাই=অনুৰ্বৰ
31  যাৰ কথাৰ লাগ বান্ধ   নাই=লপা, চেলেপু।
32  যি আনৰ মুখলৈ চাই   থাকে=পৰমুখাপেক্ষী
33 যাৰ আশ্ৰয় নাই=নিৰাশ্ৰয়
34  সহজে যি জীণ যায়=লঘুপাকী
35  যাৰ কুল আৰু শীল জনা   নাযায়=অজ্ঞাতকুলশীল
36 সকলোকে সমানভাৱে দেখা=সমদৰ্শী
37 বিপদৰ সময়ত ওলোৱা বুদ্ধি=প্ৰত্যু্ৎপন্নমতি
38  যি জানিবলৈ ইচ্ছা   কৰে=জিজ্ঞাসু
39  যাৰ বিবেচনা শক্তি   নাই=অবিবেচক
40  যি দিনত এবাৰ মাত্ৰ আহাৰ   কৰে=একাহাৰী
41  ঘৰে ঘৰে বস্তু বিক্ৰী   কৰি ফুৰা তিৰোতা=পোহাৰী
42  নোহোৱা বস্তু সৃষ্টি   কৰা=উদ্ভাৱন
43  মাটিৰে তৈয়াৰী   শিল্পকৰ্ম=মৃৎশিল্প
44 যি মাটিৰে নিৰ্মান=মৃন্ময়
45 যাৰ মৰো মৰো অৱস্থা=মূমূৰ্ষ
46  যি অনাই বনাই ঘূৰি   ফুৰে=যাযাবৰ
47  নাম নধৰাকৈ দিয়া   গালি=গুৱালগালি
48 যি আনৰ ওপৰত নিৰ্ভৰ কৰে =পৰনিৰ্ভৰশীল
49 যি নিজৰ ওপৰত নিৰ্ভৰ কৰে=আত্মনিৰ্ভৰশীল; স্বাৱলম্বী
50 যাক কল্পনা কৰিব নোৱাৰি =কল্পনাতীত
51 যাৰ আদি নাই= অনাদি
52 যাৰ অন্ত নাই=অনন্ত
53 যাৰ সীমা নাই= অসীম
54 যি কম কথা কয়=মিতভাষী
55  দেউতাকৰসখিয়েক= তাৱৈ
56 যাক সহজে পোৱা যায়=সুলভ
57 যাৰ নাম নাই =অনামী
58  যাৰ সীমা আছে= সসীম
59 যাৰ কোনো সন্তান নাই – নিঃসন্তান।
60 কঁঠালৰ সৰু সৰু কলি – মুচি ।
61 নিচেই সৰুতে মাক অথবা বাপেক মৰা সন্তান – মাউৰা।
62 নিচেই সৰুতে মাক-বাপেক মৰা নিৰাশ্ৰয় সন্তান – ঘাট-মাউৰা ৷
63 বেঙৰ নেজ থকা সৰু পোৱালি – লালুকী ।
64 গড়ৈ মাছৰ সৰু সৰু পোৱালি – গড়ৈচিৰিকা।
65 কাৱৈ মাছৰ সৰু পোৱালি – কাৱৈটিলা ৷
66  মাগিলেও ভিক্ষা নোপোৱা   সময় = দুৰ্ভিক্ষা
67  জন্মৰ পৰা অন্ধ যি =   জন্মান্ধ
68  যি এটা চকুৰে নেদেখে =   কণা
69 দুয়োটা চকুৰে নেদেখা লোক = অন্ধ
70 যি কথা কব নোৱাৰে = মুক; বোবা
71  যি শুনাও নাপায়; কথাও   ক’ব নোৱাৰে = মুকবধিৰ
72  শাৰীৰিকভাৱে অক্ষম যি =   প্ৰতিবন্ধী
73  যাৰ মাক পিতাক মৰিছে =   মাউৰা
74  যি পুৰুষৰ তিৰোতা মৰিছে   = বৰলা; বিপত্নীক
75  যাক পৰিহাৰ কৰিব   নোৱাৰি=অপৰিহাৰ্য
76  যাৰ ধাৰ আছে =ধাৰুৱা
77  যি গাঁৱত থাকে =   গাঁৱলীয়া
78  যি বিদেশত থাকে =   প্ৰবাসী
79 বিদেশৰপৰা অহা লোক = বিদেশী
80 তাৱৈৰ ঘৈণীয়েক=আমৈ
81 যি আনৰ অধীন নহয়= স্বাধীন
82 যি আনৰ অধীন=পৰাধীন
83 গৰু বন্ধা ঘৰ=গোহালি
84 ঘোঁৰা বন্ধা ঘৰ=অস্তাবল
85 যি পথৰ পৰা বিচলিত= পথভ্ৰষ্ট
86 যি কথাৰ অৰ্থ নাই=অৰ্থহীন; নিৰৰ্থক
87 যাক বৰ্ণনা কৰিব নোৱাৰি=অবৰ্ণনীয়
88 যাক বাৰণ কৰিব নোৱাৰি =অনিবাৰ্য
89 যাক লংঘন কৰিব নোৱাৰি=অলংঘ্য
90 যাক দেখা নাযায়=অদৃশ্য
91 যাক সহজে লাভ কৰিব নোৱাৰি=দুৰ্লভ
92 যি ভয় নকৰে = নিৰ্ভীক
