বিশেষ্য বিশেষণৰ পৰিৱৰ্তন | বিশেষণৰ পৰা বিশেষ্য় | পদ পৰিবৰ্তন কৰা
বিশেষ্য বিশেষণৰ পৰিৱৰ্তন |
বিশেষ্য বিশেষণৰ পৰিৱৰ্তন:
বিশেষ্য বিশেষণ
- অন্তৰ - আন্তৰিক
- অগ্নি - আগ্নেয়
- অপকাৰ - অপকৃত
- আদৰ - আদৃত
- অৰণ্য - আৰণ্য
- আঘাত - আহত
- অন্ত - অন্তিম
- অৰুণ - অৰুণিমা
- অনুষ্ঠান - অনুষ্ঠিত
- অগ্ৰ - অগ্ৰিম
- আদি - আদ্য
- অনুবাদ - অনুদিত
- অধুনা - আধুনিক
- অনুৰাগ - অনুৰক্ত
- অধ্যয়ন - অধীত
- অনুভৱ - অনুভূত
- আয়ু - আয়ুষ্মান
- অংশ - আংশিক
- আহ্বান - আহূত
- আক্রমণ-আক্রান্ত
- অৰণ্য-আৰণ্য, আৰণ্যক
- ইচ্ছা -ঐচ্ছিক
- ইতিহাস - ঐতিহাসিক
- উত্তাপ - উত্তপ্ত
- উপকাৰ - উপকৃত
- উচ্ছ্বাস - উচ্ছ্বাসিত
- উল্লাস- উল্লাসিত
- উন্মাদনা - উন্মত্ত
- কৰ্ম - কমী
- কথা - কথকী
- কন্টক - কন্টকিত
- কৃষি - কৃষিজাত
- কাঁইত - কাঁইটীয়া
- কুল - কৌলিক
- কন্ঠ - কন্ঠ্য
- কপাহ - কপাহী
- কায় - কায়িক
- খনি - খনিজ
- খণ্ড - খণ্ডিত
- গান - গেয়
- গ্ৰহণ - গৃহীত
- গো - গব্য
- গ্ৰাম - গ্ৰাম্য
- গাঁও - গাঁৱলীয়া
- ঘৃণা - ঘৃণ্য
- ঘৰ - ঘৰচীয়া
- ঘন- ঘনিমা
- চকু - চাক্ষুষ
- চালাকি - চালাক
- চন্দ্ৰ - চান্দ্ৰ
- চোৰ - চোৰাং
- ছেদ - ছিন্ন
- জ্ঞান - জ্ঞাত
- জল - জলীয়
- জন্ম - জাত
- জাতি - জাতীয়
- জয় - জয়ী
- জন্তু - জান্তৱ
- তমঃ - তামসিক
- তাপ - তপ্ত
- তেজ - তেজী
- তনু - তনিমা
- ত্ৰাস - ত্ৰস্ত
- তালু - তালব্য
- দিন - দৈনিক
- দৰ্শন - দৃষ্ট
- দাঁত - দন্ত্য
- দেৱ - দৈৱ
- দহন - দাহ্য
- দান - দত্ত
- দেহ - দৈহিক
- দণ্ড - দণ্ডনীয়
- ধন - ধনী
- ধৰ্ম - ধাৰ্মিক
- পুৰস্কাৰ - পুৰস্কৃত
- পৰ - পৰকীয়া
- প্ৰশ্ন - পৃষ্ট
- পুষ্প - পুষ্পিত
- পূৰ্ব - প্ৰাচ্য
- পচম - পচমী
- প্ৰমাণ - প্ৰামাণ্য
- পৰিধান - পৰিহিত
- পশ্চিম - পাশ্চাত্য
- পুৰ - পৌৰ
- পিশাচ - পৈশাচিক
- পংক - পংকিল
- পশু - পাশৱিক
- পৃথিৱী - পাৰ্থিৱ
- প্ৰত্যয় - প্ৰতীত
- প্ৰসাদ - প্ৰসন্ন
- পতন - পতিত
- ফেন - ফেনিল
- ফন্দি - ফন্দিয়ক
- ফল - ফলিত
- বাষ্প - বাষ্পীয়
- বিধি - বৈধ
- বধ - বধ্য়
- বচন - বচনীয়
- বিষাদ - বিষণ্ণ
- বেদ - বৈদিক
- বন - বন্য
- ব্যৱহাৰ - ব্যৱহাৰিক
- বস্তু - বাস্তৱ
- বৰ - বৰণীয়
- বিষাদ - বিষণ্ণ
- বিমান - বৈমানিক
- বিধান - বিধানিক
- নৰক - নাৰকীয়
- নিশা - নৈশ
- নগৰ - নগৰীয়া