93  আনৰ ভাল দেখিব নোৱাৰা =   চকুচৰহা, পৰশ্ৰীকাতৰ
94  একে গুৰুৰ শিষ্য =   হৰিভকত, সতীৰ্থ
95  একে শ্ৰেণীতে পঢ়া =   সহপাঠী
96  একে মাকৰ সন্তান =   সহোদৰ, সোদৰ
97  গোটেই জীৱন জুৰি = আজীৱন
98  যি তিৰোতাৰ পুৰুষ মৰিছে   = বিধৱা
99  স্বামী থকা তিৰোতা =   সধৱা; আয়তী
100  নাম গোৱা তিৰোতা = নামতী
101  বিহুৰ আগ দিনা = উৰুকা
102  শিং নথকা গৰু = লাওমূৰা
103  হাল বোৱা গৰু = বলধ
104  ঠেং নথকা ভেকুলীৰ   পোৱালি=লালুকী
105 স্মৰণ কৰিবলগীয়া=স্মৰণীয়
106 যাৰ বিয়া হোৱা নাই=অবিবাহিত;আবিয়ৈ
107  দুই ঘৰৰ মাজৰ ঠাই =   দোঘোৰা
108  ঘৰৰ চালৰ পানী পৰা ঠাই =   পানী পচা
109  এবাৰ ফল দি মৰা গছ =   ওষধি
110  দুই বছৰৰ মূৰত পোৱালি   দিয়া গাই = দুৰচী;দোৰাহী
111  পনীয়া গাখীৰ দিয়া গাই =   জলাহী
112  যি জলত চৰে=জলচৰ
113  যি স্থলত চৰে=স্থলচৰ
114  জল আৰু স্থল উভয়তে চৰে   যি=উভচৰ
115  যি কণীৰপৰা জন্মে=অণ্ডজ
116 ঈশ্বৰক বিশ্বাস কৰা লোক=আস্তিক
117 ঈশ্বৰক বিশ্বাস নকৰা লোক=নাস্তিক
118  গান গোৱা লোক=গায়ক
119  খেলা ধুলা কৰা   লোক=খেলুৱৈ
120  মাটিৰ বাচন বৰ্তন তৈয়াৰ   কৰা লোক=কুমাৰ
121  লোৰ সামগ্ৰী তৈয়াৰ কৰা   লোক=কমাৰ
122  যি ফল কেঁচাও নহয় পকাও   নহয়= ডহেচীয়া
123  মাৰ ভনীয়েক =মাহী
124  দেউতাৰ ভনীয়েক=পেহী
125 মাৰ সতিনীয়েক=বিমাতা, মাহীমা
126 ককাৰ দেউতাক=আজোককা
127  যাৰ বিয়া হৈছে=বিবাহিত
128  জিভাৰে চেলেকি চাব পৰা   বস্তু = লেহ্য
129  জন্তুৰ নিচিনা যি=জান্তব
130  যি গৰমো নহয় ঠাণ্ডাও নহয়   =কুহুমীয়া
131  যি বতৰ শীতো নহয় উষ্ণও   নহয়=নাতিশীতোষ্ণ
132 যি দিনত নেদেখে = দিনকণা
133 যি ৰাতি নেদেখে = কুকুৰীকণা
134  কঁঠালৰ সৰু কলি =মুচি
135  খাবলৈ অনা সৰু   কলপুলি=পচলা
136  দাঁত ওলোৱা হাতী=দঁতাল
137  মাছ মৰা লোক=মাছুৱৈ;   মাছমৰীয়া
138  কাঁহৰ সামগ্ৰী তৈয়াৰ কৰা   লোক=কঁহাৰ
139  সোণ ৰূপৰ অলংকাৰ তৈয়াৰ   কৰা লোক=স্বৰ্ণকাৰ; সোণাৰী
140  চিকিৎসা কৰা লোক=চিকিৎসক
141  গাঁৱৰ মুখিয়াল   ব্যক্তি=গাঁওবুঢ়া
142 যি উপকাৰ কৰে=উপকাৰী
143  যি সকলোৰে মাজত   প্ৰিয়=লোকপ্ৰিয়
144  যাক সকলোৱে জানে=বিখ্যাত
145  যাক কোনেও   নাজানে=অখ্যাত; অজ্ঞাত
146  কবনলগীয়া কথা; যাক কব   নোৱাৰি=অবাচ্য; অকথ্য
147 যাক শুনিব নোৱাৰি=অশ্ৰাব্য
148 যাৰ জ্ঞান আছে=জ্ঞানী
149  উপকাৰীৰ উপকাৰ স্বীকাৰ   নকৰা লোক=কৃতঘ্ন; অকৃতজ্ঞ
150  বৰষুণ নোহোৱা বতৰ=খৰাং
151  যাৰ কোনো নাই=অনাথ
152  ৰাতিপুৱাই স্মৰণ কৰাৰ   যোগ্য=প্ৰাতঃস্মৰণীয়
153  যি একো নাজানে=অজ্ঞ
154  যি সকলো জানে=সৰ্বজ্ঞ;   সৰ্বজান
155  যাৰ হাত আঁঠুলৈ   আহে=অজানুলম্বিত
156  যি এই লোকৰ নহয়=অলৌকিক
157 দেৱতাৰ গুণ সমৃদ্ধ=দৈৱীয়
158 উপকাৰীৰ উপকাৰ স্বীকাৰ কৰা লোক=কৃতজ্ঞ; অকৃতঘ্ন
159 গৰু চৰোৱা লোক=গৰখীয়া
160 হাতী চৰোৱা লোক=মাউত
161 যি আগতে হোৱা নাই বা ঘটা নাই=অভূতপূৰ্ব
162 যি আগতে হৈছে বা ঘটিছে=ভূতপূৰ্ব
163 যি কেবল নিজৰ কথা ভাৱে=স্বাৰ্থপৰ; আপোনপেটা
164 যি আনৰ হিতৰ কথা ভাৱে=পৰহিতৈষী
165 ৰ’দত শুকোৱাসৰিয়হৰ শুকান বঁটা=কাঁহুদি
166   য’ত কোনো মানুহ   নাই=নিৰ্জন
167  দেশক ভাল পোৱা   মানুহ=দেশভক্ত
168  দেশৰ অপকাৰ কৰা   মানুহ=দেশদ্ৰোহী
169  দেশৰ বাবে মৃত্যুবৰণ কৰা   লোক=শ্বহীদ
170 যাৰ ধন আছে=ধনী
171 যাৰ মান আছে=মানী
172 যাৰ ঋণ আছে=ঋণী
173 যাৰ ঘৰ বাৰী নাই=অঘৰী
174  যাৰ একো নাই=নিঃস্ব
175  য’ত যাব নোৱাৰি=দুৰ্গম
176  য’ত যাব পাৰি=সুগম
177  যি বহুত কথা কয়=   বহুবল্কী
178  যি কথা ক’ব জানে; কথা   সজাই ক’ব পৰা লোক=কথাচহকী
179  যাক আগতে শুনা   নাই=অশ্ৰুতপূৰ্ব
180  যাক গণনা কৰিব   নোৱাৰি=অগণন
181  যাক কথাৰে প্ৰকাশ কৰিব   নোৱাৰি=অনিৰ্বচনীয়
182  যি কথা বিশ্বাস কৰিব   নোৱাৰি=অবিশ্বাস্য
183  যাক বধ কৰিব পৰা নাযায় =   অবধ্য
184  যি খুউব বেছি দীঘল নহয় =   নাতিদীৰ্ঘ
185  যাৰ মৰণ নাই=অমৰ
186  যাৰ ভয় আছে=ভয়াতুৰ
187  স্কুলত পঢ়া ল’ৰা   ছোৱালী=ছাত্ৰছাত্ৰী
188 যাৰ শত্ৰু নাই=অজাতশত্ৰু
189 যি ইন্দ্ৰিয়ক দমন কৰিছে=জিতেন্দ্ৰিয়
190  শাক পাচলি কৰা ঠাই=শাকনি
191  ধান খেতি কৰা ঠাই=ধাননি
192  যাক নিমিষতে ভঙ্গ কৰিব   পাৰি = ক্ষণভঙ্গুৰ
193  যি কাম কৰা উচিত=কৰ্তব্য
194  যি পুৰি নাযায় = অদাহ্য
195 যি নিয়মমতে খৰচ কৰে = মিতব্যয়ী
196 যি মাটি ফুটি ওলায় = উদ্ভিদ
197  যি বিদ্যালাভ কৰিছে =   কৃতবিদ্য
198  বহুতৰ মাজত প্ৰধান =   শ্ৰেষ্ঠ
199  যাক দিব পৰা নাযায় =   অদেয়
200  যাৰ ধৰ্মত মতি   আছে=ধৰ্মপৰায়ণ
201  বিষ্ণুক উপাসনা কৰা লোক   = বৈষ্ণৱ
202 শিৱক উপাসনা কৰা লোক = শৈৱ
203 শক্তিক উপাসনা কৰা লোক = শাক্ত
204  যি সহজে জীণ নাযায় =   অজীৰ্ণ; গুৰুপাকী
205  যি অইন ফালে মন দিয়ে =   অন্যমনস্ক
206  শৰৎ কালত হোৱা = শাৰদীয়
207  যি অলপতে শুনে =   শহাকণীয়া
208  যি কাৰো পক্ষত নাথাকে =   নিৰপক্ষ
209  যি নিশা চৰে = নিশাচৰ
210  যি সহ্য কৰিব পাৰে =   সহনশীল
211  যি মিছা কথা কয় =   মিছলীয়া
212 যি ঘৰত ওপজে = ঘৰ-ওপজা
213 যি বনত ওপজে = বনজ
214  যি নগৰত থাকে = নগৰীয়া
215  বহুতো ল’ৰা ছোৱালী   একেলগে পঢ়া ঘৰ=পঢ়াশালি
216  বিদ্যা শিক্ষা কৰা   ঘৰ=বিদ্যালয়
217  যি আনলৈ মন দি থাকে=?