- নাম - নামী
- ভূগোল - ভৌগোলিক
- ভাত - ভতুৱা
- ভোজন - ভুক্ত
- ভয় - ভীত
- ভূত - ভৌতিক
- ভূমি - ভৌম
- ভেদ - ভিন্ন
- মাটি - মটীয়া
- মন - মানসিক
- মধু - মধুৰ
- মায়া - মায়াবী
- মৰম - মৰমী
- মুখ - মুখ্য
- মংগল - মাংগলিক
- মনীষা - মনীষী
- যোগ - যৌগিক
- লোম - লোমশ
- লয় - লীন
- লাজ - লাজুক, লাজকুৰীয়া
- লজ্জা - লজ্জিত
- লোক - লৌকিক
- লাভ - লব্ধ, লুভীয়া
- শান্তি - শান্ত
- শৰং - শাৰদ
- শংকা - শংকিত
- শ্ৰদ্ধা - শ্ৰদ্ধেয়
- শাস্ত্ৰ - শাস্ত্ৰীয়
- শ্ৰম - শ্ৰান্ত
- শৰীৰ - শাৰীৰিক
- সাহিত্য - সাহিত্যিক
- সূৰ্য - সৌৰ
- সময় - সাময়িক
- স্নায়ু - স্নায়ৱিক
- সন্ধ্যা - সান্ধ্য
- সংযম - সংযত
- সাহ - সাহসী
- স্ত্ৰী - স্ত্ৰৈণ
- হৰণ - হৃত
- হৃদয় - হাৰ্দ্য
বিশেষণৰ পৰা বিশেষ্য়:
বিশেষণ বিশেষ্য়
- অলস - আলস্য
- আসক্ত - আসক্তি
- অধম -অধমতা
- অতিশয় - আতিশয্য
- অধিক - আধিক্য
- আকৰিক - আকৰ
- এক -একতা
- উদাৰ - উদাৰতা
- উজ্জ্বল - উজ্জ্বলতা
- উচিত - ঔচিত্য
- উত্তপ্ত - উত্তাপ
- উংকৃষ্ট - উংকৰ্ষ
- কপত - কপটতা
- কুশল - কৌশল
- কিশোৰ - কৈশোৰ
- কৃতী - কৃতিত্ব
- কঠিন - কঠিনতা
- গম্ভীৰ - গাম্ভীৰ্য
- গুৰু - গুৰুত্ব
- তৰুণ -তাৰুণ্য
- তৰল - তৰলতা
- তপত -তাপ
- টেঙৰ -টেঙৰালি
- প্ৰৱল - প্ৰাৱল্য
- পীত - পীতক
- প্ৰিয় - প্ৰেম
- ভ্ৰম - ভ্ৰাম্য
- ভাল -ভালৰি
- মধুৰ - মধুৰতা
- মন্দ - মন্দতা
- মহট - মহিমা
- মূৰ্খ - মূৰ্খতা
- মহাত্মা - মহিমা
- মত্ত -মদ
- মূঢ় -মোহ
- শূৰ - শূৰত্ব
- শান্ত -শান্তি
- শ্যামল -শ্যামলতা
- শীত - শৈত্য়
- শঠ -শঠতা
- চালাক - চালাকি
- চতুৰ - চতুৰালি
- চঞ্চল - চঞ্চলতা
- ডাঙৰ - ডাঙৰি
- সাৰ্থক -সাৰ্থকতা
- সম - সাম্য
- সৰল -সৰলতা
- সফল - সফলতা
- সুন্দৰ - সৌন্দৰ্য
- সুৰভি - সৌৰভ
- স্বতন্ত্ৰ -স্বাতন্ত্ৰ্য
- সমৰ্থ - সামৰ্থ
- সদৃশ -সাদৃশ্য
- সুগন্ধ - সৌগন্ধ
- স্বাধীন -স্বাধীনতা
- সাময়িক - সময়
- সত - সততা
- সোৰোপা - সোৰোপালি
- দীপ্ত - দীপ্তি
- দুষ্ট -দুষ্টালি
- দীৰ্ঘ -দীৰ্ঘতা
- দীন - দীনতা
- দৰিদ্ৰ - দৰিদ্ৰতা
- দুৰ্ব্বল - দুৰ্বলতা
- বৈধ - বিধি
- বিচিত্ৰ - বিচিত্ৰতা
- বীৰ - বীৰ্য
- বিষম - বৈষম্য
- হিংস্ৰ - হিংস্ৰতা
- হ্ৰস্ব - হ্ৰাস্ব
Also Read:
Please do not enter any spam link in the comment box