218  পকী ঘৰ নিৰ্মাণ কৰা লোক=   ৰাজমিস্তিৰি
219  ধৰ্ম বৰ্ণ নিৰ্বিশেষে   সকলো কে সমান দেখা জন=
220 যি গুণীৰ গুণ বুজে = গুণগ্ৰাহী
221  বাটে বাটে যোৱা মানুহ =   বাটৰুৱা
222  যি কাম কাজত পাকৈত =   কাজী
223  একে সময়তে হোৱা =   সমসাময়িক
224  ভৱিষ্যত চিন্তা কৰিব পৰা   লোক = দূৰদৰ্শী
225  পি খোৱা বস্তু = পেয়
226  বুকুৰে বগাই যোৱা প্ৰাণী   = সৰীসৃপ
227  যি বিশ্বজনৰ বাবে ভাল =   বিশ্বজনীন
228  যি সৰ্বাংগ ব্যাপি আছে =   সৰ্বাংগীণ
229 ফুল থোৱা পাত্ৰ = ফুলদানি
230 যি কথা কোৱা উচিত = বক্তব্য; বচনীয়
231  জুই ধৰি ৰখা ঠাই = জুহাল
232  নিজৰ ওপজা ঠাই =   জন্মভূমি
233  বস্তু বেচা কিনা কৰা ঠাই   = বজাৰ
234  যাৰ সাহস আছে = সাহসী
235 যি ঈশ্বৰক বিশ্বাসী = আস্তিক
236  যি বিষ্ণুক উপাসনা কৰে =   বৈষ্ণৱ
237 যাৰ ধৰ্মলৈ ভয় আছে = ধৰ্মভীৰু
238  কোনো কাৰ্য কৰিবলৈ স্থিৰ   কৰা = কৃতসংকল্প
239  অশেষ মূল্য যাৰ = অমূল্য
240 দৰমহা নোলোৱাকৈ কৰা কাম = অবৈতনিক
241 যোৱাৰ উচিত বা যোগ্য = গন্তব্য; গমনীয়
242  কাপোৰ বব জনা তিৰোতা =   শিপীনী
243  একে মাকৰ সন্তান = সহোদৰ
244  যি সঁচা কথা কয় =   সত্যবাদী।
245  যাক দেখা নাযায় =   অদৃশ্য
246  যাৰ পিছত জন্ম = অনুজ
247 ধান থোৱা ঠাই = ভঁৰাল ৷
248 অ’ত ত’ত ঘুৰি ফুৰা লোক = অঘৰী ৷
249 কাৰো নাম নোলোৱাকৈ দিয়া গালি = গুৱালগালি ৷
250 গৰু বন্ধা ঠাই = গোহালি ৷
251 বাপেকৰ সখিয়েক = তাৱৈ ৷
252 তাৱৈৰ ঘৈণীয়েক = আমৈ ৷
253  যি আনৰ অধীন নহয় =   স্বাধীন ৷
254  যি পথৰ পৰা বিচলিত =   পথভ্ৰষ্ট ৷
255  যি কথাৰ অৰ্থ নাই =   নিৰৰ্থক ৷
256  যাক কল্পনা কৰিব নোৱাৰি   = কল্পনাতীত ৷
257 যাৰ আদি নাই = অনাদি ৷
258 যাৰ সীমা নাই = অসীম
259 যাক বৰ্ণনা কৰিব নোৱাৰি = অবৰ্ণনীয় ৷
260 যাক বাৰণ কৰিব নোৱাৰি = অনিবাৰ্য ৷
261 যাক লংঘন কৰিব নোৱাৰি = অলংঘ্য ৷
262 যি জনে ভিক্ষাৰে জীৱন নিৰ্বাহ কৰে = ভিক্ষাৰী ৷
263  যি নগৰত থাকে = নগৰীয়া ৷
264  আঁঠুলৈ বৈ পৰা =   আজানুলম্বিত ৷
265  ভেকুলীৰ পোৱালি = লালুকি   ৷
266  যি ফল কাঁচাও নহয় পকাও   নহয় = ডাহেচীয়া ৷
267  দেউতাৰ ভনীয়েক = পেহী ৷
268  কাৱৈ মাছৰ সৰু পোৱালী =   কাৱৈচোকোৰা বা কাৱৈতিলা ৷
269  ৰৌ মাছৰ সৰু = ৰৌমণি ৷
270  মাছৰ পোৱালি  পোনা ৷
271 গৰৈ মাছৰ সৰু পনা = গৰৈচিৰিকা ৷
272 মাৰ ভনীয়েক = মাহী ৷
273  খাৰণি সনা সৰিহৰ গুৰি =   খাৰলি ৷
274  দাঁত ওলোৱা হাতী = দঁতাল   ৷
275  মাগুৰ মাছৰ সৰু =   মাগুৰজালি ৷
276  শ’ল মাছৰ সৰু = শ’লঠাৰি   ৷
277  ধানৰ বাকলি = তুঁহ ৷
278  গোচৰ তৰা মানুহ =   গোচৰীয়া ৷
279  গোটেই জীৱন জুৰি = অজীৱন   ৷
280 নাটক লিখা মানুহ = নাট্যকাৰ ৷
281 যি কথাৰ অৰ্থ নাই = নিৰৰ্থক ৷
282  গুৰি সৰিয়হেৰে কৰা খাদ্য   = কাঁহুদি ৷
283  ছবি অঁকা মানুহ =   চিত্ৰকাৰ ৷
284  গধুলি চকুৰে নেদেখা   মানুহ = কুকুৰিকণা ।
285   জন্তুৰ নিচিনা = জান্তৱ   ৷
286  চোবাই খোৱা বস্তু =   চৰ্ব্য ৷
287  কথাৰ লাগ-বান্ধ নথকা লোক   = চেলেপু ৷
288  যি ঠাইত মানুহ নাই =   জনশূন্য ৷
289 কাম কৰিবলৈ এলাহ কৰা মানুহ = এলেহুৱা ৷
290 কবিতা লেখা মানুহ = কবি ৷
291  চিঠি বিলাই ফুৰা মানুহ =   পিয়ন ৷
292  কাৰো লগত মিলিব নোৱাৰা   লোক = অজীনপাতকী ৷
293  ধৰ্মলৈ ভয় যাৰ =   ধৰ্মভীৰু ৷
294  যি গোন্ধ ভাল = সুগন্ধ ৷
295  বাঁহ গাজৰ পৰা তৈয়াৰ কৰা   খাদ্য — খৰিচা ৷
296  যি পুৰুষ ভয়াতুৰ =   কাপুৰুষ ৷
297   নাৱত উঠি ব্যৱসায় কৰা   লোক = মুদৈ ৷
298  বহুত মানুহ একেলগে যোৱা   = সমদল ৷
299 নোহোৱা বস্তুৰ উদ্ভাৱন = আৱিস্কাৰ ৷
300 পূৰ্ব জন্মৰ কথা যাৰ মনত আছে = জাতিস্মৰ ৷
301  পুৱাই নাম ল’বলগীয়া =   প্ৰাত:স্মৰণীয় ৷
302  নিজে নিজে হোৱা =   স্বয়ম্ভূ ৷
303  যি আনৰ বস্তু বলেৰে   কাঢ়ি নিয়ে = ডকাইত ।
304   যি মাটিত উতপাদিত শক্তি   নাই = অনুৰ্বৰা
305  যাক সহজতে লাভ কৰা যায় =   সুলভ ।
306   য’ত  বহুতো ল’ৰা – ছোৱালীয়ে পঢ়ে = পঢ়াশালী ।
307  যাক বুজিব পাৰি =   বোধগম্য ।
308  বৰষুণ নোহোৱা যি বতৰ =   খৰাং ।
309 আহাৰ জীৰ্ণ নোযোৱা কাৰণে হোৱা বেমাৰ = অজীৰ্ণ ।
310  যি ঠাই অতি কষ্টেৰে লঙঘন   কৰা যায় = দুৰ্লংঘ্য ।
311  জুই ধৰি ৰখা যি ঠাই =   জুহাল ।
312  যাৰ নাম ৰাতিপুৱাই  স্মৰণ কৰা উচিত = প্ৰাতঃ স্মৰণীয় ।
313  যি ঠাইত অতি ঠাণ্ডাও নহয়   , গৰমো নহয় =   নাতিশীতোষ্ণ ।
314  যাৰ একোৱেই নাই =  নিঃস্ব ।
315  যি তিৰোতাই ধান ৰোৱেই =   ৰোৱনী ।
316  যি তিৰোতাই ধান দায় =   দাৱনী ।
317  হঠাতে হোৱা যি ঘটনা   =  আকস্মিক ।
318   যি মাটিত সাৰ নাই =   অসাৰুৱা ।
319 যি জন কৰ্মত বীৰৰ তুল্য = কৰ্মবীৰ ।
320 যি জন সাহিত্যত সম্ৰাটৰ তুল্য =    সাহিত্য – সম্ৰাট ।
321  যি জনে বিয়া কৰোৱা নাই   =  আবিয়ৈ ।
322  নোহোৱা বস্তু উদ্ভাৱন   কৰোতা = আৱিষ্কাৰক।
323  যি ইন্দ্ৰিয় জয় কৰিব   পাৰে = জিতেন্দ্ৰেয় ।
324  মেলত যি পাৰ্গত = মেলেকী   ।
325  যি পুৰুষৰ ঘৈণীয়েক   মৰিছে= বৰলা ।
326  যি নিজক নিজে পণ্ডিত   বুলি ভাবে = পণ্ডিতম্মন্য ।
327  যি কৰ্ত্তব্য স্থিৰ কৰিব   নোৱাৰে = হতবুদ্ধি ।
328  একে সময়তে হোৱা =   সমসাময়িক ।
329 এবাৰ গুটি লাগি মৰা গছ = ওষধি । 
330 লোকক দেখি পাছত যি কৰা যায় =    অনুকৰণ ।
331  লোকক দেখি পিছে পিছে   যোৱা = অনুসৰণ ।
332  লোকৰপৰা পোৱা নিন্দা =   লোকনিন্দা ।
333  সাহ যাৰ আছি = সাহসী   । 
334  বটা সাৰিয়হেৰে কৰা   চাট্নি = কাহুঁদি ।
335  মাটিৰ নিচেই সৰু টেকেলি   = ভুৰুকা ।
336  যি গুণীৰ গুণ বুজিব পাৰে   = গুণগ্ৰাহী ।
337  যাক ভেদ কৰিব নোৱাৰে =   অভেদ্য।
338  যাক সহজে ভেদ কৰিব   নোৱাৰে = দুৰ্ভেদ্য ।
339 যি পৰৰ ঠাইত বাস পৰে = প্ৰবাসী ।
340 যি কষ্ট সহিব পাৰে = কষ্টসহিষ্ণু ।
341  যি উপকাৰী উপকাৰ স্বীকাৰ   কৰে = কৃতজ্ঞ ।
342  যাক সহজতে ভাঙিব   পাৰে  =    ভংণ্ডৰ ।
343  যি কোনো কাম কৰিব নোৱাৰে   = অকৰ্মণ্য ।
344  যি বিধিসন্মত = বৈধ ।
345 প্ৰাণক পণ কৰি = প্ৰাণপণে ।
346 যি ভবিষ্যত চিন্তা কৰিব নোৱাৰে = অদূৰদৰ্শী ।
347 যি বাঢ়িবলৈ ধৰিছে = বৰ্দ্ধিষ্ণু ।
348 যাৰ সকলো বস্তু অঁটাকে আছে = আটন্তিয়াৰ ।
349 এটা সন্তান হোৱাৰপৰা আন এটা হোৱালৈকে সময় = আনজ ।
350 যাৰ হাত আঁঠৰ তললৈকে পৰা = আজানুলম্বিত । 
351  কাৰো নাম নধৰাকৈ পৰা   গালি = গুৱাল-গালি ।
352  যাৰ ধাৰ আছে = ধৰুৱা ।
353  যাৰ সীমা নাই = অসীম ।
354  যি আনফালে মন দিয়ে =   অন্যমনস্ক । 
355 যাক নিধাৰণ কৰিব নোবাৰি =    অনিবাৰ্য ।
356 যাক বৰ্ণনা কৰিব নোৱাৰি = অবৰ্ণনীয় ।
357 যাৰ আদি নাই = অনাদি ।
358 যাক পৰিত্যাগ কৰিব নোৱাৰি = অপৰিহাৰ্য ।
359 যাক কল্পনা কৰিব নোৱাৰি =    অকল্পনাতীত । 
360 বধ কৰিবৰ ইচ্ছা = জিঘাংসা ।
361  য়াৰ বিৱেচনা শক্তি নাই =   অবিবেচক ।
362  যি নিশাহে চৰে = নিশাচৰ   ।
363  যি জানিব খোজে বা   জানিবলৈ আগ্ৰহী = জিজ্ঞাসু ।
364  যিটো সুধিবলগীয়া   =জিজ্ঞাস্য ।
365  যাক মূল্য দি কিনিব   নোৱাৰে = অমূল্য ।
366  মাগিলেও ভিক্ষা  নোপোৱা সময় = দুৰ্ভিক্ষ ।
367  যি কাৰো পক্ষৰ বা ফলীয়া   নহয়= নিৰপেক্ষ ।
368  কোনো কথাৰ নিশ্চয় কৰিবলৈ   পঠোৱা বিশ্বাসী মানুহ = সঁজাতী
369 একেজন গুৰুৰে শিষ্য = সতীৰ্থ।
370 যাৰ আগমন আহ্বান কৰা হয়= স্বাগত । 
371  যাক বধ কৰা অনুচিত =   অবধ্য ।
372  যাৰ সীমা আছে বা যি   সামাবদ্ধ = সসীম ।
373  যাৰ অন্ত নাই = অনন্ত   । 
374  যি নিয়ম মতে খৰচ কৰে =   মিতব্যয়ী ।
375  যাৰ আশ্ৰয় নাই =   নিৰাশ্ৰয় ।
376  যি সহ্য কৰিব পাৰে =   সহিষ্ণু ।
377   যি গোচৰ তৰে = গুচৰীয়া   ।
378  যাৰ ওপৰত গোচৰ তৰে =   পদকীয়া ।
379 যি বিষ্ণুক উপাসনা কৰে = বৈষ্ণৱ ।
380 যি শক্তিক উপাসনা কৰে = শাক্ত ।
381  যি শিৱক উপাসনা কৰে =   শৈৱ ।
382  যি একো নাজানে = অজ্ঞ।
383  যি ভাষাত পাৰ্গত =   ভাষাবিদ্ ।
384  যি কণীৰপৰা জন্মে =   অণ্ডজ ।
385  যি একেলগে পঢ়ে = সহপাঠী   ।
386  যি নিজৰ পেটলৈহে চিন্তা   কৰে = স্বাৰ্থপৰ ।
387  যি সমাপ্ত হোৱা নাই =   অসমাপ্ত ।
388  য’ত কোনো মানুহ নাই =   জনশূন্য ।
389  যি তিনিও কালৰ কথা   জানে=ত্ৰিকালজ্ঞ
390  যি যোগৰপৰা ভ্ৰষ্ট হৈছে   = যোগভ্ৰষ্ট ।
391  যি অলপতে শুনে =   শহাকণীয়া ।
392  যি অলপতে ভয় খায় =   ভয়াতুৰ ।
393  যি ঘৰত ধান থয় = ভঁৰাল ।
394  যি নানা অভাৱত থাকে =   অভাৱী ।
395  জন্তুৰ নিচিনা =  জান্তৱ ।
396  যাৰ নাম নাই = অনামা ।
397 যি নিয়মমতে খৰচ নকৰে = অমিতব্যয়ী ।
398 নাম নিদিয়াকৈ দিয়া = বেনামী ।
399  পনীয়া গাখীৰ দিয়া গাই =   জলাহী ।
400  বাঁহ-গাজ খুন্দি তৈয়াৰ   কৰা খাদ্য-বস্তু = খৰিচা ।
401   মিলি নোহোৱা গুৰি বা   বস্তুৰ লগত থকা আধাখুন্দা গুৰি = খৰচি ।
402 কৰিবলগীয়া কাম – কৰ্তব্য।
403 ষাক সহজে লাভ কৰা যায় – সুলভ।
404 য’লৈ যোৱা কষ্টসাধ্য = দুৰ্গম ।
405 যি অনাই বনাই ঘূৰি ফূৰে = যাযাবৰ ।
406  যাৰ পূৰ্বজন্মৰ কথা মনত   আছে = জাতিস্মৰ ।
407  যি মাটি ফুটি ওলায় =   উদ্ভিদ ।
408  যি কথা বিশ্বাস কৰিব   নোৱাৰি = অবিশ্বাস্য ।
409   যাৰ কথাৰ সাঁচ নাই =   লগা ।
410  যি মৰো মৰো অৱস্থা হৈছে   = মুমুৰ্ষু ।
411  যত মানুহ বেছি = জন-বহুল   ।
412  যাৰ মূৰত চুলি নাই = তপা   ।
413  যি ভিক্ষা কৰি জীৱন   নিৰ্বাহ কৰে = ভিক্ষাৰী ।
414 যি ধন খৰচ নকৰে = কৃপণ ।
415 যি মাছ-মাংস খায়= আমিষাহাৰী ।
416  যি মাছ-মাংস নাখায় =   নিৰামিষাহাৰী ।
417 ষাক পাবলৈ টান – দুৰ্লভ, দুষ্প্ৰাপ্য।
418 যাৰ পুত্ৰ নাই – অপুত্ৰক।
419 যি সংকল্প কৰিছে – কৃতসংকল্প।
420 যাৰ দয়া-মমতা নাই – নিৰ্দয়।
421 মাৰিবলৈ (বা হনন কৰিবলৈ কৰা ইচ্ছা – জিঘংসা।
422 যাৰ কোনো শত্ৰু নাই (বা শত্ৰু জন্মা নাই – অজাতশত্ৰু
423 যি গোচৰ তৰে – গুচৰীয়া।
424 যি সকলো জানে – সৰ্বজ্ঞ।
425 যিজনে ভাল-বেয়া বিচাৰ কৰিব নোৱাৰে – অবিৱেচক।
426 যাক পৰিহাৰ কৰিব নোৱাৰি – অপৰিহাৰ্য।
427 যি কথা কোৱা উচিত নহয় – অকথ্য।
428 যিজনে ইন্দ্ৰয় জয় কৰিব পাৰে – জিতেন্দৰিয়।
429 যি কথাৰ অৰ্থ নাই – অৰ্থহীন, নিৰৰ্থক।
430 যিজনে ভৱিষ্যৎ চিন্তা কৰিব পাৰে – দূৰদৰ্শী
431 যিজনে দূৰলৈ দেখে – দূৰদৰ্শী
432 যাৰ দুই হাত সমানে চলে – সব্যসাচী।
433 যি আগেয়ে হোৱা নাই – অভূতপূৰ্ব।
434 ধি অনাই-বনাই ঘূৰি ফুৰে – যাযাবৰ, অঘৰী।
435 যাৰ মূৰত চুলি নাই – তপামূৰা।
436 যি কোনো পক্ষ নলয় – নিৰপেক্ষ।
437 বি মৰোঁ মৰোঁ অৱস্থাত আছে – মুমূৰ্ষু।
438 যাৰ পূৰ্ব জন্মৰ কথা মনত আছে – জাতিস্মৰ
439 যি সমাপ্ত হোৱা নাই – অসমাপ্ত।
440 যি ৰণত মতলীয়া – ৰণমত্ত।
441 য’লৈ যোৱা টান –দু ৰ্গম।
442 যি কণীৰপৰা জন্মে – অণ্ডজ।
443 যি বিষ্ণুক পূজা কৰে – বৈষ্ণৱ।
444 যি শিৱক পূজা কৰে – শৈৱ।
445 যি শক্তিক পূজা কৰে – শাক্ত।
446 (কথা কোৱাৰ যি ইচ্ছা – বিবক্ষা।
447 নিজে নিজে হোৱা – স্বয়স্তু।
448 পি্‌ খোৱা বস্তু – পেয়।
449 সীমা নথকা – অসীম।
450 মাটিৰে নিৰ্মিত – মৃন্ময়।
451 মেলত পাৰ্গত – মেলেকী।
452 হতভাগ্য যাৰ – হতভগা।
453 ধান ৰোৱা তিৰোতা – ৰোৱনী।
454 ধান দোৱা তিৰোতা – দাৱনী।
455 বীণা আছে পাণিত (হাতত যাৰ – বীণাপাণি।
456 দেশৰ ভালৰ কাৰণে কাম কৰা মানুহ – দেশকৰ্মী।
457 দেশৰ কামত মৃত্যু বৰণ কৰা মানুহ – ছহিদ্‌ (শ্বহীদ্‌।
458 পথৰপৰা যি বিচলিত হৈছে – পথজৰষ্ট।
459 নোহোৱা বস্তু যি উলিয়ায় – আৱিষ্কাৰক, উদ্ভাৱক।
460 ৰূপেৰে নিৰ্মিত বা ৰূপ চৰোৱা – ৰূপোৱালী।
461 সোণেৰে নিৰ্মিত বা সোণ চৰোৱা – সোণোৱালী।
462 দেশক ভাল পোৱা মানুহ – দেশ-ভক্ত, দেশ-প্ৰেমিক।
463 নিজৰ ওপৰত যি নিৰ্ভৰ কৰে – স্বাৱলম্বী, আত্মনিৰ্ভবশীল।
464 বহুত কল-গছ থকা ঠাই – কলনি।
465 আনৰ ভাল দেখিব নোৱাৰা – পৰশত্জীকাতৰ।
466 গোটেই জীৱন জুৰি – আজীৱন।
467 দীৰ্ঘকাল জীয়াই থকা – দীৰ্ঘজীৱী।
468 হঠাতে হোৱা ঘটনা – আকস্মিক।
469 বিহুৰ আগদিনা – উৰুকা।
470 লোকৰপৰা নিন্দা – লোকনিন্দা।
471 যি হিচাপমতে নচলে – বেহিচাপী।
472 ভিক্ষাৰ অভাৱ – দুৰ্ভিক্ষ।
473 ঘৰ নাই যাৰ – অঘৰী।
474 প্রৱাসত থকা মানুহ – প্রৱাসী, প্রৱসুৱা।
475 একে গুৰুৰ শিষ্য – সতীৰ্থ, হৰি ভকত।
476 সত্য কথা কোৱা মানুহ – সত্যবাদী।
477 ঈশ্বৰত যাৰ বিশ্বাস নাই – নাস্তিক।
478 যাৰ অন্ত নাই – অনন্ত।
479 বোকাত যাৰ জন্ম – পংকজ।
480 নিজৰ ৰূপ-যৌৱন লৈ গৌৰৱ কৰা তিৰোতা – মানিনী।
481 চ্লেকি খোৱা বস্তু – লেহ্য।
482 চোবাই খোৱা বস্তু – চব্য।
483 দৰমহা নোলোৱাকৈ কাম কৰা মানুহ – অবৈতনিক।
484 আনৰ দোষ দেখা স্বভাৱ – অসূয়া।
485 ভৰিৰপৰা মূৰলৈকে – আপাদমস্তক।
486 সখিয়েকৰ মাক – আমৈ।
487 বন্ধু-বান্ধৱৰ সৈতে – সবান্ধৱে (সবান্ধৱ।
488 কাৰো নাম নধৰাকৈ পৰা গালি    – গুৱাল-গালি।
489 লোকক দেখি পাছত যি কৰে – অনুকৰণ ৷
490 এটা সন্তান হোৱাৰ পিছত আৰু সন্তান নোহোৱা তিৰোতা – কাকবন্ধ্যা,   বিয়ৈবীজী
491 ফুল নুফুলাকৈ গুটি হোৱা গছ। – বনস্পতি।
492 যি উপকাৰীৰ উপকাৰ স্বীকাৰ কৰে – কৃতজ্ঞ।
493 যি উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰে – অকৃতজ্ঞ, কৃতত্ন।
494 যি পুৰুষৰ ঘৈণীয়েক মৰিছে – বৰলা।
495 যাক দেখা নাযায় – অদৃশ্য।
496 যি নাৰীৰ স্বামী মৰিছে – বিধৱা।
497 এবাৰ ফল দিয়াৰ পাছতে যি গছ মৰি যায় – ওষধি।
498 বিয়া নকৰোৱা মানুহ – অবিৱাহিত, বৰলা বা ডাং বৰলা।
499 একে উদৰৰপৰা বা একে মাকৰপৰা জন্ম যাৰ – সহোদৰ, সহোদৰা   (স্নীলিঙ্গ।
500 পৰৰ অধীন – পৰাধীন।
501 পৰৰ মুখলৈ অপেক্ষা কৰা মানুহ – পৰমুখাপেক্ষী।
502 পৰৰ সৌভাগ্য দেখি যি কাতৰ হয় – পৰশম্জীকাতৰ।
503 যি গৰু-ম’হৰ গাড়ী চলায় – গাড়োৱান।
504 কানি খোৱা মানুহ – কানীয়া।
505 বাটেদি যোৱা মানুহ – বাটৰুৱা।
506 মিছা কথা কোৱা মানুহ – মিছলীয়া।
507 কাঁহৰ বাচন গঢ়োঁতা – কঁহাৰ ৷
508 মাটিৰ বাচন সাজোঁতা – কুমাৰ ৷
509 যি সকলে নাও বায় – নাৱৰীয়া।
510 যি জলত চৰে – জলচৰ ।
511 ৰ্যি শত্ৰুক বধ কৰে – শত্ৰুঘ্ন।
512 ব্যাকৰণত যি পাৰদশী – বৈয়াকৰণিক, বৈয়াকৰণ।
513 যাক সহজে লঙ্ঘন কৰিব নোৱাৰি – অলঙ্ঘ্য ।
514 অতিশয় শীতো নহয় অতিশয় উষ্ণও নহয় – নাতিশীতোষ্ণ।
515 যিজনে আইন জানে – আইনজ্ঞ।
516 যাৰ কোনো সন্তান নাই – নিৰ্বংশ।
517 যিজনী তিৰোতাৰ ল’ৰা-ছোৱালী (সন্তান নহ’ল – বাঁজী।
518 গাখীৰ ,মিঠাই বেচা মানুহক=?
519  যি ঠাইত পূজা কৰা হয়=?
520 যি বস্তু দিব পৰা নাযায়=?
521 চুহি খোৱা বস্তু=?
522  নাও বনোৱা মানুহ=?
523 জন্তুৰ ঘাঁহ যোগান ধৰা মানুহ=?
524  যি বাহ বেতৰ কাম কৰে=?
525  যি ৰাতি ফুলে=?
526  যি জন্ম হয় মৃত্যু বৰণ   কৰে=?
527  কোনো কথা কবলৈ পঠোৱা   বিশ্বাসী মানুহ=?

ইয়াত নথকাবোৰ দিবলৈ কমেন্টত লিখক।

Also read: এটা শব্দত প্ৰকাশ কৰা | Ata Hobdot Prokakh Kora

---Advertisement---

Leave a Comment